এই নাটকখন কেৱল মনোৰঞ্জনৰ বাবেহে ৷

  Рет қаралды 5,778

Ranjan Chutia /Testimony

Ranjan Chutia /Testimony

Күн бұрын

Пікірлер: 181
@nirupoma5935
@nirupoma5935 Ай бұрын
অতি সুন্দৰ প্ৰকাশ🙏 ঈশ্ৱৰৰ প্ৰশংসা হওক 🙏 ঈশ্ৱৰে সকলোকে এই খুহুতীয়া নাটকৰ যোগেদি আশীৰ্বাদ কৰক 🙏✝️🛐
@BobyGogoi-np2tu
@BobyGogoi-np2tu Ай бұрын
ঈশ্বৰৰ প্ৰসংশা হওঁক এই চুটি‌ নাট খনৰ‌ যোগেদি সকলো ঈশ্বৰপ্ৰমি দাস দাসীক আশীৰ্বাদ কৰক।❤❤❤❤
@binuhazarika2535
@binuhazarika2535 Ай бұрын
ঈশ্বৰৰ পশংসা হঁওক।বৰ সুন্দৰ হৈছে পিতা ঈশ্বৰে দাসী কেগৰাকীক ঈশ্বৰে আশীবাদ কৰক❤❤❤
@radhikasahu-nk6hj
@radhikasahu-nk6hj Ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏🙏 বহুত সুন্দৰ এই মনোৰঞ্জনৰ যোগেদি ঈশ্বৰে সকলোকে বুজিবলৈ প্ৰভুৱে আশীৰ্বাদ কৰক❤❤
@nikhitagogoi6795
@nikhitagogoi6795 Ай бұрын
ভাল লাগিছে নাটক খন দেই.....❤
@user-hk9oq7pz9f
@user-hk9oq7pz9f Ай бұрын
প্ৰভু যীচু আশীৰ্বাদ কৰিব। প্ৰথম চাই বহুত ভাল লাগিছে আমাৰ কাৰণে প্ৰাৰ্থনা কৰিব বহুত দুখত আছো
@user-cp3uw8tr4s
@user-cp3uw8tr4s Ай бұрын
হব
@rinagogoi4853
@rinagogoi4853 Ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏🙏 এই ছুটি নাতকৰ যোগেদি সকলো ঈশ্বৰৰ বিশাষি দাস দাসিক আৰ্শিৱাদ কৰক 🙏🙏🙏
@mousumiboruah9661
@mousumiboruah9661 Ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏🙏🙏🙏।এই নাটকখনৰ সাক্ষৰ যোগেদি প্ৰভূ আমাৰ সকলোকে আশীৰ্বাদ কৰিব 🙏🙏🙏🙏 আৰু আমাৰ সকলোৰে পাপ অপৰাধ ক্ষমা কৰিব প্ৰভূ 🙏🙏🙏 আমেন।
@gitanjoligogoi6279
@gitanjoligogoi6279 Ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏ঈশ্বৰে এই নাটকখনৰ জৰিয়তে যাতে সকলোৱে যীচুত বিশ্বাসত থাকে ।ঈশ্নৰে সকলোকে আৰ্শীবাদ কৰক 🙏🙏🙏
@PramilaChangmai
@PramilaChangmai Ай бұрын
ইশ্বৰ প্ৰশংসা হওঁক ছুটি নাটক ৰ যোগেদি আমাৰ ঘৰখন শান্তি হব বিশ্বাস কৰিছো। ❤❤❤🙏🙏🙏
@rumimedhi9964
@rumimedhi9964 Ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক🙏🏿 শতকোটি প্ৰণাম প্ৰভু 🙏🛐✝️💐
@rikirajchitrakor7506
@rikirajchitrakor7506 Ай бұрын
😢😢😢😢😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭🙏🙏🙏❤️❤️❤️❤️❤️প্ৰভু যীচুৰ জয় হওক গুৰুজনাৰ গুৰুমাৰ জয় হওক আমেন 😭😭🙏
@hirengogoi5527
@hirengogoi5527 Ай бұрын
সুন্দৰ উপস্থাপন ,ঈশ্বৰৰ প্ৰশংসা হওঁ‌ক।❤❤
@HelenRay-py6lr
@HelenRay-py6lr Ай бұрын
Praise the lord gurupita ❤❤❤amar jeebonor hosa kahini prohbu hokoluke akhirbad korok amen ❤❤❤
@Chayanikadohutia2342
@Chayanikadohutia2342 Ай бұрын
Praise the lord pita akhibad krib mur manujonu nisa mukto hoijai.
@aparajitaborbora1668
@aparajitaborbora1668 Ай бұрын
ঈশ্বৰৰ প্রশংসা হওক, ঈশ্বৰে সকলোকে আশীৱাদ কৰক, আমেন🙏🙏🙏
@kabitamoran6158
@kabitamoran6158 Ай бұрын
ঈশ্বৰৰ প্ৰসংশাৰ হওক 🛐🛐🛐❤️❤️❤️ঈশ্বৰৰ গৌৰব হওক ✝️✝️✝️❤️❤️❤️আমেন 🙏🙏🙏😭😭😭
@namitasaikia7730
@namitasaikia7730 Ай бұрын
ঈশ্বৰৰ প্ৰশংসাৰ হওক এই চুটি নাট খনি চাই বহুত আশীৰ্বাদ কৰিলে ঈশ্বৰে সকলোকেই আশীৰ্বাদ কৰক আমেন ❤❤❤
@PutulBaruah-q1v
@PutulBaruah-q1v Ай бұрын
🙏✝️ হে আমাৰ সৰগত থাকুতা পিত্ৰৃ তোমাৰ সকলো দাস দাসী কে আশীৰ্বাদ কৰিবা প্ৰভু। কাকু নৰকলৈ জাবলৈ নিদিয়া। আমেন
@user-cp3uw8tr4s
@user-cp3uw8tr4s Ай бұрын
বিবাহ বিষয়ক প্রশ্ন 25 যি সকলৰ বিয়া হোৱা নাই, তেওঁলোকৰ বিষয়ে মই প্রভুৰ পৰা কোনো আজ্ঞা পোৱা নাই; তথাপি এই বিষয়ত এজন বিশ্বাসযোগ্য লোক হিচাপে প্রভুৰ দয়াত মই নিজস্ব মত প্রকাশ কৰিছোঁ। 26 সেয়ে মোৰ ভাব হয়, বর্তমান এই সঙ্কটময় সময়ৰ কাৰণে এজন ব্যক্তিৰ পক্ষে তেওঁ যেনে আছে, তেনে থকাই ভাল। 27 তুমি কোনো মহিলাৰে সৈতে প্রতিজ্ঞাৰ দ্বাৰা বিবাহ বন্ধনত আছা নেকি? তেনেহলে মুক্ত হ’বলৈ চেষ্টা নকৰিবা। তুমি ভাৰ্য্যাৰ পৰা মুক্ত হৈ আছা নেকি অর্থাৎ অবিবাহিত নেকি? তেনেহলে ভাৰ্যা পাবলৈ চেষ্টা নকৰিবা। 28 কিন্তু তুমি যদি বিয়াও কৰোঁৱা, তাত তোমাৰ কোনো পাপ নহয়। কোনো কুমাৰীয়ে যদি বিয়া কৰাই, তেনেহলে তেৱোঁ পাপ নকৰে। কিন্তু যি সকলে বিয়া কৰাই, তেওঁলোকে জীৱনত নানা ধৰণৰ সমস্যাত পৰিব লাগিব। মই এই সকলোৰে পৰা আপোনালোকক ৰেহাই দিব বিচাৰোঁ। 29 কিন্তু, হে ভাই-ভনী সকল, মই ইয়াকে কওঁ, সময় কম। এতিয়াৰ পৰা যি সকলৰ ভাৰ্যা আছে, তেওঁলোকে এনেভাৱে চলক যেন তেওঁলোকৰ ভাৰ্যা নাই; 30 যি সকলে ক্রন্দন কৰিছে, তেওঁলোকে এনেভাৱে চলক যেন ক্রন্দন কৰা নাই; যি সকলে আনন্দ কৰিছে, তেওঁলোকে এনেভাৱে চলক যেন আনন্দ কৰা নাই; যি সকলে কোনো বস্তু ক্রয় কৰিছে, তেওঁলোকে এনেভাৱে চলক যেন তেওঁলোকৰ নিজৰ একো নাই। 31 যি সকল জাগতিক বিষয়ত জড়িত, তেওঁলোকে যেন সম্পূর্ণভাৱে তাত আসক্ত নহয়; কাৰণ এই জগতৰ ধাৰা লুপ্ত হ’ব ধৰিছে।। 32 মই বিচাৰো, আপোনালোকে যেন চিন্তা-ভাৱনাৰ পৰা মুক্ত হৈ থাকিব পাৰে। অবিবাহিত জনে প্ৰভুৰ বিষয়বোৰ ভাৱে; তেওঁ চিন্তা কৰে কেনেকৈ তেওঁ প্রভুক সন্তুষ্ট কৰিব। 33 কিন্তু বিবাহিত পুৰুষে সংসাৰৰ বিষয়বোৰ ভাৱে; তেওঁ চিন্তা কৰে কেনেকৈ ভাৰ্যাক সন্তুষ্ট কৰিব। 34 তেওঁ ঈশ্বৰ আৰু ভার্যা দুয়ো দিশত ভাগ হয়। সেইদৰে এগৰাকী অবিবাহিতা বা কুমাৰী মহিলাই প্রভুৰ বিষয়ে চিন্তা কৰে যেন তেওঁ দেহ আৰু আত্মাত পবিত্র হয়। কিন্তু বিবাহিতা মহিলাই সংসাৰৰ বিষয়বোৰ ভাৱে; তেওঁ চিন্তা কৰে কেনেকৈ স্বামীক সন্তুষ্ট কৰিব। 35 মই আপোনালোকৰ হিতৰ অর্থেই এই কথা কৈছোঁ। আপোনালোকৰ ওপৰত কোনো বিধিৰ বোজা জাপি দিবলৈ নহয়, কিন্তু আপোনালোকে যেন শিষ্ট আচৰণ কৰে আৰু মনোযোগেৰে প্ৰভুত আসক্ত হৈ থাকে। 36 তথাপি যদি কোনো মানুহৰ বোধ হয় যে তেওঁৰ কুমাৰী বাগদত্তাৰ প্রতি তেওঁ ন্যায় আচৰণ কৰা নাই, যদি তাইৰ বিয়াৰ বয়স পাৰ হৈ গৈছে আৰু যদি তেওঁৰ বিয়া হোৱাৰ অতি প্ৰয়োজন বোধ হয়, তেনেহলে তেওঁ নিজৰ ইচ্ছামতে তাইক বিয়া কৰক; তাত পাপ নহয়। 37 কিন্তু যদি তেওঁ বিয়া নকৰাবলৈ মনতে সিদ্ধান্ত লয়, তেনেহলে তেওঁৰ ওপৰত কোনো চাপ নাই৷ তেওঁ নিজৰ ইচ্ছাক নিয়ন্ত্রণ কৰিব পাৰে, আৰু তেওঁ যদি তাইক কুমাৰীভাৱে ৰাখিব বিচাৰে, তেনেহলে তেওঁ ঠিক কার্যই কৰে। 38 এতেকে যি জনে তেওঁৰ বাগদত্তা কুমাৰীক বিয়া কৰায়, তেওঁ ঠিক কার্যই কৰে আৰু বিয়া নকৰা জনে তাতকৈয়ো ভাল কৰ্ম কৰে। 39 স্বামী যিমান দিন জীয়াই থাকে, সিমান দিনলৈকে ভাৰ্যা তেওঁৰ বন্ধনত আবদ্ধ থাকে। কিন্তু তাইৰ স্বামীৰ মৃত্যু হ’লে তেওঁ মুক্ত; তেতিয়া তেওঁ যাকে ইচ্ছা কৰে, সেই জনলৈকে বিয়া হ’ব পাৰে; অৱশ্যে সেই লোক যেন প্রভুত বিশ্বাসকাৰী হয়। 40 কিন্তু মোৰ বিবেচনাত তাই যেনেকৈ আছে যদি তেনেকৈয়ে থাকে, তেনেহলে আৰু অধিক সুখী হ’ব। মই ভাৱো যে মোতো ঈশ্বৰৰ আত্মা আছে। ১:কৰি:৭
@lakhigogoi5243
@lakhigogoi5243 Ай бұрын
ঈশ্বৰৰ বাক্যৰ দ্বাৰা সকলোকে আশীৰ্বাদ কৰক হালেলৈয়া 🛐🛐🛐
@Bharativlogs102
@Bharativlogs102 Ай бұрын
Praise the lord ✝️🙏🛐 Pitai 🙏🛐🛐🛐🛐🛐✝️
@ritagogoi9384
@ritagogoi9384 Ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏 পিতাই 🙏🙏🙏
@gitanjoligogoi6279
@gitanjoligogoi6279 Ай бұрын
Amen🙏🙏🙏
@Junmonigogoi-be9fs
@Junmonigogoi-be9fs Ай бұрын
Praise the lord 🙏🙏🙏
@alakabaruah4991
@alakabaruah4991 Ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওক ধন্যবাদ ❤🙏✝️♥️✝️🙏🙏🙏🙏
@user-dc8sx6is5x
@user-dc8sx6is5x Ай бұрын
Praise the Lord 🙏 Guru pitai Guru maa r soronot hewa jonaisu hallelujah ❤❤❤
@ainubaruah5119
@ainubaruah5119 Ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক আমেন 🛐✝️🙏
@dipgogoi7094
@dipgogoi7094 Ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক ৷ এই চুটি নাট খনৰ যোগেদি সকলো ঈশ্বৰপ্ৰেমি দাস দাসীক আশীৰ্বাদ কৰক ৷❤❤❤
@SatyaFoodCooking
@SatyaFoodCooking Ай бұрын
Praise the lord 🙏🙏🙏naatok khon bohut bhal hoise.
@rupsrigogoi3853
@rupsrigogoi3853 Ай бұрын
Praise the lord 🙏🙏🙏 bahut val lagila bahut kotha janalu❤❤❤
@sukanyahazarika8940
@sukanyahazarika8940 Ай бұрын
Praise the lord Jesu's... Thank you lord.. God bless you Gurudeuta..Amen❤🌻🙏
@nirojdeori7130
@nirojdeori7130 Ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক , মহান গুৰু পিতা আৰু গুৰু মা ৰ চৰণত সেৱা জনাইছোঁ, আমেন।🙏✝️🛐❤️
@buluphukangogoi3603
@buluphukangogoi3603 Ай бұрын
Praise the Lord.Short amazing drama.Amen
@ritamonihatiboruah3048
@ritamonihatiboruah3048 Ай бұрын
Praise the lord pitai akhibad korib hewa jonaisu
@Kironmudi11
@Kironmudi11 Ай бұрын
Praise The Lord pitai halilujah amen 🙏🏻
@krishnapriyakp464
@krishnapriyakp464 Ай бұрын
Praise the lord.. dhuniya korise acting ❤❤
@lakhigogoi5243
@lakhigogoi5243 Ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏 এই চুটি নাটখনৰ যোগেদি ঈশ্বৰ প্ৰেমিক সকলোৱে আশীৰ্বাদ পাওঁক, লগতে এই চেনেলৰ যোগেদি এই নাট খনৰ যোগেদি গোটেই পৃথিৱীতে আশীৰ্বাদ কৰক হালেলৈয়া 🛐🛐🛐🛐
@dipanjalihandiquechutia4923
@dipanjalihandiquechutia4923 Ай бұрын
Praise the Lord 🙏🙏🙏🙏🙏. Bahut bahut dhanyabad Gurupita.
@BarsaRuhi
@BarsaRuhi Ай бұрын
ঈশ্বৰে বহুত আশীৰ্বাদ কৰক✝️🙏🛐
@Rajumonigogoi890
@Rajumonigogoi890 Ай бұрын
ঈশ্বৰৰ মহিমা হওঁক গুৰুদেৱৰ জয় হওঁক 🙏 🙏 🙏
@gouravburagohain597
@gouravburagohain597 Ай бұрын
ঈশ্বৰ প্ৰশংসা হওঁক আমেন পিতাই
@bhanibalasaikia5176
@bhanibalasaikia5176 Ай бұрын
ঈশ্বৰৰ প্ৰশংসা হক আমেন গুৰু পিতা আৰু গুৰু মালৈ হিআ ভৰা ওলগ জনাইছোঁ ।আমেন হালীলুইআ ।
@pramilabrahma9323
@pramilabrahma9323 Ай бұрын
Praise the Lord.halelujah hallelujah hallelujah Amen ❤❤❤❤❤❤❤
@abhijitkalita374
@abhijitkalita374 Ай бұрын
Praise the lord 🙏🙏👏🙏🙏 AMEN ✝️✝️🙏✝️✝️ HALELUA
@runuchetiagogoiofficial7626
@runuchetiagogoiofficial7626 Ай бұрын
Praise the lord 🙏 Ishware hokoluke akhibad korok 🙌🙏💖
@user-ly4rs1cr5t
@user-ly4rs1cr5t Ай бұрын
Hundr probhu.praise the lord Jesus Guru' pita.
@gargeedoley
@gargeedoley Ай бұрын
Praise the Lord gurupita Amen 🙏🙏✝️✝️🙏🙏🛐🛐🙏🙏
@sunaligogoi2326
@sunaligogoi2326 Ай бұрын
Praise the lord, hallelujah hallelujah amen 🛐🛐🛐
@paporisaikia6104
@paporisaikia6104 Ай бұрын
He provu mur hokolu pap oporadh bilak khiyoma kri tumar soronot Thai diba
@junmoni000
@junmoni000 Ай бұрын
Praise the lord very nice pitai ❤❤❤❤❤
@nijaragogoi2552
@nijaragogoi2552 Ай бұрын
Praise the lord pitai 🙏✝️🛐🙏
@xutradharpuwali-hx2ge
@xutradharpuwali-hx2ge Ай бұрын
Amen jisu
@ArotiGogoi-m9r
@ArotiGogoi-m9r Ай бұрын
Bohut bohut val lagile 😭😭😭
@JitulChutia-xp9bk
@JitulChutia-xp9bk Ай бұрын
প্ৰভূ যীচুৰ আশীৰ্বাদ পাবলৈ আমিও যাব লাগিব দেই!
@user-xv5pr2ok4s
@user-xv5pr2ok4s Ай бұрын
Praise the lord pitai
@hirensaikia3810
@hirensaikia3810 Ай бұрын
Praise the lord ❤❤🙏✝️🛐
@jonaligogoi572
@jonaligogoi572 Ай бұрын
Praise.the.lord.pitai
@sumkidas500
@sumkidas500 Ай бұрын
Praise the lord Amen hallelujah 🙏
@RuskinGogoi-sz1dx
@RuskinGogoi-sz1dx Ай бұрын
Praise the Lord 🙏🏻🌹💖🎵🎸✝️🎸🎵💖🌹🙏🏻
@binadutta5703
@binadutta5703 Ай бұрын
ঈশ্বৰৰ প্ৰসংশা হওঁক ।
@jurismitasonowal9729
@jurismitasonowal9729 Ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক ✝️❤️❤️🙏🏼
@lipikagogoi4434
@lipikagogoi4434 Ай бұрын
Praise the Lord 🛐🛐🙏🙏
@sibaniborah1952
@sibaniborah1952 Ай бұрын
Praise the lord pitai❤
@mensaipegu7373
@mensaipegu7373 Ай бұрын
Amen pitaji❤
@fitnessworkout7689
@fitnessworkout7689 Ай бұрын
Praise the lord pitai .
@nomitasaikia1895
@nomitasaikia1895 Ай бұрын
Praise the lord 🙏✝️🙏✝️🙏✝️🙏❤️🙏
@ritagogoi9384
@ritagogoi9384 Ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏🙏🙏
@user-zj2pr9uh8i
@user-zj2pr9uh8i Ай бұрын
Praise the lord 🙏 pita
@bimankhanikar4425
@bimankhanikar4425 Ай бұрын
Amenn
@Suhanisaikia5441
@Suhanisaikia5441 Ай бұрын
Praise the lord ❤ amen
@hridayangammansublogs8874
@hridayangammansublogs8874 Ай бұрын
Praise The Lord 🙏
@badaldas2579
@badaldas2579 Ай бұрын
Praise the lord 🙏🙏🙏 Amen❤
@user-ti2mw9dg9f
@user-ti2mw9dg9f Ай бұрын
Praise the lord 🙏🙏🙏🙏.amen
@pranab79038
@pranab79038 Ай бұрын
Praise the lord Jesus Amen 🙏🙏🙏
@Sumkisonowal
@Sumkisonowal Ай бұрын
Praise The Lord pitai ❤️❤️❤️❤️
@user-me4uf4tr1g
@user-me4uf4tr1g Ай бұрын
ঈশ্বৰৰ লৈ‌ শতকোটি প্ৰণাম ❤❤❤আমেন
@popycarplace
@popycarplace Ай бұрын
Praise the Lord pita 🎉🎉🎉❤❤❤❤❤
@sanjibsaikia6978
@sanjibsaikia6978 Ай бұрын
ঈশ্বৰৰ প্ৰশংসা হ ওক ❤❤
@SanjoyDeka-hv6en
@SanjoyDeka-hv6en Ай бұрын
Praise the lord.. amen
@papugogoipapu6473
@papugogoipapu6473 Ай бұрын
Praise the lord. ✝️🙏
@duttapartha5245
@duttapartha5245 Ай бұрын
Praise the Lord❤🙏✝️
@jimichetia6097
@jimichetia6097 Ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওক ।
@bosontaborah565
@bosontaborah565 Ай бұрын
Praise the lord.🛐
@This__gurl
@This__gurl Ай бұрын
Praise the lord 🙏🏻🙏🏻🙏🏻❤❤❤
@likudevi1748
@likudevi1748 Ай бұрын
Praise the lord gurudev 🙏🏻 amen 🙏🏻
@munmigogoi5359
@munmigogoi5359 Ай бұрын
Praise the lord 🙏✝️🙏
@fitnessworkout7689
@fitnessworkout7689 Ай бұрын
Praise the lord pitai .🙏🙏🙏🙏🙏🙏🙏🙏🙏
@GitanjaliHazarika-jp7ur
@GitanjaliHazarika-jp7ur Ай бұрын
Praise the lord amen
@MridupabanSaikia-cq5lf
@MridupabanSaikia-cq5lf Ай бұрын
Praise the Lord✝️✝️🛐🛐
@minakshihazarika5166
@minakshihazarika5166 Ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক।❤❤
@user-eg3kb2py3t
@user-eg3kb2py3t Ай бұрын
Praise the lord pitai 🙏🙏🙏
@bobitagogoigogoi7937
@bobitagogoigogoi7937 Ай бұрын
Praise the lord 🛐✝️
@gitanjalisarmah9482
@gitanjalisarmah9482 Ай бұрын
Praise the lord.
@simaurang4390
@simaurang4390 Ай бұрын
Praise the lord prabhu jisu guru pita 🙏🙏🙏🙏🙏❤❤❤❤❤
@bigsus7817
@bigsus7817 Ай бұрын
Prais the lord amen amen amen🙏🙏🙏🙏🙏🙏🙏🙏
@lukumonidhunuvlogs1513
@lukumonidhunuvlogs1513 Ай бұрын
Praise the Lord❤🙏🙏
@MonjulaHazarika-qi8pb
@MonjulaHazarika-qi8pb Ай бұрын
Praise the lord 🙏
@user-po6kt9st7j
@user-po6kt9st7j Ай бұрын
Praise the. Lord
@BijoyBoro-xt6ge
@BijoyBoro-xt6ge Ай бұрын
Praise the lord ✝️🛐🛐🛐💓💓💓
@Junmonigogoi-be9fs
@Junmonigogoi-be9fs Ай бұрын
Praise the lord guru pitai ✝️🛐🙏🙏
@ArotiGogoi-m9r
@ArotiGogoi-m9r Ай бұрын
Moi bohut bisakh paisu porbhuk🙏🙏🙏 bisakh korok
@dipanjalimomin2887
@dipanjalimomin2887 Ай бұрын
Praise the lord pita🙏
@bitugogoi7131
@bitugogoi7131 Ай бұрын
Praise the lord
@RajuNath-nu3lk
@RajuNath-nu3lk Ай бұрын
Praise the lord amen 🙏🏿🙏🏿🙏🏿💖💖💖
স্বৰ্গ মোৰ সিংহাসন :গীত
6:14
Ranjan Chutia /Testimony
Рет қаралды 3,2 М.
Je peux le faire
00:13
Daniil le Russe
Рет қаралды 13 МЛН
Alat yang Membersihkan Kaki dalam Hitungan Detik 🦶🫧
00:24
Poly Holy Yow Indonesia
Рет қаралды 11 МЛН
Cleaning🤣 #shorts #トイキッズ
00:18
Toy Kids★トイキッズ
Рет қаралды 10 МЛН
দিওবাৰৰ প্ৰাৰ্থণা
11:48
Ranjan Chutia
Рет қаралды 13 М.
হীৰেণ গগৈৰ সাক্ষ
28:52
Ranjan Chutia /Testimony
Рет қаралды 4,8 М.
James:1জাকোব:১
30:01
Ranjan Chutia /Testimony
Рет қаралды 7 М.
Achai Phai Phikha Sri Sri Santikali Gurudev Karbook Hai Thaio
30:15
W:H P.C.
25:59
Ranjan Chutia /Testimony
Рет қаралды 7 М.
জাগৰণ গীত
15:39
Ranjan Chutia /Testimony
Рет қаралды 5 М.