KZ
bin
Негізгі бет
Қазірдің өзінде танымал
Тікелей эфир
Ұнаған бейнелер
Қайтадан қараңыз
Жазылымдар
Кіру
Тіркелу
Ең жақсы KZbin
Фильм және анимация
Автокөліктер мен көлік құралдары
Музыка
Үй жануарлары мен аңдар
Спорт
Ойындар
Комедия
Ойын-сауық
Тәжірибелік нұсқаулар және стиль
Ғылым және технология
বোকাখাট জিলা শাখা উত্তৰ মহুৰা আঞ্চলিক @জ্যোতিময়Jyotimoy
59:30
যোৰহাট গায়ন গাওঁ@জ্যোতিময়Jyotimoy
1:23:29
Пилот обманул смерть ракета пролетела рядом с ним #shorts
00:10
Đang ngồi chơi bỗng dưng bể cá vỡ kính, may có CCTV chứng minh sự trong sạch cho cô bé
00:27
Мясо вегана? 🧐 @Whatthefshow
01:01
So Cute 🥰 who is better?
00:15
আইলাহাবি বৰ নামঘৰ।।ভটীয়াপাৰ
Рет қаралды 646,538
Facebook
Twitter
Жүктеу
1
Жазылу 273 М.
জ্যোতিময় Jyotimoy
Күн бұрын
Пікірлер: 1 200
@DilpSaikia-qx6by
11 ай бұрын
সুন্দৰ কথা কৈছে প্ৰাণজিত বাপ জনাই সত্য কথা কৈছে কাৰণ ভগৱান এজন তাকে ৰাইজে ভাগ ভাগকে ভগৱানক পোজাহয় কৃষ্ণ কৃষ্ণ কৃষ্ণ ভগৱান প্ৰভু ঈশ্বৰ কৃষ্ণ ভগৱান নমস্কাৰ।
@debasishboruah8755
Ай бұрын
Kaijon Manan honghorr lidar kla
@junumech7558
Жыл бұрын
,, কৃষ্ণ কৃষ্ণ বাপ সেৱা নিবেদিলে কৃষ্ণ কৃষ্ণ
@SovanaKakaty
Жыл бұрын
কৃষ্ণ কৃষ্ণ। বাপ উত্তৰ সুন্দৰকৈ বুজাই দিয়া বাবে প্রণাম জনাইছো।
@dulalsaikia632
Жыл бұрын
ভাল লাগিছে ভগৱত ৱখা সুনি বাপ জনাৰ পৰা সুন্দৰকৈ জানিব পাৰিলো দৈনবাদ আপুনাৰ শৰনত শেৱা জনালো -
@kanikakalita1813
Жыл бұрын
বাপজনালৈ ভক্তি ভৰা সেৱা জনালো কৃষ্ণ
@sarujandas121
Жыл бұрын
Krishna Baap Parnam 🙏🙏🙏
@ratnachoudhury5679
3 ай бұрын
কৃষ্ণ প্ৰভূ অতি সুন্দৰ ভাগৱত বাখ্যা শ্ৰৱণ কৰি ধন্য মানিছো প্ৰভূ আপোনাৰ শ্ৰী চৰণত সেৱা কৰিছো কৃষ্ণ কৃষ্ণ
@BibekGogoi-i1s
Жыл бұрын
সুন্দৰ তত্ত্ব কথা।। আমি আমাৰ কোনো ধৰ্মকে নিন্দা কৰা নাই। কোনোবাই যদি ভাবিছে যে কাৰোবাৰ ধৰ্ম গ্ৰহণৰ প্ৰতি প্ৰানজিৎ গগৈ বাপে বাধা প্ৰদান কৰিছে তেন্তে সেইটো আপোনালোকে সম্পূৰ্ণ শুদ্ধ হোৱা নাই। কাৰন কাৰো ধৰ্ম গ্ৰহণত তেখেতে বাধা দিব খোজা নাই । আৰু যদি ভাবিছে যে তেওঁ বাধা দিব খুজিছে তেন্তে সোনকালে নিৰপেক্ষ দৃষ্টিভংগীৰে আলোচনা কৰক। কিন্তু কাকো সমালোচনা নকৰিব,কাৰন কাৰোবাক সমালোচনা কৰিলে আপোনাৰ ঈশ্বৰ ভক্তি শূণ্য হৈ পৰিব। ঈশ্বৰৰ এটাই নিৰ্দেশ যে, আমি কাৰোবাক সমালোচনা কৰাৰ আগত দহ বাৰ নিজে নিজক আত্মবিশলেসন কৰিব লাগে। আৰু এইটোৱেই হৈছে ধৰ্মৰ মূল গুৰি। আৰু এই সহিষ্ণুতাৰ ভাবতেই মানুহএজনৰ কোমল আৰু সু সজ্জিত অন্তৰখনি ধৰা পৰে।। কাৰোবাৰ কথাকেইটা যদি ভাল লগা নাই বা আপোনালোকে যদি গ্ৰহন কৰিব পৰা নাই বা আপুনি যদি সম্পূৰ্ণ শুদ্ধ তেতিয়াহলে দিশটো শুদ্ধ কৰিবৰ বাবে তেখেতৰ লগত এবাৰ আলোচনা কৰাৰহে চেষ্টা কৰক। এই গুনটোৱেহে কিন্তু আপোনাক ঈশ্বৰভিমুখী কৰিব, এইটোৱেই নিশ্চিত আৰু ইয়াত কোনো বিভ্ৰান্তি নাই।।। সকলোৱেই ঈশ্বৰভিমুখী হওঁক, তাৰেই কামনাৰে গোবিন্দৰ চৰনত প্ৰাৰ্থনা কৰিছো।।
@ranjitbora8338
Жыл бұрын
সম্পূৰ্ণ শুদ্ধ কথা। আমি আনক সমালোচনা কৰাৰ আগতে নিজক সমালোচনা কৰি চাব লাগে। কৃষ্ণ 🙏
@gautamborboruah3381
3 ай бұрын
মনে মনে গাহৰি নাখাবা বাপ।😂 কনীও খোৱাটো পাপ হেনো এজন বাপে কৈছে।
@pranabdas7121
Ай бұрын
@@gautamborboruah3381 আপুনি দুৰাচাৰী মায়াবী গুৰু ৰাৱণৰ শিষ্য,,,ৰাৱণে লিখিত শিৱ স্তোত্ৰ মন্ত্ৰ মাতি নিজৰ বিপদ চপাই নলৱ.....দৈত্যৰ শিশু প্ৰহ্লাদৰ উপদেশ মানি লওক,,হৰিনাম শ্ৰৱণ কীৰ্ত্তন কৰক, প্ৰাণজিত বাপ আহোম হলেও মাছ মাংস নেখাই, ,, যি দৰে বিভীষণ তেজ খোৱা ৰাক্ষস কূলত জন্ম ললেও বৈষ্ণৱ আছিল,, বৈষ্ণৱ সকলে কোনো জীৱক হিংসা ননকৰে
@phatikchandragogoi7633
Жыл бұрын
গগৈ বাপজনাৰ সুন্দৰ ভাগৱত ব্যাখ্যা শুনি ধন্য হলো । কৃষ্ণ কৃষ্ণ
@entertainment1273
Жыл бұрын
প্ৰভু বাপ্ শাস্ত্ৰ সন্মত যুক্তিতকৈ নিয়ম বোৰ বিজ্ঞান সন্মতভাৱে বিশ্লেষণ আগবঢ়াই শ্ৰেণী বিভক্ত সমাজবোৰক একেখন মঞ্চত সমবেত কৰিব পাৰিলে গুৰুসকলৰ বৃহৎ অসমীয়া জাতি গঠনৰ সপোনক নিশ্চয় বাস্তৱ ৰূপ দিব পাৰা যাব বোধহয়৷ বাপ্ সত্য, ত্ৰেতা, দ্বাপৰ, কলি এই চাৰিটা যুগক আপুনি কেনে ধৰণে চিনাকী কৰি দিব বিচাৰে নাজানো৷ শিশু এগৰাকীয়ে ভাল-বেয়া, শুদ্ধ-অশুদ্ধ নুবুজাৰ লগতে মিছা মাতিব নাজানে৷ শিশুগৰাকী জ্ঞান আহৰণৰ বাবে শিক্ষা গ্ৰহন কৰি থকা সময় খিনিকে সত্য যুগ (সত্য যুগে ধ্যান), শিক্ষা গ্ৰহন শেষ হোৱাৰ পিছত যৌৱনত ভৰি দি যিকোনো কৰ্মত নিয়োজিত হৈ অৰ্থ অৰ্জনত ব্ৰতী হয়৷ অৰ্থাত এইখিনি সময় তেওঁৰ ত্ৰেতা যুগ চলে৷ ত্ৰেতা যুগে যজ্ঞ৷ যজ্ঞ মানে কৰ্ম৷ ইয়াৰ পিছত তেওঁ বিৱাহ পাশত আৱদ্ধ হৈ দ্বাপৰ যুগত ভৰি দি পৰিয়াল পূজনৰ দ্বায়িত্ব লব৷ দ্বাপৰ যুগে পূজা৷ বাৰ্দ্ধক্যজনিত কাৰণত এদিন তেওঁৰ কৰ্ম কৰাৰ শক্তি দেহৰপৰা আতৰি যাব তেতিয়া তেওঁৰ কলি যুগ আৰম্ভ হব৷ তেওঁৰ শৰীৰত তেজৰ চলাচলৰ সক্ৰিয়তা কমি যাব আৰু দেহক বিভিন্ন বেমাৰে আবৰি ধৰিব৷ তেওঁ হৰি নাম ধৰ্মৰ মাধ্যমেৰে হাত চাপৰি বজাই তেজৰ চলাচলৰ সক্ৰিয়তা বৃদ্ধি কৰি বেমাৰ আজাৰৰ পৰা আতৰাই ৰাখিব পাৰিব৷ কলি যুগে হৰি নাম ধৰ্ম৷ চাৰি যুগৰ ওপৰত মোৰ ধাৰণা এয়াই৷ প্ৰকৃতিক আমি কেতিয়াও চাৰিটা ভাগত বিভক্ত কৰিব নোৱাৰো৷ প্ৰকৃতিৰ আয়ুস ৰেখা এডালেই৷ কৃষ্ণ কৃষ্ণ
@chenirambhuyan8116
10 ай бұрын
U
@krishnadutta4592
7 ай бұрын
Hori nam dhaza kori Bed pontha pori hori fure oti pasanda hokal .Hai pasonda hokal buli kak koise ?
@KandarpaKalita-qq5rq
6 ай бұрын
😅
@rabinchandrabhuyan4246
6 ай бұрын
আপোনাৰ কথামতে মানিলে প্ৰহ্লাদ, ধ্ৰুৱ, অষ্ট্রাবক্র, উদ্দালক আদি অনেক শিশুৰ উদাহৰণ বোৰ নাকাৰাত্মক কৰিব লাগিব নেকি ? নতুবা দ্বাপৰ যুগৰ দাম, সুদাম, আৰু উদ্ধৱক অস্বীকাৰ কৰিব লাগিব নেকি .?
@tarulataburagohain3887
6 ай бұрын
😊😊😊😊
@renuchoudhury5044
Жыл бұрын
কৃষ্ণ বাপ বৰ ভাল লাগিল নজকে ধন্য মানিলো কৃষ্ণ
@সৰস্বতীবৰা
Ай бұрын
,🙏🙏🙏🙏🙏🙏🙏 কৃষ্ণ
@parajitasaikia
Жыл бұрын
কৃষ্ণ বাপজনা অতি উত্তম ব্যাখ্যা । কৃষ্ণ কৃষ্ণ হেৱাহে ।।
@dr.purushotamthakur5999
11 ай бұрын
ক্ষমিয়োক মোক চাৰি মহাশিষ্ট। ব্ৰাহ্মণগণ মোৰ মহা ইষ্ট ।। বিপ্র-সেৱা তেসে আমাৰ খ্যাতি। চাণ্ডালকো কৰে প্ৰবিত্ৰ আতি ।।
@air33-ias53
2 ай бұрын
সত্য বছন।
@pranabdas7121
Ай бұрын
প্ৰথম ব্ৰহ্মণ কাক বোলে ,জানিব লাগিব। যি জনে পৰম ব্ৰহ্মক চিনি নেপাই,,তেওঁক ব্ৰহ্মণ নকয়,,ব্ৰহ্মণৰ ঔৰসত জন্ম ললেও তেওঁ ব্ৰহ্মণ নহয়,,উদাহৰণ ৰাৱণ,,তেও পৰমব্ৰহ্ম ৰাম নাৰায়ণক চিনিব পৰা নাছিল,,বিপ্ৰ যি জনে বেদ অধ্যয়ন কৰি জ্ঞানী হয়,, চন্দালকো কৰে প্ৰবিত্ৰ, কৰে তেওঁ যদিহে তেওঁ হৰিনাম কীৰ্ত্তন কৰে
@chinugogoi5411
Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ
@HirodLahon
23 күн бұрын
Krishna ❤ Om nomu bhagawate basudevaio
@hemaprabhasaikia5321
Жыл бұрын
কৃষ্ণ কৃষ্ণ সুন্দৰ ব্যাখ্যা শুনি ভাল লাগিল কৃষ্ণ।
@dipengogoi2598
6 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ ধন্য ধন্য হলো বাপ দুজনাৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ শাস্ত্ৰৰ সন্মতৰ ইমান সুন্দৰ দিয়াৰ বাবে জয় শ্ৰীকৃষ্ণৰ জয়
@nirupamsaikia5403
7 ай бұрын
কৃষ্ণ বাপ। বৈকুণ্ঠৰ কল্পতৰু মহাশাস্ত শ্ৰীমদ্ভাগৱত ভাগীৰ ব্যাখ্যাৰ দ্বাৰাই সুন্দৰকৈ বুজাই দিয়াৰ বাবে বাপ জনালৈ সেৱা জনালোঁ। কৃষ্ণ
@SukhenMoran-s9b
Жыл бұрын
কৃষ্ণ কৃষ্ণ তত্ত্বৰ গধূৰ বাখ্যা শুনি আপোনালৈ ভক্তি সেৱা নিবেদিলো।
@PranabjyotiRay-u9j
Жыл бұрын
কৃষ্ণ শংকৰ গুৰু হৰি ৰাম
@harendranathbaruah6085
Жыл бұрын
কৃষ্ণ কৃষ্ণ সুন্দৰ ব্যাখ্যা ৷প্ৰশ্ন কৰ্তা আৰু ব্যাখ্যা কৰ্তা প্ৰানজিৎ বাপজনালৈ সেৱা ধৰিছো ৷
@karishmasaikia3694
Жыл бұрын
অতি সুন্দৰ প্ৰশ্ৰ আৰু গগৈ বাপ জনাৰ শাস্ত্ৰীয় সন্মত উত্তৰত আমি অতি সুখী হলো কৃষ্ণ 🙏🙏🙏
@harichandrabori8835
Жыл бұрын
সুমধূৰ কৃষ্ণকথা শুনি বৰ ভাল পালো। ইমান ধুনীয়াকৈ বুজাইছে- - - কৃষ্ণ।
@nirusaikia7631
11 ай бұрын
কৃষ্ণ কৃষ্ণ 🙏 🙏 আই বাপ সমস্ত ভক্তি ভৰা সেৱা নিবেদিলো । আপোনাৰ চেনেলৰ যোগেদি ভগৱন্তৰ কথা শ্ৰৱণ কৰি ধন্য হলো প্ৰভু বাপ 🙏 🙏 কৃষ্ণ কৃষ্ণ 🙏 🙏
@paporidutta884
Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ🙏
@bhargavbora4933
Жыл бұрын
বাপ আপোনাৰ কন্ঠ ইমান সুন্দৰ কবলৈ ভাষাই । আৰু আপোনাৰ ভাগৱত বাখ্যা অতি সুন্দৰ হৈছে । কৃষ্ণ কৃষ্ণ প্ৰভু
@RikheswarChutia-n6e
5 ай бұрын
গীতা ভগৱতত একনামৰ মাহাত্মৰ বিষয়েহে কৈছে। আমি যিমান ধৰ্মীয় পুথি অধ্যয়ন কৰিছো সেই সকলোতে একনামৰ বিষয়েহে মানৱ জাতিক নিৰ্দেশ দিছে
@upenbordoloi1164
4 ай бұрын
প্ৰভূ হৰে কৃষ্ণ
@rakhihandique1701
Жыл бұрын
Krishna Bap kowti kowti bar pronam 🙏🙏🙏🙏
@RanjanidasRanjanidas
2 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ
@jadabnath6830
Жыл бұрын
কৃষ্ণ কৃষ্ণ ৰাম ৰাম জয় গুৰু শঙ্কৰ 🙏🙏🙏 বহুত ভাল লাগিল ❤❤❤❤
@সৰস্বতীবৰা
Ай бұрын
অতি অনুপম
@BishmoyHazarika-uq8hl
Жыл бұрын
Tekhetor pithitu je basi asse tar babe raijok namashkar
@bulbultamuli8475
Жыл бұрын
Krishna Krishna Bap🙏🙏🙏🙏
@কৃষ্ণাগগৈ
Жыл бұрын
কৃষ্ণ কৃষ্ণ ইমান সুন্দৰ কৈ বুজাই দিলে ভাল লাগিল শুনি,, আপোনাৰ শ্ৰী চৰণত সেৱা জনালোঁ কৃষ্ণ,,জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ জয় কৃষ্ণ 🙏🙏
@ajitdas6637
3 ай бұрын
যোগ ধৰ্ম জীৱ শ্ৰেষ্ঠ নৰদেহা তৰিবৰ উপায় কৃষ্ণ
@pankajjyotibaruah3686
Жыл бұрын
আপোনাৰ ব্যাখ্যা বোৰ ভাল লাগে শুনি। যন্ত্ৰৰ ব্যাখ্যাটো যি দৰে আপুনি দিছে সেইটো ব্যাখ্যাটো এটা অমূলক ব্যাখ্যা। এনেবোৰ ব্যাখ্যাই আমাৰ মাজত থকা সম্প্ৰীতিত ব্যাঘাত আনিছে। অলপ চিন্তা কৰিব। অৱশ্যে আপোনাৰ দৰে আধ্যাত্মিক চিন্তা চৰ্চা আমাৰ নাই। সীমিত জ্ঞানেৰে কৈছোঁ যে ব্যাখ্যাবোৰ অলপ গঠনমূলক হলে ভাল।
@UrmilaBorah-ck1pd
6 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ সেৱা নিবেদন কৰিছো কৃষ্ণ জয় জগত গূৰু মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে বাপ জনাক ভাগৱতৰ কথা কেইটা কোৱাত তেওঁ নিজৰ কথা বুলি বেয়াকৈ কয় কোৱা বিলাকে একো নাজানে
@LACHIT-w9t
Жыл бұрын
ভক্তি মানুহে নিজৰ মনৰ শান্তি আৰু শক্তিৰ বাবেহে কৰে ৷ দেউ এজনো হ’ব পাৰে আৰু হাজাৰজনো হ’ব পাৰে ৷ মানুহৰ জীৱনশৈলীৰ ওপৰত ভগৱানৰ কোনো প্ৰত্যক্ষ প্ৰভাৱ নাই ৷ সেয়েহে মহাভাৰতৰ যুদ্ধত কৃষ্ণক সখা হিচাপে লৈ অৰ্জুনেহে যুদ্ধত অৱতীৰ্ণ হৈছিল ৷ নহ’লে কৃষ্ণই নিজেই সকলো কৰি পেলালেহেতন ৷ সৰ্বত্ৰত ভগৱানৰ অনুভৱ কৰাজনেহে এক দেউ এক সেউৰ অৰ্থ বুজিব ৷
@rinabora8773
Жыл бұрын
Sundor ati sundor bayakhya Bap janar krishna2
@harichandranath421
Жыл бұрын
কৃষ্ণ 🙏🏼 সুপ্ৰভাত বাপ শ্ৰী চৰণত সেৱা আগবঢ়ায়ছো
@pranabsavapandit1042
Жыл бұрын
Krisna2 pravu bor hundor lagil
@TG-os8og
Жыл бұрын
কৃষ্ণ বাপ সুন্দৰ কৈ বুজাই দিছে।❤❤❤
@jituhazarika4021
Жыл бұрын
Krishna Ram Krishna Ram Bap
@prabinjaihanumansaikia476
Жыл бұрын
Bahut xunder prasnakorta bahut hridoy sui goise❤❤❤
@justinblog5766
Жыл бұрын
বহুত সুন্দৰ বাখ্যা...মন চুই গৈছে
@birenpdas5347
Жыл бұрын
সুন্দৰ বাখ্যা কৰিছে আমাৰ আন্তৰিক সেবা প্রদান কৰিছোঁ যোৰহাট
@khogeswarigogoi1902
Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ সন্ধ্যাৰ ভক্তি ভৰা সেৱা গ্ৰহণ কৰিব কৃষ্ণ
@mixvideo9798
Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ ।
@pramiladeori6928
Жыл бұрын
Krishna bap pronam 🙏🙏🙏🙏🙏🙏
@mborah9182
Жыл бұрын
বেপাৰ ৷বেপাৰীৰ বেপাৰ খন ভাল হৈছে ৷
@shymantakoch1305
Жыл бұрын
Apuna soku joli gaise no
@AkashRobidas-y7w
4 ай бұрын
🙏 KRISHNA 🙏
@ranjanborah8190
Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ, বহুত ভাল লাগিল শুনি শুনি
@rupeswarhazarika3826
Жыл бұрын
Krishno krishno
@prafullaborah4906
Жыл бұрын
পৰৰ ধৰ্মক নিহিংসিবা কদাচিত। কৰিবা ভূতক দায়া সকৰুণ চিত্ত।।..শংকৰদেৱ
@pranabdas7121
Ай бұрын
নিৰ্বোধ জীৱ জন্তুক নিজৰ স্বাৰ্থৰ বাবে বলি দিয়া ধৰ্ম নেকি?
@brojengogoikrisnakrisna7975
Жыл бұрын
Krishna Krishna bap hewa janalu
@dadulborah4961
Жыл бұрын
বাপজন,উগ্ৰ শ্ৰৱা মুনিয়ে ব্যৱহাৰ কৰা অকুলীন শব্দটোৰ অৰ্থ সঠিক ৰূপত ভাঙনি কৰে যেন।
@RatulPhukan-bp3wi
Жыл бұрын
❤
@prabinjaihanumansaikia476
Жыл бұрын
Baap prabhu bhagavan shiv baba chaok nije bikh pran kori baki xakolak amrit pran koraise , xeitu koi dev ru dev mahadev 🪔🌹🌹👏 kaku ninda koribo napai xakalu param pita pram attma santan arjunak biswaroop dexuaute , ganesh shiv adi kori xamasta birajmaan hoi ase , krishna❤❤❤❤
@NabanitaDas-ig1vz
5 ай бұрын
Xosai kotha ami tu kaku ninda nkoru kintu amak kio targeted kore😢
@pranabdas7121
Ай бұрын
আপোনালোকে অধ্যয়ন কৰক। মহাদেৱ বিষ পান কাৰ আদেশত কৰিছিল,,
@GowtomGogoi
6 ай бұрын
কৃষ্ণ🙏🙏🙏
@himashreeborah9114
6 ай бұрын
Bohut val lagil
@DebajitGogoi-b3s
4 ай бұрын
Jay Shri Ram
@pranabbora930
Жыл бұрын
প্ৰাণজিত গগৈ বাপলৈ আমাৰ ভক্তিভৰা সেৱা জনালো।।
@Bablusarmah-dd5yh
Жыл бұрын
Jay.Sree.Ram.jay.Sree.Ram
@pranjoldutta7038
Жыл бұрын
জয় গুৰু শঙ্কৰ 🙏🏿 অতি সুন্দৰ ব্যাখ্যা 👍সেৱা জনালোঁ 🙏🏿🙏🏿
@ranjan1181
Жыл бұрын
ৰাম কৃষ্ণ ৰাম কৃষ্ণ 🙏🙏🙏
@madanchdas5220
Жыл бұрын
গীতা হে উত্তম।
@Dipjyoti-le3ds
Жыл бұрын
😮J
@JaanSonowal-v6j
9 ай бұрын
কৃষ্ণ কৃষ্ণ প্ৰভু জগন্নাথ কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤❤❤❤❤বাপ জন
@jayadass2681
7 ай бұрын
সুন্দৰ বাপ কৃষ্ণ কৃষ্ণ।
@juntiboruah2658
Жыл бұрын
Akas botah xokoiute jn ae Krishna nam Dharma gunjorita hoi thake 🎉👃👃👃
@simantarajsarmahkondoli2911
Жыл бұрын
ধৰ্মৰ নামত অসমীয়া জাতি ভাগ ভাগ কৰাৰ এক সুন্দৰ কৰ্ম প্ৰচেষ্টা ৷
@PONKAJAXOM
Жыл бұрын
সমালোচনা যিমানেই হব সিমানেই ইউটিউব চেনেল GROWTH হব। চব বেপাৰী দাদা।
@bhakatakon
11 ай бұрын
তেখেতে কোনো ভুল কথা কোৱা নাই। যুক্তি দি কৈছে। এয়া ভাগৱতৰ যুক্তি।
@NiranLaskar
2 ай бұрын
Sankardeve sankritor pora asomiya bhaxaloi anu baad Kori nidi sankritat gai thole hoi kunu buji nupuwakoi jene brahmone gai tetiya sankardev sretha hol heten
@bibharanibardolai9986
Жыл бұрын
Sundar, bahut bhal lagil ques, to suni
@dulumoniborah-hu9zk
Жыл бұрын
Krisna krisna 🙏🙏🙏
@devrajdutta5179
6 ай бұрын
কৃষ্ণ বাপ জনালৈ শতকোটি সেৱা জনাইছোঁ।শাস্ত্ৰৰ সিধান্ত সমূহ ইমান সুন্দৰকৈ বুজাই দিয়াত বহুত উপকৃত হ'লো।ৰাম কৃষ্ণ হৰি।🙏🙏🙏ৰীতা দত্ত।
@Rasamit6360
Жыл бұрын
ৰাম ৰাম🙏🙏🙏🙏❤❤❤
@KuhitaSaikia
4 ай бұрын
Jay Shri Krishna
@ankitaborah14
Жыл бұрын
কৃষ্ণ কৃষ্ণ 🙏🙏
@BorunBharali-of4tc
Жыл бұрын
. ভাল লাগিল
@dibyagamingzone9844
Жыл бұрын
কৃষ্ণ আৰু হৰি/নাৰায়ণ/ঈশ্বৰ একেজনাইনে
@dayaramhazarika3492
Жыл бұрын
বৰ সুনদৰ ভাগৱত বাখ্যা আগবঢ়াইছে বাপ জনাই।তেৰাৰ ভাগৱত বাখ্যা শুনি শত সহস্ত্ৰ জনৰ জীৱন ধন্য কৰিছে। কৃষ্ণ কৃষ্ণ।🙏🙏🙏
@creative-dd3zt
Жыл бұрын
Good morning gogoiডাঙৰীয়া আপোনাক ধন্য ধন্য
@priyankaphukan6560
Жыл бұрын
ইমান সুন্দৰ কৈ বাখ্যা কৰি দিয়াৰ বাবে ভক্তি ভৰা সেৱা নিবেদন কৰিলোঁ।🙏🙏🙏🙏
@DhrubaSarma-op5co
Жыл бұрын
প্ৰভু, ঈশ্বৰ,সকল, ভগবানে এক কৰে ভকতে ভাগ কৰে।ভক্ত সকলে ভগবানৰ ভাগ আৰম্ভ কৰিব ধৰিছে। ৰাম ৰাম,।
@dipalikonwar5022
Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ🙏🙏🙏🙏
@dipankaborah3440
Жыл бұрын
Iloilo
@BijoyPawandasBijoyPawandas
5 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏 জয় শ্ৰী কৃষ্ণ 🙏🌻🌾 জয় শ্ৰী ৰাম কৃষ্ণ হৰি নাৰায়ণ 🙏🌹♥️⭐🌻♥️🌾🌺🌷🪷
@nizoraborah2237
Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ জনাৰ সুন্দৰ বাখ্যাই আমাকো কৃতাৰ্থ কৰিলে ।
@jeutimalakar3204
Жыл бұрын
❤❤krishna krishna krishna
@kalpananath3301
Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ সেৱা গ্ৰহণ কৰিব
@nirojdas9707
Жыл бұрын
Krishna Bap krishna
@anjalipathak4964
Жыл бұрын
কৃষ্ণ,জয় গুৰু শংকৰ। পৰীক্ষিত সদৃশ প্ৰশ্ন কৰ্তা যুৱ বাপ গৰাকী লৈ ধন্যবাদ জনায় সেৱা আগবঢ়ালোঁ। আৰু গগৈ বাপ জনাই শাস্ত্ৰৰৰ মাধ্যমেৰে ইমান সুন্দৰ ভাৱে আমাক বুজায় দিলে, তাৰ বাবে বাপ জনালৈ আন্তৰিক শ্ৰদ্ধা আৰু ভক্তি ভৰা সেৱা আগবঢ়ালোঁ 🙏। কৃষ্ণ কৃষ্ণ
@prakritirvlogs1463
Жыл бұрын
Khub Dhunia prosno korise bapjone
@prakritirvlogs1463
Жыл бұрын
Uttoru Bohut besi dhuniakoi dise bikhekhkoi B. A. M. A. Pass Kori udahoron dia karone val lagise
@narensarmah1751
Жыл бұрын
মানব সেৱাই যদি ধৰ্ম হয়,তেনেহলে বামুনিয়া পন্থাৰ মানুহক নিন্দা কিয় কৰে? বামুনিয়া পন্থাৰ মানুহ বিলাক মানব শব্দৰ ভিতৰত নপৰে নেকি? জনামতে শঙ্কৰদেৱৰ দেউতাকে ভগৱান শিৱক পূজা কৰি পুত্ৰ লাভ কৰিছিল বাবে পুতেকৰ নাম শঙ্কৰ ৰাখিছিল। গতিকে বামুনিয়া সমাজে পিতৃ মাতৃৰ আদৰ্শৰে সামাজিক আৰু ধৰ্মীয় কাম কৰি যাব লাগে। কিন্তু আন ধৰ্মৰ নিন্দা কৰিব নালাগে।সভা সমিতি পাতি এটা ধৰ্মৰ মানুহে আন এটা ধৰ্মৰ মানুহক নিন্দা কৰাটোক ধৰ্ম বুলি ক'ব নোৱাৰি।
@জ্যোতিময়Jyotimoy
Жыл бұрын
হয় বাপ কৃষ্ণ
@horenhandique3624
Жыл бұрын
অবিৰক্ত ভকতৰ বেদ লঙ্ঘিবাৰ দোষ। জানিবা ইহাক নিশ্চয়। পৰম বিৰক্ত যিটো। কৃষ্ণৰ ভকত ভৈলা। তাৰ একো নাহিকে নিৰ্ণয়।।
@dhrubabora9184
Жыл бұрын
মই ও নামৰ কিন্তু আপোনা কথাট একমত এটা ধৰ্ময়ে আনটো ধৰ্মক নিন্দা কৰিব নাপায়
@digantanath3121
Жыл бұрын
এই জনাই সদাই বামুনীয়া পন্থাক নিন্দা কৰে আওপকিয়াকৈ. ..
@biswajyootideka8816
Жыл бұрын
Ekdom xosa kotha
@jaanmonidevi9722
Жыл бұрын
Kirshno krishno bapjona .🙏🙏🙏🙏🙏
@dimbeswarkurmi7260
Жыл бұрын
কৃষ্ণ কৃষ্ণ
@daisyrabha2343
Жыл бұрын
Krishna Krishna🙏🙏 prabhu bhakti bhara sewa janaisu🙏🙏 krishna🙏🙏🙏🙏
@rupalidutta4817
Жыл бұрын
একদম সচা আমাক বহুত ঘৃণা কৰে, বৰ সুন্দৰ প্ৰশ্ন ,
@kulinpegu-uy5is
10 ай бұрын
Nr😊😂
@pranabdas7121
Ай бұрын
আপোনা সৱে পৰম ব্ৰহ্মক সেৱা নকৰে,,দেৱতা,ঈশ্বৰ, পৰমেশ্বৰৰ ,পাৰ্থক্য নেজানে,,
@ghanak.hazarika7203
3 ай бұрын
কৃষ্ণ কৃষ্ণ
@sailagogoi940
Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ ব্যাখ্যা শুনি বৰ ভাল লাগিল কৃষ্ণ ।
@mintugogoi6588
4 ай бұрын
Krishna Krishna Krishna Krishna Krishna Krishna
@protibhagogoi3738
Жыл бұрын
বৰ তত্ত্বগধূৰ ব্যাখ্যা ডাঙি ধৰিলে শুনি উপকৃত হলো।কৃষ্ণ কৃষ্ণ,
@JaanKakati-qe6vc
8 ай бұрын
😂😂eeeee
@ritugogoi5295
Жыл бұрын
Bohut vall hoisa krishna
@sarbanandadas4111
Жыл бұрын
কৃষ্ণ বাপ কৃষ্ণ। সেৱা ধৰিলো বাপ।বৰ সুন্দৰ সুন্দৰ আৰু ভাগৱতৰ তত্ব। প্ৰকাশ কৰিলে যাৰ দ্বাৰা সমাজৰ অধিকাংশ লোকৰ মনৰ আশুৱা সমূহ দূৰ কৰিলে বাপ। বহুত বহুত ধন্যবাদ বাপ ।
59:30
বোকাখাট জিলা শাখা উত্তৰ মহুৰা আঞ্চলিক @জ্যোতিময়Jyotimoy
জ্যোতিময় Jyotimoy
Рет қаралды 9 М.
1:23:29
যোৰহাট গায়ন গাওঁ@জ্যোতিময়Jyotimoy
জ্যোতিময় Jyotimoy
Рет қаралды 163 М.
00:10
Пилот обманул смерть ракета пролетела рядом с ним #shorts
ТАЙНА НЛО
Рет қаралды 5 МЛН
00:27
Đang ngồi chơi bỗng dưng bể cá vỡ kính, may có CCTV chứng minh sự trong sạch cho cô bé
Tiin_vn - Viettel Media
Рет қаралды 28 МЛН
01:01
Мясо вегана? 🧐 @Whatthefshow
История одного вокалиста
Рет қаралды 7 МЛН
00:15
So Cute 🥰 who is better?
dednahype
Рет қаралды 19 МЛН
20:06
আমি কেনেকৈ ধন টকা পইচা খৰছ কৰিব লাগে||Jagat bania bap||bhagwat byakha||@Muruli1234
Muruli(মুৰুলী)
Рет қаралды 151 М.
1:05:28
মুনিন দত্ত ও পৰিয়াল বৰ্গ||চাবুৱা||@জ্যোতিময়Jyotimoy
জ্যোতিময় Jyotimoy
Рет қаралды 476 М.
1:55:24
কয়াকুছী নলবাৰী ছত্ৰিশ কলিতা বাসগৃহ @জ্যোতিময়Jyotimoy
জ্যোতিময় Jyotimoy
Рет қаралды 80 М.
1:32:41
ভাগৱত পাঠ ও ব্যাখ্যা | ব্যাখ্যাকাৰ- জগত বনিয়া বাপ | Bhagwat Bakhya | Jagat Bania | দেওতোলা
Kalindee Bhomora
Рет қаралды 133 М.
1:01:46
বৰগাঁও||নকছাৰি||Bhagwat||অনিল তাঁতী@শশীবৰাআধ্যাত্মিক
Sashi Borah আধ্যাত্মিক
Рет қаралды 209 М.
28:50
আত্মাৰ ভাগ দুটা কি কি ? | জগত বণিয়া ভাগৱত ব্যাখ্যা | Jagat Bania Kamrup Khetri Bhagawat Path-Bakhya
Culture of Assam
Рет қаралды 54 М.
20:04
এনে কাম আৰু কেতিয়াও নকৰিব ! ভাগৱত জ্ঞান Pranjit Gogoi !
SK JUBAHOMAJ🙏
Рет қаралды 30 М.
1:03:14
খণ্ড ১ || মায়া কি || ভগৱন্তক পাবলৈ কোনে কাক ত্যাগ কৰিছিল || ব্যাখ্যাকাৰ চন্দন কোঁৱৰ || @chandon
ভক্তিৰ সাগৰ Bhaktir Sagor
Рет қаралды 107 М.
1:20:51
ভাগৱত||কামৰূপ||বঙৰা||Pranjit@জ্যোতিময়Jyotimoy
জ্যোতিময় Jyotimoy
Рет қаралды 356 М.
1:03:53
নগাঁও ||মাধৱগুৰু জনাই শংকৰ গুৰুজনাৰ শ্ৰাদ্ধ তিথি কিয় পাতিলে
জ্যোতিময় Jyotimoy
Рет қаралды 145 М.
00:10
Пилот обманул смерть ракета пролетела рядом с ним #shorts
ТАЙНА НЛО
Рет қаралды 5 МЛН