জীৱটি যাবগৈ||সীমান্ত শেখৰ||দেহবিচাৰ গীত||Jibati jabagoi||Simanta Shekhar||Dehbisar geet||Tukari geet

  Рет қаралды 852,028

SUMIT SAIKIA OFFICIAL

SUMIT SAIKIA OFFICIAL

Күн бұрын

এলবাম-"অভিশপ্ত শকুন্তলা"
গীত-জীৱটি যাবগৈ
কণ্ঠ-সীমান্ত শেখৰ
গীতৰ কথা/সুৰ-মনোজ গগৈ,গহীন চুতীয়া,লখৰাম গগৈ,পদ্মেশ্বৰ গগৈ,লক্ষী গগৈ,
সংগীত ব্যৱস্থাপনা-দীপ ৰাজবংশী
সংগীত পৰিচালক-মনোজ গগৈ,লক্ষী গগৈ
বাদ্যযন্ত্ৰী--ঁপ্ৰসেন বৰা,দেবেশ্বৰ শইকীয়া, জয়ন্ত সোণোৱাল,পৰমেশ্বৰ বসুমতাৰী ,ধনজিৎ শৰ্মা,তপন দাস,লক্ষী গগৈ
ভিডিঅ' সম্পাদনা-ৰাহুল গগৈ, সূমিত শইকীয়া
Recorded at Studio Flim craft.
#SimantaShekhar#Dehbisargeet#SumitSaikia_Official
#Tukarigeet
#SimantaShekhar_Tukarigeet
#Horinam
#Voktimulakgeet
#AssameseTukarigeet
#Dihanam
Please Share&Subscribe Sumit Saikia Official.

Пікірлер: 273
@BanmaliKalita
@BanmaliKalita Ай бұрын
Nice❤❤❤❤
@user-ie6dx5zb5i
@user-ie6dx5zb5i 11 сағат бұрын
বহুত সুন্দৰ হৈছে । । মায়াময় সংসাৰত জীৱৰ খেলা : ইয়াত কাৰো স্থায়িত্ব নাই । ।
@mandirabordoloi5708
@mandirabordoloi5708 7 ай бұрын
বৰধূনীয়া গীত টি তৰিলা ভাল লাগিছে আৰু ধুনীয়া গীত তৰিবলৈ আগবঢ়োৱা আশীৰ্বাদ কৰিছো 😂😂😂😂😂😂😂
@AjitSaikia-x2h
@AjitSaikia-x2h Ай бұрын
Simanta dada bahut bhal lagil
@junmoniborah7443
@junmoniborah7443 11 ай бұрын
মই সদায় আইতাই পৰিৱেশ কৰা সুন্দৰ নামষাৰ শ্ৰৱণ কৰো ।আইতাৰ কণ্ঠত নিগৰি যোৱা আৰু নাম শুনিবলৈ আশাৰে বাট চাই থাকিম ।আইতাক ভগৱানে দীৰ্ঘ জীৱি কৰক ।🙏🏼🙏🙏🏼🙏
@JoydeepGogoi-lj2un
@JoydeepGogoi-lj2un 11 ай бұрын
ইমান ধুনীয়া হৰি নাম শুনিবলৈ পায় বহুত সুখী ❤🎉
@kanakdas2050
@kanakdas2050 Жыл бұрын
জয় জয় কৃষ্ণ দেৱ ❤❤❤❤❤❤❤❤❤
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 Жыл бұрын
🙏🙏🙏
@mukutlukhurakhon1411
@mukutlukhurakhon1411 8 ай бұрын
ভগৱানে মংগল কৰক আপোনাক, ভৱিষ্যতে ও ভগৱানেও সুমতি দিয়ক সুন্দৰ টোকাৰী গীত শুনাবলে, ভৱিষ্যতে ও এনে ভক্তি মূলক টোকাৰী গীত শুনিবলৈ পালে মনতে খুব সুখ পাম,
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 8 ай бұрын
🙏🙏🙏
@JijibaiTalukdar-yw4ds
@JijibaiTalukdar-yw4ds 7 ай бұрын
অতি সুন্দৰ কণ্ঠ নিগৰাইছে বহত ভাল লাগিল ধন্যবাদ জনালো।
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 6 ай бұрын
ধন্যবাদ
@bhabanikardong2148
@bhabanikardong2148 11 ай бұрын
কৃষ্ণ কৃষ্ণ ❤❤
@user-dm8uy9rm6j
@user-dm8uy9rm6j 10 ай бұрын
তথাপি মানুহক লাগে লাগে আৰু লাগে ।
@mukutlukhurakhon1411
@mukutlukhurakhon1411 3 ай бұрын
সুন্দৰ অতি গুৰুত্বপূর্ণ ভূমিকা লৈ গোৱা বাবেই নেকি শুনিবলৈ অতিকৈ সুন্দৰ আৰু সুমধুৰ হৈছে ভৱিষ্যতে ও এনে ধৰণৰ সমস্যা জড়িত হৈ থকা টোকাৰী গীত শুনাব বুলি আশা কৰিলোঁ খুবেই কৈ
@mukutlukhurakhon1411
@mukutlukhurakhon1411 5 ай бұрын
এনে ধৰণৰ গীত শুনিবলৈ পাই মনতে খুব দুখো লাগে, কিন্তু নোশুনিওনো থাকো কেনেকৈ,,, শুনিলে শুনি থাকিবলৈ মন যায় বৰকৈ, এৰা, ভালো লাগে না লাগে বুলি ও নকওঁ,,, সেয়ে আপুনি গাই যাওক চোন অতি সুন্দৰ আৰু সুমধুৰ হৈছে ভৱিষ্যতে ও এনে ভক্তি মূলক টোকাৰী গীত শুনাব বুলি আশা কৰিলোঁ ভগৱানে, মংগল কৰক আৰু কুশলে থাওক ইয়াৰ মানসৰেই, সুন্দৰ অতি সুন্দৰ আৰু শুনিও ভাল লাগিল যে কবলৈ গলে ভাষা ই বিচাৰি নাপালোঁ,,,,,,,,
@BabaDutta
@BabaDutta 2 күн бұрын
😢😢😢😢😢😢😢😢😢এই গানতে.কান্দিব. মন.গৈচে😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢মাজুলীৰ. ৰুনু.বৰুৱা
@ManuranjanChetia-oi6uq
@ManuranjanChetia-oi6uq 7 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ
@garimagogoi2647
@garimagogoi2647 9 ай бұрын
❤দেহ বিচাৰৰ গীতটো শুনি ভাল লাগিল।
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 9 ай бұрын
ধন্যবাদ
@Arupjyotiaxom
@Arupjyotiaxom 7 ай бұрын
বহুত দুখ লাগে শুনি
@dipengogoi5076
@dipengogoi5076 25 күн бұрын
কৃষ্ণ 🙏🙏
@HiteshwarNath-e6h
@HiteshwarNath-e6h 7 ай бұрын
Krishna Joi Krishna dhuniya hoise ❤❤❤❤❤❤❤❤
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 7 ай бұрын
ধন্যবাদ
@debojitray1050
@debojitray1050 Жыл бұрын
বহুত ধুনীয়া হৈছে গীতটি। কৃষ্ণ কৃষ্ণ 🙏🙏🙏
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 Жыл бұрын
ধন্যবাদ
@mukutlukhurakhon1411
@mukutlukhurakhon1411 5 ай бұрын
খুবেই ভাল পাও এনে ভক্তি মূলক টোকাৰী গীত শুনিলে,মনটে মই ধন্যবাদ জনালো সকলোলৈ লগতে গীতিকাৰলৈ, বাৰে বাৰে যেন শুনি থাকিম এনে যেন লাগে মোৰ,, দুখো লাগে চকুৰ পানী নিগৰি আহে সচা কৈ,, সেয়ে আপোনালোকে গাই যাওক চোন বিশেষ গুৰুত্ব দি গোৱা বাবেই নেকি শুনিবলৈ অতিকৈ সুন্দৰ হৈছে আৰু নো কি কম সেয়ে আপোনালোকে গাই যাওক চোন,,,,,ভগৱানে আপোনালোক কুশলে ৰাখক,সুখেৰে ৰাখক সকলো দিশতে আগুৱাই নিবলৈ,,,,,
@mukutlukhurakhon1411
@mukutlukhurakhon1411 5 ай бұрын
এৰা, মনুষ্য জনম লৈ গোৱা বাবেই নেকি শুনিবলৈ অতিকৈ শুৱলা হৈছে আৰু সেয়ে আপুনি গাই যাওক চোন আপোনাৰ গীতৰ সুৰ অতিকৈ সুন্দৰ আৰু শুনিও ভাল লাগিল গীত টো শুনি মই খুবেই ভাল পালোঁ, পৰিৱেশন চাইও ভাল লাগিল,,,,, গীত টো শুনি লে দুখো লাগে চকুৰ পানী নিগৰি আহে,, কিয়নো এনে গীত গাই আপুনি, সচা কথা, গানটো শুনি থাকিলে শুনি থাকিবলৈ মন যায় মোৰো, সেয়ে আপুনি গাই যাওক,,,,,,
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 5 ай бұрын
ধন্যবাদ
@mukutlukhurakhon1411
@mukutlukhurakhon1411 6 ай бұрын
কৃশন্ জয় হওক আপোনাৰ, ভৱিষ্যতে ও ভগৱানে সুমতি দিয়ক এনে ভক্তি মূলক টোকাৰী গীত লিখিবলৈ,,, সচাকৈ এই গীতটো শুনি খুবেই আনন্দ পালো,,,, ভগৱানে মংগল কৰক আপোনাক সংগ দি সুখ দিয়ক, আৰু সুমতিদি বাধিত কৰক ইমানেই,,
@ProbhatNath
@ProbhatNath 10 ай бұрын
সুন্দৰ হৈছে
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 10 ай бұрын
ধন্যবাদ
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 10 ай бұрын
ধন্যবাদ
@bipulkalita6116
@bipulkalita6116 Жыл бұрын
কৃষ্ণ কৃষ্ণ 🙏🙏 অতি সুন্দৰ ♥️♥️
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 Жыл бұрын
ধন্যবাদ
@robinphukan
@robinphukan 9 ай бұрын
সুন্দৰ উপষ্ঠাপন দাদা সুন্দৰ দৰদী দৰদী অণুভৱ
@mukutlukhurakhon1411
@mukutlukhurakhon1411 5 ай бұрын
সচা কথা মানৱ জীৱনটোৱেই এনেকুৱা সমইছালকলৈ আৰম্ভ হয়, আৰু আপোনাৰ গীতটোতো এই কথা স্পষ্ট কৰি ফুটাই তুলিছে, সচাকৈ গীত টো শুনি মই খুবেই আনন্দ পালো যে ভৱিষ্যতে ও এনে ভক্তি মূলক টোকাৰী গীত শুনাব বুলি আশা কৰিলোঁ, ইমানেই,
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 5 ай бұрын
ধন্যবাদ
@anjalidutta3432
@anjalidutta3432 11 ай бұрын
আপোনাৰ গীতটি অতি সুন্দৰ লাগিছে❤💝 কৃষ্ণ কৃষ্ণ🙏💗
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 11 ай бұрын
ধন্যবাদ
@minotishortschannel9453
@minotishortschannel9453 Жыл бұрын
Khub huni bhal lage dehbisar geet.🙇‍♂️♥️🙏
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 Жыл бұрын
কৃষ্ণ🙏🙏🙏ধন্যবাদ
@Mgogoi68
@Mgogoi68 Ай бұрын
Hori Krishna Jai guru dev 🙏❤️🙏
@user-ul5qf2px8s
@user-ul5qf2px8s 3 ай бұрын
কৃষ্ণ🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@bijitgogoi8276
@bijitgogoi8276 Жыл бұрын
ইমান সুন্দৰকৈ লিখিছে গতীকাৰ জনলৈ অন্তৰৰ পৰা ধন্যবাদ ❤️
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 Жыл бұрын
ধন্যবাদ
@mukutlukhurakhon1411
@mukutlukhurakhon1411 6 ай бұрын
সুন্দৰ পৰিকল্পনা আৰু সকলোৱেই ভাল লাগিল যে কবলৈ ভাষা নাই ভৱিষ্যতে ও এনে ভক্তি মূলক টোকাৰী গীত শুনিবলৈ পালে মনতে খুব সুখ পালো হেতেন সেয়ে আপুনি গাই যাওক চোন আপোনাৰ গীতৰ সুৰ অতিকৈ সুন্দৰ আৰু সুমধুৰ শুনি খুবেই ভাল লাগিল,,,,,,,,
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 6 ай бұрын
ধন্যবাদ
@NabamiDevi-k6r
@NabamiDevi-k6r Жыл бұрын
DADA aponar geet sai bhut val lagise ❤❤❤❤
@mukutlukhurakhon1411
@mukutlukhurakhon1411 6 ай бұрын
সচা কথা, জীৱটি যাবগৈ, সজাত এৰিথৈ, মানৱ জীৱনটোৱে এনে কুৱাই,, মৰণৰকথাই, পূএ পত্নী সকলো বানধোন্হে মাএ, শুনি খুবেই ভাল পালোঁ, সুন্দৰ হৈছে আৰু বহু কথাই কয় এই টোকাৰী গীটে, শুনিলে শুনি থাকিবলৈ মন যায় মোৰো, সেয়ে আপোনালোকে গাই যাওক চোন, ঠিক কবলৈহে ভাষা ই বিচাৰি নাপালোঁ সুন্দৰ অতি গুৰুত্বপূর্ণ ভূমিকা লৈ গোৱা বাবেই নেকি শুনিবলৈ খুবেই ভাল পালোঁ,,,,,,
@mukutlukhurakhon1411
@mukutlukhurakhon1411 6 ай бұрын
গীতটো শুনি খুবেই ভাল লাগিল, এনে ভক্তি মূলক গীত শুনিবলৈ পালে মনতে খুব সুখ অনুভৱ কৰো আৰু ভালো লাগিল এই গীতটো শুনি খুবেই ভাল লাগিল যে কবলৈ ভাষা ই বিচাৰি নাপালোঁ,,,,,,,, ভৱিষ্যতে ও এনে ভক্তি মূলক টোকাৰী গীত শুনাব বুলি আশা কৰিলোঁ ভগৱানে মংগল কৰক আপোনালোকক সংগ দি বাধিত কৰক ইমানেই,,,,,,,,,
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 6 ай бұрын
ধন্যবাদ
@LalitaTalukdar-ne2ci
@LalitaTalukdar-ne2ci Ай бұрын
bahut val lagil.
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 Ай бұрын
ধন্যবাদ
@parinitamoran9107
@parinitamoran9107 6 ай бұрын
Krishna Krishna povhu 🙏🙏🙏
@bikashnormolia635
@bikashnormolia635 Жыл бұрын
কৃষ্ণ
@user-rq1fw2pm1w
@user-rq1fw2pm1w Жыл бұрын
Hosa Val lagil gan to bohut bohit❤❤❤❤dada
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 Жыл бұрын
ধন্যবাদ
@pinkuborah4420
@pinkuborah4420 8 ай бұрын
জয় কৃষ্ণ ভগৱন্তই আপোনাক আৰু শক্তি দিয়ক এনেধৰণৰ গান লিখিবলৈ।
@ApuGogoi-ro1lx
@ApuGogoi-ro1lx 3 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু
@user-zu5kz9ed1k
@user-zu5kz9ed1k 10 ай бұрын
Krishna ❤❤❤
@user-fv6bk6tv6o
@user-fv6bk6tv6o Ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏❤
@babulbharali7163
@babulbharali7163 16 күн бұрын
বহুত সুন্দৰ হৈছে❤ সীমান্ত দা
@lohitborah2187
@lohitborah2187 5 ай бұрын
সুন্দৰ ❤❤
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 5 ай бұрын
ধন্যবাদ
@mukutlukhurakhon1411
@mukutlukhurakhon1411 5 ай бұрын
সুন্দৰ অতি সুন্দৰ হৈছে,,, এই টোকাৰী গীত টো শুনি মই খুবেই ভাল পাও, সেয়ে বাৰে বাৰে শুনি থাকিবৰ মন যায় মোৰো মন টো হে বিষাদ ৰ পাৰলৈ যাব বিচাৰে বাৰে পতি,,, গীত ত সকলো কথা স্পষ্ট হৈ পৰিছে আৰু সেয়ে মই এই গীতটো শুনি খুবেই ভাল পাও সেয়ে আপুনি গাই যাওক চোন অতি গুৰুত্বপূর্ণ ভূমিকা লৈ গোৱা বাবেই নেকি শুনিবলৈ অতিকৈ সুন্দৰ হৈছে আৰু ভৱিষ্যতে ও এনে ধৰণৰ টোকাৰী গীত শুনাব বুলি আশা কৰিলোঁ ভগৱানে আপোনালোক কুশলে ৰাখক আৰু সংগ দি সুখ দি সুখেৰে ৰাখক এই মানসেৰে ই,,,,,,,
@mukutlukhurakhon1411
@mukutlukhurakhon1411 4 ай бұрын
সুন্দৰ আৰু শুনিও ভাল লাগে কিন্তু বর্তমান মই শুনি আছোঁ আৰু কোনোমতে, কাৰণ গীতটো শুনি বৰকৈ চিন্তিত হৈ পৰোঁ কাৰণ, মনুষ্য জীৱনতে এনে বোৰ ঘটে, সেয়ে আপুনি গাই যাওক চোন বিশেষ কৈ গুৰুত্ব প্রদান কৰি গোৱা বাবেই নেকি শুনিবলৈ খুবেই ভাল পালোঁ ভগৱানে আপোনালোক কুশলে ৰাখক আৰু আগন্তুক দিনবোৰত সকলো বিপদ আপদৰ পৰা ৰক্ষা কৰক এই মানসেৰে ই, শুভেচ্ছা থাকিল,,,,
@MainuGogoi-h6b
@MainuGogoi-h6b 24 күн бұрын
সুন্দৰ হৈছে আমনি নালাগে শুনি থাকিব মই যাই🙏🙏
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 23 күн бұрын
ধন্যবাদ
@NiranjanCreation
@NiranjanCreation Жыл бұрын
Hundor
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 Жыл бұрын
ধন্যবাদ
@lilawatidevi4910
@lilawatidevi4910 Жыл бұрын
অতি ভাল লগা এটিগীত
@tapansaikia5798
@tapansaikia5798 Жыл бұрын
Bohut bohut val lagil.krishna Krishna he bulilu 🙏🙏🙏
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 Жыл бұрын
🙏🙏🙏
@buddhaboruah3008
@buddhaboruah3008 5 ай бұрын
Krishna ❤❤❤🙏🙏🙏
@tarungogoi6054
@tarungogoi6054 Жыл бұрын
ইমান সুন্দৰ ভগৱন্ত ওচৰত শতকোটি প্ৰানিপাত
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 Жыл бұрын
কৃষ্ণ🙏🙏🙏
@mukutlukhurakhon1411
@mukutlukhurakhon1411 5 ай бұрын
ভালোলাগিল, দুখো লাগিল, এনে গীত শুনিলে মোৰ লগতে সকলোৰে মনটো সেমেকা হৈ পৰিব,সেয়ে আপোনালোকে গাই যাওক চোন অতি গুৰুত্বপূর্ণ ভূমিকা লৈ গোৱা বাবেই নেকি শুনিবলৈ অতিকৈ ভাল লাগিল,,,, ভৱিষ্যতে ও এনে ভক্তি মূলক টোকাৰী গীত শুনাব বুলি আশা কৰিলোঁ ভগৱানে, মংগল কৰক আপোনালোকক সংগ দি সুখ দি ভৱিষ্যত সুখেৰে ৰাখক কুশলে ৰাখক,, সচাকৈ মনটো কৰবালৈ উৰা মাৰিলে,,,,,
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 5 ай бұрын
🙏
@JonaliBaishya-wu3wg
@JonaliBaishya-wu3wg 2 ай бұрын
Dhuniya❤❤❤❤ 👌👌👌 hoise krishna 🙏🙏🙏
@mukutlukhurakhon1411
@mukutlukhurakhon1411 7 ай бұрын
সুন্দৰ পৰিকল্পনা আৰু পৰিৱেশন ও চাই অতিকৈ আনন্দ পাইছো ধন্যবাদ থাকিল আৰু বহু কথাই থাকিল আজি লৈ থাওক ইমানেই,,,,,
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 7 ай бұрын
ধন্যবাদ
@hukan_paat
@hukan_paat 5 ай бұрын
বৰ সুন্দৰ❤
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 5 ай бұрын
ধন্যবাদ
@malaranimech8140
@malaranimech8140 7 күн бұрын
KisanRam❤❤❤ramRam
@minakshidutta5067
@minakshidutta5067 Жыл бұрын
কৃষ্ণ কৃষ্ণ অতি মধুৰ 🙏
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 Жыл бұрын
ধন্যবাদ
@malaranimech8140
@malaranimech8140 8 күн бұрын
Ram❤❤❤ram
@DipakBorgohain-yu8bc
@DipakBorgohain-yu8bc 3 ай бұрын
Krishna bulisu Dada 🙏
@NijoraHazarika-w4d
@NijoraHazarika-w4d 22 күн бұрын
Krishna ❤🙏
@kashmiriborgohain1702
@kashmiriborgohain1702 8 ай бұрын
Krishna🙏🙏
@dibakarbaishya7838
@dibakarbaishya7838 Жыл бұрын
ভাল পালোঁ শুনি।।।কৃষ্ণ🎉🎉🎉
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 Жыл бұрын
ধন্যবাদ
@PramudPatar-cv1cw
@PramudPatar-cv1cw 3 ай бұрын
Krishna Krishna Krishna 🙏🙏🙏
@AffectionateFerryBoat-cj8po
@AffectionateFerryBoat-cj8po 2 ай бұрын
Bor dukh lgyy huni .hunile huni thakibo mn jai
@user-qd5bw5zu7h
@user-qd5bw5zu7h 7 күн бұрын
Krishna 🙏🙏🙏🙏
@mukutlukhurakhon1411
@mukutlukhurakhon1411 4 ай бұрын
নমস্কাৰ, পুৱা তে এই গীতটো শুনাৰ পাচত হে আন কামৰ সন্ধানত নামি পৰোঁ কাৰণ এই টোকাৰী গীত টো শুনি মই খুবেই ভাল পাও সেয়ে বাৰে বাৰে শুনি থাকিলেও আমনি নাপাওঁ দিয়ক ইমানেই ভাল লাগে যে কবলৈ গলে মই ভাষাই বিচাৰি নাপালোঁ আপোনাক জনাবলৈ,, ভৱিষ্যতে ও এনে ধৰণৰ সমস্যা জড়িত গীত শুনাব বুলি আশা কৰিলোঁ ভগৱানে আপোনাক কুশলে ৰাখক আৰু আগন্তুক দিনবোৰত সকলো বিপদ আপদৰ পৰা ৰক্ষা কৰক এই মানসেৰে ই,,,
@hemantakumarbaruah8521
@hemantakumarbaruah8521 19 күн бұрын
Aapunar Naam Bilak Xuni Bhal lage.
@ranjanbhuyan1883
@ranjanbhuyan1883 11 ай бұрын
Mojaa song krishna
@user-ge2qi5en3i
@user-ge2qi5en3i 11 ай бұрын
Mzaaa..simanto daaa❤
@tunumonibora8642
@tunumonibora8642 Жыл бұрын
ইমান ধুনীয়া হৈছে ক'বলৈ ভাষা নাই
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 Жыл бұрын
ধন্যবাদ
@tunumonibora8642
@tunumonibora8642 Жыл бұрын
ইমান ধুনীয়া কবলৈ ভাষা নাই
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 Жыл бұрын
ধন্যবাদ
@Debajitdutta785
@Debajitdutta785 11 ай бұрын
কৃষ্ণ কৃষ্ণ🙏🥺
@jatinborgohain587
@jatinborgohain587 10 ай бұрын
❤❤❤ Jai Jai Jai ❤❤❤
@junutalukdar5628
@junutalukdar5628 Жыл бұрын
কৃষ্ণ কৃষ্ণ 🙏🙏 ‌ অতি মধুৰ 👍❤️❤️
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 Жыл бұрын
ধন্যবাদ
@mukutlukhurakhon1411
@mukutlukhurakhon1411 6 ай бұрын
সুন্দৰ আৰু সুমধুৰ হৈছে শুনিও ভাল লাগিল সেয়ে আপুনি গাই যাওক চোন আপোনাৰ গীতৰ সুৰ অতিকৈ সুন্দৰ আৰু সুমধুৰ শুনি খুবেই ভাল লাগিল সেয়ে আপুনি গাই যাওক ইমান ভাল লাগিল সেয়ে একে সুৰতে ক ও আপুনি গাই যাওক চোন অতি সুন্দৰ আৰু শুনিও ভাল লাগিল যে কবলৈ ভাষা ই বিচাৰি নাপালোঁ হওক ভগৱানে মংগল কৰক আপোনাক সংগ দি সুখ দিয়ক ইমানেই,,,,,,,
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 6 ай бұрын
ধন্যবাদ
@muhonboruah
@muhonboruah Жыл бұрын
কৃষ্ণ 🎉
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 Жыл бұрын
🙏🙏🙏
@Mahendra-ry8pz
@Mahendra-ry8pz 6 ай бұрын
কৃষ্ণ-কৃষ্ণ ।
@minatideka7551
@minatideka7551 Жыл бұрын
ধুনীয়া হৈছে👍
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 Жыл бұрын
ধন্যবাদ
@PratabchandraBarman
@PratabchandraBarman 2 ай бұрын
Bhal lagil
@RobinSaikia-ko9ds
@RobinSaikia-ko9ds 3 ай бұрын
কৃষ্ণ কৃষ্ণ প্ৰভূ 🙏🙏🙏🙏🙏
@minatimech4993
@minatimech4993 Жыл бұрын
ৰাম ৰাম
@prafulladas4370
@prafulladas4370 8 ай бұрын
Mojja dada❤
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 8 ай бұрын
ধন্যবাদ
@pinkuborah4420
@pinkuborah4420 11 ай бұрын
জয় কৃষ্ণ ভগৱান
@mukutlukhurakhon1411
@mukutlukhurakhon1411 7 ай бұрын
নমস্কাৰ গ্ৰহণ কৰিব পুৱা তে এনে ভক্তি মূলক টোকাৰী গীত শুনিবলৈ পালে মনতে ভগৱান ৰ সৈতে জড়িত হৈ থকা বুলি অনুভৱ হয় ভগৱানে আপোনাক সংগ দিব আপোনাৰ গীতৰ সুৰ অতিকৈ সুন্দৰ আৰু সুমধুৰ হৈছে ভৱিষ্যতে ও এনে ভক্তি মূলক টোকাৰী গীত শুনিবলৈ পালে মনতে খুব সুখ পালো হেতেন আৰু পৰিৱেশন ও চাই আছোঁ আৰু ভাল লাগিল, কবলৈ ভাষা নাই ভৱিষ্যতে শুনাৰ ইচ্ছুক ভাৱ থাকিল আৰু শুভেচ্ছা জনালো সকলোলৈ লগতে আপোনালে,,,,,,
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 7 ай бұрын
কৃষ্ণ🙏🙏🙏
@dulaprabhaphukon3201
@dulaprabhaphukon3201 Жыл бұрын
বৰ দুখ লগা কৈ গাইছে
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 Жыл бұрын
🙏🙏🙏
@BiplobDas-ul9gi
@BiplobDas-ul9gi Жыл бұрын
Ram Krishna
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 Жыл бұрын
🙏🙏🙏
@user-ex7jx8og4x
@user-ex7jx8og4x 9 ай бұрын
Emn vll lgela oo dada ganto hunie oo👍👍
@missdipalee
@missdipalee 8 ай бұрын
🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@dipengogoi5076
@dipengogoi5076 Жыл бұрын
কৃষ্ণ ❤
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 Жыл бұрын
🙏🙏🙏
@mukutlukhurakhon1411
@mukutlukhurakhon1411 6 ай бұрын
কৄষন্, সুন্দৰ হৈছে আৰু শুনিও ভাল লাগিল আপোনাৰ এই টোকাৰী গীত টি শুনি খুবেই ভাল লাগিল,,,, এনে গীত শুনিবলৈ পালে মনতে ভগৱান ৰ সৈতে জড়িত হৈ থকা বুলি অনুভৱ হয়, সেয়ে আপুনি গাই যাওক,,, এনে সুন্দৰ হৈছে আৰু শুনিও ভাল লাগিল, এনে ভক্তি মূলক টোকাৰী গীত ভৱিষ্যতে ও শুনাব বুলি আশা কৰিলোঁ, ভগৱানে আপোনাক মঙগল কৰক আৰু সঙ দিআপোনাক বাধিত কৰক ইমানেই, ভাল লাগিল যে কবলৈ ভাষা ই বিচাৰি নাপালোঁ জয় হওক আপোনাৰ,,,,,
@AssamDeori-kw8hv
@AssamDeori-kw8hv Ай бұрын
Mojaaaaaa❤🙏🙏🙏🙏🙏🙏🙏🙏🙏
@prasantanath5359
@prasantanath5359 Жыл бұрын
❤ ধুনীয়া
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 Жыл бұрын
ধন্যবাদ
@UshaGohain-ub9vi
@UshaGohain-ub9vi 2 ай бұрын
কৃষ্ণ কৃষ্ণ
@januborgohain3887
@januborgohain3887 Жыл бұрын
Hundhor Simanta da 🙏🙏🙏 ❤❤❤
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 Жыл бұрын
ধন্যবাদ
@januborgohain3887
@januborgohain3887 Жыл бұрын
Welcome
@user-xr2gr3zn5s
@user-xr2gr3zn5s 7 ай бұрын
❤❤❤❤❤
@pobitargogoi8395
@pobitargogoi8395 Жыл бұрын
🙏🙏🙏কৃষ্ণ কৃষ্ণ🙏🙏🙏
@lipikaborah147
@lipikaborah147 8 ай бұрын
🙏🙏🙏🙏
@SmilingCabezonFish-yu2sh
@SmilingCabezonFish-yu2sh 6 ай бұрын
Krishna
@LakhikantaDeka-kq1tu
@LakhikantaDeka-kq1tu 6 ай бұрын
Universal truth ❤😂🎉😢😮😅😊
At the end of the video, deadpool did this #harleyquinn #deadpool3 #wolverin #shorts
00:15
Anastasyia Prichinina. Actress. Cosplayer.
Рет қаралды 17 МЛН
王子原来是假正经#艾莎
00:39
在逃的公主
Рет қаралды 26 МЛН
Apple peeling hack
00:37
_vector_
Рет қаралды 113 МЛН
পুত্ৰ কন্যাই কান্দিছে বাগৰি বাগৰি
9:16
Amiya Neog Kalita's Dihanam World official
Рет қаралды 1,9 МЛН
Zubeen Garg harinaam songs (জুবিন গাৰ্গ হৰিনাম)
25:41
ভক্তি সুৰভি 365
Рет қаралды 427 М.
Mishai dhan ghatili harak mati kari
8:20
Dharitree Changmai
Рет қаралды 2,2 МЛН
At the end of the video, deadpool did this #harleyquinn #deadpool3 #wolverin #shorts
00:15
Anastasyia Prichinina. Actress. Cosplayer.
Рет қаралды 17 МЛН