আইলাহাবি বৰ নামঘৰ।।ভটীয়াপাৰ

  Рет қаралды 576,499

জ্যোতিময় Jyotimoy

জ্যোতিময় Jyotimoy

Күн бұрын

#pranjitgogoi #ভাগৱতপাঠ #pranjalprotimborah #bhagawatpath

Пікірлер: 1 100
@pranabnath3362
@pranabnath3362 Жыл бұрын
ধূপ, ধূনা, বন্তি, নৈবদ্য সৰাই আগুৱাই দিয়া পদ্ধতিক কি বুলি কোৱা হয়? তাৰ পাছত পাঠ, নাম আদি কিয় কৰা হয়? দ্বাপৰ যুগত যদি পূজা প্ৰভূ কৃষ্ণই যুধিষ্ঠিৰৰ দ্বাৰা অশ্বমেধ যজ্ঞ কিয় কৰাইছিল?
@yogipinkukumarnath1895
@yogipinkukumarnath1895 Жыл бұрын
বহুবাৰ আপোনাৰ ভিডিঅ 'চাই এটা কথা স্পষ্ট হৈছো যে আপুনি অন্য পন্থাক বহুত বেয়াকৈ সমালোচনা কৰে । আপোনাৰ এই অহংকাৰ পটন হ'ব ভগবানৰ কৃপাত ।
@dhrubajyotisarmah6733
@dhrubajyotisarmah6733 Жыл бұрын
Si eta gojomurkha
@nirjurajgogoi319
@nirjurajgogoi319 Ай бұрын
প্ৰানজিত গগৈক অনাশঙকৰী সকলে বেছিকৈ নিমন্ত্ৰণ কৰা দেখা যায় কিয় ?
@ratnachoudhury5679
@ratnachoudhury5679 2 күн бұрын
কৃষ্ণ প্ৰভূ অতি সুন্দৰ ভাগৱত বাখ্যা শ্ৰৱণ কৰি ধন্য মানিছো প্ৰভূ আপোনাৰ শ্ৰী চৰণত সেৱা কৰিছো কৃষ্ণ কৃষ্ণ
@sanjibborboruah
@sanjibborboruah Жыл бұрын
বাপজনালৈ নমস্কাৰ।আমিও বামুণীয়া পন্থাৰে এজন নিঃকিন সেৱক।প্ৰথম কথা হ'ল বামুণীয়া নহয় ব্ৰাক্ষ্মণীয়া।আৰু যে কৈছে যন্ত্ৰ বুলি এই যন্ত্ৰবিধ দেৱতাৰ প্ৰতীক চিহ্ন বুলিহে আমি অধ্যয়ন কৰি পাইছো।কাৰোবাৰ ঈশ্বৰ উপাসনা কৰা মংগল ধ্বনি কৰা ঘণ্টাভাগিক টিলিঙা বা যন্ত্ৰ বুলি নকৰিব।টিলিঙা চাইকেলতহে থাকে।তাল আৰু ঘণ্টাৰ মাজত বিশেষ পাৰ্থক্য নাই দুয়োবিধ ঈশ্বৰৰ উপাসনাতেই ব্যৱহাৰ হয়।আমি জনাত শংকৰদেৱৰ আইতাক খেৰসুতিৰ আদ্যশ্ৰাদ্ধই হৈছিল মানে পিণ্ডাদি কৰ্মই হৈছিল তাৰ প্ৰমান বৰদোৱা সত্ৰত থকা আদ্যশ্ৰাদ্ধৰ পুথিভাগ।মই মোৰ মনৰ ভাবহে দাঙি ধৰিলো।অপৰাধ ক্ষমা কৰিৱ।কৃষ্ণ।
@probinkumarboruah8192
@probinkumarboruah8192 Жыл бұрын
বাব জনাৰ কিছু পৰিমাণে মানসিক চাপৰ ভুগিছে বাবে আবোল তাবোল বলিকিছে | নহলে ব্ৰাহ্মণ সম্প্ৰদায়ক ঊগ্ৰ তথা নিষ্ঠুৰ ভাৱে নকয় |
@DehiramKachari
@DehiramKachari 5 ай бұрын
😊😅😊❤
@CRCC-nv2fj
@CRCC-nv2fj 3 ай бұрын
পৰ নিন্দাই তেওঁলোকৰ ধৰ্ম।
@ritomnayan
@ritomnayan 2 ай бұрын
Brahmonia ponthak ninda nokoribo?
@sumitrasaikia8388
@sumitrasaikia8388 Ай бұрын
Krishna Krishna
@riturajgogoi1075
@riturajgogoi1075 Жыл бұрын
আমি ভাগৱত পাঠ কৰা প্ৰসাদ খাও , কিন্তু তেওঁ লোকে আমাৰ মাহ প্ৰসাদ কেতিয়াও নাখায় । এতিয়া কথা হল আমি জানো ঈশ্বৰৰ নাম নলৈ শনিৰ নাম লওঁ নেকি ?
@jatindas5169
@jatindas5169 Жыл бұрын
Absulately right sir.
@susmitathakuria8291
@susmitathakuria8291 Жыл бұрын
Shree Krishna, Shankar dev,Madhab dev okol ki Shankari dhormo r krne neki?amiu to manu teu lukok.
@gogoisurajit044
@gogoisurajit044 Жыл бұрын
Apunaluke buji bole sesta nokora babe monot ene prosno udoi hoi.
@dhrubajyotisarmah6733
@dhrubajyotisarmah6733 Жыл бұрын
​@@gogoisurajit044ki baperor murto bokich0 pagol ...adhormi
@mridusmitasaikia83
@mridusmitasaikia83 Жыл бұрын
ভাগৱত পাঠ কৰা লগতে যে কিছুমান কৰ্ম কাণ্ড কৰে সেই খিনি হে কথা হে কৈছে তেওঁ,,,সেই খিনি ৰ কি মহত্ব আছে,,যদি নাম এই শুদ্ধ কৰে,,,, কৃষ্ণ 🙏🏻🙏🏻
@KK-5x
@KK-5x 2 ай бұрын
Har Har Shiv Shambhu Jai Shree Krishna Jai Mata Di
@ChandraHaloi-q4u
@ChandraHaloi-q4u 9 ай бұрын
Krishna Krishna Bap
@narensarmah1751
@narensarmah1751 Жыл бұрын
মানব সেৱাই যদি ধৰ্ম হয়,তেনেহলে বামুনিয়া পন্থাৰ মানুহক নিন্দা কিয় কৰে? বামুনিয়া পন্থাৰ মানুহ বিলাক মানব শব্দৰ ভিতৰত নপৰে নেকি? জনামতে শঙ্কৰদেৱৰ দেউতাকে ভগৱান শিৱক পূজা কৰি পুত্ৰ লাভ কৰিছিল বাবে পুতেকৰ নাম শঙ্কৰ ৰাখিছিল। গতিকে বামুনিয়া সমাজে পিতৃ মাতৃৰ আদৰ্শৰে সামাজিক আৰু ধৰ্মীয় কাম কৰি যাব লাগে। কিন্তু আন ধৰ্মৰ নিন্দা কৰিব নালাগে।সভা সমিতি পাতি এটা ধৰ্মৰ মানুহে আন এটা ধৰ্মৰ মানুহক নিন্দা কৰাটোক ধৰ্ম বুলি ক'ব নোৱাৰি।
@জ্যোতিময়Jyotimoy
@জ্যোতিময়Jyotimoy Жыл бұрын
হয় বাপ কৃষ্ণ
@horenhandique3624
@horenhandique3624 Жыл бұрын
অবিৰক্ত ভকতৰ বেদ লঙ্ঘিবাৰ দোষ। জানিবা ইহাক নিশ্চয়। পৰম বিৰক্ত যিটো। কৃষ্ণৰ ভকত ভৈলা। তাৰ একো নাহিকে নিৰ্ণয়।।
@dhrubabora9184
@dhrubabora9184 Жыл бұрын
মই ও নামৰ কিন্তু আপোনা কথাট একমত এটা ধৰ্ময়ে আনটো ধৰ্মক নিন্দা কৰিব নাপায়
@digantanath3121
@digantanath3121 Жыл бұрын
এই জনাই সদাই বামুনীয়া পন্থাক নিন্দা কৰে আওপকিয়াকৈ. ..
@biswajyootideka8816
@biswajyootideka8816 Жыл бұрын
Ekdom xosa kotha
@jibonchetia4157
@jibonchetia4157 Ай бұрын
কৃষ্ণ ৰাম নাৰায়ণ হৰি বিষ্ণু
@sumitradeka3599
@sumitradeka3599 9 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏
@KamalaBaishaya-us6io
@KamalaBaishaya-us6io 5 ай бұрын
Krishna krishna
@dr.purushotamthakur5999
@dr.purushotamthakur5999 8 ай бұрын
ক্ষমিয়োক মোক চাৰি মহাশিষ্ট। ব্ৰাহ্মণগণ মোৰ মহা ইষ্ট ।। বিপ্র-সেৱা তেসে আমাৰ খ্যাতি। চাণ্ডালকো কৰে প্ৰবিত্ৰ আতি ।।
@bhanudutta2490
@bhanudutta2490 8 ай бұрын
Very very good
@bitulkonwar1099
@bitulkonwar1099 Жыл бұрын
প্ৰথমতে এই অধমে গগৈ বাপজনাৰ চৰণত সেৱা নিবেদন কৰি কেইটামান প্ৰশ্নৰ উওৰ বিচাৰি সেৱা আগবঢ়ালোঁ। নিশ্চয় অকপতে আমাক জনাব বুলি আশাৰে.....বামুণীয়া পণঠাৰে চলা আমাৰ আজো ককা,, আৰু ককাদেউতা সকলে বাৰু নৰকলৈ গতি কৰা আপোনাসৱে দেখা পাইছিল নেকি..? আৰু তিলিঙা যুকাৰী যুকাৰী ভক্তি কৰা কথাষাৰ এটা জাতিক অপমান কৰাটোকে বুজোৱা নাই নে বাৰু..? বামুণীয়া মতে চলা লোকসকলে আপোনাক কিবা অসুবিধাত পেলাইছে জানো,,?মানৱ সেৱাই যদি শ্ৰেষ্ঠ ধৰ্ম হয়,, তেনেহলে আপুনি ব্ৰাহ্মন বোলা সকল মানৱ জাতি বুলি জানে নে নাজানে..? আপোনাক দেখাত খুব বেছি ৩০/৩৫ বছৰীয়া লোক যেন লাগে,, কিন্তু ১০০ বছৰ বয়স হোৱা সকলে আজি অতদিনে ভকতি কৰি অহা বিলাক কি মিছাহে আছিল নেকি,,?? এটা উদাহৰণ দিও বেয়া নাপাব। আমি চাৰিজন ধৰি লওক শিৱসাগৰ যাম।দুজনে জয়সাগৰ ফালেদি যাব। আৰু এজনে GGS চাৰিআলি ফালে যাব। আৰু এজনে প্ৰগতি হৈ যাব। কিন্তু চাৰিজনৰ লক্ষ্য এটাই,ঠিক সেইমতে গৈ শিৱসাগৰ টাউন নাপায় আন ঠাইত পাবলৈ জানো,, গতিকে নিজৰ সমাজখনক ভালদৰে চলাই আনক নাহাহি একমনএ ভকতি কৰক ,,youtuber ত ভক্তি তত্ত্ব যি মন যায় তাকে গায় ভিওজ বঢ়াই টকা ঘটাৰ মজা ভগৱন্তপুৰুষে সময় হ'লে নিশ্চয় দিব এইটো সম্পূৰ্ণ ধুৰুপ। বাহুলয় হ'লে ক্ষমাদান কৰিব বুলি আশা ৰাখিলোঁ।🙏🙏🙏
@জ্যোতিময়Jyotimoy
@জ্যোতিময়Jyotimoy Жыл бұрын
কৃষ্ণ বাপ ফোন এটা কৰিব ,নিশ্চয় জনোৱা হব।
@bitulkonwar1099
@bitulkonwar1099 Жыл бұрын
​@@জ্যোতিময়Jyotimoyফোন যোগে জনালে মাথোঁ মইহে জানিম।সমাজখনৰ ৰাইজেও জনাকৈ comment ত জনালে সুখী হলোহেতেন কৃষ্ণ কৃষ্ণ 🙏🙏
@ADRE2.Preparation
@ADRE2.Preparation 8 ай бұрын
আপুনি একদম ঠিক প্ৰশ্ন কৰিলে।
@upenbordoloi1164
@upenbordoloi1164 29 күн бұрын
প্ৰভূ আপুনি যি প্ৰশ্ন কৰিছে সেই প্ৰশ্নৰ উত্তৰ তেওঁ দিব নোৱাৰে । কাৰন টিলিঙাই হওঁক বা শঙ্খই হওঁক তাৰ তত্ব তেওঁলোকে নেজানে। গতিকে নজনা কথা এটা কেনেকৈ কব ? এখন দুখন শাস্ত্ৰ অধ্যয়ন কৰি কেতিয়াওঁ সম্পূৰ্ণকৈ গ্যান প্ৰাপ্তি কৰিব নুৱাৰে।
@JaanSonowal-v6j
@JaanSonowal-v6j 6 ай бұрын
কৃষ্ণ কৃষ্ণ প্ৰভু জগন্নাথ কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤❤❤❤❤বাপ জন
@hemantanath5556
@hemantanath5556 Жыл бұрын
শিপা এৰিব নাপায় । পূৰ্বতে সেই সকলো বামুণ পন্থীয়েই আছিল । পৰৱৰ্তীকালত বিভিন্ন কাৰণত সেয়া অৰ্থনৈতিক কাৰণেই হওক বা সামাজিক কাৰণতেই হওক ৰাজনৈতিক নেতাৰ দৰে দল বাগৰা পদ্ধতিৰে কিছুলোকে নিজকে বিজ্ঞ ধাৰ্মিক পুৰুষ হিচাবে প্ৰতিষ্ঠা কৰি জীৱিকাৰ উপায় হিচাবে ন ন পন্থাৰ জন্ম দিয়ে । ইয়াত ধৰ্ম বুলিবলৈ একো নাই । প্ৰতিটো পন্থাতেই বিত্তীয় কেলেংকাৰীয়ে প্ৰকৃত স্বৰূপ ইতিমধ্যেই সময়ে সময়ে উদঙাই দিয়ে ।
@RajkumarSarma-hn5fy
@RajkumarSarma-hn5fy 3 ай бұрын
Val
@rabinchandrabhuyan4246
@rabinchandrabhuyan4246 3 ай бұрын
আপুনি এল পি স্কুলৰ ধাৰাপাঠতে সোমাই আছে নেকি ?
@dipachoudhury3947
@dipachoudhury3947 6 ай бұрын
ভাল কথা কৈছে
@krishnakakaty2624
@krishnakakaty2624 Жыл бұрын
Ami. Bamuniya. Aru. Hoi. Thakiom.
@mintugogoi6588
@mintugogoi6588 Ай бұрын
Krishna Krishna Krishna Krishna Krishna Krishna
@entertainment1273
@entertainment1273 Жыл бұрын
প্ৰভু বাপ্‌ শাস্ত্ৰ সন্মত যুক্তিতকৈ নিয়ম বোৰ বিজ্ঞান সন্মতভাৱে বিশ্লেষণ আগবঢ়াই শ্ৰেণী বিভক্ত সমাজবোৰক একেখন মঞ্চত সমবেত কৰিব পাৰিলে গুৰুসকলৰ বৃহৎ অসমীয়া জাতি গঠনৰ সপোনক নিশ্চয় বাস্তৱ ৰূপ দিব পাৰা যাব বোধহয়৷ বাপ্‌ সত্য, ত্ৰেতা, দ্বাপৰ, কলি এই চাৰিটা যুগক আপুনি কেনে ধৰণে চিনাকী কৰি দিব বিচাৰে নাজানো৷ শিশু এগৰাকীয়ে ভাল-বেয়া, শুদ্ধ-অশুদ্ধ নুবুজাৰ লগতে মিছা মাতিব নাজানে৷ শিশুগৰাকী জ্ঞান আহৰণৰ বাবে শিক্ষা গ্ৰহন কৰি থকা সময় খিনিকে সত্য যুগ (সত্য যুগে ধ্যান), শিক্ষা গ্ৰহন শেষ হোৱাৰ পিছত যৌৱনত ভৰি দি যিকোনো কৰ্মত নিয়োজিত হৈ অৰ্থ অৰ্জনত ব্ৰতী হয়৷ অৰ্থাত এইখিনি সময় তেওঁৰ ত্ৰেতা যুগ চলে৷ ত্ৰেতা যুগে যজ্ঞ৷ যজ্ঞ মানে কৰ্ম৷ ইয়াৰ পিছত তেওঁ বিৱাহ পাশত আৱদ্ধ হৈ দ্বাপৰ যুগত ভৰি দি পৰিয়াল পূজনৰ দ্বায়িত্ব লব৷ দ্বাপৰ যুগে পূজা৷ বাৰ্দ্ধক্যজনিত কাৰণত এদিন তেওঁৰ কৰ্ম কৰাৰ শক্তি দেহৰপৰা আতৰি যাব তেতিয়া তেওঁৰ কলি যুগ আৰম্ভ হব৷ তেওঁৰ শৰীৰত তেজৰ চলাচলৰ সক্ৰিয়তা কমি যাব আৰু দেহক বিভিন্ন বেমাৰে আবৰি ধৰিব৷ তেওঁ হৰি নাম ধৰ্মৰ মাধ্যমেৰে হাত চাপৰি বজাই তেজৰ চলাচলৰ সক্ৰিয়তা বৃদ্ধি কৰি বেমাৰ আজাৰৰ পৰা আতৰাই ৰাখিব পাৰিব৷ কলি যুগে হৰি নাম ধৰ্ম৷ চাৰি যুগৰ ওপৰত মোৰ ধাৰণা এয়াই৷ প্ৰকৃতিক আমি কেতিয়াও চাৰিটা ভাগত বিভক্ত কৰিব নোৱাৰো৷ প্ৰকৃতিৰ আয়ুস ৰেখা এডালেই৷ কৃষ্ণ কৃষ্ণ
@chenirambhuyan8116
@chenirambhuyan8116 7 ай бұрын
U
@krishnadutta4592
@krishnadutta4592 4 ай бұрын
Hori nam dhaza kori Bed pontha pori hori fure oti pasanda hokal .Hai pasonda hokal buli kak koise ?
@KandarpaKalita-qq5rq
@KandarpaKalita-qq5rq 3 ай бұрын
😅
@rabinchandrabhuyan4246
@rabinchandrabhuyan4246 3 ай бұрын
আপোনাৰ কথামতে মানিলে প্ৰহ্লাদ, ধ্ৰুৱ, অষ্ট্রাবক্র, উদ্দালক আদি অনেক শিশুৰ উদাহৰণ বোৰ নাকাৰাত্মক কৰিব লাগিব নেকি ? নতুবা দ্বাপৰ যুগৰ দাম, সুদাম, আৰু উদ্ধৱক অস্বীকাৰ কৰিব লাগিব নেকি .?
@tarulataburagohain3887
@tarulataburagohain3887 2 ай бұрын
😊😊😊😊
@mirachutiabora56
@mirachutiabora56 Жыл бұрын
Krishnakrjdna
@diapksharma851
@diapksharma851 Жыл бұрын
Ketiya manuhe micha mate jane😮
@manabjyotidas6756
@manabjyotidas6756 9 ай бұрын
Krishna Krishna 🙏 from Hyderabad Bap
@mymusic7046
@mymusic7046 Жыл бұрын
এই জন হল you tuber. বামুনিয়াই যিয়েই নকৰক । তোক কিবা ক্ষতি কৰিছে নেকি বামুনিয়াই। নিজৰ সমাজ খন ভাল মতে ৰাখক।
@shymantakoch1305
@shymantakoch1305 Жыл бұрын
Sup thak toi
@dhrubajyotisarmah6733
@dhrubajyotisarmah6733 Жыл бұрын
​@@shymantakoch1305kio oi
@abhigyanborahanuhazarika167
@abhigyanborahanuhazarika167 Жыл бұрын
Krishna🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@NipenHazarika-p3e
@NipenHazarika-p3e Жыл бұрын
মোৰ এটা প্ৰশ্ন আছে,,,গুৰু দুজনাৰ ক্ৰিয়া কৰ্ম কি পদ্ধতি ৰে কৰা হৈছিল আৰু শংকৰ সংঘৰ প্ৰতিষ্ঠা,কেতিয়া, ক'ত আৰু কিয় প্ৰতিষ্ঠা কৰিব লগা হল, অনুগ্ৰহ কৰি জনাবচোন। নাজানো বাবে জানিব বিচাৰিছোঁ, ভূল হৈছে যদি আমি বাপ জনাৰ ওচৰত ক্ষমা-ভিক্ষা মাগিলো
@dadudas3884
@dadudas3884 Жыл бұрын
Hoi kotha khar muru janib mn aasy
@pramiladeori6928
@pramiladeori6928 Жыл бұрын
Krishna bap pronam 🙏🙏🙏🙏🙏🙏
@dimbeswarkurmi7260
@dimbeswarkurmi7260 Жыл бұрын
কৃষ্ণ কৃষ্ণ
@jayharidas6150
@jayharidas6150 Жыл бұрын
Very nice discussion about Bhaagbat Baap
@UpenKalita-z6y
@UpenKalita-z6y Жыл бұрын
নাম প্ৰসংগ কৰোঁতে কিয় তাল আৰু নাগাৰা বজাই সেই বিলাক যন্ত্ৰ নহয়নে
@protivadas3486
@protivadas3486 Жыл бұрын
অকল মাত্ৰ বামুণজনে বজোৱা টিলিঙাটোহে যন্ত্ৰ হ'ল নেকি
@satyabratdevnath5085
@satyabratdevnath5085 3 ай бұрын
right
@RajuBorah-z1j
@RajuBorah-z1j Жыл бұрын
Gob is good
@barshasarma2541
@barshasarma2541 Жыл бұрын
স্বয়ং কৃষ্ণই বেদ ব্যৱস্থাৰে শ্ৰাদ্ধ পিণ্ড কৰিছে, গতিকে কৃষ্ণ ভক্তই বেদ ব্যৱস্থা মানিবই।
@TaruHazarika-gn5cj
@TaruHazarika-gn5cj 4 ай бұрын
Krishna
@upenbordoloi1164
@upenbordoloi1164 29 күн бұрын
এই ভকত সকলে ভগৱান কৃষ্ণক ভাল পায়, কৃষ্ণৰ নাম লয় । কিন্তু ভগৱান কৃষ্ণৰ আদেশ নামানে । ইয়াকে কয় নামৰ বলত পাপৰ বুদ্ধি
@prabhatdas9110
@prabhatdas9110 Жыл бұрын
Bhal lagi che Ndia WB
@rewatideka7020
@rewatideka7020 Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ 🙏 বৰ ভাল লাগিল
@pranabsavapandit1042
@pranabsavapandit1042 Жыл бұрын
Krisna2 pravu bor hundor lagil
@sanjibmixer5354
@sanjibmixer5354 Жыл бұрын
সাত পুৰুষে যি নিয়ম কৰি গৈছে আমি তাকেই কৰিম,,,,,নহলে এতিয়াও Tv ত কিয় বামুনিয় বিয়া দেখাই।
@BhaskarBoruah-d5d
@BhaskarBoruah-d5d 9 ай бұрын
🙏🙏🙏🙏🙏
@freshfarmer4709
@freshfarmer4709 Жыл бұрын
From sanjib sarmah প্ৰশ্ন উত্তৰ চুকত বহি নহৈ বাহিৰত ওলাই আহি সনাতন ধৰ্মৰ বিদ্বান লোকক কৰক কিমান জানে নিজে গম পাব। বহুত কথা শিকিব বাকী আছে আপোনালোকৰ । বেদ পুৰাণ আদি ভালকৈ অধ্যয়ণ কৰক। নিজে বুজি পাব। JAI MAHAKAL, JAI HANUMAN, JAI SHREE RAM
@ধেৎতেৰি07
@ধেৎতেৰি07 Жыл бұрын
জয় শ্ৰী ৰাম জয় মহাকাল🙏
@freshfarmer4709
@freshfarmer4709 Жыл бұрын
@@ধেৎতেৰি07jai shree ram.
@dadudas3884
@dadudas3884 Жыл бұрын
Jai bajrangbali
@freshfarmer4709
@freshfarmer4709 Жыл бұрын
@@dadudas3884 jai shree ram, jai bajrangbali
@harichandrabori8835
@harichandrabori8835 Жыл бұрын
সুমধূৰ কৃষ্ণকথা শুনি বৰ ভাল পালো। ইমান ধুনীয়াকৈ বুজাইছে- - - কৃষ্ণ।
@pulinsharma8826
@pulinsharma8826 2 ай бұрын
সংঘৰ বাপ সকলে ব্ৰাহ্মণ সকলক পাকে প্ৰকাৰে টানি আনি বদসমালোচনা নকৰালৈকে তেওলোকৰ সংঘ সকলো দিশতে যেন আধাৰোৱা হব অনুমান হয়।
@BijoyPawandasBijoyPawandas
@BijoyPawandasBijoyPawandas 2 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏 জয় শ্ৰী কৃষ্ণ 🙏🌻🌾 জয় শ্ৰী ৰাম কৃষ্ণ হৰি নাৰায়ণ 🙏🌹♥️⭐🌻♥️🌾🌺🌷🪷
@prabinjaihanumansaikia476
@prabinjaihanumansaikia476 Жыл бұрын
Mane ki bujai apuni veda ved kora nai buli , aji mahabhagovate koise kolit koibrata pradhan , kahanio nuhuwa nupuja bakkhaya eta danggi dharise, tatiya hole srimanta sankar deve shantijaan banddha sati radhika kotha kiyo nakoy , tar mane apunaku krishna grahan kora nai ,karon aponi pokhya pathi .😮
@LALITDEKA-y8t
@LALITDEKA-y8t 2 ай бұрын
Krishna 🪔🕉️🛐
@kantikachari7996
@kantikachari7996 Жыл бұрын
🙏 বামুনৰ টিলিঙাটোহে কেৱল যন্ত্র নেকি? বাকি তাল, খোল, নেগেৰা, ডবা, ইত্যাদি বোৰ তেনে কি বুলি কয় বাপ জন?
@papuchutia8322
@papuchutia8322 Жыл бұрын
আপোনি ভাল কথা শুধিছে বামুণৰ তিলিঙাতো যন্ত্ৰ হয় যদি বাকি তাল খুল দবা এইবোৰক কি বুলি কব আমাৰ ভাৰত খন হল ধৰম প্ৰধান দেশ এতিয়া অসমক বছাবলৈ শংকৰদেৱে এই ধৰম দিলে বামুণীয়া ধৰম বেয়া বুলি কলে বাকি ভাৰতত বাকি মানুহ কোনে কব সকলোতে বামুণীয়া তেওলোকে বেয়াকৈ মৰিছে নেকি
@gogoisurajit044
@gogoisurajit044 Жыл бұрын
কাক কৈছে সম্পুণ বাক্য শাৰী ভাৱক
@KripanandaNath-s9y
@KripanandaNath-s9y 3 ай бұрын
ভগৱান ভগৱান ভগৱান ভগৱান ভগৱান ভগৱান ভগৱান ঈশ্বৰ ঈশ্বৰ ঈশ্বৰ ঈশ্বৰ ঈশ্বৰ ঈশ্বৰ ঈশ্বৰ
@mukutsarmah8531
@mukutsarmah8531 Жыл бұрын
ভাল দৰে অধ্যয়ণ কৰি? বাখ্যা কৰিব যন্ত্ৰ মানে বোপিই অ' টিলিঙা ক'ত পালা
@junuhazarikadihanam375
@junuhazarikadihanam375 Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ জনা বহুত ভাল লাগিল ।
@sidaborah1607
@sidaborah1607 Жыл бұрын
কৃষ্ণ কৃষ্ণ 🙏🙏
@BorunBharali-of4tc
@BorunBharali-of4tc Жыл бұрын
. ভাল লাগিল
@assammbvlogs
@assammbvlogs Жыл бұрын
Krishna🙏🙏🙏
@birajimedhi7236
@birajimedhi7236 Жыл бұрын
Krishna krishna 🙏🙏🙏🙏❤
@prabinborah5571
@prabinborah5571 Жыл бұрын
Maiktu bandha korilehe hokoluwe hunibo. Artha naikia Kam
@SanjayDas-yu2gy
@SanjayDas-yu2gy Жыл бұрын
গগৈ বাপ জনাৰ ভাগবত বিশ্লেষণ সদায়েই ভাল লাগে কিন্তু এইটো নহয় যে আপুনি অইন ধৰ্ম নীতি নিয়মেৰে আতি পূৰ্বৰ ভকত বাপ সকলে ভগৱানক ভজিছিলে আৰু আয়ুষবৃধি হৈছিল আৰু কিন্তু বৰ্তমান এই নানান ধৰ্ম পনঠিৰ বাবে সমাজত ল'ৰা ছোৱালী বিলাক ৰহা তলে জাব ধৰিছে আৰু সকলোৰে আয়ুস অৰ্ধ ফালে গতি কৰিলে বাপ
@dadudas3884
@dadudas3884 Жыл бұрын
bap jonar purba purkhukhor biography janib br issa aasil , tyo uporsuwa ki panthor aasil krn taw bamunia manuhk emn nis hojai
@tarundas7535
@tarundas7535 Жыл бұрын
ভাৰতৰ অইন ৰাজ্যৰ গীতা ভাগৱত আৰু অসমৰ বোৰ বেলেগ নেকি ?
@jaanmonidevi9722
@jaanmonidevi9722 Жыл бұрын
Kirshno krishno bapjona .🙏🙏🙏🙏🙏
@asomiaasom6008
@asomiaasom6008 Жыл бұрын
শংকৰী একশৰণ পন্থীয় বৈষ্ণৱ ধৰ্ম প্ৰচাৰ প্ৰসাৰৰ খুদ্ৰ স্বাৰ্থৰ বাবে ,লোকৰ মাজত ভাগৱত পঢ়ি ভূলে শুদ্ধই গাই বাই ব্যৱসায় কৰি পেট প্ৰৱৰ্তাই আছে এইজনা স্বয়ম্ভু বৈষ্ণৱে । বিভ্ৰান্তিমুলক স্ফবিৰোধী মন্তব্যৰে পদৰ ভুল ব্যাখ্যা অপব্যাখ্যা মনেসজা বাক্যৰে ধৰ্মীয় লোকৰ সমাজত বিভেদ নিন্দাবাদ ঘৃণা ইতিকিং তুচ্চ তাচ্চিল্যৰে নিজেও আৰু লোককো পাপত লিপ্ত কৰাই আছে ।গীতা ভাগৱত কীৰ্তনঘোষা নামঘোষাৰ সকলো পদ সিদ্ধান্ত বাণীক নলৈ নিৰ্দিষ্ট কেইটামামান ৰহস্যময় মায়াময় পদ সিদ্ধান্ত বাণীক প্ৰাধানন্য অগ্ৰাধিকাৰ দি শাস্ত্ৰৰ নিৰপেক্ষ শুদ্ধ সিদ্ধান্ত তত্ব নুবুজি একপক্ষীয় স্বাৰ্থাম্বেশী মনোভাবেৰে সমাজত গাই বাই বিভেদ বিভ্ৰান্ত ঘৃণা বীষবাষ্প বিয়পাই ব্যৱসায় কৰি আছে সহজ সৰল ধৰ্মপ্ৰাণ অসমৰ ৰাইজৰ মাজত ।পদৰ অপব্যাখ্যা তত্বৰ অপব্যাখ্যা বিভ্ৰাত কৰি বিভ্ৰান্ত কৰাই নিন্দাবাদ পাপত লিপ্ত কৰাই আছে । মই যিমানবোৰ ধৰ্মগ্ৰন্থ পঢ়ি বুজিছো কোনো ধৰ্মগ্ৰন্থই শাস্ত্ৰই নিন্দা ঘৃণা ইতিকিং হ্যেয়জ্ঞান তুচ্চ তাচ্চিল্য কৰিবলৈ উপদেশ দিয়ানাই যি প্ৰাণজিত গগৈৰ দৰে কেইটামানে অসমত কৰি আছে ধৰ্ম কৰাৰ নামত ।কোনো শাস্ত্ৰই কোৱা নাই ঈশ্বৰৰ ভিভূতি স্বৰূপ দেৱ দেৱীক ,শংকৰ মাধৱৰ বাহিৰে বাকী অন্য গুৰু দেৱ নাম ধৰ্ম ভকতক ধৰ্মীয় আচৰণক শাস্ত্ৰসন্মত শাস্ত্ৰবিহিত ধৰ্মীয় পদ্ধতিক নিন্দা ঘৃণা হ্যেয়জ্ঞান ইতিকিং তুচ্চ তাচ্চিল্য কৰিবলৈ উপদেশ দিয়া নাই শংকৰী একশৰণীয়াবৈষ্ণৱ ধৰ্ম কৰাৰ নামত আনকি শংকৰ গুৰু জনাইও কোৱা নাই । প্ৰকৃত কৃষ্ণ ভক্ত বৈষ্ণৱ সেৱকে পদৰ অপব্যাখ্যা ভুলব্যাখ্যা বিভ্ৰান্তমুলক ব্যাখ্যা নকৰে কেতিয়াও পৰনিন্দা পৰচৰ্চা ,পৰগুৰু দেৱ নাম ভকতৰ ধৰ্মীয় আচাৰ আচৰণ পদ্ধতিক নিন্দা ঘৃণা ইতিকিং নকৰে ।অতি ভক্তি চোৰৰ লক্ষণ ।ক্ষুদ্ৰ স্বাৰ্থৰ বেপাৰী ভণ্ড মন্দমতি দুৰাচাৰী বিভেদকামী ব্যক্তিয়েহে ধৰ্মৰ নামত পদ তত্বৰ অপব্যাখ্যা নিন্দা ইতিকিং কৰি সংকীৰ্ণতাৰে আত্মতৃপ্তি লভি কাঠত ঘূণে ধৰি অনিষ্ট কৰাৰ দৰে সমাজত বিষবাষ্প বিয়পাই থাকে ।অকল শংকৰ মাধৱহে শুদ্ধ সত্য হয় বাকী অন্য গুৰু সকল ভুল হলে তাৰ বাবে দায়ী বেদ পুৰাণ গীতা ভাগৱত ঈশ্বৰ হৰি বিষ্ণু কৃষ্ণ নিজেই ।প্ৰাণজিত গগৈৰ মন্তব্য ব্যাখ্যা মতে বিশ্বৰ ভিতৰত কেৱল অসমৰ কেই লাখমান শংকৰী একশৰণীয়া বৈষ্ণৱ ধমীয় লোকৰ শংকৰী বৈষ্ণৱ ধৰ্মহে সঁচা শুদ্ধ সত্য বাকী সকল মিছা ভুল অশুদ্ধ মন্দমতি ।প্ৰাণজিত বাপ অসমৰ শংকৰী একশৰয়ীয়া বৈষ্ণৱ কেইজনেহে গীতা ভাগৱতৰ তত্ব শুদ্ধ সত্য ধৰ্ম কৰ্ম আচৰণ বুজিছে বাকী সকলে নুবুজিলে নেকি ?অসমৰ শংকৰ সহিতে কেবাজনো কবিৰ দ্বাৰা যুতীয়াভাবে অসমীয়াত পদত অনুবাদ কৰা ভাগৱত খনহে শুদ্ধ সত্য সঁচা অসমৰ বাহিৰৰ বিশ্বত থকা সংস্কৃত ভাগৱত গীতা ভুল মিছা অসত্য নেকি প্ৰাণজিত বাপ ?বিশ্বৰ বাকী শ শ কৌটি লোকে গীতা ভাগৱত নুবুজা বাবে সকল শাস্ত্ৰ সন্মত বেদবিহিত যাগ যজ্ঞ পূজা শ্যাদ্ধ পিণ্ড দান আদি কৰি আছে ঈশ্বৰৰ ভিভূতি স্বৰূপ শিৱক দেৱ দেৱীক একেশ্বৰ বুলি শ্ৰদ্ধা ভক্তি পূজা সেৱা কৰি আছে নিন্দা ঘৃণা ইতিকিং তুচ্চ তাচ্চিল্য নকৰি আৰু অসমৰ শংকৰী বৈষ্ণৱ সকলে বুজি পাই সকল শাস্ত্ৰ সন্নত বেদবিহিত ধৰ্ম কৰ্ম যাগ যজ্ঞ পূজা সেৱাক নিন্দা ঘৃণা কৰি ঈশ্বৰৰ বিভূতি স্বৰূপ শিৱ দেৱ দেৱীক নিন্দা অৱজ্ঞা হ্যেয়জ্ঞান ইতিকিং তুচ্চ তাচ্চিল্য কৰে ?সনাতন বৈদিক ধৰ্ম কৰ্মক কোনো স্বাৰ্থপৰ অপশক্তিয়ে বাধা দিব নাইকিয়া কৰিব নোৱাৰে । প্ৰাণজিত বাপ ব্ৰহ্মানন্দন বিষ্ণু ভক্ত দক্ষৰাজে মুক্তি পাইছিলনে ? সদায় কৃষ্ণৰ সঙ্গ তত্ব জ্ঞান পোৱা অৰ্জুনে মুক্তি পাইছিলনে ? কিমান শংকৰী একশৰণীয়া বৈষ্ণৱ লোকে মুক্তি পাই বৈকুণ্ঠলৈ গল জআাবচোন প্ৰাণজিত বাপ ? প্ৰাণজিত বাপ আপুনি নিজে আৰু আপোনাৰ লগৰ শংকৰী একশৰণীয়া বৈষ্ণৱ কেইজনে মুক্তি পাই বৈকুণ্ঠত যাবনে ?প্ৰাণজিত বাপজনাই এই তথ্যখিনি জনাব বুলি আশা কৰিলো ।মই শংকৰ গুৰুৰ শিষ্য নহয় মই দেৱ দামোদৰ গুৰুৰ শিষ্য ।মই সদায় গুৰু মুখে পোৱা নাম লৈ বিষ্ণু কৃষ্ণ নাম ষ্মৰণ কৰি গীতা ভাগৱত পুৰাণ আৰু আন আন গুৰুৰ ৰচিত পুথি অধ্যয়ণ শ্ৰৱণ কীৰ্তন কৰো ।মোৰ কোনো ধৰ্মীয় লোকৰ আচাৰ আচৰণ পদ্ধতিক পৰ গুৰু দেৱ নাম ভকতক সমান দেখু ভেদভাৱ নাই শিৱক দেৱ দেৱীক নিন্দা ঘৃণা উপলুঙা কৰাৰ ভাব মনলৈ নাহে তেনে ভাব পাপ বুলি ভাবো ।সকল দেৱ দেৱীক নুপুজিলেও ঈশ্বৰৰ ভিভূতি স্বৰূপ একেশ্বৰ বুলি ভাবো নিন্দা ঘৃণা তিৰষ্কাৰ কৰাৰ মানশিকতা নাই সকলোকে ,সমভাবে একেশ্বৰৰ স্বৰূপ অংশ বুলি মানো ভাবো আৰু দেখো প্ৰাণজিত বাপ আপোনাৰ মতে মই মন্দমতি দুৰাচাৰী বৈষ্ণৱ নে ? মই কেতিয়াও মুক্তি বৈকুণ্ঠ নাপামনে ?
@ritatalukdar7264
@ritatalukdar7264 Жыл бұрын
🙏krishna krishna
@kanikakalita1813
@kanikakalita1813 Жыл бұрын
বাপজনালৈ ভক্তি ভৰা সেৱা জনালো কৃষ্ণ
@prasantakumarnath9469
@prasantakumarnath9469 Жыл бұрын
কৃষ্ণ কৃষ্ণ
@digantanath9583
@digantanath9583 Жыл бұрын
বিশ্ব দৰবাৰত পতিস্থা কৰক তেতিয়া ... সবভাৰতত বামুনপন্থী জাগ জয়গ্য বিস্তৃত ... আপুনি শংকৰ পন্থি বাবে আপোনৰ মতে ব্যাখ্যা কৰিছে .. ১900 শতিকাত জন্ম আপোনাৰ ধম্ । বামুনিয়া পন্থা বহুতে বলি বিধান বিৰুধ কৰে .. যগ্জয় জৰিয়তে ভগৱানক হিদয়ত স্থাপন কৰা হয় .. আৰু বেদ জানে চাগে ব্ৰহ্মাৰ সৃষ্টি .. বেদত কি লিখা আছে অধ্যয়ন কৰিব .. আৰু এতাকথা কও ৩৩কোতি দেৱতা নহলে আপুনি জীয়ায়ে নাথাকে .. কেৱল নামেৰেই সকলো সেশ হব নোৱাৰে .. তাৰ উদাহৰন শংকৰদেৱ শিৱ বিষ্ণু ৰাম পৰশুৰাম আৰু মহান ৰিশিমুনি সকলৰ আখ্যান সমুহ পহিব .. ভাগৱততো আছে
@mighty839
@mighty839 Жыл бұрын
Jai guru shankar
@bitumonisarmah1850
@bitumonisarmah1850 Жыл бұрын
এইজন কোন শংকৰদেৱ মই যিজনৰ লগত সন্মুখত যুক্তিতৰ্ক কৰিব বিচাৰু
@gogoisurajit044
@gogoisurajit044 Жыл бұрын
মাধৱদেৱে শৰণ লোৱা জন।
@riturajdas4626
@riturajdas4626 Жыл бұрын
Madhab deve nuwarile sankardev r lgt... Aru xoron loisil gurujonor usort.. Krishna..
@dhrubajyotisarmah6733
@dhrubajyotisarmah6733 Жыл бұрын
Pagolor logot pagol nohobo
@mainadasmainadas3745
@mainadasmainadas3745 Жыл бұрын
Dharmar naamot sankardeva r apamaan nkribo, tene hle desh swadheen kora gandhi ji ku apomaan karibo neki,teacher e student k hikhya dia kaam ,hikhya die ,lua nulua student r kaam, hikhyoke kitapor pora ji gyaan pai hei gyan bilai heibuli hikhyok jnk apomaan karibo neki.axomor unnoti nai karon homajor jihkl guni maani buli vabu tekhet hkl hl swarthopor,bevisari,,,,,,,jodi hosai nrk ekhon ase hklu axomiai norokt posibo.....baki moi dharm r bikhoe njanu kintoo kakuei bea sakure suatu ba ninda koratu nibisaru,.......
@saratdas4705
@saratdas4705 Жыл бұрын
Ram Krishna Ram bap Krishna
@dayaramhazarika3492
@dayaramhazarika3492 Жыл бұрын
বৰ সুনদৰ ভাগৱত বাখ্যা আগবঢ়াইছে বাপ জনাই।তেৰাৰ ভাগৱত বাখ্যা শুনি শত সহস্ত্ৰ জনৰ জীৱন ধন্য কৰিছে। কৃষ্ণ কৃষ্ণ।🙏🙏🙏
@assamesgayatrimixgouri2570
@assamesgayatrimixgouri2570 Ай бұрын
কৃষ্ণ সেৱা নিবেদিলো। সুন্দৰ ভাৱে ব্যাখ্যা আগবঢালে।
@porishmitachutia8020
@porishmitachutia8020 Жыл бұрын
যন্ত্ৰ শব্দটোৱে কেৱল টিলিঙাটোকহে বুজাইছে নি.....আৰু আমাৰ অসমতহে যে এইবোৰ বামুনিয়া,শংকৰী সংঘ,একশৰণ ভাগৱতী সমাজ......অসমৰ বাহিৰত যে এইবোৰ নাই কিয় ,?
@redcherrysproduction5426
@redcherrysproduction5426 Жыл бұрын
অসমৰ বাহিৰত এইবোৰ নাই ,কাৰন অসমৰ বাহিৰত হিন্দু ধৰ্মৰ পুৰনি প্ৰকৃত নীতি নিয়ম যে ধৰ্মী য় কাম কাজ কৰা হ্য় ,আমাৰ ইয়াত শঙ্কৰদেৰ নাম লৈ নতুন ধৰ্মী য় সঙগঠন ,সঙঘ আদি বোৰ দেধাৰ গঠন কৰিছে , আৰুনিজকে নিগম শাস্ত্ৰ ৰ উপাসক বুলি সমাজত পৰিচয় দিব বিচাৰে। কিন্তু পৰিতাপৰ কথা , নিগম শাস্ত্ৰনৈ কি , নিগম শাস্ত্ৰ ৰ সঙ্গা Definetion নৈ কি সেই বিষয়ে নাজানে ,কাৰন এইবোৰ সঙঘ বা সঙগঠনৰ শৰণ হে আছে কিন্তু দীক্ষা ৰ ব্যৱস্থা নাই ,ফলত সাধাৰণ সঙী সকলে নাজানে , বহুত ধৰ্মী য় জানিব লগা কথা নজনা কৈ সঙবিধান নামৰ টেকেলি টোৰ ভিতৰত সোমাই বাহিৰৰ জগতৰ খন দেখা নাপায় ।নিগম শাস্ত্ৰ ৰ উপাসনা কৰা ধৰ্মী য় সঙঘ বিলাকে মে তিনি গুণৰ ভিতৰত কেৱল সত্ত্ব গুণ হে গ্ৰ্হণ কৰিব লাগে ৰজ তম ত্যাগ কৰি ,ছয় ৰিপু দমন কৰি একে বাৰে সাধাৰণ জীৱন যাপন কৰি নিৰগুণ কৃষ্ণৰ নাম লৈ যি কোনো অভিলাস বা বৈষয়ীক তথা ভৌতিক উচ্চাকাংক্ষাৰ পৰা আতৰি থাকিব লাগে তাক নাজানে । আৰু বহুতো কথা আছে কবলৈ কিন্তু এতিয়া থাকক ।ৰাম শ্ৰীকৃষ্ণ । - ৰাজু দত্ত ।
@pareshbaruah2273
@pareshbaruah2273 11 ай бұрын
এৰা! তালযোৰক কি বুলিব? সংস্কৃত ভালকৈ নাজানিলে এই ব্যাখ্যা বোৰ দিব নোৱাৰে।
@Adnant732
@Adnant732 3 ай бұрын
সেইবোৰ দেৱবাদ্য -ভগৱানৰ বাজনা
@achyutboruah3198
@achyutboruah3198 Жыл бұрын
Krishna
@nirupamsaikia5403
@nirupamsaikia5403 3 ай бұрын
কৃষ্ণ বাপ। বৈকুণ্ঠৰ কল্পতৰু মহাশাস্ত শ্ৰীমদ্ভাগৱত ভাগীৰ ব্যাখ্যাৰ দ্বাৰাই সুন্দৰকৈ বুজাই দিয়াৰ বাবে বাপ জনালৈ সেৱা জনালোঁ। কৃষ্ণ
@bishwajitphukon4188
@bishwajitphukon4188 Жыл бұрын
Krishna. Krishna. Krishna
@kalpanabhuyan2372
@kalpanabhuyan2372 Жыл бұрын
সুন্দৰ বাখ্যা....কিন্তু যন্ত্ৰ মানে টিলিঙা নহয়....শব্দ সৃষ্টি কৰা টিলিঙাটো যদি যন্ত্ৰ তেনেহলে নামপ্ৰসংগত ব্যৱহাৰ কৰা ভোৰতাল খুটিতালবোৰো যন্ত্ৰ হব লাগিব .... মোৰ ক্ষুদ্ৰ মগজুৰে যিমান বুজিছো..যন্ত্ৰ হল এবিধ বিশেষ চিত্ৰ..যি মাটিত বা কাগজত চাৰিকোনীয়া বা ঘূৰণীয়াকৈ চিত্ৰ আকি তাৰ ভিতৰত সৰু সৰু ঘৰ কৰি মন্ত্ৰ বা চিহ্ন দি তাক এটা শক্তিশালী কবচ লৈ পৰিবৰ্তন কৰা এবিধ পদ্ধতিহে নেকি.. ভুল হলে ক্ষমা কৰিব কিন্তু যন্ত্ৰ মানে টিলিঙা নহয় নেকি........অলপ অধ্যয়ন কৰিলে উত্তৰ টো পোৱা যাব
@dipanjaldas4864
@dipanjaldas4864 11 ай бұрын
সুন্দৰ আপোনাৰ কথাষাৰত সমৰ্থন জনাইছো।
@sidheswarrajbongshi4313
@sidheswarrajbongshi4313 Жыл бұрын
😰
@RabindraNath-n8q
@RabindraNath-n8q Жыл бұрын
আপোনাৰ প্ৰশ্ন শুনি আমি আচস্হ হলো । লগতে আমি সহমত প্ৰকাশ কৰিলো! অতি উত্তম ব্যাখ্যা দাঙি ধৰিলে।
@ilimasaikia1908
@ilimasaikia1908 Жыл бұрын
Bap jonai hakolu kotha eiman hundorkoi bujai dise, Bap jonaloi voktibhora hewa jonalu.
@redcherrysproduction5426
@redcherrysproduction5426 Жыл бұрын
বামুণীয় পন্থাৰে কৰা পিতৃ মাতৃ ৰ শ্ৰাদ্ধ তেতিয়া হে ভূল হ'ব , যদিহে শ্ৰাদ্ধ কৰোতা জনে নিস্কাম ভাৱে ভক্তি কৰা লোক হয় , অৰ্থাৎ নিগম শাস্ত্ৰ চৰ্চা কৰি নিগমৰ নিগুঢ় তত্ন অনুধাৱন কৰিবলৈ চেষ্টা কৰি নিজক উদাসীন সৰ্ব তিয়াগি বুলি গঢ় দিবলৈ চেষ্টা কৰে , আৰু মাধৱ পুৰুষৰ ঘোষা পূথিৰ সকলো প্ৰাৰ্থনা আওৰা বলৈ নিজক যোগ্যবান কৰি তুলিবলৈ সক্ষম হয় , তেতিয়া তেওঁ ৰ তিনি গুণৰ ভিতৰত ৰজ তম তিয়াগ কৰি কেৱল সত্ব গুণেৰে গুণাণ্ণিত হৈ সাত্ত্বিক নিস্কাম কৃষ্ণৰ ভক্ত হ'বলৈ সক্ষম হয় । অৰ্থাৎ তেওঁ সকলো বৈষয়ীক আৰু ভৌতিক সুখ সুবিধা ,সা সম্পত্তি কেন্দ্ৰীক উণ্ণতি , ক্ষমতা খিতাপ সন্মান যশষ্যা আদি বোৰ নিবিচাৰি ,ছয় ৰিপু দমন কৰি কেবল কৃষ্ণৰ চৰণত নিজক অৰ্পণ কৰিবলৈ সক্ষম হয় । তেতিয়া হে তেওঁ ৰ ভূল হব , বামুণীয়া পন্থাৰে পিতৃ মাতৃ ৰ শ্ৰাদ্ধ যদি কৰে । যি লোকে আশা বাদি মনেৰে ৰঙীণ জীৱনৰ কল্পনা কৰে আৰু সেই মতে আঁচনি প্ৰস্তুত কৰি বৈষয়ীক ক্ষেত্ৰত আগবঢ়িবলৈ প্ৰয়াস কৰে, তেওঁ ক পিতৃ মাতৃ ৰ আশীষ সদায় লাগিব , সেই আশীৰ্বাদ ইহলৌকিক হক বা পাৰলৌকিক আশীৰ্বাদেই হ ওক । গতিকে সেইজনে সেইধৰনে পিতৃ মাতৃ ৰ শ্ৰাদ্ধ কৰিলে ভূল নহয় ,যেন মনে ধৰে , ৰাম শ্ৰীকৃষ্ণ , ধণ্যবাদ ।
@smritirekhaborah9936
@smritirekhaborah9936 Жыл бұрын
কৃষ্ণ কৃষ্ণ। শুদ্ধ আৰু যুক্তিপুৰ্ণ কথা উপস্থাপন কৰিলে। ধন্যবাদ। কৃষ্ণ কৃষ্ণ। ----- - - কুলধৰ বড়া, নামৰূপ
@narensarmah1751
@narensarmah1751 8 ай бұрын
যাৰ নিজৰ ধৰ্মৰ বিষয়ে জ্ঞান নাথাকে তেওঁ হে আনৰ ধৰ্মক নিন্দা কৰে।
@yoganaturopathy6362
@yoganaturopathy6362 7 ай бұрын
bamun r kotit kamora daah
@reetaborthakur2255
@reetaborthakur2255 7 ай бұрын
Koment valke dibo
@reetaborthakur2255
@reetaborthakur2255 7 ай бұрын
Mukhot ji ahe take nokobo
@RikheswarChutia-n6e
@RikheswarChutia-n6e 2 ай бұрын
গীতা ভগৱতত একনামৰ মাহাত্মৰ বিষয়েহে কৈছে। আমি যিমান ধৰ্মীয় পুথি অধ্যয়ন কৰিছো সেই সকলোতে একনামৰ বিষয়েহে মানৱ জাতিক নিৰ্দেশ দিছে
@upenbordoloi1164
@upenbordoloi1164 29 күн бұрын
প্ৰভূ হৰে কৃষ্ণ
@BishmoyHazarika-uq8hl
@BishmoyHazarika-uq8hl 11 ай бұрын
Tekhetor pithitu je basi asse tar babe raijok namashkar
@sarujandas121
@sarujandas121 Жыл бұрын
Krishna Baap Parnam 🙏🙏🙏
@simantanath7941
@simantanath7941 11 ай бұрын
Apunak prothom dakhilu bhagobot porha Atia dakhilu xyz.....?
@SirjitBora
@SirjitBora 3 ай бұрын
Joi goro honor 🙏🏻🙏🏻🙏🤔
@RUBIKhataniar
@RUBIKhataniar 3 ай бұрын
In uu mo TT Bu hu😊😊​@@SirjitBora
@DurbohDas
@DurbohDas 3 ай бұрын
Joi,jogot,guru,,srimonto,khongkor,aapuna,baikhys,khuni,khukhi,holu,,krishna
@RanjeetDas-m1v
@RanjeetDas-m1v 2 ай бұрын
Ranjif​
@bishnuan4026
@bishnuan4026 2 ай бұрын
Krishna
@opbolte9782
@opbolte9782 6 ай бұрын
Kisno amar vogoban kisno Sarto por hoi nea nohoi kokok sun sak biduloa
@pabandas9240
@pabandas9240 Жыл бұрын
মই জানিব বিচাৰো শংকৰদেৱৰ মাক দেউতাক বামুনিয়া নে শংকৰ সংঘৰ আছিল
@chandramalakar6177
@chandramalakar6177 Жыл бұрын
Kishna krishna prabhu.
@junumech7558
@junumech7558 Жыл бұрын
,, কৃষ্ণ কৃষ্ণ বাপ সেৱা নিবেদিলে কৃষ্ণ কৃষ্ণ
@justinblog5766
@justinblog5766 Жыл бұрын
বহুত সুন্দৰ বাখ্যা...মন চুই গৈছে
@DilipGoswami-ve3ow
@DilipGoswami-ve3ow Жыл бұрын
কৃষ্ণ মাধৱ দেৱে পিতৃ মাতৃক কি প্ৰয্যায়ত মৃতকৰ কম্ম কৰিছিল তাক উপলব্ধি কৰি লওক ৷
@mukeshrobidas617
@mukeshrobidas617 Жыл бұрын
কৃষ্ণ কৃষ্ণ ❤️❤️❤️
@probalkhataniar2919
@probalkhataniar2919 Жыл бұрын
শংকৰপ্ৰভু দেৱে পিতৃ মাতৃৰ ক্ৰিয়া কৰ্ম কৰিছিল বুলি বহু জনে কয় যে বাপ?এই সম্প'কে জনাব।
@dhrubajyotisarmah6733
@dhrubajyotisarmah6733 Жыл бұрын
Ehote nokoi .....ihot adhormi je mosto
@bijitnath381
@bijitnath381 Жыл бұрын
Krishna,, iman icco nakoribo, buji nepao,🙏🙏🙏🙏
@gunakantadas3183
@gunakantadas3183 Жыл бұрын
কৃষ্ণ 🙏। যেতিয়া এজন লোক নৰীয়াত পৰে তেতিয়া তেওঁ ডাক্তৰৰ ওচৰলৈ গলে তেওক ঔষধ দি বিধান দিৱ। ঠিক তেনেদৰে এজন তান্তিক বা বেজৰ ওচৰলৈ গৈলে তেওঁ তেওঁৰ তান্তিক মতেই বিধান দিৱ l প্ৰশ্ন উত্থাপন কৰা ব্যক্তি জনে বাপ জনে ৫ মিনিট ব্যাখ্যা শুনি জীৱনৰ নতুন গতি পথ পালে যেন অনুভৱ হৈছে। তেওঁ নিজস্ব কৱ লগা একো যুক্তি নাথাকিল নেকি। আজি যুগত ধৰ্ম্মীয় বিভেদ সৃষ্টি কৰে। যিমান ধৰ্ম্ম ওলাইছে সিমান বেমেজালিৰ বিশংখলা সৃষ্টি হৈছে। মোৰ মতে কৰ্ম্মই ধৰ্ম্ম কাকো হিংসা নকৰিৱা আৰু সামথ অনুসৰি দুখীয়া দৰিদ্ৰক সহায় কৰা এইয়াই হৱ আপোনাৰ পূন্য । 🙏🙏🙏
@NituKalita-ih3eb
@NituKalita-ih3eb Жыл бұрын
Teu ajon dalal jen lage
@NituKalita-ih3eb
@NituKalita-ih3eb Жыл бұрын
Karor guru hiso bule bap beta homondho ( honkordeve jiekok dibole juwa nai janu madhob debok
@NituKalita-ih3eb
@NituKalita-ih3eb Жыл бұрын
Tar pora ki bujile
@arunabhuyan3283
@arunabhuyan3283 Жыл бұрын
Apuni ji bujise take kork .kio coment koribo lage ?
@nssodiya713
@nssodiya713 Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏
@pabandas9240
@pabandas9240 Жыл бұрын
শংকৰদেৱ মাধৱদেৱৰ নাম অকল আমাৰ ইয়াত হে চলে ইয়াৰ বাহিৰত অকল যন্ত্ৰ (টিলিঙা) চলে বুজিছে ভকত সকল আৰু যদি বুজা নাই এবাৰ মা-কামাখ্যা মন্দিৰত যাব, পুৰি জগন্নাথ মন্দিৰত যাব, বৈদ্যনাথ ধাম যাব, মথুৰা,বিন্দাবন আদি ঠাইত ঘূৰি পকি আহিব তেতিয়াহে জ্ঞান লাভ কৰিব, অকল বুট-মগু খাই থাকিলে জ্ঞান লাভ নহয়।
@parijatrules985
@parijatrules985 Жыл бұрын
Ekdm thik kotha koise....ghura khua but mogu khua krnr axomiya jati eii obosta...ami sakti hadhok...sakti puja kri....Jai maa kamakhya jai pitambari bagala mata
@ধেৎতেৰি07
@ধেৎতেৰি07 Жыл бұрын
ঠিক কৈছা ৷
@arunabhuyan3283
@arunabhuyan3283 Жыл бұрын
Apuni bhokot jogotguru sankar dev t koi gyani dei . Bhagawatoru urdhat . Bh !.....moth mondirot ghurilehe sastro gyan hoi ne ?
@parijatrules985
@parijatrules985 Жыл бұрын
@@arunabhuyan3283 yes...moth- mandir nughuri ghrtei bohi keitamn communist tei likha bhagawat pohile gyan hbo nki....ktiyaba maa kamakhya mandir ahi saboo
@sduttavlogs1940
@sduttavlogs1940 Жыл бұрын
কৃষ্ণ কৃষ্ণ 🙏🙏🙏
@bhargabsarma6711
@bhargabsarma6711 Жыл бұрын
ৰাম ৰাম। ভগবানৰ নাম নিজ মনে ল'ব লাগে। মনৰ শান্তিৰ হকে হৰিৰ নাম হওঁক।বাপ আপোনাৰ বিশ্লেষণে মানুহৰ মাজত বিভেদ আনিব। বিভেদকামী কথা কোনো গ্ৰন্থত উল্লেখ নাই।
@prabinjaihanumansaikia476
@prabinjaihanumansaikia476 Жыл бұрын
Ekdam xosa kotha bhal lagil❤
@bontiborah5014
@bontiborah5014 Жыл бұрын
সঁচাকৈ বাপ জন বিভেদ মানে অশান্তিৰ মূল
@mridusmitasaikia83
@mridusmitasaikia83 Жыл бұрын
জীৱনত যদি অলপ পুন্য কমাবলৈ মন আছে, তেন্তে এখেতৰ অমৃত ময় বাখ্যা xunok,,কিছুমান মানুহৰ বাবে ই চাগে এখেতক শাস্ত্ৰ ভাগৱত ৰ অদ্ভুত জ্ঞান দি ভগৱানে পঠাইছে এই ধৰাত,,,koy je GOD Gifted বুলি,,,পাপ বিলাক অলপ কমিব তেওঁ ৰ বাখ্যা শুনি বুজি পালে,,,,,🙏🏻🙏🏻কৃষ্ণ
@harakantatamuli1053
@harakantatamuli1053 Жыл бұрын
Krishna Krishna Bor hundar prasna aru tatutkoi hundar uttar 🙏🙏🙏🙏🙏 vediotu saai thokar homoyat Boikunthat thoka jen lagil .🙏🙏🙏
@RubuldasDas-f5n
@RubuldasDas-f5n Жыл бұрын
0ti sundor vabe bujai sa,bop apunaloi dhonobad joi krisno.
@puspadas5185
@puspadas5185 Жыл бұрын
Krishna Krishna Krishna
@paramananda5403
@paramananda5403 Жыл бұрын
কৃষ্ণ🙏🙏🙏 সুন্দৰ বাপ
@racktimjyotinath8129
@racktimjyotinath8129 Жыл бұрын
Apunaluke bol boom mne nki
@saveyouragerk1352
@saveyouragerk1352 Жыл бұрын
সঁচা কথা সিহঁতে শুনিব নোৱাৰে। ঘৰত বাপবাপ কিন্তু বাহিৰত মদ গাহৰী।
@abhinababora462
@abhinababora462 Жыл бұрын
Bura holi ..ovodrami jua ni
@dipankarmoinavlogs3174
@dipankarmoinavlogs3174 Жыл бұрын
buha hogun
@mridusmitasaikia83
@mridusmitasaikia83 Жыл бұрын
তেওঁ নিজে কোৱা কথা নহয় এই খিনি ভাগৱত ট থকা হে,,,,বুজিবলৈ গলে নিজৰ কল্যাণ,,,,কৃষ্ণ🙏🏻🙏🏻🙏🏻
@dipankarmoinavlogs3174
@dipankarmoinavlogs3174 Жыл бұрын
@@mridusmitasaikia83 কৃষ্ণ আইমাতৃ 🙏🙏🙏🙏
@devajitchetia204
@devajitchetia204 Жыл бұрын
Hundor byakhya Prabhu, Krishna.
@tutumonibayan8659
@tutumonibayan8659 Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ , ভাগৱতৰ ব্যাখ্যা শুনি বৰ সন্তোষ পালো 🙏🙏🙏🙏
@ritadas9494
@ritadas9494 8 ай бұрын
কৃষ্ণ কৃষ্ণ মাই এটি প্ৰশ্ন কৰিব বিচাৰিছিল মাই গণেশক মনো মাই বহুত ঈশ্বৰৰ মহত্ত গম পাও কিয় যদি শঙ্কৰে কৃষ্ণ
ভটীয়াপাৰ||শেনচোৱা|| part-2@জ্যোতিময়Jyotimoy
34:30
জ্যোতিময় Jyotimoy
Рет қаралды 118 М.
Крутой фокус + секрет! #shorts
00:10
Роман Magic
Рет қаралды 25 МЛН
Как подписать? 😂 #shorts
00:10
Денис Кукояка
Рет қаралды 8 МЛН
বনপিঠাগুৰি @জ্যোতিময়Jyotimoy
1:15:54
জ্যোতিময় Jyotimoy
Рет қаралды 106 М.
চ'ৰগুৱা পোৰাচুমনি নামঘৰ@জ্যোতিময়Jyotimoy
1:40:43
Madhujya Bora ||bhagawat byakhya||Charing Baruwati Bornamghar
52:55
অমৃতকথন(Lohit Handique)
Рет қаралды 90 М.
Крутой фокус + секрет! #shorts
00:10
Роман Magic
Рет қаралды 25 МЛН