KZ
bin
Негізгі бет
Қазірдің өзінде танымал
Тікелей эфир
Ұнаған бейнелер
Қайтадан қараңыз
Жазылымдар
Кіру
Тіркелу
Ең жақсы KZbin
Фильм және анимация
Автокөліктер мен көлік құралдары
Музыка
Үй жануарлары мен аңдар
Спорт
Ойындар
Комедия
Ойын-сауық
Тәжірибелік нұсқаулар және стиль
Ғылым және технология
হেমলাই মৰাণগাঁও নামঘৰ খণ্ড ৩ @জ্যোতিময়Jyotimoy
22:09
Bhagawat||শ'লগুৰি || @জ্যোতিময়Jyotimoy
22:52
Thank you Santa
00:13
How Much Tape To Stop A Lamborghini?
00:15
Помоги Тревожности Головоломка 2 Найти Двойника Шин Тейпс Кетнепа
00:32
ОБМЕНЯЛА КВИНКУ НА…😱(смотрите до конца😂)#роблокс #игры #смешное #интересное #квинка
00:42
Duliajan|| Kamalabari Namghar@jyotimoi
Рет қаралды 1,041,271
Facebook
Twitter
Жүктеу
1
Жазылу 267 М.
জ্যোতিময় Jyotimoy
Күн бұрын
#pranjitgogoi #ভাগৱতপাঠ #pranjalprotimborah
Пікірлер: 708
@Biren-q5f
Жыл бұрын
Excellent analysist bhagabat bythe Gogoi bap it is god giveted his lifes.Krishna
@jibonbordoloi6284
2 жыл бұрын
প্ৰাণজিৎ বাপ ,আপোনাসৱক জ্যোতিময় চেনেলৰ যোগেদি কি বুলি ধন্যবাদ জনাম , এই অভাজনৰ ক'বলৈ ভাষা নাই। বয়সত আপোনাসৱৰ বহুত কম , আপোনাসবে বহুত জেষ্ঠ লোকৰ প্ৰশ্ন উত্তৰ দিব লগা হয় । গতিকে আমি অভাজনে ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ । হে প্ৰভু , প্ৰাণজিৎ বাপ জনাক দীঘায়ু কৰি আৰু আধ্যাত্মিক জ্ঞান দিয়া । বৰ্তমান সমাজৰ এনে বহু লোক আছে যি সকলো জানে , কিন্তু নকয় কিয় নকয় নাজানো । গতিকে বাপলৈ আমাৰ অনুৰুধ অলপ সাৱধান হ'ব । এটি সৰু উদাহৰণ দাঙি ধৰিছো ভুল হ'লে ক্ষমা কৰিব, বৰ্তমান সমাজত কোনো এজন লোকৰ মৃত্যু হ'লে তেখেতৰ কাজ কৰ্ম ২ দিন কৰা হয় । প্ৰথম দিনা নাম-প্ৰসঙ্গ দ্বিতীয় দিনা ভোজ-ভাত ( যি সকলে মাছ ব্যৱহাৰ কৰে ) । ভোজ-ভাতৰ দিনা যদি একাদশী বা অমাবস্যা তিথি হয় তেন্তে সেই দিনা নাপাতি পিছৰ দিনা ভোজ-ভাত পাতে । কিন্তু সমাজৰ বহু লোকে আজি কি তিথি বুলি শুধিলে নাজানে। নিজৰ ঘৰত মাছ মাংস খাওতে তিথিৰ কথা মনলৈ নাহে
@sabitriboruah4411
2 жыл бұрын
কৃষ্ণ ,প্ৰভুজনাই ইমান সুন্দৰকৈ ব্যাখ্যা কৰে ভাবি আচৰিত হৈছো । নিশ্চয় কোনোবা জন্মৰ তপস্যা লব্ধ ভাগ্যৰ বলতহে ইমান সুন্দৰ পাৰদৰ্শিতা লাভ কৰিছে , কৃষ্ণ 🙏
@অৰ্থনৈতিকবিপ্লৱঅসম
2 жыл бұрын
বাপ প্ৰথমে আপোনাক প্ৰণাম জনাইছোঁ । আপুনি প্ৰভু জনাক (অ হৰি অ ৰাম ) সম্বন্ধে সুধা প্ৰশ্ন টোৰ প্ৰভু দেৱে দাম্ভিকতাৰে দিয়া উত্তৰ যেন লাগিল । যুক্তি সন্মত ভাৱে নিৰ্মূহ বিশ্লেষণ দাঙি ধৰিলে সুখী হলো হয়।
@deepborah4211
2 жыл бұрын
আমিও মন কৰিছো,আঁচলতে কিয় বুজাই দিয়া নহ'ল বাৰু?
@budhinsaikia6300
2 жыл бұрын
লগত পৰমাৰ্থিক তত্ত্ব আছে বুলি কৈ প্ৰভু জানিবলৈ দি প্ৰশ্নৰ যথাৱত উত্তৰ নিদিলে কিন্তু।
@mantusaikia6686
2 жыл бұрын
বাপজনাই সুধা প্ৰশ্নৰ উত্তৰভাগ নামাচায ই সাৱলীলভাবে প্ৰকাশ নকৰি দামভিকতাৰে কৰি অসমীয়া সংস্কৃতিৰ পৰিপনথি কাৰ্য্য কৰিছে।
@mridumonisworld5740
2 жыл бұрын
হয় উত্তৰটো আমাৰো জানিবলৈ ইচ্ছা থাকিলে।
@popysaikiadigboi9
2 жыл бұрын
প্ৰভুজনাই বাপজনাৰ কথাখিনিৰ শেষ হবলৈ দি অকণমান নম্ৰ তাৰে কব পাৰিলেহেতেন।কথাত মাজতে উচাৎ মাৰি কোৱাত ভাল নাপালো।
@purabihazarika7906
Жыл бұрын
কৃষ্ণ কৃষ্ণ প্রভূ🙏🙏🙏 কিয় নাজানো প্রভূ আপোনাৰ দ্বাৰা ঈশ্বৰৰ গুণানুকীর্তন শুনি চকুপানী ওলাই গ'ল🙏🙏🙏
@AtulBorahOfficial
2 жыл бұрын
অতি সুন্দৰ লাগিল প্ৰাণজিৎ বাপ,কবলৈ ভাষা নাই ইমান সুন্দৰ।প্ৰভু জনাৰ ওচৰত থকা অ হৰি কলে অ ৰাম ক'ব লগা তত্ত্ব ভাগ জনোৱা হ'লে ভাল আছিল সকলোৰে সুবিধা হ'ল হেঁতেন। যিহেতু অ হৰি কলে,অ হৰি কোৱা সকলে সেই তত্ত্ব নাই পোৱা বুলি তেওঁ কৈছে।
@budhinsaikia6300
2 жыл бұрын
প্ৰভুজনাই সেই বিষয়ত পৰমাৰ্থিক তত্ত্ব আছে বুলি কৈ কিন্তু_প্ৰশ্নৰ যথাৱত উত্তৰ প্ৰদান নকৰিলে। আৰু তেখেতৰ মুখপদ্মহন্তে (!)বেকত হোৱা ..বাক কিন্তু যথাগত প্ৰকাশ হোৱা নাই যেন বোধহয় হৈছে।
@parulthakuria9345
Жыл бұрын
0🎉😮😊
@malarajkonwar
2 жыл бұрын
খূউব সূনদৰ হৈছে। মই ইমান ওচৰতেই থাকিও যাব পৰা নাই বৰ দুখিত মই।🙏🏾🙏🏾🙏🏾🙏🏾🙏🏾🙏🏾🙏🏾🙏🏾🙏🏾🙏🏾
@malarajkonwar
2 жыл бұрын
কোনো কথা নাই যেতিয়াই সময় মিলে আহিব
@jimudgogoi1334
2 жыл бұрын
প্ৰভূ জনাই ও হৰি ও ৰাম পৰমাথিক তত্ত্বতো বুজাই দিয়া হ'লে সমস্ত বাব বান্ধৱ সকলৰে তত্ত্ব ভাগ জনাৰ সুবিধা হ'ল হেঁতেন বুলি আমি অনুভৱ কৰিছু।
@jyotishdeori979
2 жыл бұрын
হয় প্ৰভু জনাই বুজাই দিয়া হ'লে ভাল পালোঁহেঁতেন ।
@jyotishdeori979
2 жыл бұрын
হয় প্ৰভু জনাই বুজাই দিয়া হলে ভাল পালোঁহেঁতেন ।
@kanikatamuli6294
2 жыл бұрын
Hoi...bujai dile Val palo heten.. Krishna
@cmsharma3896
2 жыл бұрын
@@kanikatamuli6294 hoi ni
@hiteshdas7174
7 ай бұрын
হয় বুজাই দিলে আমিও ভাল পালোঁ হেঁতেন কৃষ্ণ কৃষ্ণ ।
@ajitkumarphukan9736
2 жыл бұрын
Krishna 🙏 bap ,oti sundor, এজন বাপে কৈছে oh hori oh Ram, দেউতাকে উথা বুলি কয়, পুতেকে বহা বুলি কব নেকি , ক বুলি কলে খ বুলি কব নেকি নামঘৰৰ বাপ জনে বুজাই কলে ভাল হয় Krishna 🙏 প্ৰভু
@জীৱনজিন্দাবাদ-দ৬র
Жыл бұрын
বহা উঠা বিপৰীত কথা । হৰি ৰাম বিপৰীত নেকি ?বুজিব নালাগে আপোনাৰ দৰে ১৯৩০ চনৰ পিচৰখিনিয়ে । ১৯৩০ লৈকে কেনেকৈ চলিছিল ? গুৰুজনাৰ দিনৰ পৰা ১৯৩০ চনতহে শুদ্ধ হলহি নহয় ?গুৰুজনাতকৈও ওপৰত এইসকল !
@kishortalukdar6963
2 жыл бұрын
কৃষ্ণ বাপ।বৰ অমৃত পান কৰিলোঁ।সুন্দৰ সাৱলীল ব্যাখ্যা
@rulennath7538
2 жыл бұрын
কৃষ্ণ কৃষ্ণ , জয় গুৰু শঙ্কৰ । গগৈ বাপজনক সেৱা জনালোঁ । কৃষ্ণ , বাপ আপুনি সিজন বাপক কি পৰমাৰ্থিক তত্ব আছে ভাঙি দিবলৈ অনুৰোধ কৰিব লাগিছিল । এনেকৈ ঢাক চাল মাৰি এই কৰ্ম কাণ্ডি সকলে এক শৰণ ধৰ্মত বিধি পঠালি দি আহিছে । একো নাই , থকা হ'লে এই সুবিধা পাওতে তত্ত্বটো প্ৰথম প্ৰকাশ কৰিব পাৰিলেহেতেন । সমাজক বুজাবহে লাগে , ঢাকিব কিয় লাগে , এইটো তু একো গুপনীয় মন্ত্ৰ নহয় । জয় গুৰু শঙ্কৰ । জয় গুৰু শঙ্কৰ । জয় গুৰু শঙ্কৰ ।।।।।।
@GyangunjanSaikia
2 жыл бұрын
জয় গুৰু শংকৰ । প্ৰসংগ কৰোতাজনৰ মুখত এনে দাম্ভিক কথা শোভা নাপায় ।
@anasuyakonwar8400
2 жыл бұрын
@@GyangunjanSaikia হয়
@biswajitbaruah3564
2 жыл бұрын
Gukhai brahman bilak karma kandir mastar, bhagabanak puwar pathere amak jaba nidie, teu bujai nidie pranjit pabhuk janaba diba lagisil kio daman kari thale.
@ranjanborah8190
2 жыл бұрын
কৃষ্ণ বাপ, সেই বাপ জনাই বুজাই দিব লাগে বুলি ভাবি সেই বিষয় বস্তুৰ পৰা আতৰি থাকিলে... কি পৰমাৰ্থিক অৰ্থ আছে বুজাই দিয়া হলে ভাল পালোঁ হয়....
@ৰিজুমণীচেতিয়া
2 жыл бұрын
@@ranjanborah8190 সঁচা কথা , কমলাবাৰীৰ বাপ জনাৰ কথাত বহুত অহংকাৰ দেখা পোৱা গ'ল । সেই দিনা একেবাৰে ৰাম আৰু ৰাৱনক দেখা দৰেহে লাগিল ।
@munmihazarika779
2 жыл бұрын
বহুত ভাল লাগিল। সএাধিকাৰ বাপজনাই কোৱা অ হৰি অ ৰাম ৰ ওপৰত বক্তব্য আগবঢ়োৱা বাপজনাৰ লগত মই একমত। হয় বাপজনাই বৰ সুন্দৰ বক্তব্য ৰাখিছে। তেখেতৰ বক্তব্য চিৰন্তন সত্য। কৃষ্ণ।
@monnilimofficial5274
Жыл бұрын
Krishna krishna...🙏🙏🙏
@saratmedhi3923
2 жыл бұрын
বাপ কৃষ্ণ সেৱা নিবেদন কৰিছোঁ, । বহুত ভাল লাগিছে, ভক্তি তত্ত্ব, ঈশ্বৰ তত্ত্ কথাৰ জ্ঞান লাভ হ'ল । কৃষ্ণ
@Miduldutta
2 жыл бұрын
ইমান ধুনীয়া অৰ্থ জয়য়য়য়য়য়য়য় শ্ৰীৰামমমমমমমমমমমমমমমমমমমমমমম 🙏🙏🙏 জয় গৰু শংকৰ জয় গুৰু শংকৰ জয় গুৰু শংকৰ
@thunukalita6191
Жыл бұрын
Xuni val lage krishna kotha. Hore krishana 🙏🙏
@purnimadas7779
Жыл бұрын
🙏🙏Krishna krishna🙏🙏
@khogeswarigogoi1902
2 жыл бұрын
কৃষ্ণ বাপ আপোনাৰ শ্ৰী মুখ নিসৃত ভাগৱত পাঠ আৰু বাখ্যা শুনি নিজকে ধন্য মানিছো। ধাৰাবাহিক ভাৱে শ্ৰৱন কৰি আহিছোঁ। ভগৱন্তই আপোনাক কৃপা বৰিষণ কৰক কৃষ্ণ
@assambhaktivideo3600
2 жыл бұрын
কৃষ্ণ প্ৰভু মোক দয়া কৰা
@tnath6513
2 жыл бұрын
কৃষ্ণ, বাপ-- সুন্দর উপস্থাপন। গুৰুজন বস্তু ৰ তত্ব আৰু ও হৰি ও ৰাম ৰ তত্ব ভেদে অৰ্থাৎ ৰুচিঅনুয়াই সোৱাদ পায় বাবে ও হৰি ও ৰাম ৰ তত্ব ও ভিন্ন ভিন্ন হয়-----কৃষ্ণ কৃষ্ণ কৃষ্ণ
@maniknamasudra2134
2 жыл бұрын
শতকৌতি প্ৰনাম প্ৰভু আপোনালে কৃষ্ণ
@bikasdass3566
Жыл бұрын
বৰ ধুনীয়া হৈচে
@mridulaboruah6200
2 жыл бұрын
Krishna baap🙏🙏 apunar kothabur hunile huni thakib mon jay.. Apunar hu saystho kamona krilu
@juribora7587
2 жыл бұрын
বৰ সুন্দৰ কথা কৈছে ।ভাল লাগিল।
@urmilabordoloi5725
2 жыл бұрын
কৃষ্ণ প্ৰভু ।পৰমাৰ্থিক তত্ত্বটো বাপজনাই বুজাই দিব নোৱাৰিলে ।
@anitabhuyananitabhuyan629
2 жыл бұрын
সুন্দৰ ব্যাখ্যা বাপ, কৃষ্ণ, মইও ভাগৱত কীৰ্তন কৰি ভাল পাওঁ,
@Phukan1966
2 жыл бұрын
কৃষ্ণ হৰি ৰাম ।মালাধাৰী প্ৰভু জনাৰ পৰা জানিব বিছাৰিছো যদি ভকতে কোৱাতো নামাচায্যই কয় বুলি কৈছে তেনে অ হৰি বুলি প্ৰথমে ভকতকে কবলৈ কিয় নিদিলে ।যদি নামাচায্যই কোৱা ভাগি বাকি ভকতে নকয় তেনেহলে নামাচায্যৰ প্ৰয়োজন কি।এইটো কথা অনৰ্থক আৰু কোনো মহত্ত নাই ।মাত্ৰ এটা চলিত নিয়ম তাকে মানি আছে।
@ৰিজুমণীচেতিয়া
2 жыл бұрын
হয় , ফোকন বাপৰ কথাত আমিও একমত ।
@জীৱনজিন্দাবাদ-দ৬র
Жыл бұрын
বহা উঠা বিপৰীত কথা । হৰি ৰাম বিপৰীত নেকি ?বুজিব নালাগে আপোনাৰ দৰে ১৯৩০ চনৰ পিচৰখিনিয়ে । ১৯৩০ লৈকে কেনেকৈ চলিছিল ? গুৰুজনাৰ দিনৰ পৰা ১৯৩০ চনতহে শুদ্ধ হলহি নহয় ?গুৰুজনাতকৈও ওপৰত এইসকল !
@jibonchetia4157
2 жыл бұрын
ৰাম ৰাম কৃষ্ণ কৃষ্ণ হৰি। আপোনাৰ ওচৰত সদাই থাকিব নাপাও হেইহে মবাল দাৰা আপোনাক মই মোৰ আমাৰ পৰম গুৰু মানিলো । আৰু মৰমেৰে নোৱাৰিলেও খং ৰে হলেও মোৰ পাপি আতমাক শিষ্য বুলি লৱ পাৰিবনে গুৰুডদেউ ৰাম ৰাম ৰাম কৃষ্ণ কৃষ্ণ কৃষ্ণ
@probirdutta2790
2 жыл бұрын
বাপজন সুন্দৰ হৈছে আশীৰ্বাদ কৰিছো আগুৱাই যাওঁক
@hemkantadhandia2578
2 жыл бұрын
সুন্দৰ হৈছে আগলৈও আপোনাৰ পৰা এনেকৈ শুনি বলৈ পোৱাৰ আশা কৰিলো ।কৃষ্ণ ।
@robingogoi5983
2 жыл бұрын
কৃষ্ণ । অ হৰি ।অ ৰাম । আজিৰ সমাজত সকলোৱে যুক্তিৰে কথা বিলাক বিচাৰে । ঢাকোন দিয়া কথাৰে উঠি অহা চামক আধ্যাত্মিক বা গুৰু মুখি কৰিব নোৱাৰে । প্ৰানজিত বাপজনাৰ কথাষাৰি যুক্তিপূৰ্ণ ।
@Pallobi-y1c
2 жыл бұрын
বহুত সুন্দৰ বাখ্যা শুনি সুখী পালো।
@manjubarman1855
2 жыл бұрын
ভগৱন্তক পইচাৰ লগত তুলনা কৰিলে।আৰু ইমান দাম্ভিক ভাৱে কৈছে শুনিবলৈ বেয়া পালোঁ।ভক্ত হলে বিনয়ী হ'ব লাগে।কৃষ্ণ!🙏
@RatulRay-zr3ds
Жыл бұрын
অ হৰি,অ ৰাম পৰম আৰ্থিক তত্ত্ব কি বুজাই দিয়া হ'লে ভাল আছিল।
@jatinchaudhury6927
Жыл бұрын
হে কৃষ্ণ বাৱ ধুৱৰী আৰু কোকৰাঝাৰ জিলাৰ অসম বি টি আৰ সিমামুৰিয়া কুৰশাকাটী গাওত আপোনাৰ চৰণধূলি পাম বুলি মই একান্ত ভাৱে আপোনাৰ চৰনত শেৱা জনালো
@bhaktirsagor
2 жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ🙏🙏
@creative-dd3zt
Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ গুৰুদেব আপোনাৰগাওঁখনৰ নামটো জনাবচোন ৷
@pryka4
2 жыл бұрын
Krishna, 🙏 apunr bhagawat porha Mur dewtai hdai huni thke , himn dhuniyakoi bujai diye hunile huniye thkib mn jai ,.
@monujkumargogoi2013
2 жыл бұрын
🙏🙏🙏🙏🙏🙏🌺❤️❤️ কৃষ্ণ, কৃষ্ণ বাপ আপোনাৰ লগতে তাত উপস্থিত আটাইৰে চৰনত মোৰ কোটি কোটি ভক্তি ভৰা সেৱা জনালো ❤️❤️ কৃষ্ণ,❤️❤️ ঈশ্বৰে সকলোকে কুশলে ৰাখক ❤️❤️🙏🙏🙏🙏🙏🙏🙏
@jayashreephukon-ek3rm
Жыл бұрын
he pobhu. tumak kisi dore pronam koru. Ji gyan disa mur hoimok gyane moi aplutio hoisu.
@puspasaha221
2 жыл бұрын
সুন্দৰকৈ বুজাই দিয়াটো দিছে কৃষ্ণ কৃষ্ণ
@Editer_bk11
2 жыл бұрын
Ram kisna 🙏✍️
@monujborah4496
2 жыл бұрын
কৃষ্ণ ৰাম।অতি সুন্দৰ বাখ্যা
@jyotismitaborah4762
2 жыл бұрын
কৃষ্ণ,বাপ ভক্তি ভৰা সেৱা নিবেদিছো ৷
@papudasmadhab6476
Жыл бұрын
কৃষ্ণ গুৰু শংকৰ,, 🙏🙏 ভাল লাগিছে বাপ জনৰ ব্যাখ্যাৰ বিষয়বস্তু
@gulabbharali-tn1qo
Жыл бұрын
মৰাণ 2নং সৰু পথা ৰ ৰ পৰা আপোনালৈ ধন্য বাদ জা চিলো।ভাল লাগিল।
@bijoyloxmigogoi3326
Жыл бұрын
Kristi krisno
@minotishortschannel9453
2 жыл бұрын
krishna krishna bhokot boieshnab hokol🙏🙏🙏
@debojitkumarboradebobora4926
2 жыл бұрын
বৰ সুন্দৰ বাণীৰে বুজোৱা এই ধৰ্মৰ আলোচনা।
@trithathengal1177
2 жыл бұрын
কৃষ্ণ বাপ বহুত সুন্দৰ কৈ বুজাই দিছে ধন্যবাদ
@nobinborah8327
2 жыл бұрын
প্ৰভু ভগৱন্ত কৃষ্ণৰ একান্ত ভকতৰ, কৃপালু গুৰু জনাৰ একান্ত সেৱক জনালৈ সৰ্বপ্ৰথমে আমাৰ ভক্তি পূৰ্ণ সেৱা নিবেদিছো। লগতে সেই বৈকুণ্ঠ পুৰি দুলীয়াজানৰ কমলাবাৰী নামঘৰত উপবিষ্ট হৈ থকা বাপ সমস্ত লগতে কৃষ্ণৰ প্ৰেমত অনুৰাগী ব্ৰজধামৰ গোপী সদৃশ আই মাতৃ সকললৈ আমাৰ ভক্তি পূৰ্ণ সেৱা নিবেদিছো। লগতে নাম ঘৰত উপবিষ্ট হৈ থকা প্ৰভু ঈশ্বৰলৈ আমাৰ ভক্তি পূৰ্ণ সেৱা নিবেদিছো। আপোনাসবৰ শ্ৰী চৰণত আমাকো একনিকিমান ঠাই দিবৰ বাবে আমি সেৱা ধৰিছো। এতিয়া প্ৰকৃত কথা ভাগলৈ আহো। প্ৰাণজিৎ গগৈ বাপ জনাই অ হৰি অ ৰাম সম্পৰ্কত এটি খুব সুন্দৰ ভাৱে কৃপালু গুৰু জনাৰ স্যামন্তক শৰণৰ গোপাল গোবিন্দ যদু নন্দন । কৃষ্ণৰ চৰণে লৈলো শৰণ।। কীৰ্তন জনাৰ জৰিয়তে বুজাই দিলে তাৰ পাছত সেই কথা ভাগ প্ৰভু ঈশ্বৰলৈ আগবঢ়াই দিলে। কিন্তু তাত পৰমাৰ্থ তত্ব থকা বুলি প্ৰভু ঈশ্বৰে কলে। এতিয়া কথা হ'ল তাতনো কি পৰমাৰ্থ তত্ব আছে আমি জানিবলৈ পোৱা হ'লে খুব ভাল আছিল। কিয়নো এই ভাগ কেৱলমাত্ৰ কমলাবাৰী নামঘৰতেই নহয় আমাৰ বহু নামঘৰতেই চলি আছে। যদি কথা ভাগ প্ৰকৃত পৰমাৰ্থ তত্ব ভাগ জনা যায় তেতিয়া হ'লে আমাৰ সকলোৰে মনৰ সন্দেহ দূৰ হ'ব। গতিকে এই ভাগ জনাৰ বাবে আগ্ৰহী হৈ ৰলো। কৃষ্ণ।🙏
@mintubharali3092
2 жыл бұрын
Ati xundr katha koise. Aamar u akei prosno.
@ismitalunathengal981
2 жыл бұрын
Amiu roy asu
@simantadeka5081
2 жыл бұрын
Qq
@purnanandaborah3782
2 жыл бұрын
সুন্দৰ কথা কৈছে ।
@rabinchandrabhuyan4246
2 жыл бұрын
কৃষ্ণ বাপ ! আমি যেতিয়া প্ৰথম স্কুললৈ যাওঁ, তাত শিক্ষক গৰাকীয়ে A,B,C,D শিকাওঁতে যিদৰে শিকাই তেনেদৰে আমি গাই যাওঁ। তাৰ মাজতে কোনোবা অতি জনা এজন ছাত্ৰই হয়তো লগে লগে ওষ্টাদি মাৰি A,B কোৱাৰ পাছতে C আগবাঢ়ি কৈ দিয়ে, তাতে সেই শিশু জনৰ ওস্তাদি টো ধৰা পৰি যায়। ঠিক তেনেদৰে পাঠক জনে যি কবলৈ কয়, তাকে সংগী সকলেও গাই যোৱাটোৱে ই হৈছে ভগৱানৰ ওচৰত শৰণ দিয়াটো বুজায়। যিহেতু, অ'হৰি অ'ৰাম সকলোৱে জানেই, তথাপি এজন ৰাষ্ট্রপতিক ছুপ্ৰীম ক'ৰ্টৰ বিছাৰকে ও শপত দিয়ে। ৰাষ্ট্ৰপতিয়ে কিবা পঢ়িব নাজানিব নে !! (যিহেতু, ৰাষ্ট্ৰপতি জনে পাষণ্ড আচাৰ নকৰে) কৃষ্ণ অপৰাধ হলে মাৰ্জনীয়। 🙏🙏
@boruahboruah7660
Жыл бұрын
Krishna Krishna Krishna ❤❤❤
@manjuphukan5280
2 жыл бұрын
Pronam jonalu
@manuranjanchetia6867
Жыл бұрын
কৃষ্ণ বাপজন
@jaigurusankar6492
2 жыл бұрын
কৃষ্ণ,বৰ সুন্দৰ বিশ্লেষন ।কিন্তু আপোনি প্ৰভু ইশ্বৰক পৰমাৰ্থ তত্ব ভাগ জনাবলৈ অনুৰুধ কৰিব লাগিছিল। আমি সকলোৱে সেই তত্ব ভাগ জানিবলৈ বিচাৰিছো। কৃষ্ণ । জয় গুৰু শংকৰ। কৃষ্ণ।🙏🙏🙏
@hirdoyanag3915
Жыл бұрын
🕉️ নমো নাৰায়ণ 🙏
@nandokutum
Жыл бұрын
Ati hundor kihno
@prafullabora5386
2 жыл бұрын
জয় গুৰু শঙ্কৰ । কৃষ্ণ কৃষ্ণ । সেৱা আৰু প্রণিপাত গ্রহন কৰিব
@abhigyanborahanuhazarika167
Жыл бұрын
Krishna🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@brianbrownie709
2 жыл бұрын
Krishna doyamoy prob hu 🙏🙏🙏
@JoyaHazarika-ls1ud
Жыл бұрын
Apunar tata gadur bishlakhon khuniamar bor val lagil
@budhinsaikia6300
2 жыл бұрын
কৃষ্ণ কৃষ্ণ_বৰ সুন্দৰ ব্যাখ্যা। "মথুৰা"ক লৈ অলপ জটিলতা পালোঁ। চেষ্টা কৰিছোঁ অনুধাৱন কৰিবলৈ।
@Partha_oFF_icial
2 жыл бұрын
বৰ সুন্দৰ ব্যাখ্যা কৰিলে প্ৰভু।
@manjubaruah1630
Жыл бұрын
Xundor hoise provujon
@bhaskar2k
4 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏
@bhabitrabha4683
2 жыл бұрын
Krishna Krishna Krishna 🙏🙏🙏
@upakhisivam5568
2 жыл бұрын
কৃষ্ণ প্ৰভূ তযু চৰণত প্ৰণাম জনালো কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏
@cmsharma3896
2 жыл бұрын
Hii
@premadharligira532
2 жыл бұрын
কৃষ্ণ কৃষ্ণ এই বৈকুণ্ঠ পুৰীত উপস্থিত থকা সকলো ভকত বৈষ্ণৱ আৰু আই মাতৃ সকলোকে এই দাসৰ পৰিয়ালবৰ্গই KZbinযোগে ভক্তি ভৰা সেৱা নিবেদিছো। কৃষ্ণ কৃষ্ণ।
@prasantapathak8503
2 жыл бұрын
কৃষ্ণ প্রভূজনা।
@anupomphukon7757
2 жыл бұрын
আপোনা কথাবোৰ শুনি ভাল লাগে,🙏🙏🙏
@kamaleshwarnath9824
2 жыл бұрын
🙏Krishna ati xundar 🙏
@ajoynagbonshi6795
2 жыл бұрын
ওঁ নমো ভগৱতে বাসু দেৱায়
@junumech653
2 жыл бұрын
কৃষ্ণ 🙏🙏বহুত বহুত সুন্দৰ প্ৰভূ জনা চৰণ দাখিৰ সেৱা গ্ৰহণকৰিব প্ৰভূ কৃষ্ণ 🙏🙏🙏কৃষ্ণশংকৰ কৃষ্ণ 🙏🙏বাপ কৃষ্ণ
@manujkumarnath8728
2 жыл бұрын
Krishno Apuna ji bhoktir bani khunilu moi khosakoi aji khub anondit.krishno.
@kalpanahazarika7631
2 жыл бұрын
ৰাম ৰাম প্ৰণাম সমষ্ট বাপ আই আৰু শ্ৰদ্ধাৰপ্ৰভু।
@saralabaruah5084
2 жыл бұрын
Krisna gokhai🙏🙏🙏🙏
@namitakonwar2153
2 жыл бұрын
কৃষ্ণ অতি সুন্দৰ বাপ।
@sasadharrajbangshi35454
2 жыл бұрын
Krishna krishna 🙏💗❤️❤️❤️
@animamedhi4924
2 жыл бұрын
কৃষ্ণ প্ৰভু প্ৰানাম ।
@jyotirekhasaikia53
Жыл бұрын
আপোনাৰ কথা বিলাক শুনিলে শুনি থাকিবলৈ মন যায়
@Jaanmoni9711
2 жыл бұрын
কৃষ্ণ প্ৰভূ 🙏🙏🙏 বৰ ভাল লাগিল শুনি🙏🙏🙏 সেৱা জনিলোঁ
@muninoza4944
2 жыл бұрын
প্ৰভুৰ মুখতে পৰমাথিক তত্ত্বতো সোমাই থাকিল এই অধমেও শাস্ত্ৰ ভাগৱত অধ্যয়ন কৰিছো পৰমাথিক তত্ত্বতো ক'তো পোৱা নাই এনেকৈয়ে আৰু কিমান ঠগি খাব ।
@GamingYt-cj9bh
2 жыл бұрын
🙏🙏🙏 Krishno krishno bap xumodhur Krishno 🙏🙏🙏
@monujdutta1210
Жыл бұрын
krishno🌿🌼
@anantaborgohain3971
2 жыл бұрын
Prabhu,apunaar ei naam bakhya huni abhibhut hoisu. Krishna Krishna.
@kalpanabordoloi2707
2 жыл бұрын
Joi sri krisna radhe radhe
@krishnalikakoti7638
2 жыл бұрын
কৃষ্ণ প্ৰভু ।ভাল লাগিছে শুনি
@Rupom2207
Жыл бұрын
Hundor
@yogajinikalita4754
2 жыл бұрын
অ হৰি --- অ ৰাম ৰ তত্ত্বটো জানিবৰ মন।
@kuldipdutta4926
2 жыл бұрын
কৃষ্ণ ..প্ৰভুজনে পৰমাৰ্থিক তত্ব আছে বুলি বৰ দাম্ভিকতাৰে কোৱা যেন লাগিল..কিন্তু সেই তত্ব কথা কিয় অবগত নকৰিলে.. উপবিস্ত কোনোজনে জানিবও নিবিচাৰিলে নে যুক্তি নাথাকিলে সদায় নেপায় আৰু ধাকুন দি দিয়া প্ৰথাটো সদায় আমাৰ সমাজ থাকিবয়ে ..?যাৰ বাবে আজিৰ সময়ত ভক্তই বৈষ্ণৱ ধৰ্মৰ প্ৰতি মুহভঙ্গ হৈ আন ধৰ্মত আশ্ৰয় লৈছে...!
@amitabhbharali3322
2 жыл бұрын
বৰ সুন্দৰ হৈছে বাপজনা ।।
@tulumonigogoi8385
2 жыл бұрын
ইমান সাৱলীল ব্যাখ্যা । বৰ ভাল লাগিলে দাদা।
@hirentamuly8614
2 жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ ।পৰম ধন্য হ'লো শ্ৰৱণ কৰি ।
@abhabora679
2 жыл бұрын
কৃষ্ণ 🙏
@digantabora5687
Жыл бұрын
🙏🙏🙏🙏 pothomi nomos karr apunar paht barikhar bohut bohut vl lagi porobhu,,
@Satyajitdas35678
11 ай бұрын
কৃষ্ণ 🎉👏🎉
@jurichoudhary3795
2 жыл бұрын
কৃষ্ণ কৃষ্ণ ইমান সুন্দৰ ব্যাখ্যা অন্তৰত সোমাই আপ্লুত কৰিছে ।
@bijumoni.mujepubglitebcnop1643
2 жыл бұрын
L))l)p
@labanyagogoi5728
2 жыл бұрын
কৃষ্ণ কৃষ্ণ পৰম আহ্লাদিত হ'লো ।
@JintuDutta-z1z
Ай бұрын
Krishna Krishna Krishna Ram Ram Ram ❤❤❤❤❤😊😊😊😊😊
@babulalbhaiti345
2 жыл бұрын
JOY BHAGWAT GEETA JOY SRI KRISHNA GURU
@nitulhazarika5650
2 жыл бұрын
অতি সুন্দৰ হৈছে বাপজন।
22:09
হেমলাই মৰাণগাঁও নামঘৰ খণ্ড ৩ @জ্যোতিময়Jyotimoy
জ্যোতিময় Jyotimoy
Рет қаралды 343 М.
22:52
Bhagawat||শ'লগুৰি || @জ্যোতিময়Jyotimoy
জ্যোতিময় Jyotimoy
Рет қаралды 266 М.
00:13
Thank you Santa
Nadir Show
Рет қаралды 27 МЛН
00:15
How Much Tape To Stop A Lamborghini?
MrBeast
Рет қаралды 220 МЛН
00:32
Помоги Тревожности Головоломка 2 Найти Двойника Шин Тейпс Кетнепа
Ной Анимация
Рет қаралды 3,8 МЛН
00:42
ОБМЕНЯЛА КВИНКУ НА…😱(смотрите до конца😂)#роблокс #игры #смешное #интересное #квинка
i_roblox_queen
Рет қаралды 5 МЛН
25:52
Amrita Gogoi News | নগাঁৱৰ হোটেলত কি ভয়ংকৰ ঘটনাৰ সন্মুখীন হৈছিল অভিনেত্ৰী অমৃতা গগৈ ? N18V
News18 Assam/Northeast
Рет қаралды 38 М.
37:03
ভাগৱতৰ এই কেইটা কথা আপুনি জানেনে | ব্যাখ্যাকাৰ প্ৰাণজিৎ গগৈ ভাগৱত জ্ঞান | Pranjit Gogoi vagawatpath
SK JUBAHOMAJ🙏
Рет қаралды 218 М.
28:50
আত্মাৰ ভাগ দুটা কি কি ? | জগত বণিয়া ভাগৱত ব্যাখ্যা | Jagat Bania Kamrup Khetri Bhagawat Path-Bakhya
Culture of Assam
Рет қаралды 39 М.
1:01:29
মাতৃ গৰ্ভৰ সংস্কাৰ মানে কি|| মাধুয্য বৰা||bhagawat path ||madhurjya borah||@bhaktirsagor
ভক্তিৰ সাগৰ Bhaktir Sagor
Рет қаралды 104 М.
16:06
Bhagawat Path||Pranjit gogoi#part3দক্ষিণ ||গেলগেলী নামঘৰ||জ্যোতিময়
জ্যোতিময় Jyotimoy
Рет қаралды 506 М.
28:03
ৰন্টু শইকীয়\\এক শৰণ হৰিনাম ধৰ্ম কি?#ৰন্টুশইকীয়া#viralvideo#ভাগৱত#bhagowatpat@Vocal_অসম#ভক্তিৰস
Vocal Axom কণ্ঠ অসম
Рет қаралды 8 М.
15:30
কলিযুগৰ মনুষ্যৰ ধৰ্ম কি! @শশীবৰাআধ্যাত্মিক
Sashi Borah আধ্যাত্মিক
Рет қаралды 578 М.
53:40
ভাগৱত ব্যাখ্যা প্ৰাণজিৎ গগৈ | Bhagawat bakhya Pranjit Gogoi দিহিঙ্গীয়া গাওঁ নামঘৰ | #bhagawat_bakhya
DHRUBAJYOTI UNOFFICIAL
Рет қаралды 37 М.
1:05:28
মুনিন দত্ত ও পৰিয়াল বৰ্গ||চাবুৱা||@জ্যোতিময়Jyotimoy
জ্যোতিময় Jyotimoy
Рет қаралды 453 М.
43:44
নাজিৰা চানবছা গাঁও নামঘৰ @জ্যোতিময়Jyotimoy
জ্যোতিময় Jyotimoy
Рет қаралды 222 М.
00:13
Thank you Santa
Nadir Show
Рет қаралды 27 МЛН