শিক্ষামন্ত্ৰী হৈ থাকোতে উচ্চ মাধ্যমিক শিক্ষক-শিক্ষয়িত্ৰীৰ সৈতে হিমন্ত বিশ্ব শৰ্মা|himantabiswa sarma

  Рет қаралды 35,452

Assam Tech Ud

Assam Tech Ud

Күн бұрын

Пікірлер: 20
@jayadass2681
@jayadass2681 13 күн бұрын
বহুত ভাল প্ৰশ্ন চাৰ।
@JitenBorah-g9l
@JitenBorah-g9l 9 күн бұрын
শিক্ষামন্ত্ৰীৰ প্ৰশ্ন কৰাৰ দাং দেখিলে এনে লাগে তেওঁ যেন দুয়া তুলসী হে
@entazali8620
@entazali8620 11 күн бұрын
আজি কালি এনেকুৱা শিক্ষক বহুত আছে মামা ।সেই কাৰণে প্ৰাইভেট শিক্ষা লয় ভাল মানুহে মামা ।
@NabinDas-p7i
@NabinDas-p7i 16 күн бұрын
Si vl lagil
@nabingogoi8689
@nabingogoi8689 16 күн бұрын
চিঃ চিঃ এইয়া দক্ষ শিক্ষামন্ত্ৰীৰ নিৰ্লজ কাণ্ড।শিক্ষা শিক্ষক সকলোৰে পদমৰ্যদা শেষ কৰিলে।বাপেকক পাপী বুলি আখ্যা দিয়া জননেতা
@topsgallery4379
@topsgallery4379 7 күн бұрын
Unbelievable speech by CM
@SMedia02
@SMedia02 13 күн бұрын
ছার,আপূনি,বর,ভাল, প্রশ্ন করিছে❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@SMedia02
@SMedia02 13 күн бұрын
❤ছার,আপনার,কথা,শব,ঠিক
@Labdub188
@Labdub188 15 күн бұрын
যাৰ যি পৰকতি মৰিলেও লগত যায় ।
@mohsinahasin8071
@mohsinahasin8071 8 күн бұрын
শিক্ষক জন যেনেধৰনৰ মন্ত্ৰী জনো তেনেধৰণৰ
@AbdurRahimAhmed-qf8zo
@AbdurRahimAhmed-qf8zo 14 күн бұрын
Morning time is right of drink
@mbharali2627
@mbharali2627 11 күн бұрын
পোন্ধৰজনী ছাত্ৰী পোন্ধৰজন শিক্ষক, গতিকে এইবাৰৰ ফলাফল শূণ্য!!!!
@किरण2021
@किरण2021 14 күн бұрын
এজন শিক্ষা মন্ত্ৰীৰ সম্মুখত কথা কবলৈ সকলো মানুহৰে জিভা লৰ চৰ হোৱাটো স্বাভাৱিক... আৰু পাৰিলেও উত্তৰ দিৱলৈ ভয় লগাটো স্বাভাৱিক... কিয়নো চাকৰিটো ঠিকে ৰাখিব জানো শিক্ষা মন্ত্ৰীক মুখে মুখে উত্তৰ দিয়াৰ পিছত... বৰ্তমান সময়ত অসমৰ বিদ্যালয় বোৰৰ অবস্থা নকলেও সকলেও জানে... শ্ৰেণী অনুপাতে শিক্ষক নাই... উন্নত মানৰ শিক্ষা ব্যৱস্থাৰ অভাব... কোনো টকা পইচাৰ অভাব... এতিয়াতো আৰু বেয়া অবস্থা.. মূল্যায়নৰ বাবে বহী যোগান ধৰা নহল.. শিক্ষা বৰ্ষ শেষ... ভূতৰ ওপৰত দানহ পৰাদি গুণোৎসব.. খৰছৰ নামত এটকাও দিয়া নাই বোলে এজন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকে দুখ কৰিছিল... তেন্তে কেনেকৈ পালন কৰিব... উৎসৱ... পৰিচালনা সমিতি বোৰত বিধায়কৰ দালাল বোৰ.. এটকাও নিদিয়ে.. পাৰিলে যি অনুদান আহে তাৰে চান কাঢ়িব হে খোজে.. এনেকৈ জানো অসমৰ শিক্ষা জগতক আগুৱাই কোনে নিব পাৰে... 😂😂😂 মজাৰ কথাটো হল এই বোৰ গুণোৎসবত মাননীয় শিক্ষা মন্ত্ৰী মহাশয়ে যিখন নাটক দেখুৱালে হাঁহোতে হাঁহোতে পেট বিষাই গৈছে... অসমীয়া ভাষাত দুডালকৈ এ কাৰ.... শিক্ষা বিভাগলৈ অনুৰোধ.. নতুন শিক্ষা বৰ্ষত যে এ কাৰ দুডাল সন্নিৱিষ্ট কৰে... নহলে বেচেৰা শিক্ষক বোৰে লৰা ছোৱালী বোৰক কেনেকৈ শিকাব... এয়াই অসমৰ শিক্ষামন্ত্ৰীৰ জ্ঞানৰ নমুনা...
@basantaborgohain5372
@basantaborgohain5372 16 күн бұрын
মানুহক উপলোঙা কৰাত ভাল এইজন,পণ্ডিত।
@trlaskar6683
@trlaskar6683 12 күн бұрын
Deshor 1 number dhni c m
@BidyutChiring-em4if
@BidyutChiring-em4if 4 күн бұрын
Kiman dinor video hoi
@jayadass2681
@jayadass2681 13 күн бұрын
এইয়া মিছা শিক্ষক চাৰ।
@DhrubaBhuyan-f3q
@DhrubaBhuyan-f3q 10 күн бұрын
অভদ্ৰামিৰো সীমা থাকে৷ অসমৰে দুৰ্ভাগ্য!
@trlaskar6683
@trlaskar6683 12 күн бұрын
Kiman toka kamale himu
Chain Game Strong ⛓️
00:21
Anwar Jibawi
Рет қаралды 41 МЛН
Une nouvelle voiture pour Noël 🥹
00:28
Nicocapone
Рет қаралды 9 МЛН
My scorpion was taken away from me 😢
00:55
TyphoonFast 5
Рет қаралды 2,7 МЛН
Chain Game Strong ⛓️
00:21
Anwar Jibawi
Рет қаралды 41 МЛН