JUJ EAKHON HOBO (যুঁজ এখন হ'ব) | MANAS ROBIN | NEW ASSAMESE SONG 2024

  Рет қаралды 444,866

Manas Robin

Manas Robin

Күн бұрын

JUJ EAKHON HOBO (যুঁজ এখন হ'ব) | MANAS ROBIN | NEW ASSAMESE SONG 2024.
Song : JUJ EAKHON HOBO
Singer : Manas Robin & Group
Lyrics : Manas Robin
Composer : Manas Robin
Music Label : Manas Robin’s Production
Manas Robin,Manasrobin,Assam,Assamese,Zubeen Garg,Bhupen Hazarika,Junbai,Bihu,Mausami Sahariya,Krishnamoni Das,Joj ekhon hobo,JUJ EAKHON HOBO,যুঁজ এখন হ'ব,MANAS ROBIN,NEW ASSAMESE SONG 2024,juj eakhon hobo song,new assamese song 2024,new assamese song 2024 all,new assamese song 2024 bihu,new assamese song 2024 neel akash,new assamese song 2024 video,new assamese song 2024 hit song,new assamese song 2024 achurjya borpatra,new assamese song 2024 nilakshi neog,new assamese song 2024 album,new assamese song 2024 all bihu,assamese new song 2024 all hit,all new assamese song 2024,assamese new audio song 2024,bihu,bihu hits,zubeen garg,utpal das,vitali das,shyamantika
My Social Links :-
wikipedia : en.wikipedia.o...
Website : www.manasrobin...
Facebook : / manasrobinofficial
Twitter : / manasrobin
Instagram : / manas_robin
KZbin Music : / manas robin - topic
Gaana : gaana.com/arti...
Hungama : www.hungama.co...
Music.Apple : / manas-robin
Wynk : wynk.in/music/...
JioSaavn : www.jiosaavn.c...
Raaga : www.raaga.com/...
Spotify : open.spotify.c...
Play.Google : play.google.co...
JUJ EAKHON HOBO (যুঁজ এখন হ'ব) | MANAS ROBIN | NEW ASSAMESE SONG 2024.
JUJ EAKHON HOBO (যুঁজ এখন হ'ব) | MANAS ROBIN | NEW ASSAMESE SONG 2024.

Пікірлер: 2 100
@biswajyotibora5639
@biswajyotibora5639 5 ай бұрын
সুন্দৰ ককাইদেউ .সুন্দৰ উপস্থাপন
@krishnadoley84
@krishnadoley84 5 ай бұрын
সুন্দৰকৈ জনগণৰ সমস্যাবোৰ প্ৰকাশ কৰা হৈছে।
@jimidas7050
@jimidas7050 5 ай бұрын
জীয়া বাস্তৱ👍, সাহস দেখি ধন্য। বাকী গীতটি ধুনীয়া ❤️
@birinchikr.hazarika347
@birinchikr.hazarika347 5 ай бұрын
গা গৰম হৈ গল
@dipakdas4875
@dipakdas4875 5 ай бұрын
যিকিনহওক ভাল লাগিল গানৰ সুৰেৰে কথাখিনি শুনি
@pintugogoi7746
@pintugogoi7746 5 ай бұрын
সমসাময়িক আৰু অতি প্ৰাসংগিক গীত। চেল্যুট মানস ককাইদেউলৈ।
@bhabajitbarman4798
@bhabajitbarman4798 5 ай бұрын
নিৰ্বাচনৰ আগত খুউব প্ৰয়োজন আছিল এনে গান এটাৰ ॥❤
@NikitaSharm-o6d
@NikitaSharm-o6d 5 ай бұрын
​@@bhabajitbarman4798😅😅😅😅😅😅
@xupnorrong6523
@xupnorrong6523 5 ай бұрын
সুন্দৰ মানস দাদা👌👌সাহসীকতাৰে গীতৰ মাজৰে ৰাইজৰ মাজলৈ দাঙি ধৰিলে সত্যতা 👌👌সজাগ কৰিলে জনতাক ♥️♥️
@bonjyotirabha4294
@bonjyotirabha4294 5 ай бұрын
বহুত বহুত ভাল লাগিল গানটো শুনি
@digantababuvlogs3583
@digantababuvlogs3583 5 ай бұрын
সুন্দৰ উপস্থাপন ককাইদেউ❤❤ যুজঁ হব
@ljk6618
@ljk6618 5 ай бұрын
সাহসী আৰু শক্তিশালি শিল্পীৰ কণ্ঠ 🎊🎉👍।
@gogoideepak2
@gogoideepak2 5 ай бұрын
সুন্দৰ, ৰাইজে উপলব্ধি কৰক!
@shurabhichetia7307
@shurabhichetia7307 5 ай бұрын
একদম জোখৰ সময়তে উলিয়াইছে গানটো😊😊
@pranamiofficial3472
@pranamiofficial3472 5 ай бұрын
বৰ সুন্দৰ হৈছে, আজিৰ জনতাক সজাগ কৰাৰ বাবে শ্ৰদ্ধাৰ মানস ৰবীন দেৱক অভিনন্দন জনালো। জয় শ্ৰীকৃষ্ণ।
@jyotiprovachangmai6385
@jyotiprovachangmai6385 5 ай бұрын
Egood googd
@beautifullifejourney28liza
@beautifullifejourney28liza 5 ай бұрын
Jonatai Buji palei hol...
@paparidevi720
@paparidevi720 5 ай бұрын
​@@jyotiprovachangmai6385dyuhiifg😮😅😊😊😊😊😊😊😊
@paparidevi720
@paparidevi720 5 ай бұрын
Dtujh😢😢😮😅😅😊 jocjl
@paparidevi720
@paparidevi720 5 ай бұрын
Fuorritfhjddhl❤😂😂🎉😮😅😊😊😊😊😊😊😅fujg
@bhabeshbora5193
@bhabeshbora5193 5 ай бұрын
এনেকৈয়ে সঁচা অৰ্থত শিল্পী হৈ ৰাইজৰ মাজত থাকক। চৰকাৰী প্ৰলোভনত ভোল গৈ ৰাইজৰ পৰা আতঁৰি নেযায় যেন। শুভেচ্ছা জনালোঁ।
@HiteshDeka-hp7nf
@HiteshDeka-hp7nf 5 ай бұрын
ধন্যবাদ মানস দা বহুত বহুত ধন্যবাদ্এয়েই আচল শিল্পী
@julekhabegum768
@julekhabegum768 5 ай бұрын
সময়ৰ সঁচা গান। এয়া সময়ৰ আহ্বান। চেল‍্যুট জনাইছোঁ মানস দা
@mubarakhussain1703
@mubarakhussain1703 5 ай бұрын
Nice❤❤
@bikalpagogoigogoi7246
@bikalpagogoigogoi7246 5 ай бұрын
শিক্ষিত যুৱ প্ৰজন্মই এইবাৰ ইয়াৰ প্ৰত্যুত্তৰ দিব , জয় আই অসম ✊✊
@nipuboruah9192
@nipuboruah9192 5 ай бұрын
Right dada
@bashisthaboro9824
@bashisthaboro9824 5 ай бұрын
Netswoi dim
@dhirajsaikia5934
@dhirajsaikia5934 Ай бұрын
BJP ONLY❤
@Ajduflelem
@Ajduflelem 5 ай бұрын
চৰকাৰী গায়ক, অভিনেতা আৰু শিল্পীৰ মাজত থকা পাৰ্থক্য। মানস দা 🔥
@nityanandamahanta1849
@nityanandamahanta1849 5 ай бұрын
মানস দা অতি সুন্দৰ সময় উপযোগী সছা কথা কৈছে
@amitdas5302
@amitdas5302 5 ай бұрын
সুন্দৰ গান
@kingofwar4559
@kingofwar4559 5 ай бұрын
সুন্দৰ ককাইদেউ
@abdurrohman6442
@abdurrohman6442 5 ай бұрын
মানস ৰবিন দাৰ কাৰণে like এটা👍❤️❤️
@Alone-f8k
@Alone-f8k 5 ай бұрын
Aitu dislike or emoji hey hoi burbok😶
@abdurrohman6442
@abdurrohman6442 5 ай бұрын
@@Alone-f8k gusigol
@variableplay9467
@variableplay9467 5 ай бұрын
Dislike দিছোঁ ।😂😂
@Alone-f8k
@Alone-f8k 5 ай бұрын
@@variableplay9467 Andbhakt hoy chagey apuni no ?😂
@KhyatirajGogoi-fp4rg
@KhyatirajGogoi-fp4rg 5 ай бұрын
সাংঘাটিক ধুনীয়া হৈছে দাদা গানটো,,,,, সুন্দৰ ✊🙏🙏🙏✊✊✊
@KabitaSaikia-v8n
@KabitaSaikia-v8n 5 ай бұрын
এইয়া হে সঁচা অৰ্থত প্ৰকৃত শিল্পী। জনতাৰ এই সাহসী কন্ঠক ভগৱানে কুশলে ৰাখক।
@NurRamahammadMohammad
@NurRamahammadMohammad 5 ай бұрын
Good 👍🏽👍🏽👍🏽👍🏽👍🏽👍🏽👍🏽👍🏽👍🏽👍🏽👍🏽
@abhaydas554
@abhaydas554 5 ай бұрын
আপোনালোকৰ পৰা এনেধৰণৰ গীত আশা কৰোঁ৷ তেতিয়াহে সাধাৰণ জনতাৰ মাজত সচেতনতা আহিব ! আপোনাৰ এইগীতটো বহুত ভাল লাগিছে দিয়ক৷ আকৌ সমাজমুখী সংগীত পাম বুলি আশা কৰিম দাদা৷ এতিয়া সামাজিক গীতৰ প্ৰয়োজনবোধ কৰিছো ৷
@ramdhenu578
@ramdhenu578 5 ай бұрын
Ravi Sharma আৰু Manash Robin, এইদুজনক হে কোনেও কিনিব নোৱাৰিলে আৰু কিনিবলৈ সাহসো ন'হৱ কিজানি। বিশ্বাসযোগ্য দুজন শিল্পী
@Youthindia876
@Youthindia876 5 ай бұрын
Zubeen da thakil
@imagenixproduction4079
@imagenixproduction4079 5 ай бұрын
Teu etiya BJP bhakta​@@Youthindia876
@NikitaSharm-o6d
@NikitaSharm-o6d 5 ай бұрын
​@entertai😊😊😊😊😊nlifeevent7829
@NikitaSharm-o6d
@NikitaSharm-o6d 5 ай бұрын
​@@Youthindia876😊😊😊😊😊
@sanidulislam4007
@sanidulislam4007 5 ай бұрын
Right
@purnakantagoswami1836
@purnakantagoswami1836 5 ай бұрын
বহুত ভাল লাগিছে। মানস ৰবীন লৈ আন্তৰিক শুভেচ্ছা জনালোঁ লগতে সকলোৱেই যুজখনত অংশগ্ৰহণ কৰি ভক্ত বাহিনীৰ বিৰুদ্ধে ভোট দিয়ক।
@sajidzamal3206
@sajidzamal3206 5 ай бұрын
সুন্দৰ হৈছে
@pameydoley1542
@pameydoley1542 5 ай бұрын
যি পৰিস্তিতি চলি আছে সেইটো গায় দিলে | চেলুট দাদা ❤❤❤🎉🎉
@TankeswargohainTankeswar
@TankeswargohainTankeswar 5 ай бұрын
সুন্দৰ ককাইদেউ এনেকৈ নিৰপেক্ষ হৈ কাম কৰক
@Anamikashine17
@Anamikashine17 5 ай бұрын
ভাল লাগিল। গানৰ মাজেৰে সকলোকে বুজাই দিছে।
@MontuGogoi-dw5nz
@MontuGogoi-dw5nz 2 ай бұрын
মজা লাগিছে
@gitamoniboruah7260
@gitamoniboruah7260 5 ай бұрын
ককাই আপোনালৈ আন্তুৰিক শ্ৰদ্বা থাকিল ।
@parthajyotisingha244
@parthajyotisingha244 5 ай бұрын
এয়া হে এজন প্ৰকৃত শিল্পী যি নিজৰ শিল্প কলাৰে প্ৰতিবাদ কৰে ৰাজপথত নহয়। নহলে আজিকালি এজন শিল্পী হবলৈও কিছুমান সংগঠনৰ নেতা কিছুমান সাংবাদিক পৰা চাৰ্টিফিকেট ল'ব লগা হয়। ধন্যবাদ মানস দা।
@RajumoniRajumonidas
@RajumoniRajumonidas 5 ай бұрын
সুন্দৰ আৰু সময়োপযোগী গীত ।‌🎉🎉🎉
@kushalkumar5715
@kushalkumar5715 5 ай бұрын
ইয়াকেই কয় ৰাইজৰ কণ্ঠ। মানস ৰবীন এদিন সচা অৰ্থত গণশিল্পী হব। আমি আশাবাদী 💐💐💐👍👍
@manabborah7872
@manabborah7872 5 ай бұрын
সুন্দৰ, সময় উপযোগী উপস্থাপন
@ranujpegu765
@ranujpegu765 5 ай бұрын
Nice song❤
@krishnabhuyan2012
@krishnabhuyan2012 5 ай бұрын
Good 👍
@mrigaleeborah.6639
@mrigaleeborah.6639 5 ай бұрын
সময়োপযোগী গান,সুন্দৰ।
@pinkubaruah908
@pinkubaruah908 5 ай бұрын
সুন্দৰ দাদা,,, এই বাৰ যুজ এখন হব
@creativethoughts1091
@creativethoughts1091 5 ай бұрын
সুন্দৰ , সচাঁকৈয়ে এইবাৰ যুঁজ এখন হব ৷
@hirondutta4331
@hirondutta4331 5 ай бұрын
সুন্দৰ হৈছে ককাইদেউ ❤
@MainulHoque-rx7jo
@MainulHoque-rx7jo Күн бұрын
উত্তম বিহুসৰীয়া গীত , এইনে ধৰনৰ গীত সমুহৰ ভৱিষ্যত কামনা কৰিল ,
@rajibsaud3757
@rajibsaud3757 5 ай бұрын
বিৰাট ভাল লাগিল গীতটি শুনি। বৰ্তমান দেশৰ পৰিস্থিতিটো সম্পূৰ্ণ ফুটাই তুলিছে গীতটিত।।👍👍👍
@danujvlog
@danujvlog 5 ай бұрын
ধুনীয়া দাদা। সময় উপযোগী
@bandipagogoi6668
@bandipagogoi6668 5 ай бұрын
ককাইদেউ এইবাৰহে এইবাৰ ✊✊ যুঁজ এখনৰ অত্যন্ত প্ৰয়োজন এতিয়া.. ৰাইজে ৰজা, কথাতে কয় নহয় ৰাইজে নখ জোকাৰিলে নৈ বয় নতুবা একতাই পৰম বল.. ৰাইজক মজা দিয়া সকল এইবাৰ হুচিয়াৰ 🫵
@variableplay9467
@variableplay9467 5 ай бұрын
হা হা হা 😂😂😂
@NikitaSharm-o6d
@NikitaSharm-o6d 5 ай бұрын
​@@variableplay9467😊😊😊😊😊😊
@aryankoch5592
@aryankoch5592 5 ай бұрын
Juii♥️♥️💥🔥
@jrsofficial01
@jrsofficial01 4 ай бұрын
Nice song
@RanjitDas-lc1ur
@RanjitDas-lc1ur 5 ай бұрын
প্ৰেমৰ গান গোৱা দলাৰ বগৰী ৰাজনৈতিক শিল্পী অনেক হ'ল। পিচে, জাতিক জগাব পৰা গান গোৱা মানুহ তেনেই সীমিত। এই সীমিত সংখ্যকৰ ভিতৰত "পগলা মানস" অন্যতম। "যুঁজ"ৰ বাবে তেওঁলৈ অশেষ ধন্যবাদ যাচিছো। গীতটোত টোল গেট আৰু যধে-মধে কটা যান-বাহনৰ ফাইনে ৰাইজৰ মাজত কৰা সন্ত্ৰাসৰ কথাটোৱেও ঠাই পোৱাটো উচিত আছিল।
@BontiKumari-kb8tj
@BontiKumari-kb8tj 5 ай бұрын
ধুনীয়া
@JanuBaruah-k9f
@JanuBaruah-k9f 5 ай бұрын
Dhuniya kokaidew . Respect from Mangaldai
@hndekari8011
@hndekari8011 5 ай бұрын
সুন্দৰ । বৰ ভাল লাগিল । সাম্প্ৰতিক সময়ৰ বাস্তৱ সত্য । তেজাল গান । অসমৰ ৰাইজলৈ সকীয়নি ।।
@MamuBorah-nf8so
@MamuBorah-nf8so 5 ай бұрын
অসমৰ ‌সাহসী আৰু শক্তিশালী শিল্পী
@nityanandamahanta1849
@nityanandamahanta1849 5 ай бұрын
মানস দা গানটো সময় উপযোগী হৈছে, ধন্যবাদ
@utpalbora4383
@utpalbora4383 5 ай бұрын
Mojaa dada juj eakhon hobo eaibar
@arjunrajmusical3600
@arjunrajmusical3600 5 ай бұрын
Barhiya banaise dada.apuni prakrita silpi.
@srofficial423
@srofficial423 5 ай бұрын
Moja ....bastab kotha ....koise
@sanjeevdutta8809
@sanjeevdutta8809 5 ай бұрын
সঁচা শিল্পীৰ প্ৰতিবাদ। সুন্দৰ উপস্থাপন।
@HirakjyotiDeka-sr4cx
@HirakjyotiDeka-sr4cx 5 ай бұрын
সুন্দৰ ককাইদেউ।
@dadugogoi5548
@dadugogoi5548 5 ай бұрын
মানস ৰবীন এজন প্ৰকৃত জনতাৰ শিল্পী । 🙏👍👍👍👍
@protapsingmaslai9675
@protapsingmaslai9675 5 ай бұрын
Very very very nice song manas dada.❤❤❤❤❤
@digantaburagohain5769
@digantaburagohain5769 5 ай бұрын
সুন্দৰ অপ্ৰিয় হলেও সত্য। এতিয়া ৰাইজে বুজিলেই হ'ল!!!😢😢😢
@nirathengal1872
@nirathengal1872 5 ай бұрын
মজা মানস যুঁজ খন 🙏
@তপনবৰুৱা-ল৮য
@তপনবৰুৱা-ল৮য 5 ай бұрын
আমি অসমীয়া হয় জাতি মাতি কাৰনে আমি যুজিব লাগিব জয় আই অসম✊✊
@nipuboruah9192
@nipuboruah9192 5 ай бұрын
Right 👍 dada
@pankajhazarika18
@pankajhazarika18 5 ай бұрын
ধুনীয়া এৰি নিদিব, মাজে মাজে উলিয়াই থাকিব গান
@biswajitboruah7740
@biswajitboruah7740 5 ай бұрын
সময়োপযোগী সুন্দৰ গীত
@purnaboro4944
@purnaboro4944 5 ай бұрын
বঢ়িয়া হৈছে ।
@BijitDutta
@BijitDutta 5 ай бұрын
চৰকাৰ যাৰেই নহওঁক আমি যুজঁ দি যাম মানস ৰবীনৰ লগত জাতি- মাটি-ভেটিৰ গীত গাম। যুজঁ এখন হব বান্ধৈ যুজঁ এখন হব। এই যুঁজৰ আদিও নাই অন্তও নাই। এই যুঁজ চিৰন্তন, এই যুঁজ অনন্ত।
@RatulGogoi-t9o
@RatulGogoi-t9o 5 ай бұрын
সুন্দৰ মজা দিছে
@Testyfoodfactory
@Testyfoodfactory 5 ай бұрын
চেল্যুত মানস দা। সাহস মানিছো আপোনাৰ।
@jyotirmoyborah7197
@jyotirmoyborah7197 5 ай бұрын
Mojja 🎉 ❤ joy ai axom ❤
@SarbeswarDoley-sw3zf
@SarbeswarDoley-sw3zf 5 ай бұрын
Mojjjjjj ❤
@binoykalita7597
@binoykalita7597 5 ай бұрын
ৰবীন সময় উপযোগী গীত পৰিৱেশন কৰিছা। জনতাই এই গীতটো শুনিলৈ নিজকে এবাৰ শুধি ছাওক ,।
@bitumonisaikia5498
@bitumonisaikia5498 5 ай бұрын
সুন্দৰ ককাই
@PDR_Creations
@PDR_Creations 5 ай бұрын
মজ্জা দাদা। Share কৰিব পাৰিনে?
@MrigankaBora-dk9zh
@MrigankaBora-dk9zh 4 ай бұрын
Very nice manosh da🎉❤❤
@MonalishaHazarika-c2x
@MonalishaHazarika-c2x 4 ай бұрын
Moja. Song
@djcreation580
@djcreation580 5 ай бұрын
সুন্দৰ উপস্থাপন
@ratul_das_majuli
@ratul_das_majuli 5 ай бұрын
মাজুলীৰ প্ৰান্তে প্ৰান্তে বৰ্তমান এটাই নাম Gaurav Gogoi❤❤❤
@gajiurrahman4481
@gajiurrahman4481 4 ай бұрын
❤ gaurav Gogoi
@enjoy-ane
@enjoy-ane 5 ай бұрын
Moja assam tanekua birodhi konthor khub proyojon
@Evani_Biswa_GK_Study
@Evani_Biswa_GK_Study 5 ай бұрын
Dhuniya disea manash daa
@PoriSaikia-h3t
@PoriSaikia-h3t 5 ай бұрын
Mojjjjjjjja❤❤❤❤❤
@bibliophile-xj2ri
@bibliophile-xj2ri 5 ай бұрын
জয় আই অসম✊ জাতীয়তাবাদ অবিহনে অসমীয়া জাতি নিঃশেষ। যুঁজ এখন হোৱাটো বাঞ্চনীয়।
@lakhyajeetregon6256
@lakhyajeetregon6256 5 ай бұрын
সুন্দৰ ককাই,👍
@amarbaruah5860
@amarbaruah5860 5 ай бұрын
very good Manash daa❤❤❤❤
@Sankarjitcreation
@Sankarjitcreation 5 ай бұрын
👍👍
@ratulsurjoredsun8530
@ratulsurjoredsun8530 5 ай бұрын
Mozza 👌
@ourassam2022
@ourassam2022 5 ай бұрын
Maja ❤❤ যুজ এখন হ'ব কিন্তু ৰাইজে যানো মজা দিব❤️❤️❤️ জয় আই অসম ❤❤❤❤
@suvonkar1985
@suvonkar1985 5 ай бұрын
বৰ সুন্দৰ
@harekrishnabora6743
@harekrishnabora6743 5 ай бұрын
সঁচা কথা এইবাৰ জুজ এখন সচাই হব। মানসৰবীন ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছো
@Mrbikashchettry
@Mrbikashchettry 5 ай бұрын
Moja desa dada
@AbinashBora-ok3xd
@AbinashBora-ok3xd 4 ай бұрын
ধন্যবাদ মানস দাদা ..... এয়াহে প্ৰকৃত শিল্পী ....
@AnantaChutia-ll7og
@AnantaChutia-ll7og 5 ай бұрын
Moja lagil dada❤❤❤❤❤
@bimanbrahmaputra2898
@bimanbrahmaputra2898 5 ай бұрын
সুন্দৰ ককাইদেউ ,,, যুজঁ হব
@prasantamedhi5167
@prasantamedhi5167 5 ай бұрын
xundor hoise
@jitukalita6279
@jitukalita6279 5 ай бұрын
Very very nice
@TenganiHoniOfficial
@TenganiHoniOfficial 5 ай бұрын
💯% Right. Joi Ai Axom
@lachitdas7038
@lachitdas7038 5 ай бұрын
সুন্দৰ ___
@sabetrigamang5975
@sabetrigamang5975 5 ай бұрын
বঢ়ীয়া বঢ়ীয়া দিছে।।।একদম সঁচা কথা।।।👌👌👌👌👌
Anjana 2005 | Audio Jukebox | Bihu Song | Zubeen Garg | NK Production
38:56
RDC Assamese Official
Рет қаралды 678 М.
The CUTEST flower girl on YouTube (2019-2024)
00:10
Hungry FAM
Рет қаралды 52 МЛН
Самое неинтересное видео
00:32
Miracle
Рет қаралды 2,7 МЛН
SHAPALAQ 6 серия / 3 часть #aminkavitaminka #aminak #aminokka #расулшоу
00:59
Аминка Витаминка
Рет қаралды 494 М.
SWADESH JUKEBOX | MANAS ROBIN |
24:28
Manas Robin
Рет қаралды 42 М.
BIPIN CHAWDANG // ASSAMESE #SONG
20:02
Mridu official
Рет қаралды 320 М.
POKHILA RONGA NILA | ASSAMESE VCD | MANAS ROBIN | LUIT | NAYAN NILIM | GAYATREE MAHANTA
44:08
LUIT MANAS ROBIN'S PRODUCTION
Рет қаралды 1,5 МЛН