Рет қаралды 24,804
🟥 এগৰাকী লোকশিল্পীৰ কেইবা দশক জোৰা এক বৰেণ্য যাত্ৰা
🟥 আশীৰ দশকতে ভক্তি গীতিক দিছিল এক অনন্য মাত্ৰা
🟥 বিদেশলৈ যোৱা প্ৰথমজন ঢুলীয়া ঢোল সম্ৰাট, বিহু সম্ৰাট
🟥 আৰু বহ সন্মানৰ অধিকাৰী সোমনাথ বৰা ওজা
🟥 পুত্ৰ কন্যাৰ সহিতে আজিৰ বুলনিৰ অতিথি সোমনাথ বৰা ওজা