জালুক কেনেকৈ ৰুব লাগে চাওঁ আহক, black pepper planting time, গোল মরিচ চাষ পদ্ধতি

  Рет қаралды 7,485

Moribil মৰিবিল

Moribil মৰিবিল

Күн бұрын

জালুক কেনেকৈ ৰুব লাগে চাওঁ আহক
⚡ জালুকৰ জাত⚡
🌱 পেনিয়ুৰ -১ (এবিধ বৰ্ণসঙ্কৰ জাত)
🌱 কল্লুভেলী
🌱 বালান কটা
🌱 কৰিমুণ্ডা
🌱 কুটান্দন
🌱 আৰকুলাম মুণ্ডা
⚡ মাটি নিৰ্বাচন⚡
পানী আবদ্ধ নোহোৱা অম্লতাযুক্ত আলতীয়া বা পলসুৱা মাটি এই খেতিৰ বাবে উপযোগী৷
⚡কলম লোৱা পদ্ধতি⚡
সাধাৰণতে উত্পাদনক্ষম জালুক গছৰ ঘাই লতাডালৰ পৰা কলম লোৱা হয়৷ ২-৩ টা গাঠি থকা কলমবোৰ ঘাই লতাডালৰ পৰা সংগ্ৰহ কৰি নিদিষ্ট পুলিবাৰীত নাইবা ১:৩ অনুপাতত পচন সাৰ আৰু সাৰুৱা মাটি ভৰোৱা পলিথিনৰ বেগত এটাকৈ কলম ৰোব লাগে৷
⚡কলম লোৱাৰ সময়: মাৰ্চ
নতুনকৈ শিপা আৰু গা-গছ ওলাবৰ বাবে ২ ৰপৰা ৩ মাহ মানৰ প্ৰয়োজন হয় ৷
⚡স্থায়ীকৈ পুলি ৰোৱাৰ সময়: মে/জুন ৷
⚡পুলি ৰোৱাৰ প্ৰণালী :⚡
জালুকৰ লতা বগাব পৰা গছৰ গুৰিত জালুকৰ পুলি ৰোৱা হয় ৷ বাৰীত থকা তামোল, নাৰিকল আদি গছ এই খেতিৰ বাবে ব্যৱহাৰ কৰিব পাৰি ৷ পুলিবোৰ এনেদৰে ৰোৱাৰ ব্যৱস্হা কৰিব লাগে যাতে আশ্ৰয়কাৰী গছৰ গুৰি আৰু জালুক পুলিৰ মাজত দূৰত্ব ৩০ চে:মিটাৰ থাকে ৷
⚡ব্যৱধান :
৩ মিটাৰ x ৩ মিটাৰ ৷
⚡গাঁতৰ জোখ :
৫০ চে:মিটাৰ x ৫০ চে:মিটাৰ x ৫০ চে:মিটাৰ ৷
⚡সাৰ প্ৰয়োগ⚡
সাৰ পৰিমান/প্ৰতি গছৰ বাবে
👉 পচনসাৰ ৯ কি:গ্ৰাম
👉 ইউৰীয়া ২২৫ গ্ৰাম
👉 একক চুপাৰ ফছফেট১ কি:গ্ৰাম
👉 মিউৰিয়েট অৱ পটাছ ১০০ গ্ৰাম
👉 চূণ ৫০০-১০০০ গ্ৰাম
👉 উপৰিউক্ত সাৰৰ পৰিমান তলত উল্লেখ কৰাৰ নিৰিখত প্ৰয়োগ কৰিব লাগে ৷
১ ম বছৰ = অনুমোদিত হাৰৰ আধা ভাগ
২ য় বছৰ = অনুমোদিত হাৰৰ আধা ভাগ
৩ য় বছৰ = অনুমোদিত হাৰৰ ৩/৪ ভাগ
৪ ৰ্থ বছৰ আৰু আগলৈ = সম্পূৰ্ণ সাৰ প্ৰয়োগ কৰিব ৷
সাৰ প্ৰয়োগৰ বাবে এপ্ৰিল মাহটোৱেই উত্তম সময় ৷
⚡পৰিচৰ্য্যা⚡
জালুক গছ অতি সোনকালে বাঢ়ে গতিকে জালুকৰ লতাদাল আশ্ৰয়কাৰী গছত ৩০ চে:মিটাৰ ব্যৱধানত বান্ধি দিব লাগে ৷ জালুক গছৰ তলৰ ভাগ (৯০ চে:মিটাৰ মানলৈ) ভালদৰে চাফা কৰি ৰাখিব লাগে আৰু কোনো ডাল ৰাখিব নালাগে ৷ জালুক গছবোৰ ৪ মিটাৰতকৈ বেছি ওখ হ’বলৈ দিব নালাগে ৷ খৰাং বতৰত জালুক গছৰ গুৰিটো জৈৱিক আচ্ছাদনেৰে আৱৰি দিব লাগে যাতে মাটিৰ জীপ ৰাখি থব পাৰে ৷
⚡শস্য ৰক্ষা⚡
খোলা কৰা পোক (Pollu beetle) : এই বিধ পোকে পলু অৱস্হাত জালুকৰ গুটি বিন্ধা কৰি ভিতৰত সোমাই গুটিবোৰ খায় নষ্ট কৰে ৷ গতিকে ইয়াক নিবাৰণ কৰিবলৈ জুলাই আৰু অক্টোবৰ মাহত এন্দোছালফান ৩৫ ইচি নাইবা কুইনেলফচ ২৫ ইচি নাইবা ডাইমিথয়েট ৩০ ইচি ঔষধ প্ৰতি লিটাৰ পানীত ১ মি:লিটাৰ হিচাপে মিহলায় স্প্ৰে কৰিব লাগে ৷
👉 থ্ৰিপচ জাতীয় পোকে গছৰ পাতত আক্ৰমণ কৰে তাৰ ফলস্বৰূপে পাতৰ দাঁতিবোৰ তলফাললৈ ঘোৰ খায় যায়৷ ইয়াৰ নিয়ন্ত্ৰণৰ বাবে মালাথিয়ন ৫০ ইচি ঔষধ প্ৰতিলিটাৰ পানীত ১ মি: লিটাৰ ঔষধ মিহলায় স্প্ৰে কৰিব লাগে ৷
👉 শুকানি বেমাৰ (Quick Wilt): বাৰিষা এই বেমাৰে জালুকৰ খেতি নষ্ট কৰে৷ মাটিৰ পৰা ২৫-৩০ চে:মিটাৰ মান ওপৰত এই বেমাৰে আক্ৰান্ত কৰে আৰু ১০-১২ দিনৰ ভিতৰত গছজোপা লেৰেলি মৰি যায়৷ গতিকে বৰ্ষাৰ আগন্তুকতেই বৰদ’ মিশ্ৰণ মাটিৰ পৰা ১ মিটাৰ মান ওপৰলৈকে প্ৰয়োগ কৰিলে এই বেমাৰৰ পৰা উপশম পাব পাৰি।
ইয়াত খেতিয়ক সহায়ৰ বাবে খেতিৰ সমস্যা বোৰৰ সমাধানৰ চেষ্টা কৰা হয়। লগতে থলুৱা কিছু ভাল লগা মূহুৰ্ত দেখুৱাবলৈ চেষ্টা কৰা হয়।
আপোনাৰ খেতিৰ প্ৰতি আগ্ৰহ আছে যদি এই চেনেলটো ছাবছক্ৰাইব কৰি ৰাখিব পাৰে। যাতে খেতিৰ বিষয়ে কিবা জানিবলৈ হলে ইয়াত সমাধান পাব পাৰে। আৰু অসমৰ কিছু ভাল লগা পৰিবেশ চাব বিছাৰে যদি চাব পাৰিব ।
যদি চেনেলটোত কিবা ভুল তথ্য আগবঢ়োৱা দেখা পাই তেন্তে কমেণ্টত জনাই যেন। ভালকৈ ভিডিঅ বনাব নাজানো যদিও খেতিৰ সমস্যাৰ সমাধান বোৰ দিবলৈ চেষ্টা কৰো। কুচিয়া পালন কৰা সকলৰ বাবে সকলো তথ্য যোগান ধৰি লাহে লাহে ভাল ভাল সমাধান দিবলৈ চেষ্টা কৰিম। যাতে সকলো খেতিয়কৰ সমস্যাত সহায় কৰি যাব পাৰো লগতে কুচিয়া পালনত সহায় কৰিব পাৰো।
আপোনালোক সকলো অসম বাসীয়ে সহায় কৰি এই চেনেলটো সকলোৱে আকোৱালি লয় যেন।
খেতিয়কৰ ভালৰ বাবে চিন্তা কৰি সকলোৰে ভাল দিন আহিবলৈ প্ৰাৰ্থনা কৰিছো।
জয় খেতিয়কৰ জয়।
শেষত চেনেলটো ছাবছক্ৰাইব কৰিবলৈ নাপাহৰিব ।
#Moribil #মৰিবিল ক সকলোৱে আকোৱালি লোৱাৰ বাবে অশেষ ধন্যবাদ।
Moribil মৰিবিল মৰিগাঁওৰ এখন জনপ্ৰিয় বিল যত নেচনেল গেমছ হৈছিল।
. 🙏
-
কুচিয়া পালন, কুচিয়া মাছ, কুচিয়া চাষ, eel fish,কুচিয়া পালনৰ ২ নং তথ্য, Kuchiya, kusiya,
কুচিয়া পালনৰ ৩ নং তথ্য, Assamese tips, Kusiya palon, kushiya palan, kusi mas, Kusiya mas, kusiya puna, kusiya farming, কুছিয়া পালন, কুচিয়া পোনা, মাছৰ পোনা, মাছ,
Kheti, khetir diha, paan kheti, dhan kheti, morapat kheti, kuhiya kheti, পান খেতি, ধান খেতি, কুঁহিয়াৰ খেতি, মৰাপাত খেতি, ফুল বাগান, বাগিছা, নাৰ্চাৰী, বাগান, পথাৰ , মাছ,
#Moribilমৰিবিল
#moribil
#মৰিবিল
#Moribil মৰিবিল
#Moribil মৰিবিল
#মৰিবিল
#Moribil
#moribil
#Moribilমৰিবিল
#moribil মৰিবিল
Moribil মৰিবিল
#moribilমৰিবিল
#Moribil, #মৰিবিল
#ছাপানলা
#পিকনিক
#sapanola
#sapanala
#picnic place
#picnic place Assam
#খেতি কৰা প্ৰণালী আৰু সা সুবিধা
#কুচিয়া পালনৰ ভিডিঅ
#কুচিয়া পালন
#পান খেতি
#অসমীয়া ভ্লগ
#ভ্লগ
#খেতিৰ দিহা
#Assamese Vlogs
#Assamese video
#tapan das
#Vlogs video assam
#pan kheti
#fishing video
#Farm
#farming
#Duck
#planting
#গছ
#গছপুলি
#খেতি কৰা প্ৰণালী আৰু সা সুবিধা
#কুচিয়া পালনৰ ভিডিঅ
#কুচিয়া পালন
#পান খেতি
#অসমীয়া ভ্লগ
#ভ্লগ
#খেতিৰ দিহা
#Assamese Vlogs
#Assamese video
#tapan das
#Vlogs video assam
#pan kheti
#fishing video
#Farm
#farming
#Duck
#planting
#গছ
#গছপুল

Пікірлер: 15
@HiloidhariShorts
@HiloidhariShorts 3 ай бұрын
Mojja Dada 💯% di thaki bo
@satyajitshill8448
@satyajitshill8448 Жыл бұрын
Bhal lagese dada video tu
@anilchangmai3385
@anilchangmai3385 2 жыл бұрын
Dhanyabad. Agoloiu video dibo buli asha korilu.
@moribil8156
@moribil8156 2 жыл бұрын
ভাল বাৰু চাৰ । যিমান পাৰু সকলোকে সহায় কৰি যাম।
@mitulsblog7439
@mitulsblog7439 2 жыл бұрын
বহুত উপকাৰ হল।আগলৈও এনে video দি থাকিব।
@moribil8156
@moribil8156 2 жыл бұрын
ধন্যবাদ ককাইদেও 🙏
@Parthajyoti2001
@Parthajyoti2001 5 ай бұрын
Dada puli kt pam
@rovingminstrel2666
@rovingminstrel2666 4 ай бұрын
কেচা জালুক পোৱা যাব নেকি ? উত্তৰ দিব
@dilipgohain8557
@dilipgohain8557 Жыл бұрын
উচিত মূল্যত বিক্রীকত কৰিম?
@moribil8156
@moribil8156 Жыл бұрын
পেকেট কৰি বিক্ৰী কৰক। অধিক লাভ হব। 🙏
@north-est...
@north-est... Жыл бұрын
Usit mulyo black pepper sai he pabo
@Bhadra_volgs
@Bhadra_volgs 5 ай бұрын
Dada muk black pepper lagisil number to debo naki
@bikashgogoi9517
@bikashgogoi9517 3 ай бұрын
Dada jaluk pm nki
@debacreation7537
@debacreation7537 Жыл бұрын
কোনটো মাহত জালুক লগাব লাগে জানবচোন🙏
@khirodjyotinath2445
@khirodjyotinath2445 8 ай бұрын
Apunar contact no dibo
Ozoda - Lada ( Official Music Video 2024 )
06:07
Ozoda
Рет қаралды 18 МЛН
Watermelon magic box! #shorts by Leisi Crazy
00:20
Leisi Crazy
Рет қаралды 62 МЛН
Ozoda - Lada ( Official Music Video 2024 )
06:07
Ozoda
Рет қаралды 18 МЛН