I Mejmel with Editor-in-Chief Prasanta Rajguru ft. Gaurav Gogoi I Watch only at Prag News

  Рет қаралды 150,536

Prag News

Prag News

Ай бұрын

I Mejmel with Editor-in-Chief Prasanta Rajguru ft. Gaurav Gogoi I Watch only at Prag News
Watch the full clip to know more about this story.
#pragnews #Mejmel #prasantarajguru #gauravgogoi #congress #loksabhaelection2024
Follow Prag News:
Facebook: / pragnewsassam
Twitter: / pragnews
Instagram: / pragnewsofficial
Visit: www.pragnews.com

Пікірлер: 391
@bulbulAxom099
@bulbulAxom099 Ай бұрын
পিযুষ হতে চাই লোৱা ভাল। কিমান সুন্দৰকৈ কাকো আক্ৰমণ নকৰাকৈ কথা বোৰ উপস্থাপন কৰিছে ❤️
@bankimkalita7565
@bankimkalita7565 Ай бұрын
@MihiramSaikia
@MihiramSaikia Ай бұрын
44:14 44:17
@MihiramSaikia
@MihiramSaikia Ай бұрын
,
@saurabhdihingia6120
@saurabhdihingia6120 Ай бұрын
অসমৰ পৰা নিৰ্বাচিত হোৱা গোটেই কেইজন সাংসদতকৈ গৌৰৱ গগৈ বেছি যোগ্য আৰু ৰাষ্ট্ৰীয় ৰাজনীতিৰ বাবে সমৰ্থ।
@bijoy.bosumtary
@bijoy.bosumtary Ай бұрын
Takatak fatafat 8500 katiya pab... Hey to lage
@khagendranathdas4858
@khagendranathdas4858 Ай бұрын
গৌৰব গগৈ জিন‍দাবাদ ❤
@BROTHEROFDESTRUCTION05
@BROTHEROFDESTRUCTION05 Ай бұрын
​@@bijoy.bosumtary আগতে ১৫ লাখ টোকে সোমোৱাবলৈ ক'বচোন ডাঙৰীয়া।
@BROTHEROFDESTRUCTION05
@BROTHEROFDESTRUCTION05 Ай бұрын
​@@bijoy.bosumtary 15 lakh he asil 😢
@Palash11122
@Palash11122 Ай бұрын
Congress srkr ahile he dim koisile.. Piyaj hazarika a ketia monti rajneeti eribo hei2 ko​@@bijoy.bosumtary
@bakulboruah2026
@bakulboruah2026 Ай бұрын
নম্ৰ-ভদ্ৰ, মাৰ্জিত ব‍্যৱহাৰৰ গৰাকী গৌৰৱ গগৈ ডাঙৰীয়া ২০২৬ ৰ মূখ‍্যমন্ত্ৰী।।
@goldenboss4u911
@goldenboss4u911 28 күн бұрын
Gaurav gogoi Jodi Chief minister hisape sabo bisora tente facebook...social media t share kora
@chandramabora6591
@chandramabora6591 Ай бұрын
যোৰহাটৰ ৯০ শতাংশ ৰাইজ আজিৰ দিনত গৌৰাম্বিত গৌৰব গগৈৰ বাবে।
@user-zg4ig6sh3s
@user-zg4ig6sh3s Ай бұрын
Okol honkhaloiku bhoot pai jikil.ajon losser
@JK_63
@JK_63 Ай бұрын
Upcoming CM .....off Assam..... congratulations gaurav sir ❤
@user-ql1qt3gn5d
@user-ql1qt3gn5d Ай бұрын
2090 ,t CM hbo😂😂
@success2089
@success2089 Ай бұрын
​@@user-ql1qt3gn5dBangladeshir jaat
@knowledgeinassamese3885
@knowledgeinassamese3885 Ай бұрын
মিয়াৰ মূৰ্খমন্ত্ৰী
@user-zh1qd2oo8n
@user-zh1qd2oo8n Ай бұрын
​@@knowledgeinassamese3885Toi bamonor pokor selek ge ja
@nabajyotikonwar8145
@nabajyotikonwar8145 Ай бұрын
​@@knowledgeinassamese3885bohut bapekor hontan toi sage
@bimangogoi7813
@bimangogoi7813 Ай бұрын
গৌৰৱ গগৈ অসমত থাকি ৰাজনীতি কৰিলেহে cöngres শক্তিশালী হ'ব
@user-ql1qt3gn5d
@user-ql1qt3gn5d Ай бұрын
Shaktisali hbo kn2 2090,t
@user-ql1qt3gn5d
@user-ql1qt3gn5d Ай бұрын
😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂
@bankimkalita7565
@bankimkalita7565 Ай бұрын
Right dada
@DisaiKuli-sb1hf
@DisaiKuli-sb1hf Ай бұрын
Mather sud 1598 tokiya nki​@@user-ql1qt3gn5d
@BROTHEROFDESTRUCTION05
@BROTHEROFDESTRUCTION05 Ай бұрын
​@@user-ql1qt3gn5d paw paw😭
@success2089
@success2089 Ай бұрын
অসম দেশৰ পৰবৰ্তী মুখ্যমন্ত্রী❤
@Jay-uc2sy
@Jay-uc2sy Ай бұрын
Desh nhoi .rajya
@chaophaatyozzalkonwar7660
@chaophaatyozzalkonwar7660 Ай бұрын
​@@Jay-uc2sy Metaphor hisape lua...
@tariniroy4331
@tariniroy4331 Ай бұрын
😊😊😊😊
@jummydutta8114
@jummydutta8114 Ай бұрын
সপোন দেখা ভাল ...অবাস্তব কল্পনা নহয়.. গৌৰব গগৈ ব্যক্তিগত ভাবে শত্ৰু নহয়. যি কংগ্ৰেছে দেশক ৩ টুকুৰা কৰিলে যি কংগ্ৰেছে বহুমত পোৱা পেটেলক প্ৰধান মন্ত্ৰীৰ পৰা আতৰাই নেহৰু প্ৰধান মন্ত্ৰী হৈ ইতিহাসত প্ৰথম গণতন্ত্ৰ হত্যা কৰি আজি গণতন্ত্ৰৰ জ্ঞান দিয়ে যি কংগ্ৰেছে ধৰ্মৰ নামত দেশ টুকুৰা কৰি লাখ নৰসংহাৰ কৰি আজি আনক সাম্প্ৰদায়িক বুলি কয় যি কংগ্ৰেছে ৮৫৫ অসমীয়াৰ তেজ খাই মোগলক মহান বনাই লাচিতক অপমাণ কৰিলে সেই কংগ্ৰেছে কোন জাতিৰ বাবে কাম কৰিব ? যি কংগ্ৰেছে মুছলমান মুছলমান কৰি দেশ টুকুৰা কৰাই নহয় টুকুৰা কৰাৰ পাছতো পাক মুছলমানৰ বাবে কাশ্মীৰত ধাৰা 370 প্ৰযোজ্য কৰি হুৰাহুৰে পাক মুছলমানক কাশ্মীৰত ভৰাই লাখ হিন্দু নৰসংহাৰ কৰি ধৰ্ষণ হত্যা কৰি ঘৰ সম্পত্তি জ্বলাই হিন্দু পলায়ন কৰোৱাই কাশ্মীৰক ইছলাম ৰাজ্য কৰিলে যি কংগ্ৰেছে 1966 ত শান্তি সমদলত যোৱা হাজাৰ সাধুক সংসদৰ বাহিৰত গুলিৰ আদেশ দি ইন্দিৰাই হত্যা কৰিলে যি কংগ্ৰেছে 1984 ত দিল্লীত ৬০০০ শিখ নৰসংহাৰ কৰিলে ...গৰ্ভবতী মহিলাক পিটি পিটি হত্যা কৰিলে যি কংগ্ৰেছে আদালতৰ আদেশ ভৰিৰে মোহাৰি 1975 ত আপাতকাল লগাই শ শ সাংবাদিক প্ৰথমে গ্ৰেপ্তাৰ কৰি ললে যাতে কোনো খবৰ প্ৰচাৰ নহয় সংবাদ পত্ৰ ৰ প্ৰেছৰ কাৰ্যালয়ত বিজুলী সংযোগ কাটি দিলে সন্ত্ৰাস উপদ্ৰব কৰি লাখ বিৰোধক জেলত ভৰাই হাজাৰ হত্যা কৰিলে যি কংগ্ৰেছে 1998 ত ক্ষতিপুৰণ বিচাৰি যোৱা সাধাৰণ কৃষকক আন্দোলন কৰোতে ধাৰাসাৰ গুলি কৰি হত্যা কৰিলে সেই কংগ্ৰেছে আজি গণতন্ত্ৰৰ কথা কৈ যি লেতেৰা ৰাজনীতি কৰিলে দেশ টুকুৰা কৰি ভাৰত জোৰাৰ নিলাজৰ ৰাজনীতি কৰিলে ইতিহাস তেজেৰে লিখি আজি গণতন্ত্ৰ সংবিধানৰ কথা কৈ লেতেৰা ৰাজনীতি কৰিলে যি কংগ্ৰেছে অবৈধ পুহি পুহি অসমৰ ১২ জিলা ধ্বংস কৰিলে অসমীয়া জাতিৰ বাবেই নহয় ৰাষ্ট্ৰৰ বাবে ঘাটক এনেকুবা লেতেৰা অসুৰতন্ত্ৰৰ সেই নকল নামধাৰী বিদেশী মহিলাৰ ৰিমটত চলাই গৌৰব গগৈয়ে অসমীয়া জাতি দেশৰ বাবে নহয় কংগ্ৰেছৰ মুল লক্ষ্য ভাৰতবৰ্ষক ইছলামিক ৰাষ্ট্ৰ কৰাৰ দিশত oxygen দিব মৌনতাৰে ...আৰু এচাম লোকে তেতিয়াও ৰাজনীতিক ধৰ্ম বুলি মানি সমৰ্থন কৰি ভৰিত কুঠাৰ মাৰি যাব.. দেশ জাতিৰ ধ্বংস কৰা ভাৰতবৰ্ষৰ সংস্কৃতিক ধ্বংস কৰা ভাৰতবৰ্ষৰ ইতিহাস সলনি কৰি মোগলক মহান বনোৱা এটা নকল নামধাৰী পৰিয়ালতন্ত্ৰৰ প্লেটফৰ্মত ভবিষ্যত্ ধ্বংসৰ লগতে মিনি পাকিস্তানৰ দিশত লৈ যোৱাৰ বাদে কোনো কাম কৰিব নোৱাৰে. যদি সাহস আছে গৌৰব গগৈয়ে সততাৰে উত্তৰ দিয়ক.. ব্যক্তি হিচাপে ভাল.. দেবব্ৰত শইকীয়া তৰুণ গগৈ মোৰ প্ৰিয় ব্যক্তি কিন্ত্ত এইসকলে যাৰ তলত আদেশ মানি কাম কৰিব সেই সকল কোন তাক বিশ্লেষণ কৰক.. সেইসকলৰ তেজৰ ইতিহাস বিশ্লেষণ কৰক.. হয় যদি দেশৰ স্বাৰ্থত সততাৰে কাম কৰিব পাৰে তাত কবলৈ নাই.. যদি সেই নকল নামধাৰী এটা পৰিয়ালে কংগ্ৰেছ দলৰ পৰা আতৰি গৌৰব গগৈক প্ৰধান মন্ত্ৰী বা গুৰুত্ব পূৰ্ণ পদত দিলেহেতেন যত গৌৰব গগৈয়ে নিৰপেক্ষ হৈ সকলো জাতিক লৈ কাম কৰিবলৈ নিজৰ মতে চলাবলৈ পালেহেতেন তেতিয়া কবলৈ নাই.. মনমোহন সিং প্ৰধান মন্ত্ৰী আছিল যদিও প্ৰধান মন্ত্ৰী সেই নাৰীৰ আদেশত চলিছিল. যেতিয়া লৈকে কংগ্ৰেছত এইটো পৰিয়ালতন্ত্ৰ থাকিব কংগ্ৰেছ ভাৰতবৰ্ষত দ্বিতীয় বাৰ আহিব নোৱাৰে কোনোবাই অন্ধভাবে বহু কথা সমৰ্থন কৰিব পা্ৰে কিন্ত্ত বাস্তব তথ্যৰে আমি কথাবোৰ চাব লাগিব..
@Jay-uc2sy
@Jay-uc2sy Ай бұрын
@@jummydutta8114 haa ..Patel ketia died hoise sua ...gubor khai khai mathat eku nuhua hoise
@JyotikaBuragohain-en2ll
@JyotikaBuragohain-en2ll Ай бұрын
২০২৬ চনত যোৰহাট বিধানসভা সমষ্টিৰ পৰা অসম বিধানসভাৰ সদস্য হিচাপে নিৰ্বাচিত হৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্য্যভাৰ গ্ৰহণ কৰক আৰু লগতে অসম খন আগুৱাই লৈ যাওক আমাৰ আশা সম্পূৰ্ণ কৰক গৌৰৱ গগৈ ডাঙৰীয়া
@bijoy.bosumtary
@bijoy.bosumtary Ай бұрын
Takatak fatafat 8500 katiya pab .. hey to lage
@Raw_TunEs
@Raw_TunEs Ай бұрын
​@@bijoy.bosumtary 15 lakh tu ke khai xekh kori louk sun .. aibar akou dibo bule Modi a.. kam bon nkorileu hobo apuni.
@biswaxnokoribo2172
@biswaxnokoribo2172 Ай бұрын
😂😂😂😂😂 জেগাত দিচা ​@@Raw_TunEs
@AnjaliDevi-pe7zi
@AnjaliDevi-pe7zi Ай бұрын
D FC❤​@@bijoy.bosumtary
@purnalaldas.purnalaldas1556
@purnalaldas.purnalaldas1556 Ай бұрын
y😮Congress jindabad Gaurav Gogoi Jindabad. We are proud to you
@saratchawra5032
@saratchawra5032 Ай бұрын
আপোনাৰ জয়ী হোৱাটো মনে প্ৰাণে কামনা কৰিছিলো। বহুত বহুত শুভেচ্ছা জনালোঁ
@ItsSudiptaa
@ItsSudiptaa Ай бұрын
Calm, polite, Honest & Most importantly well educated❤..We need more leader like him❤ ইংৰাজী বাক্য প্ৰয়োগ নকৰাকৈয়ে অসমীয়াত খুবেই সুন্দৰকৈ নিজক উপস্হাপন কৰিছে❤....
@RonjanaDoley
@RonjanaDoley Ай бұрын
গৌৰৱ গগৈ ভাৰতৰ গৌৰৱ হ'ব। এদিন আৰু আশা ৰাইজৰ
@GamePlay-ib2cj
@GamePlay-ib2cj Ай бұрын
2014 pora 2024 ahigol 15lakhtu atyau pua nai🤔😭
@debasishdeka8098
@debasishdeka8098 Ай бұрын
কংগ্ৰেছ, বিজেপি বুলি কথা কব যোৱা নাই 😊 কিন্তু নিজৰ ব্যক্তিগত ভাৱে কব খুজিছো‌ যে আপোনাৰ নিছিনা নেতাজনক পাই আজি অসমবাসী বুলি বহুত সুখী❤❤ আৰু অনাগত দিনত আপোনাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰো অসমত❤ আৰু আজি সচাকৈ তৰুণ গগৈ দেৱলৈ মনত পৰি গ'ল যেন তেখেতে হে কথা কৈ আছে❤❤❤ আজিৰ মেজমেল খন চাইহে আমি আনন্দিত ❤😊
@user-vl6xv6wd2f
@user-vl6xv6wd2f Ай бұрын
You are the future CM of Assam.... congratulations gaurav sir ❤.
@abhijitchetia23
@abhijitchetia23 Ай бұрын
এয়াই এজন প্ৰকৃত সংস্কাৰী নেতা। কি নম্ৰ আৰু কি ভদ্ৰ ভাৱে সাক্ষৰতাৰ দি গৈছে, তাতোকৈ ভাল লগা দৃশ্যটো হ'ল তেখেতে অসমীয়াৰ গৌৰৱ গামোচা খন ডিঙিত লৈছে ❤
@jnyanendragogoi8768
@jnyanendragogoi8768 Ай бұрын
এনেকোৱা মানুহক মাতিব লাগে; অনুস্থানটো চাই ভাল লাগে ফটোৱা ৰাজনীতি কৰা মানুহ চাম আৰু চিনেমাৰ ফটোৱা চৰকাৰী চামচা কেইটাক মাতিব নালাগে। সিঁহতৰ নিজৰ মান সন্মান টো নাইয়ে আপোনাৰো নাইকীয়া কৰে।
@user-rx9qc2gl8w
@user-rx9qc2gl8w Ай бұрын
১০০% সচাঁ কথা।
@user-ql1qt3gn5d
@user-ql1qt3gn5d Ай бұрын
Kon gourab
@barnalipator
@barnalipator Ай бұрын
খতাখট, খতাখট খতাখট লাখ টকা দিয়া টোকে মাটিব লাগিছিল। মোৰো ৰাহুল বাবাক ভাল লাগে
@user-rx9qc2gl8w
@user-rx9qc2gl8w Ай бұрын
@@barnalipator এখেতো ওপৰৰ মাল।
@user-rx9qc2gl8w
@user-rx9qc2gl8w Ай бұрын
@@user-ql1qt3gn5d এখেতো মামাৰ নিচিনা, শ্বাহৰুখ খানাক চিনি নোপোৱা।
@luhittalukdar7202
@luhittalukdar7202 Ай бұрын
অসমৰ সৰ্বশ্ৰেষ্ঠ সাংসদ। আপুনি সঁচাকৈয়ে অসমৰ ভৱিষ্যত। আগুৱাই যাওক। শুভেচ্ছা আছিল আৰু থাকিব।কেইজনমান তোসামোদ কাৰী সাংবাদিকৰ মূখ্ত চূণ পৰিল। ধন্যবাদ যোৰহাট বাসী।
@thedevogramstory7483
@thedevogramstory7483 Ай бұрын
Ami BJP congress kori lav nai ami sobai ahok 2026 gourav gogoik CM bnai amr xunr axom gorhu....amr axomr krna ami sobai ajon ajon gourav gogoi hoi aibr gourav gogoi CM bonau❤❤
@rajanewar3634
@rajanewar3634 Ай бұрын
Same to same EX CM Tarun Gogoi.....great speech sir..
@dhantidevi5195
@dhantidevi5195 Ай бұрын
আনক আক্ৰমণ নকৰাকৈ ৰাইজৰ হকে কাম কৰক আৰু আন নেতা সকলেও শিকনি লওক ৷
@PrajenBorman-ud9ih
@PrajenBorman-ud9ih Ай бұрын
Up coming cm gaurav gogoi
@prakashgogoi2677
@prakashgogoi2677 Ай бұрын
Gourav gogoi❤️
@manashjyotiboruah4842
@manashjyotiboruah4842 Ай бұрын
তৰুণ গগৈ আজি কৈ থকা নিছিনা লাগিছে । গৌৰৱ গগৈ 🎉🎉🎉🎉
@himangshudeka1738
@himangshudeka1738 Ай бұрын
Boriha lagil dei sai ai interview too❤❤❤❤
@rajnishbora3392
@rajnishbora3392 Ай бұрын
Great interview
@Aditygogoi123
@Aditygogoi123 Ай бұрын
আপুনি ভৱিষ্যত অসমৰ সপোন,,,
@user-ql1qt3gn5d
@user-ql1qt3gn5d Ай бұрын
😂😂😂😂😂😂cm hbo 2090,t
@pranabsarmah7194
@pranabsarmah7194 Ай бұрын
অসমৰ সকলো সাংসদৰ ভিতৰত আটাইতকৈ যোগ্য ব্যক্তি লগতে ভবিষ্যত অসমৰ মুখ্যমন্ত্ৰী।
@biradattadas9216
@biradattadas9216 Ай бұрын
অতি সুন্দৰ পৰ্য্যালোচনা ।প্রশান্ত পাৰৰে মহা মহা জীৱনৰ শান্তি আজি আক্ৰান্ত। নিষ্ঠুৰ দৈত্য দানবে কৰা আহত গছক আজিৰ গৌৰৱে গৈ গৈ কৰে তাক আশ্বস্ত নে আশাহত !? শেষত, সময়ৰ টিকনি আগফালে উৰে মামা। ৰিণিকী মামীক সোধকচোন কোন সঁচা, কোন মিছা। নে আন কোনোবা চকু চৰহাৰ কার্য্য ,বিভ্ৰান্তিকৰ কাহিনীৰে ৰচা। কথাৰ উম গম পালে ৰাইজে পাব মজা। ৰাজগুৰু আৰু ৰাজগৰু, এইয়াতো অসম (আহোম) বুৰঞ্জীৰ গুৰু শিষ্যৰ পৰম্পৰা।
@user-fp6ud8ym5k
@user-fp6ud8ym5k Ай бұрын
He is not in power still there is no hate speech. He expresses his views inclusively for all Assamese people irrespective of caste , creed and religion .we are proud of Gaurav Gogoi and next CM of Assam.
@lakhimadoleypatir2600
@lakhimadoleypatir2600 Ай бұрын
গৌৰব গগৈ ডাঙৰীয়াৰ বক্তৃতা ই মন চুই গৈছে। সচাকৈ আদৰ্শ বান নেতা পিতৃৰ দৰে।
@user-wp7mt2rt7d
@user-wp7mt2rt7d Ай бұрын
When Gaurav soeaks everybody listens. When he speaks in English he does not mix a single word of Hindi or Assamese. When he speaks in Hindi he purely speaks in Hindi. The people who had laughed at him for his Assamese ascent now look at him how he speaks clear Assamese. A true genius. If Congress project him as CM in the forthcoming Assam Assembly Election, 2026 then the present state Govt would surely be dethroned.
@Palash11122
@Palash11122 Ай бұрын
Hei2 a difference teu homalusona k positively lole, bhakha r lgt kam korile kotha kbo hikile val k assamese t
@bikramjeetpathak1229
@bikramjeetpathak1229 Ай бұрын
Rahul Gandhi won Rae Bareilly by 3.90 lakhs .. KL Sharma won Amethi against Smriti Irani by 1.67 lakhs..
@IftikarHussain-cr3wn
@IftikarHussain-cr3wn Ай бұрын
Jorhatr manu bhut lucky Gaurav gogoi nisina Val ajon candidate paise. Congratulations Jorhat. Congratulations Gaurav da. 🎉🎉🎉🎉.
@user-ql1qt3gn5d
@user-ql1qt3gn5d Ай бұрын
😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂
@BROTHEROFDESTRUCTION05
@BROTHEROFDESTRUCTION05 Ай бұрын
​@@user-ql1qt3gn5d Andhbhakts nahi manega🤣
@bautista4426
@bautista4426 Ай бұрын
​@@user-ql1qt3gn5dAndhobhokto hokol Gubor khuwa karone Mathat sob gubor a khumai ase😂😂😂
@Catsviralz
@Catsviralz Ай бұрын
​@@user-ql1qt3gn5dHimantar pukar selaka iman hai uthise tur
@user-ql1qt3gn5d
@user-ql1qt3gn5d Ай бұрын
@@Catsviralz female fish,r pukar seleka joli gol
@KushalBoruah-im6qx
@KushalBoruah-im6qx Ай бұрын
❤❤❤❤ ভাল লাগিছে গৌৰৱদা
@SantoshMohanPhukan
@SantoshMohanPhukan Ай бұрын
How politely he shares his views. Thats the Beauty of this man. He never attack anyone, he criticizes Constructively but not aggressively. Such a fluent speaker he is. After HBS, could be the potential candidate for NEXT CM of Assam. But for that he has to do even more hardwork to make Congress relevant in Assam and grab the majority seasts.. Looking forward to seeing his Political career in upcoming days❤
@user-pm7fl7kc9n
@user-pm7fl7kc9n Ай бұрын
Gorb gogi mur monor kotha koi dilla bohut val lagil voghbane vale rakhc
@dipaksonowal1620
@dipaksonowal1620 Ай бұрын
Ultra Pro Max interview 🔥💯👍
@tarundas6766
@tarundas6766 Ай бұрын
Gourab only one politician in assam
@pareshnath6276
@pareshnath6276 Ай бұрын
Thank You. Sir. I am really happy. So new look plz....
@rinabharali454
@rinabharali454 Ай бұрын
Gourob gogoi ajon upojukto. Ha khot. Bohut bhal lagil program tu Sai🙏
@Samar11203
@Samar11203 Ай бұрын
He is a symbol of calmness and a great leader... 2026 CM gaurav Gogoi ❤
@prakhantanarahprakhantanar4891
@prakhantanarahprakhantanar4891 Ай бұрын
Next cm assam Gaurav gogoi ❤❤❤
@user-ql1qt3gn5d
@user-ql1qt3gn5d Ай бұрын
😂😂😂😂😂2090,t CM hbo
@chowlengdonahom1105
@chowlengdonahom1105 Ай бұрын
​@@user-ql1qt3gn5dMarok suda tur marok renda himontoi sudisil mondirot , heikarone toi himontor falor johora pukor seleka Bamun r gu khua😂😂😂
@BROTHEROFDESTRUCTION05
@BROTHEROFDESTRUCTION05 Ай бұрын
​@@user-ql1qt3gn5d morir 400 paar r kotha kuwa nai🤣.
@GamePlay-ib2cj
@GamePlay-ib2cj Ай бұрын
​@@BROTHEROFDESTRUCTION05abkibar70000000par
@PuneswarChutia-to4rx
@PuneswarChutia-to4rx Ай бұрын
Son of a honest father is shining,whole world is watching.
@nirupomachetia327
@nirupomachetia327 Ай бұрын
যি কেইটা ইভিএম নিয়ম বহিৰভূত নোহোৱাৰ বাবে খুলিব নোৱাৰিলে সেই কেইটাৰ কাৰণেই পিউছ হাজৰিকাই গৌৰব জিকিলে মই পদত্যাগ কৰিম বুলি কৈছিল নেকি ।
@Raktimize
@Raktimize Ай бұрын
Many Many congratulations Gaurav da, we need educated, composed politicians like you. Best wishes for your future endeavours 🎉
@KoushikBoruah-td2nb
@KoushikBoruah-td2nb Ай бұрын
যি আনৰ বেয়া নাভাবে,তেওঁৰো কেতিয়াও বেয়া নহয়❤
@mritunjoys6579
@mritunjoys6579 Ай бұрын
Such a humble, efficient and an honest person he is. He could be a voice of entire region. Assam assembly t eman polite n matured neta khub komei ase.
@aminulhoque3021
@aminulhoque3021 Ай бұрын
❤❤❤❤ gaurav gogoi
@user-dw4ug8un5l
@user-dw4ug8un5l Ай бұрын
সুন্দৰ হৈছে আলোচনা।
@anupamgogoi6923
@anupamgogoi6923 Ай бұрын
Thnx duyu jonoloi.
@ratanbaishya4565
@ratanbaishya4565 Ай бұрын
Gourab gogoi jindabad..cm lage 26 t
@nripendeka9422
@nripendeka9422 Ай бұрын
।মাননীয় গগৈৰ কথাত সুৰ আছে, হেমন্ত ছাৰৰ কথাত এটা অহংকাৰ আছে,,,,,
@user-vt3xx3ru2i
@user-vt3xx3ru2i Ай бұрын
Right
@satyajitgoswami9411
@satyajitgoswami9411 Ай бұрын
Great analysis by Gaurav da,wish to see him as CM in 2026
@user-lx3gx4zv4f
@user-lx3gx4zv4f Ай бұрын
আজিলৈকে গৌৰৱ গগৈক আনৰ সমালোচনা, তুলুঙা মন্তব্য, আনক উপলুঙা কৰা দেখা নাই। তেওঁৰ কথা বোৰৰ গম্ভিৰ্য্যতা আছে। সদাই যাতে তেওঁ নিজক এনেকৈয়ে ৰাখে
@Hemantaphukan-xo7dc
@Hemantaphukan-xo7dc Ай бұрын
সুন্দৰ And Matured interview, Future CM of Assam ❤❤
@saberamamtaz1202
@saberamamtaz1202 Ай бұрын
এজন যোগ্য আৰু নিকা ভাৱমূৰ্তিৰ ব্যক্তি।
@subhashsarma237
@subhashsarma237 Ай бұрын
বহুমত প্ৰকাশৰ উৎকৃষ্ট উদাহৰন গৌৰৱ গগৈ আৰু ৰকিবুল হুচেইন ।(অসম মুলুকত )
@user-ql1qt3gn5d
@user-ql1qt3gn5d Ай бұрын
😂😂😂😂😂😂😂kon gourab
@BROTHEROFDESTRUCTION05
@BROTHEROFDESTRUCTION05 Ай бұрын
​@@user-ql1qt3gn5d HEITU apunar main jonok hudhibo, election r keidint khub Gaurav Gaurav koi asile
@GamePlay-ib2cj
@GamePlay-ib2cj Ай бұрын
​@@BROTHEROFDESTRUCTION05abkibar 9000000000000000000par
@Palash11122
@Palash11122 Ай бұрын
​@@BROTHEROFDESTRUCTION05ajn a rajneeti erim koisile kot lukal heijn
@BROTHEROFDESTRUCTION05
@BROTHEROFDESTRUCTION05 Ай бұрын
@@Palash11122 1500 tokiyar babe vogoban sworup
@masti1112
@masti1112 Ай бұрын
Next CM gourav gogoi ❤
@uttamboruah9249
@uttamboruah9249 Ай бұрын
কোনে কয় যোৰহাট অসমৰ শেষ ৰাজধানী - - -পূৰন্দসিংহ য'ত হ'ল হানি-- যোৰহাট অসমৰ প্ৰথম ৰাজধানী!! অসমীয়াৰ বিবেকৰ ৰাজধানী !! যোৰহাটবাসীলৈ অভিনন্দন!!!
@dipjyotigogoi8964
@dipjyotigogoi8964 Ай бұрын
Cm deserving ❤❤❤ .
@akrajchhetrychhetry8002
@akrajchhetrychhetry8002 Ай бұрын
Bahut Khundar
@Tired524
@Tired524 Ай бұрын
Always at the top from all sides. Assam needs more young leaders like Gaurav.
@joshuamusharof7397
@joshuamusharof7397 Ай бұрын
Very honest, humble and capable politician 🙏🙏🙏
@prodildeepgogoi9067
@prodildeepgogoi9067 Ай бұрын
Matured politician matured interview.. God bless you...
@AdarshrajSingh-pt8mm
@AdarshrajSingh-pt8mm Ай бұрын
Smrity rekha Intaresting conversation.Gourav gogoi coments to sweets and great..God bless him.❤❤❤❤❤❤❤❤❤
@user-kb5tp2xd6i
@user-kb5tp2xd6i Ай бұрын
Good voice
@NilutpalSarma
@NilutpalSarma Ай бұрын
Upcoming Cm gourav gogoi ❤❤
@user-yi9cd7ps9t
@user-yi9cd7ps9t Ай бұрын
Love u sir
@arundhatigogoi4182
@arundhatigogoi4182 Ай бұрын
শ্যাম কানু মহন্তই হাত মেলি মেলি কৈছিল গৌৰৱ গগৈয়ে পৰাজয় হব বুলি।
@abulbasarmohiuddin6993
@abulbasarmohiuddin6993 Ай бұрын
One of the finest leader ever produced in Assam .In all respects politeness . voice . determinations he is ahead of other leader.
@KalamAli-sg9gz
@KalamAli-sg9gz Ай бұрын
Gourov gogoi ❤❤❤❤❤
@dipakhazarika512
@dipakhazarika512 Ай бұрын
Great
@bhabanigogoi3278
@bhabanigogoi3278 Ай бұрын
Gaurav.gogoi❤❤❤❤❤❤❤
@karabibaruah2135
@karabibaruah2135 Ай бұрын
Akol ankor rajniti nohoy...what a reply gaurav gogoi 👏👏👏
@dharitrygogoi4019
@dharitrygogoi4019 Ай бұрын
আৰম্ভণিৰ পৰা শেষলৈ কোনো এটা ক্ৰতি নাই । নিৰপেক্ষ ভাৱে প্ৰত্যেকটো কথা তুলি ধৰিছে। As a social worker, Lidership quality, non judgment attitude even patients সকলো তেওঁৰ ভাৱ ভাষাত বিদ্যা মান❤❤❤ আমাৰ সাহস, আমাৰ সপোন, আমাৰ আদৰ্শ আগন্তক সময়ত সুন্দৰ ৰূপত প্ৰতিফলন হ'ব । আশাৰে সেই সোনালী দিনবোৰলৈ ....... 🎉❤
@RanjitDowarah-dc3vc
@RanjitDowarah-dc3vc Ай бұрын
Yes, good toking, Gaurav gogoi sir....
@SuhailAktar-jk1qu
@SuhailAktar-jk1qu Ай бұрын
Full interview salu🙂❤
@barnalipator
@barnalipator Ай бұрын
ৰাহুল বাবা খতাখট খতাখট খতাখট, লাখ টকা দিব
@lsd4889
@lsd4889 Ай бұрын
Sir k cm hichabeo chab bicharo n sangsad hichabeo chab bicharo tero sakalo position te jogyata ase .... positive vibe thoka mnh sir .. kothabor bht vl lge sir r ❤❤❤❤.. gyan thoka mnh hle enekuwai hoi down to earth type r sir .. ketiao ohangkar vb mnt olpo ni
@pradeeproychoudhury9371
@pradeeproychoudhury9371 Ай бұрын
I can't help admitting the skilled presentation of his opinion on latest political development in Assam and as a whole in India.Not being a blind supporter of any party,I wish his every honest effort success towards unity, democracy and development of our state and country.
@junmonidas1910
@junmonidas1910 Ай бұрын
যোৰহাট বাসী সদায় অন্তৰত সজীৱ হৈ থাকিব 🙏
@ranjanabaruah51
@ranjanabaruah51 Ай бұрын
Good 👍
@NipaBoruah-bu7op
@NipaBoruah-bu7op Ай бұрын
যোৱা সকলক যাবলৈ দিব লাগে।ৰাইজৰ পক্ষত কাম কৰা ভাল মানুহ বহুত ওলাব
@pranamiofficial3472
@pranamiofficial3472 Ай бұрын
শ্ৰদ্ধাৰ গৌৰৱ গগৈ কেৱল অসমীয়াৰেই গৌৰৱ নহয়, সমগ্ৰ ভাৰতৰ গৌৰৱ। তেখেতৰ উজ্বল ভবিষ্যত কামনা কৰিলো। ভগৱানে তেখেতৰ মঙ্গল কৰক।🎉🎉❤
@dhirendrakumarbaruah6906
@dhirendrakumarbaruah6906 Ай бұрын
A very good interview, a very good remark from the new MP .....,
@W_I_T_C_H_E_R1
@W_I_T_C_H_E_R1 Ай бұрын
Starting to end his speech is courteous enough without disrespecting anyone ❤🫡
@tarundas6766
@tarundas6766 Ай бұрын
Gourab going next shall be c m in assam
@user-ql1qt3gn5d
@user-ql1qt3gn5d Ай бұрын
😂😂😂😂😂😂😂cm hbo 2090,t
@MadhuryaBuragohain
@MadhuryaBuragohain Ай бұрын
Prashanta Rajguru dangoriya ..thanks for conducting such a wonderful and informative interview.
@gopalbania8618
@gopalbania8618 3 күн бұрын
Gaurav gogoi Zindabad jar namei kafi 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@user-ti1mk5cw3g
@user-ti1mk5cw3g Ай бұрын
Congratulating for victory of Sri Gaurav Gogoi, our dynamic leader, and we hope to see him soon as the CM of Assam
@partharoy5158
@partharoy5158 Ай бұрын
Gaurav Assam gaurav ❤
@twelsonmochahari7711
@twelsonmochahari7711 Ай бұрын
Congratulations for elected as MP proud of Assam,may God bless you.
@ChandraprabhaKakati
@ChandraprabhaKakati Ай бұрын
Great personality, A Proud of Indian
@PronobDas-xr6vz
@PronobDas-xr6vz Ай бұрын
গৌৰৱ গগৈ অসমৰ মুখ্যমন্ত্ৰীৰ বাবে যোগ্য
@prafullanarzary3080
@prafullanarzary3080 Ай бұрын
Moyo Gaurav Sir ok bor bhal paun.
@bornalihazarika531
@bornalihazarika531 Ай бұрын
l love ✋👌
@AjitGogoi-mh4ni
@AjitGogoi-mh4ni Ай бұрын
Congratulations G. Gogoi.
@kakolikhound433
@kakolikhound433 Ай бұрын
Khub val lagile interview tu si, congratulations to gourav gogoi
@rajanewar3634
@rajanewar3634 Ай бұрын
Next CM 🎉🎉
@saminchkalita9330
@saminchkalita9330 Ай бұрын
Best wishes to G Gogoi.❤
@ArunKonch-ur4zh
@ArunKonch-ur4zh Ай бұрын
গৌৰৱ গগৈ কাণ্ঢত থকা গামোছাখন prag news এ সম্ভাষণ জনোৱা হয় নে ?
ОСКАР vs БАДАБУМЧИК БОЙ!  УВЕЗЛИ на СКОРОЙ!
13:45
Бадабумчик
Рет қаралды 6 МЛН
БОЛЬШОЙ ПЕТУШОК #shorts
00:21
Паша Осадчий
Рет қаралды 11 МЛН
Эффект Карбонаро и нестандартная коробка
01:00
История одного вокалиста
Рет қаралды 9 МЛН
Despicable Me Fart Blaster
00:51
_vector_
Рет қаралды 23 МЛН
Gaurav Gogoi Speech at the Congress Plenary Session 2018
13:43
Indian National Congress
Рет қаралды 1,2 МЛН
MP Gaurav Gogoi | Reply to President's Address 2024
11:37
Gaurav Gogoi
Рет қаралды 119 М.
Ojaantric || Assamese Podcast Ft. Gaurav Gogoi || Ep.111
1:10:17
Oasis Motion Films
Рет қаралды 272 М.
ОСКАР vs БАДАБУМЧИК БОЙ!  УВЕЗЛИ на СКОРОЙ!
13:45
Бадабумчик
Рет қаралды 6 МЛН