জুবিনৰ প্ৰশ্ন- বিহু ৰাইজে পাতে, তুমি ক’বলৈ কোন?

  Рет қаралды 1,464,812

NKTV PLUS

NKTV PLUS

Күн бұрын

Пікірлер: 1 600
@kapilphukanzp6379
@kapilphukanzp6379 2 жыл бұрын
জুবিন দাক কোনে কোনে Support কৰিছে plz 👍 থুকি যাওক
@tankswargohain6701
@tankswargohain6701 2 жыл бұрын
ধন্যবাদ জুবিন গাৰ্গ।সঁচা কথা সাংস্কৃতিক জগত খন জুবিনৰহে।
@protivakonwar1015
@protivakonwar1015 2 жыл бұрын
জয় জুবিন দা ।আপুনি আমাক জীয়াই থাকিবলৈ সাহস আৰু পেৰনা সদাই দি যাৱ ।যাতে কোনো ধৰণৰ ধুমুহাইও আমাৰ পকৃতিৰ তথা আইমাতৃৰ ৰূপ সলাব নোৱাৰে ।
@Chao_Dip
@Chao_Dip 2 жыл бұрын
প্ৰেৰণা, সদায়, যাব, প্ৰকৃতিৰ
@indramurari1059
@indramurari1059 2 жыл бұрын
Good Dada
@sybaijan1424
@sybaijan1424 2 жыл бұрын
kzbin.info/www/bejne/f6rUl6iBq76aac0
@rikirajchitrakor7506
@rikirajchitrakor7506 2 жыл бұрын
জয় জুবিন দা সাংস্কৃতিক জগতক চাবলৈ তুমি আছা
@sybaijan1424
@sybaijan1424 2 жыл бұрын
kzbin.info/www/bejne/f6rUl6iBq76aac0
@chaofu_konsurajit5482
@chaofu_konsurajit5482 2 жыл бұрын
বিহু অসমীয়া ৰাইজৰ, গতিকে বিহু অসমীয়া ৰাইজৰ মাজতে থাকিবলৈ দিয়াটো ভাল, মুখ্যমন্ত্রীয়ে সকলো কথাতে সোমাব নালাগে ভাল নেদেখি। সুন্দৰ কথা কৈছে জয় জুৱিন দা❤❤জয় আই অসম✊✊
@chandrakantachetiachandra369
@chandrakantachetiachandra369 2 жыл бұрын
মূখ্যমন্ত্ৰী 'হৈ সৰগত থকা যেন লাগিছে চাগে
@bhaskarsaikia1236
@bhaskarsaikia1236 2 жыл бұрын
@@chandrakantachetiachandra369 hosa kotha kole
@assam787
@assam787 2 жыл бұрын
Hahaha..
@shieldboys3433
@shieldboys3433 2 жыл бұрын
Nijoke USA president bhavise sage😁
@tulashidas4872
@tulashidas4872 2 жыл бұрын
Bihu no ke toka he lage
@Angshuman607
@Angshuman607 2 жыл бұрын
জুবিনৰ কথাত একমত ❤
@foijulalirahulali99
@foijulalirahulali99 2 жыл бұрын
Hoi jubin da
@abdulsathar5313
@abdulsathar5313 2 жыл бұрын
Himanto kun hoi koboloi
@mridulalomfhoi1612
@mridulalomfhoi1612 2 жыл бұрын
Um
@anupomsonowal428
@anupomsonowal428 Жыл бұрын
​@@abdulsathar5313 cm hoi haitu najano
@Utpal_bora_123
@Utpal_bora_123 9 ай бұрын
মূৰ্খ মন্ত্ৰী 😅
@Digantadutta123
@Digantadutta123 2 жыл бұрын
*ৰাইজেই ৰজা❤️ৰাইজে যি সিদ্ধান্ত লব সেয়াই সঠিক সিদ্ধান্ত🙏জুবিন দা শুদ্ধ*
@prabinsarma5113
@prabinsarma5113 2 жыл бұрын
ৰাজ্যৰ উন্নয়নমূলক কামত আগবাঢ়িব নোৱাৰি এইবিলাক ফাল্টু❤️ ক্থাত মাথা মাৰিছে।
@RatulAhom
@RatulAhom 2 жыл бұрын
নালাগে সেই চৰকাৰে দিয়া টকা। বিহু কি চৰকাৰৰ পৰা নোলোৱাকৈ পাতিব নোৱাৰে নেকি। জয় জুবিন দা।
@saifullahhassan8892
@saifullahhassan8892 2 жыл бұрын
জুবিন দা ঠিক কথা কৈছে ।।।মন্ত্ৰীয়ে কোন হয় সংস্কৃতি ক কেনে কয় পাতিম ।ৰাজ্য জি দিছিছিন লব আমি মনিম।।।জাই আই অসম।।।
@digantadeka7201
@digantadeka7201 2 жыл бұрын
চৰকাৰ ক ভয় নকৰা দাদা জনেই হল এইজন।
@Munna_das-q2q
@Munna_das-q2q 2 жыл бұрын
😝😝 চৰকাৰ ৰ লগত মিলি ভকত এই জন
@Munna_das-q2q
@Munna_das-q2q 2 жыл бұрын
@@bitulnath557 CAA ahile junglet jam kuajn nhoi janu . CAA namot hadharon jonotak bipod pelai atia nimat j kio
@pritomnz11
@pritomnz11 2 жыл бұрын
থ কেলা । ই এক number হাৰামি হয়
@roshansingha7483
@roshansingha7483 2 жыл бұрын
Jubeen Sarkar pora Toka loi thake etu janane
@pranitabarmandas6809
@pranitabarmandas6809 2 жыл бұрын
ভয় নকৰা টো অহংকাৰী।
@bhrigubaishya9409
@bhrigubaishya9409 2 жыл бұрын
ধন্যবাদ জুবিনদালৈ থিকে কৈছে চৰকাৰে কিছুমান লবনলগা বোজা কি কাৰনত লৈছ তেওলোকে নিজৰ কামত গুৰুত্ব দিয়ক
@exploretheunseen1.o722
@exploretheunseen1.o722 2 жыл бұрын
সকলোতেই তোমালোকে মাত নামাতিবা৷ চৰকাৰৰ কাম ৰাজ্য চলোৱাৰ, এইবোৰ আমাৰ বিহু৷ মন গলে বছৰটো পাতিম৷
@NivaanFFOfficial
@NivaanFFOfficial 2 жыл бұрын
Tenehale manuhak luti Kya free t ata gaan Gaye nki singer a gaok abasar free t thike ase feree t nalage km se km poisat gaok
@nituraazkashyap8502
@nituraazkashyap8502 2 жыл бұрын
@@NivaanFFOfficial Manuhok luti kune khai ase,Politician keitai ne singer keitai bro 1500 tokia vokto hole nhbo main ktha t mat matibo lagibo
@paplusharma1094
@paplusharma1094 2 жыл бұрын
@@nituraazkashyap8502 moja bro
@NivaanFFOfficial
@NivaanFFOfficial 2 жыл бұрын
@@nituraazkashyap8502 Mai sarkarar Paisa kuno Dina puwa ni Mai to nije sarkarar birudh karu bt ji haitu Val napao to aitu o vl papao bihu Amar sankri Hy Ami nijeo palan kribo paru kabak Paisa khuwai Kiya
@nituraazkashyap8502
@nituraazkashyap8502 2 жыл бұрын
@@NivaanFFOfficial Sawk bihu ami nije o palon kribo paru thik ase but ei je musicians khini teo luke ei Bihu time khini le roi nthake janu,bihu program t kiba ata income kribo ! Bht a to sarkari sakori nkre no poisa pai thkibo sarkaror
@amritsarma9381
@amritsarma9381 Жыл бұрын
তেওঁ ৰাইজে পতা মুখ্যমন্ত্ৰী। গতিকে তেওঁ কব পাৰে, বুজিলে জুবিন দা
@Dhantiborah-ip1gx
@Dhantiborah-ip1gx 2 жыл бұрын
Zubeen da is great ❣️❣️
@NIA-vf1ve
@NIA-vf1ve 2 жыл бұрын
Yes bro
@sybaijan1424
@sybaijan1424 2 жыл бұрын
kzbin.info/www/bejne/f6rUl6iBq76aac0
@BhaskarChutia-n9g
@BhaskarChutia-n9g 2 жыл бұрын
গাড়ী পৰা মন্ত্রী ডাঙৰীয়াই হে চান্দা তুলি আছে,বিহু 7দিন কিন্তু মোদী জন্মদিন 20 দিন
@bishalkalita7587
@bishalkalita7587 2 жыл бұрын
Moja desa right
@bhagyasrisaikia6461
@bhagyasrisaikia6461 2 жыл бұрын
সত্য মানেই জুবিন দা❤❤❤
@manojkalita1359
@manojkalita1359 2 жыл бұрын
🤣🤣🤣🤣🤣
@Munna_das-q2q
@Munna_das-q2q 2 жыл бұрын
সত্য মানুহ নহয় ও। কা আন্দোলনৰ নামত যি কৰিলে জুবিন দাই তেতিয়াই চিনি পালোঁ ডাঙৰীয়া ক
@bhagyasrisaikia6461
@bhagyasrisaikia6461 2 жыл бұрын
U have to clear ur mind to know zubin da. 👆
@purnagogoi1571
@purnagogoi1571 2 жыл бұрын
Misa kotha.
@sybaijan1424
@sybaijan1424 2 жыл бұрын
kzbin.info/www/bejne/f6rUl6iBq76aac0
@WORLDFUNNYVIDEOSANDCARTOON
@WORLDFUNNYVIDEOSANDCARTOON 2 жыл бұрын
জয় zubben দা🙏🙏 তেখেত অসমৰ মুখ্য মন্ত্ৰী হে, অভিভাৱক নহয়,,, গতিকে ৰাইজে যিমান দিন পাতে ৰাইজৰ কথা 🥀🥀🥀
@r2z190
@r2z190 2 жыл бұрын
গোটেই ব'হাগৰ মাহটো আমি বিহু পাতি আহিছো আৰু প্ৰতিবাৰে পাতি থাকিম✊🏻
@sashibhatta5198
@sashibhatta5198 2 жыл бұрын
ছাত্ৰ-ছাত্ৰীয়ে বহাগ মাহৰ শেষৰ পোন্ধৰ-বিশটা দিনো পঢ়া-শুনা কৰি ডাঙৰ মানুহ হব নালাগে নেকি ? বিহু পাতিলেতো তেওঁলোকে মন সামৰিব নোৱাৰি চাবলৈ যাবই ! পইচা পাই থকা শিল্পী সকলে মাহ জুৰি বিহু থাকিলেও তাত বাধা দিয়াৰ আশা ক্ষীণ ৷ কৰ্মব্যস্ত মানুহ আৰু ছাত্ৰ-ছাত্ৰী আদিৰ সময়ৰ কথা ভবাৰ প্ৰয়োজন নাই জানো ?
@assam787
@assam787 2 жыл бұрын
@@sashibhatta5198 bosrr kaidinmn nphrile ako nhi diya... Ru bihukhn ata jegat a hoi nathake nhi j tar provab phrat pribo jot hbo tare student khini a khai dina nphe tar pis dina olp vagr mari next dinar pohat lagi jai ako kbo ahise dangr mahnu hbo nuare bule.
@joutisankar8972
@joutisankar8972 2 жыл бұрын
@@sashibhatta5198 bihut he akol porhe neki basrs baki 11 mah ki bl kri thake kotha kabole ahise
@tulashidas4872
@tulashidas4872 2 жыл бұрын
Ai mahote toka pesot ni
@Nion78
@Nion78 2 жыл бұрын
@@sashibhatta5198 ai oi kotha koise,,,, lora sowaliye nijor daitoyo nije palon korile hol,,, bihu patile buliye saboli jabo lagibo buli likha nai,,,, lora sowaliye jodi nijor mon toke sombhalibo noware khihot aku kene ke dangor manuh hobo,,,,, so bihu e karo poha khunat ako khoti nokore kebol nijor montur kotha....
@nayandipray3663
@nayandipray3663 2 жыл бұрын
জয় আই জুবিন দা
@jayantakalita4130
@jayantakalita4130 2 жыл бұрын
সত্য কথা কৈছে জুবিন দা।
@JagatChMudoi
@JagatChMudoi Жыл бұрын
Thank you cmsir. Your opinion is good. You
@soubhikrajkhowa
@soubhikrajkhowa 2 жыл бұрын
বিহু অসমীয়াই পাতিব সিদ্ধান্ত লোৱা অধিকাৰ ৰাইজৰ। অৱশ্যে জন্মদিন দহ দিন পাতিব নালাগে।
@pujapayeng8126
@pujapayeng8126 2 жыл бұрын
জুবিন দা সঁচা কথা কৈছে jai zubeen da ❤️❤️ I love you zubeen da
@dimpaldas5554
@dimpaldas5554 2 жыл бұрын
Yess Zubeen Da,you are absolutely right..jar ji kam heibur valke koribo lage👍👍👍
@dipaphukan61
@dipaphukan61 2 жыл бұрын
Zubeen dai akdom thik kotha koise 👍👍👍👍
@hopeyoulikeit.8614
@hopeyoulikeit.8614 2 жыл бұрын
Long live Zubeen Da.
@bishalsarma5306
@bishalsarma5306 2 жыл бұрын
Cm আজি আছে কালি নাই কিন্তু জুবিন গাৰ্গ সদায় আছে🙏🏽
@sunnybora5009
@sunnybora5009 2 жыл бұрын
Hoi tu bihu sorkare napate raije patibo tar kobole sorkare nii tar poisare bihu pati see neki ? Tekhetor kotha kunu huniboi nalage zubinda Joi apunak bohut Val pau I love you zubeen da
@cuteboyff0781
@cuteboyff0781 2 жыл бұрын
জুৱিন দা মানেই জুই❣️
@shyamolirabha9533
@shyamolirabha9533 2 жыл бұрын
কেবল মানুহৰ মাতটো মৌ মিঠা হয় গান গায় ‌মানুহক মোহিত কৰিলে নহয় বুজিচা। কেবল জুবিন ৰ গানে আমাক খোৱোৱা পিন্ধোৱা নাই নহয়।।
@cuteboyff0781
@cuteboyff0781 2 жыл бұрын
@@shyamolirabha9533 হব ইমান জ্ঞান দিব নালাগে আপুনি খোৱা পিন্ধাৰ কথা কোৱা নাই নহয় ইয়াত😏
@basamonikalita6601
@basamonikalita6601 2 жыл бұрын
অসমীয়াৰ ৰোমান্তিক নৃত্য-গান প্ৰেমীকৰ হিয়াৰ আমঠু জুবিন গাৰ্গে বিহুমঞ্চ অনুষ্ঠিত কৰা সন্দৰ্ভত চৰকাৰী নীতি-নিৰ্দেশনা, আহ্বানক ভেঙুচালি সুচক মন্তব্য প্ৰদান কৰাটো তেনেই স্বাভাৱিক। কাৰণ তেখেতৰ শিশুসুলভ মনটোত স্বাৰ্থজনিত কথা লুকাই আছে। তাতে আকৌ অসমৰ অৱস্থাটো ৰজা নাইকিয়া প্ৰজা, ৰাখোন নাইকিয়া গৰু আৰু ঢাকোন নাইকিয়া চৰুৰ দৰে।🙏
@echouniverse-k7y
@echouniverse-k7y Жыл бұрын
সকলোৰে স্বাৰ্থ আছে। আপোনাৰো আছে আৰু মোৰো আছে। নিজৰ ৰাস্তাত নিজে চলি আছে।
@echouniverse-k7y
@echouniverse-k7y Жыл бұрын
সকলোতে চৰকাৰী নিৰ্দেশনা নচলে।
@youtuber0598
@youtuber0598 2 жыл бұрын
জয় জুবিন দা ❣️
@bapdhannath4657
@bapdhannath4657 2 жыл бұрын
ঠিক কথা কলে জুবিন দা এনেকৈয়ে এদিন শেষ কৰি পেলাব।
@chintumonideka6539
@chintumonideka6539 2 жыл бұрын
জুবিন দাই ঠিকে কয ,,, ৰাইজৰ হে বিহু ,, জয় জুবিন দা 🙏💖
@anjanjyotibora9263
@anjanjyotibora9263 Жыл бұрын
ছমাহ বিহু পাতা আৰু ছমাহ আন্দোলন কৰা আমাৰ বেপৰোৱা মানসিকতা এৰিবৰ হ'ল।
@monmoy8371
@monmoy8371 2 жыл бұрын
I love you zubeen mama ❤️
@Faltuvolg5574
@Faltuvolg5574 2 жыл бұрын
Great 👍
@mrfentertainment2789
@mrfentertainment2789 2 жыл бұрын
Hundor kotha koise..jitu juktikhongoto buli moi vabu...love you zubeen daa
@840869kk
@840869kk 2 жыл бұрын
Absolutely right. It's is the freedom person freedom speech.
@jobupdateforassam5846
@jobupdateforassam5846 2 жыл бұрын
জয় আই অসম। জয় জুবিন দা।
@shrimontarabha1393
@shrimontarabha1393 Жыл бұрын
🌱🌿 ... singi rasong 🙏🌱🌿
@rahulsonowal1785
@rahulsonowal1785 2 жыл бұрын
এই বিহু সন্দৰ্ভত এনেকুৱা এটা উত্তৰে বিচাৰিছিলো জয় জুবিন দা✊
@babuanything
@babuanything 2 жыл бұрын
জয় জুবিন দা ❤️❤️ জুবিন দা মানেই জনসমুদ্ৰ 🤞❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
@sashibhatta5198
@sashibhatta5198 2 жыл бұрын
মূল কথাটো এয়ে যে, কৰ্মৰ মূল্য বুজা মানুহে কৰ্মব্যস্ত হৈ থাকিবই লাগিব, ৰাইজৰ নিজৰ উৎসৱ বুলি আমি বিহু উপভোগ কৰিব লাগিবই আৰু আমাৰ ছাত্ৰ-ছাত্ৰী সকলে বছৰ জুৰি পঢ়া-শুনাত ব্যস্ত হৈয়ো থাকিব লাগিব ৷ সময়ৰো অপচয় হব নালাগে, বিহুও বাদ পৰিব নালাগে ৷
@mridushmitamoran706
@mridushmitamoran706 2 жыл бұрын
❣️জুবিন দা আপোনাৰ কথাত আমি সকলো একমত ।
@mamonidevi617
@mamonidevi617 Жыл бұрын
Right
@jitulkalita4864
@jitulkalita4864 2 жыл бұрын
জুবিন দা অসমৰ সাংস্কৃতিক জগত যুৱ প্ৰজন্মৰ ভাগবান বুলি কোৱা হয় , তেওঁৰ কাম ৰাজনীতি নাই , তেওঁ সদায় ৰাইজৰ বাবে কাম কৰে , তেওঁ জন গীতিকাৰ সুৰকাৰ কণ্ঠশিল্পী অসমৰ বিখ্যাত গায়ক বুলিলে জুবিন গাৰ্গ কোৱা হয় , অসমীয়াৰ ৰাইজৰ হৈ যদি বিনা স্বাৰ্থত মাট মটা বক্তি জন বুলি যদি কোৱা হয় সেই জন হল হিয়াৰ আমথো জুবিন দা , বাকী মন্ত্ৰী বিধায়ক এই বিলাক নিজৰ স্বাৰ্থত কাম কৰি আহিছে , সাংস্কৃতিক জগত মন্ত্ৰী বিধায়ক মাট নামাটাই বহুত ভাল , আজি দুই বছৰ কৰুনা বুলি কৈ সাংস্কৃতিক জগত খনত জড়িত থকা বক্তি সকলৰ কোঙা কৰি পেলাইছে , এই খন চৰকাৰে , বৰ্তমান এতিয়া অসম কৰুনা নাই , পৌৰসভাৰ ভোট চলি আছে এতিয়া ডাঙৰ ডাঙৰ মন্ত্ৰী বিধায়ক মিটিং সভা অনুষ্ঠিত হ'লে কৰুনা নাহে , সাংস্কৃতিক সন্ধিয়া অনুস্থিত হলে কৰুনা আহে , এই মন্ত্ৰী বিধায়ক নিয়ম , সেইবাবে জুবিন দা কৈ য়ে সাংস্কৃতিক জগত মই আছো, গতিকে আপোনালোক ৰাজ্যৰ উন্নতি কাম কৰক , সাংস্কৃতিক দিশত চাব নালাগে , বহুত কথা কৈছে জুবিন দা তুমি জুই ,
@nirabgaimer6223
@nirabgaimer6223 Жыл бұрын
I like u jubin da❤️
@kushal22yt3
@kushal22yt3 2 жыл бұрын
বিহু মেইন জয় জুবিন দা
@ritugogoi7193
@ritugogoi7193 2 жыл бұрын
একেবাৰেই সচা কথা কৈছে জুবিন দাই
@sourabhkalita5481
@sourabhkalita5481 2 жыл бұрын
অসমীয়া জাতিৰ অভিভাৱক বুলি ভাৱিবলৈ আপুনি কোন???? উজনিত ৰাইজে গছ তলৰ বিহু পাতো ১৮ দিন ১৯ দিন লৈকে । অসমীয়া জাতিৰ আয়ুস ৰেখা চেনেহৰ ৰঙালী বিহু । মন্ত্ৰী মণ্ডলৰ মুৰব্বীহে আপুনি । বচ সিমানতে থাকক, এটা জাতিৰ কৃষ্টি সংস্কৃতিৰ লগত খেলা কৰিবলৈ অধিকাৰ আপোনাৰ নাই । প্ৰধানমন্ত্ৰীৰ জন্মদিন ২০ দিনলৈ পাতক দেশ আগুৱাই যাব
@assam787
@assam787 2 жыл бұрын
CM hoi murr uprt uthise bor besi hoise mamar..
@user-db4hy5sv5s
@user-db4hy5sv5s 2 жыл бұрын
নাই নাই জুবিন মামাৰ কথা আমাৰ তিনিচুকীয়া ডিব্ৰুগড়ত মৰাণত নচলে
@Nion78
@Nion78 2 жыл бұрын
@@user-db4hy5sv5s dibrugarh,,, tinsukiya,,, moran tohotor neki moi aru beleg karobar buli Bhabisilu..
@heroalom9147
@heroalom9147 2 жыл бұрын
@@user-db4hy5sv5s oi kun hoi toi sutmarini kla Bangladesh madercod
@user-db4hy5sv5s
@user-db4hy5sv5s 2 жыл бұрын
@@heroalom9147 কেলা মাঠা ভাঙি দিম ছেট। জুবিনে ইয়াত বিহু গাব নাজানি বহু বাৰ খেদা খাইছে। মামা জনজাতি সম্প্ৰদায়ৰ মানুহৰ ওচৰত নাহেই কেলা। গেদা ফেদা অঞ্চলত যায়। ত ই কেলা কৰ বাংলা দেশী ছুদুভাই।
@bhaskarmoran1157
@bhaskarmoran1157 2 жыл бұрын
Good.. Mojaa
@kanakdas4022
@kanakdas4022 2 жыл бұрын
জয় জুবিন দা ❤️
@nobajitkolita9626
@nobajitkolita9626 Жыл бұрын
Zubin da nijor Mota Sola lov da
@bobitadas1589
@bobitadas1589 2 жыл бұрын
আমাৰ অতিতৰ সংস্কৃতি আমি ৰক্ষা কৰিযাম বিহু বোলি এটা সাহায্য ৰ প্ৰয়োজন নাই ।
@Chao_Dip
@Chao_Dip 2 жыл бұрын
অতীত, বুলি
@debajitgogoi6682
@debajitgogoi6682 2 жыл бұрын
জুবিন দাৰ কথাষাৰৰ মই সন্মত 💯।
@ASM_GAMING1243
@ASM_GAMING1243 2 жыл бұрын
Next Level Zubeen Da
@ASSAMMUSICAL
@ASSAMMUSICAL 2 жыл бұрын
Right kotha koise Zubeen daa ❤️❤️❤️1.5 lakh ki bihu hoi nky 15 Lakh diyok
@debojitnarah4290
@debojitnarah4290 2 жыл бұрын
বিহু ৰাইজে পাতে তুমি কবলৈ কোন mja disa Zubin da ❤️🤟
@jantuassam7517
@jantuassam7517 2 жыл бұрын
মৰাণ হয়। ৰাতিবিহু পাতিমেই। লাগি লে দুমাহৰ হক কবলৈ নাই।।,❤️
@Chao_Dip
@Chao_Dip 2 жыл бұрын
"হওক" হ'ব বানানটো
@uttamcreation1593
@uttamcreation1593 2 жыл бұрын
Zubeen daa you are right 👍❤️
@bulendas8484
@bulendas8484 Жыл бұрын
Really
@kushalsaikia1214
@kushalsaikia1214 2 жыл бұрын
এতিয়া বিহু কেতিয়া পাতিব সেইয়া কি অসমৰ CM আহি নিৰ্ধাৰণ কৰিব ? Power a matha t dhorise .
@temsulongkumer5357
@temsulongkumer5357 2 жыл бұрын
Well said.💪💪👊👊
@mridulkalita4495
@mridulkalita4495 2 жыл бұрын
বিহু কেতিযা পাতিব প্ৰকৃতিয়ে ক'ব ।
@abinashtalukdar6603
@abinashtalukdar6603 2 жыл бұрын
জুবিন দাদা মোৰ কাৰণে ভগৱান 🙏
@anupomsonowal428
@anupomsonowal428 Жыл бұрын
😂😂😂😂😂
@nayakinfo4613
@nayakinfo4613 2 жыл бұрын
অসমত বিহু পাতিবই অসমীয়া ই। বজাৰত চান্দা তুলি সকলোৱে বিহু নাপাতে।।চান্দা তুলি পতা বজাৰৰ বিহু এদিন কমি গলেও।আমাৰ পথাৰৰ বিহু সদায় জীয়াই থাকিব। তাত কোনো ৰাজনৈতিক নেতাৰ হকা বাধা নচলিব। এইটোও সচাঁ কথা পথাৰত বিহু সদায় চলিবলৈ হলে আমি অসমীয়া সকলে পথাৰৰ মাটি অনাঅসমীয়া ক বেচি চহৰমুখী হব নালাগিব। বৰ্তমান সময়ত আমি দেখা পাইছো যে অসমীয়া ৰ মাটি পথাৰত থকা বহুতে বেছি আছে, চহৰমুখী হৈছে।
@lakhidoley135
@lakhidoley135 2 жыл бұрын
Right bro khtm hoi goise pother naikia hobo ru. Pisot Saul kini khbo loga hobo belek rajyor pora Saul anibo lagibo sorkare ru Saul or dam bahi jabo. Bihu patiboloi jega naikia hoi jabo ru
@punambordoloi4030
@punambordoloi4030 2 жыл бұрын
ধন্যবাদ।
@খাটিঅসমীয়াকছাৰীছোৱালী
@খাটিঅসমীয়াকছাৰীছোৱালী 2 жыл бұрын
জুবিন দাই সদায় চিধা‌ কথা কয় সদায় আছু আপুনাৰ লগত Love you jubenda🥰🥰🥰
@nhkraktimvlogs2369
@nhkraktimvlogs2369 2 жыл бұрын
বহু তৰ্ক বিতৰ্ক হল জীয়াই থকাৰ সময়ত জুবিন দাদাক All Assam Culture secretary হোৱাতো বিচাৰো আৰু ৰাইজে মতামত আগবঢ়াই যেন
@monuranjangogoi6276
@monuranjangogoi6276 2 жыл бұрын
Good reply by a responsible man
@rajtalukdar2315
@rajtalukdar2315 2 жыл бұрын
😂😂😂
@nayanjyoti2315
@nayanjyoti2315 Жыл бұрын
Balor mantri
@YAARIYANYAARIYAN
@YAARIYANYAARIYAN 2 жыл бұрын
Zubeen da ....U r right
@দিপাঙ্কৰমৰাণ
@দিপাঙ্কৰমৰাণ 2 жыл бұрын
জুবিন দা মতে মই একমত👍👍👍👍👍
@suminvlogs543
@suminvlogs543 2 жыл бұрын
এমাহ দুমাহ ইলেকচনৰ প্ৰচাৰ চলাব পাৰে 🤬
@arundhan9812
@arundhan9812 2 жыл бұрын
Zinda bad jubin da💘💘💘💘💘💘💘💘💘💘💘💘💘💘💘💘💘💘💘
@tarunsaikia7298
@tarunsaikia7298 2 жыл бұрын
Thank you jubin da
@rosmigogoi9885
@rosmigogoi9885 Жыл бұрын
Hosa kotha zubeen da
@abhijitborah4710
@abhijitborah4710 2 жыл бұрын
বিহুত পলিটিক্স নকৰিবা মামা 🙏 জয় জুবিন দা ✊
@bhrigukumarroy6130
@bhrigukumarroy6130 2 жыл бұрын
You are great zubeen da🤟👍👍👍 love you 😘😘
@ayusayus3155
@ayusayus3155 2 жыл бұрын
সেইকাৰনে জুবিন সদাই জুবিন❤❤❤❤❤❤❤❤❤❤❤❤
@moinachabukdhara5822
@moinachabukdhara5822 2 жыл бұрын
Love you Zubeen da
@mahiburrahman3650
@mahiburrahman3650 2 жыл бұрын
We always agree with you Zubeen Daa 👍👍👍👍👍
@rohanchoudhury__111
@rohanchoudhury__111 2 жыл бұрын
জয় জুবিন দা ❤🔥
@JOHN_T123
@JOHN_T123 2 жыл бұрын
চবতে কিয় ৰাজনীতি???? জুবিন গাৰ্গে কোৱা কথাত একমত।
@mukthangbasumatari3770
@mukthangbasumatari3770 2 жыл бұрын
Jubeen da is correct ... CM need not to enter fair everywhere..... its public matter.
@denishamsih5726
@denishamsih5726 Жыл бұрын
CM eh bihu patiboloi mana kora nai nhoi raijyok.....okol kole j heavy heavy sanda uthuwa 2 komabo lage,hekrne 1.50lakh toka ke hohai aag boruwa hoise sorkaror phalor pra..heya ki beya hol ni
@romenboro9784
@romenboro9784 Жыл бұрын
Write zubeenda
@nityamorang2665
@nityamorang2665 2 жыл бұрын
জয় আই অসম,,আমি জুবিনদাৰ লগত সদায়ে থাকিম,,,🙏🙏🙏
@dkassam3127
@dkassam3127 2 жыл бұрын
Joi zubeen da❤
@opantani8250
@opantani8250 2 жыл бұрын
জয় জুৱিন দা জয় আইয় অসম🙏🙏🙏
@diganta-extra
@diganta-extra 2 жыл бұрын
Aapuni Bihu arile nohbo .. 1khon holeu koribo lagibo
@mrinalbaruah7095
@mrinalbaruah7095 2 жыл бұрын
Right 💯 legendary singer♥️
@knmusical226
@knmusical226 2 жыл бұрын
জুবিন ৰ কথাত মইয়ো একমত আছো জয় জুবিন দা
@instagramreels9779
@instagramreels9779 2 жыл бұрын
Jai Zubeen da
@ZubeenDa9864
@ZubeenDa9864 Жыл бұрын
Zubeen mojo
@AMN2023
@AMN2023 2 жыл бұрын
বিহু আমাৰ, আমাৰ কথা কিমান দিন পালন কৰোঁ।
@bikiroy350
@bikiroy350 2 жыл бұрын
সেই কাৰনে মানুহ জনক ভাল লাগে (জুবিন দা আপুনাক বহুত ভাল পাওঁ ♥️♥️)
@Chao_Dip
@Chao_Dip 2 жыл бұрын
আপোনাক, কাৰণে
@sumanb34
@sumanb34 2 жыл бұрын
I support Zubeen Da❤️lotz of love
@bishalkandulna477
@bishalkandulna477 Жыл бұрын
Mojaa jobin daa
@kuldipphukan9058
@kuldipphukan9058 2 жыл бұрын
Zubeen da op ❤❤
@entertainment4301
@entertainment4301 2 жыл бұрын
জয় জুবিন দা ,❤️❤️
@satyabratdevnath5085
@satyabratdevnath5085 2 жыл бұрын
Zubeen daa jui
@paramanandabora1047
@paramanandabora1047 Жыл бұрын
জুবিন গাৰ্গে অতি সচা কথাটো কৈছে। অসমীয়া মানুহৰ সাংস্কৃতিক কথাবোৰত চৰকাৰী বিষয় কেতিয়াও হ'ব নোৱাৰে। আমাৰ চৰকাৰখন নিজৰ সীমাৰ ভিতৰত থাকিলে ভাল।
@namanamancreation5463
@namanamancreation5463 2 жыл бұрын
Great Zubeen daa 🔥🔥
@akshaykumarphukan6612
@akshaykumarphukan6612 2 жыл бұрын
Zubeen da amar kheyar amothu👍👍👍
BAYGUYSTAN | 1 СЕРИЯ | bayGUYS
36:55
bayGUYS
Рет қаралды 1,9 МЛН
“Don’t stop the chances.”
00:44
ISSEI / いっせい
Рет қаралды 62 МЛН
Zubeen দাৰ Studioত✨ @zubeengargmusic4594
6:24
The Brownfairy_Ankita
Рет қаралды 36 М.
Kenapa aku menikah sama cowok jawa & pertanyaan lainnya.
14:16
Ameliya_jowo
Рет қаралды 1,4 МЛН
BAYGUYSTAN | 1 СЕРИЯ | bayGUYS
36:55
bayGUYS
Рет қаралды 1,9 МЛН