Рет қаралды 35,425
🙏নমস্কাৰ🙏
সদৌতি অসমবাসী ৰাইজলৈ ঐতিহাসীক গোভা দেওৰজা পাৰম্পৰিক জোনবিল মেলাৰ শুভক্ষণত গোভা দেওৰজা বিহুৰ শুভেচ্ছা জনাই তিৱা স্বায়ত্ব পৰিষদৰ দ্বাৰা প্ৰযোজিত বৰতৰ সুৰীয়া গীত এটি আগবঢ়ালো। 🙏💖💖। গিতটি কণ্ঠদান কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী কণ্টেশ্বৰ দাৰফাং (বৰদলৈ) আৰু জুছিকা মুনিয়ে।
পাৰম্পৰিক গীতৰ কথা, সুৰ সংগ্ৰহ আৰু সংযোজক শ্ৰীযুত বাদল মুনি।
সংগীত, শব্দ সংমিশ্রণ দিলৰাজ ডেকা।
ভিডিও সম্পাদনা ভাস্কৰ ৰাগ।
কৃতজ্ঞতা স্বীকাৰ শ্ৰীযুত জীৱন চন্দ্র কোঁৱৰ,
মূখ্য কাৰ্য্যবাহী সদস্য,
তিৱা স্বায়ত্ব পৰিষদ : মৰিগাঁও, অসম।