AHIBA TUMI | TARALI SARMA | HENGULIYA | ASSAMESE MODERN SONG

  Рет қаралды 5,595,156

Tarali Sarma:Windsongs

Tarali Sarma:Windsongs

Күн бұрын

Пікірлер: 1 700
@RanjitSarma-ou3mf
@RanjitSarma-ou3mf 9 ай бұрын
বিমূৰ্ত মোৰ নিশাটি ভূপেন দাৰ এই গীতটোৰ পিছতেই ইমান অনুৰাগ আৰু অনুভৱৰ গীত অকল তৰালীয়ে গাব পাৰিছে৷
@gautampaul246
@gautampaul246 2 жыл бұрын
ময় ভাবো পৃথিৱীৰ আটাইতকৈ সুন্দৰ ভাষা অসমীয়া। সুন্দৰ গীত। জয় আই অসম।
@gogoivaunapagol3043
@gogoivaunapagol3043 24 күн бұрын
Aru xuola bhakha ni kotu jak loi nijei nijok gowrop koru❤
@dhrubajyotikoch2440
@dhrubajyotikoch2440 2 жыл бұрын
অতুলনীয় সৃষ্টি। নিজৰ ৰাজ্যৰ বাহিৰত থকা ৰাইজক, গানটিয়ে আপদামস্তক শিৱৰাই, তোলায়। বিশেষকৈ মুম্বাইৰ আমাৰ ৰাইজক জোকাৰী পেলায়।
@captainsparrow5217
@captainsparrow5217 3 жыл бұрын
I m leaving a comment so that whenever anyone likes it... I will be notified every time
@Jiiintu
@Jiiintu 9 ай бұрын
My all time favourite song ❤❤❤❤❤
@nekiburjaman121
@nekiburjaman121 4 жыл бұрын
আটাইতকৈ প্ৰিয় এটি অসমীয়া গীতৰ ভিতৰত অন্যতম এই গীতটি। তৰালী বা সদায় ব্যতিক্ৰমী। সপ্তাহত এবাৰকৈ হ'লেও শুনা যায় এই গীতটি।❤️
@jyotishmangogoi2431
@jyotishmangogoi2431 2 жыл бұрын
সৰু (৮ বছৰ) আছিলোঁ সেই সময়ত যেতিয়া এই গীতটো প্ৰথম শুনিছিলোঁ । তেতিয়া বুজাও নাছিলোঁ ভালকৈ । কিন্তু বৰ্তমান মই ১৯ বছৰৰ। গানটোৰ মাজেৰে বিচাৰি পাওঁ অন্য এখন পৃথিৱী ।❣️
@rajatbora7548
@rajatbora7548 7 ай бұрын
Semm
@HasnaraBegumchoudhary
@HasnaraBegumchoudhary 7 ай бұрын
Sam2u
@TanmayBiswas-b7u
@TanmayBiswas-b7u 3 ай бұрын
Semm
@Mlarmy00
@Mlarmy00 2 ай бұрын
Same ❤
@Ankur-ii1kj
@Ankur-ii1kj 7 күн бұрын
Sem
@villagerpk98
@villagerpk98 11 ай бұрын
গানটো শুনি নিজৰ মাজতে আপোন পাহৰা হওঁ ৷ আৰু কোন আছে মোৰ দৰে বাৰে বাৰে শুনা❤❤
@intrvrt5
@intrvrt5 4 жыл бұрын
পৃথিৱী সুপ্ত হ'লেও এই গীতৰ কথাই কেতিয়াও সুপ্ত ৰূপ নাপায়। চিৰসেউজ আৰু স্মৃতিৰঙীন এনে গীতৰ প্ৰয়োজন অসমৰ সংগীত জগতখনত বহুত আছে।
@babluali9568
@babluali9568 Жыл бұрын
❤️
@sabitabarman9809
@sabitabarman9809 10 ай бұрын
Khundr sintadhara
@mrUdit215
@mrUdit215 15 сағат бұрын
Ufff❤
@l.p.production3223
@l.p.production3223 6 жыл бұрын
এই গীতটি কোনোদিন কেতিয়াও শুনি আমনি নেলাগে। এটি চিৰসেউজ গীত। অতিকে প্রিয় অসমৰ শ্ৰেষ্ঠ সংগীত শিল্পী গৰাকীৰ অমিয়া কণ্ঠই মন সদায়ে জুৰ পেলাই যায়। এনে সুমধুৰ কন্ঠ আৰু সুৰৰ মূৰ্ছনা অসমৰ আন শিল্পীৰ কণ্ঠত কেতিয়াও বিচাৰি নেপাওঁ। তৰালী শৰ্মা নিশ্চয়কৈ আমাৰ সংগীত আকাশৰ এটি সুউজ্বল নক্ষত্ৰ।
@himangshubarman7099
@himangshubarman7099 4 жыл бұрын
Best song
@axomron589
@axomron589 4 жыл бұрын
Right sir, form sivasagr
@rajibsonowalsanghamitradeo1943
@rajibsonowalsanghamitradeo1943 4 жыл бұрын
My best song
@nikunjasaikia9128
@nikunjasaikia9128 4 жыл бұрын
k
@jkcreater5403
@jkcreater5403 3 жыл бұрын
Right .. 🥰😍
@gmkganjaloverboybhuyan8177
@gmkganjaloverboybhuyan8177 Ай бұрын
এৰি অহা সময় বোৰ কিমান নিষ্ঠুৰ ।। কোন কত কেনেকৈ আছে একো গম নাপাওঁ। মনুষ্যৰ জীৱনটো এটা ৰহস্য যি ৰহস্য বিচাৰি পোৱা নাযায়। মাথো বিচাৰি স্মৃতি বোৰ হে পোৱা যায়
@tridipdutta585
@tridipdutta585 4 жыл бұрын
মই যেতিয়া খুব ভাগৰুৱা অনুভৱ কৰো তেতিয়া মোৰ সংগী হয় এই গানটি। প্ৰিয়তকৈ প্ৰিয় এইতো গান। ধন্যবাদ ইমান ধুনীয়া গানটি উপহাৰ দিয়া বাবে।
@paragjyoti8346
@paragjyoti8346 2 жыл бұрын
বহু দুখ বেদনাৰ মাজতো মনৰ মাজত লুপ্ত হৈ থকা সুমধুৰ ৰোমান্তিক,কাৰোবাক ভালপোৱা অনুভৱবোৰ জগাই তোলা গীত!
@raktim369
@raktim369 7 жыл бұрын
This is perfect!! No drama...Complete reality.. dhuniya Composition,Beautifully sung , amazing arrangement....
@luhitbaruah2870
@luhitbaruah2870 5 жыл бұрын
You're Right bro
@shidharthamazumder
@shidharthamazumder 4 жыл бұрын
Very nice...only thing I don't get is why did she keep the door open at the end... so careless
@kri.shtiee
@kri.shtiee 4 жыл бұрын
¥ê§...¥ðµ årê rïgh†...
@animabaruahtsgrrkuthdhkshy36
@animabaruahtsgrrkuthdhkshy36 3 жыл бұрын
@@shidharthamazumder তুমাগানভালাগীচে😚😘😍😀😂
@nayanjyotiksangma9008
@nayanjyotiksangma9008 3 жыл бұрын
Q
@downtownflux3258
@downtownflux3258 Жыл бұрын
How beautiful she is! Torali ba bohut xorur prai mur crush, jetia kijaani crush mne ki xei2u jna nasilu... Maajote heruai aakou paalu ''matilei naami oha junak'' gaan tu xuni ❤
@niharranjanborah8369
@niharranjanborah8369 11 жыл бұрын
মাত্ৰ এটা গানে নহয় , এখন প্ৰতিছব্বি ।।।। মোৰ এনে লাগে এই কাহিনীটো আমাৰ ক্ষেত্ৰ্টো প্ৰযোজ্য হ'ব ।।।।।
@Electronic-go6on
@Electronic-go6on 4 жыл бұрын
Right
@ranikeshri2067
@ranikeshri2067 3 жыл бұрын
Bhot sweet song h mam, Mujhe sara Assamese word smjhme nhi aya but ye gana sun k bhot accha lgta h awesome.... Appke liye ❤❤❤❤
@bhargobinath4489
@bhargobinath4489 4 жыл бұрын
গীতটো যেতিয়া প্ৰথম release হৈছিল, তেতিয়া মই অষ্টম মানত পঢ়ি আছিলোঁ ৷ প্ৰথম শুনোতেই মনত সাঁচ বহি গৈছিল ৷ এতিয়াও নিশা শুৱাৰ সময়ত হেডফোনৰ দুনিয়াখনত প্ৰায়ে বাজে গীতটো । নায়িকাগৰাকীৰ soulটোক যে ইমান ধুনীয়াকৈ represent কৰোৱা হৈছে.. তৰালী বাৰ দ্বাৰা, ভিডিঅ’টোত মোৰ আটাইতকৈ ভাললগা দিশ সেইটো ❤️
@bhargabsarma4326
@bhargabsarma4326 3 жыл бұрын
Bohut val lge gn Tu☺
@rupamdas3435
@rupamdas3435 3 жыл бұрын
Moio bor val paow
@rupamdas3435
@rupamdas3435 3 жыл бұрын
Bor val lage mor ❤️❤️
@AriannaAyers
@AriannaAyers 3 жыл бұрын
I came to the song by accident, mistyping the word "Shiba Inu". What a great surprise, sent to me by positive energy. I needed this song this morning, which got off to a challenging start!
@basantaozah1313
@basantaozah1313 Жыл бұрын
গভীৰ নিশাত পৃথিৱী শুই পৰিলেও তৰালি শৰ্ম্মা বাইদেউৰ এই গীত কেতিয়াও শুই নপৰে । বিশ্বনাথৰ পৰা আপোনালৈ অযুত শুভ কামনা ।
@paasta4084
@paasta4084 Жыл бұрын
বৰ্তমান লৈ শুনি থকা সকলে লাইক কৰি যাব....❤
@Utpal_jyoti_Patar
@Utpal_jyoti_Patar Жыл бұрын
Asu asu khodai thakim❤
@paasta4084
@paasta4084 Жыл бұрын
@@Utpal_jyoti_Patar নিশ্চয় দাদা ❤️🤗
@Utpal_jyoti_Patar
@Utpal_jyoti_Patar Жыл бұрын
@@paasta4084 Dada 😂😂 moi 15 years old
@cricketlovers1260
@cricketlovers1260 Жыл бұрын
I love this song
@ChandanaPathak-hq6qp
@ChandanaPathak-hq6qp Жыл бұрын
সদায় শুনি থাকো
@axomiyatumanjit
@axomiyatumanjit 11 ай бұрын
2024 তো এইটো গান শুনি আছোঁ, ❤
@pschaliha
@pschaliha 9 ай бұрын
মইও
@HarlishGogo
@HarlishGogo 8 ай бұрын
মইয়ো আজি আকৌ শুনিছোঁ লগতে ভিদিও লগত।
@troilokyamusical3703
@troilokyamusical3703 2 жыл бұрын
Dintot jiman baar xunileo amoni nologa gaan..love you so much tarali ba iman dhuniya gaan eti upohar hisape diya r baabe❤❤❤
@nikumonisonowal6723
@nikumonisonowal6723 4 жыл бұрын
প্ৰাণ পাই উঠা এটি মিঠা গীত । শুনিলে ভাৱনাত ডুব যাওঁ মই । শুনি শুনি আমনি নলগা এটি গীত । মৰমৰ তৰালি বা ' ক ধন্যবাদ
@bandeetac
@bandeetac 3 жыл бұрын
I was 16 years old when I first heard the song. Though I really liked the song and the video, but now I actually understand everything. I left Guwahati, my home, my family, and living in Mumbai for a better career. Now that I really understand what it likes to build a home outside my actual home, this really felt wholesome.♥️♥️♥️ *EDIT* Wow didn’t know I would get this much likes lol! And to everyone who’s asking me my age, I was 25 when I posted the comment, which was last year. Now I’m 26 :)
@prematullah
@prematullah 3 жыл бұрын
Me too ....
@diptisarma9865
@diptisarma9865 3 жыл бұрын
@@prematullah e rrrrfddd1wg y
@diptisarma9865
@diptisarma9865 3 жыл бұрын
@@prematullah Xxxxxxxxzza€`•==
@xxxxhuh
@xxxxhuh 2 жыл бұрын
Me too..
@vmg_tamanna2023
@vmg_tamanna2023 2 жыл бұрын
How old you're now??
@nilakshibhuyan3520
@nilakshibhuyan3520 4 жыл бұрын
I don't understand why people disliked such a beautiful song 🎶
@himajyotisarma2197
@himajyotisarma2197 3 жыл бұрын
I also think about that 😔
@SumanSanjibMusic
@SumanSanjibMusic 3 жыл бұрын
June axomiya Gaan or arthyo buji napai hei a dislike marise bro 😀
@imanulhaque6676
@imanulhaque6676 3 жыл бұрын
They have no idea about like n dislike....
@juliegogoi3760
@juliegogoi3760 2 жыл бұрын
Right👌👌👌👌👌👌👍👍
@hindu3907
@hindu3907 2 жыл бұрын
that's all people are made 👍👍
@AraithaBoro-yo5kc
@AraithaBoro-yo5kc 7 ай бұрын
Legend singer with great scales ❤ Apunar xur 😊oh my god..❤
@nabasharma0007
@nabasharma0007 3 жыл бұрын
9 years since its release... And I still love this . Evergreen
@gyandeepbaishya4006
@gyandeepbaishya4006 2 жыл бұрын
Hoi evergreen sons
@preetimapathak6913
@preetimapathak6913 2 жыл бұрын
Atiya o xuni asu 2023 ...3 am 🎧
@gyandeepbaishya4006
@gyandeepbaishya4006 2 жыл бұрын
@@preetimapathak6913 kot ghor tmr baby
@ranibaruah6318
@ranibaruah6318 2 жыл бұрын
Me tò
@themonikankanasonowal
@themonikankanasonowal 2 жыл бұрын
মোৰ দৰে আজিও শুনে নেকি 💗
@KunalBaruha-hl8nz
@KunalBaruha-hl8nz 9 ай бұрын
Moi🙌
@dipjyotidas65
@dipjyotidas65 9 ай бұрын
Moi xunu❤
@sudipdebnath5696
@sudipdebnath5696 8 ай бұрын
पता नहीं लोग क्यों इतना इग्नोर करते हैं इतने अच्छे गाने को, मुझे थोड़ा बहुत समझ आता है but रोज 1बार सुनता हूं रात को सोते वक्त, कितना खूबसूरत गाना है 😍❤️
@HarlishGogo
@HarlishGogo 8 ай бұрын
উম তো আজি সাঁচ খাই খাই গানৰ ভিদিও চাই আছো বৰ্তমান।❤
@CHARDINKIZINDAGI
@CHARDINKIZINDAGI 7 ай бұрын
Hmm xuni
@UnconditionalPrem
@UnconditionalPrem 3 жыл бұрын
Uff..... Heart touching....❤️ People disliking are seems like fan of Dhinchak Pooja.
@Papul582
@Papul582 3 жыл бұрын
সঁচা কথা কওঁ এই গানটো যিমান hunileu আমনি নালাগে মোৰ । বা tq ইমান ধুনীয়া উপহাৰ দিয়াৰ বাবে । দিনটোত এবাৰ হলেও শুনো মই ।
@nirupborthakur2605
@nirupborthakur2605 4 жыл бұрын
No Bollywood Hollywood songs can beat this song🌝🎻🎤🎤🎤🎤🎤
@bhaskarmedhi493
@bhaskarmedhi493 3 ай бұрын
Ahiba tumi dupor nisha... Jetia prithibi shub... Uffffffffffff wao no words to explain
@SanamandAneez
@SanamandAneez 4 жыл бұрын
2020 and listening this song during quarantine (Hope y'all are safe)
@riyanandi4612
@riyanandi4612 4 жыл бұрын
Moi 🤗
@smitabaishya8122
@smitabaishya8122 4 жыл бұрын
Moiu
@kakalipathak5413
@kakalipathak5413 4 жыл бұрын
Xodai xuni thakim.One of my favourites
@Puspaboro-vl4wz
@Puspaboro-vl4wz 4 жыл бұрын
That not sooo much
@abhijitdeka7614
@abhijitdeka7614 4 жыл бұрын
i am also😘
@minakshichetia3347
@minakshichetia3347 2 жыл бұрын
হেঁপাহ নপলাই শুনিলেও😍😍😍😍
@sanjaynath7227
@sanjaynath7227 3 ай бұрын
Thank you for coming Dhamdhama ❤
@dimbeswargogoi9576
@dimbeswargogoi9576 3 жыл бұрын
বহুবাৰ শুনিছোঁ পৰাণ জুৰুৱা এই গীত । শুনিয়েই থাকিবৰ মন যায় । কি মায়াবী কথা, কণ্ঠ, সুৰ এই গীতৰ !!!
@utpalsaharia8509
@utpalsaharia8509 2 ай бұрын
নিৰ্মল কিছুমান মূহুৰ্তৰ বাস্তৱতা কথাৰ সংগীত।।বেলেগ এখন পৃথিৱীত থকা যেণ অনুভৱ হ'ল বাইদেউ🥺🥺❤
@mukeshbaidya8813
@mukeshbaidya8813 6 жыл бұрын
Natural acting 🎭... Pure ❤️.... 1 of my fav song...
@tamaskritchutia-kg4pk
@tamaskritchutia-kg4pk Жыл бұрын
সুন্দৰ অনুভূতি, শব্দ আৰু সুৰ যথেষ্ট উৎকৃষ্ট। মৰম, ভালপোৱা বোৰক দুগুন কৰি তোলা এটা সজীৱ ৰোমান্টিক গান।
@luhitbaruah2870
@luhitbaruah2870 5 жыл бұрын
সচাকৈয়ে মনটো অলপ হলেও ৰোমান্টিক হৈ যায়। মন বেয়া লাগিলে এই গানটো মই প্ৰায়েই শুনো। বহুত ভাল লাগে ।
@LunasahariahLuna
@LunasahariahLuna 2 ай бұрын
যেতিয়া প্ৰথম গানটো শুনিছিলো মই class 5 আছিলো । আৰু এতিয়া class 12 ত মই । তেতিয়া গানটো শুনি যি নষ্টালজিক হৈছিলো আজিও তাৰ একো পাৰ্থক্য নাই। তথাপিও গানটিৰ অৰ্থ এতিয়া ভালদৰে বুজি পাও। মন ভাল লগা অথবা বেয়া লগা দুয়োটা সময়ৰে লগৰী গানটি।।। কিছুমান গান কেতিয়াও পুৰণি নহয়।।🌻💟
@khusbuborah430
@khusbuborah430 8 ай бұрын
এতিয়াও শুনোঁ ❤কি যে এক অনুভৱ হয় । বুজাব নোৱাৰি ❤।গীততো প্ৰথম বাৰ শুনোতে মোৰ তেতিয়া ৮ বছৰ মান হব ।এতিয়া ২১ ত ভৰি দিলোঁ ❤ আগলৈও প্ৰিয় হৈ থাকিব ❤
@PrabitraKalita-ng5zh
@PrabitraKalita-ng5zh 10 ай бұрын
ভাষা নাই বুজাবৰ ❤সঁচাই অনুপম কণ্ঠ ❤❤❤
@dhrubajyotimahanta897
@dhrubajyotimahanta897 6 жыл бұрын
Concept 2 bahut dhuniya hoise....... Fantastic... Outstanding ...... Mind blowing ........
@nupurgogoi9694
@nupurgogoi9694 2 жыл бұрын
আহ শব্দ আৰু হুৰ বোৰে বুকু ফালি পাৰ হৈ গৈছে ।
@jsediting406
@jsediting406 4 жыл бұрын
বেলেগ অৰ কেনেকুৱা লাগে গান টো মই নাজানো কিন্তু মোৰ বহুত ভাল লাগে। কোনে কোনে ভাল পোৱা lik কৰা।
@princymusical......7005
@princymusical......7005 Жыл бұрын
Bohut besi Val pau Agoteu pau atiau pau Agoleu pai thakim ❤ All Time favourite ❤️
@assam.211
@assam.211 Жыл бұрын
লিক্ কৰিলো 😊
@cricketlovers1260
@cricketlovers1260 Жыл бұрын
Muk val lage
@arifsvlogs6908
@arifsvlogs6908 Жыл бұрын
I am still listen it
@Mantuneog-k3g
@Mantuneog-k3g Жыл бұрын
❤❤❤❤
@happinessvlogs1586
@happinessvlogs1586 Жыл бұрын
নিভাজ মৰম ভালপোৱাৰ জীৱনটো এটি কাহিনী লগতে সুকণ্ঠ তৰালী বাৰ 💙
@silentbreeze4597
@silentbreeze4597 7 жыл бұрын
certainly one of the best Assamese music video. Urmila perfectly emotes the layer of different emotions of a newly wedded bride. and yes she looks a typical Assamese bride in every way.
@aswinimajumder1553
@aswinimajumder1553 11 ай бұрын
অভিনেত্রী গৰাকী কোন?
@lakhimeeneog
@lakhimeeneog Ай бұрын
সৰুতে দাদা এজনে এই গানটো খুব শুনিছিল, যেতিয়াই গানটো লগাইছিল বহুত খং উঠিছিল কি গান শুনিচে বুলি। কিন্তু এতিয়া 15 বছৰ পিছত গানটোৰ প্ৰকীত অৰ্থ বুজি পাইছোঁ। এতিয়া মোৰ প্ৰিয় গীত।❤
@pulakjyotiroy
@pulakjyotiroy 8 жыл бұрын
I wonder.. who are the people who disliked this video. One of the most beautiful song in recent times
@silentbreeze4597
@silentbreeze4597 4 жыл бұрын
Taxi gadi, autowala, disco bhanti lover not akou!!!
@kri.shtiee
@kri.shtiee 4 жыл бұрын
@@silentbreeze4597 thikei koise dei apunni
@prabhakarit
@prabhakarit 10 ай бұрын
@@silentbreeze4597 incidentally, my wife loves taxi gadi loi, nano gadi,.. wala songs. and yes she does not follow these songs. so must agree :D
@ajitttalukdar9954
@ajitttalukdar9954 6 ай бұрын
কিনকিনীয়া বৰষুণ আৰু এইটো গীত। বাহ! কি combination.
@পৱনঅসম
@পৱনঅসম 11 ай бұрын
যায় যায় ২০২৪ এটো গান শুনি আছে এটা like কৰে যেন
@rupamdas3435
@rupamdas3435 9 ай бұрын
চন হিচাবত নচলে এই গান বোৰ। সদায়, বছৰ বছৰ ❤❤❤
@ManashKalita-wx7th
@ManashKalita-wx7th 4 ай бұрын
এইটো গান এতিয়ালৈকে যে কিমান বাৰ শুনিলো হিচাপেই নাই ।।। যিমান বাৰ শুনিলেও হেঁপাহ নপলাই ♥️♥️🔥🔥
@wsminksark
@wsminksark 11 жыл бұрын
I can bet, if there has been any better made video than this one. Perfect acting, beautiful HD clarity / audio. And above all, scintillating music & what a thought! Proud to hail from the most beautiful state in India. Best line: "Morome aamar dukul uposai Xagor bisari bobo" I am actually in tears whenever I watch this song :)
@pranjalpratimdas2482
@pranjalpratimdas2482 7 жыл бұрын
Same thoughts 😊😊
@tanushreehazarika9435
@tanushreehazarika9435 7 жыл бұрын
same thoughts
@saskol5
@saskol5 6 жыл бұрын
Same here bro. This brings tears. Romance oozes in every note of this song as well as the video.
@smitakalita3920
@smitakalita3920 6 жыл бұрын
"morome amar DUKUL uposai"
@techmasala3221
@techmasala3221 5 жыл бұрын
Beautiful song
@bipulmahanta8661
@bipulmahanta8661 2 ай бұрын
মোৰ অতিকৈ প্রিয় গীত। শুনি থাকিলে মন নভৰে। এনেকুৱা গীত এশ বছৰত এটাহে ওলাই। তৰালী শৰ্মা ধন্যবাদ ৰ পাএি। A grand salute to her🙏
@tasnifakhanampanna8266
@tasnifakhanampanna8266 Жыл бұрын
Some voices can create magic in our hearts and soothe the souls. She has one of those voices. Only love to the one and only Tarali Sarma ❤️💯
@monoranuvutiandabegmukunda1677
@monoranuvutiandabegmukunda1677 5 ай бұрын
Ufff ❤ ki kom... mon pran sui goise nijoke korobat bisari puwa jeb anubhob hoise...epine rati puwa git ti huni asu akebare mon to fresh hoi goise 🌺🌄 gd mrng to all off you 🥰
@Jyoti_P_Kutum
@Jyoti_P_Kutum 6 жыл бұрын
What a fabulous expression of LOVE!!Simply awesome.❤❤
@অনুপেৰণা
@অনুপেৰণা 3 жыл бұрын
Aako Jipal Hoi Gol Mon2 Bohu Bosoror Agot Hunisilu Aaji Aako Hunilu Bohut Val Lagil Tarali Baa ❤️
@pawanchetia4649
@pawanchetia4649 2 жыл бұрын
Beautiful and perfect in every possible way.....never fails to refresh my mood. Reminding those golden days 🙂🙂🙂
@kangkita_devi
@kangkita_devi 2 жыл бұрын
Ei gaan tue Jen xokolu vagor dur Kori diye 🥺❤️ Thankyou tarali mam for this song 🙏it's my all time fav
@thepicommunity786
@thepicommunity786 6 жыл бұрын
I wonder how can it be so perfect, justifying almost all the dimensions of purest form of music so beautifully. You're class apart tarali ma'am
@moromimughal6599
@moromimughal6599 5 жыл бұрын
So melody
@sanjaykutum9211
@sanjaykutum9211 3 жыл бұрын
Sai val lagile
@SamarBVlogs
@SamarBVlogs 5 жыл бұрын
I don't understand why this song couldn't reach 1 million views stil.
@dibyajyotiboro2438
@dibyajyotiboro2438 4 жыл бұрын
Right bro
@theawantikamishra
@theawantikamishra 4 жыл бұрын
Will reach soon :)
@jitpoemstories3092
@jitpoemstories3092 4 жыл бұрын
Hoy gol bro
@nirupborthakur2605
@nirupborthakur2605 4 жыл бұрын
Reached 1M views...
@maxmusic2.075
@maxmusic2.075 4 жыл бұрын
axom hoi bhai yeat albal gan bure besi view pai r u bhal bure napai 😩😩😩😩😩😩😩😩😩😩😩😩😩😩😩😩😩😩😩😩😩😩😩😩
@manashpratimsaikia9212
@manashpratimsaikia9212 Жыл бұрын
Content was so good back dan. No bakwaas, no nudity, no crime, no violence, no negativity, still a complete one. Tarali baa we need more songs like dis
@tarundey5092
@tarundey5092 5 жыл бұрын
Mesmerizing Tarali Mam. Like it never gets monotous,so much of hardwork, dedication and love gets depicted in your songs. Just love you.
@mrinmoyeegogoi5758
@mrinmoyeegogoi5758 2 ай бұрын
Bor bhal lagil ❤❤
@shyamaliphukon2576
@shyamaliphukon2576 3 жыл бұрын
One of my favourite songs ever ❤️ আমনি নালাগে কাহানিও... Such a really amazing song... It gives me relaxation, when I listening to this song I'm very much going deeper and deeper level of imagination, full of joy with a couple smiles😊😊😊
@Relaxingmusic-zy1
@Relaxingmusic-zy1 2 жыл бұрын
English najana jodi assmesote likhibo lagisil
@MultimediaTr.
@MultimediaTr. 2 жыл бұрын
@@Relaxingmusic-zy1 😁😁
@nilakshichang4058
@nilakshichang4058 3 жыл бұрын
All time favourite ❤️.. jetia hunile u amoni nalage.. evergreen Taraki baa
@abhilashdas3190
@abhilashdas3190 2 жыл бұрын
The lullabies of the youth that you taught and sang from the other side of the phone in some twilight has become the epitaph of the days that we both spent. This song you used to sing for me and knit the future around for both of us. Every lit balcony of the city was the talk of our talks and thousands of times we imagined our balcony to be exactly like this with this song filled in our eyes. Now you are living this dream owning it and I am grieving over the epitaph while listening to this!! Still, এদিন হ'লেও"দূবৰি পাতত মুখ লুকাই আহিব মোৰেনো সোণ"
@bhargabnayanhazarika1212
@bhargabnayanhazarika1212 3 жыл бұрын
Xodai priyo 💞🌼
@tridibborgohain9357
@tridibborgohain9357 5 жыл бұрын
I've listened this song many times & still I use to listen it. Superb Tarali Ba.
@sonuborah9099
@sonuborah9099 Жыл бұрын
Jodi tumi eitu gaan hunisa tente tumar gaanor test bohut dhunia ❤
@Angel-nv1qi
@Angel-nv1qi 4 жыл бұрын
such amazing song, salute to Torali Ba. Thank You for composing such a beautiful song
@parthapratimdutta4384
@parthapratimdutta4384 10 ай бұрын
What a melody....it's amezing....versetality at its peak....hats off to tarali sharma baa
@ucsarmah
@ucsarmah 9 жыл бұрын
Very sweet melodious and heart touching song , should remain as an immortal song forever.
@momikonwar5939
@momikonwar5939 8 ай бұрын
আটাইতকৈ প্ৰিয় ❤
@lichagogoi
@lichagogoi 2 жыл бұрын
this song can literally make someone fall in love with music. whenever i feel low or exhausted this song just makes my mood better. such a beautiful song with this voice. can't thanks enough for blessing us with this. ❤
@babluali9568
@babluali9568 Жыл бұрын
I am a soo song insparaud lavle a lave it
@riyogaming629
@riyogaming629 Жыл бұрын
"আহিবা তুমি দুপৰ নিশা,যেতিয়া পৃথিৱী শুব" jst wowwww❤❤❤❤❤
@nayankalita2591
@nayankalita2591 7 жыл бұрын
just a awesome creativity.... awesome lyric/ voice.
@SmritiKalita-p7t
@SmritiKalita-p7t 10 ай бұрын
Most favourite 🎉❤
@ManoxKB
@ManoxKB 3 жыл бұрын
One of the ever green gems in Assamese music. It always feels fresh.
@sidgogoi7255
@sidgogoi7255 2 жыл бұрын
Keep it up bro
@nishipadmaadevrajkumarisar7983
@nishipadmaadevrajkumarisar7983 8 жыл бұрын
Khube xundar lyrics..tune..video ...aaru..video tur concept tu bahut romantic...:-)
@padmarahang2309
@padmarahang2309 2 жыл бұрын
Tarali Sharma u r tailor made.....ufff urr voice ......
@ayanbhuyan9922
@ayanbhuyan9922 5 жыл бұрын
An ideal relationship between a husband and wife.
@golapmedhi4073
@golapmedhi4073 4 жыл бұрын
0👓♌️♌️♌️♍️♍️♍️♍️♍️♍️♍️♍️♍️♒️♒️🏨🕔🕠🕔🕟🕔🕥🕥🕙🕙🕙🕙🕥🕥🕥🕙🕥🕥🕗
@missmessy2835
@missmessy2835 3 жыл бұрын
Mur khubei priyo ei gaan tu .. eman je Val lage.... Story concept tu u eman xundor aru moromloga...
@abhinabdomai9729
@abhinabdomai9729 6 жыл бұрын
only one word can define this song - PERFECT❤
@pinprickbardem
@pinprickbardem 23 күн бұрын
Its absolutely true that a woman can truly transform a house into a home....
@letslive3498
@letslive3498 2 жыл бұрын
I listen this to find calmness of my mind and everytime it works magically, always find newness while listening it.
@MrMrinz
@MrMrinz 3 жыл бұрын
Nice cinematography. Feeling of a newly wed couple.
@jollysinha8321
@jollysinha8321 7 жыл бұрын
what a beautiful song 😊I just luv it.....
@craftsvillarc4519
@craftsvillarc4519 Жыл бұрын
বিশাল আকাশ চুব❤❤ বহুত বহুত মৰম যাচিলো , মৰিগাওঁৰ পৰা
@JajaborMusic
@JajaborMusic 7 жыл бұрын
this song can make anyone smile ..
@SahidAli-kp5eq
@SahidAli-kp5eq 4 жыл бұрын
Right now I will send you are going well.
@dibyadas886
@dibyadas886 4 жыл бұрын
@@SahidAli-kp5eq a
@smritabora2377
@smritabora2377 4 жыл бұрын
O yes
@himashreebarmanrollno1192
@himashreebarmanrollno1192 3 жыл бұрын
Honda citi
@brgammer3325
@brgammer3325 3 жыл бұрын
@@SahidAli-kp5eq j
@ccff6348
@ccff6348 2 жыл бұрын
I can't tell how many times I have watched this video! Superb, real.. Tarali baar smile..
@shiddhartha_Gautam_
@shiddhartha_Gautam_ 7 ай бұрын
Anyone in 2025 🙋❤️
@hemantatamuli453
@hemantatamuli453 7 ай бұрын
Yess
@nalinidas8924
@nalinidas8924 7 ай бұрын
Mee
@priyamsaikia3855
@priyamsaikia3855 7 ай бұрын
@Jamu77
@Jamu77 6 ай бұрын
Yet Few more years to Perish this song.
@BidupchetiaBidup123
@BidupchetiaBidup123 6 ай бұрын
Yes
@senapatiwave3939
@senapatiwave3939 2 жыл бұрын
এই গীতটো যিমান শুনিলেও আমনি নালাগে... অতি সুন্দৰ 🙏
@sumit_0259
@sumit_0259 3 жыл бұрын
This was my father's fav song..On his memory I listen to this song sometimes..❤️ you paa
Kaam Sorai
4:44
Deeplina Deka
Рет қаралды 449 М.
-5+3은 뭔가요? 📚 #shorts
0:19
5 분 Tricks
Рет қаралды 13 МЛН
Thank you mommy 😊💝 #shorts
0:24
5-Minute Crafts HOUSE
Рет қаралды 33 МЛН
Who is More Stupid? #tiktok #sigmagirl #funny
0:27
CRAZY GREAPA
Рет қаралды 10 МЛН
#AnuraagTumarBabe #TaraliSarma #Mukoli
5:59
Tarali Sarma:Windsongs
Рет қаралды 963 М.
Haliki Puwar by Mahalaxmi
5:02
I K
Рет қаралды 3,2 МЛН
-5+3은 뭔가요? 📚 #shorts
0:19
5 분 Tricks
Рет қаралды 13 МЛН