Рет қаралды 24,195
এটা ভূমিকম্পৰ পিছতেই ইৰাণৰ কেইবাটাও প্ৰান্তত চকু দিয়া আৰম্ভ কৰিছে আমেৰিকা আৰু ইজৰাইলে। বহুতেই দাবী কৰিছে মৰুভূমিৰ মাজত ইৰাণে পৰীক্ষা কৰিলে পাৰমাণৱিক বোমা। সঁচাকৈয়ে ইৰাণৰ লগত আছে নেকি পাৰমাণৱিক বোমা ? ইজৰাইল আৰু আমেৰিকাত লাগিছে হাহাকাৰ