জাতীয় সেৱক VS জাতীয় নায়ক || Lurin Jyoti Gogoi

  Рет қаралды 134,191

BAARTA LAAP

BAARTA LAAP

Күн бұрын

জাতীয় সেৱক VS জাতীয় নায়ক || Lurin Jyoti Gogoi
Contact with Chakrrapanni Parashar on
📷 Instragram: ....
🚀Facebook : / chakrrapanni. .
🔵Twitter:
✅Main Channel : youtube.com/@B....
👱‍♂️Vlog Channel : / @chakrapaniparash. .
...................................
/ baartalaapme. .
For Business Enquiry Email :-Baartalaapofficial@gmail.com
Show Enquiry : 8472051224
#chakrapaniparashar #assamesepodcust #Baartalaap #guwahaticity #LurinJyotiGogoi #politics #elaction2024 #assamelaction2024 #dibrugarh

Пікірлер: 646
@muhimdadhara2223
@muhimdadhara2223 7 ай бұрын
১ঘণ্টা সময় অলপো লৰচৰ নকৰাকৈ অনুষ্ঠানটো উপভোগ কৰিলো। জাতীয় চেতনাৰে পৰিপূৰ্ণ, সৎ, সাহসী এজন মোৰ প্ৰিয় ৰাজনৈতিক নেতা। ডিব্ৰুগড়ৰ বাসী হিচাপে এইবাৰ আপোনাক বিচাৰো ককাই।
@PotuliBoruh
@PotuliBoruh 7 ай бұрын
.... Nnn . Nm. Mmmmlll😅😅
@lukumonidutta9425
@lukumonidutta9425 7 ай бұрын
Lurin sir zindabad 🙏 এজন খুউব আদৰ্শবান ব্যক্তি,প্ৰণাম জনাইছোঁ🙏 ৰাইজৰ জয় হ'বই জয় আই অসম।
@MonikaPhukon-j8h
@MonikaPhukon-j8h 7 ай бұрын
ভাল লগা অনুষ্ঠানত । ভাল লগা নেতাজন ।
@rajkumarbarman5417
@rajkumarbarman5417 7 ай бұрын
Lurinjyoti Gogoi, Akhil Gogoi and Gourav Gogoi all are very strong and non corrupt leaders of Assam at present, More over, Gourav Gogoi has already become a National leader and a best parliamentarian now,
@JollywoodUnofficial
@JollywoodUnofficial 7 ай бұрын
অমায়িক, সহজ সৰল, শান্ত, ভদ্ৰ সংস্কাৰী লুৰিন🙏
@SangitaboruahSangitaboruah-j9l
@SangitaboruahSangitaboruah-j9l 7 ай бұрын
লুৰিনজোতি গগৈ জিন্দাবাদ🎉🎉। তোমাৰ দৰে জাতীয়তাবাদী নেতা খুবেই পয়োজন সদায় আগবাঢ়ি যোৱা।
@tapanhazarika9794
@tapanhazarika9794 7 ай бұрын
লুৰিন জ‍্যোতি গগৈক এবাৰ জিকাই চাব লাগে। বিশ্বাস আছে তেওঁ অন্তত সৰ্বানন্দ সোনোৱালতকৈ ভাল কাম কৰিব।
@PriYamHA
@PriYamHA 7 ай бұрын
এইখন অসমত অখিল,লুৰিন আৰু গৌৰব গগৈ ৰ দৰে খুবেই প্ৰয়োজন। কিন্তু ৰাইজে নুবুজে।ৰাইজ সজাগ হবৰ হ'ল।
@KalpajitGogoi.
@KalpajitGogoi. 7 ай бұрын
Akdom mur monor kotha kole apuni dada
@SANATANI_AXOMIA_NABA
@SANATANI_AXOMIA_NABA 7 ай бұрын
Miya k anibole bohut dorkar😂
@Savagehighlander
@Savagehighlander 7 ай бұрын
​@@SANATANI_AXOMIA_NABAআমি বামূনৰ কথা ইমান বুজি নাপাওঁ ,নিজকে সনাতনী কোৱা আগত অসমীয়া বুলি বুজিবি । আমাক আমাৰ কথা কোৱা মানুহ লাগে । বঙালীৰ নামত হিন্দু আনিম কোৱা মানুহ নালাগে , তোৰ নিচিনা বোৰ বেলেগৰ চেলেকি থাকোতে যাব ।
@lukumonidutta9425
@lukumonidutta9425 7 ай бұрын
ৰাইজ সজাগ হ'বৰ হ'ল🙏
@AlimpyshreyamGogoi
@AlimpyshreyamGogoi 7 ай бұрын
Akdom hosa❤
@JinkumoniBrothakur
@JinkumoniBrothakur 7 ай бұрын
লুৰিণ , তুমি অসমীয়া জাতিৰ বিশ্বাস। আগুৱাই হোৱা, আমাৰ আশীৰ্বাদ আছে।জয় আই অসম।❤🎉🎉🎉
@kalitahardware
@kalitahardware 7 ай бұрын
😂😂😂😂😂😂
@kirttanaramdas9381
@kirttanaramdas9381 7 ай бұрын
আৰম্ভণিৰেপৰা শেষলৈকে অনুষ্ঠানটো চালো। কথাবোৰ শুনি খুবেই ভাল লাগিল।
@humensaikia7914
@humensaikia7914 7 ай бұрын
নতুন মুখ এখনৰ খুবেই প্ৰয়োজন । Dibrugarh ৰ ৰাইজে এটা সুন্দৰ সুবিধা পাইছে🎉🎉 কেন্দ্ৰত লুৰিন আৰু ৰাজ্যত অখিল ৰ খুবেই দৰকাৰ হৈছে
@SANATANI_AXOMIA_NABA
@SANATANI_AXOMIA_NABA 7 ай бұрын
Goru haron debo😂
@biswajyotiarandhara9402
@biswajyotiarandhara9402 7 ай бұрын
​@@SANATANI_AXOMIA_NABA😂😂😂
@budheswarnath6516
@budheswarnath6516 7 ай бұрын
মনৰ কথা কৈছে 👍👍🙏
@budheswarnath6516
@budheswarnath6516 7 ай бұрын
​@@SANATANI_AXOMIA_NABAতোৰ দৰে মগজু নাইকীয়া " চামচা " সকলো হলেহে হাৰিব!!!
@SANATANI_AXOMIA_NABA
@SANATANI_AXOMIA_NABA 7 ай бұрын
@@budheswarnath6516 toi thoka karone aane lurin jikil😃... Miya bhai
@Savagehighlander
@Savagehighlander 7 ай бұрын
খিলঞ্জীয়া জিন্দাবাদ,জাতীয়তাবাদ জিন্দাবাদ । জাতিৰ বাবে জাতিৰ লৰা লাগে ,বহু দেখিলো বণিয়াৰ তলৰ মানুহ । নিজৰ মানুহক জিকোৱা ডিব্ৰুগড় বাসিন্দা।
@puspalatagogoi5995
@puspalatagogoi5995 7 ай бұрын
মোৰ মৰমৰ পুত্ৰসম লুৰিণ আশীর্বাদ কৰিছো ঈশ্বৰে মংগল কৰক
@HemankaKalita
@HemankaKalita 7 ай бұрын
❤❤❤❤❤❤❤❤মোৰ এজন প্ৰিয় নেতা লুৰিনজ্যেতি
@rahulnath7833
@rahulnath7833 7 ай бұрын
বহুত বেছি ভাল পোৱা এজন নেতা। বহুত বেছি শুভকামনা থাকিল অনাগত দিনত যাতে আকৌ অধিক ভাল ভাল কাম কৰি আগুৱাই যায।
@luhittalukdar7202
@luhittalukdar7202 7 ай бұрын
জনতাৰ পক্ষত থকা এজন নেতা।লুৰিণ জিন্দাবাদ।
@mahendradeka6783
@mahendradeka6783 7 ай бұрын
প্ৰশ্ন আৰু উত্তৰ খুব ভাল লাগিল। আশীৰ্বাদ থাকিল।
@sarmilaekka1181
@sarmilaekka1181 7 ай бұрын
খুব ভাল লাগিল অনুষ্ঠানটো চাই।লুৰিনজ্যোতি গগৈ ডাঙৰীয়াৰ।সুদক্ষ,স্পষ্টবাদী নিস্বাৰ্থ মনোভাৱে ৰাইজৰ মনত পৰিবৰ্তনৰ এক আশাৰ বতৰা আনি দিছে ।নিশ্চয় ভগৱানৰ বাহিৰে আন কাকো ভয় কৰিব নালাগে এইকথা মহাত্মা গান্ধীয়েও কৈ গৈছে ।গতিকে অটল স্থিতি আৰু সৎ উদ্দেশ্যৰে আগুৱাই গলে নিশ্চয় ভয়ৰ কোনো কাৰণ নাথাকে ।আগন্তুক নিৰ্বাচনলৈ বহুত শুভেচ্ছা থাকিল ।জয আই অসম ।
@DEBOJITGogoi-py4zd
@DEBOJITGogoi-py4zd 7 ай бұрын
লুৰীণ জ্যোতি গগৈ জিন্দাবাদ লুৰীণ জ্যোতি গগৈ হৈছে অসমৰ প্ৰকৃত জাতীয় সেয়ক লুৰীণ দা অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ প্ৰয়োজন
@mohansapkota3562
@mohansapkota3562 7 ай бұрын
Kun goru oo toi😅
@DEBOJITGogoi-py4zd
@DEBOJITGogoi-py4zd 7 ай бұрын
@@mohansapkota3562 tur Bapara
@SurujMyloves
@SurujMyloves 7 ай бұрын
Kotha khini teur anak dukhi kuwa bahire aku nai
@SurujMyloves
@SurujMyloves 7 ай бұрын
Alagotiyal kotha koi lurine
@SurujMyloves
@SurujMyloves 7 ай бұрын
Alagotiyal kotha koi lurine
@chanadra
@chanadra 7 ай бұрын
এই অবাঞ্চিত যুজখনৰ এফালে কৰ্ণ আৰু আনফালে অৰ্জুন।কোনো এজন হাৰিলেই পাণ্ডৱৰেই পৰাজয়।জয় হব কেবল শকুনি মামাৰ।
@mamonisaikia39
@mamonisaikia39 7 ай бұрын
লুৰিন joti gogoi মিঠা মিঠা কথাৰে মোৰ প্ৰিয় জিন্দবাদ❤❤❤❤ কথাৰে হৃদয় চুই জায়
@bakulboruah2026
@bakulboruah2026 7 ай бұрын
অতি ষ্পষ্টবাদী জাতীয় চেতনাৰে উদ্ধুৰ্দ্ধ যুৱক লুৰীণজ‍্যোতি গগৈ।আপোনালৈ অলেখ অযুত শুভেচ্ছা জনালোঁ।
@shikhyavlogs250
@shikhyavlogs250 7 ай бұрын
সুন্দৰ মন্তব্য লুৰিণদা
@assamjoytechnicalsandnews7800
@assamjoytechnicalsandnews7800 7 ай бұрын
কথাখিনি শুনি বহুত ভাল লাগিছে । আশা কৰিছোঁ এইবাৰ ডিব্ৰগড়ত আপুনি জিকিব । আমাৰ অসমৰ কাৰণে আপোনাৰ নিচিনা এজন আদৰ্শবাদী ৰাজনৈতিক নেতাৰ বহুত প্ৰয়োজন । লুৰিনজ্যোতি জিন্দাবাদ জিন্দাবাদ । 🎉🎉
@suhailmehdi1838
@suhailmehdi1838 7 ай бұрын
মোৰ প্ৰিয় লুৰিন দা❤ মাতষাৰ শুনিলে শুনিয়েই থাকিব মন যাই।
@jahidjobinformation5610
@jahidjobinformation5610 7 ай бұрын
Lurin dak val lage kintu vote tuo jate lurin dak Diya hoy
@dipikahandique843
@dipikahandique843 7 ай бұрын
এজন দৃশ আত্মবিশ্বাস থকা নেতা।মোৰখুবেই প্ৰিয় ,সদায়ে আশীৰ্বাদ থাকিব ।💞💞💞
@SanjivSaikia-d3m
@SanjivSaikia-d3m 7 ай бұрын
ডিব্ৰুগড়ত এইবাৰ লুৰিণজূতি গগৈ জিকিব । জয় আই অসম
@himadrisonowal4017
@himadrisonowal4017 7 ай бұрын
আমাৰ উজনিৰ গৌৰৱ এজন মেধাৱী চাত্ৰ তথা নেতা,এজন দক্ষ ৰাজনৈতিজ্ঞ।,এনে নেতা পুৰুষ আমাৰ অসমত বহুত দৰকাৰ।শুভেচ্ছা থাকিল তেওলৈ।মোৰ ঘৰখনৰ বিশেষকৈ মোৰ মাৰ প্ৰিয় নেতাজন🙏এনেধুৱা ধৰণৰ দক্ষতাসম্পন্ন মানুহবিলাকক সদায় সাক্ষাৎকাৰ লব।
@rjlhan9842
@rjlhan9842 7 ай бұрын
সৰ্বানন্দই দিল্লীৰ কথা মতেই চলিব আৰু লুৰিনজুতি অসমৰ দক্ষ যুদ্ধা।
@RajuSaikia-l9n
@RajuSaikia-l9n 7 ай бұрын
লুৰিণ জ্যোতি আগুৱাই জোৱা।অসমৰ ৰাইজৰ আসিবাদ আছে।
@shasankagogoi5379
@shasankagogoi5379 7 ай бұрын
অসম প্ৰথম সদায় আৰু চিৰদিন✊✊জয় আই অসম
@ramjanali5782
@ramjanali5782 7 ай бұрын
লুৰিন jyoti gogoi zindabad ❤❤❤
@গাঁৱলীয়ালৰামইপল
@গাঁৱলীয়ালৰামইপল 7 ай бұрын
সঁচাই বৰ সহজ সৰল ব্যক্তি ❤কথা বোৰ ভাল লাগিল সদাই অসমীয়া জাতিটো কথা ভাবি কাম বোৰৰ কৰি যাব 😊
@BikiRaj-yo1yz
@BikiRaj-yo1yz 7 ай бұрын
Lurin জ্যোতি zindabad
@gyandeepgogoi6178
@gyandeepgogoi6178 7 ай бұрын
ডিব্ৰুগড় বাসীয়ে নিশ্চয় এনে এজন সুদক্ষ নৱপ্ৰজন্ম ব্যক্তিক সাংসদ হিচাপে লোকসভালৈ নিৰ্বাচিত কৰিব !
@Jjjjjjjingja
@Jjjjjjjingja 7 ай бұрын
এজন মুখ্যমন্ত্ৰী এনেধৰণৰ হোৱা প্ৰয়োজন, নিজৰ জাতিটোক আগবঢ়াই এনেধৰণৰ ব্যক্তিয়ে নিব পাৰিব। সচাই এজন সৎ সাহসী ব্যক্তি লগতে নিজৰ জাতি মাটি ভেটি ভালপোৱা লগতে আগবঢ়াই নিব পৰা ব্যক্তি এখেত
@ProdipPhukan-ko7wd
@ProdipPhukan-ko7wd 7 ай бұрын
Lurin Jyoti Gogoi zindabad ❤
@subhanhazarika9188
@subhanhazarika9188 7 ай бұрын
Tur pok tu
@গাঁৱলীয়ালৰামইপল
@গাঁৱলীয়ালৰামইপল 7 ай бұрын
কি হল কথা বিচাৰি নাপালি​@@subhanhazarika9188
@kiranchboro
@kiranchboro 7 ай бұрын
​@@subhanhazarika9188😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊 😊😊😊😊 by 7:00 7:01
@BirinchiBoruah-w3l
@BirinchiBoruah-w3l 7 ай бұрын
Cr mi ni no by gh ni ko no ki ki ii mi ni ki mkub JJ in ko​@@subhanhazarika9188
@kalitahardware
@kalitahardware 7 ай бұрын
Jibant jikibo nuare
@jintusaikia4256
@jintusaikia4256 7 ай бұрын
বৰ সুন্দৰ লাগিল । লুৰিণ দাক ডিব্ৰুগড় ৰাইজে সাংসদ হিচাবে পালে বহু পৰিমাণে উন্নতি হব বুলি মই ভাৱো। আশা কৰো ৰাইজে লুৰিণ দাক বিপুল ভোটত জয় কৰে ।🎉
@DipuBoruah-l5d
@DipuBoruah-l5d 7 ай бұрын
লুৰিনজ্যোতি গগৈ জিন্দাবাদ❤ জয় আই অসম 🫶
@daslk228
@daslk228 7 ай бұрын
Lurinjuti gogoi jindabad
@rahulll8328
@rahulll8328 7 ай бұрын
ভাল লাগে তেওঁৰ কথা বোৰ
@junakjyotigohain1134
@junakjyotigohain1134 7 ай бұрын
Next Akhil gogoi k lage ❤😊 #baarta_laap
@mrinaljyotibaishya69
@mrinaljyotibaishya69 7 ай бұрын
Pls vote for lurin
@PabitraSonowal-o4v
@PabitraSonowal-o4v 7 ай бұрын
Vote for AAM addmi party
@budheswarnath6516
@budheswarnath6516 7 ай бұрын
​@@PabitraSonowal-o4v👎👎
@kalpajyotideka1287
@kalpajyotideka1287 6 ай бұрын
🤣🤣
@rijuborah7781
@rijuborah7781 7 ай бұрын
বৰ সুন্ধৰ লাগিল কথা বুৰ
@HorenGogoi-my8dk
@HorenGogoi-my8dk 7 ай бұрын
Lurin juti gogoi jindabad .
@Asmr__foodie__419
@Asmr__foodie__419 7 ай бұрын
Lurin Jyoti Gogoi Zindabaad.
@dhandowarah2745
@dhandowarah2745 6 ай бұрын
love you,.🙏..lurinjuty da,..আপোনি বহুত ভাল লগা inporten কঠাই কৈছে !! কিন্তুু আপোনি কুৱা কিছুমান ৰাজনিতিবিদ সকলৰ কঠা খুলি কুৱা স্বভাৱ বোৰ শুনি বহুত হাঁহি উঠিল !! !! 😁😁
@Jugal_5x
@Jugal_5x 7 ай бұрын
🌈 লুৰিন দা জয় আই অসম , 📌I'm from Borlaipuli Tinsukia📍
@bishnujyotibaruah3160
@bishnujyotibaruah3160 7 ай бұрын
এজন প্ৰিয় নেতা লুৰিনজ্যোতি ❤
@manuranjankonwar4346
@manuranjankonwar4346 7 ай бұрын
🎉 সুন্দৰ মানসিকতা
@nilanjanmahanta7240
@nilanjanmahanta7240 7 ай бұрын
আশা কৰো লুৰিণজ্যোতি গগৈ ৰ দৰে জাতিটোক সততাৰে ভালপোৱা সাহসী , সৎ মানুহ এগৰাকীয়ে উদাত্ত কণ্ঠে জাতিটোৰ প্ৰয়োজন বোৰ দিল্লীৰ মচনদত উত্থাপন কৰক ৷ কিন্তু সৰ্বানন্দ সোণোৱালক সঁচাকৈ দিল্লীয়ে ডিব্ৰুগড়ত প্ৰতিদন্দীতা কৰিবলৈ বাধ্য কৰিব নালাগিছিল ৷ এইটোও জাতিটোৰ বাবে অন্য এক প্ৰতিদন্দীতা । আচলতেই তেওঁলোকে সাহসী মানুহ এজনে আমাৰ ৰাজ্যখনক প্ৰতিনিধিত্ব কৰাটো বিচাৰেনে ?
@sandhiram9574
@sandhiram9574 7 ай бұрын
যদি শ শ নেতাৰ যাতীয় বোধ নআইয়এ, লুৰীনজোটি ৰ ইলেকছন জিকিলে যতীয়তাবোধ হ'ব বুলি কিয় ভাবে?বাকী বিলাকৰ দৰে লুৰীনজোটি ও দুই‌ নম্বৰী কিয় নহ'ব?
@paporisaikia4160
@paporisaikia4160 7 ай бұрын
বা কি অসমীয়া শব্দ
@apurbaentertainments2623
@apurbaentertainments2623 6 ай бұрын
​@@sandhiram9574ঐ পাগল তোৰ মগজুৰ চিকিৎসাৰ বাবে পইচাৰ প্ৰয়োজন নিকি
@zayaborgohain6076
@zayaborgohain6076 7 ай бұрын
bhout val lage luruin dar kothabur huni....eman dhunia n goveer sinta dhara bur teor.....teor ujjol vobishot kamona korilu.....rajnoitik jibonoloi xhubhessa thakil...success in all.....💐💐♥️
@tulshigogoi9861
@tulshigogoi9861 7 ай бұрын
One of my favourite Lurim daa❤
@mohendradohutia
@mohendradohutia 6 ай бұрын
লুৰিন জিন্দাবাদ।
@JabbarAli-n5j
@JabbarAli-n5j 7 ай бұрын
লুৰীণ জ্যোতি জিন্দাবাদ
@pallavgogoi991
@pallavgogoi991 7 ай бұрын
Strong voice of Assam ❤
@rinkumani9458
@rinkumani9458 7 ай бұрын
ভাল মনৰ নেতা লুৰিণ দা
@NozrulIslamsheikh
@NozrulIslamsheikh 6 ай бұрын
ধন্যবাদ বহুত ভাল লাগিল উপকৃত কৰে যেন।
@hrishi8737
@hrishi8737 7 ай бұрын
Lurinjyotir kotha botora bur bohut spostobadi aru juktihongoto Tekhator bakyot thoka hobdor hongjugon aunnot madondor aru gyan thotha hobdor bhoral sohoki Hei babe Tekhator Logot kora Barta lap anusthantu saboloi Pai bohut bhal lagil Punor agoloi saboloi puar hujug aniba buli Akha thakil God bless him Tekhator joi huatu kamona kori bhogobanok prathona korisu
@kulodharborah9285
@kulodharborah9285 7 ай бұрын
Very strong voice.
@ankurphukan5102
@ankurphukan5102 6 ай бұрын
Bohut bhal lagil Dada...Apunr Batalap chanel tut AMR Moromr Lurin Jyoti kokai deu k motar babe bohut bohut dhoinobad jonai su... Hokolu e Lurin Jyoti kokai deu k Aeibar Nirbachon ot Joi juto kore jen ..🙏 Logote Amr Tinsukia r PenGaree pora Ami Apunr lgot Hodai Asu Dada..Lurin Jyoti gogoi ZINDABAD
@yolojobs3777
@yolojobs3777 7 ай бұрын
বৰ ভাল লাগিল তেওঁ কথা বোৰ শুনি ।❤
@dhirajnath
@dhirajnath 7 ай бұрын
BAARTA LAAP + OJAANTRIC + UNTOLD
@nabajyotichetia51
@nabajyotichetia51 7 ай бұрын
শক্তিশালী মেৰুদণ্ড অধিকাৰী ব্যক্তি Vs মেৰুদণ্ডহীন ব্যক্তি
@ruralb0y000
@ruralb0y000 7 ай бұрын
লুৰিন দাৰ ব্যক্তিত্ব আকৰ্ষণীয়। অসমৰ ভৱিষ্যত ৰাজনীতিৰ এক উজ্বল নক্ষত্ৰ তেওঁ যি দলতেই নাথাকক
@humensaikia7914
@humensaikia7914 7 ай бұрын
Lurinjyoti Gogoi zindabad
@wasimali9095
@wasimali9095 7 ай бұрын
Lurinjyoti zindabad
@MoktarHussain-re3pl
@MoktarHussain-re3pl 7 ай бұрын
Lurin jyati gogoi is our leader ,good leader in Assam
@mrinaljyotibaishya69
@mrinaljyotibaishya69 7 ай бұрын
Excellent reply by lurin
@bhabanigogoi3278
@bhabanigogoi3278 7 ай бұрын
Lurinjuti.gogoi.jindabad❤❤
@JatinBhuyan01
@JatinBhuyan01 7 ай бұрын
37:48 এইটো line কিন্তু ভাল লাগিল 😂😂😂
@Jharnaborahvlog
@Jharnaborahvlog 7 ай бұрын
My favourite lurinjyoti gogoi
@statusboy9985
@statusboy9985 7 ай бұрын
লুৰিণলৈ আশীৰ্বাদ থকিল ।
@soravgogoi-vq6do
@soravgogoi-vq6do 6 ай бұрын
Lurin gogoi apunar dore netar bohut bohut proyujon. Lurin da zindabad
@himanshukousik1343
@himanshukousik1343 6 ай бұрын
Symbol ba party sai vote nhoi...mnuh jnk sai vote kribo...lurin da jikiboi ..joi aai axom❤
@niyorpinkuofficial3912
@niyorpinkuofficial3912 7 ай бұрын
Lurin daa ❤️ joy aai akhom
@hemantamalakar4127
@hemantamalakar4127 7 ай бұрын
My favourite Lurinjyoti Gogoi. Zindabad
@jyotishtaye7007
@jyotishtaye7007 7 ай бұрын
Lurin Jyoti Gogoi zindabad
@xyz-zl6sm
@xyz-zl6sm 7 ай бұрын
প্ৰিয় মানুহজন ❤
@jyoshreegogoi7958
@jyoshreegogoi7958 7 ай бұрын
Lurinjyoti Gogoi kothabur bohut val pau xuni❤
@AjoyDoley-tz8of
@AjoyDoley-tz8of 6 ай бұрын
Zindabad Lurinjyutyi
@monorjunak8285
@monorjunak8285 5 ай бұрын
এজন সৰল,আৰু যোগ্য নেতা,,,,জয় লুৰিন দা,,,
@jilbora
@jilbora 7 ай бұрын
গৌৰৱ গগৈ ডাঙৰীয়া, অখিল গগৈ ডাঙৰীয়া আৰু লুৰিনজোতি গগৈ ডাঙৰীয়া অসমৰ ৰাজনীতিৰ এজন এজন সক্ৰিয় আৰু স্পষ্টবাদী ব্যক্তি
@LAKHEG
@LAKHEG 7 ай бұрын
লুৰিন দা আপুনি জিকাটো মনে প্ৰাণে বিচাৰোঁ । কিন্তু এটা কথা ! আম আদমি পাৰ্টিয়ে নিজে নিজিকে ডিব্ৰুগড় লোকসভা সমষ্টি ত যদিও আপুনি পাবলগীয়া বহুত ভোট কাঢ়ি নিব যেন লাগিছে ।
@benipegu2302
@benipegu2302 7 ай бұрын
কি সুন্দৰ মনোমোহা , বাৰ্তালাপ , ❤❤❤❤ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ।
@mamonidutta6533
@mamonidutta6533 7 ай бұрын
অনুষ্ঠান টো চাই ভাল লাগিল
@lachannath3809
@lachannath3809 7 ай бұрын
Lurinjyoti gogoi zindabad
@anjansaikia8094
@anjansaikia8094 7 ай бұрын
Lurinjyoti gogoi jindabad
@MajaniBaruah-fl4jx
@MajaniBaruah-fl4jx 7 ай бұрын
All the best Lurin..we support you
@rabikagohain3742
@rabikagohain3742 7 ай бұрын
🎉 ভাল লাগে তোমাক 👍
@devildadaBaba-zv2ok
@devildadaBaba-zv2ok 7 ай бұрын
Lurin da amar adorkho
@nirupomachetia327
@nirupomachetia327 7 ай бұрын
Welcome Lurin May God bless You.
@MintuGogoi-kk7ks
@MintuGogoi-kk7ks 7 ай бұрын
Lurin Jyoti Gogoi jindabad
@lakhimagogoi5962
@lakhimagogoi5962 6 ай бұрын
জয় আই অসম লুৰিণ দা .......
@biplabjohnson105
@biplabjohnson105 7 ай бұрын
Lurin da apuni real man.. 💚 apunar uprte akha ase axom khn kiba ata korar. God bless you.
@rajkumarbharat6563
@rajkumarbharat6563 7 ай бұрын
Oti hundor
@utpal_volgs_69
@utpal_volgs_69 7 ай бұрын
Lurin Jyoti Gogoi Zindabad 👍❤❤❤
@fajalhaque5885
@fajalhaque5885 7 ай бұрын
Lurin jyoti joi hobo
@TumanPhukan-ti5jp
@TumanPhukan-ti5jp 7 ай бұрын
Akhil gogoi next lage.....
@dhanmonikalita6666
@dhanmonikalita6666 6 ай бұрын
Lurin jyoti da ❤ you to..
Бенчик, пора купаться! 🛁 #бенчик #арти #симбочка
00:34
Симбочка Пимпочка
Рет қаралды 3,6 МЛН
Will A Basketball Boat Hold My Weight?
00:30
MrBeast
Рет қаралды 102 МЛН
Бенчик, пора купаться! 🛁 #бенчик #арти #симбочка
00:34
Симбочка Пимпочка
Рет қаралды 3,6 МЛН