Рет қаралды 251,730
250k views one month's ago
জান মইনা চতুৰ্থ
কণ্ঠ _ গৌৰী শংকৰ বৰুৱা, নীলাভ নীতা
মিছিং ভাষাৰ কণ্ঠ_ নীল বিশাল , মন্টু টায়ে
কথা সুৰ_ গৌৰী শংকৰ, ৰাজ ৰাজেন, নীল বিশাল
মিছিং ভাষাৰ কথা সুৰ সংগ্ৰহ মন্টু টায়ে
সংগীত_ গৌৰী শংকৰ,
গীটাৰ ,ইকিউলিলি _ বিকাশ গগৈ
বাঁহী_ প্ৰীতম গগৈ
ঢোল _ জোনাক কাশ্যপ, বিকাশ গগৈ
শব্দ সংমিশ্ৰণ _ ব্ৰিজু শইকীয়া
বাণীবদ্ধন _
ষ্টুডিঅ ফিউজন(ৰাজীৱ শৰ্মা)
বিশেষ কৃতজ্ঞতা _ পাপৰি বৰা, বাবাটো বৰুৱা, কুসু্ম কৈলাশ,শৰৎ শ্ৰাৱণ, বিতুপন অসম, বিকাশ বাইলুং, বিতুপন চুতীয়া, অভিজিত চুতীয়া, গায়ত্ৰী বৰুৱা, দেৱজিৎ দুৱৰা, মৰম ঝৰ্ণা
ল , ল , লে
ল , ল , লে
দাব ললে
ল , ল, লে
চিচুগ চুগব চুগব বদিয়া
ৰে গাম গাম ব গাম ব বদিয়া
জোনে পোহৰ নিদিলে
তৰা ই পোহৰ নিদিলে
থাকিমে কাষতে
পোহৰাই তুলিমে
অভিমান নকৰিবি মোৰে জান
সমিধান হ'মে মই অভিধান
নুবুজিলে তই এ বুজি ল'বি জান
তই হ'বি জান মইনা মোৰ
সপোনে দিঠকে মোৰ
তয়ে মোৰে বুকুৰ কেঁচা সোণ
অ' জানে মইনা
তইয়ে মোৰে বুকুৰ কেঁচা সোণ
মন ফুলনিত ফুলিছে
ৰঙা ৰঙা গোলাপ ফুল
তয়ে মোৰ কলিজাৰ কেঁচা সোণ
নামানে নামানে মৰমে
জাননে জাতি কূল
কৰিমে যৌৱন ৰে ভূল
তই হ'লি জান মইনা মোৰ
সপোনে দিঠকে মোৰ
তয়ে মোৰে বুকুৰ কেঁচা সোণ
অ' জানে মইনা
তয়ে মোৰে বুকুৰ কেঁচা সোণ
ফাগুনৰ বতাহ
বলিছে বুকুতে
দিনে ৰাতি তোমালৈয়ে
পৰিছে মনতে
মোৰ দুচকুতে লৃগাং ৰ কনেং হৈ
সপোনে দিঠকে ভাঁহি থাক তই
তই নাচালেও চাম তোক
তই নক'লেও কম তোক
গুচাই দে চোন মনৰে মোৰ ভোক
তই হ'বি জান মইনা মোৰ
সপোন দিঠকে মোৰ
তয়ে মোৰে বুকুৰ কেঁচা সোণ
অ' জানে মইনা
তয়ে মোৰে বুকুৰ কেঁচা সোণ
#assamesebihubasesong
#new_assamese_song #newassamesevideosong #beharbarioutpost #gourisankar #jaanmoina #newslive #dy365assam #madhabranjan #assamesevideosong #assamesesong
#trendingvideo #assamesetrendingvideo
#AssameseBihuvideo2024
#priyarai#punampande
#AnanyaKashyap
#ananyapandey
#newassamesevideosong
#gaurishankarmusical
#Gourisankarnewsong
#Gaurishankarsong
#Gaurishankarsong
#Gourisankarboruahsong
#Gaurishankarbaruahnewsong
#jaanmoina #gourisankar
live show booking info
8638179702