ৰাজীৱ গান্ধীৰ নাম থকা কাৰণে কলেজ খন হব নিদিয়ে।কিন্তু মোদীৰ প্ৰতিমূৰ্তি পৰ্যন্ত বনাব কোটি কোটি টকা খৰচ কৰি।
@nitulboruah7781 Жыл бұрын
Sivasagor konok eku nidiye, amingaon jabo
@bilashchandradoley2544 Жыл бұрын
বিশ্ববিদ্যালয় লাগে। কিন্তু গান্ধী হলে নহব মোদি হলে হব এই নিতি নেকি,?
@Fffygg56 Жыл бұрын
সহনশীলতা হীন হৈ BJP এ ভ্ৰম বকা যেন অনুমান হয়।চৰকাৰ আৰু দলৰ মাজত কোনো পাৰ্থক্য নাইকিয়া হোৱা দেখা পোৱা যায়। ৰtজধৰম কি তেওঁলোকে নাজানে ,বিধান সভাত চৰকাৰ আৰু বিৰোধী দল থকা টো সংবিধান প্ৰদত্ত। কিন্তু আমাৰ মহা জ্ঞানী নেতা মন্ত্ৰীৰ তেনে অনুভৱ দেখা পোৱা নাযায়। বিৰোধী দলে প্ৰশ্ন কৰাতো সংবিধান সন্মত আৰু উত্তৰ দিয়াটো চৰকাৰৰ কৰ্তব্য। কিন্তু চৰকাৰী পক্ষ্যৰ নেতা মন্ত্ৰী এ বিষয় টোৰ উওৰ দিয়াত ব্যাৰ্থ হৈ হিতা হিত জ্ঞান হেৰুৱাই সিংহশ্ৰ জীৱৰ দৰে আচৰণ কৰা দেখা পোৱা যায়, যিটো অতি দুৰ্ভাগ্য জনক।