এই ৫ টা নতুন আঁচনিৰ ধন মুকলি। মূখ্যমন্ত্ৰীৰ নিজৰ মুখেৰে শুনক - ১৫ আগষ্টত মুকলি কৰি দিয়া হ'ব।

  Рет қаралды 52,383

MBH Job TEACH King

MBH Job TEACH King

Ай бұрын

Assam CM discuss some New Scheme . Aronudo scheme, Microfinance Scheme, nijut Maina scheme. Assam panchayat election.

Пікірлер: 36
@RupkantaPathori-sk3ru
@RupkantaPathori-sk3ru Ай бұрын
আজিৰ তাৰিখটো বহুত উপযুক্ত মানুহে অৰুণোদয় পোৱা নাই, আনহাতেদি বহুত অনুপযুক্ত মানুহে অৰুণোদয় আচনি পাই আছে ।
@atulkalita2
@atulkalita2 Ай бұрын
ছাৰ মই ‌ঘৰ পুৱা নাই ঘৰত পানী পৰে
@ImdadHissain-cg4lm
@ImdadHissain-cg4lm Ай бұрын
Cylinder 1300 toka... M. Oil 200 toka aru... Etc.... Eitu koi diyok
@user-iu5gd1hq5q
@user-iu5gd1hq5q Ай бұрын
Mano nio sir moi to iman gorib asi kintu arunodoi pai nai onek manuse paise aponi bicher koribo lagibo
@lovitaborgohain6646
@lovitaborgohain6646 Ай бұрын
Arunudoi online apply koribo lage.nohole gomai napaou ami
@moinabohagi4261
@moinabohagi4261 Ай бұрын
Sar moi aku nai pwa na ghr na orunudoi 😢
@manjildewri95
@manjildewri95 Ай бұрын
Mama Zindabad ❤
@lakhichetry2463
@lakhichetry2463 Ай бұрын
অসমৰ সকলো চৰকাৰী বিভাগত যি সকল অস্থায়ী কৰ্মচাৰী আছে তেওঁ লোকৰ কাৰণে কি চিন্তা কৰিলে ? কাৰণ তেওঁ লোকৰ মাহিলী মাননী যিটো ঘৰ এখন চলাবলৈ বহুত কষ্ট হয় । আপোনালোকে কেবিনেটত এই বিষয়ে আলোচনা নকৰে কিয় বাৰু ?
@plabitabora-nt4op
@plabitabora-nt4op Ай бұрын
কেইটামান সৰু মানুহৰ সৰু কথা মুখ্য মন্ত্ৰীলৈ আগ বঢ়াইছো যি বোৰ কথাৰ কাৰণে অসমৰ বহু ভোট চৰকাৰৰ সপক্ষে অকামিলা হৈছে । যিবোৰ সৰু সৰু মানুহে সকলো সময়তে চৰকাৰৰ সকলো বোৰ কথা দাৰৰ বাতৰি দাৰে মানুহৰ মাজলৈ লৈ গৈ চৰকাৰ প্ৰশাসনৰ সোঁ হাত হৈ কাম কৰি চৰকাৰ খনক আগুৱাই নিছে সেই বোৰ সন্থাক অবঞ্জা কৰিছে চৰকাৰ খনে । মাথো সামান্য এটা মাননী দি কাম আদায় হে কৰিছে কিন্তু ছিন্তা কৰা নাই সেই নিম্ম শ্ৰেনীৰ কৰ্ম চাৰি সকলৰ কথা । মুখ্য মন্ত্ৰীয়ে ভৱা উচীৎ আছিল এই কৰ্মী বোৰ চৰকাৰৰ নিম্ম স্তৰৰ কৰ্মী হলেও কিন্তু মানুহক মনৰ জোখাৰে চৰ কাৰৰ সপক্ষে কথা ক'ব পাৰে । উদা হৰণ স্বৰূপে -- গাঁও প্ৰধান সকল - আশা সকল আঙ্গনা বাদী সকল । এওঁ লোকক সামান্য কেইটকা মান পইছা দি বিব্ৰত কৰি ৰাখিছে মাত্ৰ । এই বোৰ যেতিয়া লৈকে সুস্থিৰ মীমাংসা নহ'ব তেতিয়া লৈকে চৰকাৰ অস্থিৰ হৈয়ে থাকিব যেন লাগে ।
@lakhichetry2463
@lakhichetry2463 Ай бұрын
@@plabitabora-nt4op এই বিষয়ে চিন্তা কৰিবলে চৰকাৰে সময় নাপায় ।
@dipanjalideka4849
@dipanjalideka4849 Ай бұрын
Mama aamk ASRLM kam kar nuw pashu sakhi scooty dib ketiya,🙏🙏
@papuali8531
@papuali8531 Ай бұрын
Moi keibaru arunudoi application korisilu tothapi aji loike aku pua nai Pam buli kibishwas ase
@user-ie6ek7fk3g
@user-ie6ek7fk3g Ай бұрын
মোৰ একোৱেই নাই কিন্তু অৰোণোদয় নাপালো, কিন্তু যি বিলাকে বিধবা হৈও গাড়ী উৰোৱাই ফুৰে তেওঁ লোকেহে পাই।অলপ বিচাৰ ৰাখি কাম কৰা উচিত
@SangitaDas-ij5jp
@SangitaDas-ij5jp Ай бұрын
Ami dukhiya manuh amar lora dutak keneke Parham
@NripenKalita-pq5mq
@NripenKalita-pq5mq Ай бұрын
Fataa dholor cheu
@ShahinAhmedLaskar-qf3fs
@ShahinAhmedLaskar-qf3fs Ай бұрын
Madrass Tet appointment plz daok school oth
@SambudharPanging-hq6is
@SambudharPanging-hq6is Ай бұрын
30000.hajar dire bakibur ki hovo.
@ShahinAhmedLaskar-qf3fs
@ShahinAhmedLaskar-qf3fs Ай бұрын
Madrass Tet appointment plz daok
@SangitaDas-ij5jp
@SangitaDas-ij5jp Ай бұрын
Mor husband bemari lora duto soru porhi ase amito akoye napalu.na ghar palu na bikalangr Toka palu ajiloi ako napalu
@user-uz2tn3je8y
@user-uz2tn3je8y Ай бұрын
Mur sms nai oha Jorhat Rekha moni saikia
@chandramithi8423
@chandramithi8423 Ай бұрын
Sob misa koi ase
@user-um5mr9xn5v
@user-um5mr9xn5v Ай бұрын
Retired. Houwa. Anganwadi. Kormi Xohkolok AK. Kalin. Toka. tu. Kettiya Dibo Dui. Bosor. Hoi. Gol .Ami Otit Hoi. Goisu
@user-jb2ms4ju6t
@user-jb2ms4ju6t Ай бұрын
Lone keman lobe
@pulakgogoi3912
@pulakgogoi3912 Ай бұрын
চাৰ আত্ম নিৰ্ভৰ অসম অভিযান আচঁনি ১০০০০০ নিৱনুৱা যুৱক যুৱতীক দিয়া কথা কৈছিল।কেতিয়াকৈ দিব?
@Shorifudddin
@Shorifudddin Ай бұрын
মারতি আরু বাইক গাড়ি থকা মানুষক অরুণোদয় দিব দিছেনে দুখীযাক দিব দিছে মামা।
@chandramithi8423
@chandramithi8423 Ай бұрын
Lakh poti baideo hokole kiman toka pale
@pabitrasaikia5831
@pabitrasaikia5831 Ай бұрын
Atma nirbhar asonir candidate select ketia hol
@Mbh12king
@Mbh12king Ай бұрын
15 আগষ্ট আগতে হ'ব, ....
@user-sb8pq6om5s
@user-sb8pq6om5s Ай бұрын
চা ৰ অংগ্নবাদি কথা একো নভাবে নেকি
@bharatibora4173
@bharatibora4173 Ай бұрын
অঙ্গ নবাড়ী কথা কি ভাবিলে আমাৰ পেটনাই জানো
@santudas1202
@santudas1202 Ай бұрын
Suwalir kotha vabute vabute bjp assam goodbye hobogoi
@HimangshuKalita-ok8xf
@HimangshuKalita-ok8xf Ай бұрын
"বেকাৰ চেলাৰি " নামৰ আঁচনি এখন আনিব নোৱাৰিনে panchayat election ৰ আগত??
@mkr123
@mkr123 Ай бұрын
Balor potisruti finance r loan clear kora burok 25 hajar d buli kole kejoni manok di thoi dile ru jie pyse xihotor lenden bea ru poisa nidiabur
Spot The Fake Animal For $10,000
00:40
MrBeast
Рет қаралды 145 МЛН
THEY made a RAINBOW M&M 🤩😳 LeoNata family #shorts
00:49
LeoNata Family
Рет қаралды 43 МЛН
Clown takes blame for missing candy 🍬🤣 #shorts
00:49
Yoeslan
Рет қаралды 40 МЛН
অম্বুবাচী#Bhagawat||Namti Lunpuria||Padma kakoti||@jyotimoy6018 ||Pranjit Gogoi||
34:31
জ্যোতিময় Jyotimoy
Рет қаралды 1,1 МЛН
Spot The Fake Animal For $10,000
00:40
MrBeast
Рет қаралды 145 МЛН