IIT গুৱাহাটীত উদ্যোগীসকলৰ প্ৰশিক্ষণ অনুষ্ঠানত অংশগ্ৰহণ ৰিণিকি ভূঞা শৰ্মা

  Рет қаралды 2,410

News Live

News Live

17 күн бұрын

IIT গুৱাহাটীত উদ্যোগীসকলৰ প্ৰশিক্ষণ অনুষ্ঠান। অনুষ্ঠানত অংশগ্ৰহণ প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টছ প্ৰাইভেট লিমিটেডৰ CMD ৰিণিকি ভূঞা শৰ্মাৰ। ১০খন জিলাৰ ৪০০ প্ৰশিক্ষাৰ্থীয়ে ভাগ লৈছিল এই অনুষ্ঠানত। মাহজোৰা প্ৰশিক্ষণৰ আজি সামৰণি পৰে। প্ৰশিক্ষাৰ্থীসকলৰ সৈতে মতবিনিময় কৰি প্ৰমাণ-পত্ৰ প্ৰদান ৰিণিকি ভূঞা শৰ্মাৰ। IIT গুৱাহাটীৰ উদ্যোগত অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ সহযোগত অনুষ্ঠিত হৈছিল এই কাৰ্যসূচী। অনুষ্ঠানত সহযোগিতা আগবঢ়ায় ষ্টেট বেংক অব ইণ্ডিয়াই
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/

Пікірлер: 1
@santanujaishreeram7582
@santanujaishreeram7582 15 күн бұрын
মামী 😢
Little girl's dream of a giant teddy bear is about to come true #shorts
00:32
- А что в креме? - Это кАкАооо! #КондитерДети
00:24
Телеканал ПЯТНИЦА
Рет қаралды 7 МЛН
Задержи дыхание дольше всех!
00:42
Аришнев
Рет қаралды 2,1 МЛН
Who has won ?? 😀 #shortvideo #lizzyisaeva
00:24
Lizzy Isaeva
Рет қаралды 64 МЛН
Ehiau Feli fanai chungchangah Michelle Varte arawn tawngchhuak e🤐
46:26
Little girl's dream of a giant teddy bear is about to come true #shorts
00:32