একাংশ প্ৰধান শিক্ষক | Assamese Video | Rong Dhemali

  Рет қаралды 9,312

Rong Dhemali

Rong Dhemali

Күн бұрын

Пікірлер: 36
@putulchgayan
@putulchgayan Күн бұрын
অপ্ৰিয় হলেও সত্য কথা ।
@gitabhuyan8983
@gitabhuyan8983 17 минут бұрын
. ভাল উদাহৰণ দেখুৱাইছে দেই। বহুত ভাল লাগিল।
@thecomadyvlog-h6d
@thecomadyvlog-h6d Күн бұрын
ভাল লাগিল
@Trishasarma78
@Trishasarma78 Күн бұрын
Bah 👍
@syedaahmed784
@syedaahmed784 Күн бұрын
Bhal lagil
@JagatLalung-v7t
@JagatLalung-v7t 21 сағат бұрын
❤❤❤🎉🎉🎉
@PoundCake-v6i
@PoundCake-v6i Күн бұрын
❤❤
@SumonBora-vt1wz
@SumonBora-vt1wz Күн бұрын
Take kole sarkari mastore laaj pai
@arunkumarnath94
@arunkumarnath94 Күн бұрын
মাছ, মাংস আৰু কণী নামত পইচা নাহে। এজন ছাত্ৰৰ নামত 5.45 টকা আহে LP School ৰ ক্ষেত্ৰত , তাৰ পৰাই কণী খুৱাব লাগে। মই সহকাৰী শিক্ষক যদিও কিমান টকা আহে জানো। কিন্তু সেইখিনি টকা যদি কোনোবা শিক্ষকে খাইছে তেওঁৰ হৈ বিহিত ব্যৱস্থা লব পাৰে।
@dilipsarmah3428
@dilipsarmah3428 22 сағат бұрын
Best acting with a good message
@rinadekabarman
@rinadekabarman Күн бұрын
Ekdom xosa kotha koise apunaluke. Aibur mastorok enekoi jaron dibo lage. Val lagil videotu sai ❤
@rakeshbora8864
@rakeshbora8864 Күн бұрын
আজি কালি চৰকাৰি মাস্তৰে গুৰুত্ব নিদিয়া বহুত কঠা আছে । লৰা ছোরালীক পিটিলেও দাৰ কুঠাৰ লৈ পাই যাবগে স্কুল 🙏🙏🙏🙏
@ParikhitDas-z1o
@ParikhitDas-z1o Күн бұрын
Akdom hosa kotha
@SumonBora-vt1wz
@SumonBora-vt1wz Күн бұрын
ihote school loli oha sarkari poisa bilaku khaineki mur sondeh he hoy
@dekavideos6404
@dekavideos6404 16 сағат бұрын
Baki jie nhouk koliya da head master
@facebookwrongpassword8674
@facebookwrongpassword8674 Күн бұрын
kolia dokiat atia head master. 5:54
@pankajkaushik9043
@pankajkaushik9043 Күн бұрын
Jiban sir amar Amir ka ajipa Jiban sir bulie matim😂
@assamfirebase6892
@assamfirebase6892 22 сағат бұрын
ভাই হত চৰকাৰে প্ৰধান শিক্ষক কেইটাক আল বাল কামত লগাই কেনেকৈ নাকত ধৰি চাকত ঘুৰাই আছে আগত তাৰ খবৰ লবি। আজিকালি প্ৰধান শিক্ষক হোৱা আৰু টেনচন এগাল গোটাই হাইপ্রেশাৰ ডায়েবেটিচ হৈ মৰা একেই কথা।। হেডমাস্টাৰ কেইটাক সুধি চাবি কেতিয়া ৰিটায়াৰ হৌ কেতিয়া ৰিটায়াৰ হৌ তাকে ভাবি জীবন পাৰ কৰিছে।।।।
@bipulgayan9692
@bipulgayan9692 20 сағат бұрын
আপোনালোকৰ ভিডিও সমূহ ভাল পাইছিলো, কিন্তু এইটো ভিডিও ৰ দ্বাৰা ভুল বাৰ্তা দিয়া হৈছে। সমৰ্থন কৰিব নোৱাৰিলো।
@rudrasaikia599
@rudrasaikia599 Күн бұрын
Very beautiful video,I like it
@KalyanSaikia-g6b
@KalyanSaikia-g6b Күн бұрын
😂😂😮😮
@Popcorngaming072
@Popcorngaming072 Күн бұрын
KOTHA KHAR NHUA NHOI ...AIBILAK AASOLOTE SARKAR R DUKH JIMAN JI KOLEW...CM R NIJOR MAIKIA JODI PRIVET SCHOOL SOLAI TO GOVMNT SCHOOL R TEACHER A KI KORIBO 😅
@DimbeswarBora-je5sz
@DimbeswarBora-je5sz Күн бұрын
ভাল লাগিল। ভিদিঅ। টো
@RamenDas-ft1yq
@RamenDas-ft1yq Күн бұрын
Agote maa deoutai gurutta disil mobile tv nasil.okal mastarak doxh dile nahab .
@Cutebabyvideohere
@Cutebabyvideohere Күн бұрын
Vitoror kotha nojona k vdo bonaise ...moi apunalukor sob vdo sao kintu beya paisu...kolia dar holoni ejon hosa mastor r interview lole vitoror kotha gom pale heten ..hosa k beya paisu
@prashannadas164
@prashannadas164 18 сағат бұрын
They have made videos but they have no knowledge of school policies and guidelines.
@SumonBora-vt1wz
@SumonBora-vt1wz Күн бұрын
Maamai sarkari mastore bilakor inquiry koribo lage
@prashannadas164
@prashannadas164 18 сағат бұрын
তেওঁলোকে নাজানে ভিডিঅ'টো উপস্থাপন কৰিব লাগে কৰিছে আৰু মধ্যাহ্ন ভোজনৰ সাপ্তাহিক তালিকা খনৰ বিষয়ে জ্ঞান নাই। দায়িত্ব লʼম বুলি কোৱা কেইজনক ধন্যবাদ জ্ঞাপন কৰিছোঁ যিমান সহজ বুলি ভাবিছে ইমান সহজ নহয়। চৰকাৰী বিদ্যালয়ত যিবোৰ সমস্যা আছে সেইবোৰ উপস্থাপন কৰক। এজন বা দুজন শিক্ষকে ৬টাকৈ শ্ৰেণীৰ পাঠদান কৰিব লগা হয়। ব্যক্তিগত শিক্ষানুষ্ঠান এজন বা দুজন শিক্ষকে ৬টাকৈ শ্ৰেণীৰ পাঠদান নকৰে। বাকী অভিনয় চায় ভাল লাগিল
@girishchandrasharma5023
@girishchandrasharma5023 22 сағат бұрын
মধ্যাহন ভোজনৰ তথ্য খিনি ভালদৰে জানি ল'ব লাগিছিল কাৰন সপ্তাহত প্ৰতি বুধবাৰে এটাকৈ কনী দিব লাগে // প্ৰতি মঙ্গল বাৰ আৰু শনিবাৰে খিচিৰী দিব লাগে / মাছ মাংস চৰকাৰে খুৱাবলৈ অনুমতি দিয়া নাই // শিক্ষাৰ ক্ষেত্ৰত কোৱা খিনি ভালেই লাগিল //
@prashannadas164
@prashannadas164 18 сағат бұрын
তেওঁলোকে নাজানে ভিডিঅ'টো উপস্থাপন কৰিব লাগে কৰিছে আৰু মধ্যাহ্ন ভোজনৰ সাপ্তাহিক তালিকা খনৰ বিষয়ে জ্ঞান নাই। দায়িত্ব লʼম বুলি কোৱা কেইজনক ধন্যবাদ জ্ঞাপন কৰিছোঁ যিমান সহজ বুলি ভাবিছে ইমান সহজ নহয়। চৰকাৰী বিদ্যালয়ত যিবোৰ সমস্যা আছে সেইবোৰ উপস্থাপন কৰক। এজন বা দুজন শিক্ষকে ৬টাকৈ শ্ৰেণীৰ পাঠদান কৰিব লগা হয়। ব্যক্তিগত শিক্ষানুষ্ঠান এজন বা দুজন শিক্ষকে ৬টাকৈ শ্ৰেণীৰ পাঠদান নকৰে। বাকী অভিনয় চায় ভাল লাগিল।
@RAHUL1975AMIN
@RAHUL1975AMIN 20 сағат бұрын
Dilse Selut 🙏
@JdbdNzbxhs
@JdbdNzbxhs 18 сағат бұрын
Nai aitu bhal massage huwa nai. Teacher aru gurjenor relationship bhal holehe lora suwali pohiba pariba
@rohitsblog9989
@rohitsblog9989 Күн бұрын
Wrong message..
@SumonBora-vt1wz
@SumonBora-vt1wz Күн бұрын
Right massage
পলাই অহা ধনী ঘৰৰ ছোৱালী......
11:47
হুৰাহুৰি  | HuraHuri | Assamese Video | Rong Dhemali
18:28
বোৱাৰী পাগল।।
11:28
Chuchen Entertainment
Рет қаралды 8 М.
মাৰ অভিশাপ // Mar Abhishap // Assames video
22:26
পাপ পুণ্য  | Assamese Video | Rong Dhemali
11:42
Rong Dhemali
Рет қаралды 23 М.