জোনবিৰি পিঠা | সুতুলি পিঠা | junbiri pitha | Hutoli pitha | Bihu special pitha | Xundor recipe

  Рет қаралды 34,354

Taru Phukan

Taru Phukan

Күн бұрын

#Assamese_traditional_pitha_recipe
এইকেইদিন বিহুৰ বতৰ ।তাতে ব'হাগৰ বিহু ।সেয়েহে বিহুববীয়া খাদ্যসম্ভাৰ সমূহ আপোনালোকৰ আগত দাঙি ধৰিছো……বহুতো বন্ধু-বান্ধৱী অনুৰোধত ।কষ্ট আছে কিন্তু আপোনালোকক শিকাবলৈ পায় তাতোতকৈ
সুখানুভূতি আছে …বিহুতে বিহুৰ বস্তু নবনাই কেতিয়াওনো বনাম………মোৰ KZbin channel টো আৰু videoসমূহ কেনে পাইছে /যদি পচন্দ কৰিছে like/comment/share/Subscribe কৰক...
অতিকৈ আপোন চেনেহৰ বিহুটিলৈ আগতিয়াকৈ শুভেচ্ছা জনালো………

Пікірлер: 57
Brawl Stars Edit😈📕
00:15
Kan Andrey
Рет қаралды 46 МЛН