জিক্ জেক্ নে জিক্ জাক্ ? সূতা দুদাল বুলিয়ে কয় নে কিবা নাম আছে ? ৰঙা সূতাবোৰ যে বান্ধিছে সেই সূতাবোৰৰ নাম কি ? মাখিফুল বুলি কয় ৷ চিৰিপাতে ব’ উঠোৱা নে জাকি দিয়া ? সেই এডাল এডালবোৰৰ নাম কি ? সজুঁলিবোৰৰ নামবোৰ শুদ্ধকৈ ক’ব ৷ তেতিয়া সকলোৱে বাবে ভাল হয় ৷ ধন্যবাদ ৷