শিশু লীলা | পুতনা বধ | Putona Badh | Biren Das | Baghorbori Nagara Naam Dol

  Рет қаралды 20,358

ASSAM VIDEO

ASSAM VIDEO

Күн бұрын

শিশু লীলা (পুতনা বধ ) :
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, শ্ৰী শ্ৰী মাধৱদেৱৰ অমূল্য সম্পদসমূহ সাঁচিগছৰ ছালেৰে বিশেষভাৱে প্ৰস্তুত কৰা পাতত লিখনিবোৰ আৰম্ভ কৰিছিল । তাৰেই মূল আধাৰত কীৰ্ত্তনখনি পোৱা যায় । দুষ্টক দমন, শান্তক পালনাৰ্থে পৃথিৱীৰ ভাৰ বহন কৰিবলৈ প্ৰভু শ্ৰী কৃষ্ণই নিজে দশ-অৱতাৰ ৰূপ ল’বলগীয়া হৈছিল।
বৈকুণ্ঠৰ হৰিনাম ধৰালৈ আনি মাটিৰ খমকত ম’হ, গৰু, ছাগলীৰ ছালেৰে নাগাৰা সজাই লোক-সংস্কৃতিৰ সৌষ্ঠৱ বঢ়াইছে ।
পৰিকল্পনা - টংকেশ্বৰ বৈশ্য
ললিত কলিতা
নাগাৰা - অনিল কলিতা (পাঠক)
কৰুণা কলিতা
নয়নমণি কলিতা
যুৰি তাল - উৎপল কলিতা
ভোৰতাল - গুৰুচৰণ কলিতা (পাঠক)
হেমন্ত দাস (পাঠক)
নৃপেন দাস (পাঠক)
ভূৱনেশ্বৰ কলিতা
পালি - মহেন্দ্ৰ কলিতা
নৱ ডেকা
বিনোদ কলিতা
ফুলেন নাথ
নবজিৎ কলিতা
ৰবেন দাস
দ্বীপেন দাস
দিগন্ত দাস
ৰমেন বৰ্মণ
দীপাংকৰ পাঠক
প্ৰাঞ্জল কলিতা
ভাস্কৰ জ্যোতি দাস
সুলভ বৈশ্য
নৰোত্তম ডেকা
বিশেষ কৃতজ্ঞতা -
অৰূপ চন্দ্ৰ কলিতা (সভাপতি)
হেমন্ত ৰাজবংশী (প্ৰাঃ সভাপতি)
ৰজনী দাস (সম্পাদক, মহানগৰ সমিতি, নাগাৰা নাম সংঘ)
শুভাকাংক্ষী -
সুভাষ বৰ্মণ
পৱন বৈশ্য
জিন্তু ডেকা
ডালিমী বৈশ্য
তৰুলতা বৈশ্য
বিভাৰাণী ৰয়
অৱলা ঠাকুৰীয়া দাস
নিবেদিতা ৰয়
কল্পনা কলিতা
হিৰণ্য ঠাকুৰীয়া
অংক্ষিতা কলিতা
ৰীমা দাস
দৃশ্যগ্ৰহণ
চিদা বৰা
বাবুলা
ৰাজু
পোহৰ
গোবিন্দ
বিপুল
সম্পাদনা
অপূৰ্ব বৰ্মণ
জিতু ৰায়
প্ৰযোজনা আৰু পৰিচালনা - বীৰেণ দাস (পাঠক)

Пікірлер: 21
@birendas6194
@birendas6194 3 жыл бұрын
সমূহ ভক্তপ্ৰাণ ৰাইজৰ আশীষ শিৰত লৈ (পাঞ্জাবাৰী) বাঘৰবৰি নাগাৰা নাম দলৰ তৰফৰ পৰা এটি ক্ষুদ্ৰ প্ৰচেষ্টা আপোনাসৱলৈ বুলি আগবঢ়োৱা হৈছে ৷ আশাকৰোঁ, সকলোৱে নাম ভাগ আদৰি ল’ব আৰু ভৱিষ্যতে আগবাঢ়ি যাবলৈ প্ৰেৰণা যোগাব ৷ অৱশেষত আপোনালোকৰ বহুমূলীয়া পৰামৰ্শ কামনা কৰিলো ৷ ধন্যবাদ ৷
@RinaDas-g9z
@RinaDas-g9z 3 ай бұрын
Xundar raise. Ojamilor namaste dibason
@dadulborah6003
@dadulborah6003 3 жыл бұрын
Ati beautiful. Thanks.
@dulaldas4390
@dulaldas4390 3 жыл бұрын
xundar sai bahut val lagil
@arpanamedhi1516
@arpanamedhi1516 3 жыл бұрын
🙏 KHUB XUNDAR..
@deijidevi1749
@deijidevi1749 3 жыл бұрын
Bor bhal lagil.
@padumidas3049
@padumidas3049 3 жыл бұрын
ভাল লাগিল চাই।ধন্যবাদ।
@akangshaanubhuti9118
@akangshaanubhuti9118 3 жыл бұрын
অতি সুন্দৰ।
@barnalisharma935
@barnalisharma935 6 ай бұрын
Súndar
@kanakroy6339
@kanakroy6339 3 жыл бұрын
Pranam, sir
@nabajitkalita8469
@nabajitkalita8469 3 жыл бұрын
সুন্দৰ হৈছে আৰু আগলৈ এনেকুৱা নাম পাম বুলি আশা ৰাখিলো
@BRDMusicProduction
@BRDMusicProduction 3 жыл бұрын
Xundar
@kushalkakoti7978
@kushalkakoti7978 3 жыл бұрын
বহুত বহুত ভাল লাগিল চাই আশা কৰো আগলৈ এনেকুৱা নাম শুনিব পাম
@Gautamkalita12345
@Gautamkalita12345 3 жыл бұрын
Bar val lagil
@anilkalitanagara
@anilkalitanagara 3 жыл бұрын
সুন্দৰ উপস্থাপন 🙏🙏
@anganasarma821
@anganasarma821 3 жыл бұрын
🙏🙏
@sankaryadhikary1642
@sankaryadhikary1642 3 жыл бұрын
Very nice performance .My best regards to all of you. 🙏🙏🙏
@jeetgamaer7767
@jeetgamaer7767 3 жыл бұрын
এনেকুৱা নাম দেখিব পোৱাতো বৰ বিৰল ।
@TapanNath-ww3bt
@TapanNath-ww3bt 3 ай бұрын
পুতুনা নে পুতনা
@alakadas8977
@alakadas8977 Жыл бұрын
খুৰা ভাল লাগিছে নাম চাই, আপোনাৰ ph number tu dibo neki
@dadulborah6003
@dadulborah6003 3 жыл бұрын
Ati beautiful. Thanks.
Je peux le faire
00:13
Daniil le Russe
Рет қаралды 22 МЛН
ПРИКОЛЫ НАД БРАТОМ #shorts
00:23
Паша Осадчий
Рет қаралды 5 МЛН
Nagara Naam Jaidrath Bodh
52:51
Box Music
Рет қаралды 235 М.
Dhanantri Vadh
1:07:31
Release - Topic
Рет қаралды 61 М.
KRISHNA ARJUN(NAGARANAM)
51:47
Ramcharan Bharali Pathak
Рет қаралды 596 М.