Jayanta Hazarika Birth Anniversary | Tumar Morome Mur | নিজৰ কথাৰে- জয়ন্ত হাজৰিকা |

  Рет қаралды 87,441

Headline 8

Headline 8

Күн бұрын

Пікірлер: 78
@jibeshkalita5865
@jibeshkalita5865 Жыл бұрын
এনে সুন্দৰ ভিদিও upload কৰাৰ বাবে আপোনাক ধন্যবাদ জনাইছো!!ৰাণা দাৰ সুৰ আৰু কন্ঠই আজিও আমাৰ মন পুলকিত কৰে!!
@puspanjaligogoiboruah5992
@puspanjaligogoiboruah5992 8 ай бұрын
তুমি জয়ৰ অনন্ত জয়ন্ত "যদি কাহানিবা সুৰবোৰ শেষ হয় এই সৃষ্টিৰ ৰূপৰ বেলাত হে সুৰকাৰ কিহেৰে সজাবা পৃথিৱীত সুৰৰ‌ মেলা যদি ম ই প্ৰশ্ন কৰো----জয়ন্তৰ শূণ্য স্হান কোনেও পূৰাব‌ নোৱাৰে
@himanibanikya8168
@himanibanikya8168 8 ай бұрын
ভগৱানে এনেকুৱা মানুহৰ জন্ম হওক❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@arjunchetia3831
@arjunchetia3831 Жыл бұрын
দৰদী কণ্ঠশিল্পী জয়ন্ত হাজৰিকাদেৱৰ প্ৰতিটো গীতেই মন পুলকিত কৰে, হ্‌দয় চুই যায় ।তেওঁৰ মহান স্‌ষ্টিসমূহ চিৰযুগমীয়া হৈ ৰ'ব অসমীয়াৰ জনমানসত । এনে সুন্দৰ Video আপলোড কৰাৰ বাবে আপোনাক বহু ধন্যবাদ ।।
@MAINULHOQUE-cc8fi
@MAINULHOQUE-cc8fi 4 ай бұрын
Jayanta Hazarika Mor অতি Marmar.
@bhadrakantadas6101
@bhadrakantadas6101 2 ай бұрын
Monisha Hazarika, baideu , God bless you. Mongole kamona karilu.
@kukhaldeori6711
@kukhaldeori6711 Жыл бұрын
Anusthantosai.khubval.lagil.
@amritagogoi2739
@amritagogoi2739 2 жыл бұрын
জয়ন্ত হাজৰিকা মোৰ অতি প্ৰিয় কণ্ঠশিল্পী।তেখেতৰ প্ৰতি টো গীতেই মোৰ ভাল লাগে
@promodborah3768
@promodborah3768 2 ай бұрын
এই মহান মানৱতাক সাৱটি ধৰিব লাগে বুলি বিশ্বাস আছে সেইটো ময়ো বিশেষ কথা ৰাখিবলৈ নিশ্চয় চেষ্টা কৰিম ❤❤❤❤❤
@NimaKataki
@NimaKataki 2 ай бұрын
Bhal lagil
@sivaprasadsarmah6634
@sivaprasadsarmah6634 2 жыл бұрын
হিয়াত হেন্দো লনি তোলা সঁচা শিল্পী । অসমৰ সংগীত জগতক ধন্য। কৰা এই শিল্পী সকলৰ সৃষ্টিশীল যাত্ৰাৰ সহযাত্ৰী নহলেও সেই সুৰ আৰু কথাত মোহাচন্ন জনতাই আজিও ৰানা দাক শ্ৰদ্ধাৰে সোঁৱৰণ কৰোঁ। তোমাৰ কণ্ঠ আৰু সুৰ আমাৰ সিৰাই সি ৰাই।🙏🙏
@bkp9774
@bkp9774 2 жыл бұрын
Thik koise sir.
@anupaxomiya1258
@anupaxomiya1258 Жыл бұрын
ৰাণাদাৰ গীত মানেই মোৰ এটি উজাগৰি ৰাতি পল অনুপল গঢ়ি উঠা যাযাবৰী জাতি . . .
@alakeshchakraborty738
@alakeshchakraborty738 3 жыл бұрын
আপুৰুগীয়া ৷৷ আমিয়েই শেষ প্ৰজন্ম এই সকল মহান মনিষীৰ আশীষ পোৱা
@smvlogs3463
@smvlogs3463 2 жыл бұрын
হৃদয়ত এটি সীমাহীন আশা যাতে আমাৰ পিছৰ প্ৰজন্মৰো প্ৰিয় শিল্পী হওক.. জয়ন্ত হাজৰিকা
@priangsusarma9239
@priangsusarma9239 Жыл бұрын
​@@smvlogs3463❤❤❤ঊ❤😅
@renukakoty3540
@renukakoty3540 4 ай бұрын
খুউব ভাল লাগিল। ৰাণাদাৰ প্ৰতিটো গীতেই মন চুই যায়।
@nirupomanirmolia2820
@nirupomanirmolia2820 Жыл бұрын
এই গীতবোৰ কি মে জানো শুনি আমনি নালাগে ।সচাকৈয়ে গানৰ শব্দ বোৰ হৃদয় ভেদি যোৱা একো একোটা বান ।👍👍👍
@arundhatidas1248
@arundhatidas1248 5 ай бұрын
Dada xasakoi khub bhal lagil.
@hariphukan672
@hariphukan672 4 ай бұрын
Jayanta Hazarika my favourite singer
@s.s.musicvideoguwahati9125
@s.s.musicvideoguwahati9125 5 ай бұрын
বহু নজনা কথা আজি গম পালোঁ, দাদা k dhanayabad
@narensarma5293
@narensarma5293 2 жыл бұрын
My ever favourite singer JAYANTA HAZARIKA. Very unfortunate to lost him in such a young age! Thank you for the valuable and very justified presentation.
@jintupathak8708
@jintupathak8708 Жыл бұрын
সচাকৈ জয়নত দাৰ গান বোৰ সুনিলে সুনি থাকিব মন য়ায়. তেখেত আজিও আমাৰ মাজত অসমৰ ৰাইজৰ অনতৰত জীয়াই আছে. তেও অমৰ . জয় আই অসম.🙏
@pranabdas5142
@pranabdas5142 9 күн бұрын
I don't have words. Only I thing I can express my deep gratitude for creating this video. I do hope for the future that the inspiration will be carried over and the creativity of Assamese music and musicians, artists will carry on and delight us forever.
@mamonipator7640
@mamonipator7640 11 ай бұрын
Bar xundar lagil
@kusholbhuyan4221
@kusholbhuyan4221 4 ай бұрын
Very very nice efforts for focusing rana da' s great evergreen songs
@hemkantaborah7434
@hemkantaborah7434 2 жыл бұрын
জয়ন্ত দা মহান।
@rupalichetiahandique4442
@rupalichetiahandique4442 Жыл бұрын
সচাই অতুলনীয়, তোমাক সহস্ৰাধিক প্ৰণাম।🙏🙏🙏🙏🙏🙏🙏
@jayantasarmah5602
@jayantasarmah5602 3 жыл бұрын
Man with golden voice with feelings of Assam.
@beautibhattacharya1389
@beautibhattacharya1389 2 жыл бұрын
বিশিষ্ট সঙ্গীত শিল্পী জনাৰ আশীবছৰীয়া জন্মদিন ত সভক্তিৰে শ্ৰদ্ধাঞ্জলি যাচিলো।
@amritagogoi2739
@amritagogoi2739 Жыл бұрын
মোৰ অন্যতম প্ৰিয় কণ্ঠশিল্পী।এটি মিঠা কণ্ঠ ৰ অধিকাৰী
@tribenikhanikarboruah6357
@tribenikhanikarboruah6357 2 жыл бұрын
ধন্য হ'লো আমি
@kamalkalita3293
@kamalkalita3293 8 ай бұрын
Thank you Kamal da
@chiranjibdutta565
@chiranjibdutta565 20 күн бұрын
Never again 🙏🙏🙏 but always along with our soul
@bhabeshdas5924
@bhabeshdas5924 4 ай бұрын
Excellent.
@babajnpon
@babajnpon Жыл бұрын
স্বৰ্গীয়া জয়ন্ত হাজৰিকা,, আপুনি অতি সোনকালে আমাৰ সকলোৰে ওচৰৰ পৰা গুছি গৈছে,,কিন্তু আপোনাৰ মধুৰ মাত আৰু প্ৰতিতো গান যিবোৰ গৈছে,, সেইবোৰ গান জেন আজি কালিৰ দৰে।
@BIPULGOGOI
@BIPULGOGOI Жыл бұрын
Hundor
@KiranChoudhury-jh2xy
@KiranChoudhury-jh2xy 3 ай бұрын
Greatsingerofassam
@prastutidebi8034
@prastutidebi8034 6 ай бұрын
7:04😌 magical
@BikashNeog-fr9kp
@BikashNeog-fr9kp Жыл бұрын
Bor bhal lagik dei🙏
@ripunjyakalita7229
@ripunjyakalita7229 3 жыл бұрын
A great tribute to Ranada (Jayanta Hazarika) .Evergreen melody soldier of ASOM and Asomia .
@satyensarma3849
@satyensarma3849 2 жыл бұрын
ৰানাদা তুমি অবিস্মৰণীয়৷
@sikha9786
@sikha9786 2 жыл бұрын
Hunile huni thakiboloi mon jua.... ❤️❤️❤️Rana da.... We miss you..
@dhirajmusical4055
@dhirajmusical4055 Жыл бұрын
Man with golden voice.
@puranjitbarua8820
@puranjitbarua8820 Жыл бұрын
Old is gold.
@mdmusical6097
@mdmusical6097 2 жыл бұрын
হে নহান তোমাক শতকৌতি 🙏
@nirmalibora-dy6cu
@nirmalibora-dy6cu 5 ай бұрын
Jate aase bhagabane bhale rakhak .aakou ahib dei aamar majarloi ranada.🎉🎉🎉
@tuheensharma2296
@tuheensharma2296 Жыл бұрын
He fits in every generation and that is his magic ❤
@HemendraSarma-tp8ge
@HemendraSarma-tp8ge Жыл бұрын
An autograph from him I had also collected from late Jayanta da,at Bajali college cultural function premises,Pathsala,he was a legend singer belonging from N E India,I had been collected two autograph from his elder brother late Dr.Bhupen Hazarika also at this time...,
@pranabkalita9373
@pranabkalita9373 Жыл бұрын
❤️❤️❤️
@uttamkumarroy2583
@uttamkumarroy2583 2 жыл бұрын
আপুৰুগীয়া অনুষ্ঠান। আজি ২০/৯/২০২২ইং তাৰিখে তেখেতৰ জন্ম দিৱসৰ শুভক্ষণত তেখেতৰ এনে এটি চিৰসেউজ অনুস্থান উপভোগ কৰি তেখেতক সোঁৱৰিছো।তেখেতলৈ জনালোঁ মোৰ শত সহস্ৰ শ্ৰদ্ধাঞ্জলি। এনে এটি চিৰসেউজ উপহাৰৰ বাবে আপোনালৈ আন্তৰিক শ্ৰদ্ধা ও প্ৰণাম জনাইছোঁ।🙏🙏.
@reflectionassam
@reflectionassam Жыл бұрын
@HimadriPrasadDutta
@HimadriPrasadDutta 9 ай бұрын
💐🙏🙏🙏
@mayurisarma5417
@mayurisarma5417 Жыл бұрын
🙏🙏🙏
@mvmanab3268
@mvmanab3268 3 жыл бұрын
❤️❤️❤️❤️❤️
@AmarDas-j7d
@AmarDas-j7d Жыл бұрын
এই অমৰ গীত সমূহ কেতিয়াও হেৰাই নাযায়।
@rofiulhussain4140
@rofiulhussain4140 2 ай бұрын
মোৰ প্ৰিয় শিল্পী আছিল।
@kopouprahladclassic5572
@kopouprahladclassic5572 2 жыл бұрын
হিয়া চুই গ'ল
@greatindia5003
@greatindia5003 3 жыл бұрын
🙏
@diptiduttabora1167
@diptiduttabora1167 3 ай бұрын
পুনৰ জন্ম হওঁক অসমত
@bhairabbaruah5146
@bhairabbaruah5146 2 жыл бұрын
দৰদী কণ্ঠৰ ৰাণাদাক মোৰ লগ পোৱাৰ সৌভাগ্য ঘটিছিল ----১ম বাৰ ১৯৮২ চনত-----নিজৰাপাৰৰ নিজা ঘৰত-----অতি ষ্মৰনীয় আছিল সেই লগ পোৱা---কি মধুৰ ব্যৱহাৰ----আমাৰ ভাগ্যই বেয়া--এনে শিল্গীক অকালতে হেৰুৱালোঁ--
@jbofficial9977
@jbofficial9977 Жыл бұрын
82 ne 72?
@satyensarma3849
@satyensarma3849 3 ай бұрын
পাহৰিব নোৱাৰা অনুস্থান এটা দেখা পালো৷
@bkp9774
@bkp9774 2 жыл бұрын
Ranadak aami jodi eatia loike pua hole aasomia sangit dhara2eai change hol heten . Bohut kaljoyai geet palu hoi sage . Nisthur niotiea ranadak eman hukale loi gol !!! Ranada bohut val pao tumar geet bur. Tumi aamar logotei aasa.
@dulmonibordoloi2990
@dulmonibordoloi2990 Жыл бұрын
Moi je kor palu goi gamei napalu.Rana Da ase buli ayi buli bhabilu .Rana Da shibo.
@putulchoudhurydeuri325
@putulchoudhurydeuri325 2 жыл бұрын
Juge juge smaraniya hoi thakib shilpi jana
@Bkumar-lr4yw
@Bkumar-lr4yw Жыл бұрын
Bhakha naai koboloi . Mor atikoi priy jayanta hajorikar devar geet sanuh
@arupsaloi6871
@arupsaloi6871 Жыл бұрын
Mur dada nohoi asolote khurai hobo karon Deutar boyakhorei hobo sage. Ji nohouk tekhetor protitu geetei Val pau Aru khodai khunu aru gaboloi sesta koru. Tekhetor geet burot iman chords khumai ase. Bahut tan gaboloi. Tekhetor geet khodai sirokheuj hoi thakok. Aru Apunak bahut bahut dhanyavad jonalu. Kionu apuni prochar kora babe Tekhetor jibonor bahutu nojona kotha janibo parilu. Likhat bhul hobo pare khyoma koribo. Akou ebar dhanyavad jonalu.
@ashimduwarah7109
@ashimduwarah7109 Жыл бұрын
তেখেতৰ সকলোবোৰ গীত এতিয়া উপলব্ধ নহয়। যদিহ এই গীতসমূহ আপলোড দিব পৰা যায় তেন্তে আপলোড কৰাৰ ব্যৱস্থা লব লাগে। নহলে নতুন প্ৰজন্মই এইবোৰ কেতিয়াও নাপাব আৰু কালৰ সোঁতত এই যুগজয়ী গীতবোৰ কৰবাত হেৰাই যাব!
@biradattadas9216
@biradattadas9216 7 ай бұрын
RUN RUN FOR RUN A DAY FOR SOOR BAHINI.MAHENDRA HAZARIKA,BIPIN CHOWDUNG ,VIDYA SAGAR ,T😮HE TRIO ON THE FOREFRONT OF SAMAR HAZARSIKHA IN THE FIELD OF LATASIL IN FRONT OF THE RESIDECE OF BORROWER SANGSAR.
@mondeepchetia808
@mondeepchetia808 2 жыл бұрын
Siyahottor mane?
@BrandyJohnn
@BrandyJohnn Жыл бұрын
Wow! Great! এপাচি শাকৰ মাজৰ পৰা এটা জালুক বিচাৰি উলিয়াব পৰা মানুহ বৰ দুৰ্লভ। আপুনি সঁচাকৈয়ে প্ৰসংশাৰ পাত্ৰ। congratulations 🙏
@ANUJBORBORAH-hi5qw
@ANUJBORBORAH-hi5qw 6 ай бұрын
Rana dar logote apunaloi huvkamona jonalu thathavitik ei....
@nivagogoi1114
@nivagogoi1114 2 жыл бұрын
0.
@balendas4511
@balendas4511 2 жыл бұрын
Rànadaamarhuk
@rajivdas9937
@rajivdas9937 10 ай бұрын
@bikisarma850
@bikisarma850 4 ай бұрын
❤❤❤
Jayanta Hazarika Best Assamese Songs
16:58
Rj Box
Рет қаралды 896 М.
Players push long pins through a cardboard box attempting to pop the balloon!
00:31
নমিতা ভট্টাচাৰ্যৰ তিনিটি গীত ll
11:16
বৰ অসম (Bor Axom)
Рет қаралды 525 М.
ADHUNIK  GEET BY DR. BHUPEN HAZARIKA | EP #1
13:05
DD ASSAM
Рет қаралды 88 М.