In which direction is human civilization heading? Watch the heartbreaking story of Niku Kalita

  Рет қаралды 603,027

Prag News

Prag News

Күн бұрын

Пікірлер: 545
@anjanabezbaruah9617
@anjanabezbaruah9617 Жыл бұрын
কনমানিতোক ইমান মৰম লাগে, ইমান ধুনীয়া কৈ কথা বিলাক কয়,অসম চৰকাৰৰ লগতে ৰাইজে যাতে কনমানিতোক উচিত শিক্ষা লাভ কৰাত সহায় কৰে তাৰে কামনা কৰিলো 🙏🙏
@kamalkalita338
@kamalkalita338 Жыл бұрын
নিকুক ভগবানে চাব, হিমন্তই এদিন কাৰোৰে শংগ নাপাব ভগবানে দেখুৱাব ।
@blacklover9393
@blacklover9393 Жыл бұрын
Bhut dux lagise anekuwa hb nelage ama axom khun senx ketia hb aw
@gopalpuria...5715
@gopalpuria...5715 Жыл бұрын
Sosa kotha.
@rituraj_aycheng_musical
@rituraj_aycheng_musical Жыл бұрын
সঁচাই অতি দুখঃ লগা দৃশ্য..... এওঁলোকক সোনকালে ক'ৰবাত সংস্থাপন দিয়ক চৰকাৰে🙏
@nayanpatgiriii
@nayanpatgiriii Жыл бұрын
বাহিৰৰ পৰা মানুহ অনাতকৈ এইসকল মানুহক আগতে সংস্থাপনৰ ব্যৱস্থা কৰক
@simantakalita2455
@simantakalita2455 Жыл бұрын
লৰাতোক লৈ দুখ লাগিছে কিন্তু কি কৰিব ময়ো ৰাখিব নোৱাৰে আপুনিও নোৱাৰে
@sarmajuriti4541
@sarmajuriti4541 Жыл бұрын
"আৰু কি দিছিল মা" নিকুই মাকক ইমান মৰমেৰে সুধিছে।
@rumeekalita3812
@rumeekalita3812 Жыл бұрын
তোমাৰ মংগল কামনা কৰিছো বোপাই 🙏
@ctcreation6549
@ctcreation6549 Жыл бұрын
বয়সে মানুহক নিশিকাই, পৰিস্থিতি হে মানুহক শিকাই , তাৰ প্ৰমাণ হৈছে এই কণমানি পোৱালিটো। আশা কৰিছোঁ চৰকাৰে যাতে কিবা ব্যৱস্থা লয়।🙏🙏😢😢
@taramaisaikia2952
@taramaisaikia2952 Жыл бұрын
Ekmot😓
@ctcreation6549
@ctcreation6549 Жыл бұрын
@@taramaisaikia2952 Tq
@khilindas7732
@khilindas7732 Жыл бұрын
Yes
@pradipchangmai3254
@pradipchangmai3254 Жыл бұрын
ৰজাঘৰীয়া মানো বোৰ বৰ বেয়া
@masihujzama3142
@masihujzama3142 Жыл бұрын
অসমৰ ৰাইজে আগ বাঢ়ি আহক এওঁলোকৰ ঘৰটো আমাৰ সহজওগত বনাই দিও পাৰিব নে
@priyankasaikia5302
@priyankasaikia5302 Жыл бұрын
""""আৰু কি দিছিলে মা????"""😭😭😭😭😭আৰু নিমখ এপেকেট দিছিলে ন😭😭😭😭😭
@k.dschannel6778
@k.dschannel6778 Жыл бұрын
This line hits my mind...😪
@artravelsvlogs2714
@artravelsvlogs2714 Жыл бұрын
আজি এই পৰিস্থিতি হৈছে যে আমাৰ অসমীয়া মনুহৰেই অসমত স্থান নাই। সকলো বস্তু চৰকাৰে হুহিব খুজিছে
@dhunukolizasaikia9705
@dhunukolizasaikia9705 Жыл бұрын
Manu nhy heibur goru...
@Sarma.k_123
@Sarma.k_123 Жыл бұрын
Agree with you bro 👍
@manujkoch221
@manujkoch221 Жыл бұрын
right bro
@mukutmusicacademy3121
@mukutmusicacademy3121 Жыл бұрын
এই ভিডিঅ' ৰাখি থব। ডিলিট নকৰিব। এদিন কামত আহিব। এদিন সচাকৈ এই শিশুটি এজন ভাল মানুহ আৰু ডাঙৰ মানুহ হৈ পৰিব। সকলোৱে তেতিয়া এই ভিডিঅ' চাই আজিৰ কথাটো মনত পেলাব। এই শিশুটিৰ চকুৱে সকলো বুজাইছে।
@manikchandradas7057
@manikchandradas7057 Жыл бұрын
অহা সময়ত তুমি ৰজা হবা আৰু তেতিয়া হিমুৰ ঘৰটোও ভাঙি দিবা। 😫😫😫
@biswajitchnath1999
@biswajitchnath1999 Жыл бұрын
ঠিক কৈছে দাদা তেতিয়া বুজি পাব দ্ৰৰিদ্ৰতা কাক কোৱা হয় । এতিয়া AC room ত দিন কটাইছে ন ক'ত বুজি পাব দ্ৰৰিদ্ৰতাৰ বেদনা।
@gitanjali2043
@gitanjali2043 Жыл бұрын
Hsakoi
@khadasabegum4877
@khadasabegum4877 Жыл бұрын
হিমন্তৰ হৃদয় গলিবনে এই কনমানিটিৰ কথা শুনি
@chandandutta3186
@chandandutta3186 Жыл бұрын
Himantar hriday gala hale Ghar bhange neki?
@samipkalitapro9338
@samipkalitapro9338 Жыл бұрын
Himanta dai he sob korbo ajon axomiya manuh hisape ami sohai agborhaba lagbo olop olop ke kiba kori holeo. Manuhor manabotabodh thakile sob vl hbo
@rlrajibhussain4244
@rlrajibhussain4244 Жыл бұрын
Bal golibo resort bonai ase kio diye vote.
@bidyutphukan3440
@bidyutphukan3440 Жыл бұрын
তাৰ হৃদয় আছে জানো
@mamilabhuuyan6391
@mamilabhuuyan6391 Жыл бұрын
হিমন্ত ৰ হৃদয়খনত grent স্থাপণ কৰা আছে
@rubideka4030
@rubideka4030 Жыл бұрын
এই কণমানি শিশুটো যেন ভৱিষ্যতে ডাঙৰ মানুহ হব পাৰে পঢ়ি-শুনি তাকে ভগৱানৰ ওচৰত প্ৰাথনা কৰিছোঁ। 🙏🏿
@dhanmoon
@dhanmoon Жыл бұрын
😞🙏
@mrinaljyotiborah854
@mrinaljyotiborah854 Жыл бұрын
B8
@mrinaljyotiborah854
@mrinaljyotiborah854 Жыл бұрын
Bihibl
@binoykalita7597
@binoykalita7597 Жыл бұрын
মানবতাৰ শব্দ অৰ্থ বৰমূৰিয়া, মন্ত্ৰী,সকলৰ অভিধানত নাইকিয়া হ'ল।
@ctcreation6549
@ctcreation6549 Жыл бұрын
অনুগ্ৰহ কৰি এই শিশু টিৰ যাতে ভৱিষ্যত ধ্বংস নকৰে। 🙏🙏🙏
@jbentertainment341
@jbentertainment341 Жыл бұрын
So sweet boy he is very genuine person He became a good citizen in future
@annemuktiar4855
@annemuktiar4855 Жыл бұрын
This little boy made me cry 😭
@rukminibaishya76
@rukminibaishya76 Жыл бұрын
কি সুন্দৰ মানসিকতা।
@ratuldas5646
@ratuldas5646 Жыл бұрын
মনুষ্যত্ব যত শেষ হয় তাত মানৱতাৰ ধ্বনি নিৰৰথক
@rakihannan918
@rakihannan918 Жыл бұрын
ইমান কষ্ট দিয়াৰ পিছতো অসমৰ ৰাইজে........ আশা কৰোঁ এইবাৰ 2026 ত অসমৰ ৰাইজে ইয়াৰ সঠিক উত্তৰ দিয়ে।
@himangshusarma214
@himangshusarma214 Жыл бұрын
BJP zindabad 🔥
@Kaushikeditzshorts
@Kaushikeditzshorts Жыл бұрын
ল'ৰাজনক প্ৰকৃততে বহুত ভাল লাগে
@GuminLegO-db5wf
@GuminLegO-db5wf Жыл бұрын
Really heart touching
@imdadulhoque9106
@imdadulhoque9106 Жыл бұрын
সচাকে অতি দুখ লগা।। কিন্তু মুখ্যমন্ত্ৰীৰ হৃদয়ৰ কঠোৰতাৰ কথা নক্ও।। আমাৰ আপোনাৰ হৃদয়ৰ কথাকে এবাৰ ভাবক চোন ইয়াৰ আগতেও শশ শিশুৱে গৃহহীন হৈছে, কেইজনে মাত মাতিছো???? আৰে মানুহ সকলো মানুহেই মানুহ হয়, এই দুদিনীয়া পৃথিৱীত কিহৰ ইমান অহংকাৰ? সৃষ্টিকৰ্তাই মানুহ হিচাপে জন্ম দিছে কাৰণে মানুহ। সম্পত্তি, ক্ষমতা, জীৱন আজি আছে কাইলৈ নাই।। অসহায়ৰ অধিকাৰ কাঢ়ি লোৱৰ অধিকাৰ আপোনা‌ক কোনে দিছে?বিছনা খন ভাঙি দিয়াৰ? শিশুটিৰ বা কি অপৰাধ??
@gyanjyotikhanikar8295
@gyanjyotikhanikar8295 Жыл бұрын
অ সোণ, মামা কংসৰ ৰাজত্ব চলি আছে ,কি কৰিবা নিষ্ঠুৰ দুৰাচাৰী মহাপাপী কংস ই সিংহাসন ৰক্ষা কৰিবলৈ তোমালোকৰ ওপৰত অত্যাচাৰ কৰিছে। ইয়াৰ অন্ত ভাগিন কৃষ্ণৰ দ্বাৰাই হ'ব।অলপ ধৰ্য্য ধৰা।
@mrraja2887
@mrraja2887 Жыл бұрын
Right
@sontoshsaikia5474
@sontoshsaikia5474 Жыл бұрын
Right
@Rishab627
@Rishab627 Жыл бұрын
Right
@rgsigma153
@rgsigma153 Жыл бұрын
Sorkari mati. Railor mati adi dokhol korato mak bapekor he bhul asil
@gyanjyotikhanikar8295
@gyanjyotikhanikar8295 Жыл бұрын
@@rgsigma153 সেই বোৰ মাটি এতিয়া আদানি আম্বানি ৰামদেৱক হে দিব আৰু।কাকনো দিব নে তাত অন্ধ ভক্ত গো পুত্ৰ বোৰলৈ ঘাঁহ ৰ খেতি কৰিব।
@vlogerjintu5816
@vlogerjintu5816 Жыл бұрын
News hole anekuwa hobo lage💕
@kossofthands7107
@kossofthands7107 Жыл бұрын
Bohut smart ase lora tu. Val education pale bohut val manuh hb
@dharitreedeka6814
@dharitreedeka6814 Жыл бұрын
Rihgt
@nitubayannortheast6431
@nitubayannortheast6431 Жыл бұрын
প্ৰাগ নিউজৰ তৰফৰ পৰা কি সহায় কৰিলে নিকু কলিতাক
@aim3607
@aim3607 Жыл бұрын
He is more happier than mama the destroyer
@ramjan3093
@ramjan3093 Жыл бұрын
নিকুক ভগৱান, আল্লাহে বহুত দিব এদিন, কিন্তু হিমন্ত বিশ্ব এদিন এইবোৰ ভুগিব।
@rahulrahman7716
@rahulrahman7716 Жыл бұрын
Enekua types r news khodai bonabo. Thanks Prag News
@prahladbordoloi6884
@prahladbordoloi6884 Жыл бұрын
বহুত দুখ লগা কথা ,কি বুলি কম আজিৰ পৃথিৱীৰ কথা
@lifewithnature9840
@lifewithnature9840 Жыл бұрын
Bohut dukh palu konmanitir kotha xuni🥺
@badanbadan7438
@badanbadan7438 Жыл бұрын
বি জে পি জিন্দাবাদ হিমন্ত চৰকাৰৰ জিন্দাবাদ আকৌ এবাৰ বি জে পি জিন্দাবাদ
@zohmingrokhum1999
@zohmingrokhum1999 Жыл бұрын
God bless you my child 🌹🙏🙏🙏🌹
@madanrabidas9451
@madanrabidas9451 Жыл бұрын
Very sad
@dipsaikia6347
@dipsaikia6347 Жыл бұрын
কথা কোৱা ধৰণ বৰ ভাল লাগিল
@bonomaliray8051
@bonomaliray8051 Жыл бұрын
God bless you niku aru sabonowaru
@maasmasla-tr4jz
@maasmasla-tr4jz Жыл бұрын
Mama nice... Khed ahtok
@momidutta1675
@momidutta1675 Жыл бұрын
Sweet voice
@akb1975
@akb1975 Жыл бұрын
Government should handle such situations kindly n for human being 🙏
@Choudhury1474
@Choudhury1474 Жыл бұрын
মানব সভ্যতা এতিয়া ৰাজনীতি লাভা লাভ ।কা বলবৎ কৰিব পৰা হ'ল
@chaineedeka70
@chaineedeka70 Жыл бұрын
মন চুই গ'ল
@simadeka8797
@simadeka8797 Жыл бұрын
Mok manuh buli kob laj loga hol...bhut dukh lagil.
@deepjyotipathak9975
@deepjyotipathak9975 Жыл бұрын
এইজনেই নাই এনেকুৱা বহুত আছে ,এওৰ দৰে যিমান আছে ,সকলো শিশুৰ কল্যানৰ হকে যি বিলাক স্কিম আছে সেইবিলাক ইম্প্লিমেমট কৰক ।
@sahidulislam6736
@sahidulislam6736 Жыл бұрын
Bahot baya laga
@manashkalita7692
@manashkalita7692 Жыл бұрын
অতি কৈ দুখ লগা পৰিস্থিতি। মানৱতা আজি কলৈ গল? নে মানৱতা ৰ পৰিচয় আজি হেৰাই গল? দুই দিনীয়া জীৱন কি কম ? সহায় কৰিব পাৰিলে মানৱতাৰ তথা লৰা টোৰ মুখলৈ চাই।😔
@azizulhoqu3447
@azizulhoqu3447 Жыл бұрын
Moi Kandi dilu tomar kotha huni😭😭😭😭
@Assamboy243
@Assamboy243 Жыл бұрын
মৰম লগা কথা আৰু হাঁহি সঁচাকৈ দেখি ভাল লাগিল মনটো
@Raja-qg7gg
@Raja-qg7gg Жыл бұрын
Heart touching🥺
@gitarthasarmah3302
@gitarthasarmah3302 Жыл бұрын
Age does not determine maturity, i am now 19 but he is far more mature than me.....best wishes from me for you bright future ❤️👍keep going keep struggling brother 🙏love you❤️
@animeboy9702
@animeboy9702 Жыл бұрын
Hu ni
@incometaxpandept8300
@incometaxpandept8300 Жыл бұрын
Bhut val lagil apunalokor protibedon bukut lagi gol apunalokor protibedon prag news reporter hosak mayabi apunalok eneka hodai thkibo mnuhor usort
@Beauty_And_Beyond09
@Beauty_And_Beyond09 Жыл бұрын
Baba tmk allahe bhal karok dangor manuh bonaok moi hodai pray krim tmr nisina lora bohut aag barhi jaok edin holeu dangor manuh hoi uthiba tmi nissoii♥️♥️
@Dolimun
@Dolimun Жыл бұрын
Aiio kolija2 😔😔
@itz_your_rahool_03
@itz_your_rahool_03 Жыл бұрын
আজি অসমৰ অসমীয়া হৈয়ে এই অৱস্থা আৰু বাকী আছেই 😭 আগন্তুক দিনত আৰু কি কি সহিব লগীয়া হব সেইয়া হে লক্ষণীয় হৈ পৰিব 😢🤦🏻‍♀️
@ambikarabha714
@ambikarabha714 Жыл бұрын
God bless you my dear boy 🥺🙏
@mizanurrohman5428
@mizanurrohman5428 Жыл бұрын
Very polite boy, anekuwa aru bohut manuh doridro aase jak aami sobe nojor diya uchit. Dhanyabad
@dipankardeka5270
@dipankardeka5270 Жыл бұрын
ইমান মৰম লগা লৰা টো ♥️🥺😘
@chayanikaborah26
@chayanikaborah26 Жыл бұрын
Maturity doesn't need any age .he is very mature.then me🥺❤️.he made me cry😭 where is humanity? God bless this kid,🥺❤️he is amazing .
@pobitrokurmi7204
@pobitrokurmi7204 Жыл бұрын
Bhut baeya lagise...agote thakibo..debo lage tar pisot..kiba Koribo lage..
@sankaraxomemusic3923
@sankaraxomemusic3923 Жыл бұрын
God bless you 🙏
@prideassam6584
@prideassam6584 Жыл бұрын
Assamese news is trending 35 all over the world
@sangitasaikia2927
@sangitasaikia2927 Жыл бұрын
God bless you beta and your family
@reemadas5794
@reemadas5794 Жыл бұрын
Tar kthabur j eman morom loga enan সৰুতেই কেমেৰাৰ আগত ইমান smartly kotha koise he upojukto hikha pale bohut aguai jabo ❣️
@chandansaikia8218
@chandansaikia8218 Жыл бұрын
Hoi ..praha huna koriboloi hubidha Kori dile adin lorajon val manuh hoboge..eman horu hoi thakutei bohut kotha anuvab koribo parise,bohut kotha Jane.
@reemadas5794
@reemadas5794 Жыл бұрын
@@chandansaikia8218 তাকেই
@ayanmallik3354
@ayanmallik3354 Жыл бұрын
This child gives a great ways that what is humanity...in the world Not only live for earning money and property.
@shyamolikabora2924
@shyamolikabora2924 Жыл бұрын
Baya laga
@AnilDas-kg9mi
@AnilDas-kg9mi Жыл бұрын
video no skip full news pl
@rajibdutta5154
@rajibdutta5154 Жыл бұрын
Xasake dukh loga dai 😭
@milanjyotidutta92
@milanjyotidutta92 Жыл бұрын
🥺🥺🥺
@manjitborah191
@manjitborah191 Жыл бұрын
Bohut Bea lagil
@shamimakhter6409
@shamimakhter6409 Жыл бұрын
Bor dukh Lagise. Heart touching story. Ki je hobo ai haru lora jonor. Kiba upaye help Kora Jai .
@CMChannel.
@CMChannel. Жыл бұрын
হাহি টো অনেক সুন্দৰ লাগিছে 🥰
@rekibulhussain2876
@rekibulhussain2876 Жыл бұрын
হিমন্তৰো এদিন এনে অৱস্থা হব তেওঁৰ লৰাই এদিন ৰাস্তাই ৰাস্তাই ঘুৰিব
@prettydev1165
@prettydev1165 Жыл бұрын
Bless u beta 🥺
@bikashnath-pb5cq
@bikashnath-pb5cq Жыл бұрын
মানৱ সভ্যতাৰ কথা কোনে বুজিব।সমাজ খনেই দোষী। কিয় বাৰু আমি নিজেই জানিব নুখুজো যে আমি কৰা কামবোৰ মানৱ সভ্যতাৰ বাহিৰত বুলি । আজি সেই কণমানি শিশুটিৰ যি দুখ লগা ভাস্য তাৰ বাবে দোষী চৰকাৰ নে সেই ঘৰৰ মালিক যি ইমান দিনে ৰক্ষা কৰাৰ নামত সেই শিশুটিৰ পৰিয়ালৰ পৰা ভাৰা লৈ নিজৰ চাৰ্থ পূৰাই আছে তাকো ইনলিগেল ভাবে চৰকাৰী মাটিত ঘৰ বনাই ।
@LakshmanKrRay
@LakshmanKrRay Жыл бұрын
ঘৰ অকল এই লৰা জনৰে ভঙা নাই এই লৰা জনৰ দৰে বহুতো মানুহৰ ঘৰ ভাঙিছে তেওলোককো দেখুৱাওক ॥
@ffhighlight2005
@ffhighlight2005 Жыл бұрын
God bless him
@dibjyotidsa500
@dibjyotidsa500 Жыл бұрын
মোৰ এটা সপোন আছে... ভবিষ্যতে কিবা এটা ভাল কাম কৰি তেওঁ লোকৰ দৰে অসহায় লোক সকলক সহায় কৰা মই এই বাৰ HSLC exam দিচো ...... God bless him... 😟
@janardanbora2803
@janardanbora2803 Жыл бұрын
অন্ধ ভক্ত বোৰে চকু বোৰ মুদী আছে নেকি এতিয়া কিয় মাত মতা নাই
@rgsigma153
@rgsigma153 Жыл бұрын
Sorkari mati dokhol karibo nelage dangare bhul karile horu bure logote hasti pai aei hadharon kathatu apuni kio buji pua nai
@rubihazarika992
@rubihazarika992 Жыл бұрын
অ সোঁন ,তোমাৰ লগত ভগৱান আছে ,সেই কাৰণে টো তোমালোকক আগৰ ভাড়া মালিকে মৰমেৰে আশ্ৰয় দিছে । ভাল হব দেই 😢
@priyansusarmah1917
@priyansusarmah1917 Жыл бұрын
Bor dukh lagil Sai ....may God bless him.
@lalitkumargogoi2419
@lalitkumargogoi2419 Жыл бұрын
কণমানি মোৰ কবলৈ তোমাক বুজাবলৈ ভাষা নাই। আমি কি সমাজত জিয়াই আছো। এনেকৈয়ে আমাৰ ভবিষ্যৎ নেকি----
@Sakuntalanathbaruah
@Sakuntalanathbaruah Жыл бұрын
ইমান মৰম লগা কথাবোৰ নিকুৰ । চকুপানী ওলাই যায় । সাৱটি লম যেন বুকুৰ মাজত..
@moongorg9906
@moongorg9906 Жыл бұрын
So brilliant
@munnarealvlog9341
@munnarealvlog9341 Жыл бұрын
Uncle এতিয়াই পুলিচক আহিব নিদিবা আমাৰ বস্তু খালি কৰা হোৱা নাই😥😢 সৰু লৰা এজনৰ মুখেৰে এনেকুৱা আৱেগৰ কথা শুনিলে মনত বহুত কষ্ট হয়😥😥 উচ্ছেদ কৰক কিন্তু সংস্থাপন নিদি উচ্ছেদ কৰাটো বৰ বেদনাদায়ক। এই কণ কণ লৰা ছোৱালীৰ ভৱিষ্যত ধ্বংসৰ মুখত ঠেলি দিয়া হৈ আছে। উচ্ছেদ কৰক চৰকাৰৰ মাটি চৰকাৰে লক আপত্তি নাই কিন্তু এনেকৈ দুখ দি উচ্ছেদ কৰাটো আৰু সংস্থাপন নিদি উচ্ছেদ কৰাটো গ্ৰহণ যোগ্য নহয়। যি সময়ত এই কণ কণ লৰা ছোৱালীৰ হাতত চৰকাৰে কিতাপ উঠাই দিব লাগিছিল সেই সময়ত এইদৰে ঘৰৰ বস্তু টানিবলৈ বাধ্য কৰোৱাটো বেআইনী। পাপ কৰিলে কেঞ্চাৰ হয়। কথাটো যদি সঁচা তেনেহলে এদিন আপুনিও ভুগিব লাগিব।
@baishaleebormudoi8448
@baishaleebormudoi8448 Жыл бұрын
Aio dehi puali tu ❤️❤️❤️
@dehadehi4142
@dehadehi4142 Жыл бұрын
😭😭😭😭😭😭bohut dhukh loga kotha
@bistupegu8700
@bistupegu8700 Жыл бұрын
Bohut dhukor majote Ase dei 😭😭😭
@MovMovies7549
@MovMovies7549 Жыл бұрын
BJPক ভোট দি জয় জুক্ত কৰক । আৰু আহিব লগিয়া Electionত সমুহ অসম বাসি ৰাইজক মোৰ এইটো অনুৰোধ আৰুBJPক ভোট দিয়ে যেন ।
@chakrapanipegu8037
@chakrapanipegu8037 Жыл бұрын
I want his life better
@Nazneen245
@Nazneen245 Жыл бұрын
বহুত dukh lagise,,beta dukh নকৰিবা din tmi dangor hoba dua korim
@rajukalita899
@rajukalita899 Жыл бұрын
God bless you baba
@NEELBIBHU
@NEELBIBHU Жыл бұрын
এই খিনিতেই বহুত শিকিব।ভাল হ'ব ল'ৰাটো!
@banjyotideka85
@banjyotideka85 Жыл бұрын
Aikhn sarkare, adani, ambani r loan maaf kri dibo pre, microfinance r hajar hajar kuti toka maaf kribo pre, baheror manuh ani yat xongshtapon dibo pre, kin2 khilonjiya bhumi putro r aji thakiboloi mati ekdokhor ru ghr eta nuhua krile. Salute
@benjamirl6032
@benjamirl6032 Жыл бұрын
Hearth touching
@nurulalam7957
@nurulalam7957 Жыл бұрын
Amar hundor sorkar. Hokoluye vote dibo dei
@ah5255
@ah5255 Жыл бұрын
Such a lovely and smart kid..I hope in jaiso ki shraap na lage..yaar🙏😑
@oldisgold7715
@oldisgold7715 Жыл бұрын
Apunaloke sorkarok dokh di ki hb...dukh lagise...kin2 upai2 nai sorkare raijor lavr karone e krise.....
@mineswardutta722
@mineswardutta722 Жыл бұрын
Napai napai
@Dhon____Axom
@Dhon____Axom Жыл бұрын
Nikur jiman video bur sau khimane sokur pani ulai 😭😭😭😭😭
Quando eu quero Sushi (sem desperdiçar) 🍣
00:26
Los Wagners
Рет қаралды 15 МЛН
Pi Daduhi te inah Krismas Ruai UK thalaite nen
15:00
R&H Pachuau CHANNEL
Рет қаралды 2 М.
28 DECEMBER 2024 LPS CHANCHINTHAR
19:56
LPS VISION
Рет қаралды 6 М.
Kan Tlangveng Ruai Ṭheh || Rawpui Khua || 27 Dec 2024
23:01
King Kawng
Рет қаралды 1 М.