বহুত ভাল লাগিল Video টো চাই ৷ সৰুৰে পৰা কুমাৰ ভৱেশৰ গান শুনি শুনিয়েই ডাঙৰ হৈছোঁ ৷ সেই সময়ত খুব ভাল ভাল Lyrics ৰ গান গাইছিল তেখেতে ৷ কুমাৰ ভৱেশৰ সেই সময়ৰ বহু হাজাৰ হাজাৰ গান এতিয়া KZbin ত নাই ৷ গানবোৰ বেয়া হৈ গৈছে ৷ মোৰ দুখ এটাই যে তেখেতে এতিয়া Comedy ধৰণৰ গানবোৰ বেছিকৈ গোৱা কৰিছে 😞
Interview is best and the way interviewer and bhavesh talking makes interesting to listen till end. Very good interviewer 👍, knows how to come ask questions one after another and Bhavesh also so nicely in soft understanding language and voice he was speaking. Best interviewer girl ❤❤
@utpalchoudhury330 Жыл бұрын
'নাযাব 2' আৰু 'চল গৌড়ী' এই গীত দুটি অকল অসমীয়াভাষী লোকৰ মাজতেই নহয় অসমৰ প্ৰতিটো জনগোষ্ঠীৰ মাজতেই জনপ্ৰিয় !!! কুমাৰ ভবেশৰ জয় যাত্ৰা অক্ষুন্ন থাকক!!!!
@bhaskarrabha9336 Жыл бұрын
৩/৪ মাহ নহয় আপোনাক আমি পঞ্চম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ স্কুলত পাইছোঁ ৷ মানে আপুনি পাণ্টান হাইস্কুলত ৪বছৰমান চাকৰি কৰিছে ৷
@MDedits94 Жыл бұрын
Sokidar sakori buli laj pai sage ..mor mote kamot kihor laj??moi hole Hur bilak eke type r paw.
@jimimadhrex3210 Жыл бұрын
Yes mur maa o taat porha
@ratulleefar692911 ай бұрын
Bhabesh da katha khuli kobo laz napai...teu khula msnuh moi valkoi janu.. teur agor Album bur xuniba sun.. moi 1996 teur pori casst nij hate bikri korisilu.