জীৱনৰ সকলো সমস্যাৰ সমাধান ৩০ মিনিটত I Geeta Saar II

  Рет қаралды 279,464

Kumud Das Official

Kumud Das Official

Жыл бұрын

জীৱনৰ সকলো সমস্য়াৰ সমাধান ৩০ মিনিটত I Geeta Saar II
#krishna #geetasaar #kumuddas #motivation
Follow us in facebook
/ daskumud1
Our Other Popular Videos
1. • ৭৫ বছৰ পূৰ্বৰ গুৱাহাটী...
(৭৫ বছৰ পুৰণি গুৱাহাটীখন কেনে আছিল?)
2. • দুশ বছৰ পূৰ্বৰ অসম I A...
( দুশ বছৰ পূৰ্বৰ অসমখন কেনে আছিল?)
3. • হিন্দু ধৰ্মৰ ইতিহাস কি...
(হিন্দু ধৰ্মৰ ইতিহাস কি?)
4. • পুৰণি গুৱাহাটী Part 2 ...
(১০০ বছৰ পূৰণি গুৱাহাটীখন কেনে আছিল?)
5. • ৪০০ বছৰ পূৰ্বৰ অসমখন ক...
( চাৰিশ বছৰ পূৰ্বৰ অসমখন কেনে আছিল?)

Пікірлер: 415
@hemkantihazarika9531
@hemkantihazarika9531 10 күн бұрын
প্ৰভু আপোনাক শতকুটি প্ৰণাম জনাই হেৱা কৰিছো সকলোকে কৃপা কৰক কৃষ্ণ 🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻♥️
@bhusanbora9958
@bhusanbora9958 8 ай бұрын
জীয়াই থকাৰ সাহস দিয়া ৰ বাবে বহুতো ধন্যবাদ থাকিল
@pratimanath3166
@pratimanath3166 2 ай бұрын
বহুতো দুষৰ মাজত মনত এক শক্তিশালী সাহস পালো আপোনালৈ ভক্তি ভৰা সেৱা জনালোঁ,
@hemchandrahandique6041
@hemchandrahandique6041 5 ай бұрын
আপোনাৰ কথাবোৰ শুনি ভাল লাগিল। আজিকালি ধৰ্ম ৰ নামতো ডাঙৰ ডাঙৰ বেপাৰ চলি আছে।ভকত কিছুমানে ভগবান ক বেপাৰত পৰিণত কৰিছে। ধন্যবাদ থাকিল আপোনালৈ।জয় নাৰায়ণ।
@sadhandas9336
@sadhandas9336 Жыл бұрын
🙏🙏সুকথা সূৱৰ্ণ স্বৰূপ।অতি গ্ৰহণযোগ্য বুজনিত পৰম সন্তোষিত হলোঁ।👏🏻👏🏻
@parulborgohain2472
@parulborgohain2472 Жыл бұрын
জীৱনটোক হেৰুৱালো তথাপি জী আছো।এই কথাখিনিয়ে জী তুলিছে🙏
@kumuddasofficial
@kumuddasofficial Жыл бұрын
ভালে কুশলে থাকক
@PrabinDas-ic5gz
@PrabinDas-ic5gz 2 ай бұрын
Om Krishnaio Basudevai Namaha👏👏👏
@taramaiphukan8785
@taramaiphukan8785 Жыл бұрын
সচাকৈ আপোনাৰ মুখেৰে খোৱা গীতাৰ বাক্য বোৰ শুনি বৰ ভাল লাগিল।সকলো বোৰ মনৰ দুখ বোৰ পাতল হৈ গৈছে। বহুত বহুত ধনবাদ।জয় শ্ৰী কৃষ্ণ
@user-wz6ig4ry2k
@user-wz6ig4ry2k 2 ай бұрын
ওঁ নমো ভগৱতে বাসুদেৱায়
@technicalthings5530
@technicalthings5530 2 ай бұрын
গীতা অমূল্যবাণী শুনোৱা বাবে অশেষ ধন্যবাদ 🙏🙏🙏
@madhuridevi5107
@madhuridevi5107 Жыл бұрын
বহুত বহুত ভাল লাগিল গীতাৰ অৰ্থ শুনি ব পাই
@bimaladas7604
@bimaladas7604 Ай бұрын
ধন্যবাদ দাদা আপোনাৰ পজিতিভ কথা শুনি ভাল লাগে ধন্যবাদ
@banikantadas2898
@banikantadas2898 Жыл бұрын
আপোনাৰ কথন ভঙ্গী, বিচাৰ বিশ্লেষণ, সুক্ষ্ম দৃষ্টিভংগী, বিষয় বস্তুৰ নিৰ্বাচন আৰু তাৰ উপকাৰিতা সম্পৰ্কে আপোনাৰ ধ্যান ধাৰণা শুদ্ধতা সততাৰ বাবেই আপুনি মোৰ প্ৰিয় ব্যক্তি। ভাল লাগিল।
@prakhantrachutia
@prakhantrachutia 3 ай бұрын
Good😊
@NiruBoruah-rs4bk
@NiruBoruah-rs4bk 11 күн бұрын
আপোনাৰ মোক সকলো কথাদিহা পৰামশৰ সুক্ষ্ম ভাবে বুজাই দিলে ৷সত্যক চিকাৰ কৰি দুয়োৰে একেলগে জীৱনৰবাটত আগোৱাই জাম আহক ৷
@user-mp3qz3fz8q
@user-mp3qz3fz8q 3 ай бұрын
Eman dhunia madhu bani brother bahut vaal lagil.live long.
@kabitakk5245
@kabitakk5245 4 ай бұрын
বহুত ধুনীয়া কথা কৈছে আপুনি,,, ধন্যবাদ🙏
@Bhanita1Sarma-dk7co
@Bhanita1Sarma-dk7co 7 күн бұрын
জয় শ্ৰী কৃষ্ণ 🙏🙏🙏
@lukumailekharu1022
@lukumailekharu1022 17 күн бұрын
Krishna krishna oti hundar geetetbani.
@dulalikhoundthakurdulalikh545
@dulalikhoundthakurdulalikh545 Жыл бұрын
আপোনাৰ কথাখিনিয়ে মনলৈ বহুত দৃঢ়তা আনিলে🙏
@user-bz6fd2lg9b
@user-bz6fd2lg9b 6 ай бұрын
❤ haree Krishna
@dimbeswari_patar
@dimbeswari_patar 6 ай бұрын
Krishna. Oum. santi. Oum. santi. Oum. santi 🙏🙏🙏🙏
@nabamallika23
@nabamallika23 6 күн бұрын
বৰ সুন্দৰ কথা ৷ ভাল লাগিল।
@bharatidas9999
@bharatidas9999 4 ай бұрын
আপোনাৰ এই ধুনীয়া কথাবোৰ অকল আজিয়েই নহয়,নিশা ৯:৩০ পিছত সদায়েই শুনো ছাৰ । আপুনি সঁচাই মহান যি আপুনি ইমান সুন্দৰ কথাবোৰ কৈ অসুস্থ মানুহৰ মন সুস্থ কৰি তুলিছে।🙏🙏 ভালে থাকক আপুনিও
@Tarashdeep
@Tarashdeep 4 ай бұрын
Om krishno vasudeva om
@anamikabaruah8182
@anamikabaruah8182 7 ай бұрын
ওঁম কৃষ্ণায় বাসুদেবায় নমঃ🙏🙏🙏পৰম সন্তোষ পালো🙏🙏🙏
@kumuddasofficial
@kumuddasofficial 7 ай бұрын
Krishna
@user-qw8wt4ft6b
@user-qw8wt4ft6b 2 ай бұрын
Krishna krishna
@mongalchandradas3846
@mongalchandradas3846 8 күн бұрын
Joy Sri Krishna.Radhe Radhe.
@bijukalitapapu2952
@bijukalitapapu2952 5 ай бұрын
Om sri krishni bashudabaya namha
@himadriborah1343
@himadriborah1343 Жыл бұрын
কথা খিনিয়ে বহুত সাহস দিলে❤
@chinimaibora7626
@chinimaibora7626 3 ай бұрын
আপোনাৰ কথা শুনি ভাল লাগিছে।
@BERUS_FF
@BERUS_FF 7 ай бұрын
কৃষ্ণ কৃষ্ণ ।।
@Manishasarmah221
@Manishasarmah221 7 ай бұрын
Bout Val lage dada apuner kotha bur..god bless you...agoloio and kotha bur Pai Thako jan...joi Shri Krishna ❤
@matudas4811
@matudas4811 Жыл бұрын
কৃষ্ণ প্ৰণাম ।
@ranukonwarchetia1054
@ranukonwarchetia1054 Жыл бұрын
কৃষ্ণ কৃষ্ণ আপোনাৰ চৰণত ভক্তিভৰা সেৱা নিবেদিলো ।
@rinasaraniabora9380
@rinasaraniabora9380 Жыл бұрын
কৃষ্ণ, ছাৰ আপোনাৰ এই গীতাৰ কথাখিনিয়ে মোক জীয়াই থকাৰ বাবে প্ৰেৰণা আৰু সাহস দিছে।
@daduldas1643
@daduldas1643 10 ай бұрын
কৃষ্ণ কৃষ্ণ
@parapursiparapio2852
@parapursiparapio2852 3 ай бұрын
আপোনাৰ কথা বিলাকে মোক জীৱনত আগবাঢ়ি যাবলৈ সাহস দিছে ধন্যবাদ।
@PrabinDas-ic5gz
@PrabinDas-ic5gz 2 ай бұрын
Om Namah Bhagabede Basudevai Namaha 👏
@nabakumarhajong9431
@nabakumarhajong9431 Ай бұрын
জয় শ্ৰী ৰাধাকৃষ্ণ
@Eva-vq9td
@Eva-vq9td 4 ай бұрын
God bless you
@assamnoobgamer9752
@assamnoobgamer9752 Жыл бұрын
ওম শ্ৰীকৃষ্ণই বাসুদেৱ বৈ নাম ।গীতাৰ কথা খিনি শুনি বৰ ভাল লাগিল।
@kumuddasofficial
@kumuddasofficial Жыл бұрын
ধন্যবাদ
@promodborah3768
@promodborah3768 Жыл бұрын
Goodmorning sir আপুনি কোৱা কথা কেইটা আমনি নালাগে গোটেই জীৱন মেন hone থাকিল মন জায়
@jinuboruah2921
@jinuboruah2921 Жыл бұрын
আপোনাৰ পৌছ বিলাক শুনি বহুত বহুত ভাল লাগিছে দা দা আপোনালৈ বহুত বহুত ধন্যবাদ থাকিল ।
@kumuddasofficial
@kumuddasofficial Жыл бұрын
ধন্যবাদ
@HaridraNath-vp2di
@HaridraNath-vp2di 3 ай бұрын
Om Krishnay bakhu debay namah
@bimaladas7604
@bimaladas7604 Ай бұрын
ওম কৃষ্ণয় বাসুদেবাই নমহ
@ratulnath9552
@ratulnath9552 8 ай бұрын
Joy sri Ram bahut bhal lagil krishna
@nikunath9678
@nikunath9678 22 минут бұрын
Om Namo Bhagawate Basu Devayo❤❤❤
@promodborah3768
@promodborah3768 9 ай бұрын
Om Krishnay namah আপোনাৰ vedcobahot aacha laga thanks ❤❤❤❤❤❤
@kumuddasofficial
@kumuddasofficial 9 ай бұрын
Tnks
@user-il7yr2or2y
@user-il7yr2or2y 28 күн бұрын
বহূত.ভাল.লাগিচে🙏🙏🙏
@promodborah3768
@promodborah3768 8 ай бұрын
Krishna namo arpunar video bahut Sundar Laga thanks 🙏🙏🙏❤❤❤
@promodborah3768
@promodborah3768 Жыл бұрын
Goodmorning sir bohutval lagil
@user-mp3qz3fz8q
@user-mp3qz3fz8q 3 ай бұрын
Live long live long brother.god be with you.
@promodborah3768
@promodborah3768 8 ай бұрын
Verygood baat thanks I'm happy no Krishna aapka video bahut achcha Laga thanks
@debaranjangogoi6511
@debaranjangogoi6511 15 күн бұрын
Joi shree Krishna ❤
@jonalikarjee4254
@jonalikarjee4254 10 ай бұрын
সুন্দৰ🙏❤️🙏
@pratimadas2550
@pratimadas2550 Жыл бұрын
Thank u Sir.Bht kotha bujebo parilu .Om Nomho Bogobote Basudebai.Krishna
@paruldevi8789
@paruldevi8789 Жыл бұрын
Gitasar xuni bohut bhal lagil,Dhanyabad thakil
@bultonborahbultonborah2182
@bultonborahbultonborah2182 5 ай бұрын
Om Krishna baxudebai namah ❤️🙏🌍☺️
@amiyasaikia6639
@amiyasaikia6639 5 ай бұрын
বৰ সুন্দৰ, আপোনাৰ কণ্ঠ ৰে ভগৱানৰ অমৃত কথা আৰু আপোনাৰ উপদেশ শুনি নিজকে ভআগ্যৱতঈ মেন লাগিল।শতকৌটি প্ৰণাম জনালোঁ।🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏❤
@nilutpalhazarika1233
@nilutpalhazarika1233 Жыл бұрын
ছাৰ আপোনাৰ এই কথা খিনিয়ে মোক জীয়াই থাকিবলৈ সাহস দিছে আৰু প্ৰেৰনা দিছে। ভগৱানে সকলোকে ভালে ৰাখক। ঔম কৃষ্ণায় বাসুদেৱায় নমঃ 🙏🙏🙏
@anjalidewri9636
@anjalidewri9636 Жыл бұрын
ভঝ
@kumuddasofficial
@kumuddasofficial Жыл бұрын
ভালে থাকা
@rupamdas1536
@rupamdas1536 3 ай бұрын
ঔঁ কৃষ্ণায় ভাগৱতে বাসুদেৱায় নম:🙏🙏🙏
@hiteshdas134
@hiteshdas134 4 ай бұрын
Om Nomo Bhagawata Basudewa 🙏🙏🙏🙏 Krishna Krishna krishna krishna,
@padumibaruah2798
@padumibaruah2798 3 ай бұрын
Amrit Bani Suni Val Lagil Krishna Krishna provu doya kora
@user-zl1sl2mz5m
@user-zl1sl2mz5m 7 ай бұрын
কৃষ্ণ। অতি সুন্দর।
@bituhazarika3998
@bituhazarika3998 Ай бұрын
Xosai bor val lagil xuni🙏🙏
@amulyagoswami4700
@amulyagoswami4700 6 ай бұрын
Bor sundor. . Val lagil .
@kamalphukan1365
@kamalphukan1365 Ай бұрын
সুন্দৰ 🙏 ভগৱানে আপোনাক ভালে ৰাখক!
@protimasarkarsarkar1295
@protimasarkarsarkar1295 9 ай бұрын
Apuni dia speech khini bor monmoha so thnx so much
@bornalibarua9089
@bornalibarua9089 Жыл бұрын
Bohut bohut dhoinybad sir
@juridutta3443
@juridutta3443 4 ай бұрын
ঔম কৃষ্ণায় ভাগৱত বাসুদেৱায় নম 🙇🙇🙇
@user-cw1tc1od2n
@user-cw1tc1od2n 6 ай бұрын
ভাল লগিছে আপোনাৰ কনথৰৰ শুনলা কথা
@promodborah3768
@promodborah3768 Жыл бұрын
আপুনি কোৱা কথা কেইটা সচাকৈয়ে ইমান ভাল লাগিল এই দৰে পেৰনা দিযক china wok ধন্যবাদ থাকিল
@RONTU684
@RONTU684 4 ай бұрын
সুন্দৰ ❤
@BandanaBaishya-he8mo
@BandanaBaishya-he8mo Ай бұрын
Om krisnay basu debay nam
@madhabduarah1777
@madhabduarah1777 Жыл бұрын
সুন্দৰ। বহু ভাল লাগিল...
@sanjitbarman-gy6es
@sanjitbarman-gy6es 7 ай бұрын
Bahut bhal lagil
@aparnabhattacharya5620
@aparnabhattacharya5620 7 ай бұрын
সুন্দৰ পৰিবেশন। বহুতে ভাল লাগিছে।
@ajantaphukan3964
@ajantaphukan3964 2 ай бұрын
জয় শ্ৰীৰাম জয় শ্ৰীকৃষ্ণ জয় শ্ৰীৰাম জয় শ্ৰীকৃষ্ণ জয় শ্ৰীৰাম জয় শ্ৰীকৃষ্ণ
@alpanachutia4811
@alpanachutia4811 3 ай бұрын
❤❤❤ krishna krishna krishna
@binandabaishya9035
@binandabaishya9035 7 ай бұрын
বৰ ভাল লাগিছে
@purnimadaimary8578
@purnimadaimary8578 Жыл бұрын
Jai shree Krishna Radhe Radhe 🌹🌹🙏🙏
@sanjibjyotimalakar3116
@sanjibjyotimalakar3116 5 ай бұрын
Jai Shree Krishna🙏🙏🙏
@user-gr9gx6vw3j
@user-gr9gx6vw3j 7 ай бұрын
জয় শ্ৰীকৃষ্ণ
@bimaladas7604
@bimaladas7604 5 ай бұрын
জয় শ্ৰী কৃষ্ণ ৰাধে ৰাধে
@monikalita5744
@monikalita5744 Ай бұрын
মানুহৰ জীৱনৰ গুৰুত্বপূৰ্ণ কথা যিটো,,,,,,,,,
@promodborah3768
@promodborah3768 Жыл бұрын
আপুনি কোৱা কথা কেইটা ভাল লাগিল এই দৰে পেৰনা দি থাকিৱ ধন্যবাদ থাকিল
@ultapro9910
@ultapro9910 Жыл бұрын
Atikoi hundor bani 👌🏻 Jay shree Krishna 🙏🏻🙏🏻 provu hakalure mongal karok 🙏🏻🙏🏻
@pranatiboruah2149
@pranatiboruah2149 6 ай бұрын
Jai Shree Krishna 🙏🙏🙏🙏
@AbhijitRider56
@AbhijitRider56 6 ай бұрын
Jai shri Krishna Radha radha Har Har Mahadev ♥️🏵🏵🕉🏵🙏🌾🏵🌷🏵🙏♥️🕉♥️🌻♥️🪷🏵🪷🌻♥️🙏♥️🌾🏵🌷🙏♥️🌻♥️🪷
@user-ks1xf6bb9h
@user-ks1xf6bb9h 5 ай бұрын
Bohut bhal lagil ❤❤🙏🙏
@nayanmonidas5812
@nayanmonidas5812 6 ай бұрын
Aponar bani xini xassakoi orthapurna hoi xub Val lagil.
@user-hi1tw9ds2o
@user-hi1tw9ds2o 2 ай бұрын
Jai sri krishna 🙏🙏
@SunitaSharma-tl2wf
@SunitaSharma-tl2wf 20 күн бұрын
Jai shree Krishna pranam
@anantaborgohain5565
@anantaborgohain5565 4 ай бұрын
Bohuuuuut val lagil🙏🙏🙏
@SubshriSonowal
@SubshriSonowal 2 ай бұрын
Bahut val lagil❤❤❤🎉
@gitanjalipathak1375
@gitanjalipathak1375 11 күн бұрын
ভাল লাগিল 🙏
@sangeetaboruah5292
@sangeetaboruah5292 10 ай бұрын
Oom Krishnaay Vasudevaay Nomoh 🙏
@satyajeetdas433
@satyajeetdas433 6 ай бұрын
Jai shri krishna .
@KamalaBaishaya-us6io
@KamalaBaishaya-us6io Ай бұрын
Joy shree krishnayo namah
@anitakeot3795
@anitakeot3795 Жыл бұрын
Hidoikhon Val lagil bohut.
@diptiboruah912
@diptiboruah912 10 ай бұрын
Om Krishna
@hrishi6946
@hrishi6946 2 ай бұрын
Om krishnaya basudabay namaha 🎉🎉🎉🎉🎉❤❤❤❤❤
New model rc bird unboxing and testing
00:10
Ruhul Shorts
Рет қаралды 24 МЛН
Double Stacked Pizza @Lionfield @ChefRush
00:33
albert_cancook
Рет қаралды 81 МЛН
বৰপেটা হাউলী part1 @jyotimoy6018
46:00
জ্যোতিময় Jyotimoy
Рет қаралды 47 М.
как попасть в закулисье в schoolboy runaway
0:51
Что делать ЕСЛИ у  Вас Живёт Монстр?
0:36
ИЗЮМЕР
Рет қаралды 2,9 МЛН
19 июля 2024 г.
0:20
мишук круглов
Рет қаралды 8 МЛН
ВОДА В СОЛО
0:20
⚡️КАН АНДРЕЙ⚡️
Рет қаралды 25 МЛН