ভাল লাগিল ৷ সুন্দৰ পৰিৱেশন প্ৰাণ ঢালি গাইছা ৷ কথা হ’ল কিয় জানু মই লক্ষ্য কৰিছোঁ এনেধৰণৰ গান শুনা শ্ৰুতাৰ সংখ্যা খুব কম ৷ আজিকালি যুৱচামৰ ৰুচিবোধ বেলেগ ৷ সেয়ে বেয়া লাগে ৷ মোৰ কিন্তু এনেকুৱা গানহে ভাল লাগে ৷
@prasantarajkhowa3 жыл бұрын
হয় দাদা, ঠিকেই কৈছে। কিন্তু উপায় নাই, আমি এনেধৰণৰ গানেই ভাল পাও আৰু এনেধৰণৰ গানেই সৃষ্টি কৰি যাম। বাৰু ধন্যবাদ থাকিল।
@digantahazarika75172 жыл бұрын
Mind blowing
@prasantarajkhowa2 жыл бұрын
Thankyou
@sugandhidas42363 жыл бұрын
Bohut bohut bhal lagil.😊😄
@prasantarajkhowa Жыл бұрын
ধন্যবাদ
@deepjyotidas15953 жыл бұрын
ভাল লাগিল প্ৰশান্ত দা 💚
@prasantarajkhowa3 жыл бұрын
বহু বহু ধন্যবাদ
@gopagoswamiofficial18753 жыл бұрын
বৰ সুন্দৰ পৰিবেশন
@prasantarajkhowa3 жыл бұрын
বহু ধন্যবাদ বাইদেউ
@PinkyPatowary-hc7zm8 ай бұрын
Wow so melodious ❤❤
@jitumanidutta45272 жыл бұрын
Bah ! Iman sundar
@prasantarajkhowa2 жыл бұрын
অশেষ ধন্যবাদ 🙏
@dineshachandrarabha71588 ай бұрын
পাৰ্বতী প্ৰসাদ বৰুৱাদেৱৰ প্ৰত্যেক গীতেই ভাল লাগে।
@উদ্ধৱজান Жыл бұрын
বৰ ভাল লাগিল!
@prasantarajkhowa Жыл бұрын
ধন্যবাদ
@manjushyam5994 Жыл бұрын
পাৰ্বতী প্ৰসাদ বৰুৱাদেৱৰ এই চিৰযুগমীয়া হৃদয়স্পৰ্শী গীতটি আপোনাৰ শুৱলা কন্ঠত প্ৰাণ পায় উঠিছে। অতি শ্ৰতিমধুৰ মনোমোহা পৰিবেশন আপোনাৰ 👌👌👏👏