এইবাৰৰ ‘0’ to HerO ত এগৰাকী দুৰ্জেয় সাহসী মহিলা Driver ৰ কাহিনী

  Рет қаралды 404,246

My News NE

My News NE

Күн бұрын

Пікірлер: 434
@dhan__13
@dhan__13 3 жыл бұрын
মা বুলিলেই কৈছোঁ, সচাকৈ মা আপোনাক বহুত বহুত ধন্যবাদ
@dipikahazarika7245
@dipikahazarika7245 3 жыл бұрын
অনুস্থানতো বহুত ভাল লাগিল আৰু বাইদেউক বহুত ধন্যবাদ জনালো।
@bimalbiswas4029
@bimalbiswas4029 3 жыл бұрын
ভাল লাগিল। খুব সাহসী আৰু ধৈৰ্য্য থকা জীৱন সংগ্ৰামত হাৰ নমনা বাইদেউ এজনীৰ জীৱনৰ কাহিনী শুনি।🙏
@bharatihazarika2079
@bharatihazarika2079 3 жыл бұрын
শ্ৰদ্ধাৰ , সাতসৰী মহিলা সকল।আপোনালোকে এইবাৰৰ o to hero ত এগৰাকী সাহসী মহিলা driver কাহিনীটো চাই বহুত ভাল পালে, গৌৰৱ অনুভৱ কৰিছে কাৰণ সেইগৰাকী আমাৰ সাতসৰী সভানেত্ৰী ড: মন্দিৰা বৰুৱা বাইদেউ।মোৰ কিন্তু কাহিনীটো চাই বৰ দুখ লাগিল।কিয়নো দুখ লাগিল শুনকচোন, বাইদেউ লগত মোৰ চিনাকি আজি 20 বছৰৰ ঘৰুৱা সম্পৰ্ক। মই লগ পাওঁতে এগৰাকী বৰ ধুনীয়া ভদ্ৰ মহিলা।মোক বহুত মৰম কৰে। তেওঁৰ ওচৰত থাকিলে মোৰ নিজকে সৰু ছোৱালী যেন লাগে।দাদায়ে মোক মৰম কৰিছিল। অৱশ্যে তেতিয়া দাদাৰ অসুখ হৈ আছিল। তেতিয়াই আমাৰ সাতসৰী জন্ম হৈছিল।মিটিং বোৰ ঘৰতে হৈছিল।সদায় ঘৰত মানুহৰ সমাগম। আমাৰ চন্দন নগৰৰ সকলো মহিলা ক বিয়া নাম, দিহানাম, বিহুৰৰ নাম,যোগাসন সকলোবোৰ তেওঁ সিকাইছিল। তেওঁৰ ইমান দুখ আছিল যদিও দুই এটাৰ বাদে মোক কোৱা নাছিল। তেওঁৰ এটা মহান গুণ তেওঁ দুখৰ কথাবোৰ হাহি হাহি কৈ যায়। মই যেতিয়া তেওঁ কাহিনীটো শুনিলো আচৰিত হলো ইমানবোৰ দুখৰ বোজা লৈ তেওঁ হতাশ নহ'ল ।আচলতে আমি নাৰীবোৰ তেনেকুৱাই হব লাগে। বাইদেউ আৰু বহুত আগুৱাই যাওক। শেষত ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই তেওঁৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলো।
@jyotigogoi3852
@jyotigogoi3852 Жыл бұрын
Come আপোনাৰ পৰা বহুত অনুপ্রাণিত হলো ধন্যবাদ বাইদেউ।
@monuranjanchetia8261
@monuranjanchetia8261 3 жыл бұрын
তেওঁ বহুত কৰিলে আমি জানিব পাৰিলো।এনেকুৱা লাগে তেওঁ আৰু বহুত কৰিব ।কাৰণ তেওঁ অসাধাৰণ হৈয়ো যেন একেবাৰে সাধাৰণ তেওঁৰ কথা বতৰা ।
@sayedahmed9030
@sayedahmed9030 3 жыл бұрын
To In
@analata6540
@analata6540 2 жыл бұрын
ধন্যবাদ বাইদেউ মহিলা এনেকৈ সাহসী হ'ব লাগে বাইদেউ মোৰ ফালৰপৰা সলাই যাচিছোঁ
@kamalkalita3257
@kamalkalita3257 3 жыл бұрын
বাইদেউৰ লগত আমমী আছো।তেখেতক যেন ভগবানে আৰু আগবঢ়াই লৈ যাই তাকে কামনা কৰিছো
@goldenassam6752
@goldenassam6752 3 жыл бұрын
বাইদেউ আপোনাক বহুত বহুত ধন্যবাদ ❤️🙏
@bobygogoi9413
@bobygogoi9413 3 жыл бұрын
বাইদেউ আপুনি ইমান সুন্দৰকৈ কথাখিনি ক'লে বৰ ভাল লাগিল আৰু আপোনাৰ সাহসীকতাক প্ৰণাম জনাইছো।
@musicvideostatus5016
@musicvideostatus5016 3 жыл бұрын
বাইদেউ আপুনি নমস্য🙏🙏🙏🙏আপোনাক সতকোটি প্ৰনাম জনাইছো 🙏 ইমান ভাল লাগিল আপোনাৰ ব্যক্তিত্ব আপোনাৰ কথা বতৰা ।🙏🙏
@rupdhannath6894
@rupdhannath6894 2 жыл бұрын
অনুষ্ঠান টো চাই বহুত ভাল লাগিল,বাইদেউ জনিৰ জীৱনৰ সংগ্ৰাম যে বহুতো মহিলাক উপকৃত কৰিব এওঁৰ দৰে সাহসেৰে আগুৱাই যাবলৈ,i salute her
@rashmihazarika8717
@rashmihazarika8717 3 жыл бұрын
Emn dhuniakoi aapunr jibnr ktha khini kle.hsakoi..kbloi mur vakha nai.aapunr dhoijyo ru hahokh dekhi vl lagil.aapuni ru aaguwai jauk takei kamna krilu.ru mne bsara dre aapuni hadai hukhi hoi thakok baideu.bhuuut bhuuut dhnydb..
@manindrabarman7493
@manindrabarman7493 2 жыл бұрын
বাইদেউ আপোনাক বহুত বহুত ধন্যবাদ ।
@inugogoi797
@inugogoi797 3 жыл бұрын
ডঃবৰুৱা বাইদেউৰ কথাখিনি জানি বহুত উৎসাহিত হলোঁ, তেখেতক ভগৱানে আৰু আগবাঢ়ি যাবলৈ সুবিধা দিয়ে যেন 🙏
@nipensaikia3763
@nipensaikia3763 3 жыл бұрын
বহুত ভাল লগিছে।সৰল স্বভাৱ, আনন্দৰ উৎস।
@barashachangmai7623
@barashachangmai7623 3 жыл бұрын
She is truly an incredible woman,so inoccent I wish her more joy & happiness.
@ratulborah9946
@ratulborah9946 3 жыл бұрын
বাইদেউ ৰ কথাবোৰ শুনি বৰ ভাল লাগিল। অসমীয়া নাৰীৰ গৌৰৱ , পথ প্ৰদৰ্শক। তেখেত চিৰ নমশ্য, তেখেতৰ সু-স্বাস্থ্য কামনা কৰিলো।
@abdulmannaf3772
@abdulmannaf3772 3 жыл бұрын
Realy she is the sister of our community .me salute her.
@hemalatadevi6210
@hemalatadevi6210 3 жыл бұрын
আপোনাক শতকোটি প্ৰণাম জনাইছোঁ বাইদেউ। 🙏🙏
@rashmigoswami7332
@rashmigoswami7332 3 жыл бұрын
বাইদেউ আপোনাক শতকোটি প্ৰণাম
@saraladeka.2758
@saraladeka.2758 3 жыл бұрын
Bohut bhal lagil apunar kotha bore xuni great.salute for you
@manuboruah2180
@manuboruah2180 3 жыл бұрын
সামাজিক কামবোৰ কৰিবলৈ অদম্য সাহস লাগে। বাইদেউ আপোনাৰ সাহস, মানুহৰ প্ৰতি থকা মৰম বোৰ সচাইঁ বহুত বহুত ভাল লাগিল।।। ভগৱানে সদায় আপোনাক সৎসাহস দি যাওক।
@paragjyotidevchoudhury4219
@paragjyotidevchoudhury4219 3 жыл бұрын
হেজাৰ জন পুৰুষতকৈ বহুত সাহসী আৰু শক্তিশালী। মিচিকিয়া হাহিৰ আৰৰ কাহিনী। 🙏 নিজৰ সন্তানক মাকে নিজে সৎকাৰ কৰিবলৈ নিয়াতো ওঁহ ভগৱান। 🙏
@momihazarika413
@momihazarika413 3 жыл бұрын
Bht dhoinybad apunak 🙏🙏
@Krishna_priya
@Krishna_priya 3 жыл бұрын
খুব ভাল লাগিল বাইদেউ, আপুনি বহুত মহিলা পথ প্ৰদৰ্শক🙏🙏🙏🙏
@jagadishgoswami1727
@jagadishgoswami1727 3 жыл бұрын
Salute Madame. You are a great woman.
@rubiboruah3114
@rubiboruah3114 3 жыл бұрын
বাইদেউ আপোনাৰ জীৱন সংগ্ৰামৰ কাহিনীয়ে প্ৰতিজন জীৱনসংগ্ৰামী লোকক নিশ্চয় অদম্য সাহস আৰু প্ৰেৰণা যোগাব।
@ruhinimusical3379
@ruhinimusical3379 3 жыл бұрын
.
@rajibpegu9599
@rajibpegu9599 3 жыл бұрын
I salute you, God bless you
@shibalaxmikonwar997
@shibalaxmikonwar997 3 жыл бұрын
কিবা একাষাৰ কবলৈ ও কি কম এনেকুৱা লাগিছে... আপোনাৰো ধৈয্য আৰু সাহস ক মানিছো 🙏🙏
@binodchiring8284
@binodchiring8284 3 жыл бұрын
বাইদেওৰ কথাবোৰ খুউৱ ভাল লাগিল ।।
@junmonisarmah5194
@junmonisarmah5194 3 жыл бұрын
এগৰাকী সাহসী নাৰীৰ এক জীপাল কাহিনী। খুব সুন্দৰ বাইদেউ আপোনাক শতকোটি প্ৰণাম।
@poragpratim9967
@poragpratim9967 3 жыл бұрын
জানিব পাৰি বহুত ভাল লাগিল।
@hemalatadas6199
@hemalatadas6199 3 жыл бұрын
A Successful Woman First Lady Driver Drives her Life in her Own Direction Nijor jevon Rothor Niemi Sarothi we are Proud of Her an Inspiration to All of Us.. Salute her
@asadurrahmanpeg4020
@asadurrahmanpeg4020 3 жыл бұрын
I'm really appreciate.
@dominichangmai7678
@dominichangmai7678 3 жыл бұрын
Val lagil baideo... Assamese swali, buari hokole Jen apunr adarsha loi..bahut family problems Komi jabo... Homaj khan Nika hbo...
@pradipborah649
@pradipborah649 3 жыл бұрын
বাইদেউ আপুনি সচাকৈয়ে মহিযষী ৷আপোনাক শতকোটি প্ৰনাম জনাইছো ৷
@rupjyotidutta7855
@rupjyotidutta7855 3 жыл бұрын
মন্দীৰা বাইদেউ আপোনাক অশেষ ধন্যবাদ জনাইছো শত কোটি প্ৰণাম জনাইছো ।আপোনি সছাকৈয়ে গভীৰ আন্ধাৰ ফালি পোহৰ বিলাই দিয়াৰ জুনৰ দৰে। আপোনা জীৱনৰ দীঘায়ু কামনা কৰিছো।
@dipaksaikia5100
@dipaksaikia5100 2 жыл бұрын
ভাল লাগিল । বাইদেউ লৈ শ্ৰদ্ধাৰে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।
@mridulgogoi1779
@mridulgogoi1779 3 жыл бұрын
অতি সুন্দৰ লাগিল।
@indiraskitchenandvlogs6570
@indiraskitchenandvlogs6570 2 жыл бұрын
খুব ভাল লাগিলে। আপোনাৰ পৰা বহুতো অনুপ্ৰেৰণা পাব পাৰি
@debenkonwar8367
@debenkonwar8367 3 жыл бұрын
সময় গতিশীল ,সময়ৰ লগত খাপ খুৱাই নিজৰ জীৱনটো গঢ়াটোৱেই মানুহে জীৱনৰ সাৰ্থকতা লাভ কৰিব পাৰে ।তাৰে উদাহৰন আপুনি । Salute to you .
@dipanjalimonjai6186
@dipanjalimonjai6186 3 жыл бұрын
এনে এগৰাকী সাহসী নাৰীৰ কথোপকথনে বহু তৰ অনুপ্ৰেৰণা ৰ উৎস হয় 🙏❤️
@bijuboruah8713
@bijuboruah8713 3 жыл бұрын
Great madam..
@jibeswarnarzary9752
@jibeswarnarzary9752 3 жыл бұрын
@@bijuboruah8713 \\\a\a
@rangbirang6692
@rangbirang6692 3 жыл бұрын
You are really a great woman... Salute you maam.... 🙏 Bohut val lagil sai interview Tu.. Baideu apunak vogobane kukhole rakhok hodai....
@rupamonigogoi8787
@rupamonigogoi8787 3 жыл бұрын
thank you so much madam . God bless you and your Family
@dimpibhuyan3266
@dimpibhuyan3266 3 жыл бұрын
Bohut hahokh palu aapunar kotha huni..aokhekh dhoinyobaad Baideu
@ananya-qe4ff
@ananya-qe4ff 3 жыл бұрын
মই আজি হে চালো, ইমান ভাল লাগিল , অভিভূত হৈ গলো। আৰু বহুত জানিবৰ মন গৈছে শ্ৰীমতী মন্দিৰা বৰুৱা ৰ বিষয়ে। তেওঁ লৈ প্ৰণাম।
@Pankoj1743
@Pankoj1743 3 жыл бұрын
খুব সুন্দৰ হৈছে । এনেকুৱা অনুষ্ঠান আৰু লাগে
@suprabharaychoudhury1857
@suprabharaychoudhury1857 3 жыл бұрын
সঁচাকৈ আপুনি বহুত সাহসী ।আপুনি আৰু আগুৱাই যাওক।🙏🙏
@ankurjutyhazarika6042
@ankurjutyhazarika6042 3 жыл бұрын
বাইদেউ আপোনাক শতকোতি প্ৰণাম
@bandanaboruahduarah7305
@bandanaboruahduarah7305 3 жыл бұрын
Khub bhal lagil madira baidew video sai.. amar society bohut kenekua mahila ase dukhot vugi thoka a video sai labhoban hbo 👌👌
@ladydon8686
@ladydon8686 3 жыл бұрын
নাৰী শক্তি জিন্দাবাদ 👏🙏✊✊✊
@bharatikhanikar4812
@bharatikhanikar4812 3 жыл бұрын
Congruations dear Mandira keep it up God bless you you had sacrifice a lots I am proud of you
@pubalideka8991
@pubalideka8991 3 жыл бұрын
কবলৈ ভাষা নাই...আপোনাক শতকোটি প্ৰনাম মা🙏🙏🙏
@runjungogoi7744
@runjungogoi7744 3 жыл бұрын
আপুনি প্ৰতি গৰাকী নাৰীক সাহস দিছে ।আপোনাক ধন্যবাদ ।
@hemalatadas6199
@hemalatadas6199 3 жыл бұрын
AMAR ASOMOR ANYA GARAKI MULA.GABHORU Assamiya Mohiler Sahosor Pratibhu Weare Proud of her .🙏🙏Nijor Jivon Rothor nijei Sarothi Salute to her
@sabitaboro7427
@sabitaboro7427 3 жыл бұрын
বাইদেউ মই আপোনাক কি বোলি ধন্যবাদ জনাও। আপুনি সকলোৰে বাবে আদৰ্শ হিচাপে থিয় দিছে। আপুনি অকল মহিলা সকলকে নহয় পুৰুষ সকলকো বহু সাহস যোগালে।আপোনালৈ বহু বহু 🙏🙏🙏
@mandirabaruah2948
@mandirabaruah2948 3 жыл бұрын
বহুত ধন্যবাদ। মৰম দিলো।
@akidulislam.3946
@akidulislam.3946 3 жыл бұрын
কবলৈ ভাষা নাই। বাইদেউ আপোনাক প্ৰনাম, আপোনাৰ দৰে মহিলা মই বহুত কম দেখিছোঁ।
@rupamjyoti7203
@rupamjyoti7203 3 жыл бұрын
Good job
@prostutigogoi5202
@prostutigogoi5202 3 жыл бұрын
সচাকৈয়ে আপুনি এগৰাকী আদৰ্শনীয় নাৰী ৷ আপোনাৰ নীতিসমুহ আহৰন কৰিলে প্ৰত্যেক মহিলাই উপকৃত হব বুলি মই ভাবিছো ৷ ধন্যবাদ ৷
@rohinidas632
@rohinidas632 3 жыл бұрын
P dad
@rohinidas632
@rohinidas632 3 жыл бұрын
Qaaaaaaaaaaaaaaaaaaaaaaa
@rohinidas632
@rohinidas632 3 жыл бұрын
FC in 0o9
@kamalagogoi2428
@kamalagogoi2428 2 жыл бұрын
আপোনাৰ কথাখিনি বহুত ভাল লাগিল। সচাকৈয়ে আপোনি আমাৰ বাবে প্ৰেৰণা।
@moziburahmed4373
@moziburahmed4373 3 жыл бұрын
Encurregious woman,Salute to you
@prabhatsingha1420
@prabhatsingha1420 2 жыл бұрын
Millions of millions 🙏🙏🙏 you are amazing , bold n dynamic sister,wife mother etc. Many woman in this earth are struggling like you but couldn't comeout from their problems. Your patience, strongwill, knowledge are make You a path-riser to every woman 👍👍👍
@ff.gamerop9852
@ff.gamerop9852 2 жыл бұрын
111111111111111
@pompimd8725
@pompimd8725 3 жыл бұрын
বহুত ভাল লাগিল কথাখিনি জানি।।। ভালে থাকক বাইদেউ🙏🙏
@kitudevi4879
@kitudevi4879 3 жыл бұрын
কেনেকুৱা ধৈৰ্য্য বহুত ভাল লাগিল
@sarangapanihazarika2695
@sarangapanihazarika2695 3 жыл бұрын
Iron lady, very impressive
@utpaldas288
@utpaldas288 3 жыл бұрын
বাইদেউ আপোনাৰ শ্ৰম,ত্যাগ,সাহস আৰু সৰলতা সমগ্ৰ মানব জাতিৰ বাবে এক আদৰ্শ । অনুস্থানটিৰ বাবে প্ৰণয় দা আপোনাক অশেষ ধন্যবাদ ।
@RHaz-vo6hv
@RHaz-vo6hv 3 жыл бұрын
Dhanya apunar jiwan🙏
@ranjitthakuria7440
@ranjitthakuria7440 3 жыл бұрын
বাইদেউক শত কোতি প্ৰণাম জনাইছো ৷
@zenithkashyap1302
@zenithkashyap1302 3 жыл бұрын
আপুনি দেবি মা ৰ অন্য এক ৰূপ ।সেৱা জনাই ছো।
@tilottamaduttabaruah8696
@tilottamaduttabaruah8696 3 жыл бұрын
০ .to.hero ৰ ড° মন্দিৰা বৰুৱা" সাক্ষ্যাৎকাৰটি শুনি অসম্ভৱ ভাল লাগিল;অসমত এনে এগৰাকী সাহসীআৰু কষ্ট সহিষ্ণু মহিলা আছে তাক দেৱজিত শৰ্মাৰ My.Ne.Ce.ৰ দ্বাৰা জানিব পাৰি নথৈ সুখী হৈছোঁ আৰু তেখেতৰ সাতসৰী " অনুস্থানটিৰ উত্তৰোত্তৰ কামনা কৰিছোঁ লগতে তেখেত বিশ্বৰ দৰবাৰত খ্যাতনামা মহিলা স্বৰুপে পৰিগনিত হয় তাৰ যথাযথ কামনা কৰিলোঁ।
@mandirabaruah2948
@mandirabaruah2948 3 жыл бұрын
বহুত ধন্যবাদ আপোনালৈ।🙏
@bumonvlogs3222
@bumonvlogs3222 2 жыл бұрын
অসমীয়া সাহসী মহিলাৰ নিদৰ্শন। ভাল লাগিল বাইদেউ আপোনাৰ জীৱন সংগ্ৰামৰ কাহিনী শুনি।
@david20070428
@david20070428 3 жыл бұрын
সাংঘাটিক ধৰণে প্ৰ্ভাৱিত হ'লো এই স্থিতপ্ৰ্জ্ঞা মহিয়সীৰ দ্ৱাৰা!
@mandirabaruah2948
@mandirabaruah2948 3 жыл бұрын
বহুত বহুত ধন্যবাদ 🙏ভালে থাকক।
@ranjumonibora1898
@ranjumonibora1898 3 жыл бұрын
বাইদেউ আপুনি সচাকৈয়ে এগৰাকী আদশৰ্নীয় ব্যক্তি। আপোনাক সেৱা জনাইছো।
@pranitanath4271
@pranitanath4271 3 жыл бұрын
Thank you madam
@devajanichutia1380
@devajanichutia1380 3 жыл бұрын
ধন্যবাদ বাইদেউ।
@jayantineog3469
@jayantineog3469 3 жыл бұрын
বাইদেউ আপোনাৰ সাহসীকতাই বহুতো যু্ৱক য়োৱতীক অনুপ্ৰাণিত কৰিব
@KrishnaDas-nz9vo
@KrishnaDas-nz9vo 3 жыл бұрын
আপোনালৈ শতকোতি পনাম 🙏🙏🙏🙏🙏
@prakashkalita9195
@prakashkalita9195 2 жыл бұрын
Thank you Baideo...👏👏👏
@abdultahir2486
@abdultahir2486 3 жыл бұрын
God bless you mardam, keep it up
@para9689
@para9689 3 жыл бұрын
Great...women....baideo apunr xokolo kothakhini xuni val lagil...aru xahokhpalu.....
@nityanandasarma6568
@nityanandasarma6568 3 жыл бұрын
লাখ লাখ মানুহৰ প্ৰেৰণাৰ উৎস আপুনি । আপোনাক প্ৰণাম বাইদেউ ।
@nibeditadeka829
@nibeditadeka829 3 жыл бұрын
She inspired me to do more hard work...not to give up
@paharidutta8509
@paharidutta8509 3 жыл бұрын
I salute you baa 🙏🙏 God bless you for go ahead 🙏🙏🙏👍
@sweetycollection9647
@sweetycollection9647 3 жыл бұрын
bohut hahokh paisu apunar kotha ye 🙏🙏🙏🙏
@nitumoniphukan8192
@nitumoniphukan8192 3 жыл бұрын
Great ma'am 🙏🙏🙏
@tarafdaryoutube1824
@tarafdaryoutube1824 3 жыл бұрын
Baido Apuni Oti Nomro Aru Apunar Bohut Dhojjo Ase.... Apuni Aru Aguai Jaok❤️
@mandirabaruah2948
@mandirabaruah2948 3 жыл бұрын
Bahut dhanybaad 🙏ontorere
@tarafdaryoutube1824
@tarafdaryoutube1824 3 жыл бұрын
@@mandirabaruah2948 Baido Moi Apunar Fan Hoi Goisu..
@tarafdaryoutube1824
@tarafdaryoutube1824 3 жыл бұрын
@@mandirabaruah2948 Baido Kiba Kam Thakile Mok Dibo Moi O Bekar Lora Baido🙏
@tarafdaryoutube1824
@tarafdaryoutube1824 3 жыл бұрын
@@mandirabaruah2948 ❤️❤️ May allah keep you happy and your heart Complete every wish and your life is long
@junmonigogoi7280
@junmonigogoi7280 3 жыл бұрын
Bht vl lgil sai...hahokh paisu baidau
@mrinalidevi5425
@mrinalidevi5425 3 жыл бұрын
Bhut val lagel apuner kothabur xuni baidau...eman khini apunar xahokh dhoijo...xosakoi apunaloi xoto kute pronam🙏🙏🙏🙏...
@runimagogoi5577
@runimagogoi5577 3 жыл бұрын
Very inspiring show .👌🙏🙏
@hiradevi3608
@hiradevi3608 3 жыл бұрын
আপোনাক প্ৰনাম বাইদেউ ।
@bhukhanjyotigogoi7482
@bhukhanjyotigogoi7482 3 жыл бұрын
Actually she is Miss Universe. 🙏
@barnalibora7974
@barnalibora7974 3 жыл бұрын
Thanks baa
@juntiphukan494
@juntiphukan494 2 жыл бұрын
বৰ ভাল লাগিল
@pulinranjandeka5546
@pulinranjandeka5546 3 жыл бұрын
Bahut bhal lagil Pranoy da. Baidew loi bahu khubha kamana thakil. Waiting for next interview @ zero to hero.
@rekhadoimari8252
@rekhadoimari8252 3 жыл бұрын
I realy proud of you sister.
@rosheswarkakati9475
@rosheswarkakati9475 3 жыл бұрын
ধন্যবাদ বাইদেউ আপোনাৰ শৈক্ষিক জীৱনৰ বিষয়ে জানিব বিছাৰো
@binoygogoi1228
@binoygogoi1228 3 жыл бұрын
আপোনি এগৰাকী প্ৰকৃত নাৰী ।
@jitunath5281
@jitunath5281 3 жыл бұрын
Val lagil .
@greatindia5003
@greatindia5003 3 жыл бұрын
Good programme😊
@alisha358
@alisha358 3 жыл бұрын
Baideo dhonyobaad 🙏 apunak dekhi amiyu khahokh palu. 🙏🏻🙏🏿
@arundhatideka3950
@arundhatideka3950 3 жыл бұрын
Khub bhal lagil . Tekhetok salute jonaisu.
@RanjitKumar-ud3kj
@RanjitKumar-ud3kj 3 жыл бұрын
Really baideo apuni bahut sahosi tiruta .aji kali samaj t anekuwa manuh ase je naki utsah dibo lage kintu down dibo bisare praye .really you are actual fighter heroine . Everybody follow baideo.life t bahut up down ahe kintu him mat haribo nalage .
@munmisaikia2298
@munmisaikia2298 3 жыл бұрын
Thanks 😘
@bornalidevi1592
@bornalidevi1592 3 жыл бұрын
ভাল লাগিল।
@balendas4511
@balendas4511 2 жыл бұрын
Thankherforwork
UFC 308 : Уиттакер VS Чимаев
01:54
Setanta Sports UFC
Рет қаралды 925 М.
Car Bubble vs Lamborghini
00:33
Stokes Twins
Рет қаралды 31 МЛН
The Singing Challenge #joker #Harriet Quinn
00:35
佐助与鸣人
Рет қаралды 9 МЛН
AWS Certified Cloud Practitioner Training 2020 - Full Course
3:58:01
freeCodeCamp.org
Рет қаралды 7 МЛН
UFC 308 : Уиттакер VS Чимаев
01:54
Setanta Sports UFC
Рет қаралды 925 М.