Рет қаралды 87
#BONGAIGAON | যোৱা কালিৰ পৰা সমগ্ৰ বিশ্বতে পালন কৰা হৈছে শ্ৰী জগন্নাথ ৰথযাত্ৰা মহোৎসৱ।
বঙাইগাঁও ISKCON মন্দিৰতো বিভিন্ন কাৰ্যসূচীৰ সৈতে আয়োজন কৰা হৈছে শ্ৰী শ্ৰী জগন্নাথ ৰথযাত্ৰা মহোৎসৱ। অহা ১৫ জুলাই তাৰিখ লৈকে আয়োজন কৰা এই মহোৎসৱৰ বিষয়ে সবিশেষ জানিবলৈ দিয়ে বঙাইগাঁও ISKCON মন্দিৰৰ কৰ্তৃপক্ষই।
ISKCON Mandir Bongaigaon ASSAM
#bongaigaontimes #bongaigaon_assam #iskcon #iskcontemple #jagannath #rathyatra #RathYatra2024