'কাজি চাহাবে আমাক নিজেই কৈছে যে আমাৰ তালাক হোৱা নাই'।

  Рет қаралды 75,590

TIME8 Axom

TIME8 Axom

Күн бұрын

📌'বাৰে বাৰে কৈ আহিছো দুজনী ছোৱালী জন্ম দিয়াটোৱেই মোৰ অপৰাধ'।
📌'সকলো মুছলমানলৈ মোৰ এটাই অনুৰোধ এনেধৰণৰ কাম আপোনালোকে সমৰ্থন নকৰিব'।
📌'কাজি চাহাবে আমাক নিজেই কৈছে যে আমাৰ তালাক হোৱা নাই'।
📌জিয়াউৰ ৰহমানৰ পত্নী ফাৰ্নাজ নৌৰিন জামানৰ সংবাদমেল।

Пікірлер: 345
@SabitaThakuria-jz1px
@SabitaThakuria-jz1px 3 ай бұрын
আপোনাক টো জীয়াউৰ ৰহমানে এই ছয় বছৰে ৰখিলে আপুনি নাহিলে গতিকে তেও বিয়া পাতিব এ বাৰে বাৰে সুধিছিলে আপুনি আহিব নে নাহে
@RUPJYOTIKALITA-ez8fq
@RUPJYOTIKALITA-ez8fq 2 ай бұрын
Boineksuda kotha nai koti Mari ghume thak bal kotha koba aha set
@ultra8142
@ultra8142 3 ай бұрын
Simple Kotha ইমান Notice দেখাই একো লাভ নাই, Talaq লাগে Talaq বিচাৰিছে, আপোনাৰ লগত থাকিব বিচাৰা নাই আপুনি ধুনীয়া কে মানুহজনৰ life ৰ পৰা বাহিৰ হৈ যাওক থাকিল লৰা ছোৱালী কেইটা, Court এ Councelling কৰক যে দেউতাকৰ লগত থাকে নে মাকৰ লগত থাকে, যদি দেউতাকৰ লগত থাকে তেন্তে আপোনাৰ আপত্তি হব নালাগে আৰু যদি মাকৰ লগত থাকে, দেউতাকৰ আপত্তি হব নালাগে Last, আপুনি আৰু Talaq দিম দিম বুলি ১০ , ১৫ বছৰ চোঁচৰাই থাকিলে কিবা কোনোবা মতা মানুহ ৰখি থাকিব নেকি ? তেওঁৰো টো life এটা আছে, আপোনাৰ আগে পিছে শৰাই বঁটা লৈ ঘূৰি ফুৰা, Talaq দে Talaq দে বুলি Request কৰি ফুৰা টো এই অকল কাম নহই নহই সেইবাবে তেওঁ বিয়া পাতিছে আকৌ, আৰু মোৰ মতে একো ভূল কৰা নাই দ্বিতীয় বিবাহ কৰি, আপোনাৰ লগত সেই সুখ পোৱা নাই যি সুখ বেলেগ এজনিৰ লগত পাইছে প্ৰথমতেই Talaq দিব লাগিছিল তেতিয়া Case টো ইমান লম্বা নগল হয় ভূল খালি তেওঁ এটাই কৰিলে যে বুজি পাওঁতে চিনি পাওঁতে অলপ বেছি Time ললে, যে ২ তা লৰা ছোৱালী হৈ গল । এতিয়া জন্ম দিলে যেতিয়া ২ জনৰে সমান দায়িত্ব আছে চোৱা চিতা কৰাৰ অকল এজনৰ দায়িত্ব নহই
@Pinuri2222
@Pinuri2222 3 ай бұрын
Khub sundor katha kale baaidewe❤
@aabirgogoi1694
@aabirgogoi1694 3 ай бұрын
দুই জন একেলগ হৈ আলোচনা কৰক, তেতিয়াই সঁচা মিছা ওলাই পৰিব
@apurbadas4151
@apurbadas4151 3 ай бұрын
Bangladeshi priti barhi goise aru besi,, gourb gogoi jita r babe
@mainamaina2808
@mainamaina2808 3 ай бұрын
6 বছৰ কত আছিলা ,,,আই কবানেকি ,,,,তুমিও কম নহয় কথাবোৰেই কয় ,, ললী প খাই ফুৰিব নালাগে 6 বছৰে ,,,
@manjubarman1855
@manjubarman1855 3 ай бұрын
এই ছয় বছৰ আপুনি ক'ত আছিলে?এতিয়া বিয়া পাতোঁতে গা জ্বলিছে যে?
@SatishDaimary-wg6sl
@SatishDaimary-wg6sl 3 ай бұрын
তুমি পালত পৰিলে গম পাবা ৷তুমিও এজাত
@MeghaliBordoloi-y2p
@MeghaliBordoloi-y2p 3 ай бұрын
Tumi u ake jiaur charitrahin lompot r nisina
@rahulamin659
@rahulamin659 3 ай бұрын
তুমি বহুত মতা, সংসাৰ কত হ'ব। বেলেগ পুৰুষৰ লগত ঘুৰি জিয়াৰুলক জ্বলাই আছা।
@DJ-tc6sq
@DJ-tc6sq 3 ай бұрын
আপোনাৰ চৰিত্ৰ যোৱা ছয়টা বছৰে তিলমানো পৰিৱৰ্তন হোৱা নাই ৷ ধৃত, এগৰাকী মহিলা৷
@monikadas3103
@monikadas3103 3 ай бұрын
Toi kun mohilak beya ke kobo
@digantadeka7201
@digantadeka7201 2 ай бұрын
Thik koisa 😂😂😂vai
@anjanborah-5069
@anjanborah-5069 3 ай бұрын
এই বদমাছ চবকে দেখুৱাই থাকে যে । অসমৰ মানুহক শুধি সংসাৰ কৰিছিলি নেকি তহতে?
@SahaAlomBepariBepariSahaAlom
@SahaAlomBepariBepariSahaAlom 3 ай бұрын
এজনী ভৰ যৌৱনা যুৱতী 6বছৰে চেনি নোখোৱা কৈ আছে নে? আপুনি মনে মনে চেনি খাব আৰু তেওঁ চাই থাকিব বা বা...কি মজা এতিয়া বেলেগ এজনী আনোতে আপোনাৰ জ্বলন হৈছে ।বুজা জনে বুজি পায় ।আৰু ম্ইকী ভাৰুৱা বোৰে কি বুজিব ।
@monikadas3103
@monikadas3103 3 ай бұрын
Mohilak beya ke koi bor mojja lage no
@parthaprotimsaikia130
@parthaprotimsaikia130 2 ай бұрын
ইমান ধুনিয়া মাইকী এৰি যাব পাৰে নে অ
@mrisha5405
@mrisha5405 3 ай бұрын
আপোনালোকে ছোৱালী দুজনীৰ কথা চিন্তা কৰক, এনেকৈ সংবাদ মাধ্যমৰ আগত যিমানেই ওলাব সিমানেই আলোনালোকৰ ছোৱালী দুজনীৰ ভৱিষ্যত অন্ধকাৰ হব।।
@muninswargiary8792
@muninswargiary8792 3 ай бұрын
অসমখনত অন্য কোনো সমস্যা নোহোৱা হল নেকি?অসমৰ সংবাদ মাধ্যমলৈ এটাই অনুৰোধ যে আপোনালোকে অসমৰ জ্বলন্ত সমস্যাবোৰ পৰিবেশন কৰক।অন্যৰ পাৰিবাৰিক সমস্যাবোৰ মানুহৰ আগত ইমান ধুনীয়াকৈ উপস্থাপন কৰি নাথাকিব।
@monikadas3103
@monikadas3103 3 ай бұрын
Kio hbo??
@moinasaikia9535
@moinasaikia9535 3 ай бұрын
অসমীয়া গৰিয়া মুছলমানে দুজনী জীয়েক থকাৰ পিছত ছোৱালী কেইজনিৰ ভৱিষ্যতৰ কথা ভাৱি বহুতেই দ্বিতীয় বিবাহ নকৰাই,সেইজন প্ৰথমে বদৰৰ পাৰ্টিৰ আছিলে বাপেকেও দুজনী ল'ৰা ছোৱালীয়ো এগাল,পূব বংগীয়,চতুৰ ,তেলীয়া,সোৱিধা বাদী,ঘৰত ইমান মানুহ থকাৰ পিছতো কৈছে বাপেক মাকক চাবলৈ মানুহ নাই,ইসচাই মাইকী লোভী,
@NaliKhan-r6y
@NaliKhan-r6y 2 ай бұрын
Sakori pai porkiya prem
@digantadeuridigantadeuri6037
@digantadeuridigantadeuri6037 3 ай бұрын
বিয়া হওঁতে এনেকৈ টেটো ফালি ৰাইজক জনাইছিলনে ।এতিয়া কিহৰ চাফাই দিব আহিছে ।
@pareshdas2570
@pareshdas2570 3 ай бұрын
নিজৰ সংসাৰৰ কথা ৰাজহুৱা কৰিলেই সমস্যা সমাধান নহয়৷বুজাবুজিৰে সুস্থভাৱে সমাধান কৰা৷
@MiraDas-r2o
@MiraDas-r2o 2 ай бұрын
Baedeu. Aibilak. Motak. Val. Sekoni. Dib. Lage Mor. Husbene. Anekuwa. Soritr. Beleg. Rendi. Maiki. Val. Pay
@asomiaasom6008
@asomiaasom6008 3 ай бұрын
তুমি কেনে প্ৰকৃতিৰ তুমিজেই উদঙাই দেখুৱাইছা ।তুমি কাৰ পুতুলা হৈ জিয়াউলক নিৰ্যাতন কৰি আছা ।তুমি ধোৱা তুলসীৰ পাত নোহোৱা ।
@asomiaasom6008
@asomiaasom6008 3 ай бұрын
এইজনী সাতকালৰ চেঙেলী ।গিৰিয়েক জিয়াউলক ডিফোৰ্চ দি সাতঘাত ঘুৰি কাৰোবাৰ প্ৰভাবিত হৈ মিছা অভিযোগ কৰি আছে এইজনীয়ে পিছত তাৰ কুফল ভগিব ।
@khargeswarkalita4630
@khargeswarkalita4630 3 ай бұрын
অকলে থাকোতে এইবোৰ তোমাৰ মনত নপৰিল যে, এজনী আনি লোৱাৰ পিছত জ্বলন হোৱা দেখিলোঁ।6 বছৰে তুমি তোমাৰ নিজৰ স্থিতিত অটল থাকিলা, কিয় এৰি আছিলা,
@haiaskyourjinni5309
@haiaskyourjinni5309 3 ай бұрын
True
@reenugogoi3853
@reenugogoi3853 3 ай бұрын
hosa kotha koise,kotha koise kenekoi. jur kori kaku raakhibo nelagr
@learntime27
@learntime27 2 ай бұрын
স্বামীৰ পৰা দুৰত থাকি স্বামীক ভাল কৰিব নোৱাৰি !  আপুনি কয় জিয়াউৰ বেয়া আৰু জিয়াউৰে কয় আপুনি বেয়া । আনহাতে মই কওঁ যে দুয়োজনেই বেয়া কিয়নো ভাল মানুহে কেতিয়াও এজনে আনজনৰ আত্মসন্মানৰ ওপৰত আঘাত হানিব নাযায় ।
@rebulali1210
@rebulali1210 3 ай бұрын
আজিকালি মাইকি মহিমা বুজিব নোৱাৰি আতৰি থকা ভাল কোনতুৰ গাত বা দুখ
@bijukumarmali8786
@bijukumarmali8786 3 ай бұрын
তই মাতি ফুটি জন্মিছ নেকি অ? নিজৰ মা -ভনীৰ কথাও তেনেদৰেই ভাৱা নে ?
@momiboruah355
@momiboruah355 3 ай бұрын
ইমান ধুনীয়া মনুহজনিকো ইমান অত্যাচাৰ কৰেনে,এই অসভ্য টোএ
@ultra8142
@ultra8142 3 ай бұрын
Character চৰিত্ৰ ধুনীয়া হব লাগে মুখৰ ধুনীয়াতকৈ কাৰো কপালত লিখা নেথাকে কোন কিমান ভাল
@nabadeka5661
@nabadeka5661 3 ай бұрын
😮😮😮😮😮😮😮🎉🎉🎉🎉🎉😂😂😂😂😂😊😊😅😅😅
@parhanabegum9534
@parhanabegum9534 3 ай бұрын
Nojonakoi negative comments pass koribo nalage.
@jeherulislam2704
@jeherulislam2704 3 ай бұрын
Issssh
@kabirsarma6573
@kabirsarma6573 3 ай бұрын
ভালৰ সংজ্ঞা ধুনীয়া নহয়
@kabirsarma6573
@kabirsarma6573 3 ай бұрын
তহঁতি হৈছ মুখা পিন্ধা ভদ্ৰ। এখন তাল অকলে নাবাজে। তয়ো ধুৱা তলসীৰ পাত নহয়। একেলগে press meet দি দুয়োটা মুখা-মুখিকৈ বহিলে দুয়োটাৰে মুখা খোলা খাব, সেইকাৰণে তহঁতি একেলগে নবহি দুয়োটাই বেলেগ বেলেগকৈ নিজৰ কাৰনামা বোৰ ৰাজহুৱা কৰি আছ।
@abdulmotaleb9598
@abdulmotaleb9598 3 ай бұрын
আপুনি courtত গৈছে। Court ত যি হয় হ'ব। Media ত আহাৰ কি দৰকাৰ।
@minudas7981
@minudas7981 2 ай бұрын
তুমিও উচপিচাই মৰি থাকিলাভ নাই।জিয়াউল মন্ত্ৰী নেকি ? তোমাৰ সন্মান প্ৰদৰ্শন কৰিব নেলাগে।
@villageentertainment8613
@villageentertainment8613 2 ай бұрын
Kam nai baidew news ...aji apuni kandise ehotor agot .....kintu adin ehote aa apunar kotha beyake kobo........aji kali youteber aru news anekoi hoise ....Mota moti
@zayaborgohain6076
@zayaborgohain6076 3 ай бұрын
vale hol de toi gurula gurul piton khuare jyoigiyo.....
@SaifulIslam-zn6fk
@SaifulIslam-zn6fk 3 ай бұрын
তুমিও গাখীৰত ধোৱা নহয়, ভাল হলে তোমাৰ স্বামীক এৰি কিয় থকা।
@monujpalak560
@monujpalak560 3 ай бұрын
তইয়েই ভাল গতিকে এদিন নিউজ চেনেলত বহি দুয়োটাই আলোচনা কৰ তেতিয়াহে বুজিম কোন শুদ্ধ
@MeghaliBordoloi-y2p
@MeghaliBordoloi-y2p 3 ай бұрын
Eyat dekhisu maximum miya lompot tur supporter besi
@PRANABBORAHUNOFFICIAL
@PRANABBORAHUNOFFICIAL 3 ай бұрын
এখন তাল কেতিয়াও নাবাজে ডাঙৰীয়ানী ।
@jitublssedwidd5026
@jitublssedwidd5026 3 ай бұрын
Apuni kintu alp bostu nhoi baidew..
@jibanka87
@jibanka87 3 ай бұрын
Apunar mukh khn bohut sole… xeikrne sonkhar khn nosolil
@charitradowarahcharitradow106
@charitradowarahcharitradow106 3 ай бұрын
Sivasagar suwali tumi.hakhok kora tumi bongamulor.nohoin.so emn faki nedixa amrntumar uprt confedence.asa you will get justise paba
@abhilekhR1
@abhilekhR1 2 ай бұрын
Hoi diya beya hol tumar logot divorcee loi luwa 😢😢😢
@bontisarmah7541
@bontisarmah7541 3 ай бұрын
এই জিয়াউল বোলাটো বৰ ধূৰ্ত । তুমি সাবধানে থাকিবা।মানুহ জনীক যেতিয়াই বলেৰে নোবাৰে কামত তেতিয়া চৰিত্ৰৰ ওপৰত আঙুলি উঠাই দিয়ে কিছুমান মতা মানুহে
@SiddikHussain-do2pe
@SiddikHussain-do2pe 3 ай бұрын
3:49 ❤
@SiddikHussain-do2pe
@SiddikHussain-do2pe 3 ай бұрын
❤❤❤❤
@Mintunath1234
@Mintunath1234 3 ай бұрын
Haro aijaniye sabasar anor lagot lilimai karibo mata manuh jane ki karibo
@Mintunath1234
@Mintunath1234 3 ай бұрын
Ai haram jadi janiye lagot rakhise suwaliye dujanik aru suwalir maram napabo bapeke aru taka dibo lage bapeke .aijanir phone no to di diyak katha patile gam pabo haram jadi janiye
@RashidaKhatun-vi1wu
@RashidaKhatun-vi1wu 3 ай бұрын
Ei Joni misa koise
@darkhokage7465
@darkhokage7465 3 ай бұрын
Dutay dhurr moha dhurr hoy.. Ignore it
@হালোৱাৰপুতেকমই
@হালোৱাৰপুতেকমই 3 ай бұрын
এই টো ডিভৰ্চ পেপাৰত চহী কৰিছিল ৷ তুমি যে লিলি কৰি ঘুৰি ফুৰিছিলা আনৰ গাড়ীত ৷ নৈশ পাৰ্টীত কাৰ কাৰ লগত গৈছিলা হোটেলে হোটেলে ? তোমাৰ ৰেকৰ্ড জানে দিয়া ৷
@RafikulChoudhory
@RafikulChoudhory 3 ай бұрын
Baidew Tumi ziaur Rahaman lgt khatha pata
@n.musiccompany9670
@n.musiccompany9670 2 ай бұрын
জিয়াউৰ ৰহমান মুছলমান হয় নেকি ? ও
@msahmed8211
@msahmed8211 2 ай бұрын
Suali 2jonir sinta kora tumaluk 2jone tumi eman sati savitri hobo nalage
@charitradowarahcharitradow106
@charitradowarahcharitradow106 3 ай бұрын
Jewaru kimn kotha lccture tar kam nai pagol sab korobar
@chintunath7450
@chintunath7450 Ай бұрын
উচিত বিচাৰ হোৱাটো বিচাৰিছোঁ।
@emaduddin5005
@emaduddin5005 3 ай бұрын
Ampana luke 2 milijak, ako sonsar patok
@fokhrulbarbhuyan651
@fokhrulbarbhuyan651 3 ай бұрын
Laaj nai Character less woman...jetiya tumi belegor logot lilimai kori furisila, tetiya aaibur boba nasila...belege use kori erii dise saagee
@Ramboruslee.1234
@Ramboruslee.1234 2 ай бұрын
All kajik arrest koreo lage . apuni faltu jan lagese ,
@rekibahmed9029
@rekibahmed9029 2 ай бұрын
Apuni jodi muslim buwari then Ghar t ki pindhe heitu byoktigoto kotha but social media agot murot uroni nai, gaat uroni nai... Ki muslim muslim kori thake Apuni ?? Muslim r 1% nature nai may be apunar
@upenhaloi3018
@upenhaloi3018 3 ай бұрын
Jiyaur mahilar prati agar parai durbal karane ajani thakar pisoto aru ajani ani loise
@Ramboruslee.1234
@Ramboruslee.1234 2 ай бұрын
School fees motar pora kijani apunar account t loi apuni natak korese. Aru maike bhal nohole ene hoboi
@monjurali2327
@monjurali2327 2 ай бұрын
Ki mahila sakori pai husband ok aru dile
@AsaburHaque
@AsaburHaque 3 ай бұрын
Jodhi eman bhl tetya hole years kio akle ase
@anukalita705
@anukalita705 3 ай бұрын
6 বছৰ কি কৰি আছিলা। এতিয়া হে চকু ফুকাল
@nayanfreedom6622
@nayanfreedom6622 3 ай бұрын
Abbu jaan jail jabo lage
@khairulbasar9470
@khairulbasar9470 2 ай бұрын
Bahh baidew 😂, kot lukai asil emn dine, kotha xar xosa mohilai sakori korile husband r dorkar nohua hoi jai. Jiaur rahman a xamajik vabe arrange marriage korise, kio korile? Apuni val koi jane.
@DaisyRabhaDaisyRabha
@DaisyRabhaDaisyRabha 3 ай бұрын
সকলোবোৰ কথা বাদ দি সংসাৰখন ধৰি ৰাখা ছোৱালীদুজনীৰ মুখবোৰ চাই দুয়োজনে বৰ ধনীয়া শিক্ষিত
@dipumonidas7020
@dipumonidas7020 3 ай бұрын
xil r man pai neki powa hale lagai loi mani lbo para gol hoi aponar kathakhar
@esrafil12
@esrafil12 3 ай бұрын
Maiki joni gorbor ase
@rupalidas9113
@rupalidas9113 3 ай бұрын
দুয়ো জনে সমানে বাকpotu l আমাৰ অসমীয়াত যে কয় কাঠে কাঠে মিলিছে l নিজৰ ইগo বচাবলৈ গৈ কোনোজনে নিজৰ সংসাৰ খন বচোৱাৰ কথা এবাৰো নাভাবিলে l নিজৰ মুখৰ জুই নিজে নুমাব লাগিব এইবোৰ গাই বাই লোকৰ হাঁহিয়াতৰ পাত্ৰহে হৈছে দুয়োজন l কাৰ সংসাৰত নো কাজিয়া নালাগে l কাৰণ ভিন্ন হব পাৰে l লাগে মাথো সহনশীলতা আৰু ত্যাগ l তাকে নকৰি জোৰ পুৰি হাত পোৱাৰ পাছতহে চিঞৰ বাখৰ কৰিলে l ইজনে সিজনক বোকা ছটিয়াইছে l অলপ বুজা হলে ছোৱালী দুটি সমনীয়াৰ সতে কেনেকৈ মিলা মিছা কৰিব....কাৰণ পিতৃ মাতৃ swargadopi গৰীয়সী l দুয়োজনে ইগo এৰক l
@IftikharAhmed-ec8zu
@IftikharAhmed-ec8zu 3 ай бұрын
তুমি ৰহমানৰ পৰা দূৰত থাকিলে ৰহমানে দ্বিতীয় বিবাহ কৰিব লাগিবই
@monikadas3103
@monikadas3103 3 ай бұрын
Sualir khoros dibo lage
@fajalhaque5885
@fajalhaque5885 3 ай бұрын
Tor kotha t e gom pai toi kenekuwa
@mehbubaktarzg
@mehbubaktarzg 3 ай бұрын
Banori tu kor pora ulal😅
@bmohanta9007
@bmohanta9007 3 ай бұрын
এখন তাল অকলে নামাজে , তইও ফাল্টু মাইকী নিজকে কি দেখাব বিচাৰ নিউজ ত আহি সমাজৰ আগত ঠুই ঠুই
@MoziborRahman-nb7jt
@MoziborRahman-nb7jt 3 ай бұрын
6 bosor teu kot asil atiya natok kori ase
@digantadeka7201
@digantadeka7201 2 ай бұрын
দাঙকাতী আছা তই কেলা
@baluramgogoi5447
@baluramgogoi5447 2 ай бұрын
৬ বছৰ বেলেগ মতাৰ লগত আছিলি চাগে ৷
@Diludilu-e8h
@Diludilu-e8h 2 ай бұрын
#ban polygamy Request to cm himanta sir
@bishnuprasaddeka8719
@bishnuprasaddeka8719 3 ай бұрын
Biba bishad hal
@RajibIslam-um6io
@RajibIslam-um6io 2 ай бұрын
Bohut solahi kotha koi
@ytjugalmcreation4029
@ytjugalmcreation4029 2 ай бұрын
তুমি ফাল্টু।
@moonnath5717
@moonnath5717 3 ай бұрын
Seni besi khale sugar hoi
@razzkhan8687
@razzkhan8687 3 ай бұрын
তুমি কেনেকুৱা বোৱাৰী ম ই গম পালোঁ কাৰণ মুৰত কাপোৰ কানি য়ে নাই
@DN365.
@DN365. 2 ай бұрын
আপুনি চাকৰী পোৱাৰ কাৰণে এনে কৰি আছা
@debajanisarma1673
@debajanisarma1673 3 ай бұрын
Husband k on camera marpit kora suali ketiyau vaal hobo nuare..
@dimpuvlog5959
@dimpuvlog5959 3 ай бұрын
Kam ni aru iman dine nahili thkaibo tar lgt yat koti golise blg ana babe
@allinone365days7
@allinone365days7 2 ай бұрын
তুমিও কম বস্তু নহয়।
@minakshisaikia2672
@minakshisaikia2672 3 ай бұрын
Kam nai aru
@thelifestruggle1328
@thelifestruggle1328 3 ай бұрын
Jodi khuwa bo pare tat tumr ki apoti
@axomlife7349
@axomlife7349 3 ай бұрын
Jiyar rahman tok bhutjulokiya hani diba lage tumi iman dhuniya manoh joni thoka 2nd biya patiba kio lage
@Ramboruslee.1234
@Ramboruslee.1234 2 ай бұрын
Apuni makap kam korebo
@truetrack5949
@truetrack5949 2 ай бұрын
Ki leader beh kela 😂😂😂 drama start kori dise
@adcreation5191
@adcreation5191 3 ай бұрын
recording 2 ki asil tumi sun koisila jldi divorce lage bli
@Ramboruslee.1234
@Ramboruslee.1234 2 ай бұрын
Apuni musalman jodi murat surni kia luwa nai
@abdurrezzak53
@abdurrezzak53 3 ай бұрын
তুমি বেলেগ লৰাৰ লগত লিলিমাই কৰি থাকিবা আৰু জিয়াউৰৰ টকা লোটি থাকিবা ।ড্ৰামা বন্ধ কৰা ধুৰন্ধৰ নটৰিয়াছ ছোৱালী। তুমি সমাজ খনক জ্ঞান দিব নালাগে আৰু সমাজৰ পৰা জ্ঞান লোৱা। মানুহে কয় ব্যৱহাৰেই আপোনাৰ পৰিচয়।
@amanboro6144
@amanboro6144 3 ай бұрын
ভাল বাতৰি বিচাৰি নাপাই এই বোৰকে ঘুৰাই পকাই দি থাকা
@imran-rock
@imran-rock 3 ай бұрын
2mi eman din kot aasela
@SyedsahabuddinAhmedSyeds-uh3qb
@SyedsahabuddinAhmedSyeds-uh3qb 3 ай бұрын
Courtot juwa,raijok kolay ki pabo.
@gunajitsarma5579
@gunajitsarma5579 3 ай бұрын
Rayje jona2 darkar ,vondo borar kotha
@pahishorts569
@pahishorts569 2 ай бұрын
Jiaur k dui juta galot logaida
@EliusuddinAhmed
@EliusuddinAhmed 2 ай бұрын
Aponi 420,manu
@IsmailHussain-x4o
@IsmailHussain-x4o 3 ай бұрын
Tmi eman din kar lgt asila
@AliHussain-y1s
@AliHussain-y1s 3 ай бұрын
জাননী দিয়া বুলি তেওঁ নিজে কৈছে,যাতে তোমাৰ চৰিত্ৰৰ সলনি হয়,,, ছোৱালী জণীক বিয়া পতা নাই বুলি কৈছে,মানে মনে নকয়,মাকৰ বাবেএনে হবলৈ পালে , মুখত ঠু, পেলায় দিয়া নাছিলা? তোমাৰ চৰিত্ৰ গাখীৰ সদূশ নহয়নে,পাপ জিন্দা,,,, উপলব্ধি কৰিবা, ইমান গুণৰ সমাহাৰ থকাৰ পাছতো এনে পৰ্য্যায়ৰ ৰূপ পায় নে ৰাইজ ! চাকৰি পালে যে,,,,পিছত ফালে লম্ভী আছে, ছোৱালী দুজণীক সামৰ্থ্য অনুসৰি জীয়াই কোৰ্টত টকাটো দিলেই হ'ল 😮
@nayandeeppathak9560
@nayandeeppathak9560 3 ай бұрын
তোৰ কথাতেই গম পায়, কিমান চালুমাল তই, পলিটিকেল চাল খেলিচে এই,
@Visit2Explore-l3e
@Visit2Explore-l3e 3 ай бұрын
মহিলা গৰাকী বৰ চতুৰ । সংসাৰ এৰি যোৱা বহুতে বহু অভিযোগ উত্থাপন কৰে । ইমান দিনে কি কৰি আছিল?
@MiraDas-r2o
@MiraDas-r2o 2 ай бұрын
Thik. Koisa
@JiyarulHoque-w2x
@JiyarulHoque-w2x 2 ай бұрын
Faltu
@ranjitgowsami7891
@ranjitgowsami7891 3 ай бұрын
বিয়া খাব মোক নামাতিলে যে, সেই কাৰণে কাজিয়া হৈছে 😂
@pranjalpatar9652
@pranjalpatar9652 2 ай бұрын
Nupualoike lage lage.puar pishot suwa pat selekibo jai
@Ramboruslee.1234
@Ramboruslee.1234 2 ай бұрын
Apuni 420
@HimaniRajbangshi-to3bf
@HimaniRajbangshi-to3bf 3 ай бұрын
এতিয়া সংবাদ মাধ্যমৰ তেওঁ মুখখন চকু দুটা ঢাকি দিয়া নাই কেনেকুৱা হে
@MomotazBegum-hv8gt
@MomotazBegum-hv8gt 3 ай бұрын
Shame on you
@Ramboruslee.1234
@Ramboruslee.1234 2 ай бұрын
Apuni masto salaq
@smitabaishya7304
@smitabaishya7304 3 ай бұрын
Apuni khub val kam kori ase.. nijor adhikar loboi lagib.. nari hol buli kio pisuai thakb suali dujonir kotha ase. Ami ajir nari hoi, annayi akdom khiojya kra nhibo
@zone6197
@zone6197 3 ай бұрын
আপোনালোকৰ ব্যক্তিগত কথাবোৰ, ধ্যান-ধাৰনা বোৰ ৰাজহুৱা হোৱাত দুখ পাইছোঁ। Problem বোৰ দুয়ো পক্ষই বহুত গাব পাৰিব, কিন্তু Solution ৰ কথা ভাবক। দুয়োৰে মংগল হ'ব।
@mdas322
@mdas322 3 ай бұрын
Tai kunuba upara malar aakhibad puwa jen lagise
@mendisbapu8450
@mendisbapu8450 3 ай бұрын
😂😂😂
@pranjalbayan5338
@pranjalbayan5338 3 ай бұрын
Toi ari kio goisili
LIVE: Congress Leader Rahul Gandhi Addresses Public Rally In Srinagar, J&K
4:55:00
Officer Rabbit is so bad. He made Luffy deaf. #funny #supersiblings #comedy
00:18
Funny superhero siblings
Рет қаралды 12 МЛН
The selfish The Joker was taught a lesson by Officer Rabbit. #funny #supersiblings
00:12
Worst flight ever
00:55
Adam W
Рет қаралды 28 МЛН
А ВЫ ЛЮБИТЕ ШКОЛУ?? #shorts
00:20
Паша Осадчий
Рет қаралды 9 МЛН
Officer Rabbit is so bad. He made Luffy deaf. #funny #supersiblings #comedy
00:18
Funny superhero siblings
Рет қаралды 12 МЛН