সৰু লৰা, কম বয়স কিন্তু অনুভৱী সংগীত, নিভাজ সুৰ,মন ভৰি যায় শুনিলে।। অসমীয়া সংগীত জগতলৈ তোমালোকৰ দৰে কেইজনমান ভাল লগা শিল্পী এ এটা নতুন সুঁতি দিলা।। ধন্যবাদ bro
@priyakashyap2625 Жыл бұрын
কি ক'ম দাদা🥺ক'বলৈ ভাষা নাই। আপোনাৰ কণ্ঠত সঁচাকৈ যাদু আছে❤️🤌🏻। প্ৰথমতে "শেৱালী " আৰু এতিয়া "যৌৱনা" 🥺❤️! এই দুটি গান নুশুনাকৈ টোপনি নাযাও। কিমান বাৰ শুনিলো এতিয়ালৈ হিচাপ নাই!! Lots of Love dada❤️...Keep Shining ✨
@fulmaiburagohain5294 Жыл бұрын
I love assmes doing 😘😘🇮🇳❤️
@dibyajyotiphukan34002 жыл бұрын
মই অতি সৌভাগ্য যে মই এই সময়ত আছোঁ আৰু তোমাৰ দৰে প্ৰতিভাশালী গায়কৰ সুন্দৰ গান সমূহ উপভোগ কৰিব পাৰিছো💕💕
@khirudsaikia42962 жыл бұрын
Moja
@rousymoran620 Жыл бұрын
Dip bro
@rousymoran620 Жыл бұрын
My name Dipjyoti moran
@homeartgallery2862 Жыл бұрын
Omg
@ArunavBaruah-tq3pj Жыл бұрын
Moja Lagse song bhaskar da ❤️❤️❤️
@deepasritalukdar71602 жыл бұрын
ইমান ধুনীয়া গান এটা আমাক উপহাৰ দিয়া বাবে অশেষ ধন্যবাদ ভাস্কৰ দা 😍😍 আপোনাৰ গানবোৰ শুনি থাকি কেতিয়াও আমনি নালাগে ...আকৌ অতি সোনকালে এটি ধুনীয়া গীত আপোনাৰ কন্ঠত প্ৰাণ পাই উঠিব বুলি আশাৰে বাট চাই ৰলো ..আপুনি সদায় ভালে থাকক🥀
@gitikagogoi5624 Жыл бұрын
Nice song 🥰
@LilimaGogoi-p7w2 ай бұрын
Hi xxx six
@songitachutia68352 жыл бұрын
বৰ বেয়াকৈ গানটোৰ প্ৰেমত পৰিছো❣️🌼
@_A_B_I_N_A_S_H_ Жыл бұрын
Aibur ha asol axomiya gaan jen lagise 😊😊😊
@DharitriBorgohain52 жыл бұрын
এই গানটো আপোনাক সন্মুখত চাই শুনাৰ হেঁপাহ এটা বৰকৈ আছিল 🥰আশাটো পূৰণ হ'ল, Gauhati University ৰ BKB Hall প্ৰাণ পাই উঠিল এইটো গীতেৰে,এগালমান মৰম কৃষ্ণচূড়াৰ দেশৰ পৰা ❤️😘😍
@vidyajj2 жыл бұрын
I m from Maharashtra but loved this song 💗love for assamese music
@dijuhafila4229 Жыл бұрын
Jai shivaji💪💪💪🚩🚩🚩mam
@rajubiver Жыл бұрын
Hi❤❤
@adityakalita5560 Жыл бұрын
Jai Shivaji maharaj 🚩💪 Jai Lachit borphukan 🤛🤜💪 Jai guru Sankar 🕉🙏
@bikashvaiatoz3316 Жыл бұрын
Tq
@BishalBiswas-i7h Жыл бұрын
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@freefirebhargav4220 Жыл бұрын
কি কম দাদা song to হাজাৰ বাৰ শুনি থাকি লেও আমনি নালাগে❤️❤️তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ❤️❤️
@shamarborgohain51382 жыл бұрын
কিছুমান গান মবাইলত নহয় হৃদয়ত বাজে ৷ তুমি জানো আহিবা মোৰ প্ৰণয়ৰ দুৱাৰ খুলি সাঁচি ৰখা মৰম ল’বলৈ ❤️
@ahumlora98482 жыл бұрын
Nice song Dada
@igsky24902 жыл бұрын
Nahu
@dhananjaysdaxom95942 жыл бұрын
Hosake Bohu bar hunilu
@sushanatabora87312 жыл бұрын
Andrew tate moja hoi
@deebyajyooti20562 жыл бұрын
ai2 main
@acidl3xm3x2 жыл бұрын
এক অন্য এটা গীত যিটোৱে মন প্ৰাণ মতলীয়া কৰি চুই থৈ যায়... প্ৰতিটো শব্দ প্ৰতিটো সুৰ হিদয় জিপাল কৰি যাই ... যেন অজাক বৰষুণে মনত ধুই থৈ গৈছে ...❤️💚💞🥀👀
@santigogoi78912 жыл бұрын
I love song
@Koranhoimoi9 ай бұрын
Maksudu
@princekeanime Жыл бұрын
300 bartke besi khunilu taku mon bora nai❤❤❤
@khirudsaikia42962 жыл бұрын
নিজকে বহুত সুখি যেন লাগিছে আপুনাৰ দৰে প্ৰতিভাশালী গান শুনি
@OGxPANDA162 жыл бұрын
Bhaskar Opsewal দা কি গাইছা অ অন্তৰত লাগি গৈছে 😌❤🌼
@AjMou_Vlogs13 ай бұрын
Ufff......😮 কি Voice 😱 মৰিগাঁও ৰ পৰা মৰম যাচিলো 💐
@Babu..Lyricxzz2 жыл бұрын
বহুত দিনৰ পিছত আকৌ এটা ধুনীয়া গীত____ 😌🌻🌈
@rumivlogers81212 жыл бұрын
বহুত ধুনীয়া লাগিছে,,,,,মাজুলীৰ পৰা মৰম❤ থাকিল,,,
@94rojinap.91 Жыл бұрын
I came across this song from Spotify. Now I can't stop listening😍. With love from Manipur.❤❤❤
@priyasaikia85452 жыл бұрын
হৃদয়ৰ নিভাজ কোণত ৰৈ যাব এই শব্দ বোৰ❤️আগবাঢ়ি যোৱা
@bastobkalita63282 жыл бұрын
কি সাংঘাটিক ধুনীয়া অ।your voice ❤️
@_A_B_I_N_A_S_H_ Жыл бұрын
Bhaskar Da mojaa এনেদৰে আগলৈকে ভাল গান অসম বাসিক শুনোৱাব বুলি আশা ৰাখিলোঁ।❤❤❤
@agyassamyt80102 жыл бұрын
Gantu mur bohut val lagile aru Kune Kune val paise ata like kori diya jai aai axom
@dhonswargiyary90432 жыл бұрын
❤
@ndnskab12542 жыл бұрын
Gaan tu like korim tur comment like kori kar sat khon hbo
@tridipmohanmohan94592 жыл бұрын
Joi ai axom ❣️
@zard7582 жыл бұрын
Nidu ako
@bishnurajkhowa7562 жыл бұрын
@@ndnskab1254 😂👏
@barunkumarrajmedhi10382 жыл бұрын
আৰু এটি সুন্দৰ গীত ! অসমীয়া সংগীতৰ এক সুমধুৰ কন্ঠ, ভাস্কৰলৈ অভিনন্দন ! ভাল কাম কৰি যোৱা এনেদৰে, শুভকামনা !
@LijoygoyariLijoygoyari-kj4xf Жыл бұрын
I'm Bodo boy..I can feel the lyrics of this song lots off love from Tezpur ❤ love you mann Assamese brothers 🙏🤝
Im from Andhra pradesh, im telugu i cant even understand a single word. but i loved this masterpiece. amazing music and tune. TRUELY LOVED IT❤❤❤ GREAT VOICE😊😊
And another masterpiece of Bhaskar da is here 👀কবলৈ ভাষা নাই দাদা , বহুত বেছি ভাল লাগিল 😌keep it up...we are always with you 🙌🏻best wishes to the whole team ✨ Lot's of love from Golaghat ❤️ hat's off brother's .