কাইলৈ ১ বজাৰ পৰা ব্যাপক পৰিবৰ্তন অসমত

  Рет қаралды 1,050,933

TIME8 News

TIME8 News

Күн бұрын

Пікірлер: 597
@puronigeetorhomahar-qk9po6dl4f
@puronigeetorhomahar-qk9po6dl4f 3 жыл бұрын
ৰাজ্যত/দেশত চলি থকা ধৰ্ষণৰ বিৰুদ্ধে যদি এনেকৈ কঠোৰ আইন থকা হ’লে মই বহুত সুখী হ’লো হেতেন।
@sumikalita6244
@sumikalita6244 3 жыл бұрын
Yes yes bro
@nilakhisonowal5032
@nilakhisonowal5032 3 жыл бұрын
Right
@sanjunarah7092
@sanjunarah7092 3 жыл бұрын
Right comment
@joybratachakraborty9440
@joybratachakraborty9440 3 жыл бұрын
Correct
@bikashsaraniasarania2622
@bikashsaraniasarania2622 6 ай бұрын
❤❤❤ ko hu hu hu ni pm​@@sumikalita6244
@Acknowledgement641
@Acknowledgement641 3 жыл бұрын
এইসমূহ কঠোৰ নীতি নিয়ম ইলেকচনৰ আগত কিয় নাহিলে সেইটো ক‍ওঁক।
@ManjuDevi-mv4wg
@ManjuDevi-mv4wg 3 жыл бұрын
খাদ্য ৰ দাম কমাই দিয়ক,বাচভাড়াৰ কি‌কৰিব,সমস্য বোৰভয়লগা হৈছে।অতি সোনকালে সমাধান লাগে। দৈনন্দিন জীৱন বৰ অসহায়।
@RiniGogoi-v5e
@RiniGogoi-v5e 12 күн бұрын
আমি ভাল পাইছোঁ এনে নিৰ্দেশনা জাৰি কৰাৰ বাবে,
@GirishChutia-w7v
@GirishChutia-w7v 3 жыл бұрын
দুখিয়া মানুহৰ কি হব 🙏🙏🙏। RIP
@monindro8245
@monindro8245 3 жыл бұрын
Dukhia manhu ki roja ki buji pabo.
@amarswapna1133
@amarswapna1133 3 жыл бұрын
মজা এচপি,,,অকল দুখীযা সকলৰ বাবে নাভাবিব মধ্য বিটি লোক যেনে যাৰ ৰিস্কা গাড়ী অত বালি গাড়ী নিয়া দাম্পাৰ এইবোৰে কি কৰি খাব,,,যোৱা বছৰৰ ৰিণেই পৰিশোধ কৰিব পৰা নাই,,,অফলাইন কৰি পৰীক্ষা বোৰ পাতি দিয়ক,,,যদি সম্ভৱ হয়,,,,
@aradhyawonderlandvlog4679
@aradhyawonderlandvlog4679 6 ай бұрын
🎉
@DimbeswarMahanta-hp8gb
@DimbeswarMahanta-hp8gb 4 ай бұрын
2020 sanar news neki?
@btsarmygirls3983
@btsarmygirls3983 12 күн бұрын
​@@DimbeswarMahanta-hp8gb 😂à QQ CR❤
@গৰমখিচিৰিগেমিং
@গৰমখিচিৰিগেমিং 3 жыл бұрын
সকলো মানুহ ঘৰতে থাকিব . দিনে ৩০০কে দিলে হল . নহলে আমাৰ খোৱা-বোৱা অসুবিধা হয়.আমি দিন হাজিৰা কৰি খোৱা মানুহ..কৰুণা লৈ আমিও ভয় কৰো..কিন্তু কৰুণা বুলি তু আমি নোখোৱা কে মৰি যাব নোৱাৰো.
@debajitsaha1043
@debajitsaha1043 3 жыл бұрын
আমাক হাজিৰা দিয়ক ।আমি কি কৰিম।পৰিয়াল কেনেকে চলাম আমি।নোখোৱাকৈ মৰিম নেকি আমী।
@mridulneog7034
@mridulneog7034 3 жыл бұрын
আৰু কঠোৰ আইন দিয়ক একো দাল নহয় ।
@gulapchungkrang9576
@gulapchungkrang9576 3 жыл бұрын
Sir আপুনি যি কৈছে আমাৰ ভালৰ কাৰণে কৈছে,,, কিন্তু আপোনাৰ কাষত এজন বহি আছে ।কিন্তু আপোনালোক দুজন disten maintained কৰিছেনে বাৰু,,,,,,,???
@prasenjitdas4807
@prasenjitdas4807 3 жыл бұрын
😀😀😀😀😀😀
@rajkumarpatir2204
@rajkumarpatir2204 3 жыл бұрын
Police r Corona nohoy.
@depamonisaikia2570
@depamonisaikia2570 3 жыл бұрын
Hihotok Voi kore coronai guliyai dbo n
@sumikalita6244
@sumikalita6244 3 жыл бұрын
Hihote bokat uthi thakibo
@lockymoon1279
@lockymoon1279 3 жыл бұрын
Police'r dress't Corona virus protirodhi power ase
@apexnetwork4600
@apexnetwork4600 3 жыл бұрын
মানুহ জীয়াই নাথাকিলেও হব আৰ কি যে দিন আহিল
@profullagogoiprafullagogoi6604
@profullagogoiprafullagogoi6604 6 ай бұрын
ৰাহুল অসমলৈ অহা কথা যে । নহাৰ ব্যৱস্থা কৰিছে । বিহুৰ বজাৰ খন আপুনি কৰি দিব নেকি ? লৰাহতে হুচৰী নেগাব নেকি ? আৰু বহুতো কথা আছিল --- - -- -
@bijudas5784
@bijudas5784 3 жыл бұрын
চৰকাৰী, মজা, দুখীয়া,মৰা, শৰ্মাৰ, চৰকাৰ
@RatneshwarKakati
@RatneshwarKakati 4 ай бұрын
দুখীয়া খকলে কেনেকৈ ভাত মূথী খাবলৈ পাব😢😢😢😢
@sabitathakuria8237
@sabitathakuria8237 3 жыл бұрын
গ্ৰামীন অঞ্চলত কৰোণা 6 বজাত যাম বুলি কৈছে আৰু চহৰ অঞ্চলত 2 বজাত আহিম বুলি কৈছে এইখন নাটক আৰু কিমান দিন চলিব মানুহ কাম নকৰিলে খাব কৰ পৰা হিছাৱ ৰাখিছে আপোনালোকে টো দৰমহা পাব আমি টো দিন হাজিৰা কৰি খোৱা মানুহ এতিয়া 2 বজাতে কাৰ্ফিউ দাল দিলে আমাক কোনে কামত লগাব
@BHAKATSHYAMBHAKATSHYAM
@BHAKATSHYAMBHAKATSHYAM 6 ай бұрын
এই বাৰ অসমিয়া মৰন
@KAMARUZ.
@KAMARUZ. 3 жыл бұрын
বিহুৰ সময়ত ক'ৰোনা কিয় নহয় ঈদৰ সময়ত হে এইবোৰ ভেকো ভাওঁনা আৰম্ভ হয় যে… আৰু মহিলা লগত থাকিলে ক'ৰোনা নহয় নেকি…?
@aftabulchoudhury8860
@aftabulchoudhury8860 3 жыл бұрын
এইখন sop মানে সাপ মাৰি নেগুৰত বিষ থকা
@sadiyarider7412
@sadiyarider7412 3 жыл бұрын
Right
@tumonvlogs8072
@tumonvlogs8072 3 жыл бұрын
১০ জনক মাতি বিয়া পতাতকে পলুৱাই অনাই ভাল পাই।
@lockymoon1279
@lockymoon1279 3 жыл бұрын
It's a golden chance. do not miss it.
@DilendraRay-o8k
@DilendraRay-o8k Ай бұрын
হিমন্ত দাৰিয়া আপনি অসম চলাব নোৱাৰে জদি হাত দাঙি দিয়ক এইবিলাক বূকি থাকিব নালাগে ৰাইজৰ বহুত চলিব কস্ত হয়
@mridulborgohain4873
@mridulborgohain4873 3 жыл бұрын
এয়াই পৰিবৰ্তন
@FatikLaskar-w1j
@FatikLaskar-w1j 9 күн бұрын
তিনি বছৰ আগতে ভাইৰেল হোৱা খবৰ এতিয়া কিয় দেখুৱাই আছে? মানুহৰ মনত ভুল বুজাবুজিৰ সম্ভাৱনা আছে।
@indrajitprosad4917
@indrajitprosad4917 3 жыл бұрын
ক'ভিড অতিমাৰীৰ দ্বিতীয় তৰঙ্গৰ প্ৰতি লক্ষ্য ৰাখি নতুন বিধি বলৱৎ হ'ব অহা ১৩ মে'ৰ দিনৰ ১বজাৰ পৰা য'ত সকলো চৰকাৰী বেচৰকাৰী কাৰ্য্যালয় ১৫দিনৰ বাবে সম্পূৰ্ণ বন্ধ ঘোষনা আদৰণীয়!কিন্তু বেঙ্ক সেৱাক জৰুৰী বুলি জ্ঞান কৰি খোলা ৰখাৰ দিহা কৰিছে অথচ জৰুৰী সেৱাত ব্ৰতী বেঙ্কৰ বিষয়া কৰ্মচাৰীৰ ক্ষেত্ৰত "ক'ভিড ভেকচিন"দিয়াটো অগ্ৰধিকাৰ হিচাবে চৰকাৰে বিবেচনা কৰিব লাগে কাৰন দেখা গৈছে যে বেঙ্কত কৰ্মৰত সকলে "ভেকচিনৰ" বাবে হাঁহাকাৰ কৰিও ল'ব পৰা নাই!অথচ জৰুৰী ভাবে গ্ৰাহকক সেৱা আগবঢ়াই থাকিব লগীয়া হৈছে! বিষয়টি স্পৰ্শকাতৰ আৰু বিশেষ বিবেচনা যোগ্য বুলি পতিয়ন যাব পৰা যায়! মতামত বাঞ্ছনীয়!!
@jyotipratimkalita2795
@jyotipratimkalita2795 3 жыл бұрын
গ্ৰামঞ্চালত প্ৰযোজ্য হব নে নাই স্পষ্ট কৈ কওঁক। sop ভাল কে পঢ়ক
@SonghamitraMoran
@SonghamitraMoran 4 ай бұрын
চৰকাৰী চাকৰি সকলে ভাত খাব কাৰণ তেওঁ লোকে দৰমহা পাব গাওঁ বা চহৰৰ দিন হাজীয়া কৰা লোকে জানো চলিব পাৰিব চৰকাৰে দিয়া ১২৫০ টকাত
@DigantaBorthakur-el4nr
@DigantaBorthakur-el4nr 7 ай бұрын
কেলয় এনে কৰিছে চৰকাৰে নে কাভিদ আকৌ আহিল নেকি?....?::::::::?;;;;;;?
@jyotiranidas3821
@jyotiranidas3821 3 жыл бұрын
Vale hoise dia
@badalraja4570
@badalraja4570 3 жыл бұрын
বুজিলো..জে..ইদ..আহিলে..ই..বোৰ..নিওম....ঈদ..আহিচে..বুজিব..নাই..মামা...জি
@bimalfc5129
@bimalfc5129 3 жыл бұрын
যান-বাহন বিলাকত যে ভাৰা বৃদ্ধি হৈছে সেইতো কি কৰিব আপোনালোকে...
@nilakantakhamon
@nilakantakhamon 3 жыл бұрын
আমি আধা হাজিৰা কৰি কেনেকৈ পেত ভৰাম
@biplabyt4662
@biplabyt4662 3 жыл бұрын
গাড়ী ভাৰা 10kmগলে 50টকা লয় কি হʼব😞😞
@ajijulislam9598
@ajijulislam9598 3 жыл бұрын
Very good news
@joshnaray3117
@joshnaray3117 Ай бұрын
কভিতৰ গন্ধ ওলাইছে
@dineshroy2815
@dineshroy2815 Ай бұрын
পুলিশ ঐক্য জিন্দাবাদ ।
@daizee4510
@daizee4510 3 жыл бұрын
জেঠ মাহত বিয়া পাতিম বুলি ভাবি থকা সকলৰ বাবে বৰ দূখ লাগিছে ৷ কি হব বিয়া পাতিব নোৱাৰিলে বাৰু ?
@porineetamosorong356
@porineetamosorong356 3 жыл бұрын
biya xon ai dangor nhoi bemar2 he dangor biya xon pasot o patibo paribo , bemar2 dhori rakhibo paribo janu
@imanhoruhorudekhanajai.hqi9727
@imanhoruhorudekhanajai.hqi9727 3 жыл бұрын
Bad diyok bibah 3 bosor pisot hobo.
@ganpatirahul9087
@ganpatirahul9087 3 жыл бұрын
Mur biya 26 may t
@porineetamosorong356
@porineetamosorong356 3 жыл бұрын
o hbo 3 borsor past oo
@MonomotiBoro-uj5gw
@MonomotiBoro-uj5gw 7 ай бұрын
​@@porineetamosorong356GT XD😅
@RohiniKhanikar
@RohiniKhanikar 7 ай бұрын
ঔষধৰ দুকান
@4u206
@4u206 3 жыл бұрын
বস্তুৰ দাম কমাওক হে পন্দীতগণ।
@joshnaray3117
@joshnaray3117 Ай бұрын
মামায় ক'ভিত আনিব পাৰে আৰু মামায় ক'ভিত সেষ কৰিব পাৰে , কাৰন স্মাৰ্ট মিটাৰৰ প্রতি বাদ কৰিছে জে ,মামা পাহৰাবৰ কাৰনে ক'ভিত উলিয়ালে ,,,,,,,😁
@gakulkhaklari3853
@gakulkhaklari3853 4 ай бұрын
পুৰণা ৰেকৰ্ড কিয় বজায়ছে?
@anuwarhussan1881
@anuwarhussan1881 3 жыл бұрын
ঈদ আহি আছে সেইটো কারণে বন্ধ থাকিব
@আমাৰঅসম-ধ৬ঢ
@আমাৰঅসম-ধ৬ঢ 3 жыл бұрын
Aru bhal hoise bhut dio nohoye
@debajitsaha1043
@debajitsaha1043 3 жыл бұрын
আমি বোৰ হাট বজাৰ কৰিবো নোৱাৰিলে কেনেকৈ জীয়াই থাকিম ।কোনোৱায় জানো আমাক খোৱাবো।আমাক দয়া কৰিব আপোনালোকে।
@dineshroy2815
@dineshroy2815 Ай бұрын
কোনোবাই যদি পুলিশ না মানে তেনেহল পুলিশর পাবার দেখোবাই দিয়ক ।
@pallabkumarnath9668
@pallabkumarnath9668 3 жыл бұрын
Jar ghuribo loga ase 1 bojar agotei ghuribo tetia xei2 time t sage covid nhbo mne mrng 5 AM to 1PM loike no covid 😁😁 ..
@monindro8245
@monindro8245 3 жыл бұрын
Rojai khabo pojai sai thakibo lagibo. Rojai ki janibo pojar kotha.
@ganpatirahul9087
@ganpatirahul9087 3 жыл бұрын
😊
@boraa7267
@boraa7267 3 жыл бұрын
Dgp sir loi anurudh dibrughar district Moran abhaypurat alop saku diboloi.
@ujjalgogoi53
@ujjalgogoi53 3 жыл бұрын
ujjalgogoi👍🤳
@binodsaikia1882
@binodsaikia1882 Ай бұрын
পুৰণি বাতৰি কিয় পৰিবেশন কৰে?
@DilendraRay-o8k
@DilendraRay-o8k Ай бұрын
BJP চৰকাৰ বেছি হল খহিব এতিয়া
@AmarDas-wb8um
@AmarDas-wb8um 3 жыл бұрын
Val kam korisa thnq sir
@Lyricsvideo669
@Lyricsvideo669 3 жыл бұрын
কভিদ নহয় ভুৱা ৰাছনিতি কাম কৰি খোৱা লোকে কি খাব
@joshnaray3117
@joshnaray3117 Ай бұрын
পগলা মামা স্মাৰ্ট মিটাৰৰ কথা ভাবক এই বিলাক কি উলিয়াইছে , কাম নাই আৰু
@ashimsaikia3509
@ashimsaikia3509 3 жыл бұрын
একেবাৰে লকডাউন দিয়া হলেই ভাল হল হেতেন
@dhrubajyotiHaloi-so5mr
@dhrubajyotiHaloi-so5mr 5 ай бұрын
Ok sir
@dhrubajyotiHaloi-so5mr
@dhrubajyotiHaloi-so5mr 5 ай бұрын
Hospital 😊
@PradipBorgohain-mz7hx
@PradipBorgohain-mz7hx 6 ай бұрын
গণতান্ত্ৰিক নহয় ৰাজতাণতীক
@mukullahon4758
@mukullahon4758 3 жыл бұрын
আমি কেনেকৈ জীয়াই থাকিম মৰি যোৱাই ভাল নেকি ইয়াত কৈ
@sabitathakuria8237
@sabitathakuria8237 3 жыл бұрын
নোৱাৰে যা দুজন মানুহ লৈ গাড়ী চলাব মানুহে ইমান ভাড়া দিব নোৱাৰে এনে কাম নাই আধা বন্ধ আধা খুলা মানুহৰ ইনকাম নাই কৰ পৰা দিব ইমান ভাড়া নিয়ম টো কৰিলে নহব নহয় চবৰে কথা ভাবি চাব লাগিব
@nasssirrrlove7134
@nasssirrrlove7134 3 жыл бұрын
I think it's good steps.
@Bishwajitvlogar5474
@Bishwajitvlogar5474 3 жыл бұрын
Very good
@RD-BHAI-REMIX
@RD-BHAI-REMIX 3 жыл бұрын
গাড়ী ভাড়া বিষয়ে কব লাগিছিল sir । কাৰণ যাৰ যাৰ নিজৰ ফ্ৰিভেট গাড়ী আছে অৰ্থাৎ ধনী মানুহ বা যাৰ টকা পইচা আছে তেওঁ এখন গাড়ী বহুত টকাত ৰিজাৰ্ভ কৰি লৈ যাব পাৰে কাৰণ কৰুণা বেমাৰৰ ভয়ত নিজক বচাই ৰাখিবৰ বাবে নিশ্চয় যাব । কিন্তু যাৰ একো নাই দিন হাজিৰ কৰা,auto চলাই খোৱা,e rikswa চলাই কাম কৰি থোৱা,ঠেলা চলাই খোৱা,এই সকল মানুহ কি দৰে চলিব,কেনেকৈ খাব,যদি কৰবাত নিজৰ আপোন মানুহ কিবা বেমাৰ বা একচিডেন্ট হোৱা নিজৰ আত্মীয় জনৰ কাষত এঠাইৰ পৰা আন ঠাইলৈ কেনেকৈ যাব । কাৰণ এতিয়া 30% যাত্ৰীহে উঠোৱা নীতি নিয়ম।কাৰণ 75% ভাড়া দিব লাগিব । 100ৰ ঠাইত 250। 20ৰ ঠাইত 50,300ৰ ঠাইত 750 টকা দিব লাগিব ধুখীয়া মানুহজনে কেনেকৈ দি যাব ।
@travelfromindia2783
@travelfromindia2783 3 жыл бұрын
Amak Poisa Lagbo Karon Ami Doridra Hima rekhar Manuh..Lock Dileu Nidileu
@popysaikia833
@popysaikia833 3 жыл бұрын
1st view ❤️❤️❤️
@elimakhan6618
@elimakhan6618 3 жыл бұрын
Uroni Marisa😆😆
@tmgblaster6453
@tmgblaster6453 3 жыл бұрын
Good step BJP government
@as03y87
@as03y87 3 жыл бұрын
ঘৰ কেনেকে চলাম , মই ঘৰ অকলসৰিয়া লৰা , মোৰ দেউতা নাই
@farukhussin5010
@farukhussin5010 3 жыл бұрын
Good news,,,, ভাল পদক্ষেপ,,,,,👍👍👍
@pocodeepgamer1254
@pocodeepgamer1254 3 жыл бұрын
দিন হাজিৰা কৰা মানুহ বিলাকৰ কি হ'ব এও লোকৰ বাবে দিন টোৰ আধা সময় টো কাম কৰিব দিয়ক
@rbanubegum2582
@rbanubegum2582 3 жыл бұрын
Atia koi lav ni. Vote disuwei amiye jikalu
@satrudaimari5109
@satrudaimari5109 3 жыл бұрын
Apunaluke natun srkarkhnk decide korise atiya enjoy korok
@DilbahadurIjam-p3z
@DilbahadurIjam-p3z Ай бұрын
Sir ketiyar news hoi kihor babe bondho date diya u nai
@mintulhube3987
@mintulhube3987 3 жыл бұрын
দিন হাজিৰা কৰি ঘৰ চলোৱা মানুহ বিলাকৰ কি অৱস্থা হ'ব ?
@ArifulHaque-tg3em
@ArifulHaque-tg3em 7 ай бұрын
Moja
@MofiulHoqueBiswas-hv9zz
@MofiulHoqueBiswas-hv9zz 7 ай бұрын
What is the cause? Explain please Sir.
@acreationstatus
@acreationstatus 3 жыл бұрын
Full lock down hobo laage 🙏🙏 logote curfew or xomoyaot police ghuri furibo laage.... Chirang jilar Bijni Police Station a kuno Bebostha lowa nai.... Sabo naahe dokan bondho korise ne nai
@mayadas8514
@mayadas8514 3 жыл бұрын
Full lockdown hole amr nisina dukhia burok ghrt bojar kori dibo ne baideu
@KKB4.O
@KKB4.O 3 жыл бұрын
Very good step 👌😎
@shassamboy3538
@shassamboy3538 3 жыл бұрын
Thanks kyou ser 👏👏👏👏👏
@BishnuRabha-x1d
@BishnuRabha-x1d 2 ай бұрын
গাড়ীত কিমান তেল ভৰাব পাৰিব চাৰ ।
@RofikulIslam-t5j
@RofikulIslam-t5j Ай бұрын
😮 এই সব নিয়ম করে খতি করে কে
@noobisback9299
@noobisback9299 3 жыл бұрын
eid orh karoneh sob....eid ahhela ah lockdown hoi
@mridulkumarborah4181
@mridulkumarborah4181 7 ай бұрын
Pl. mention the cause.
@arupbaruah7385
@arupbaruah7385 3 жыл бұрын
দুখীয়াৰ কি হব,,,,,,,
@bobykalita8703
@bobykalita8703 3 жыл бұрын
Good....
@khodezanazneen1768
@khodezanazneen1768 3 жыл бұрын
Daily workers ki hobo ?Decision tu bhal as prevention is better than cure.
@pranjalkar2670
@pranjalkar2670 3 жыл бұрын
Moja moja moja 😆😆😆😆😆😆
@sanjitbhumij1028
@sanjitbhumij1028 3 жыл бұрын
মই সাধাৰণ মানুহৰ মই কি কৰিম কাম নকৰিলে হবনে
@premenral262
@premenral262 3 жыл бұрын
Gud......News.......❤❤
@sarmilaekka1181
@sarmilaekka1181 3 жыл бұрын
চাহ বাগিছা সমূহৰ ক্ষেত্ৰত কেনে নীতি নিৰ্ধাৰণ কৰা হৈছে?
@চিন্ময়কৌশিক
@চিন্ময়কৌশিক 3 жыл бұрын
হাজিৰা কৰা মানুহৰ কি হব
@dhanmanidas2705
@dhanmanidas2705 3 жыл бұрын
Din haseena gora manavar ki hai baba ruk
@assamormobileminivlog4774
@assamormobileminivlog4774 3 жыл бұрын
Tenehole hompurna lock down diya holei vl asil......
@bhabeshdoley6786
@bhabeshdoley6786 3 жыл бұрын
Good news
@SofiqulIslam-dt5tj
@SofiqulIslam-dt5tj 3 жыл бұрын
Stop covid darama😡 dukhiya mnhu bure ki koribo ha kenekoi kam koribo😡😡😡
@dipantarvlogsassamdeka4359
@dipantarvlogsassamdeka4359 3 жыл бұрын
But xklore lgt ake niom hle val pam
@prakashdas.1781
@prakashdas.1781 3 жыл бұрын
আৰু পতি পত্নী একে লগে যাব নোৱাৰিব নেকি..?
@KakoliRoy-d7c
@KakoliRoy-d7c Ай бұрын
Biswa karma puja kenake patiba moja naligba😂😢
@sashibhatta5198
@sashibhatta5198 3 жыл бұрын
চিঁঞৰি চিঁঞৰি বাতৰি কলে ভাল নালাগে ৷ বাতৰি কোৱাৰ নিয়ম শিকিব লাগে ৷
@bipinlachon8746
@bipinlachon8746 3 жыл бұрын
আমি মিস্ত্ৰীৰী কাম কৰোঁ ঘৰৰ পৰা প্ৰায় ১১ কিলোমিটাৰ দূৰত্বত তেন্তে কি উপায় দিব।
@bipinlachon8746
@bipinlachon8746 3 жыл бұрын
ডি জি পি চাৰ ডাঙৰীয়া আমাক কিবা উপায় এটা দিয়ক কাৰণ মই দিন হাজিৰা কৰোঁ ।
@ir.motivation2756
@ir.motivation2756 3 жыл бұрын
মধ্যবিত্ত সকলৰ বাবে এবাৰ চিন্তা কৰিব।।
@monzubbenlife8080
@monzubbenlife8080 3 жыл бұрын
Sir আপুনি নিজে social distance Maintain কৰিছে নে !!!! কাষত থকা জনক এবাৰ ভাল কৈ নিৰীক্ষণ কৰক ।
@lipikaneog558
@lipikaneog558 3 жыл бұрын
Right
@THUNDERSTORM_Music
@THUNDERSTORM_Music 3 жыл бұрын
ম‌ই বিন‌দাছ ৰাস্তাত ঘুৰি আছো । কোন বালে কি কৰে চাম
@latifali4033
@latifali4033 3 жыл бұрын
2ta bojar para korunai bad dile Niki Dada...atiya 1 ta bojar porahe ahebo koruna...sarkarok korunai ahe kolehe Niki...
@rumibarman8007
@rumibarman8007 3 жыл бұрын
Gariei solaboloi xomoi nohoi kintu EMI bilak dibo nuarile j manuh ahi ghor pabohi logote gari tani loi jai tetia ki hobo.upai eta dile val asil nohole eibilak manuh jiai jiai moribo lagibo.
@mstudio8445
@mstudio8445 3 жыл бұрын
মানুহে খাবলে নাপায় মৰিব
@aynalhoque1946
@aynalhoque1946 3 жыл бұрын
দুখিয়া মানুহৰ কি হব
@shivamgamers6825
@shivamgamers6825 3 жыл бұрын
bank 🏦open thakibo nki....🤨🧐
@kardenarzary4973
@kardenarzary4973 3 жыл бұрын
Kayiloi pora moi lentakhuli furim
@nayanmonigogoi5492
@nayanmonigogoi5492 3 жыл бұрын
What is this??? Full time lockdown diyok.
Trick-or-Treating in a Rush. Part 2
00:37
Daniel LaBelle
Рет қаралды 26 МЛН
Elza love to eat chiken🍗⚡ #dog #pets
00:17
ElzaDog
Рет қаралды 19 МЛН
Trump claimt overwinning na winst Pennsylvania
1:40
Ouders kunnen cijfers van kinderen even niet checken
2:49
NOS Jeugdjournaal
Рет қаралды 45 М.
High Alert! US B-52 Bomber Makes Emergency Takeoff at full speed
8:12
UPDATE MILITER
Рет қаралды 10 МЛН
Op bezoek in swing state Arizona
7:01
NOS
Рет қаралды 27 М.
Rsa a pui rem rem!! nakum febuary thlengin an hauh tawh
20:01
Ngaihno Channel
Рет қаралды 1 М.
Health and Wellbeing in Essex Debate
31:32
Rt Hon Priti Patel, MP for Witham
Рет қаралды 2,7 М.
Trick-or-Treating in a Rush. Part 2
00:37
Daniel LaBelle
Рет қаралды 26 МЛН