No video

Important decisions taken by the Central-State Government, Assam Accord has been scrapped!

  Рет қаралды 55,469

Prag News

Prag News

Күн бұрын

Important decisions taken by the Central-State Government, Assam Accord has been scrapped!
Watch the full clip to know more about this story.
#pragnews #assamaccord #caa #citizenship #pragfocus
Follow Prag News:
Facebook: / pragnewsassam
Twitter: / pragnews
Instagram: / pragnewsofficial
Visit: www.pragnews.com

Пікірлер: 138
@padmapaninath
@padmapaninath Ай бұрын
এয়া অসমীয়া মানুহৰ চৰকাৰ নে ??এই জাতিদ্ৰোহী চৰকাৰক সমৰ্থন কৰি থকা সকলো জাতিদ্ৰোহী । থলুৱাৰ স্বাৰ্থৰ দৃষ্টিৰে । নিপাত যাওক এইসকল
@nirupamkalita816
@nirupamkalita816 Ай бұрын
@@user-vo7ei8ki5vতঁহতৰ নিচিনা গাদ্দাৰ বাংলাদেশীক শিক্ষা দিয়াৰ সময় আহি পৰিছে। বাবুমচাই বাঘাল
@pranabdas7121
@pranabdas7121 Ай бұрын
​@@user-vo7ei8ki5v অসমৰ অসমীয়া বদন ,মাৰোৱাৰী আৰু বঙালী সকলৰ ভোটত জয়ী হৈছে
@user-vo7ei8ki5v
@user-vo7ei8ki5v Ай бұрын
@@pranabdas7121 ১৪ খন জিলাত খিলঞ্জীয়া ভূমিপুত্ৰ সংখ্যা লঘু আজি। জাতীয়তাবাদী সকলে বিহাৰী ,মাৰোৱাৰী ,বঙালী সকলক গালি দি থাকেতেই অসম মুছলমান প্ৰধান ৰাজ্য হৈ গ'ল প্ৰায় ।
@DurgeshwarDeka
@DurgeshwarDeka Ай бұрын
​@@user-vo7ei8ki5vdhubrit miyai miyak heruyaise. Kintu miyai bjpke voote dile hoi jodi himantotoi hindu muslim rajneeti nkora hoi.
@DreamInstaModel
@DreamInstaModel Ай бұрын
Thaluwa manuhe vote sarkar bonaise
@khanindrapadun568
@khanindrapadun568 Ай бұрын
যেতিয়ালৈকে আমাৰ জাতীয় সংগঠনৰ নেতা সকল চৰকাৰৰ হাতত পুতলা হৈ থাকিব তেতিয়ালৈকে এনেকুৱা আইন গৃহীত হৈ থাকিব।
@anilgoswami2238
@anilgoswami2238 Ай бұрын
👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌
@abdulsultan2175
@abdulsultan2175 Ай бұрын
আছুক অন্ধকাৰত ৰখা কথাষাৰ হজম নহয় আচলতে আছুৱে নিজেই অন্ধকাৰত অসম আৰু অসমীয়াক ৰাখিব বিচাৰে ।
@RUPJYOTIKALITA-ez8fq
@RUPJYOTIKALITA-ez8fq Ай бұрын
Toi aasu kotha janana.. Toi Pakistan ja
@DipamanibharLiMedhi-tv4zj
@DipamanibharLiMedhi-tv4zj Ай бұрын
সমুজ্জল গাতত সোমাই আছে |
@kowserlaskar-qt7kv
@kowserlaskar-qt7kv Ай бұрын
Chatro neta
@dsentertainment9545
@dsentertainment9545 Ай бұрын
Kaile ulabo pare😅
@anilgoswami2238
@anilgoswami2238 Ай бұрын
কমিচনৰ ধান্দাত !!!!!!!!!!
@premodharphukan1101
@premodharphukan1101 Ай бұрын
অসম চুক্তিৰ ফলশ্ৰুতিত গঠন হোৱা আমাৰ অসম গন পৰিষদ দলটিৰ ব’ত্তমানৰ নেতৃত্বৰ কি খবৰ বা ৷তেওঁলোকে শাসনৰ নিচাত সকলো পাহৰিলে চাগে ৷
@SanidulIslam-vv4og
@SanidulIslam-vv4og Ай бұрын
❤😊
@anilgoswami2238
@anilgoswami2238 Ай бұрын
বৰ্তমান অগপ নেতৃত্ব শকত কমিচনৰ অংকত ব্যস্ত !!!!!!!
@susilmahato6276
@susilmahato6276 Ай бұрын
বৰাই বোকাত লুতুৰি-পোতুৰি খাই অসম চুক্তিৰ কথা টো পাহৰি পেলালে।
@One-of-a-kind1_ADRE
@One-of-a-kind1_ADRE Ай бұрын
অসম আন্দোলনৰ ফলত ৮৫৫ জনৰো অধিক লোকৰ মৃত্যু হোৱা বুলি অনুমান কৰা হৈছে। অসম চুক্তি স্বাক্ষৰিত হোৱাৰ লগে লগে আন্দোলনৰ অন্ত পৰিল। অসম চুক্তিত অসমীয়াৰ সাংস্কৃতিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰাৰ বাবে সন্মতি দিয়া হৈছিল। অসম চুক্তিৰ অমান্য মানে ইমানবোৰ ত্যাগৰ মুল্য শূণ্য কৰিলে এই চৰকাৰ‌ খনে। অসম খনক‌ দিল্লীৰ অধিনত সম্পূৰ্ণ এৰিলে এইদৰে। নিজৰ ৰাজনৈতিক ক্ষূধা পুৰন‌ কৰিবলৈ অসম খনক বিক্ৰী কৰা হল।
@user-hu3qy9si2o
@user-hu3qy9si2o Ай бұрын
আছুৱে এতিয়া কি কৰিব।আছু এতিয়া বিজেপি দিনৰ আছু কংগ্ৰেছৰ দিনৰ আছু নহয়।
@Choudhury1474
@Choudhury1474 Ай бұрын
চৰকাৰ শ্বহীদক অপমান নকৰিব
@muhammadalam9588
@muhammadalam9588 Ай бұрын
আৰু দিয়া বিজেপিক ভোট।
@BhagwanDeka-yg4yw
@BhagwanDeka-yg4yw Ай бұрын
এই সকল জাতিৰ সতৰুক অসমৰ জনতাই কোনো দিনে ক্ষমা নকৰে।
@DreamInstaModel
@DreamInstaModel Ай бұрын
Axomor janatai khoma korok nakarok vote kintu thikei diye, Aponi kak vote disil?
@user-iz5et9bw1l
@user-iz5et9bw1l Ай бұрын
মই চৰকাৰক দুখ নিদিওঁ, যি সকল থলুৱা অসমীয়াই মাত্ৰ ১২৫০ টকা বাবে আৰু লাখপতি হব বাবে, আৰু ক্ষুদ্ৰ ক্ষুদ্ৰ স্বাৰ্থৰ বাবেই চৰকাৰ গঠন কৰাত সহায় কৰিলে, সেই সকলেই দেশৰ বদন। জাতি সত্যা কাৰী ৰাইজে চিনী থোৱা ভাল সেই সকলক।
@musicallibrary4149
@musicallibrary4149 Ай бұрын
অগপৰ স্থিতি কি হব এতিয়া???
@jadavgogoi944
@jadavgogoi944 Ай бұрын
আছুক একাষৰীয়া কৰা বোলাটো সঁচা নে আছু তেওঁ লোকৰ একেবাৰে কাষৰে বোলাটো সঁচা ৰাইজে ভাবকচোন।
@benjamin7576
@benjamin7576 Ай бұрын
Aasu sob gom pai.. aikeita main harami
@ganeshmazumdar6053
@ganeshmazumdar6053 Ай бұрын
আছুৰ স্থীতিহীনতাই দায়ী।
@user-et5tq1em6o
@user-et5tq1em6o Ай бұрын
আছুৰ ভূলৰ বাবেই এইবোৰ হবলৈ পাইছে
@monujpalak560
@monujpalak560 Ай бұрын
আছু,অগপ-অতুল ,কেশৱ অসমীয়াৰ দালালি।য'ত হিমন্ত তাত অন্ত,য'ত সমুজ্জল তাত নহয় উজ্বল।
@handique6888
@handique6888 Ай бұрын
য'ত সৰ্বানন্দ তাত নাই আনন্দ।
@user-ij4yt6jk4i
@user-ij4yt6jk4i Ай бұрын
कांग्रेस plz come back🎉
@birenburagohain8132
@birenburagohain8132 Ай бұрын
ভাৰত চৰকাৰৰ আপোন ঘাটি সিদ্ধান্ত হৈছে CAA।ভাৰতত জনসংখ্যা বিস্ফোৰণ ঘটিছে।এনে সময়ত বিদেশৰ পৰা মানুহ আমদানি কৰা কাৰ্য্য গৰিহণা যোগ্য। এইয়া ভাৰত চৰকাৰৰ অদুৰদশৃতাৰ মানসিকতা।
@Yoyo60204
@Yoyo60204 Ай бұрын
Bjp vote diar porinoti😢😢
@dipakbaruah8987
@dipakbaruah8987 Ай бұрын
সমুজ্বলে কাৰ কি চিঙি আছে ? ছাত্ৰ সন্থাৰ কি প্ৰয়োজন ?
@ShahAlam-hf6hr
@ShahAlam-hf6hr Ай бұрын
Salute to the Assam Govt.Well done
@dibyajyotigogoi4801
@dibyajyotigogoi4801 Ай бұрын
অগপ আৰু আছুকেইটা কত গল।
@biswajitpegu
@biswajitpegu Ай бұрын
Pocket't humai asee.........
@SatymevaJayate007
@SatymevaJayate007 Ай бұрын
আছুৰ ওপৰতে সন্দেহ আছে ৷
@angsumanraja3368
@angsumanraja3368 Ай бұрын
ভাল পদক্ষেপ।
@jupango460
@jupango460 Ай бұрын
ASSU is not guardian of assamese
@prachurjyakonwar4491
@prachurjyakonwar4491 Ай бұрын
Bhal kotha koisa
@gumragpegu4306
@gumragpegu4306 Ай бұрын
অসমৰ খিলঞ্জীয়া ভুমি পুত্ৰ জনজাতি জনগোষ্ঠীসকলৰ বাবে ভৱিষ্যত ৰক্ষাকৱচ স্বৰূপ অসম চুক্তিক ভৰিৰে মোহাৰি কা বলৱৎ কৰাটো অতি দুৰ্ভাগ্যজনক আৰু পৰিতাপৰ। অসম বিৰোধী সিদ্ধান্ত, গতিকে এই অসম বিৰোধী সিদ্ধান্ত গ্ৰহণ কৰা বিজেপি চৰকাৰখনক অনাগত সময়ত অসমৰ খিলঞ্জীয়া ভুমি পুত্ৰ জনজাতি জনগোষ্ঠী ৰাইজে উচিত প্ৰত্যুত্তৰ দিয়াৰ বাবে সাজু হৈ থাকক
@bhaskarborah4254
@bhaskarborah4254 Ай бұрын
বেলেগ দেশৰ নেতাই চাকৰি আৰু আমাৰ নেতাই কা ধন্যবাদ জয় হিন্দ
@dhkpatir1483
@dhkpatir1483 Ай бұрын
ইয়াকে অসমৰ গৰুকেইটাই ভোট দি চৰকাৰ গঠনত সহায় কৰে |
@bitugohain4882
@bitugohain4882 Ай бұрын
Caa hobo buli khuni bhl lagil aitu assmor karone bohut bhl news
@kumudbaruah2001
@kumudbaruah2001 Ай бұрын
ভাৰতবৰ্ষত বিদেশি চিনাক্ত কৰনৰ সময় সীমা ১৯৫১ চন। অসম চুক্তি অনুযায়ী অসমত বিদেশী চিনাক্ত কৰণৰ সময় সীমা ১৯৭৫ চন। এটা বৃহৎ আন্দোলনৰ ফল এনেধৰণৰ আত্মঘাতী হব পাৰেনে? ৮৫৫ জন ছহীদ হল। চুক্তি স্বাক্ষৰ কৰাৰ সময়ত ছহীদ পৰিয়ালৰ কিবা পৰামৰ্শ লোৱা হৈছিল নে? কংগ্রেসে মিঞা মুছলমান আনি অসমৰ জনগাঠনি বিপন্ন কৰি দিলে। আন্দোলন কাৰীয়ে আন্দোলনৰ হঠকাৰি সিধান্তৰে অসমৰ জনগাঠনিত বাবে ৰৃণাত্মক প্রভাৱ দিথৈ গল। ভাৰতৰ অন্য ৰাজ্যত ১৯৫১ চন। অথচ আন্দোলন কৰি ৮৫৫ জন ছহীদৰ বিনিময়ত অসমে লাভ কৰিলে ১৯৭৫ চন। তাতকৈ দুঃখ জনক কথা হব পাৰেনে? ধীক অসম আন্দোলন কাৰী ধীক আন্দোলনৰ চুক্তি স্বাক্ষৰ কাৰি।
@mrinmoykalita3811
@mrinmoykalita3811 Ай бұрын
বৰ্তমানৰ অসম গণ পৰিষদৰ দালাল নেতৃত্বৰ কি খবৰ!!!!!! ২০২৬ ত প্ৰতিটো কাৰ্য্যৰ উত্তৰ দিব।।
@DARSHAPRAN-Unofficial
@DARSHAPRAN-Unofficial Ай бұрын
অসমৰ ঠিকাদাৰ নেতা, সংগঠন আৰু নেতা-সংগঠনক ব্ৰেণ্ড বনোৱা সংবাদ মাধ্যম জগৰীয়া ।
@mizuindia7215
@mizuindia7215 Ай бұрын
Very good decision
@kisharkachari6246
@kisharkachari6246 Ай бұрын
জাতি দ্ৰোহী চৰকাৰ
@mofidrohman6393
@mofidrohman6393 Ай бұрын
BJP ক ভোট দিলে এনে কোৱা ওপহাৰি দিব,গেছৰ, তেলৰ, আদিৰ দাম বৃদ্ধি কৰিব,😄
@user-wq7nb1rh6h
@user-wq7nb1rh6h Ай бұрын
2025 চনত কা চুক্তি 100%
@paporigogoi8980
@paporigogoi8980 Ай бұрын
26 ত BJP ক পানী থুৱাম CAA অনাৰ বাবে
@DreamInstaModel
@DreamInstaModel Ай бұрын
🤣🤣🤣🤣🤣
@balendas4259
@balendas4259 Ай бұрын
এনায়ে হিন্দুৰ চাকৰি নাই । এইবোৰ আনি কি কৰিব । অসম খন ভিক্ষাৰীৰ ৰাজধানী হ'ব ।
@gunakantabaruah6243
@gunakantabaruah6243 Ай бұрын
দেশ বিভাজনৰ নীতিৰ আধাৰত হ'লে ভাৰত হিন্দু ও অমুছলমানৰ আশ্ৰয় থল ।১৯৮৫ চনৰ চুক্তিত ক'ত এই দফা আছে।খৰধৰ কৰি এখন চুক্তি চহী কিয় হ'ল।কিহৰ প্ৰভাবত পৰি। বলিদান দিয়া সকলৰ কি দুখ।দুখ এই চুক্তি চাক্ষৰ কিয় ইমান খৰখেদা কৰা হ'ল।মিছাতে লিদাৰ হৈ কি লাভ।যি জাতিক lead কৰিব নোৱাৰিলে।
@ramnathborah7356
@ramnathborah7356 Ай бұрын
Raijobhor SORAIGHAT mohasongram hujaigi
@bijoygoswami6907
@bijoygoswami6907 Ай бұрын
পমুৱা/ন অসমীয়া মুঠতে জন্ম নিয়ন্ত্রণ আইন আনিব লাগে। খিলনজীয়া ৰ অস্তিত্ব তেতিয়া হে বাচিব।২০ /২৫ বছৰ নেলাগে তাৰ আগতেই কংগ্রেসে/অখিল/লুৰিন এই মহাশয়ে সকলে ন অসমীয়া (গোহাঁই মহাশয়ৰ মুখত শুনা) এজনক মুখ্য মন্ত্রী পাতিব লাগিব এইটো সত্য। কাৰন আবেগীক খিলনজীয়াইৰ বেচি ভাগে বি জে পিক আতৰাবলৈ চাব? কংগ্রেস আহিলে জন্মনিয়ন্ত্রণ আইন কেতিয়াও নানে! যি আইন বি জে পিয়ে অনাৰ চেষ্টা ত আচে!?
@Mousamgogoi
@Mousamgogoi Ай бұрын
Assam CM go back
@biswajitpegu
@biswajitpegu Ай бұрын
AASU
@Sanoydutta
@Sanoydutta Ай бұрын
CAA Ami namanu
@julhaz3336
@julhaz3336 Ай бұрын
Assam Accord =The end.
@Sanuda90
@Sanuda90 Ай бұрын
Anchor Shakil 👍
@mukutgogoi6240
@mukutgogoi6240 Ай бұрын
Ha ha ha Akou ? Factory t akou notun leader bonabo. Joi aai asom.
@user-cx8qe7bl4h
@user-cx8qe7bl4h Ай бұрын
😢AGPr khabor ki
@user-xq7iu7zj3b
@user-xq7iu7zj3b Ай бұрын
Atya dukh Kori lav nai, asom bakhiye ji bisarise seyai hoise,
@NotreallyChiranjib
@NotreallyChiranjib Ай бұрын
Val regional party ata nai Biswakh kribo
@sh.assam8150
@sh.assam8150 Ай бұрын
BjP partiye ji koy take kori dekhuay good job भाजपा 🎉
@Sanoydutta
@Sanoydutta Ай бұрын
Congress jindabad
@S.K-Bhai
@S.K-Bhai Ай бұрын
CAA aahi Heavy Heavy Leader bonil,5 jon Nirdushi Shohid hol,aaru nu ki daal hobo. Aako atia Dharna di 10 ta maan new leader ulabo 2026 t MLA hua k.
@simantabaishya8973
@simantabaishya8973 Ай бұрын
Sokolore aananda ase he
@Aditygogoi123
@Aditygogoi123 Ай бұрын
আকৌ এবাৰ বিজেপিক ভোট দিয়ক,,,, আৰু কি কি চাবলৈ পাব ঠিক নাই,,,
@kushalbaruah8438
@kushalbaruah8438 Ай бұрын
BJP leader bure sawk ASAMIYA hob SIKAK PLS
@atul2025
@atul2025 Ай бұрын
BJP hotau Asom bachau
@user-gp5qr2ew6s
@user-gp5qr2ew6s Ай бұрын
ভাৰতৰ ইমান উদাৰতা কিয়?কিতাপৰ পাতে পাতে সোতৰবাৰ ভাৰত আক্ৰমণ,বহুবাৰ মোগলৰ অন্যায় যুদ্ধ আৰু শাসন ,ভাৰত ভূমিত বিদশীৰ বেদখল আৰু হিন্দুক তচনচ কৰা লিখনিসমুহ ধেমালিতে লিখা নেকি?২০০বছৰ ইংৰাজ শাসনৰ ফলাফল হিচাপে ভাৰতৰ যিমান সংস্কাৰ হৈছিল ,মোগলৰ পৰা ভাৰত সৰ্বনাশ হৈ থকা প্ৰমাণ পাইও,আমি ইমান দৰদী কিয়?বাঃ কি হিন্দুস্তানী!
@user-cm2hk8ko6g
@user-cm2hk8ko6g Ай бұрын
CAA ne lage amak Aami CAA na Manu kiyo lage CAA. Bangladeshi Muslim kitak Amar Akhomot joga Debo karone amar Akhomot nelage CAA. Bjp sarkar koi sele je bangladeshi kitak kheedm buli kintu hol goi ulta ke bangladeshi kitak khedbo ulta amar Akhomot joga he Debo khuji se BJP sorkare aru amak thoke j muslims kitak khedm buli vote loi kintu muslims kitak he support kore BJP sorkar Aaji Aami jiman fesility puwai nai he kita muslims kitak pai se kenek baru kok shame you BJP sorkar misoliya BJP kaam ny
@PrasantaSaikia-yl1vx
@PrasantaSaikia-yl1vx Ай бұрын
Amos 1:46
@sujeetbaro2087
@sujeetbaro2087 Ай бұрын
AASU is the main cause problems creator of Assam..they think they are representer of Assamese people's but they are not..
@litysa4236
@litysa4236 Ай бұрын
Jati rastyo hol ... Ami amar vukor babe...nijor sarthat ami nijok biki diyat olopo navabilo...
@dineshroy8410
@dineshroy8410 Ай бұрын
Samujal bjp lgt thoka manuh ajan hy
@kushalbaruah8438
@kushalbaruah8438 Ай бұрын
BJP HATAW ASOM BASAW. CAA HATAW ASOM BASAW RAIJ SOSETON HOWAK PLS
@Mynagogoi123
@Mynagogoi123 Ай бұрын
Vle hol vote desele nahoi...etyaa paa mojatoo .. No comments Andhara bhaktaa hokole beya ehh pabo beseke kole Joy aii Asom Jai hind 🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳
@voyager5015
@voyager5015 Ай бұрын
Congress-e Citizenship Act badlai abaoidho nagorikor xoti-xontotik nagorikotvo diote tohotor mukh keinkhon dekhon bond hoi aasil. Congress-r pora maal khai chup assili. Etiya akou Congress-r pora maal khai laagi goiso kuprosarot. Kiman tai apply kroile nagorikotvor baabe CAA bolobot huwar pisot? Xeuto ko akau? Iman-e jodi xot howo tohot.
@abdulmannaf5519
@abdulmannaf5519 Ай бұрын
Jiyai thokaborar lav hoise,hobo mori jowar bore kot sabo ahibo aru.MLA Minister hol.
@technotips442
@technotips442 Ай бұрын
855 ghoraki sohidok gur opoman 😡
@shyamolibania324
@shyamolibania324 Ай бұрын
😡😡😡😡😡😡😡😡😡😡
@healthworld9935
@healthworld9935 Ай бұрын
Jatidrohi srkar .axomiya r pokar besa gleo vote B.J.P k db axomiyai !!!
@mukshedullah6863
@mukshedullah6863 Ай бұрын
Axom suktir goina loi bohutei sorkar bonale,xongothon solale, uparjon korile.Eta Kotha hosa,besi digholiya holei fuuus hoi.
@mridulgogoi2415
@mridulgogoi2415 Ай бұрын
Caa ami namanu kela
@trideeplahon8920
@trideeplahon8920 Ай бұрын
AGP hote aru ki din sabole baki ase
@dibakarbora4150
@dibakarbora4150 Ай бұрын
Bjp bhagao desh bachao
@benjamin7576
@benjamin7576 Ай бұрын
Axomia khini nilaj.. nijor eku jati prem ny.. lower r kisumn district t dekhisu Axomia khiniye bengali xiki bengali t ktha pate bongalir lgt.. nijor vakhake jdi tol pelai.. kobologia eku ny.. jetya official language bengali hbo tetya xar pabo
@toxiclucky7557
@toxiclucky7557 Ай бұрын
Akou bjp voot diba. Anei assam khon t bohiragatai soku pelai thoi. Sakorir pora adi kor baki direction t u assam t a thai bisare. Atia khokolu khubidha fia pisot sob assam t a ahibo. Enei sakori napai mori asu aru jopai dibo dhikkar sorakar.
@qqshorts1661
@qqshorts1661 Ай бұрын
Mama ne kaal bola media ke samne Muslim population increase from 36 to 40,% but ami buji puwa nai bahar se Jo ayega population nhi badega Kia .... Job. Crises specially Assam 3500 hs g3 exam candidate become 14lak
@nasimsarkar
@nasimsarkar Ай бұрын
Aai ou ojola Samujjol kaiti, eku gomoke napale tak henu ondhokarot rakhise sorkare. Imanei ojola ne he akuke najane? Ne sob janiu nijei axomor raijok ondhokarot rakhise?
@SubasonTaye-mo7qp
@SubasonTaye-mo7qp Ай бұрын
Assu mam nai
@kangandas1547
@kangandas1547 Ай бұрын
BJP ক 18 লাখ adre exam r students a ভোট নিদিয়ে
@d.kstudioonlyforartculture3405
@d.kstudioonlyforartculture3405 Ай бұрын
Teachers u nidiye
@mukutgogoi6240
@mukutgogoi6240 Ай бұрын
Ai news bur dia bondho korok. Development r kotha kouk.
@wazidahad5211
@wazidahad5211 Ай бұрын
Where is ULFA ?????????????????
@SaddamHussain-zp4bt
@SaddamHussain-zp4bt Ай бұрын
BJP zindabad zindabad zindabad BJP zindabad
@kowserlaskar-qt7kv
@kowserlaskar-qt7kv Ай бұрын
Ki hol AASU
@user-ys1hu9xo2o
@user-ys1hu9xo2o Ай бұрын
Boralatua vobisyt pojonmr mulya buji palajanu
@prasantadihingia359
@prasantadihingia359 Ай бұрын
No caa BJP hatao desh bachao
@chakrajyotirajkhowa361
@chakrajyotirajkhowa361 Ай бұрын
Kinu কম সকলোৰে সময় আহিব অগপ বোলা টো বা এতিয়া কি কৰে লোকৰ পিঠিৰ পৰা নামিব হল
@mixvideochannel7047
@mixvideochannel7047 Ай бұрын
হেমন্তৰ কটি চেলেকা অন্ধভক্ত সকলে আৰু হেমন্ত সে জানে।
@rokibulhussain7286
@rokibulhussain7286 Ай бұрын
Vote for bjp
@saklilofficialchannel1328
@saklilofficialchannel1328 Ай бұрын
Boriya... BJP long live...😂😂
@ashokdas6426
@ashokdas6426 Ай бұрын
Assam accord ako kaam nai. AASU a axom khan pisuwai nisil. Bura bura neta keitai political party join kori ticket nopoaloi AASU t thaki aandolan kore. Nirdokhi manuh more. Pisat AASU neta bilak goi political party t join kore. Nilaj. Aami AASU namanu.
@bhadragogoi5083
@bhadragogoi5083 Ай бұрын
Poisa pale efal hephal kiman year hol sahidak loi rajnitee wow baba dol hongthan ki sinta baru janabah
@user-vc3wd8lu2g
@user-vc3wd8lu2g Ай бұрын
Holewu ukmukni punor bar dhurondhor trothakothito hongothon neta 'ASSU' namor Mr. Samujool,aan aku nahay punor bar udug trotha kothit joonor,kar porusonat punor anne natok!!!
@mohanboruah9962
@mohanboruah9962 Ай бұрын
Boora Somujal,caa ami namanu,kot goli atia? Toi poisa khai Hui Hui thak.
@bikramsarma7476
@bikramsarma7476 Ай бұрын
Hinanta jodi tumar dom asa ILP implement kori dekhai diya Modi, Amit pora ajori uni.Pariba janu tumi, jodi pariba tumak Vagaban hesaba pooja korim.1000 basor loika hodai amar hoi roba.
@user-ft6hs1rl2o
@user-ft6hs1rl2o Ай бұрын
Tahtar, aku, kam, nai, yhtak, muslim, thek, T
@rebotidekarebotideka
@rebotidekarebotideka Ай бұрын
😅😮😢😅😅😢🎉😂❤❤🎉
@parashpratimvlogsinformati9756
@parashpratimvlogsinformati9756 Ай бұрын
Caa related akuu news nidiboooii.... Bcz
@parashpratimvlogsinformati9756
@parashpratimvlogsinformati9756 Ай бұрын
Akuu political party bonaokk.....
@raajbhai4520
@raajbhai4520 Ай бұрын
Very good disition 😅
Чёрная ДЫРА 🕳️ | WICSUR #shorts
00:49
Бискас
Рет қаралды 4,7 МЛН
小丑把天使丢游泳池里#short #angel #clown
00:15
Super Beauty team
Рет қаралды 42 МЛН
Get 10 Mega Boxes OR 60 Starr Drops!!
01:39
Brawl Stars
Рет қаралды 16 МЛН
Чёрная ДЫРА 🕳️ | WICSUR #shorts
00:49
Бискас
Рет қаралды 4,7 МЛН