কাশ্মিৰী আপেল বগৰী ফুল আহিলে কি কৰিব।kasmiri apple Ber farming assam

  Рет қаралды 17,998

#Biswanath Agrifarm

#Biswanath Agrifarm

Күн бұрын

Hi
I m Lila. Welcome to our KZbin chennel #Biswanath Agrifarm।
Don't forget to LIKe ..COMMENT...AND SHARE... SUBSCRIBE the channel and press the BELL icon to get notified about new uploads.
Follow me on
Instagram
biswanath_agrifarm
Facebook:
/ biswanath-agrifarm-100...
কাশ্মিৰী আপেল বগৰী ফুল আহিলে কি কৰিব।kasmiri apple Ber farming assam
Debasis video link
/ @debasishvideo6901
About this chennel
বন্ধুসকল মই এই চেনেলত মাধ্যমেদি খেতি বাতি সম্পৰ্কীয় video লৈ আহিছোঁ.নেমু খেতিৰ লগতে মই আপোনালোকৰ আগত জলকীয়া খেতি ভোট জলকীয়া খেতি লগতে বিভিন্ন ধৰণৰ খেতিৰ বিষয়ে আলোচনা কৰিম... মই সকলো যুৱ প্ৰজন্মক আহ্বান জনাইছো আপোনালোক আগবাঢ়ি আহক.আপোনালোকে পাৰিলে ৰাসায়নিক পদাৰ্থ প্ৰয়োগ নকৰাকৈ গোবৰ তথা কেঁচু সাৰ পচন সাৰ ঘৰতে তৈয়াৰ কৰি লওক আৰু খেতি কৰাৰ চেষ্টা কৰক পাৰিলে জৈৱিক সাৰ দি খেতি কৰিবলৈ চেষ্টা কৰক আপোনাৰ খেতি পিছলৈ ভাল হৈ থাকিব আৰু বেমাৰ আজাৰ কম হৈ থাকিব
#আমপুলি#লিচুপুলি#
Other link vidoes
• নেমু কলম কেতিয়া ৰোপন ...
নেমু কলম কিমান দিনত কাটিব লাগে।কেনেদৰে ৰোপন কৰিব লাগে।
• পানৰ খেতি। চাং পান কেন...
পানৰ খেতি। চাং পান খেতি কেনেকৈ কৰিব লাগে।
• কাশ্মিৰী বগৰী ৰোপন কৰা...
কাশ্মিৰী আপেল বগৰী খেতি।ৰোপন কৰা ৩ মাহৰ পিছত কি যত্ন লব।
• কম ঠাইত ভোট জলকীয়া খে...
কম ঠাইতে ভোট জলকীয়া খেতি কৰক।
• ভোট জলকীয়া পুলি প্ৰস্...
ভোট জলকীয়া পুলি প্ৰস্তুত কৰক এনেদৰে।
• জৈৱিক পচন সাৰ ঘৰতে কেন...
জৈৱিক পচন সাৰ ঘৰতে কেনেকৈ প্ৰস্তুত কৰিব।
• ভোট জলকীয়া খেতি কেতিয...
ভোট জলকীয়া খেতি কেতিয়া কৰিব।কেনেকৈ কৰিব লাগে।
• নেমু গছৰ মজা খোৱা কীট ...
নেমু গছত মজা খোৱা কীট কেনেকৈ নিয়ন্ত্ৰণ কৰিব।
• এডোখৰ মাটিত কৰিব পাৰি ... এডোখৰ মাটিতে কৰক বিভিন্ন ধৰণৰ খেতি।
• নেমু পুলি ৰোপন কৰক এনে... নেমু পুলি কেনেকৈ ৰোপন কৰিলে ৬মাহতে ফল পাব পাৰি।
• নেমু খেতি কেনেকৈ কৰিব/... নেমু গছৰ কীট তথা সম্পূৰ্ণ নিৰাময় কেনেকৈ কৰিব
• নেমু গছৰ কাটিং কেনেকৈ... নেমু গছৰ cutting কেনেকৈ কৰিব লাগে. কেতিয়া কৰিব লাগে.
• জিকা খেতিত বৰল পোক নিয... জিকা খেতিত বৰল কীট নিয়ন্ত্ৰণ কেনেকৈ কৰিব
• নেমু গছৰ ডালৰ পৰা পুলি... নেমু গছৰ ডালৰ পৰা কেনেকৈ পুলি তৈয়াৰ কৰিব!
• জিকা খেতি কেতিয়া কৰিল... জিকা খেতি কেতিয়া কৰিলে ভাল লাভ পাব পাৰি.
• ভোট জলকীয়াত কি কি সাৰ...
ভোট জলকীয়াত কি কি সাৰ প্ৰয়োগ কৰিব.কেনেকৈ কৰিব.
• বীজ শোধন কৈনেকৈ কৰিব ল...
বীজ শোধন কৈনেকৈ কৰিব লাগে
জয় আই অসম
Thanks for watching#Biswanath agrifarm

Пікірлер: 70
@AdsEmpire
@AdsEmpire 2 жыл бұрын
Nice ....the plants are becoming tree now .......you work really very hard that's the reason your plants are awesome .....
@BiswanathAgrifarm
@BiswanathAgrifarm 2 жыл бұрын
Thank you।
@monshurhellaz182
@monshurhellaz182 4 ай бұрын
Dada aito air layering or grafting kara jaina kobo son
@BiswanathAgrifarm
@BiswanathAgrifarm 3 ай бұрын
চেষ্টা কৰিম
@rijubabar7014
@rijubabar7014 2 жыл бұрын
dada mor jika falbor maki poke akroman kare kiba ata upia dibo son
@BiswanathAgrifarm
@BiswanathAgrifarm 2 жыл бұрын
Video দিয়া আছে চাই লওক।
@rakeshdas1551
@rakeshdas1551 Жыл бұрын
MoiAta upai bicharisu.mur bogori agupa patbur fut a hoise arubogoribur lereli goise aruforinger nisina patorpisfalejal bandhise upai ata diak
@BiswanathAgrifarm
@BiswanathAgrifarm Жыл бұрын
যদি বেছিকৈ কিতৰ সংক্ৰমণ হৈছে তেন্তে কীটনাশক ব্যৱহাৰ কৰক।আৰু পানী দিয়া বেবস্তা কৰক।
@debojitgogoi4800
@debojitgogoi4800 2 жыл бұрын
Val lage apunr video bilak sai bhut kotha janibo hikibo pora jai
@BiswanathAgrifarm
@BiswanathAgrifarm 2 жыл бұрын
ধন্যবাদ।
@dikbahadurbasnet1891
@dikbahadurbasnet1891 2 жыл бұрын
সুন্দৰ।
@BiswanathAgrifarm
@BiswanathAgrifarm 2 жыл бұрын
ধন্যবাদ।
@robinterang5149
@robinterang5149 Жыл бұрын
Puli tu paboloi kenekoi jugajug korim?
@user-ew9hz2lp3e
@user-ew9hz2lp3e 2 жыл бұрын
ভাল লাগিছে 👍
@BiswanathAgrifarm
@BiswanathAgrifarm 2 жыл бұрын
ধন্যবাদ।
@surujdas
@surujdas 2 жыл бұрын
দাদা সুন্দৰ হৈছে
@BiswanathAgrifarm
@BiswanathAgrifarm 2 жыл бұрын
ধন্যবাদ আপোনালৈ।
@PadmaHazarika-r8c
@PadmaHazarika-r8c Жыл бұрын
Da da bogari bos aarat dubar laga naki
@nizamuddinahmed8016
@nizamuddinahmed8016 Жыл бұрын
Nice .
@barundey7084
@barundey7084 2 жыл бұрын
Very nice sir
@BiswanathAgrifarm
@BiswanathAgrifarm 2 жыл бұрын
Thank you।
@chatrohaloi8986
@chatrohaloi8986 6 ай бұрын
Muk Puli lagesela dada kot Pam alp hap koribo naki
@bitupanaxom777
@bitupanaxom777 2 жыл бұрын
বহুত ভাল লাগিল দাদা। মইয়ো ফল মূলৰ গছ ৰোপন কৰি ভাল পাও। মই কেইটামান বগৰীৰ পুলি লগাইছো, ফুল আহিছে বাৰু। নাজানো আৰু সফল হও নে নহও।
@BiswanathAgrifarm
@BiswanathAgrifarm 2 жыл бұрын
ভাল হব লাগে ।প্ৰথম বছৰ ফল অলপ কমকৈ হব অহা বছৰ ভালকৈ লাগিব।
@bitupanaxom777
@bitupanaxom777 2 жыл бұрын
@@BiswanathAgrifarm হয় নেকি।। ধন্যবাদ দাদা। দিহা পৰামৰ্শ দি থাকিব।
@mixboylifestyle1841
@mixboylifestyle1841 Жыл бұрын
50 dal man plant lagisil kiamm toka koi 1:53
@kaushik3609
@kaushik3609 2 жыл бұрын
Voot jalakiya khetir uparat ata video banab
@BiswanathAgrifarm
@BiswanathAgrifarm 2 жыл бұрын
নিশ্বয়।
@abhijitkalita88
@abhijitkalita88 2 жыл бұрын
Dada amar bhutjolokia gosbilak fulise but sab full hori hori goise, please kiba upai ata dibo.
@BiswanathAgrifarm
@BiswanathAgrifarm 2 жыл бұрын
ভোট জলকীয়া গছত মাজে মাজে জৈৱিক সাৰ প্ৰয়োগ কৰি থাকিব লাগে তেতিয়া এনে সমস্যা দেখা নাযায়।ফুল খৰা ফুল নহা এইবোৰ মাটিৰ উৰ্বৰতাৰ ওপৰতো নিৰ্ভৰ কৰে।
@talukderd4072
@talukderd4072 Жыл бұрын
পুলি ক’ত পায় জনাবচোন
@BiswanathAgrifarm
@BiswanathAgrifarm Жыл бұрын
Nursery ত খবৰ কৰক পায় যাব।
@dileswarekka2519
@dileswarekka2519 Жыл бұрын
Dada puni kimn ase apunar usort
@Ranjit.B-vlog
@Ranjit.B-vlog Жыл бұрын
Biswanath ki jaga mor ru lagiseli pulli
@jagadishgoswami3494
@jagadishgoswami3494 2 жыл бұрын
Dada kot powa jabo puli. Jonabo sun.
@ritumoniborah8373
@ritumoniborah8373 2 жыл бұрын
Dada mur bogori keijupaw bohut fulise... Kin2 puke pat bur aru kumol thal bur khai nosto korise... Poruai bohut nosto korise... Ki korile val hobo?
@BiswanathAgrifarm
@BiswanathAgrifarm 2 жыл бұрын
বেছিকৈ হৈছে যদি কীটনাশক spray কৰক বেলি বহাৰ পাছত কীটনাশক প্ৰয়োগ কৰিব।
@ritumoniborah8373
@ritumoniborah8373 2 жыл бұрын
Hoi.. Neem oil used korisilu kin2 kamot dia nai..
@junudihingia2165
@junudihingia2165 2 жыл бұрын
মোৰ এজোপা বগৰী আছে, কিনি অনা হয় 2.3 বাৰ ফুল আহিছিল, কিন্তু গুটি নরখিলে, এই বাৰ সৰহ কৈ ফুলিছে, গুটি ৰব যেনলাগিছে, কি হয়,
@prasantadas26
@prasantadas26 Жыл бұрын
নমস্কাৰ দাদা। আপোনাৰ ভি দি অ চাই 60 জোপা ৰোইছো।ফুন নং দিব 🙏
@rajaniboro6424
@rajaniboro6424 2 жыл бұрын
Mor bogori fullot bahut pokar updrob hoise eyar upay ki
@BiswanathAgrifarm
@BiswanathAgrifarm 2 жыл бұрын
যদি কীটনাশক দিব বিচাৰে তেন্তে বেলি বাঁহৰ পাছত rogor নামেৰে ঔষধ পায় আনি দিব।যদি বেছিকৈ অপকাৰ কৰিছে।
@worldmusiclover7695
@worldmusiclover7695 2 жыл бұрын
Ata pulit kiman lou
@BiswanathAgrifarm
@BiswanathAgrifarm 2 жыл бұрын
Variety চাই দাম লয়।nursery লগত যোগাযোগ কৰক
@chungkrangao5372
@chungkrangao5372 Жыл бұрын
কাশ্মীৰী আপেল বগৰী পুলি কত পায় জনাব
@raazahmed6220
@raazahmed6220 2 жыл бұрын
Dada jowa bar bojaror Pora votjalakiya puli kini anisilo kinto atao nalagil aibar gorot posaisilo kinto puli bilak Mori goise nersary pora anile kene hobo
@raazahmed6220
@raazahmed6220 2 жыл бұрын
Aibar nersary Anim boli vabiso
@BiswanathAgrifarm
@BiswanathAgrifarm 2 жыл бұрын
Nursery পৰা অনা পূলিও বেয়া নহয়।এইবাৰ আনি লগাই লওক আগলৈ নিজে বনাব পাৰিব।
@babukartik1115
@babukartik1115 2 жыл бұрын
Dada Amar ghorar apple bogori phulise kintu ful bur hukai goise aru koli bur kula Kula futuka futuka hoise dada ki koribo lagibo . apunar number 2dibo sun
@BiswanathAgrifarm
@BiswanathAgrifarm 2 жыл бұрын
Fungicide দিব পাৰে বেছিকৈ বেয়া হৈছে যদি বেলি বহাৰ পাছত দিব যিকোনো fungicide এটা আনি দিয়ক পিছলৈ আকৌ এবাৰ মাৰিব।
@babukartik1115
@babukartik1115 2 жыл бұрын
@@BiswanathAgrifarm surf fungicide dile hobo nai
@georgeronghang4076
@georgeronghang4076 Жыл бұрын
পুলি পামনে?
@emanualbasumatary5708
@emanualbasumatary5708 2 жыл бұрын
Kasmiri apple ber bogori puli price kiman
@BiswanathAgrifarm
@BiswanathAgrifarm 2 жыл бұрын
পুলি চাই দাম লয়।
@gunajitray6617
@gunajitray6617 2 жыл бұрын
দাদা আপোনাৰ ঘৰ কত
@BiswanathAgrifarm
@BiswanathAgrifarm 2 жыл бұрын
Biswanath chariali
@vishalkumar-xu9dg
@vishalkumar-xu9dg 2 жыл бұрын
আপোনাৰ লগত বগৰী পুলি পোৱা যাব নে
@BiswanathAgrifarm
@BiswanathAgrifarm 2 жыл бұрын
এতিয়া উপলব্ধ নাই অহা চিজনত পাই যাব এতিয়া লগাই সুফল নাপাব।
@saifulahmed3947
@saifulahmed3947 10 ай бұрын
Number to massage Kori dibo
@agastyabaruah1380
@agastyabaruah1380 2 жыл бұрын
Can I get ur nmbr ?
@BiswanathAgrifarm
@BiswanathAgrifarm 2 жыл бұрын
9957717856
@jubrazbaruah1731
@jubrazbaruah1731 2 жыл бұрын
দাদা আপোনাৰ ফোন nember tu dibr soon please
@BiswanathAgrifarm
@BiswanathAgrifarm 2 жыл бұрын
9957717856
@sajitansari6890
@sajitansari6890 2 жыл бұрын
Dada apunar mobaile number diyok
@BiswanathAgrifarm
@BiswanathAgrifarm 2 жыл бұрын
9957717856
@sajitansari6890
@sajitansari6890 2 жыл бұрын
Dada apunar tat Kashmiri appel bogori puli Pam neki?
@hemachandrataye2378
@hemachandrataye2378 Жыл бұрын
Bogori Puli pamneki pleas phone number tu dibo
Just Give me my Money!
00:18
GL Show Russian
Рет қаралды 1,3 МЛН
Angry Sigma Dog 🤣🤣 Aayush #momson #memes #funny #comedy
00:16
ASquare Crew
Рет қаралды 50 МЛН
大家都拉出了什么#小丑 #shorts
00:35
好人小丑
Рет қаралды 91 МЛН
How We Harvest and Roast Sunflower Seeds
9:53
An American Homestead
Рет қаралды 662 М.
খেৰ গৰম কৰি আছোঁ - mushroom kheti
13:20
Dimpu's Vlogs
Рет қаралды 435 М.
অন্তর্বর্তী সরকার: মেয়াদ জানা নাই
58:51
ঠিকানায় খালেদ মুহিউদ্দীন
Рет қаралды 204 М.
How to experimental fig cutting 2
11:08
Korean Gardener 초록식물TV
Рет қаралды 1,2 МЛН
Refreshing (Aronia Berry) Chokeberry Antioxidant Syrup
11:57
Old Fashioned Country Cooking
Рет қаралды 22 М.
Jackfruit tree shaping method & management
13:29
Meadowcroft Farm Qld
Рет қаралды 80 М.
Just Give me my Money!
00:18
GL Show Russian
Рет қаралды 1,3 МЛН