Рет қаралды 18,034
আস্থা আৰু বিশ্বাসৰ কেন্দ্ৰস্থল মা-কামাখ্যা ধাম৷ কোনে কেতিয়া নিৰ্মাণ কৰিছিল মা কামাখ্যা মন্দিৰ? ইটালীৰ পৰা মাৰ দৰ্শন লাভৰ বাবে অহা দৰ্শনাৰ্থীয়ে কি ক’লে মাৰ বিষয়ে? মা কামাখ্যাকলৈ ডী ডী অসমৰ সাংবাদিক চিম্পী গগৈৰ এক প্ৰতিবেদন৷
#kamakhyamandir #kamakhyatemple #assam #awesomeassam #assamtourism #ambubasimela #Guwahati