◾ নাৰীৰ কণ্ঠত গীত গাই চৰ্চিত এজন অসাধাৰণ যুৱক।

  Рет қаралды 581,289

Ishan News

Ishan News

Күн бұрын

Пікірлер: 1 100
@subhashnathentertainment4595
@subhashnathentertainment4595 3 жыл бұрын
ভগৱান ৰ ওচৰত প্ৰাৰ্থনা জনালোঁ এই প্ৰতিভা যেন প্ৰায় জীয়াই থাকক
@allindiaediting6818
@allindiaediting6818 3 жыл бұрын
মৰিাঁওৰ বাসিন্দা হৈ গৌৰব বোধ কৰোঁ 🥰🥰 । মৰিগাঁও ৰ কোন কোন আছে লাইক এটা কৰিব
@munmiduttaburagohain4909
@munmiduttaburagohain4909 3 жыл бұрын
ইমান ধুনীয়া অ' মাতটো,,,, 🥰😘এনেকুৱা প্ৰতিভা আমাৰ অসমতেই আছে তাৰ বাবে সঁচাকৈ আমি গৌৰৱ অনুভৱ কৰিছো,,, 🙏
@ushaborgohain3223
@ushaborgohain3223 3 жыл бұрын
ধুনীয়া কণ্ঠ ৰে এজনী ভন্টি ৰ মাত। দেখাত ভাইটি।সাজ পোচাক ত আজি কালি ধৰিবটো নোৱাৰি, actually ভাইটিনে ভন্টি? যিজনেই নহওক বহু বহু ধন্যবাদ।গাই। যোৱা গান । এদিন বিশ্ব দৰবাৰত ভৰি দিব পাৰিবা।শুভকামনাৰে।
@মইনয়নদীপ
@মইনয়নদীপ 3 жыл бұрын
হে ভগৱান সঁ‌চাকৈ এখেতে গায়ছে নে নাই নিজ চঁ‌কুৰে দেখাৰ পিছতো চোন বিশ্বাসেই নহয়। ইমান সুন্দৰ মাত..আচৰিত
@tinamoni172
@tinamoni172 3 жыл бұрын
বাঃ অদ্ভুত কণ্ঠ দেই তুমি আৰু আগ বাহি যোৱা
@bubulbaruah4926
@bubulbaruah4926 3 жыл бұрын
ভাল কন্ঠ দিছে। তেখেত নাৰী আৰু পুৰুষ দুয়োৰে কন্ঠত গীত পৰিৱেশন কৰাৰ অধিকাৰ আছে। ধন্যবাদ 🙏
@boruahbeauty6830
@boruahbeauty6830 3 жыл бұрын
😇😴
@snigdhaphukan9377
@snigdhaphukan9377 3 жыл бұрын
@@boruahbeauty6830 .
@gahinboro419
@gahinboro419 3 жыл бұрын
ধন্যবাদ,বহুত বহুত ধন্যবাদ ।অসমবাসীৰ মৰম আৰু আৰ্শীবাদ নিশ্চয় আছে আৰু ৰৈথকাৰ প্ৰয়োজন নহব । ভগবানে কণ্ঠশিল্পী গৰাকীক আৰ্শীবাদ কৰক ইয়াকে কামনা কৰিলো । ধন্যবাদ ।
@mantudds2395
@mantudds2395 2 жыл бұрын
তেওঁ সু কণ্ঠৰ গৰাকী সঁচাকৈ এ
@prashantaprashantapatar3061
@prashantaprashantapatar3061 2 жыл бұрын
@@boruahbeauty6830 6
@monjugogoi6107
@monjugogoi6107 3 жыл бұрын
আশীর্বাদ কৰিছো ভগৱানে য়েন দয়া কৰক
@jayashreegohain883
@jayashreegohain883 3 ай бұрын
অতি সুন্দৰ! ভগবানে দিয়া জন্মগত গুণ । আগুৱাই যোৱা
@kulasaikia740
@kulasaikia740 3 жыл бұрын
ভগৱানে আৰু শক্তি দিয়ক । অতি সুন্দৰ ।
@gitanjalipatiri415
@gitanjalipatiri415 3 жыл бұрын
বাঃ কিযে মধূৰ কন্ঠ ।আৰু আগলৈ যোৱাৰ আশাঁ ৰাখিলোঁ।
@infoeducation729
@infoeducation729 3 жыл бұрын
ভাল হওক তোমাৰ ভাই ৷ ভগবান সহায় হ’ব ৷
@rajuduwori4297
@rajuduwori4297 3 жыл бұрын
এইয়া ভগৱানৰ আৱদান ॥
@nbasumatary9682
@nbasumatary9682 3 жыл бұрын
Joyi Assam joyi hin
@bhupenduarah9804
@bhupenduarah9804 8 ай бұрын
​@@nbasumatary968217:02 17:02
@onlineclass5882
@onlineclass5882 3 жыл бұрын
সফলতাৰ আৰম্ভনি...god bless you
@lalitbordoloi7422
@lalitbordoloi7422 3 жыл бұрын
বহুত বহুত ভাল লাগিল ধন্যবাদ জনাইছো আৰু আগবাঢ়ি যাব লৈ ঈশ্বৰে শক্তি দিয়ক তাৰে কামনা ঈশ্বৰৰ ওচৰত ।সদৌ অসম বাসী লৈ আহবান লৰা জনক আগুৱাই যোৱাত সহায় কৰে যেন
@sunmonisunmonimusahari2746
@sunmonisunmonimusahari2746 3 жыл бұрын
Val.lagise
@babuldeka652
@babuldeka652 3 жыл бұрын
Pànkaj Bordoloi tumar prochestak
@ashimali4757
@ashimali4757 3 жыл бұрын
Very good voice dada
@hemawatiborahboruah7485
@hemawatiborahboruah7485 2 ай бұрын
অতি সুন্দৰ কণ্ঠৰ গৰাকী সহায়ৰ হাত আগবঢ়াওঁক সকলোৱে 🙏🙏
@anjanagogoi6105
@anjanagogoi6105 3 жыл бұрын
বহুত ভাল লাগিল ,সুন্দৰ দ্বৈত কণ্ঠৰে গাব পৰা প্ৰথম শুনি অভিভূত হলো ।আগুৱাই যোৱা ।তাৰে শুভ কামনা কৰিলোঁ ।
@subhashsut2215
@subhashsut2215 Жыл бұрын
ইমান‍ সুন্দৰ সুৰ আগলৈকে আগবাঢ়ি জাবলৈ আশীৰ্বাদ জাছিলো । ধনয়বাদ ।।
@kundansonowal8655
@kundansonowal8655 3 жыл бұрын
Kokai tumi jui 🔥 Beautiful voice ❤️
@itsenjoy4720
@itsenjoy4720 3 жыл бұрын
সঁচাকৈ আচৰিত জনক।।ইমান ধুনীয়া কণ্ঠ ❣️।। এজনী ভাল গায়িকাৰ সমানে ধুনীয়াকৈ গাইছে।।এনেকুৱা প্ৰতিভা বিকাশ হওঁক।। আগুৱাই যাওঁক।।❣️
@daizee4510
@daizee4510 3 жыл бұрын
বাঃ অদ্ভুত কণ্ঠ দেই ৷
@junmonisarmah5194
@junmonisarmah5194 3 жыл бұрын
চেষ্টাৰ অসাধ্য একো নাই। অতি সুন্দৰ কন্ঠ। 🙏🙏🙏🙏🙏
@utpalnath8099
@utpalnath8099 2 жыл бұрын
Hoi thik koise
@pranjalbharali8134
@pranjalbharali8134 3 жыл бұрын
Cute voice...... God bless you
@dhirendramazumdar1384
@dhirendramazumdar1384 3 жыл бұрын
অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ দৃষ্টি আকৰ্ষণ কৰা হ'ল ,এনেকুৱা প্ৰতিভা মৰহি যাব দিব নোৱাৰি,ৰাইজেও সহায়ৰ হাত আগবঢ়াওক ।
@labanyagogoi5728
@labanyagogoi5728 3 жыл бұрын
ভগৱন্ত প্ৰদত্ত প্ৰতিভা ।নিশচয় তেৰাই কৃপা কৰিব ।
@bhupatimedhi8845
@bhupatimedhi8845 3 жыл бұрын
Atisundor.verynic
@bishnubaruah4728
@bishnubaruah4728 4 ай бұрын
Eman.dhunia.kontha.val.lagil.vogobane.aru.vobissataloy.arukhundarhauk.moy,kamona.karichu❤
@nitishnb5071
@nitishnb5071 3 жыл бұрын
Bahut hundar nari kanmtha, All the best.
@borokha6365
@borokha6365 3 жыл бұрын
Very Nice
@chinuprovacheleng7492
@chinuprovacheleng7492 3 жыл бұрын
পঙ্কজ আগবাঢ়ি যোৱা। তোমাৰ লগতে গোবিন কোঁৱৰ ছাৰলৈ ধন্যবাদ।
@nirmollama4080
@nirmollama4080 3 жыл бұрын
DhNyobad
@nirojdeori7130
@nirojdeori7130 3 жыл бұрын
বিশেষকৈ আমাৰ অসমীয়া মানুহৰ দুখ। আনৰ ভাল দেখিব নোৱাৰা। ইয়াত দিচলাইক কৰা সকলেও আমাৰে ককাই ভাই।🙏🙏🙏
@dipakkalita7034
@dipakkalita7034 3 жыл бұрын
এই বোৰ মানুহৰ ভিতৰত নপৰে।
@pahee6433
@pahee6433 3 жыл бұрын
Dislike dibo logia ki ase buji napalu .manuh u ase aru .....
@nirojdeori7130
@nirojdeori7130 3 жыл бұрын
@@pahee6433 শুদ্ধ কথা কৈছা।ধন‍্যবাদ
@didul682
@didul682 2 жыл бұрын
Dhuinya bad
@puspomalaneog4362
@puspomalaneog4362 2 жыл бұрын
Tomar sathana ahibhahot rakha saphalata ahiboi
@digantadewri917
@digantadewri917 3 жыл бұрын
ইমান ধুনীয়া কন্ঠ ৷ সংগীতৰ লগত জৰিত সকলে যাতে এই নতুন শিল্পী জনক আকোঁৱালি লয়ে তাৰেই কামনা কৰিলোঁ ৷
@daimeeborah1845
@daimeeborah1845 3 жыл бұрын
, খুউব সুন্দৰ কণ্ঠ নাৰী আৰু পুৰুষ ৰ সমানে পৰিৱেশন কৰিছে শুনি ভাল লাগিল আৰু আগুৱাই যোৱা ।👍😉👍
@minakshibezboruah3128
@minakshibezboruah3128 3 жыл бұрын
সৰ্বভাৰতীয় স্তৰত "কিশোৰ দা"ৰ পিছত আহিছে যেন এই প্ৰতিভা। সাধনাই তেখেতক মঞ্চ দিব। ঈশান পৰিয়াল ও শ্ৰীযুত গোবিন্দ কোঁৱৰ ডাঙৰীয়াৰ প্ৰতি ধন্যবাদ। ভগৱানে পঙ্কজক আগুৱাই যাবলৈ আশীৰ্বাদ দিয়ে যেন...
@jibanrabha7404
@jibanrabha7404 3 жыл бұрын
Bargeet ti xuni mur bhut val lagise.. Amazing....
@meaarmymeablink9225
@meaarmymeablink9225 3 жыл бұрын
Super tallents good voice we are always support you go away God bless you.
@hirensaikia3810
@hirensaikia3810 3 жыл бұрын
কি আচৰিত 🙏🙏🙏🙏🙏🙏👍
@pankajbordoloi2868
@pankajbordoloi2868 3 жыл бұрын
Tq
@NandeswarChutia-tk1rm
@NandeswarChutia-tk1rm 3 жыл бұрын
ভাল লাগিল । আশা কৰোঁ সঙ্গীতৰ লগত জড়িত ব্যক্তি সকলে যুৱকজনক সহায় কৰিব ।
@amulyagogoi5135
@amulyagogoi5135 3 жыл бұрын
Very nice
@ritugogoi6519
@ritugogoi6519 3 жыл бұрын
Awesome.He is God gifted.
@sujithazarika169
@sujithazarika169 2 жыл бұрын
Bohut bohut bohut bohut bohut hundor kontho... 🔥🔥🔥👍👍
@mrinalgoyari8112
@mrinalgoyari8112 3 жыл бұрын
So sweet voice. Amazing. May God bless him to gain success his music journey.
@arishshen7929
@arishshen7929 2 жыл бұрын
bohut dhunia....bohut dhunia.....bhogobane jate tak bohut aguai loi jauk.....
@geetadas1015
@geetadas1015 3 жыл бұрын
Very good. He needs good support to continue his musical journey. Wish him best in his future
@rufullabasu7357
@rufullabasu7357 3 жыл бұрын
Bohut bohut dhunia, bhal lagil dhonyobad ponkos ,
@apurbadeka1871
@apurbadeka1871 3 жыл бұрын
অতি সুন্দৰ👌👌👌
@nironburagohain
@nironburagohain 8 ай бұрын
Bahut bahut sundar. God bless you. Keep it up.
@diplinashorts
@diplinashorts 3 жыл бұрын
সুন্দৰ 👍👍🙏🙏
@bitenrajkhowa1339
@bitenrajkhowa1339 3 жыл бұрын
Biten. Rajkhowa
@kanakray6651
@kanakray6651 3 жыл бұрын
D
@punudharhajong7747
@punudharhajong7747 3 жыл бұрын
Vrry vrry nice
@kanakray6651
@kanakray6651 3 жыл бұрын
D
@kanakray6651
@kanakray6651 3 жыл бұрын
D
@kailashchsarma619
@kailashchsarma619 3 жыл бұрын
পংকজ বৰদলৈৰ কণ্ঠই ইমানেই মুগ্ধ কৰিলে যে আবেগত চকুপানী নিগৰিল । ঈশ্বৰপ্ৰদত্ত কণ্ঠৰ গৰাকী যুৱকজন আগুৱাই যোৱাৰ অনুকূল পৰিবেশ পাওক, অসমৰ সাংস্কৃতিক জগতখন এনে সম্ভাৱনাপূৰ্ণ প্ৰতিভাৰে সমৃদ্ধ হওক -তাকেই কামনা কৰিলো । বৰদলৈ লৈ শুভাশীষ আৰু অনুষ্ঠানটিৰ আয়োজক স্নিগ্ধা প্ৰমুখ্যে ঈশান নিউজৰ সমূহ কৰ্মকৰ্তালৈ ধন্যবাদ যাছিলো ।
@madhukantakhakhlari430
@madhukantakhakhlari430 3 жыл бұрын
পংকজ আপোনাৰ কণ্ঠত আসাধাৰন প্রতিভা আছে আপুনি আৰু আগুৱাই যাওক এয়ে মোৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা
@nirupomaphukan3504
@nirupomaphukan3504 3 жыл бұрын
ইমান সুন্দৰ নাৰী কণ্ঠ ,ভগৱানে তোমাক দয়া কৰক ।
@ranjitamahanta7707
@ranjitamahanta7707 3 жыл бұрын
বহুত বহুত শুভেচ্ছা জনাইছো আগুৱাই গৈ থাকে যেন
@nandinislittleworld4091
@nandinislittleworld4091 3 жыл бұрын
সঁচাকৈ অসাধাৰণ প্ৰতিভা। অযুত শুভকামনা থাকিল তেখেতলৈ।
@prabhatkrgogoi8153
@prabhatkrgogoi8153 3 жыл бұрын
অতি মনোগ্ৰাহী কণ্ঠ ৷ পৰিচয় সময়ে নিজেই দিছে যেতিয়া এতিয়া আৰু ৰব নেলাগে , গৈ থাকক আগবাঢ়ি, শুভেচ্ছা জনালোঁ 👌👌👌
@keshabgogoi2063
@keshabgogoi2063 2 жыл бұрын
অতি সুন্দৰ হৈছে,এইয়ে শিল্পী ভগৱানে মঙ্গল কৰক।
@pareshrajkhowa2271
@pareshrajkhowa2271 3 жыл бұрын
Excellent Talent.Keep it up.
@tileswaryein1295
@tileswaryein1295 9 ай бұрын
BEST SINGAR BORDOLOI. THANK YOU.🎉🎉🎉🎉🎉.
@pranjalpradipnath6355
@pranjalpradipnath6355 3 жыл бұрын
Great 👍👍কি সুন্দৰ কণ্ঠ। Keep it up... 🙏🏼🙏🏼🙏🏼
@parashpator9977
@parashpator9977 3 жыл бұрын
Excellent bro..Morigaon pora june june saise like kori diyok
@tutumonibordoloi2816
@tutumonibordoloi2816 3 жыл бұрын
আশীৰ্বাদ কৰিছো ,তুমি যেন আৰু বহু দুৰ আগুৱাই যোৱা ।
@miduldutta8798
@miduldutta8798 8 ай бұрын
সুন্দৰ অতি সুন্দৰ বন্ধু অতি সুন্দৰ ❤❤❤, আগবাঢ়ি যোৱা তুমি জয় আই অসমমমমমমমমমমমমমমমমমম, এটা কথা মনত লৈ গীত গাই যোৱা তুমি নিজৰ কণ্ঠৰে , আন শিল্পী লগত তুলনা কৰি নহয় , চবৰে গীত গাই যোৱা অতি সুন্দৰ বন্ধু অতি সুন্দৰ ❤❤❤
@bhaktadhadumia7217
@bhaktadhadumia7217 3 жыл бұрын
Very nice Pankaj.,.Congratulations!!
@AbdulSalam-zl8ze
@AbdulSalam-zl8ze 6 ай бұрын
খুব সুন্দৰ হৈছে। তুমি তোমাৰ চেষ্টাৰে আগলৈ আগুৱাই যোৱা।
@mrigankaphukan4427
@mrigankaphukan4427 3 жыл бұрын
অতি সুন্দৰ প্ৰদৰ্শন 🔥🔥🔥
@kailashbharali5604
@kailashbharali5604 7 ай бұрын
Mai khub val paiso .mai sadharan tumak. Ashiirbad kariso.
@basantiboro4314
@basantiboro4314 2 жыл бұрын
দিপলীনাৰ অনুষ্ঠান চোৱাতকৈ এইজন লৰাৰ অনুষ্ঠান চাই ভাল লাগে।
@khirudlalung3733
@khirudlalung3733 3 жыл бұрын
Khub mojaa gaise dada apuni aguai jaaok
@Bmentertainment834
@Bmentertainment834 3 жыл бұрын
Good voice. God bless him. He need to support to best future.
@nirojdeori7130
@nirojdeori7130 3 жыл бұрын
মানি গলো। পংকজৰ নাৰী আৰু পুৰুষৰ মাতত গান। কলি যুগৰ অৱতাৰ। আগবাঢ়ি যাওঁক।🙏🙏🙏🙏
@subhashsut2215
@subhashsut2215 Жыл бұрын
কি সুন্দৰ সছাকৈয়ে ভাবি আচৰিত হলো ।
@debashree1stchannel272
@debashree1stchannel272 2 жыл бұрын
অতি সুন্দৰ, অসমবাসীৰ বাবে গৌৰৱ, এনেকৈয়ে সকলোৱেই সহযোগ কৰাই আগুৱাই লৈ গৈ যায় যেন🙏
@jitumitali937
@jitumitali937 3 жыл бұрын
বহুত ধুনীয়া কন্ঠ। ভৱিষ্যতৰ উজ্জ্বল কামনা কৰিলো পংকজ লৈ
@meghnilamusical9272
@meghnilamusical9272 2 жыл бұрын
Uffff got ❤❤❤❤❤❤🚀🚀🚀🚀🙏🙏🙏🙏🙏💥💥💥💥💥agote abar paislu...aji akou dekha pai bohut val lagil
@rekhadas7669
@rekhadas7669 3 жыл бұрын
Sweet voice. God bless you
@ratulgogoi1755
@ratulgogoi1755 3 жыл бұрын
👌👌👌👌👌💐💐💐💐💐
@bijumoni6757
@bijumoni6757 2 жыл бұрын
Khub xundor. God bless him aru Zubeen dae nichay kiba help koribo ponjak bordoloik aguwai juwat♥️
@aruppathak9422
@aruppathak9422 3 жыл бұрын
Practice makes perfect.
@zomunarajbongshiyadav2
@zomunarajbongshiyadav2 3 жыл бұрын
ধুনীয়া হৈছে 🎧🎤🎻🎺🎷
@dipaborah8139
@dipaborah8139 3 жыл бұрын
Iman humodhu xur, so amazing 👌👌
@padmawatidevi9227
@padmawatidevi9227 2 жыл бұрын
Aaguai jowa. Bhogobane mongal korok
@dibakarswargiary235
@dibakarswargiary235 3 жыл бұрын
Really so amazing voice 😲 Great God may lead his artistic life on way to fulfill successful Artist!!!!
@udayanofficial5390
@udayanofficial5390 3 жыл бұрын
সুন্দৰ, সচাঁই ভাল লাগিল।
@rupidehingia6680
@rupidehingia6680 3 жыл бұрын
তেওঁৰ নাৰী কণ্ঠক মই আদৰণি জনাইছোঁ।
@ridipdeka6969
@ridipdeka6969 Жыл бұрын
Bohut dhuniya lagise val kotho❤❤❤❤❤❤
@anshumanue6007
@anshumanue6007 3 жыл бұрын
Good voice , God bless you
@NayanMoniDas-r7r
@NayanMoniDas-r7r 8 ай бұрын
Bor dhunia gaisa.tmi xodai ag bahi jua.❤❤❤❤
@bagishffgamingbox228
@bagishffgamingbox228 3 жыл бұрын
ভগৱানে আশীর্বাদ কৰক। ভালদৰে আগবাঢ়ি যোৱা
@PurnimaPhukon-iy6ey
@PurnimaPhukon-iy6ey 6 ай бұрын
Bohut dhuniya hoise __ ane dore gai juwa agole ajon val singar hoba Thanku
@pronitabordoloi1254
@pronitabordoloi1254 3 жыл бұрын
অতি সুন্দৰ 👌👌শুভেচ্ছা থাকিল
@RinkuBorboruah
@RinkuBorboruah 8 ай бұрын
Bohut dhunia hoise val lagil
@khaninray6017
@khaninray6017 3 жыл бұрын
সুন্দৰ কণ্ঠ ভৱিষ্যত আগুৱাই যোৱাৰ কামনাৰে।
@PinkuDevi-n7m
@PinkuDevi-n7m Ай бұрын
বহুত বহুত শুভেচ্ছা থাকিল লগতে উজ্জ্বল ভবিষ্যত কামনা কৰিলো
@DEKA2199
@DEKA2199 8 ай бұрын
মৰিগাওঁ❤❤❤
@mridulasutradhar2607
@mridulasutradhar2607 3 жыл бұрын
খুব ধুনীয়া কণ্ঠ সচাঁকে দেই ভাল লাগিল শুনি.
@rashmipatar3155
@rashmipatar3155 3 жыл бұрын
Bohut bohut bohut besy val lagise ki buli nu kom vakhare bisari puya nai 🙏🙏🙏🙏🙏🙏🙏
@putulsaikia2013
@putulsaikia2013 3 жыл бұрын
সচায় হিয়া মন হাত পৰি গল, আগবাঢ়ি যোৱা
@nabokumarbora444
@nabokumarbora444 3 жыл бұрын
অতি সুন্দৰ কণ্ঠ পঙ্কজৰ।কণ্ঠই আৰু গীতৰ পৰিবেশনে আপ্লুত কৰিছে। আগবাঢ়ি যাওক শুভেচ্ছা জনালোঁ আৰু ভগৱানে কৃপা কৰক।
@dhirendrakumarbaruah6906
@dhirendrakumarbaruah6906 3 жыл бұрын
💯 pc female voice... 💯 pc .. xundor go ahead...
@rajumonibaruah6865
@rajumonibaruah6865 3 жыл бұрын
বৰ সুন্দৰ৷আৰু আচৰিত কৰি তুলিছে ৷ভাল লাগিল
@daimalumushahary7443
@daimalumushahary7443 3 жыл бұрын
আগবাঢ়ি যোৱা, ঈশ্বৰৰ আশীৰ্বাদ থাকিল
@newassamesereels7262
@newassamesereels7262 2 жыл бұрын
God bless you very nice
@ramadas5839
@ramadas5839 2 жыл бұрын
Nice very very nice.really u r a great singer God bless you please go ahead like this.
@jantihira9223
@jantihira9223 3 жыл бұрын
অসমীয়া বিখ্যাত গায়ক জুবিন দালৈ অনুৰুধ পঙ্কজ বৰদলৈ লগত এটা গান একেলগে গোৱা দেখিলে বহুত ভাল পাম । জুবিন দাই মতা মানুহৰ সুৰ আৰু পঙ্কজ বৰদলৈ ছোৱালীৰ সুৰ দিলে ভাল লাগিব।
@jjannat921
@jjannat921 3 жыл бұрын
ek mot ❤️❤️❤️❤️❤️❤️❤️love it
@numaldeuri646
@numaldeuri646 3 жыл бұрын
@@jjannat921 🎉
@muktisaikia5717
@muktisaikia5717 3 жыл бұрын
⁶ mk
@AXOM-SPORTS
@AXOM-SPORTS 3 жыл бұрын
Anaka bhanu dgabqb5anam2 nibbles hhjjkjj6tj most
@itsroshnilama8999
@itsroshnilama8999 3 жыл бұрын
@@jjannat921 00😠
@jatingogoi947
@jatingogoi947 3 жыл бұрын
সুন্দৰ হৈছে ।আগুৱাই যোৱাত ভগবানৰ সহায় হওঁক
@kundansonowal8655
@kundansonowal8655 3 жыл бұрын
This guy have the real talent ❤️not that "Bachpan ka pyaar" bakwas one
@nilutpalll669
@nilutpalll669 3 жыл бұрын
Bahut hundar.Teu amar naba projonmor babe gourav.Asomor gourav.
@harakantatamuli1053
@harakantatamuli1053 3 жыл бұрын
Many many thanks to you pangkaj.god bless you.👌👌👌
@jantihira9223
@jantihira9223 3 жыл бұрын
ইমান ধুনীয়া তেওঁক সুবিধা দিব লাগে ভালদৰে ধন্যবাদ ।
@semimasultana1427
@semimasultana1427 3 жыл бұрын
Dhunia❤❤❤
@monuranjansinha7124
@monuranjansinha7124 8 ай бұрын
Beautiful .melodious tune. Excellent .
@babyrabha5118
@babyrabha5118 3 жыл бұрын
Eman dhuniya voice ❤️❤️❤️❤️❤️
@prahladbordoloi6884
@prahladbordoloi6884 2 жыл бұрын
সঁচাকৈ বহুত সুন্দৰ মানে ক'বলৈ কোনো ভাষাই নাই । বহুত বহুত ধন্যবাদ যাতে সোনকালে সুযোগ পায় তাৰেই কামনা কৰিছোঁ 🙏🙏🙏
Bihu || Voice Of Northeast || Chayanika
5:43
Chayanika Baishya
Рет қаралды 849 М.
Lazy days…
00:24
Anwar Jibawi
Рет қаралды 9 МЛН
Beat Ronaldo, Win $1,000,000
22:45
MrBeast
Рет қаралды 149 МЛН
Chain Game Strong ⛓️
00:21
Anwar Jibawi
Рет қаралды 36 МЛН
Lazy days…
00:24
Anwar Jibawi
Рет қаралды 9 МЛН