Рет қаралды 36,530
DY365
পৰিয়ালৰ প্ৰতি ঘৰৰ মুৰব্বীজনৰ দায়িত্ববোধ কিমান হ’ব লাগে? পত্নী আৰু সন্তানৰ প্ৰতি কিমান সমৰ্পিত পিতৃ? আজি এই সকলো প্ৰশ্নৰ নিদৰ্শন দিব এজন সাধাৰণ ঠেলাৱালাই। কাহিনী শুনিলে আপোনাৰো সেমেকি উঠিব দুচকু। চেল্যুট দিব সেই দৰিদ্ৰ ঠেলাৱালাক।