No video

জানমণিক কেতিয়া মনৰ পৰা উলিয়াই দিছিল ডেমফুলে ? 💔 Nayan Nilim Lovestory. by Bhukhan Pathak. Bandhu

  Рет қаралды 756,132

Assamese Mixture

Assamese Mixture

Күн бұрын

Пікірлер: 1 100
@jibonor_anubhuti_official
@jibonor_anubhuti_official Жыл бұрын
নয়ন দাৰ কথা বিলাকে হৃদয় চুই গ'ল 😌 প্ৰেম বোলা কোনো বস্তুয়েই নাই 😌 সেয়া এক অনুভৱ হে আৰু অনুভৱ বোৰ মানুহৰ কল্পনা 😍
@rupamgogoi3363
@rupamgogoi3363 Жыл бұрын
জীৱনটো আমি ভবাৰ দৰে ইমান সহজ আৰু সুন্দৰ নহয় । আমি সকলোৱে জানো ! কিন্তু তথাপিও আমি সপোন দেখোঁ । কেতিয়াবা নিজৰ সপোনবোৰ দিঠক কৰিব যাওঁতে নিজৰে কিছুমান অসুবিধাৰ কাৰণে থমকি ৰব লগা হয়। নহলে কিছুমান মানুহৰ কিছুমান কথা শুনি। কিছুমান মানুহৰ ত কামে নিজৰ চকুৰে নেদেখা কথা এটা আনৰ পৰা শুনি সজাই মেলি ইমান সুন্দৰকৈ কয় যে শুনাজনে সেইটোকে সঁচা বুলি ভাবি লয় । মই বাৰু মানুহৰ কথাত গুৰুত্ব নিদিওঁ হলেও নিজৰ সপোনবোৰ দিঠক কৰিব যাওঁতে থমকি ৰব লগা হৈছে। কি কৰিম ? কেনেকৈ কৰিম ? কি কৰিলে ভাল হব ? কেনেকৈ কৰিলে ভাল হব ? এনেকুৱা কিছুমান প্ৰশ্নই মোৰ সপোনৰ বাটত আগভেটি ধৰিছে আৰু মই এইবোৰৰ উত্তৰ বিচাৰি থমকি ৰব লগা হৈছে।।
@renudeka5172
@renudeka5172 Жыл бұрын
Rh
@Dipankarmedhi877
@Dipankarmedhi877 Жыл бұрын
Moi nije aguwai jabo sestha kori asu Karo xohai nolowa koi
@kukigogoi817
@kukigogoi817 Жыл бұрын
হয় বৰ সুন্দৰ কথা কৈছে।জীৱন মানেই যুদ্ধ।
@Ryan_online
@Ryan_online Жыл бұрын
routine bonai loi kaam kori juwa, skills develop kora, skills marketing keneke kore xika, network expand kora, luck factor tetiyahe applicable hobo
@manusasdiary311
@manusasdiary311 Жыл бұрын
ইমান সহজ সৰল নয়ন দা জন😍 ভগৱানে তেওঁক সদায় কুশলে ৰাখক 🙏 We all ❤️ u dada 💯💯💯💯💯
@Sophie77772
@Sophie77772 Жыл бұрын
কেৱল তেওঁ হে জানে তেওঁৰ মনত কিমান দুখ লুকাই আছে🙂 হাঁহি থকা মানেই সুখী হোৱাতো নুবুজায়। তেওঁ অভিনেত্ৰী গৰাকীৰ নাম প্ৰকাশ কৰিব বিচৰা নাই কাৰণ তেওঁ নিবিচাৰে তেওঁৰ বাবে কোনোবাই মানসিক ভাৱে দুখ পাওক কাৰোবাৰ বদনাম হওঁক🙂 হয়তো ইয়াকে কয় সঁচা ভাল পোৱা ❤️ নয়ন দা তুমি জীৱনত বহু দূৰ আগুৱাই যোৱা✨ আমাৰ ৰাইজৰ মৰম চেনেহ আশীৰ্বাদ আপোনাৰ লগত সদায় থাকিব❤️✨
@Bijitgogoi43
@Bijitgogoi43 Жыл бұрын
This comment❤️
@manabrabha9007
@manabrabha9007 Жыл бұрын
Thikei koise Namrata
@assameselovegurubhai7388
@assameselovegurubhai7388 Жыл бұрын
Right teo kothabor mor lagot milise
@rimaahmed9000
@rimaahmed9000 Жыл бұрын
Hahi thakile o kiba eta dukh ase mont gm pai... Hahitu monr vitoror pora nulai teor.. Ru swali jonir nam kbo bisora nai nohoi... Hokolue jane a kon swali joni bt teu tair nam a lbo nuhuje mukht tar karne kwa nai namtu..
@khaiborali8231
@khaiborali8231 Жыл бұрын
সছাঁ কথা tq
@rahulbarman6280
@rahulbarman6280 Жыл бұрын
সচাকৈ বহুত সাহস পালো। আপোনাৰ কথাখিনি শুনি।। প্ৰিয় অভিনেতা নয়ন নীলিম দা ♥️♥️♥️👍👍
@mahbinrahman7493
@mahbinrahman7493 Жыл бұрын
Fvrt actor ..😍
@JJShorts557
@JJShorts557 Жыл бұрын
Nayan Nilim দাৰ কথাবোৰ শুনিলে এনেকুৱা লাগে যেন তেখেতৰ মনত কিবা এটা অভিমান বা দুখ লুকাই আছে।
@chandandutta3186
@chandandutta3186 Жыл бұрын
O Bhai eko dukh nai. He is bindaas
@JJShorts557
@JJShorts557 Жыл бұрын
@@chandandutta3186 আছেনে নাই নাজানো। কিন্তু মোৰ মনৰ এটা ধাৰণা হে আপোনালোকৰ আগত প্ৰকাশ কৰিছো।
@coversongsmazikmaniadipank9952
@coversongsmazikmaniadipank9952 Жыл бұрын
@@chandandutta3186 uporor porahe bindas, mon bhitorot ki soli ase gom puwa janu?
@chandandutta3186
@chandandutta3186 Жыл бұрын
@@coversongsmazikmaniadipank9952 gam pai, nayan Nilim atia aru dukhi atma hoi thaka nai. Bapura practical hoi gal
@rimaahmed9000
@rimaahmed9000 Жыл бұрын
Dekhile gm pai manuh jonor mont bhut dukh lukai ase buli..
@jiyaofficial3343
@jiyaofficial3343 Жыл бұрын
খুব সুন্দৰ ❤️নয়ন দা কথাবোৰ অন্তৰ চুই যায়❤️❤️❤️ দুখৰ মাজতো সুখ বিচাৰি আগুৱাই যোৱাটোৱে প্ৰকৃত জীৱন 😊
@subornagogoi4194
@subornagogoi4194 Жыл бұрын
নয়নদাৰ হাহিটো বহুত কষ্টত ওলোৱা যেন লাগে বাকী তেওঁৰ বিষয়ে লিখিবলৈ ভাষা নাই।সুখী‌ হওঁক আপুনি সদায়।🙏🙏 বন্ধুলৈ বহুত মৰম আৰু শুভেচ্ছা থাকিল।ভূষণ দাৰ লগত প্ৰটকলটো নামানিলে নয়ন দাই।👏👏
@subhadraborah2999
@subhadraborah2999 Жыл бұрын
Um hahitur arot bohut dukh ase
@tapanjyotidutta5865
@tapanjyotidutta5865 Жыл бұрын
কিমান কষ্ট পালে মানুহ নয়ন নীলিমৰ দৰে হয় তেওঁৰ কথাত বোজা গৈছে , সুখী হওঁক সদায়।
@sanuborah
@sanuborah Жыл бұрын
Plz Saba Mur Status Video Bur 🙏 Val Paba Sai 🥰❣️Sui Dia 👉#Sanuborah
@gyandip.Talukdar.
@gyandip.Talukdar. Жыл бұрын
নয়ন নীলিমৰ কথাবোৰ শুনি গম পোৱা যায় যে কিমান যন্ত্ৰণা ত জীয়াই আছে । এনেকুৱা লাগে মানুহজনে একলশৰে থাকি বহু ভাল পায় ।
@manalishadas2421
@manalishadas2421 Жыл бұрын
নয়ন দাৰ কথাবোৰ ইমান ভাল লাগে ❤ বহুত ভাল পাওঁ দাদাক ❤❤ বন্ধুলৈ বহুত মৰম আৰু শুভকামনা জনালো 😍😍☺❤
@sridas8644
@sridas8644 Жыл бұрын
Biya pati lo tente🤩
@samujjalbora5044
@samujjalbora5044 Жыл бұрын
​@@sridas86442:14 ok 😅
@tulikabora9527
@tulikabora9527 Жыл бұрын
হাহিটো ৰ মাজত কিমান খিনি যে দুখ সোমাই আছে একমাত্ৰ তেওঁ জানে ।সদায় ভালে থাকক দাদা❤️❤️❤️🙏
@rimaahmed9000
@rimaahmed9000 Жыл бұрын
Nayan nilim ajon bhut val monr manuh... Teo val pai jibonot bhut dangr aghat paise tar karne val pwak bissakh nokore atia teu... Tar karne hoitu val pwar ktha navabe ru next time..
@freefireworld293
@freefireworld293 Жыл бұрын
Right koisa sobore hoi tenekuwa👍
@barashadeka5714
@barashadeka5714 Жыл бұрын
Hoi ekdom thik koise..nayan nilim da bht loyal hoi.. atya heitu krne teur jibon t prem r sthan nai
@axom6002
@axom6002 Жыл бұрын
Deriyei hol
@JitulSomsalOfficial
@JitulSomsalOfficial Жыл бұрын
Hoi
@muktarhussain3992
@muktarhussain3992 Жыл бұрын
Shymontika thik nhy
@manojpegu4065
@manojpegu4065 Жыл бұрын
Relationship , breakup এইবোৰ একো একোটা ফাল্টু শব্দ...!! Actually আজিকালি প্ৰেম বুলি একো বস্তুৱেই নাই , চব ধন আৰু টকা প‌ইচাতে বিলীন।
@kabitamoran6158
@kabitamoran6158 Жыл бұрын
100%hosa koth
@joutisankar8972
@joutisankar8972 Жыл бұрын
100%
@manojpegu4065
@manojpegu4065 Жыл бұрын
@@sanuborah okay 👍
@ffx4sagoryt955
@ffx4sagoryt955 Жыл бұрын
Right brother
@trinayanchutia751
@trinayanchutia751 Жыл бұрын
100% right
@dichawbotuwasonari1098
@dichawbotuwasonari1098 Жыл бұрын
নয়ন নিলীমে বৰ সুন্দৰ কৈ জুখি মাখি উত্তৰ বোৰ দি লে ।ভাল লাগিল।
@manalishadas2421
@manalishadas2421 Жыл бұрын
নয়ন দাৰ জীৱন সংগী জনী বহুত ভাগ্যৱান হব ❤ বহুত মৰম দাদালৈ 😍❤কথাবোৰ ইমান ভাল লাগে দাদাৰ 😍
@jintudeka5665
@jintudeka5665 Жыл бұрын
সচা কৈ দে....
@dipjyotifluteofficial7587
@dipjyotifluteofficial7587 Жыл бұрын
নয়ন নীলিম দাক কেৱল professionally নহই, personally কোনে কোনে ভাল পাই ,,,সঁচা অন্তৰে🥰🥰🥰
@pritomsanukaushik6393
@pritomsanukaushik6393 Жыл бұрын
When Nayan Da Said মোক চবেই এৰি থৈ যায় মই কাকো নেৰো i felt that🥹❤️ এটা সময়ত যেতিয়া সচাঁ ভালপোৱা এফালৰ পৰা অকাল মৃত্যু হয় তেতিয়া অকলে থাকিয়ে ভাল লাগে😊❤ সদায় ভালে থাকক নয়ন দা সেই ৰংমনখনৰ পৰাই মই আপোনাৰ এজন বিৰাট ডাঙৰ অনুৰাগী লগ পাম কেতিয়াবা❤ বন্ধুলৈ বহুত বহুত মৰম আৰু শুভকামনা থাকিল💥❤
@rajagam2m592
@rajagam2m592 Жыл бұрын
Bvbb
@rajagam2m592
@rajagam2m592 Жыл бұрын
Bbf
@rajagam2m592
@rajagam2m592 Жыл бұрын
Vbbbvbbvbb
@rajagam2m592
@rajagam2m592 Жыл бұрын
Bbbb bbbbbv
@SanjayDas-dl9sl
@SanjayDas-dl9sl Жыл бұрын
নয়ন নীলিম দাদাক বাস্তৱত ইমান ধুনীয়া লাগে। আশীৰ্বাদ ত লগ পাইছো
@silpisikshabora3063
@silpisikshabora3063 Жыл бұрын
বহুত ভাল লাগে নয়নদাক শুভকামনা থাকিল❤️
@mondipsaikia362
@mondipsaikia362 Жыл бұрын
নয়ন দাৰ কথা বোৰ ভাল লাগে বন্ধুৰ শুভেচ্ছা থাকিল
@animaborah7558
@animaborah7558 Жыл бұрын
নয়ন তোমাৰ কথাকেইটা বৰ ভাল লাগিছে ।সকলো দিশ ৰক্ষা কৰি বহুত কথা বুজাই দিয়া তুমি ।সচাকৈ ভাল লাগে । শেষত কব খোজো বিয়া পাতা জীৱনতো সজীৱ কৰা
@sanuborah
@sanuborah Жыл бұрын
Plz Saba Mur Status Video Bur 🙏 Val Paba Sai 🥰❣️Sui Dia 👉#Sanuborah
@kamaltaid3105
@kamaltaid3105 Жыл бұрын
Nayan da apuni juiii ..and amar mising communityr .maplar2 sonman diyar babe bohud bohud daynabad all time love you Nayan da
@businessandfarmingideas2411
@businessandfarmingideas2411 Жыл бұрын
assamese mixture is back in old form❤️
@anuraitansutansu
@anuraitansutansu Жыл бұрын
Wow my favorite actor nayan big fan lots of love❤❤❤
@pankajburagohain8048
@pankajburagohain8048 Жыл бұрын
নয়ন দা are you really great ❤️❤️ আপোনাৰ কথা শুনি বহুত সাহস পাইছোঁ আজিৰ পৰা দুই মাহৰ আগতেই মোক এৰি থৈ গল মোৰ প্ৰেয়সীয়ে 💔💔💔 এতিয়া আপোনাৰ কথা শুনি বহুত সাহস পাইছোঁ প্ৰথম প্ৰেম আছিল মোৰ বহুত বেছি দুখ পালো অলপ সময় দিছোঁ নিজকে আপোনাৰ নিছিনা হব বিচাৰোঁ নয়ন দা my inspiration ❤️❤️❤️
@muzibulhoque1008
@muzibulhoque1008 Жыл бұрын
😭😭😭
@nipandas5303
@nipandas5303 Жыл бұрын
প্ৰেম ভাল পোৱা এইবোৰ মানুহৰ জীৱনত আহে আৰু কেতিয়াবা হেৰাই যায় তাকে ভাবি থাকিলে কি হব । জীৱনটো নিজৰ নিজক ভাল পাব শিকিব লাগে ।
@pankajburagohain8048
@pankajburagohain8048 Жыл бұрын
Hoi olp nijoke time disu nayan dar kotha bur huni bhut inspires hoisu
@simpigogoi3481
@simpigogoi3481 Жыл бұрын
জানমণি ত কৈ বহুগুণে better deserve কৰে নয়ন দা এ‌ 🤗‌❤️
@sanuborah
@sanuborah Жыл бұрын
Plz Saba Mur Status Video Bur 🙏 Val Paba Sai 🥰❣️Sui Dia 👉#Sanuborah
@nirmaliborah1027
@nirmaliborah1027 Жыл бұрын
ভূষণ দা আপুনি এইদৰেই সাক্ষাৎবোৰ লৈ যাব চোন।।।। আপোনাৰ সাক্ষাৎবোৰ চাই ভাল পাওঁ কিবা।।আগুৱাই যাওঁক👍👍 বাকী নয়ন দা🔥🔥🔥🥰বন্ধু চাম সোমবাৰে🤩
@sanuborah
@sanuborah Жыл бұрын
Plz Saba Mur Status Video Bur 🙏 Val Paba Sai 🥰❣️Sui Dia 👉#Sanuborah
@nirmaliborah1027
@nirmaliborah1027 Жыл бұрын
@@sanuborah ok
@user-gl7zr2wf9w
@user-gl7zr2wf9w Жыл бұрын
হাঁহি থকা মানেই সকলো সুখী নহয় নয়ন দা মনত বহুত দুখ কষ্ট আঘাত লুকাই আছে একমাত্র তেওঁহে বুজি পায় তেওঁৰ কষ্ট 😥😢😢😭
@faijulrahman3291
@faijulrahman3291 Жыл бұрын
সচাকৈয়ে প্ৰেম ভালপোৱা বন্ধুৰ পৰাই হয় ৷ বন্ধু চিনেমাখন চোৱাৰ বহুত হেপাহ আছে ৷
@banditabaishya666
@banditabaishya666 Жыл бұрын
এজন দুৰ্দান্ত প্ৰেমিক নয়ন দা 🥺❤️
@sewaligohain5043
@sewaligohain5043 Жыл бұрын
ভাল লাগিল চাই,, কষ্ট সহ্য কৰি এতিয়া নিজকে বহুত কঠোৰ কৰি তুলিলে , এনেকুৱা হব লাগে নয়ন দা♥️
@Spb741
@Spb741 Жыл бұрын
Nayan daa gaan o bhut dhunia gaai ❣️❣️ bhut xojoh kharal apuni dada...aguai jua dada.....best wishes thkil dada....xokolue apunak akhirbad korise
@satyabrathazarika623
@satyabrathazarika623 Жыл бұрын
প্রেম এনেকুৱাই মনে যাক বিচাৰে তেওঁ ক নাপালে মনত বহুত আঘাত লাগে।মইও প্রেমত সফল হব নোৱাৰিলো।
@creditnc9669
@creditnc9669 Жыл бұрын
আজিৰ দিনত প্ৰেম মানে টকা । টকাই বহুতৰ প্ৰেম সফল হব নিদিয়ে। টকা নাথাকিলে নিজৰ ঘৰৰ মানুহেই ভাল নাপায়। প্ৰেমিক বাৰু কেনেকৈ ভাল পাব ??😪😪😪😪😪😪
@dipjyoti2249
@dipjyoti2249 Жыл бұрын
মই নয়ন দাৰ এটা বস্তু লক্ষ্যঃ কৰিলোঁ তেওঁৰ হাঁহিৰ আঁৰত যে কিবা এটা দুখ লুকাই আছে, বহুত দুখৰ মাজতো যে তেওঁ হাঁহিবলৈ চেষ্টা কৰিছে দেখিলে স্পষ্ট ভাবে বুজা যায় ।
@pabitraphukan4014
@pabitraphukan4014 Жыл бұрын
Right kith moi hatu sinta koisu
@ankitamahanta2812
@ankitamahanta2812 Жыл бұрын
Nayan da hosai bohut val monor manuh..teu jen aru agbahi jai..notun notun kam kori amak di jai🥰
@Amrit_YT999
@Amrit_YT999 Жыл бұрын
যেতিয়া সচা প্ৰেমত কোনোবাই আঘাত পাই তেতিয়া প্ৰেমক লৈ নিগেটিভ কথা নিগেটিভ feeling মনত গঢ় লৈ উঠে,নয়ন দা সচাকৈ জিদ্ধি,বহুত attitude কথাতে বুজা যায়,হেয়েহে চাগে চ্যামনতিকাই এৰি গল..😰
@prasantkasyap3922
@prasantkasyap3922 Жыл бұрын
He truly loved her.. But he doesn't want to memorize . It's showing through his speeches... Great salute to him.🙏
@kolaahmed9280
@kolaahmed9280 Жыл бұрын
নয়ন দাৰ কথাবোৰ শুনি বৰ ভাল লাগে বন্ধুলৈ শুভ কামনা ? অনেকে কমেণ্ট কৰিলে নহব , চিনেমা খন বহুত কষ্ট কৰি বনাইছে আৰু assames ফ্লিম ইণ্ডাষ্ট্ৰি টো বহুত পিছ পৰা গতিকে আমি সকলে চিনেমা খন চাবলাগিব শুভেচ্ছা দি থাকিলে নহব চাব লাগিব লাগিবই
@noobgaming12773
@noobgaming12773 Жыл бұрын
Nayan dai aajiu Syamantika baak ei vaal pai aru pai jabo nur xompurno bisakh...Nayan da Love you
@barmanfitnessvlogs3362
@barmanfitnessvlogs3362 Жыл бұрын
মানুহ জনক কিবা মৰম লাগে , কথাবিলাক গহীন -গম্ভীৰ ভাল লাগে❤❤❤
@raihanabegum1448
@raihanabegum1448 Жыл бұрын
সোনকালে যাতে নয়ন নীলিম সচা প্ৰেমত পৰক, তাকে কামনা কৰিলো 😀
@prasantaborgohain5090
@prasantaborgohain5090 Жыл бұрын
That's line--- তোমাৰ কাৰণেও কোনোবা নহয় কোনোবা ৰৈ আছে😌💞 hit like for Nayan da♥️♥️♥️
@ashmabegumvlog4728
@ashmabegumvlog4728 Жыл бұрын
Wow nice sharing bohute dhuniakoy dekhaysa khokolurbur val lagile 👍
@sarajumazumdar9398
@sarajumazumdar9398 Жыл бұрын
নয়ন দাৰ কথাবোৰ শুনি ভাল লাগিল❤ নয়ন দা আৰু ভূষণ দা দুয়োলৈ বহুত বহুত মৰম❣️
@junukacreation4313
@junukacreation4313 Жыл бұрын
নয়ন দাৰ কথাবোৰ আজি কিন্তু বহুত পাক লগা 😊👍 উত্তৰ উলিয়াবলৈ বহুত কষ্ট 🙂🥰
@rashmisvlogs2472
@rashmisvlogs2472 Жыл бұрын
নয়ন দা মোৰ সদায় প্ৰিয় হয় 🌺আৰু আপুনি সদায় প্ৰিয় হৈ থাকিব ❣️
@radaliassame3397
@radaliassame3397 Жыл бұрын
কম দিনৰ ভিতৰত শ্যামন্তিকাবাৰ ইন্টাৰভিউ লাগে
@dhananjoyburagohain377
@dhananjoyburagohain377 Жыл бұрын
আপুনি একদম সঁচা কৈছে নয়ন দা। ভূষণ দাৰ প্ৰতি এটা অনুৰোধ পাৰে যদি এবাৰ ৰাজকুমাৰ দা আৰু প্ৰসেণজিত দাক সাক্ষাৎকাৰ ল'ব চোন।
@apurbadas1622
@apurbadas1622 Жыл бұрын
Nayan Nilim must do a lot for Assamese film industry. You r so talented.
@bandanadas7096
@bandanadas7096 Жыл бұрын
নয়ন দাৰ কথাবোৰ ভাল লাগিল... 'বন্ধু' ছবিখনৰ কাৰণে শুভকামনা থাকিল ❤
@manjitman2384
@manjitman2384 Жыл бұрын
খুব সুন্দৰ কথা কৈছে নয়ণ দাই
@explorewithdiggu
@explorewithdiggu Жыл бұрын
দাদা লগত GS road city zym একেলগে Zym কৰিছো, best thing about him being an actor he dose not have that show off attitude, I have seen him as friends as BANDHU. He is truly loyal, frankly speaking, Down to earth, Open to everyone💚❤💚❤💛💙
@lgogoi9525
@lgogoi9525 Жыл бұрын
Nayan da always on fire ❤️
@lajlagevlogs4632
@lajlagevlogs4632 Жыл бұрын
Bahut Val lgl bhukhn da vedio2 sai pine,,nyan nilim da je emn স্পষ্ট vba nasilu,,😘
@Niki-tb8gp
@Niki-tb8gp Жыл бұрын
Nayan da ajon val monor manuh. tewr pora bohut kotha janibo parilu . Pream a manuh k dhonkho nokore tare example Nayan dada..❤️
@axomia612
@axomia612 Жыл бұрын
Nayan nilim demfull I love 🌏❤️
@mr.bairagi9342
@mr.bairagi9342 Жыл бұрын
এইবোৰ দৰকাৰ নাই তেওলোকৰ একান্ত ব্যক্তিগত কথা 🙌 কিন্তু, নয়ন-শ্যামন্তিকা ৰ যুৰিটো দেখিলে ল'ৰালিৰ দিনলৈ মনত পৰি যায়, সেই জানমণি, অঞ্জনা, জোনবাইৰ দিনলৈ 🥺
@ankurjyotisaikia4732
@ankurjyotisaikia4732 11 ай бұрын
🥰🥰🥰💥💥
@sanjayvaimangaldai5944
@sanjayvaimangaldai5944 Жыл бұрын
Nayan nilim da joi 🔥
@moromisaikia3649
@moromisaikia3649 Жыл бұрын
bhut val lgil flim khn ....bhut dinor murot ekhn vl assamese flim ..
@majonimajoni1546
@majonimajoni1546 Жыл бұрын
Bor bhal lagil dei..Nayan da mur college or dinor crush asil..❤️
@rajmili5610
@rajmili5610 Жыл бұрын
Sense of humour salute. Most sarcastic reply nayan da op😎
@tulumanivlogs115
@tulumanivlogs115 Жыл бұрын
Vl lgil aponar katha khini xuni...bhut a dhuniyake koise dei katha borr vle thakokkk aponi bisira dhorne jibon2 xjaok 😍😍
@nitumoran1511
@nitumoran1511 Жыл бұрын
Nayan dar kotha khinie hosai hridoy sui gol❤️
@msvlogs5648
@msvlogs5648 Жыл бұрын
নয়ন দা যিবিলাক কথা কৈছে বাস্তৱতাত সত্য। 🙏🖐️🖐️
@trishnasarania1281
@trishnasarania1281 Жыл бұрын
🙃❤️ নয়ন দা সদায় আগুৱাই যোৱা তুমি ✨
@pankard.k8147
@pankard.k8147 Жыл бұрын
Tekhet aneo superstar hoie ase Assam r as a Actor 💜😀
@mintusrealfactspeech221
@mintusrealfactspeech221 Жыл бұрын
Nayan da aji 1st day 1st show salu ..moza lagil Bondhu cinema khon......sokoluwe sabo Bhukhan Da u r back ....keep it up... Assamese mixture jai ho
@rajibdowaniya2107
@rajibdowaniya2107 Жыл бұрын
নয়ন দা আপুনার কথা বোর শুনি আপোনাক এবার লগ পাবলে বহুত মন আছে সচাই আপোনাক বহুত ভাল পাঅ
@theassamesecreation4474
@theassamesecreation4474 Жыл бұрын
এখেতৰ কথাবোৰত বেদনা গভীৰ নিশ্বাস ভৰি আছে। দুখেৰে মন ভৰা।
@sanuborah
@sanuborah Жыл бұрын
Plz Saba Mur Status Video Bur 🙏 Val Paba Sai 🥰❣️Sui Dia 👉#Sanuborah
@rahultamang1180
@rahultamang1180 Жыл бұрын
যি জনে পুৰনি কথাবোৰ কব নিবিচাৰে ,তাক যোৰ কৰি জানিব বিচাৰিব নালাগে ৷ কাৰন যি সেই সময় বিলাক পাৰ কৰিছে , সি হে জানে ৷ পুৰনা কথাবোৰ মনত পেলাবলে ভাল নালাগে ৷
@utpalggoi2.082
@utpalggoi2.082 Жыл бұрын
বহুত ভাল লাগিছে দেই
@borolajibon4335
@borolajibon4335 Жыл бұрын
নয়ন দাক বহুত ভাল লাগে। তেওঁ নিজৰ জীৱনট অভিনয় কৰি থাকিব লগা হৈছে। দেখিলে গম পোৱা যায় যে তেওঁ কিমান সুখী। আগুৱাই যাওক সদায়।
@priyaswinivlogs
@priyaswinivlogs Жыл бұрын
I hope you will come as guest to my vlogs, Assamese from Bangalore - kzbin.info/www/bejne/p17NeYqYh72DgNE
@priyashree2430
@priyashree2430 Жыл бұрын
HE TALKS LIKE MY Brother .. after his break up .. he talks like him .... 💗💗 I can feel his pain
@trishnamatu3479
@trishnamatu3479 Жыл бұрын
😓💕
@himadrisonowal4017
@himadrisonowal4017 Жыл бұрын
প্ৰেম যি কেতিয়াবা সুখ প্ৰেৰণাৰ,উৎসাহৰ কাৰণ হৈ পৰে,, কিন্তু সেই প্ৰেমেই কেতিয়াবা জীৱনত দুখতকৈ দুখৰ কষ্ট ত কৈ কষ্টৰ কাৰণ হৈ পৰে।
@biswajitpayeng2835
@biswajitpayeng2835 Жыл бұрын
Noyon nilim dar protitu line bohut val Lagil mur Bohut Bohut Right kotha koise ♥️♥️♥️ Love You Nayan Da
@ritumonibora22
@ritumonibora22 Жыл бұрын
Hosakoi bhut vl lage Nayan nilim daa 👍❤️
@paporibharali58
@paporibharali58 Жыл бұрын
You are the best Nayan da✨❣️
@migomrecipe1631
@migomrecipe1631 Жыл бұрын
বহুত বহুত ভাল লাগিল Love from dhemaji silapathar
@sanuborah
@sanuborah Жыл бұрын
Plz Saba Mur Status Video Bur 🙏 Val Paba Sai 🥰❣️Sui Dia 👉#Sanuborah
@sumishill3586
@sumishill3586 Жыл бұрын
Vl lge da apnk❤ anke thakok hdai... Bnds.. Karule care nkora.. Khulaaa monor mnhhh apuni bhtt
@Hemalata157
@Hemalata157 Жыл бұрын
Nayan da ejon xosa premik ....jar karone eman govir hoi teo ...enekuya lage jen,....hahi hahi kandi dise....Nayan da mur xodai favorite..❤❤....
@shivani938
@shivani938 Жыл бұрын
Apunar video Sai motivation hoisu dada tumi aguai jua love you
@angerboy4726
@angerboy4726 Жыл бұрын
Can feel his pain..... keep going on bro the time will come for u too ......
@pinkisaikia3837
@pinkisaikia3837 Жыл бұрын
Nayan da ..you are the best...apuni akdom xarur pora ase mur favourite hoi ...🥰🥰..apunar kothai xocai sui jai hridoyot...God bless you..
@SEUJXAIKIA
@SEUJXAIKIA Жыл бұрын
Nayan Nilim Da😍😍🥰🥰...kotha burt gom paisu kimn dukhi tekhet
@achujyakonowar8340
@achujyakonowar8340 Жыл бұрын
জোনবাই ৰিটান লাগে ডেমফুল
@bobyhazarika2638
@bobyhazarika2638 Жыл бұрын
Bohut val kotha koi dadai ❤️ vle thakok apuni 🙏🥰
@ShahidulIslam-ze2dt
@ShahidulIslam-ze2dt Жыл бұрын
Nayan da r kotha bur huni bht kiba hikibo loga ase u r the great Nayan da😍
@mamonirava6122
@mamonirava6122 Жыл бұрын
সঁচাকৈ নয়ন দাক বহুত ভাল লাগে আৰু নয়ন দা ৰ কথা বিলাক ভাল লাগে 🙏🙏🥰🥰🥰
@farihajeniferrahman915
@farihajeniferrahman915 Жыл бұрын
Touched ❤ One of the most genuine and beautiful interview Bukhan da 😇
@SaddamHussain-vx7ni
@SaddamHussain-vx7ni Жыл бұрын
kzbin.info/www/bejne/eXy1maWua6iHj7s Mama bhagin production KZbin channel
@basantiboro4314
@basantiboro4314 Жыл бұрын
নয়ন নিলিমে কৈছে ছোৱালীৱে তেওঁক বিশ্বাস ঘাটক কৰি গুছি গৈছে কিন্তু সেৱা মিছা নয়নে নিজে কৈছে তেওঁৰ জেদ ভাব আছে আৰু সুফলৰ খেত্তৰত হয়তো তেওঁ দিঘলীয়া সময় বানধী দিয়ে। সেয়ে ছোৱালী বোৰে নিজৰ নিৰাপত্তাৰ সিদ্ধান্ত নিজে লবলৈ বাধ্য হয়।
@AssameseVlogswithSadhana
@AssameseVlogswithSadhana Жыл бұрын
Bohut besi Val powa joni aatoti goi mon vagi dile Nayan da r.
@gitanjalibaishya9831
@gitanjalibaishya9831 Жыл бұрын
Nayan nilim da r pra xikok kotha knke kbo lge ....he is a very good person... self-respect is main 😎
@dhanhazarika8249
@dhanhazarika8249 Жыл бұрын
নয়ন তুমি সছা মতা মানুহ। তুমি আগোৱাই যোৱা।
@Chinmoybarman111
@Chinmoybarman111 Жыл бұрын
Wah wah ki moja background music 🎵🎶🥰
@himadriborah916
@himadriborah916 Жыл бұрын
Kiman dukh loi jiai ase nayan daa aru aguai jua... Kotha khini xuni khub besi vl lgil always lv u dada.. Keep it up
@nasrinakthar642
@nasrinakthar642 Жыл бұрын
Fvrt Manuhjon😍😍Nayan Daa❤️
@debajitsaikia7657
@debajitsaikia7657 Жыл бұрын
Nayan daa kotha kuwa style 🔥🔥🔥my inspiration ❤️
@J.Dsworld
@J.Dsworld Жыл бұрын
সঁছাকৈ অকলে থকাৰ মজা অকলে থকাবোৰেহে বুজি পায়৷অকলে থকাই বহুত ভাল৷
@pinkyscreation123
@pinkyscreation123 Жыл бұрын
Bht val lagile sai brother..❤️❤️❤️❤️❤️❤️👌👌👌👌👌👌
@dontmissit999
@dontmissit999 Жыл бұрын
Nayan Nilim Daar hidinar interview2 say bhut besi a val lagisil...moi hosake fan hoi goisu apunar...hei2 attitude actually bhut besi proyojon...hosake... Love you NAYAN NILIM Da...
বুঢ়া হ'ল নয়ন নীলিম !
38:30
BAARTA LAAP
Рет қаралды 65 М.
IQ Level: 10000
00:10
Younes Zarou
Рет қаралды 13 МЛН
managed to catch #tiktok
00:16
Анастасия Тарасова
Рет қаралды 19 МЛН
Ojaantric || Assamese Podcast ft. Shyamontika Sharma || Ep.122
58:08
Oasis Motion Films
Рет қаралды 183 М.