ডিব্ৰুগড় চাবুৱা

  Рет қаралды 27,672

জ্যোতিময় Jyotimoy

জ্যোতিময় Jyotimoy

Күн бұрын

#pranjitgogoi #pranjalprotimborah #ভাগৱতপাঠ #assamesculture #

Пікірлер: 77
@pallabikagohain5720
@pallabikagohain5720 3 күн бұрын
জানি এক কৃষ্ণ নামে লৈলো শৰণ l বাপ জনা আপোনাৰ সুন্দৰ বৰ্ণনা ও বাখ্যা শুনি আমি পৰম আনন্দিত হৈছোঁ কৃষ্ণ
@Jmahanta644
@Jmahanta644 3 күн бұрын
শংকৰ দেৱ মাধৱ দেৱৰ পিছতে বৈষ্ণৱ ধৰ্ম ৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰৰ গোপাল দেৱ আৰু অনিৰুদ্ধ দেৱৰ ভূমিকা অপৰিহাৰ্য। শ্ৰদ্ধাৰ গগৈবাপ জনাই পিচৰ গুৰুদুজ নাৰ বিষয়ে অধ্যয়ন কৰিছে নিশ্চয়। কৃষ্ণ কৃষ্ণ।
@rajudutta6401
@rajudutta6401 2 күн бұрын
মায়ামৰা সমাজে অনিৰুদ্ধ দেৱৰ যোগেদিহে শঙ্কৰ গুৰুজনাৰ পৰিচয় লাভ কৰিছিল ।আদ্যেশ্বৰ অনিৰুদ্ধদেৱৰ শাস্ত্ৰ কেইভাগি অধ্যয়ন কৰক আৰু মানিবলৈ চেচ্টা‌কৰক , চাৰি বেদ গীতা‌ ভাগৱতৰ সাৰতত্ব ইয়াতেই পাব ।
@ChandanMedhi-e1i
@ChandanMedhi-e1i 2 күн бұрын
মণিকুততেই সোমাই থাকিব লগীয়া হৈছে, বাকী ধৰ্মৰ গুৰু সকলৰ গোটেই বিশ্বত ঠাই আছে আৰু আমাৰজন সেই অকমানি মণিকুততেই সোমাই থাকে(লুকাই আছা দেখা নেদা মণিকুতৰ ভিতৰতে)গুৰুজনাক মণিকুতৰ পৰা উলিয়াই আনি বিশ্ব দৰবাৰত প্ৰচাৰ কৰক নহলে তেও কেতিয়াও জগত গুৰু হব নোৱাৰে, তেও কেবল মোৰ আৰু আপোনাৰহে গুৰু হব ।
@pallabikagohain5720
@pallabikagohain5720 3 күн бұрын
কৃষ্ণ কৃষ্ণ বাপ জনা আমি জগতৰ হৰি দৈৱকী নন্দন প্ৰভু কৃষ্ণৰ চৰণত সেৱা জনালোঁ কৃষ্ণ
@UtpalGogoi-h1z
@UtpalGogoi-h1z 3 күн бұрын
কৃষ্ণ বাপ, ভক্তি ৰে হেৱা ভাগি নিবেদন জনালো. কৃষ্ণ @ জয় গুৰু শংকৰ @
@junumech7558
@junumech7558 3 күн бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ সেৱা জনাইছে কৃষ্ণ কৃষ্ণ
@debokantosaikia1369
@debokantosaikia1369 3 күн бұрын
বাপ জনাৰ চৰণ পঙ্কজত সেৱা নিবেদন কৰিলো কৃষ্ণ কৃষ্ণ জয় গুৰু শঙ্কৰ
@sasadharrajbangshi35454
@sasadharrajbangshi35454 3 күн бұрын
কৃষ্ণ কৃষ্ণ বাপ প্ৰভু‌ ইশ্বৰ চৰন পঙ্কজ প্ৰনাম 🙏🙏🙏🙏🪔
@RanjitBorah-c2i
@RanjitBorah-c2i Күн бұрын
বাপ জনাৰ চৰণ পঙ্কজত সেৱা নিবেদিছো কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ।
@hemaprabhasaikia5321
@hemaprabhasaikia5321 3 күн бұрын
কৃষ্ণ কৃষ্ণ বাপজনা সন্ধিয়া ভক্তি ভৰাসেৱাভাগি গ্ৰহন কৰিব কৃষ্ণ।
@madhurjyadeka5248
@madhurjyadeka5248 20 сағат бұрын
সুন্দৰ বাপ সুন্দৰ ।ঈশ্বৰে কৃপা কৰক ।কৃষ্ণ কৃষ্ণ।।
@Sadhana-fr5ih
@Sadhana-fr5ih 3 күн бұрын
কৃষ্ণ কৃষ্ণ প্ৰভূ 🙏🙏🙏🙏 ।
@juntisonowal9390
@juntisonowal9390 3 күн бұрын
বাপ জনক সেবা জানানো 🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻
@SayamborGohain
@SayamborGohain 2 күн бұрын
কৃষ্ণ প্ৰভু আপোনাৰ বক্তৃতা শুনি নথৈ আনন্দিত হলো । নমস্কাৰ ।
@rishi8274
@rishi8274 3 күн бұрын
কৃষ্ণ। জয় গুৰু শঙকৰ।
@khogeswarigogoi1902
@khogeswarigogoi1902 3 күн бұрын
কৃষ্ণ কৃষ্ণ বাপ সন্ধ্যাৰ ভক্তি ভৰা সেৱা গ্ৰহণ কৰিব কৃষ্ণ
@minotigogoi9934
@minotigogoi9934 3 күн бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏
@nirjurajgogoi319
@nirjurajgogoi319 3 күн бұрын
শঙ্কৰে সঙশয় ছেদি শাস্ত্ৰৰ তত্ত্বক ভেদি প্ৰচাৰিলা কৃষ্ণৰ ভকতি ..... আমি সকলো পণ্ডিত লোককেই সন্মান আৰু শ্ৰদ্ধা ভক্তি জনাও । গুৰু হিচাপে মাধৱদেৱে শংকৰদেৱক চিনাকী দি থৈ গৈছে। গোপালদেৱ অনিৰুদ্ধদেৱৰো বহু অৰিহণা আছে। কৃষ্ণ।
@MINE_Craze_81
@MINE_Craze_81 3 күн бұрын
বাপ জনক সেৱা জলালো কৃষ্ণ কৃষ্ণ
@UrmilaBorah-ck1pd
@UrmilaBorah-ck1pd Күн бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ সেৱা নিবেদন কৰিছো কৃষ্ণ
@keshabbora7742
@keshabbora7742 3 күн бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@ritagohain2552
@ritagohain2552 Күн бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
@nonichutia3034
@nonichutia3034 2 күн бұрын
কৃষ্ণ🙏🙏 ১০০/শুদ্ধ আৰু সত্য
@pinkygogoi7706
@pinkygogoi7706 3 күн бұрын
Krishna 🙏
@padmakalita6061
@padmakalita6061 3 күн бұрын
Krishna Krishna pranam jonalu
@digantabora325
@digantabora325 3 күн бұрын
জয় গুৰু শ্ৰীমন্ত শংকৰদেৱ
@BabliGogoi-j6l
@BabliGogoi-j6l 3 күн бұрын
Hare Krishna 🙏🙏 Guruji 🌺🌺🌺🌺🌺🌺🌺
@mahendradas1610
@mahendradas1610 13 сағат бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ ্্্ ।
@paramananda5403
@paramananda5403 3 күн бұрын
কৃষ্ণ🙏🙏🙏
@ভক্তিদৰ্শন
@ভক্তিদৰ্শন 2 күн бұрын
জয় জগত গুৰু শ্ৰীমন্ত শংকৰদেৱ🙏
@runjungogoi8777
@runjungogoi8777 16 сағат бұрын
Bap krishnna krishnna apunnar sorant sewa janalu.
@dilipchutia184
@dilipchutia184 11 сағат бұрын
জয় গুৰু শংকৰ, কৃষ্ণ
@saratgogoi5339
@saratgogoi5339 3 күн бұрын
কৃষ্ণ🙏🙏🙏🙏🙏🙏
@padmakalita6061
@padmakalita6061 3 күн бұрын
Krishna Krishna pranam jonalu bap
@AsAni-uo5tn
@AsAni-uo5tn 3 күн бұрын
🙏🙏🙏🙏🙏🚩🚩🚩 Krishna Krishna
@ANITARAMCHIARY-hj4en
@ANITARAMCHIARY-hj4en 13 сағат бұрын
❤❤krishna hari ram🙏🙏🙏🙏
@prakashborah1560
@prakashborah1560 3 күн бұрын
আদি কৃত দেৱে নানা শাস্ত্র কৰি হৰি হৰি হৰি হৰি এ নিজ শাস্ত্র মত গুপুত কৰিয়া থৈলা | শঙ্কৰ ৰূপক ধৰিয়া ঈশ্বৰে হৰি হৰি হৰি হৰি এ ভকতৰ হিত চিন্তিয়া বেকত কৈলা | | সেহি ৰূপে সেহি ধর্ম মাধৱত হৰি হৰি হৰি হৰি এ বেকত ভৈলেক দেখিলেক সর্বলোক | এতেকে অভেদ শঙ্কৰ মাধৱ হৰি হৰি হৰি হৰি এ বিচাৰ প্ৰমাণে আক সৱে জানিয়োক | | সেহি শাস্ত্র মত গোপালৰ মুখে হৰি হৰি হৰি হৰি এ অনুমাত্ৰ ভেদ নাহি শুদ্ধ ৰূপ দেখি | লোকৰ অভাগ্য নিমিত্তে ইদানি হৰি হৰি হৰি হৰি এ তাকে নিন্দা কৰি খাইলে যেন দুই আখি | | শঙ্কৰ মাধৱ দুই গোপাল স্বৰূপে হুই জীৱক তাৰিল পৃথিৱীত | ইহাক নমানে যিটো বিচাৰ নুবুজি সিটো তাৰ ঘত শাস্ত্ৰৰ দোষিত | | ( ভক্তি মঙ্গল ঘোষা শাস্ত্র -- শ্রী শ্রী অনিৰুদ্ধ দেৱ কৃত ) 🙏🙏🙏
@sarbanandasaikia702
@sarbanandasaikia702 3 күн бұрын
কৃষ্ণ বাপ দুখ নধৰিব সোনাকথা ময়তয়(ভকত) সত্য জুগত আছিল ভুলহলে ক্ষমা কৰিব।
@prahladchetia4233
@prahladchetia4233 3 күн бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ
@Mahananda.Hazarika.
@Mahananda.Hazarika. 3 күн бұрын
Sumitra Gogoi Krishna Bap Prasnar Uttarsamuh thikeai dichhe iyatkoi aru kino bujai diba val lagil Bhagawatar katha suni Krishna 🙏
@poragboruah4156
@poragboruah4156 3 күн бұрын
🙏কৃষ্ণ কৃষ্ণ🙏জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰ দেৱ🙏
@Request_motivation
@Request_motivation 3 күн бұрын
কৃষ্ণ বাপ প্ৰণাম আপোনাৰ চৰণত 🙏🙏🙏🙏
@rinachutia3723
@rinachutia3723 2 күн бұрын
কৃষ্ণ 🙏 ।
@dipengogoi2598
@dipengogoi2598 2 күн бұрын
কৃষ্ণ❤
@pallabikagohain5720
@pallabikagohain5720 3 күн бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤🪔🪔🪔🪔🙏🙏🙏🙏
@akhilburagohain381
@akhilburagohain381 3 күн бұрын
Krishna Krishna Krishna bap
@suhaniborah2809
@suhaniborah2809 Күн бұрын
Krishna Krishna 🙏🙏
@dipmoniborah9074
@dipmoniborah9074 2 күн бұрын
কৃষ্ণ
@nirjurajgogoi319
@nirjurajgogoi319 2 күн бұрын
প্ৰাণজীত বাপেক ভজন ল'লে নেকি !
@Beridabon
@Beridabon 3 күн бұрын
Krishna
@labokantaburagohain9245
@labokantaburagohain9245 3 күн бұрын
পরম তত্ব কথা কলে। কৃষ্ণ কৃষ্ণ। অ হৰি, অ রাম। 🕉🕉🕉
@ashokkumardutta7850
@ashokkumardutta7850 3 күн бұрын
কৃষ্ণ কৃষ্ণ‌‌ সেৱা‌‌ নিবেদিছো বাপ
@swapnagogoi8702
@swapnagogoi8702 3 күн бұрын
Krishna Krishna probhu apunar choronot hoto kuti pronam jonaisu Krishna Krishna
@GopalDas-vj7mf
@GopalDas-vj7mf 3 күн бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
@Kitch-w5s
@Kitch-w5s 3 күн бұрын
🙏🙏🙏🙏
@KushalGogoi-xp6fr
@KushalGogoi-xp6fr 19 сағат бұрын
বাপজনা, গছত আত্মাতত্ব থাকে নেকি।
@dipankargogoi6539
@dipankargogoi6539 3 күн бұрын
Krishna Krishna
@JituHazarika-o3i
@JituHazarika-o3i 3 күн бұрын
কৃষ্ণ ৰাম কৃষ্ণ ৰাম
@ChampakBarman-kr6es
@ChampakBarman-kr6es 3 күн бұрын
Ha guru Jon ami apunar Sri soron pranam jonaiso . ami ata khota apunak xudiba khujiso ja amr guru jonai koisa ja .nam gharot kuno vad vab nai kinto .Amar nam gharot Ann dharmar manahu xumaba para naouara
@SwarnapravaBaishya
@SwarnapravaBaishya 3 күн бұрын
Krishna Krishna joy. Guru sangkar
@Narendrasaikia556
@Narendrasaikia556 3 күн бұрын
Ram krisna Ramkrisna govind
@subhasishhazarika8573
@subhasishhazarika8573 3 күн бұрын
Krishna pranam.
@deboborah5858
@deboborah5858 Күн бұрын
কৃষ্ণ এক বিষ্ণুৰ অৱতাৰ ঠিক সেইদৰে মৎস্য,কুৰ্ম, আদিও এই দশ অৱতাৰ ও বিষ্ণুৰে বুলি আমি জানো কিন্তু আমি কৃষ্ণ কৃষ্ণ বুলি কওঁ কিন্তুমৎস্য মৎস্য বুলি কও জানো? গতিকে বিষ্ণু বিষ্ণু বুলিহে কব লাগে।
@KumarGogoi-p2w
@KumarGogoi-p2w 3 күн бұрын
Rinku gogoi Krishna krishna
@niruboruah4232
@niruboruah4232 2 күн бұрын
KRishmkirshnaptanamjonalubap
@PranjumoniGogoi
@PranjumoniGogoi 23 сағат бұрын
Monikutot kun bhag puthi thbo lge vldre buji plu
@asomiaasom6008
@asomiaasom6008 2 күн бұрын
এই অধম বিধৰ্মী ভ্ৰষ্টাচাৰী দুৰাচাৰী একপক্ষীয় ক্ষুদ্ৰস্বাৰ্থৰ অধৰ্মীটোক কিয় ইমান গুৰুত্ব দিয়ে ? যেন সিহে সকলো জানে । অসমত তিনিজন মুখ্য গুৰুৰ আৰ্বিভাৱ হৈছিল ব্ৰহ্মা অংশে গুৰু হৰিদেৱ ,শিৱ ত্ৰিপুৰাৰী অংশে গুৰু শংকৰদেৱ ,বিষ্ণু অংশে গুৰু দেৱ দামোদৰদেৱ । অসমত গুৰু হৰিদেৱৰ পন্থক হৰিদেৱী ,গুৰঙ শংকৰদেৱৰ পন্থক শংকৰী বা মহাপুৰুষীয়া বা ভাগৱতী ,গুৰু দেৱ দামোদৰদেৱৰ পন্থক দামোদৰীয় বুলি তিনি গুৰুৰ তিনি পন্থা অসমত ১৫শ শতিকাৰ পৰা চলি আছে আৰু থাকিব ।মাধৱদেৱ শংকৰদেৱৰ প্ৰধান শিষ্য ,দ্বাপৰৰ কৃষ্ণ নিন্দুক দ্ৰোহী বৈৰী পৌণ্ড্ৰক নকল কৃষ্ণই মাধৱদেৱ ।দ্বাপৰত যেনেকৈ পৌণ্ড্ৰোকে কৃষ্ণক নিন্দা বিৰোধ বৈৰী দ্ৰোহ কৰিছিল কলিত মাধৱ ৰূপে উপজি বিষ্ণু নাৰায়ণৰ অৱতাৰ গুৰু দেৱ দামোদৰদেৱক নিন্দা হেয়জ্ঞান কৰি বৈৰী হৈ দ্ৰোহ কৰি নামঘোষাত লিখি থৈ গৈছে সেয়ে নামঘোষা নিন্দাবাদ পৰচৰ্চা পৰনিন্দাৰ পৰা মুক্ত নহয় ।ত্ৰেতাত শিৱই হনুমান হৈ যেনেকৈ ৰামায়ণৰ মুল প্ৰধান যতিল কাৰ্যবোৰ কৰি বিষ্ণু অৱতাৰ ৰামক সহায় কৰিছিল ৰামেও ভক্ত হনুমানৰ পুৰ্ণ সহায়ত কাৰ্য কৰি খ্যাতী ৰিখি গৈছে তেনেকৈ ভগৱান শিৱ ত্ৰিপুৰআৰীয়ে বিষ্ণুৰ পৰামৰ্শত শংকৰদেৱ হৈ উপজি নাট ভাওনা শাস্ত্ৰ গীত পদ ঘোষা লেখি মানুহক আকৃষ্ট কৰি বৈষ্ণৱ ধৰ্ম প্ৰচাৰত পথ সুগম কৰি বিষ্ণু অৱতাৰ দেৱ দামোদৰদেৱে বৈদিক সনাতন ভাগৱতী বেষ্ণৱ ধৰ্ম সত্ৰান্থান সৃষ্টি কৰি সত্ৰৰ দ্বাৰা ৬২ লোকক বৈষ্ণৱত দীক্ষিত কৰি ধৰ্ম প্ৰচাৰ কৰিছিল ।কেবাখনো পুৰাণ শাস্ত্ৰ ,তিনিওজন গুৰুৰ চৰিতপুথি পঢ়িলে ওপৰত উল্লেখিত তথ্য সমুহ পোৱা যায় । অসমত নৱবৈষ্ণৱ আন্দোলনৰ গুৰি ধৰোটা তিনি মুখ্য গুৰুৰ ভিতৰত গুৰু দেৱ দামোদৰদেৱ বেছি সফল কাৰণ দামোদৰদেৱে ৬২% লোকক বৈদিক সনাতন ভাগৱতী বৈষ্ণৱ ধৰ্মত দীক্ষিত কৰিছিল গত্ৰ পাতি পাঁচজন আচাৰ্য পুবত বংশীগোপালদেৱ ,উত্তৰত ভগৱানদেৱ ,পশ্চিমত বলদেৱ দঙিণত সন্তদেৱ মধ্যত ভট্টদেৱক লৈ ।অসমত বৈষ্ণৱ ধৰ্ম প্ৰচাৰত গুৰু শংকৰ মাধৱৰ তুলনাত দামোদৰদেৱ হৰিদেৱৰ অবদান কৈনৈগুণে কম নহয় বৰং দেৱ দামোদৰদেৱ কোনোগুণে কম নহয় বৰং গুৰু দেৱ দামোদৰদেৱ আটাইতকে সফল গুৰু যিয়ে ৬২% লোকক শৰণ ভজন দীক্ষা নাম মন্ত্ৰ তত জ্ঞান দি বৈষ্ণৱ কৰিছিল ।জয় গুৰু হৰিদেৱ,জয় গুৰু শংকৰদেৱ,জয় গুৰু দেৱ দামোদৰদেৱ ।
@khirodbhuyan5967
@khirodbhuyan5967 3 күн бұрын
Krishna 🙏
@PRADIPKUMARBORAH-ku1ts
@PRADIPKUMARBORAH-ku1ts 3 күн бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ
@bikashdutta4968
@bikashdutta4968 3 күн бұрын
🙏🙏🙏
@manashjyotiborah6895
@manashjyotiborah6895 3 күн бұрын
কৃষ্ণ
@PD-gj7ot
@PD-gj7ot 3 күн бұрын
Krishna 🙏🙏🙏
@lilydas2649
@lilydas2649 Күн бұрын
Krishna 🙏🙏🙏
@DipikaDehingia
@DipikaDehingia 3 күн бұрын
Krishna 🙏
iPhone or Chocolate??
00:16
Hungry FAM
Рет қаралды 22 МЛН
The Joker wanted to stand at the front, but unexpectedly was beaten up by Officer Rabbit
00:12
HAH Chaos in the Bathroom 🚽✨ Smart Tools for the Throne 😜
00:49
123 GO! Kevin
Рет қаралды 13 МЛН
SHAPALAQ 6 серия / 3 часть #aminkavitaminka #aminak #aminokka #расулшоу
00:59
Аминка Витаминка
Рет қаралды 895 М.
শৰণ ক'ত আৰু কেনেকৈ লব  @জ্যোতিময়Jyotimoy
55:09
জ্যোতিময় Jyotimoy
Рет қаралды 27 М.
শিলগোসাঁনী থান নলবাৰী@জ্যোতিময়Jyotimoy
50:46
জ্যোতিময় Jyotimoy
Рет қаралды 12 М.
iPhone or Chocolate??
00:16
Hungry FAM
Рет қаралды 22 МЛН