ৰামেশ্বৰ পাঠকদেৱৰ কামৰূপী লোকগীত আমাৰ জাতীয় সম্পদ, জাতীয় গৌৰৱ আৰু অতি সুমধুৰ হিয়া জুৰ পৰি যোৱা 🙏🙏🙏
@bireswarbaruah63402 жыл бұрын
Good morning everyone. In the world of music, specifically for Kamrupi Lokgeet Assamese people can't forget Rameshwar Pathak. Next to Dr. Bhupen Hazarika will remain in hearts❤💞❤💞 all Assamese for generation. 🙏🙏.
@GakulNath-eu7yv Жыл бұрын
9ooo9999oo99@@bireswarbaruah6340
@girindranarayanroy86203 жыл бұрын
I left Assam 32 years ago but still can't forget this folk artist and still today every night I listen to only his songs and voice. My heart becomes full. Thanks to KZbin.
ৰামেশ্বৰ পাঠক অসমৰ লোকগীত সম্ৰাট ৷ এখেতে লোক গীতৰ সুৰেৰে যি মধুৰতা সঞ্চাৰ কৰিব পাৰে মই ভাৱো অন্য শিল্পীৰ বাবে সেয়া বহুত কঠিন হৈ পৰে ৷ তেখেটৰ অন্য বহুত গীত প্ৰকাশ কৰাহোৱা নাই ; সেইৱোৰো শদাশয় ব্যক্তি সকলে প্ৰকাশ কৰে যেেন ৷ বহুত ধন্যবাদ ৷জয় আই অসম ৷
@SureshChandraSarma2 жыл бұрын
Mahamahim Shree Rameshwar Pathakr loka- sangeetar lokageet jen ati kam manuhe rschibs parichil aru ajan tene shilpi ako amar majaloi bhagabane amak ani diyk !!! --- thanks for your reading this humblr write - up !!!