কেবিনেটৰ খাদ্য তালিকাক লৈ তীব্ৰ ক্ষোভ মুখ্যমন্ত্ৰীৰ। নলবাৰীৰ উপায়ুক্তক ধমক

  Рет қаралды 54,347

NB News

NB News

Күн бұрын

কেবিনেটৰ খাদ্য তালিকাক লৈ তীব্ৰ ক্ষোভ মুখ্যমন্ত্ৰীৰ। নলবাৰীৰ উপায়ুক্তক ধমক।
Facebook: / nbnewstv
#NBnews
#NBtv
#NBnewsassam
#NBnewstv
#Satellitechannel
#NBNews

Пікірлер: 155
@Him-l3z
@Him-l3z 3 ай бұрын
এইবিলাক এখন সুপৰিকল্পিত নাটক। ।😂😂😂😂
@BhumidharNath-im7ml
@BhumidharNath-im7ml 3 ай бұрын
এই বাৰৰ পৰা পয়্তা ভাত আৰু পোৰা মাছ যোগাৰ কৰিলেই হল দি চি সকলে। সম্পুর্ন বকাসুৰৰ খানা।
@HiteshDad-xk4vj
@HiteshDad-xk4vj 3 ай бұрын
😅😅😅😅
@bulbulbora-cw1el
@bulbulbora-cw1el 3 ай бұрын
হেৰী,খাই বৈ নো ক'লে কি হ'ব। নিৰামিষ খাদ্য যোগান ধৰিব লাগে বুলি আগেয়ে চিঠি খন দিয়া হ'লে আয়োজক D C মহোদয়ে কষ্ট কৰি ইমান আয়োজন নকৰিলে হেঁতেন। হওঁক দিয়ক আগলৈ অন্য জিলাৰ চাৰ হতে এনে কাম নকৰে আৰু ।
@studyloverjyoti7439
@studyloverjyoti7439 3 ай бұрын
Jodi agote veg thali instructions asil tente khowte gom napale neki....
@studyloverjyoti7439
@studyloverjyoti7439 3 ай бұрын
Nije khai loi sob bhul Belegor uporot
@dilipgogoi3682
@dilipgogoi3682 3 ай бұрын
খাই পাত ফালিলে কি হব?
@rinturajrajkhuwa4199
@rinturajrajkhuwa4199 3 ай бұрын
Big Natok aibur
@jitubarman6162
@jitubarman6162 3 ай бұрын
ৰাইজৰ ৰোসত পৰাৰ ভয়ত এতিয়া উপায়ুক্তক দোষীলে কি হ’ব বৰভোজ খাই উঠি ৷
@HiteshDad-xk4vj
@HiteshDad-xk4vj 3 ай бұрын
.😅😅😅
@AC-wu8jw
@AC-wu8jw 3 ай бұрын
😂😂😂😂😂
@trishnagogoiphukan5529
@trishnagogoiphukan5529 3 ай бұрын
নাটক খন মনোমহা 😆👌
@dharmadutta8831
@dharmadutta8831 3 ай бұрын
ইয়াকে কয় খাই পাত ফলা
@satyarajbongshi8211
@satyarajbongshi8211 3 ай бұрын
নিৰামিষ আহাৰ খোৱালে ডিচিৰ মাল নোলাই । সেইবাবে কিছু মাছ মাংসৰ আয়োজন কৰিলে । নিৰামিষৰ দাম কম । কম খৰচত কম টকা । এতিয়া মাছ মাংস বনাই ভাল টকাৰ বিল এখন পাছ কৰিব পাৰিব ।
@plabitabora-nt4op
@plabitabora-nt4op 3 ай бұрын
আমি সৰু মানুহ ।আমাৰ লোভ লাগিছিল ২৬ বিধ ব্যঞ্জনেৰে সজোৱা ভাতৰ কাঁহী খন দেখি । সেয়েহে লিখিলো । এয়ে হ'ল ডাঙৰ মানুহৰ খাদ্য সম্ভাৰ ।দগৰী দগৰী খাই উগাৰ মৰাৰ পাছত মূখ্য মন্ত্ৰীয়ে বেয়া কৰিলে বুলি D.C.ক দাবী দিলে বদ নাম নাতৰে নহয় । ব্যয় বহুল চৰকাৰৰ এয়েতো ধৰ্ম হয় । সময় বোৰ বৰ নিষ্ঠুৰ হৈছে কিন্তু । আশা ৰান্ধনী অঙ্গনা বাৰী গাঁও প্ৰধান ভিদিপি এই বোৰ সংস্থাই দেশ খনক আগুৱাই নিয়াত ইমান অৰিহনা যোগোৱাৰ পাচতো নিৰ্বি কাৰ ২৫ বিধেৰে বৰ ভোজ খোৱা সকল । সময় কিন্তু বৰ প্ৰতিশোধ পৰায়ন । গতী শীল সময়ে ওলত পালত কৰিব পাৰে সকলো ৰে জীৱন যাত্ৰাৰ পথ । সকলোৰে মন যায় ২৫ বিধৰ আঠ ভাগৰ এভা গেৰে পৰিয়াল টো লগত লৈ খাবলে পিন্ধিবলে কিন্তু কৰিম কেনেকৈ ? গাঁও প্ৰধান হৈ বহু কষ্ট কৰি পাও মাত্ৰ ৯০০০/ হাজাৰ । কিখাম কাক দিম কেনেকৈ ছলিম এই কথা বোৰ কেবি নেটে ছিন্তা কৰিব পাৰিব লাগিছিল ।
@MonjulaDevi-du4te
@MonjulaDevi-du4te 3 ай бұрын
জনতাক দেখুৱাবলৈ কৰা এখন অতি সুপৰিকল্পিত নাটক। ৰাইজে নগাঁৱৰ কাজ পথত কৰা নাটকখনলৈ মনত পেলালেই হ'ল। "ক'ই ৰাজা মহাৰাজা আয়া কিয়া "।
@rambalram2610
@rambalram2610 3 ай бұрын
মৃণাল শইকীয়া ডাঙৰীয়াই কিবা এটা মত পোষণ কৰক... আমি আশাৰে তেওঁলৈ বাত চাই আছোঁ...😮😮😢😢😢😢
@barunbarman4965
@barunbarman4965 3 ай бұрын
ইমান বিলাক খাদ্য মানুহে নেখায় এই খাদ্য অসুৰ সকলে আৰু ৰাক্ষস সকলে খাইছিল এই সকল আমাৰ দেশৰ জনপ্ৰতিনিধি এওঁলোকৰ বাবেহে বীৰ ছহিদ সকলে দেশখন স্বাধীন কৰিলে
@rantuali6074
@rantuali6074 3 ай бұрын
ধেত ৰাজা মহাৰজা এয়া হে kiya 😂😂😂 মানুহক ৰখাইছা কিয় 😂😂😂😂
@bimalhansda4715
@bimalhansda4715 3 ай бұрын
বেলেগ কাম নাই নেকি, ৰাজ্যত বানপানীয়ে প্ৰলয়ংকাৰি ৰূপ লৈছে সেইবোৰত চকু দিয়ক।
@শংশাৰিকাগগৈ
@শংশাৰিকাগগৈ 3 ай бұрын
মুখ্যমন্ত্ৰীত কে বেছি দালালী তʼই
@ManjuDevi-mv4wg
@ManjuDevi-mv4wg 3 ай бұрын
ৰাইজক খুৱাই কনট্টোলৰ চাউল। সেই ৰাইজৰ ভোটৰ জৰিয়তেৰজা হোৱা সকলে খায় ত্ৰিছখন আঞ্জা ৰে ভাত।
@mridulduwarah7897
@mridulduwarah7897 3 ай бұрын
খাই বৈ কলে কি দাল হব.
@jitensarma1210
@jitensarma1210 3 ай бұрын
Pre planned high voltage drama
@bravoofficial796
@bravoofficial796 3 ай бұрын
Public imman oo burbok nohi... ei natok besi din nslibo
@joshnaray3117
@joshnaray3117 3 ай бұрын
পাগলৰ কাৰ , বাৰ , খানা ,,,,, বামুনে জি পায় তাকে নেখায় ,,,, বামুনে খায় ভেজ খানা , জিহে জনো জাতীৰ খাদ্য বনাইছে মামাৰ মাথা নস্ত
@debajitrajkonwar8698
@debajitrajkonwar8698 3 ай бұрын
নাটক 😂
@bhupeshdas3141
@bhupeshdas3141 3 ай бұрын
this,is,dharma,😂😂😂😂😂😂
@moslehuddinahmed5409
@moslehuddinahmed5409 3 ай бұрын
বৰ্তমান অসমৰ চেষ্ট্ৰ অভিনেতা কোন, ?
@bhupeshdas3141
@bhupeshdas3141 3 ай бұрын
🤑🤑🤑🤑🤑🤑🤑🤑🤑🤑🤑🙊🙊
@DharoniPegu
@DharoniPegu 2 ай бұрын
😅😅😅😅😅😅😅😅😅😅
@RakeshPatir-u6d
@RakeshPatir-u6d 3 ай бұрын
Dilew bipot nidilew bipot .ketiyaba dora herar majot cholibo lage
@BappiDey-e2e
@BappiDey-e2e 3 ай бұрын
Himonter natok
@RuprazKhilonzia
@RuprazKhilonzia 3 ай бұрын
Sagoli mas.notun mas aahise niki marketot
@DharoniPegu
@DharoniPegu 2 ай бұрын
😅😅😅😅😅😅
@PradipKumarDas-w7m
@PradipKumarDas-w7m 3 ай бұрын
নলবাৰী ৰ স্থানীয় বিধায়ক নাছিল নেকি ?
@শংশাৰিকাগগৈ
@শংশাৰিকাগগৈ 3 ай бұрын
তোক ছাগে টকা দিলে,? বিজেপিয়ে
@mrinalhandique5217
@mrinalhandique5217 3 ай бұрын
hopeless news.
@ronjumaiborah1270
@ronjumaiborah1270 3 ай бұрын
Sugare paba
@pramodchoudhury6598
@pramodchoudhury6598 3 ай бұрын
Karileo maran Nakarilio maran.Gatike karahe bhal.
@bijeshgohain3646
@bijeshgohain3646 3 ай бұрын
😂😂😂😂😂😂
@AbubakkarsiddiqueakandAkand
@AbubakkarsiddiqueakandAkand 3 ай бұрын
😂😂😂😂😂
@richimoy2962
@richimoy2962 3 ай бұрын
😂😂😂😂
@dhunusaikia1595
@dhunusaikia1595 3 ай бұрын
😂😂😂😂
@RiyuDoley
@RiyuDoley 3 ай бұрын
Over acting kuat beyosto hobo nalaga bohut Kam ase
@prakashborah5396
@prakashborah5396 3 ай бұрын
ৰাক্ষসৰ খানা আছিল।
@liakathussain8769
@liakathussain8769 3 ай бұрын
Banpanir kotha kouk bai apunalukor personally principal nai neki bai
@ashokdas6426
@ashokdas6426 3 ай бұрын
Kali khai gol. Aji show cause korise. Kali khai thakote manat pora nasil neki
@wondervlogerblogger7084
@wondervlogerblogger7084 3 ай бұрын
Baapre baap dukhiar tej kha kha
@chandrutpolneog-ji5zm
@chandrutpolneog-ji5zm 3 ай бұрын
খাই লৈ এতিয়া D C মূৰত মাধমাৰটো ।
@kalpanadas1724
@kalpanadas1724 3 ай бұрын
এটা পেটত ইমান ধৰে জানো ৰাইজ ভোকত মৰিছে এইবোৰ ৰ কাৰণেই দেশ ৰাজ্য জিলা গাওঁ ৰসাতলে গৈছে৷
@FakharuddinAliAhmed-uf7iv
@FakharuddinAliAhmed-uf7iv 3 ай бұрын
Ghorialor chakupani
@laxmirekha1073
@laxmirekha1073 3 ай бұрын
Bapekor paisa re khuwa nai Dhukhi manuhor tax Or paisai khuwaise
@pinkudeka9628
@pinkudeka9628 3 ай бұрын
Khai pine natak kore cm
@karunaborah7199
@karunaborah7199 3 ай бұрын
Bamunia budhi nubujobo .natok ami aibur khaboli he nibasito korilu
@monuranjanphukon8553
@monuranjanphukon8553 3 ай бұрын
Khadyar kharach khini D C r darmaharpora Katiba lage
@BipulBipul-wl1ud
@BipulBipul-wl1ud 3 ай бұрын
Goruu arru gahorri he roi goll is ram
@KamalDas-rr3iz
@KamalDas-rr3iz 3 ай бұрын
Aibilak khaddaor bikhay kole dukhia manubilakok dukh lagibo kobo nalage diok
@haridevsaikia4415
@haridevsaikia4415 3 ай бұрын
Tur mukh hukai thakil
@MinakshiRajbongshi-zw9yb
@MinakshiRajbongshi-zw9yb 3 ай бұрын
ইমান বোৰ খাব পাৰে নে মানুহে?
@test-ix9im
@test-ix9im 3 ай бұрын
O.. natok buji paisu.hbo aru bujibo baki nai
@rahuldeka6449
@rahuldeka6449 3 ай бұрын
খাই।পাহৰা।এইবিলাক
@apurvanath1644
@apurvanath1644 3 ай бұрын
Himanta sare ki ki khale ?
@parthodas493
@parthodas493 3 ай бұрын
Jayanta bula jon nasil nki bru
@bimalhazarika5707
@bimalhazarika5707 3 ай бұрын
নাটক খন শুনি ভাল লাগিল।
@basantahira8645
@basantahira8645 3 ай бұрын
বন মৰি যোৱা খানা😂
@mukutgajurel5044
@mukutgajurel5044 3 ай бұрын
Mama😂 r natok... Bor bhal lage
@jitubora9318
@jitubora9318 3 ай бұрын
Cm ছাৰে খালে নে নাই
@AbubakkarsiddiqueakandAkand
@AbubakkarsiddiqueakandAkand 3 ай бұрын
Natok koribo jaga napai
@MamuBora-wn5wf
@MamuBora-wn5wf 3 ай бұрын
Aia bohut Kom hoise aru item ?
@manujkumarbora8901
@manujkumarbora8901 3 ай бұрын
Ami khali vat khaiu jiyai thaku
@ProdipDas-hm7cb
@ProdipDas-hm7cb 3 ай бұрын
BJP Sarkar ka yahi hai karna main ky ?
@shashankarchamua-pt1vm
@shashankarchamua-pt1vm 3 ай бұрын
Poisa bor tu amare jai
@rurallifene4766
@rurallifene4766 3 ай бұрын
Public kok dekhuaboloi he letter dise.bhitori khanar babe bohut thanks dise sage.
@anujxxswargairy6393
@anujxxswargairy6393 3 ай бұрын
😂😂toka kar
@ronjanmoran1026
@ronjanmoran1026 3 ай бұрын
নাটক হয়
@basantahira8645
@basantahira8645 3 ай бұрын
Dhurr
@tirthahazarika564
@tirthahazarika564 3 ай бұрын
স তীৰ্থ বন্ধুৱে জিলাৰ খাদ্য ৰাইজক পৰিচয়ৰ কৰি দিচিল
@PD-gj7ot
@PD-gj7ot 3 ай бұрын
খোৱাই বোৱাই ভাল লগাম বুলি ভাবিছিল বুকুৰাই ...😅 ব্হস্পতি বাবে বহুত মানুহহে ব্ৰত ত থাকে আৰু বহুতে নিয়ামিখ খায় ...
@mukulbaruah1833
@mukulbaruah1833 3 ай бұрын
Pd-gj7ot, ata kotha monvt rakhuba Hitlar u khampurna niramikhbhuji asil. Kintu prithibir ataitkoi maratmak Hotyakari asil. Gatike khadya i manuhr saritra khalani kariba nuare.
@PD-gj7ot
@PD-gj7ot 3 ай бұрын
@@mukulbaruah1833 আপুনি হে জানিব ...
@rijupadun7276
@rijupadun7276 3 ай бұрын
kuwakoi kam kora arrongnacy bipod matibo picnik khaboloi nejaba tumalukor aito natak people reveneu khai boi karbar uporot gali nepariba itbring chause not only in assam india too like kenyia
@KM-tc3oe
@KM-tc3oe 3 ай бұрын
MAI KIYA KOI ROJA MOHARAJA HAI ?????
@arpitadutta9888
@arpitadutta9888 3 ай бұрын
Natak
@Kaustav_jyoti_Rabha
@Kaustav_jyoti_Rabha 3 ай бұрын
কৃষ্ণ যাৰ দেহত পুতুনা তাৰকা সোনিত নিহিত হৈ আছে সেইবোৰ জীৱে এইবোৰ খাদ্য খায়।কৃষ্ণ 🙏
@BiplobhatiBaruah
@BiplobhatiBaruah 3 ай бұрын
বানপিড়িত সকলৰ বাবে যদি এবাৰ ভাবিলে হেঁতেন বৰ ভাল পালোঁ হেঁতেন। বাকী বিলাক ৰাইজৰ ওপৰত।
@bhupendeka3730
@bhupendeka3730 3 ай бұрын
This is a drama.
@mukulbaruah1833
@mukulbaruah1833 3 ай бұрын
Narendra Modi a khongkhad t Bharatr khongvidhan murat tuli ji natok dekhuale, khei Gharialr sakupani amaar jone u Nalbarit dekhuaise. Axom khon sepi khundi ses karile aru atia natok karise. Fetikhap k tilmaan biswakh karile u kangkha mamak Axomr raije tilmaan u biswakh nakore.
@sivanathbhuyan-go9zq
@sivanathbhuyan-go9zq 3 ай бұрын
ভাওনা
@lfc.ftblx7
@lfc.ftblx7 3 ай бұрын
Ufff imaan dhunia item..... thanks DC sir.
@manikborah4861
@manikborah4861 3 ай бұрын
Ha ha ......kala kha .
@monujpalak560
@monujpalak560 3 ай бұрын
মিটিংৰ মাজতে হিমন্তই হাগিলে এই কথাষাৰ কিয় নকলি
@BigantaPatar
@BigantaPatar 3 ай бұрын
😅😅😅😅
@diganataboruah6897
@diganataboruah6897 3 ай бұрын
গাহৰিৰ মাংস দিয়া ৰ কাৰেনে
@ghanashyamborah1063
@ghanashyamborah1063 3 ай бұрын
For lesson learning DC,Nalbari should be called explanation and show caused notice why disciplinary action should not be taken against the DC,Nalbari. Why the DC ,Nalbari not compliance the instructions of Hon'ble CM,Assam, if really it was given.The DC Nalbari should be punished and transferred.For act of these unscripluous self decision of the DC ,Nalbari, as a result lost of image of BJP Government.
@RanjtNarah
@RanjtNarah 3 ай бұрын
Pirit powa kana Kai boji nepaisage nijor tokaholey 35ta ayetem bonai kowasun
@dipankarboro1109
@dipankarboro1109 3 ай бұрын
Ha haa haaa,kokwa hat Kowa,kowa.😮😮😮
@BhaskarGogoi-n6m
@BhaskarGogoi-n6m 3 ай бұрын
মামাই অকল নিজৰ কথাহে চিন্তা কৰিছিল, বাকি বোৰে নিৰামিষ আহাৰ গ্ৰহণ কৰিব নোৱাৰে, ৰাইজৰ টকাৰে নাখায় কাৰ টকাৰে খাব, লগতে সাংবাদিক কেইজনে খাৱ পালে নে নাই
@bijeshgohain3646
@bijeshgohain3646 3 ай бұрын
মজা আমি আজি লৈকে এই ভোজ খাই পোৱা নাই, আমাক মতা হেতেন উদৰ পোৰাই খালোহেঁতেন. 😅
@baburamlahary3822
@baburamlahary3822 3 ай бұрын
Ba ba lobo bisarisil junior mama aru Barnali Deka ye
@digantaboruah6458
@digantaboruah6458 3 ай бұрын
কালি জয়ন্ত মল্লৰ জন্ম দিনৰ ৰ্পাটী দিয়া বুলিহে সকলোৱে ভাবিছিলো ।
@manojrabha738
@manojrabha738 3 ай бұрын
Natok 😂😂😂😂 aage khbi trpst manuh k hunabi 🤮🤮🤮🤮👎👎👎👎
@achintyayt6475
@achintyayt6475 3 ай бұрын
বহুত ভাল কথা , এইয়া হে আমাৰ মুখ্যমন্ত্ৰী ধন্য বাদ থাকিল সদায় এনেকৈ চিম্পকল হৈ থাকিব
@debenkonwar8367
@debenkonwar8367 3 ай бұрын
যিহে তৰকাৰীৰ ৰঙ বাপৰে এয়া খাই বাকীখিনি পুৱাৰ কৃত কৰ্ম খিনিয়ে বাতৰ ঘাঁহ মাৰি পেলাইছে চাগে !
@ProdipBorahProdip
@ProdipBorahProdip 3 ай бұрын
Khai loi ugari diche,tohotor minister ase keita khuat bill 1crore koi besi taku ahomot,pagol hua nai 2 aei keita tohoti hati u nahoi!!!! Tohot ki jontu hoi o
@sangitadas4604
@sangitadas4604 3 ай бұрын
Teuloke anekua khadya to haday khai thake adin dukhia manuh khini bisaraj khuaba sun apunaluke.
@gojongapol4448
@gojongapol4448 3 ай бұрын
Hemantar pet tu solil sage nalbarir khana khai
@lakhikrchintey5693
@lakhikrchintey5693 3 ай бұрын
শিয়াল যাক কৈ মুখ্য মন্ত্ৰী মানুহ ৰুপি শিয়াল
@Pkb5411
@Pkb5411 3 ай бұрын
Dc koinu ki hobo.asol main daku nak kosuajon hey buli sun kali channel bur at siyori koisil
@anibro4162
@anibro4162 3 ай бұрын
Ot tot cabinet pati picnic khowar budhi .
@pranitabarman8587
@pranitabarman8587 3 ай бұрын
নিমখ তেলেৰে দিব লাগিছিল তেতিয়া তেওঁ কি কলে হয় চাব পাৰিলো হয় নাটকখন
Остановили аттракцион из-за дочки!
00:42
Victoria Portfolio
Рет қаралды 3,8 МЛН
The selfish The Joker was taught a lesson by Officer Rabbit. #funny #supersiblings
00:12
Running With Bigger And Bigger Lunchlys
00:18
MrBeast
Рет қаралды 116 МЛН
iPhone or Chocolate??
00:16
Hungry FAM
Рет қаралды 42 МЛН
Shahrukh Khan romantic dance with Madhuri Dixit in award show
6:26
देवेश भैया जी
Рет қаралды 1,6 МЛН
BBC Hausa Labaran Duniya na Safe Yau /01/10/2024 #bbc
18:19
NASARA 24
Рет қаралды 3,1 М.
Остановили аттракцион из-за дочки!
00:42
Victoria Portfolio
Рет қаралды 3,8 МЛН