অম্বুবাচী

  Рет қаралды 1,159,325

জ্যোতিময় Jyotimoy

জ্যোতিময় Jyotimoy

2 жыл бұрын

#ভাগৱতপাঠ #pranjitgogoi #bhagawatpath#pranjalprotimborah
ভাগৱত পাঠ ব্যাখ্যা
স্থান--নামতি লোনপুৰিয়া।
পদ্ম কাকতি বাপজনাৰ বাসগৃহ।
পাঠ আৰু ব্যাখ্যা-প্ৰাণজিৎ গগৈ,খনামুখ।
ভিডিঅ এডিট-প্ৰাঞ্জল প্ৰতীম বৰা।
শব্দযন্ত্ৰ-ভাই চাউণ্ড চাৰ্ভিচ,খনামুখ।
অনুষ্ঠানটি আত ধৰোতে আমি মহা অধমে জ্ঞাতে বা অজ্ঞাতে কৰা ভুলৰ বাবে আপোনাসৱ মহা মহন্তৰ চৰ#sibsagar ণত সেৱা জনাইছো...🙏🙏🙏

Пікірлер: 1 700
@bhusansarma8073
@bhusansarma8073 19 күн бұрын
শংকৰদেৱে সকলোকে সমান বুলি ভাৱিছিল কিন্তু এতিয়া ৰ শংকৰী বোৰে ধৰ্ম টোৰ মাজত বিভেদ অনা বুলি পৰিলক্ষিত হয় | ভগৱানৰ ওপৰত কোনো হব নোৱাৰে | জয় শ্ৰী ৰাম জয় মা কামাখ্যা ❤
@Jaanrdas6364
@Jaanrdas6364 17 күн бұрын
Val lagile huni krishno.. Mi kotha ata janib bisaru j Dev devi Ku puja koru Aru bisakh Koru ! Mi namghor logot tu jorit vogwank bisakh koru.! Kotha2 hol atia mi kak Ki korim kak manim.? Aru ata kouk beleg Dev Devir murtik sab korib napay ! Kintu krishno murti sab pay kio..? Krishno murtitu, murti nohoy neki ?
@ArunaBhuyan-ob1ey
@ArunaBhuyan-ob1ey 16 күн бұрын
Krishnak pujile Puja hokolure hoi . Prithoke pujile Puja kehu nolovoiyo. Buji louk
@pujapanservice3710
@pujapanservice3710 15 күн бұрын
@@ArunaBhuyan-ob1ey Tur baperok Puj okol marok nupujibi , marok khedi de gharor pora . Krishna k pujile hokoluke Puja hoi kotha kobole aaho . Krishna i koisile nki ? Muke pujibi belegok nupujibi buli . Ninda kora kotha eibur tohotor . Beleg rajyar krishna bhaktaitu hokluke Mane. Tohoti pabot joga adharmi mohapapi tohot.
@user-ug5xk3dg9o
@user-ug5xk3dg9o 12 күн бұрын
Apuni debi puja kore ki paise
@pujapanservice3710
@pujapanservice3710 12 күн бұрын
@@user-ug5xk3dg9o Toi Sankar dharma loi ki bal dal paiso, musolane Allah Mane ki paise , Christian a jishuk Mane hihote ki paise . Anor dharmak kamurai Kam tohotor . Tohotor dharma tu a hatya nki ei prithibit hajarta dharma ase . Tohotor sankari dharma harbe harba nohoi.
@jibonjyotidutta622
@jibonjyotidutta622 2 жыл бұрын
কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏
@jibonjyotidutta622
@jibonjyotidutta622 2 жыл бұрын
ধন্যবাদ
@subornaroy9303
@subornaroy9303 2 жыл бұрын
Krishna.krishna.hundar Byakhya.hewajanalu
@gitakotoky733
@gitakotoky733 Жыл бұрын
@@jibonjyotidutta622 Narayan Narayan Narayan .
@videoassamese.123
@videoassamese.123 Жыл бұрын
ঐতিহাসিক ঠাই🙏কাতি মাহত মনোবাঞ্ছা পূৰণৰ বাবে ভক্ত ই আগবঢ়াই ভোগ🙏kzbin.info/www/bejne/mmjHoZRqet92hLs
@dhrubajyotigogoi2269
@dhrubajyotigogoi2269 Жыл бұрын
কৃষ্ণ প্ৰভু🙏, কৃষ্ণ প্ৰভু🙏, কৃষ্ণ প্ৰভু🙏,
@debojanibhattacharjya7385
@debojanibhattacharjya7385 18 күн бұрын
জয় মা কামাখ্যা। এই মহাপণ্ডিত ৰ জ্ঞান অপৰিসীম যেন পাওঁ
@ArunaBhuyan-ob1ey
@ArunaBhuyan-ob1ey 16 күн бұрын
Apunar he Gyan oprikhim diok . Eman hundorkoi Sastro honmotto kotha kuar pisotu eyake Buji pale
@ramaborah3940
@ramaborah3940 2 жыл бұрын
কৃষ্ণ সেৱা জনালোঁ🙏🙏
@mridusmitasaikia7123
@mridusmitasaikia7123 2 жыл бұрын
জয় জয় শ্ৰীকৃষ্ণ 🙏
@ratulHandique10
@ratulHandique10 18 күн бұрын
হৰ হৰ মহাদেৱ। জয় মা কামাখ্যা।
@OnlineTrading-qh8cb
@OnlineTrading-qh8cb 17 күн бұрын
শংকৰ সংঘ ওলোটা শাস্ত্ৰ। শংকৰ সংঘ পাবত গজা।
@pujapanservice3710
@pujapanservice3710 15 күн бұрын
@@OnlineTrading-qh8cb ekdom thik kotha , ehotor Dore anok ninda kora ku saritra manuh prithibit nai. Musalman Bhai Gitai bhal.
@BandanaKalita-tr9xh
@BandanaKalita-tr9xh 14 күн бұрын
সাই কাৰণে সংকৰ সংঘ অসম ত নাম আছে কিন্তু আন বোৰৰ নাম নাই।সঁচা কথা কোৱা কাৰণে গাত লাগিছে কিছুমান মানুহৰ। জয় গুৰু শঙ্কাৰ।।।
@pujapanservice3710
@pujapanservice3710 14 күн бұрын
@@BandanaKalita-tr9xh Bal dal naam ase tohotor, nijoke nije naam ase kobole laj thakibo lagibo tohotor. Om namah shivaya. Har har Mahadev. Ek hajarot 10 ta tohotor hongkori.
@OnlineTrading-qh8cb
@OnlineTrading-qh8cb 14 күн бұрын
@@BandanaKalita-tr9xh কি নাম আছে কওঁকচোন। অ' থাকিব পাৰে মহাচুৰ কেইটাতো শংকৰ সংঘয়ে। চুৰ কৰি চোৱা চিতা কাম কৰিবলৈ লাজ লাগিব লাগে। তাৰ পৰা সকাম পাতিবলৈ কলে নাম পাতিছো বুলি কয়।
@OnlineTrading-qh8cb
@OnlineTrading-qh8cb 14 күн бұрын
@@BandanaKalita-tr9xh যিমান শংকৰ সংঘত মানুহ আছে মহা পাপী আৰু কেলেংকাৰী কেইটাই আছে তেওঁলোকৰ ইতিহাস চাওঁকচোন তেতিয়া গম পাব।
@Tacnical-w5y
@Tacnical-w5y 2 жыл бұрын
কৃষ্ণ মই বহুত দিনৰ পৰা ভাবি আছিলো এই বাখ্যা টো শুনি বৰ বাবে ভাল লাগিল
@yourgamingyt469
@yourgamingyt469 2 жыл бұрын
কৃষ্ণ কৃষ্ণ হৰি ৰাম 🙏🙏🙏
@jibonchborah3819
@jibonchborah3819 Жыл бұрын
বসুমতী এগৰাকী মাতৃ বুলি ভাগৱতে কৈছে। বসুমতী ৰজস্বলা হয়। ৰজস্বলা অৱস্থাত বৰাহৰুপী বিষ্ণুৱে বসুমতীক উদ্ধাৰ কৰোঁতে ৰমণ কৰাৰ বাবে নৰকৰ জন্ম , এগৰাকী মাতৃ ৰজস্বলা মাতৃৰ যোনীমণ্ডলেদিয়েই হয় , পৃথিৱীৰ মাতৃৰ যোনী সেয়েহে এঠাইতেই থাকিব সেয়েহে গোটেই পৃথিবীয়েই অম্বুবাচীত অশুচী হয় ,,পাৰে যদি আমাৰ দ্বাৰা ৰচিত পৰম ব্ৰহ্মৰ সন্ধানত কিতাপ খনি পঢ়িব ,, আপুনি যে ক'লে শিব ই ভাং খাই, সেই তথ্য ক'ত পালে জনাব চোন,,আমি সেই তথ্য বিচাৰি কতো নাপালোঁ,,
@jodujunakakashmusical266
@jodujunakakashmusical266 8 ай бұрын
শিৱ‌ই ভাং খোৱা বুলি আমি আজিলৈকে পোৱা নাই 🙏🏻। আৰু জোতিময় বাপেও আজিলৈকে কোৱা নাই কৃষ্ণ ।
@anant8469
@anant8469 5 ай бұрын
আৰু কব গ'লে সকলো জীৱৰ পাৰ্বতী মা হয় । কোন মাকে নিজৰ সন্তানৰ বলি নিবিচাৰে।
@PratapKalita-xc7bb
@PratapKalita-xc7bb 27 күн бұрын
​@@anant8469jn ni
@bnjn5135
@bnjn5135 25 күн бұрын
​@@anant8469 ঠিকেই কৈছে আপুনি।
@sourabhborah9418
@sourabhborah9418 23 күн бұрын
কামাখ্যা দেৱী আৰু বসুমতি একে গৰাকী নহয়
@simantakalita3171
@simantakalita3171 Жыл бұрын
JAY MAA KAMAKHYA 🙏🙏🙏
@amritnath1156
@amritnath1156 Жыл бұрын
জয় মা কামাখ্যা🙏🌺🌺🌺🙏 🚩
@tonmoinath275
@tonmoinath275 2 жыл бұрын
হৰ হৰ মহাদেৱ সকলোকে আমি সমান বুলি ভাবো আগতে ত্তত্ব বুজি লবা তাৰ পিছত ব্যত্ত কৰিবা । হৰ হৰ মহাদেৱ জয় মা কাম্যাখা
@jyotimoy6018
@jyotimoy6018 2 жыл бұрын
কৃষ্ণ
@Littlemissperfect369
@Littlemissperfect369 2 жыл бұрын
5gp9 5th 3D was Xu Fu 9h tf@@jyotimoy6018 3 ||}
@niramchandrahaloi1871
@niramchandrahaloi1871 2 жыл бұрын
"আগতে তত্ত্ব বুজি লবা" এইখিনি অনুকৰণ কৰিলেই হব। কৃষ্ণ--- কৃষ্ণ----।
@Mrbeatsshorts01263
@Mrbeatsshorts01263 2 жыл бұрын
Har har mahadev🙏
@SurprisedBaseball-nx7xw
@SurprisedBaseball-nx7xw 22 күн бұрын
Toi nijake bahut maha pandit buli vabisa neki?
@DKNath-oe2ts
@DKNath-oe2ts 2 жыл бұрын
কৃষ্ণ বাপ জন ভক্তিভৰা সেৱাভাগি নিবেদিলো 🙏🙏🙏🙏
@mridulasonowal7096
@mridulasonowal7096 2 жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ প্রভু। সেৱাহে🙏🙏
@mamanideka4369
@mamanideka4369 Жыл бұрын
🙏 জয় গুৰু শঙ্কৰ 🙏 জয় শ্ৰীকৃষ্ণ 🙏 27.11.2022.
@hkbarman5216
@hkbarman5216 2 жыл бұрын
জয় গুৰু শংকৰ ।
@swadhinsaikia6947
@swadhinsaikia6947 2 жыл бұрын
কৃষ্ণ কৃষ্ণ আপোনাৰ অমৃত বৰষা ভাগৱতৰ ভাঙনি ভাগ শুনি বৰ আমোদ পালো ৷ভগৱানে সহায় কৰক ৷
@jayantidas3472
@jayantidas3472 Жыл бұрын
কৃষ্ণ বাপ ভক্তিৰে ভৰা সেৱা প্ৰদান কৰিলো গ্ৰহণ কৰিব কৃষ্ণ কৃষ্ণ 🙏🙏
@noyanbora1914
@noyanbora1914 Жыл бұрын
কৃষ্ণ কৃষ্ণ 🙏 বাপ জন আপোনাৰ দ্বাৰা গুৰুজনাৰ ভাগৱত ব্যাখ্যা শুনি অশেষ ভাল লাগিছে 🙏
@alukdas2951
@alukdas2951 2 жыл бұрын
জয় শঙ্কৰ গুৰু।
@user-kaushikvlog
@user-kaushikvlog 2 жыл бұрын
বৰ ভাল লাগিল শুনি, 🙏🙏🙏
@kamalsharma2034
@kamalsharma2034 Жыл бұрын
ভগৱন্ত আৰু আমাৰ মনুষ্যৰ মাজত বহুত পার্থক্য আছে। আমি শ্রীমন্ত শঙ্কৰ দেৱ আৰু মাধৱ দেৱৰ জন্ম আৰু মৃত্যু তিথি পালন কৰোত অথচ তেওঁলোক তো আমাৰ বংশৰ নহয়। কিয় পালন কৰো তেওঁলোক গুৰু দুজনা আমাৰ পিতৃ স্বৰূপ। ঠিক তেনেকৈ মা কামাখ্যা ৰজশ্বলা হ'লে আমি মাতৃ দেৱী হিচাপে হে মান্যতা দিও ৷ তেওঁ দেৱী .মানৱ নহয় ৷ ভগৱতত কোৱা মতেই যেনেকৈ বসুমতি আৰু বৰাহৰ সঙ্গমৰ ফলত নৰকাসুৰৰ জন্মৰ কথা কৈছে 'ঠিক তেনেকৈ মাতৃ বসুমতিৰ সৈতে যেতিয়া আমাৰ সান্নিধ্য স্থাপন হয় অর্থাৎ আমি বসুমতিত হাল বাও , কোৰ মৰা হয়, গছ পুলি ৰোৱা হয় তেতিয়া বেয়া প্রভাৱ পৰে বুলি পৌৰাণিক কালৰে পৰা বিশ্বাসক লৈ চলি আহিছে। মই মোৰ মনৰ ভাৱহে প্রকাশ কৰিলোঁ৷ ভুল হ'লে ক্ষমা কৰিব ৷
@mamilabhuuyan6391
@mamilabhuuyan6391 20 күн бұрын
পুৰনি কাল নাই,বৰতমান যুগত ভাগৱত ধৰ্ ম পালন কৰিব লাগে তেতিয়া জীৱনত মুকুতি লাভ কৰিব পাৰি
@hemantakumardatta284
@hemantakumardatta284 19 күн бұрын
Aeku bhul kowa nai.
@manashhazarika076
@manashhazarika076 19 күн бұрын
বসুমতী আহাৰ মাহত ৰজচলা বুলি আপুনি কেনেকৈ গম পালে । আহাৰ মাহত টো কামাখ্যা দেৱীহে ৰজচলা হৈ চোৱা হ'ল। তেন্তে হাল কোৰ কিয় নমাৰিব । যদি বৈজ্ঞানিক দৃষ্টিভঙ্গীৰে চোৱা যায় তেন্তে আহাৰ মাহত টো হাল বাবলৈ, কোৰ মাৰিবলৈ নাপায় বুলি পোৱা নাই ।
@baikunthagagai7359
@baikunthagagai7359 18 күн бұрын
Vul hoise akou,val dore bislyekhon kora buji paba
@pujapanservice3710
@pujapanservice3710 18 күн бұрын
Tohotor dharma branchat khula account. Hindu nohoi tohot
@binitaborah9125
@binitaborah9125 Жыл бұрын
কৃষ্ণ কৃষ্ণ🙏 বাপ বৰ সুন্দৰ লাগিল।
@sukhamtamuli5759
@sukhamtamuli5759 2 жыл бұрын
কৃষ্ণ বাপ বহুত ভাল লাগিল বহুতো নজনা কথা জনিলো🙏🙏🙏
@anirbanbaruah867
@anirbanbaruah867 18 күн бұрын
Gahori khua bap aaijon
@mouchumigogoi5024
@mouchumigogoi5024 2 жыл бұрын
প্ৰাণজিৎ প্ৰভু ভাল লাগিলে
@hemantadas2936
@hemantadas2936 Жыл бұрын
জয় প্ৰভু শ্ৰী কৃষ্ণ
@gorkhafocus620
@gorkhafocus620 Жыл бұрын
কৃষ্ণ কৃষ্ণ হৰি হৰি
@himangshugogoi3419
@himangshugogoi3419 2 жыл бұрын
Krishna Krishna 🙏🙏🙏
@lombitmoranofficial7781
@lombitmoranofficial7781 2 жыл бұрын
কৃষ্ণ 🙏
@bantideka823
@bantideka823 Жыл бұрын
বহুত ভাল লাগিল আপোনাৰ অমৃতময় কথা শুনি কৃতাৰ্থ হৈছোঁ।
@anantadoley4009
@anantadoley4009 Жыл бұрын
অমৃতময় কথা ভাল লাগিছে
@priyadoleypegu597
@priyadoleypegu597 Жыл бұрын
krishna krishna krishna ❤️🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻
@Pallobjyoti8913
@Pallobjyoti8913 2 жыл бұрын
জয় গুৰু্ শংকৰ
@apurbajyoti.deka.12
@apurbajyoti.deka.12 2 жыл бұрын
কৃষ্ণ কৃষ্ণ 🙏🙏
@goutamyein3833
@goutamyein3833 15 күн бұрын
সকলো ‌ভগৱানে্‌্সমান্‌্
@bishwabora8408
@bishwabora8408 17 күн бұрын
শাস্ত্ৰৰ উওম গীতা ভাগৱত ধৰ্মৰ উওম নাম দেৱৰ উওম দৈৱকী নন্দন চৰণে কৰো প্ৰমাণ🙏 কৃষ্ণ বাপ🙏
@jatnarabha9323
@jatnarabha9323 Жыл бұрын
কৃষ্ণ বাপ 🙏🙏 সুন্দৰ
@subhamjyotiborah5179
@subhamjyotiborah5179 2 жыл бұрын
কৃষ্ণ 🙏 বাপ আপোনাক ধন্যবাদ 🙏
@bhagyawatigohain3472
@bhagyawatigohain3472 2 жыл бұрын
🙏🙏🙏🙏🙏 আপোনাক বহুত বহুত ধন্যবাদ 🙏🙏🙏
@suddhaadhyatmikgyan5325
@suddhaadhyatmikgyan5325 Жыл бұрын
Bahut duniya... Hare Krishna🙏
@sarbeswarmadahi3058
@sarbeswarmadahi3058 2 жыл бұрын
ধন্য‌ আপোনাৰ বিশ্লেষণ
@gautamadhikary6547
@gautamadhikary6547 10 күн бұрын
Ghenta
@manojkolita6221
@manojkolita6221 11 ай бұрын
হুইবেক ‎প্ৰচুৰ ‎চোৰ ‎ডকাইত ‎কলিত। ‎ পাষণ্ডে ‎কৰিবে ‎বেদ পথক ‎দূষিত । ‎পাষণ্ডৰ ‎মুখত ‎শুনিবে ‎ধর্মজ্ঞান । ‎ কলিত ‎কৰিবে পাষণ্ডক ‎বহুমান ।। ‎মূৰ্খৰ ‎উন্নতি ‎হৈবে ‎ফুৰিবে ‎উল্লাখি ‎। ধৰ্ম বসানিবে ‎উচ্চ ‎আসনত বঢ়ি ।। (ভাগৱত দ্বাদশ স্কন্ধ)
@manashhazarika076
@manashhazarika076 19 күн бұрын
ভকতৰ চৰিত্ৰ যেনেকুৱাই নহওঁক সেইটো প্ৰয়োজন নাই। আমি মাত্ৰ ভকতক সেৱা কৰিলে ভগৱান সন্তুষ্ট হ'ব। কৃষ্ণ
@pujapanservice3710
@pujapanservice3710 18 күн бұрын
নিজে নিজক শ্ৰেষ্ঠ আক্ষা দিয়া হেই ভাগৱত নিজেই অহংকাৰী।
@debajitborah1673
@debajitborah1673 15 күн бұрын
Bor har ukti dile dei.. ekebare heijonor logot khap khai porise..
@pujapanservice3710
@pujapanservice3710 15 күн бұрын
@@manojkolita6221 গুণ নাম যিটো বিষ্ণুৰ শিৱৰ ।. তাক ভিন্ন কৰে যি নৰ।। নামৰ হিয়ো মহা অপৰাধী । নৰকত পৰে দৈবে নাবাধি ।। কীৰ্তন (নাম অপৰাধ) Gotike tohoti moha papi , norokot bhugibi tohoti sankari Gitai.
@pujapanservice3710
@pujapanservice3710 15 күн бұрын
@@manashhazarika076 Tohotor bhokot beesibhagei nnari kelengkari , saritrahin besibhag hangkori . Mohapapi durasari tohoti.
@bibekanandabora4843
@bibekanandabora4843 Жыл бұрын
🙏কৃষ্ণ কৃষ্ণ বাপ বহুত সুন্দৰ ব্যাখ্যা
@anantarajkhowa6613
@anantarajkhowa6613 Жыл бұрын
কাৰো মনত আঘাত দিব নেপাই ।যিজন মানুহক আপুনি ভাল নেপাই হেই বুলি মানুহ জনৰ বদনাম গাব নেকি ।যেতিয়া সমুদ্ৰ মুনথন হৈ চিলে তেতিয়া প্ৰথমে বিহ ওলাইছিল জি বিহ সমগ্ৰ জীৱ কুল পতি বিপদ নামি আহিছিল আৰু হেই বিহ পান কৰিছিল মহাদেৱ । আৰু হেই বিহ পান কৰা পিছত তেওঁ হৰি তাপ বাহি গৈছিল তেওঁ কৈলাসত গৈ শান্তি পোৱা নাছিল । তেতিয়া সকলো দেৱ দেৱী তেওঁক হেই বিহ পৰা মুক্ত হব কাৰণে কেঁচা গাখীৰ আৰু ভাং বেল তেওঁক খুৱাইছিল হেই কাৰণে তেওঁৰ পূজাত বিবহাৰ কৰা হয় ভাং বেল পাত আৰু গাখীৰ । মানুহক নিছাৰ পয়োজন হয় ভগৱানক নহয় ।কৃষ্ণ শিৱ পূজা কৰিছিল। ৰাম অৰ্জুন ৰাৱণ সকলৰ শিৱ পূজা কৰিছিল। যেতিয়া কৃষ্ণ জন্ম হৈছিল তেতিয়া শিৱ বাবা গৈছিল তেওঁ চাবলৈ বামুণৰ ৰূপ ধাৰণ কৰি । আৰু যেতিয়া কৃষ্ণ ১৬গোপী লগত বিন্দাবনত আছিল । তাত বেলেগ পুৰুষ প্ৰবেশ কৰিবলে দিয়া নাছিল । কিন্তু শিৱ গৈছিল নাৰী ৰূপ ধাৰণ কৰি।
@UrmilaBorah-ck1pd
@UrmilaBorah-ck1pd 15 күн бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ আই সকলো লৈকে সেৱা নিবেদন কৰিছো জয় গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ
@pasantagogoi5463
@pasantagogoi5463 2 жыл бұрын
আপোনক শতকুটি প্ৰণাম জনাইছো বাপ কৃষ্ণ কৃষ্ণ কৃষ্ণ
@munindrasweetydas4236
@munindrasweetydas4236 25 күн бұрын
ওম শান্তি
@paruldutta5898
@paruldutta5898 2 жыл бұрын
Krishna krishna krishna
@titumoniborah4132
@titumoniborah4132 Жыл бұрын
কৃষ্ণ🙏জয় গুৰু শংকৰ
@BojenBaruah-st5wz
@BojenBaruah-st5wz Жыл бұрын
Krishna🙏🙏🙏
@user-id4ov8zs9f
@user-id4ov8zs9f 2 жыл бұрын
কৃষ্ণ কৃষ্ণ,,,,
@biswajitbaruah3564
@biswajitbaruah3564 2 жыл бұрын
Koti koti pranam prabhu
@umeshdas1429
@umeshdas1429 Жыл бұрын
কৃষ্ণ কৃষ্ণ, বাপ আপোনালৈ সেৱা হে
@pramiladeori6928
@pramiladeori6928 Жыл бұрын
Krishna bap pronam 🙏🙏🙏🙏
@rumigogoi8881
@rumigogoi8881 2 жыл бұрын
কৃষ্ণ কৃষ্ণ ভাগৱতত উপবিষ্ট সমস্ত জনলৈ ভক্তি ভৰা সেৱা নিবেদিলো কৃষ্ণ। আপোনাসবৰ অমৃত ময় বাখ্যা সময় উপযোগী শ্রৱণ কৰি পৰম সন্তুষ্টি লভিছো।
@lakhyagayan734
@lakhyagayan734 2 жыл бұрын
কৃষ্ণ কৃষ্ণ বা প। সেৱা জনাই ছো🙏🏻🙏🏻🙏🏻🙏🏻
@prativabora3555
@prativabora3555 Жыл бұрын
Yes GB
@sayanikadeori9672
@sayanikadeori9672 Жыл бұрын
​@@lakhyagayan734² Cc
@gautamadhikary6547
@gautamadhikary6547 10 күн бұрын
शिवाय विष्णु रूपाय शिव रूपाय विष्णवे | शिवस्य हृदयं विष्णुं विष्णोश्च हृदयं शिवः ||
@KrishnaJyotiOfficial
@KrishnaJyotiOfficial 2 жыл бұрын
কৃষ্ণ কৃষ্ণ ৰাম শুনি বৰ ৰস পালো
@mousamhazarika8972
@mousamhazarika8972 2 жыл бұрын
সকলো সুন্দৰ ভাগৱতৰ বাখ্যা,কিন্ত এটা কথাই সদায় মনত বিভান্তি কৰে,শঙ্কৰ সংঘৰ সমাজে কি নিয়মত তিনি দিনৰ ৰাতিৰ পৰা সেৱকীৰ ঘৰত শাষ্ট পাঠ কৰিৱ পাৰে,পৰিয়ালৰ সকলোৰে সকাম নোহোৱালৈকেটো ব্ৰতট থাকে,ভূল হ'লে ক্ষমা কৰিৱ ।
@jyotimoy6018
@jyotimoy6018 2 жыл бұрын
কৃষ্ণ পাৰিলে ফোন এটা কৰিব
@lifeetc4679
@lifeetc4679 2 жыл бұрын
@@jyotimoy6018 প্ৰভু বৰ সুন্দৰ ব্যাখ্যা ।বহু উপকৃত হলো।
@dhrubajyotisarmah6733
@dhrubajyotisarmah6733 2 жыл бұрын
Si ekodal najane dharma ki
@AnilTantibhagawat
@AnilTantibhagawat Жыл бұрын
Hongat nuhumai bahirar para gale lav ni
@jaganathsonowal2365
@jaganathsonowal2365 2 жыл бұрын
🙏 কৃষ্ণ 👣👈🙌
@chitrakumarhazarika9224
@chitrakumarhazarika9224 2 жыл бұрын
কৃষ্ণ বাপ..বৰ সুন্দৰ ব্যাখ্যা ভাগৱতৰ আশ্ৰয়ৰ, অৰ্থৰ।
@thunukalita6191
@thunukalita6191 Жыл бұрын
Oti sundor krishna kotha
@mahimnath691
@mahimnath691 2 жыл бұрын
🙏 সেৱাহে
@jeetakotoky876
@jeetakotoky876 Жыл бұрын
Joi shri krishna.
@japanidas6859
@japanidas6859 4 күн бұрын
অচ্যুত কেশব কৃষ্ণ ৰাম নাৰায়ণ গোপাল গোৱিন্দ মুকুন্দ মাধব ৰাঘৱ যদুননদন কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম নাৰায়ণ
@niveditaborkakati7826
@niveditaborkakati7826 Жыл бұрын
অতি সুন্দৰ, কৃষ্ণ 🙏
@ranuhazarikanayak9601
@ranuhazarikanayak9601 Жыл бұрын
জয় কৃষ্ণ 👏👏
@manujkalitamanujkalita865
@manujkalitamanujkalita865 Жыл бұрын
অমৃত বিলাই আছে এতিয়া লৱ পাৰিব লাগে 🙏🏼🙏🏼 কৃষ্ণ
@swapstarsgamer1858
@swapstarsgamer1858 Жыл бұрын
Krishna 🙏🙏🙏🙏
@gitikadevi6970
@gitikadevi6970 Жыл бұрын
Best god help you guruji.
@mpofficial4972
@mpofficial4972 Жыл бұрын
ব্যাখ্যা সুন্দৰ হৈছে ৷ শুনি ভাল লাগিল ৷কিন্ত যুক্তিৰ ওপৰত সামান্য সন্দেহ আছে
@abmonty7274
@abmonty7274 2 жыл бұрын
হে প্ৰভুসকল প্ৰণাম জনালো🙏🙏🙏 কৃষ্ণ অঞ্জলি দাস
@sabitakalita7065
@sabitakalita7065 4 күн бұрын
কৃষ্ণ। সেৱা জনালো।🙏🏻
@bashantiborah2411
@bashantiborah2411 2 жыл бұрын
বৰ সুন্দৰ ব্যাখ্যা । সকলোৱে বুজিবলৈ চেষ্টা কৰক ।
@priyakheebora5029
@priyakheebora5029 2 жыл бұрын
Krishna 🙏
@animadutta4133
@animadutta4133 2 жыл бұрын
Krishna bapjona bohut val lagil sewa jonalu .
@buddhaboruah3008
@buddhaboruah3008 Жыл бұрын
Krishna krishna krishna❤❤❤🙏🙏🙏
@keshabbora7742
@keshabbora7742 Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ আই সকল 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@dipalitamulyboruah9037
@dipalitamulyboruah9037 2 жыл бұрын
কৃষ্ণ।বাপ গৰাকীৰ শ্ৰীমুখে অমৃতময় ভাগৱত ব্যখ্যা শুনি ধন্য মানিছো।বাপ গৰাকীলৈ প্ৰনাম জনাইছো।কৃষ্ণ।
@pinkiborah4394
@pinkiborah4394 2 жыл бұрын
🙏🙏🙏
@puspadhardeka5665
@puspadhardeka5665 Жыл бұрын
বহুত ভাল কথা জনিলোঁ, ধন্যবাদ, প্ৰভু,
@pranitachoudhury-my4do
@pranitachoudhury-my4do 8 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ কৃষ্ণ 🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻
@pulakesh1669
@pulakesh1669 2 жыл бұрын
কৃষ্ণ 🙏🙏🙏 আপোনাৰ ভিডিও আজি প্ৰথম চাইছো বহুত ভাল লাগিল আৰু আপুনি বহুত ভালকৈ বুজাই দিছে🙏🙏আপোনাক এটা কথা সুধিব বিচাৰো মানে ""কলিৰ শেষত যে কল্কি অৱতাৰ, বুলি কই এই কল্কি অৱতাৰ মানে কি হয়,,, 🙏যদি বেয়া নাপাই জনাবচোন
@jyotirekhahazarika9276
@jyotirekhahazarika9276 Жыл бұрын
Aponar mukhar ai amrit banie antar atma sui gol. Bahut val lagil. Vogobank prathana korisu apuni dirghau, nirogi aru ajiban Krishna r kirtan kori xukhat thakok. Krisna
@sikhamoon8318
@sikhamoon8318 Жыл бұрын
কৃষ্ণ কৃষ্ণ প্ৰভু
@PopiHazarika-py2ug
@PopiHazarika-py2ug Жыл бұрын
কৃষ্ণ কৃষ্ণ 🙏বাপজন । অতি সুন্দৰ ব্যাখ্যা আগবঢ়ালে । বহুত ভাল লাগিল ।🙏
@dipenmusic3471
@dipenmusic3471 2 жыл бұрын
🙏🙏🙏🙏
@Ridipaxom
@Ridipaxom 2 жыл бұрын
কৃষ্ণ কৃষ্ণ জয় গুৰু শ্ৰীমন্ত শংকৰ
@gautamadhikary6547
@gautamadhikary6547 10 күн бұрын
शिवाय विष्णु रूपाय शिव रूपाय विष्णवे | शिवस्य हृदयं विष्णुं विष्णोश्च हृदयं शिवः ||
@sankarjitsingha8188
@sankarjitsingha8188 2 жыл бұрын
ৰাম ৰাম ভাগৱতৰ বানী শুনি আনন্দিত হলো নমস্কাৰ ।
@srletusitubahutu.670
@srletusitubahutu.670 Жыл бұрын
কৃষ্ণ 🙏ভাগৱত= ভা,গ,ৱ এইতিটা আখৰৰ অৰ্থ বুজিলো কিন্তু ত আখৰটোৰ অৰ্থ নুবুজিলো।কৃপা কৰি বুজাই দিলে সুখি হ'ম। কৃষ্ণ 🙏
@haluakhelebgmi5565
@haluakhelebgmi5565 Жыл бұрын
ত বৰ্ণ‌ য়ে তৰণ অৰ্থ প্ৰকাশ কৰিছে অৰ্থাৎ বৈষ্ণৱী জ্ঞানৰে জীৱ তৰণৰ উপায় 'শ্ৰীমদ্ ভাগৱত' অমৃত পান 🙏🏽 কৃষ্ণ
@kabitasaikia1476
@kabitasaikia1476 2 жыл бұрын
বাপ আপোনাৰ সুমধুৰ কণ্ঠত সাবলীল ভাষাৰ কথাখিনিয়ে হৃদয় চুই গৈছে। বহুতো নজনা কথা জানিলো। ভগবানে আপোনাক কুশলে ৰাখক।
@jyotimoy6018
@jyotimoy6018 2 жыл бұрын
কৃষ্ণ
@animabharalideka3712
@animabharalideka3712 Жыл бұрын
কৃষ্ণ কৃষ্ণ 🙏🙏
@sadanandaburagohain4169
@sadanandaburagohain4169 2 жыл бұрын
কৃষ্ণ, আপোনালৈ সেৱা নিৱেদিলো।ভাল লাগিল আজিৰ ব্যাখ্যা ভাগো 🙏
@pallabigogoi1612
@pallabigogoi1612 2 жыл бұрын
বিধৱা মহিলাসকলক বিষয়ে ভাগৱতে কি বুলি সিদ্ধান্ত দিছে জনাৱছোন কৃষ্ণ।।
@rubigogoi2828
@rubigogoi2828 2 жыл бұрын
কৃষ্ণ
@mridulaboruah6200
@mridulaboruah6200 Жыл бұрын
Krishna baap🙏🙏🙏
@norakonwarcentralgolaghat3191
@norakonwarcentralgolaghat3191 2 жыл бұрын
Krishna Krishna
@mamonidas4988
@mamonidas4988 2 жыл бұрын
প্ৰভূ আপোনাৰ ভাগৱত পাঠ শুনি বহুত ধন্যহলো ।
@mamonidas4988
@mamonidas4988 2 жыл бұрын
🙏🙏🙏
@souravbora20
@souravbora20 Жыл бұрын
বৰ সুন্দৰ বাপ ,
@bollywoodsongo7583
@bollywoodsongo7583 Жыл бұрын
Kishono kishoni bhut bhal lagil ❤❤❤❤❤❤❤kishono kishono
@modanborah2333
@modanborah2333 Жыл бұрын
🙏🙏 কৃষ্ণ কৃষ্ণ,বাপজন সেৱা নিবেদিছো।বৰ সুন্দৰ ব্যাখ্যা কৰা হৈছে। গুৰু জনাৰ কৃপা মিলক। কৃষ্ণ
@gauravjyotisaikia2596
@gauravjyotisaikia2596 2 жыл бұрын
কৃষ্ণ বাপ। বহুত নজনা কথা জানিলো। ধন্যবাদ আপোনাক।
@prasenjittalukdar9492
@prasenjittalukdar9492 Жыл бұрын
Krishna 🙏🙏🙏
হোজাই শঙ্কৰ - মাধৱ প্ৰাথমিক শাখা @jyotimoy6018
52:35
DEFINITELY NOT HAPPENING ON MY WATCH! 😒
00:12
Laro Benz
Рет қаралды 18 МЛН
Was ist im Eis versteckt? 🧊 Coole Winter-Gadgets von Amazon
00:37
SMOL German
Рет қаралды 36 МЛН
Final muy increíble 😱
00:46
Juan De Dios Pantoja 2
Рет қаралды 53 МЛН
Nutella bro sis family Challenge 😋
00:31
Mr. Clabik
Рет қаралды 12 МЛН
Bhagawat||Byakhya||জয়ৰাপাৰ||শিবসাগৰ@jyotimoy6018
1:17:46
জ্যোতিময় Jyotimoy
Рет қаралды 466 М.
কাৰ্বি আংলং|| খণ্ড -২ @jyotimoy6018
43:10
জ্যোতিময় Jyotimoy
Рет қаралды 325 М.
মাজুলী ২নং বৰুণ চুক গাঁও নামঘৰ part2 @jyotimoy6018
39:28
DEFINITELY NOT HAPPENING ON MY WATCH! 😒
00:12
Laro Benz
Рет қаралды 18 МЛН