কেনেকৈ আলফাৰ শিৱিৰৰ পৰা পলাই আহিছিল ২ আলফা(স্বাঃ) সদস্যই?

  Рет қаралды 291,682

NKTV PLUS

NKTV PLUS

Күн бұрын

Пікірлер: 243
@hemalatachetia3765
@hemalatachetia3765 2 жыл бұрын
দেশ প্ৰেম ,,স্বাধীন অসম বুলি যোৱা নাই সিহতৰ চেহেৰাই কৈছে ।।ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ মাজত শান্তি আলোচনা চলি আছে বাবে কিবা এটা সহায় চৰকাৰৰ পৰা পোৱা আশাত হে গৈছিল যেন অনুভৱ হয়।। স্বাধীন অসম বিচাৰিবলৈ গ'লে ,,শৰীৰত ৰ'দ ,,বৰষুণ ,,বতাহ ,,ধুমুহা ,,কাইট,,বনৰীয়া জীৱ জন্তু,,পানী,,আদিলৈ ভয় ,,কষ্ট এইবোৰলৈ ভয় কৰিব নালাগিব ।। ঘৰৰ মা -দেউতা ,,পৰিয়ালক কন্দুৱাই ছয় মাহতে ??????????
@bhabeshmili8352
@bhabeshmili8352 2 жыл бұрын
Right
@dasbsf178
@dasbsf178 2 жыл бұрын
Ekdom hosa kotha kole sir
@bkp9774
@bkp9774 2 жыл бұрын
@@bhabeshmili8352 morai val aasil.
@lishagogoi2
@lishagogoi2 2 жыл бұрын
Right 👍
@monujtaid5752
@monujtaid5752 2 жыл бұрын
Hi
@Dailylifestylechannel96
@Dailylifestylechannel96 2 жыл бұрын
যোৱা আগতে ভাবিব লাগে, নিজৰ ঘৰ খন ভঙা হ'লেও বহুত সুখত থাকিব পাৰি।হাবিৰ মাজৰ পৰা স্বাধীনতা বিচাৰি যোৱাতকৈ ইয়াতে কিবা কাম কৰা ভাল।
@travellerajs9929
@travellerajs9929 2 жыл бұрын
এইবিলাক কথা আচলতে প্ৰকাশ কৰিব নালাগে। কাৰণ তেওঁলোক মূলসুঁতিলৈ উভতি আহিছে যদিও আলফা নেতৃত্বই তেওঁলোকক দেখা মাত্ৰকে গুলীওৱাৰ নিৰ্দেশ দিছে। গতিকে তেওঁলোকে ভৱিষ্যতে সাফল্য লাভ কৰাত হে গুৰুত্ব দিব লাগে। এইবোৰ TRP ৰ বাবে অযথা সাক্ষাৎকাৰ লৈ তেওঁলোকৰ বিপদ মাতি আনিব নালাগে।
@legendariya6957
@legendariya6957 2 жыл бұрын
ঘণ্টা নিউজ চেনল একো নাজনে সকলোবোৰ দাতা প্ৰকাশ কৰিছে ইহঁতৰ কিবা হলে NKtv দায়ী হব ।।
@agniban5102
@agniban5102 2 жыл бұрын
হ'ব হ'ব ইমান কথা নকব। ফোপাই ফোপাই একেখিনি কথা শুনি আছোঁ। বুজিছো অৰুণাচল আৰক্ষীৰ হাতত আছে তেওঁলোক
@happyboy4579
@happyboy4579 2 жыл бұрын
🙄😁😁😁😂😂😂😂
@subhamchetia1383
@subhamchetia1383 2 жыл бұрын
Hosakoi akekhini k kaivar j nkoi
@rajukalita6302
@rajukalita6302 2 жыл бұрын
একলোক আচলতে স্বাধীনতাৰ লক্ষ্য কৰি যোৱা নাছিল গৈছিল নিজৰ স্বাৰ্থ পূৰণৰ বাবে ভাবিছিল চৰকাৰৰ লগত আলোচনা হলে তেওঁলোকে ভাল পইচা পাব বা কিবা নিজৰ লাভ হব ভ।
@protimadutta2890
@protimadutta2890 2 жыл бұрын
এইবোৰ বুৰবক কৰবাৰ
@rintumoran8846
@rintumoran8846 2 жыл бұрын
Nibonua homoshya vuktovugi.....ehot...Swartho nhoi.....thti ki janibi ha....ST,SC hoi sorkarr domot uri fura tht
@rajukalita6302
@rajukalita6302 2 жыл бұрын
@@rintumoran8846অসম খনত কেৱল এই দুজনে নিবনুৱা আছিল নে বাৰু
@rintumoran8846
@rintumoran8846 2 жыл бұрын
@@rajukalita6302 Karubar bikhoa nojonake judge kora2 vul buli mare bapere nihikale tuk...
@rajukalita6302
@rajukalita6302 2 жыл бұрын
@@rintumoran8846 tomar bebhare koi tumi kiman xikisa
@protimpartha1mj
@protimpartha1mj 2 жыл бұрын
আলফালৈ গৈ নিজৰ ভৰিত কুঠাৰ মৰাতকৈ ঘৰৰ বাৰীত শাক-পাচলি কৰি খাই থকাই শ্ৰেয়। আলফা অ- প্ৰাসংগিক আৰু অবাস্তৱ বৰ্তমান সময়ত
@putulgayan648
@putulgayan648 2 жыл бұрын
Right
@rintuwannag6584
@rintuwannag6584 2 жыл бұрын
Right
@lofiboy2k-4b
@lofiboy2k-4b 11 ай бұрын
Right
@basantahira8645
@basantahira8645 2 жыл бұрын
সাংবাদিক জনৰহে ভাগৰ লাগিল
@legendariya6957
@legendariya6957 2 жыл бұрын
পাগল নিকি কত আছে কিয় কব লাগে আৰু এইবিলাক সুধি সুধি তেখেত সকলক মাৰিব বিচাৰিছে নেকি ।।
@fitt2funn859
@fitt2funn859 2 жыл бұрын
উদ্দেশ্য বিহীন তহতৰ দৰে বুৰ্বক উলাই আহি ভালেই কৰিলা।। আৱৰ্জনা।।
@jayantakrdas647
@jayantakrdas647 2 жыл бұрын
Right
@mitulkalita
@mitulkalita 2 жыл бұрын
চাউল আনিব দিউতে জে পলাই আহিলি শিহতে এতিয়া কি খাব ভাত বনাবলে ৰ‌ইয়ে থাকিলে কিজানি
@uttamnath8314
@uttamnath8314 2 жыл бұрын
A ma . . mata ji
@spydie4962
@spydie4962 2 жыл бұрын
Dhunia
@surojitbora4284
@surojitbora4284 2 жыл бұрын
😁😁😁😁😁
@funnylife3413
@funnylife3413 2 жыл бұрын
Utha le re baba😜😜😜
@darkwarrior1608
@darkwarrior1608 2 жыл бұрын
Toi johora nk burbok😂😂😂😂
@deltaone2882
@deltaone2882 2 жыл бұрын
হেৰৌ কমচে কম চাউল কেইটা দি থৈ আহিব লাগিছিল তহতে.. খোৱা বোৱাৰ লগত ধেমালি নহয় দেই
@GogoiDa১৯৯৪
@GogoiDa১৯৯৪ 2 жыл бұрын
হয় দেই 😁
@JoytunBegum-no2ol
@JoytunBegum-no2ol 2 ай бұрын
Eitu hoi ki2 ​@@GogoiDa১৯৯৪
@thelifevlogzs7211
@thelifevlogzs7211 2 жыл бұрын
২০২১ ত গৈ ২০২২ শেষ হোৱাই নাই ৷ লক্ষ্য নাই উদ্দেশ্য নাই ঘৰৰ মানুহক হাৰাশাস্তি কৰি স্বাধীন অসম লাগে সিহঁতক ৷
@LakshmanKrRay
@LakshmanKrRay 2 жыл бұрын
টিকিবই নোৱাৰে যদি যায় কিয় ? জংঘলত থকা ইমান সহজ নহয় আগতেই এই কথা ভাবিব লাগিছিল ॥
@putulgayan648
@putulgayan648 2 жыл бұрын
এই জাৱৰ দুটাক গুলীয়াই মাৰক ।
@lofiboy2k-4b
@lofiboy2k-4b 11 ай бұрын
Kio be
@niponboruah1516
@niponboruah1516 2 жыл бұрын
সাধাৰণ জ্ঞানকনো নথকা লৰাকেইটাক আলফালৈ নিয়া সকলহে দুখী
@manashgogoi3707
@manashgogoi3707 2 жыл бұрын
Good job
@jibonbatorlogori323
@jibonbatorlogori323 2 жыл бұрын
এই দুটা আলফা লৈই যোৱা চেহেৰাই নাই চোন ৷
@burulinavideos
@burulinavideos 2 жыл бұрын
আকৌ আলফাৰ ওপৰত ৰাজনীতি, হাৰামীকেইটা যদি সোমাইছিল আক' কিয় ওলাই আহিল?
@guninmili6714
@guninmili6714 2 жыл бұрын
মামা আৰু পৰেশ বৰুৱাৰ খেলা।
@jyotismanhazarika3524
@jyotismanhazarika3524 2 жыл бұрын
Army kaitai gun loi bea style disae 😘😘😍😍
@monikachari12
@monikachari12 2 жыл бұрын
Hoi ne
@axomiyaloramoi5225
@axomiyaloramoi5225 2 жыл бұрын
Jdi eahtok kiba kore te mediar mnhu jank maribo lgeee khi klhhh jah tah questions kri asei
@chandanneog1965
@chandanneog1965 Жыл бұрын
🇮🇳eku shadhin nhy shadhin huwar pisot ki hb jona ase future....jenke ase tenkei thakok♥️jai hind 🇮🇳 jai aai oxom
@User654-s2m
@User654-s2m 2 жыл бұрын
0:03 দাদাৰ কাঁহটো ভাল লাগিল😂
@rajanewar3634
@rajanewar3634 2 жыл бұрын
God bless you..
@mainachutia6384
@mainachutia6384 2 жыл бұрын
দেখোঁতে চুৰ চুৰ লাগিছে।
@DimbeswarRajbongshi-hm7hl
@DimbeswarRajbongshi-hm7hl 4 күн бұрын
ইহঁত মুৰ্খ এইবোৰ লোৱাৰ বাবে আজি এই অৱস্থা হৈছে
@techmack7852
@techmack7852 2 жыл бұрын
Val karila ghuri ahi Bhai
@kkkassam8352
@kkkassam8352 2 жыл бұрын
ভুৱা আলফা এই দুজন। দেখিলেই গম পাই, কথা ক'ব ই নাজানে , ইহঁত দুটা বোলে আলফা? সুধিলে আলফাৰ ফুল মিনিং কি ভালদৰে ক'ব নোৱাৰিব। অসমৰ পুলিচ আৰু মিদিয়াই বা কি চক্ৰান্ত কৰি ইহত দুটাক আলফা সজালে!
@jonjyoti1191
@jonjyoti1191 2 жыл бұрын
Tenekuwa jene lagise
@lakshajitbora221
@lakshajitbora221 2 жыл бұрын
এই দুজন পণ্ডিত নিজৰ স্বাৰ্থ পূৰণ কাৰণে ঘূৰি আহিল, বেছি নিজৰ স্বাৰ্থ পূৰণ কাৰণে নাভাবি নিজৰ প্ৰাণ ৰক্ষা কৰা চেষ্টা কৰি যোৱা, আঠ মাহ থাকিয়েই স্বাধীন অসম লাগে...
@lofiboy2k-4b
@lofiboy2k-4b 11 ай бұрын
E sudur bhai axom ot kuni xakhon kri ase e kela
@banjyotinathcreator7882
@banjyotinathcreator7882 2 жыл бұрын
Mojja 🔥
@user-uk6mv4zb7x
@user-uk6mv4zb7x 2 жыл бұрын
Aikaijon ulfa nhoi Jan lagisa eman nervous hoi asa 😅
@sanmiholi1256
@sanmiholi1256 2 жыл бұрын
এইকেইটা ফুৰ্টিতেই গুছি গৈছিল....
@jajabor8040
@jajabor8040 2 жыл бұрын
ৰিপতাৰ জনৰ জিভা ওলাই আহিব এতিয়া
@banasmitadas8169
@banasmitadas8169 Жыл бұрын
😂😂😂😂
@xrapat_official
@xrapat_official 2 жыл бұрын
আমি নামত হে স্বাধীন 😇
@bikashbora9998
@bikashbora9998 Жыл бұрын
ককাই কিয় ফেপাইছ এ চি ত বহি বহি ফেত বাহিছে
@7gc970
@7gc970 2 жыл бұрын
এনেকোৱা বোৰবক বিলাকে কেনেকৈই দেশ স্বাধীন কৰিব কাম নাই কিয়া বিলাক আলফাৰ লৈ যায় ইয়াৰ এটাৰ পমান ।
@alexdipu7560
@alexdipu7560 2 жыл бұрын
Thike
@AnisurRahman-vl9qc
@AnisurRahman-vl9qc 2 жыл бұрын
চাউল থৈ আহিবো লাগিছিল ... বাকী বিলাক নাখাই মৰি যাব😀😀😀
@lbsnaaanirbandeori4971
@lbsnaaanirbandeori4971 2 жыл бұрын
ohhh baiii ,ulfa meinn beiiiii😁😁
@muktiboruah2154
@muktiboruah2154 2 ай бұрын
Khepo axom ,nam tu val thoise
@nabakamalboruah5222
@nabakamalboruah5222 2 жыл бұрын
Moja
@dipulaxom
@dipulaxom 2 жыл бұрын
আলফাৰ চেহেৰাই নাই এই কেইটাৰ 😃😃 দেখাত চোৰৰ দৰে লাগিছে🤣🤣🤣
@kalyandey83
@kalyandey83 2 жыл бұрын
তেওঁলোকৰ মুক খন কিঅ blurr কৰি ৰখা নাই
@satyajitboruahvlogs5266
@satyajitboruahvlogs5266 2 жыл бұрын
emn anke kio news tu prosar korise hoi apuni akhomya nhoi ni....ai news tu pai jdi lra dutak jdi guliai mare tetya ai reporter jone risk lobo nki
@gautomtamuly3972
@gautomtamuly3972 2 жыл бұрын
চোৰৰ looks এটাহে আছে ইহঁতৰ ।
@manjitbharali7730
@manjitbharali7730 2 жыл бұрын
Dekhate ehotk kiba ata blg jen lage..ulfa hbo nimile
@chandandutta3186
@chandandutta3186 2 жыл бұрын
Kibake basili, ulfa ari valei Karisa. Ulfa kam nai. Gharat business Ba kheti Kora natuba govt job poar babe sesta kariba
@Amio.d5
@Amio.d5 2 жыл бұрын
Knekoi basibo atia hosai jodi polai ahise...mora tu khatang....aru jodi alphai plan kri pothaise...karubaak maribo ahise
@darkwarrior1608
@darkwarrior1608 2 жыл бұрын
@@Amio.d5 alpha maksudae randa... Coward... Terrorist...johora jiman gali asa kom
@jyotismanhazarika3524
@jyotismanhazarika3524 2 жыл бұрын
@@Amio.d5 muru haituwai lagisae 😍
@lofiboy2k-4b
@lofiboy2k-4b 11 ай бұрын
​@@Amio.d5bl del o krba nore ulfa 😂
@pasantagogoi5463
@pasantagogoi5463 2 жыл бұрын
আপোন ঘাটি মৰ যমৰ বদনাম দিয়।।অন্তত চাউল কেইটা আনিবলে শিয়াল কেইটাক পঠিয়াইছে।।নাম সিহতৰ খেপৌ
@huntideka1067
@huntideka1067 2 жыл бұрын
হেৰৌ পানী বক বকাই পানী উতলি আছে চাগৈ , খোৱা বোৱা কথাত ধেমালি নহয় বাবা হত নাপায় দেই । চাবিচোন তহঁতৰ শেষটো বৰ বেয়াকৈ যাব ।
@SIGNATURE-s3r
@SIGNATURE-s3r 2 жыл бұрын
haat mar toi kla ...tuk kuneu like diya nai kla johora
@Bipulgogoi-ez7dt
@Bipulgogoi-ez7dt Жыл бұрын
সেই কেইটা কাটি কোটি খাই পেলাব লাগে আৰু ইয়াৰ লগত কথা পতা সাংবাদিক গৰাকী খেতি কৰি খা বুপা
@air33-ias53
@air33-ias53 2 жыл бұрын
আলফাই নাখাই মৰিব এতিয়া।🤪🤪🤪
@rabidaimary2668
@rabidaimary2668 2 жыл бұрын
Now ,their live is in danger .
@maotsetungboruah8398
@maotsetungboruah8398 2 жыл бұрын
Assame nohoi
@biswajitsaikia6925
@biswajitsaikia6925 2 жыл бұрын
Ghort ahise valei hol pise nuarile kio jab Lage age vabi Sai jab Lage
@bidyutdekavlogs7695
@bidyutdekavlogs7695 11 ай бұрын
এইকেইটাক খেদি হে দিলে চাগে চেহেৰাই নাই চোন 😂😂😂
@lofiboy2k-4b
@lofiboy2k-4b 11 ай бұрын
Army tjani police ot jbi kintu ulfa t najobi
@mallavkonwar2556
@mallavkonwar2556 2 жыл бұрын
Oo
@manojrajbongshi5013
@manojrajbongshi5013 2 жыл бұрын
Reporter Jone sagali fefuwa dise jj 😜 😀
@jantukoch7247
@jantukoch7247 2 жыл бұрын
কেলা কস্ত কৰিব নোৱাৰ আকৌ স্বাধীন অসম গঢ়িবলৈ যাৱ। এইকেইটাৰ বাল কথাই ঠিক নহয়। ‌ পইচাৰ লোভত গৈছিল এই হাল।
@NikhilsVlogsUltimate
@NikhilsVlogsUltimate 2 жыл бұрын
Emn jur d ru siyori koise sosoni khai goise ge kokaideu
@mixernlp6493
@mixernlp6493 2 жыл бұрын
Reporter jon dekhun manhu 2take dekhi naevus hoise🤣🤣🤣🤣🤣
@Upper_assam_delta_boy
@Upper_assam_delta_boy 2 жыл бұрын
পলৰীয়া কেইটা
@being_human181
@being_human181 2 жыл бұрын
Sangbadik Dada, apuni CIGARETTE khuwa ari diyok, Apunar heart2 komjor hoise, Fefoni barhi goise.
@user-tp2dp1ki9g
@user-tp2dp1ki9g 2 жыл бұрын
Reportar jon alop biyamor poiyujon enam fupaise nahobo dei aneke....
@gagank.r.b7733
@gagank.r.b7733 2 жыл бұрын
কাপুৰুষ হত যদি থাকিবই নোৱাৰ কেলে গৈছিলি ?
@lofiboy2k-4b
@lofiboy2k-4b 11 ай бұрын
Bir purukh toi ki bll del kriso
@nitugogoi8133
@nitugogoi8133 Жыл бұрын
Atya korobar gahori farm sabo di diok
@pulakjyotideka7248
@pulakjyotideka7248 2 жыл бұрын
ভালকৈ কথা কবই নোৱাৰে... ইহতে আৰু কি অসম স্বাধীন কৰিব😂
@dwithunbasumatary4359
@dwithunbasumatary4359 2 жыл бұрын
Alfaye attact korili ki hobo atia
@sumu1453
@sumu1453 2 жыл бұрын
news channel bu e asolote nijo asol daittyo pahori goise
@mrraja2887
@mrraja2887 2 жыл бұрын
Vlke kothai kobo najane hihot ako ulfa
@maotsetungboruah8398
@maotsetungboruah8398 2 жыл бұрын
Gogoi and boruah upadhi nohoi
@jyotshnaboro2246
@jyotshnaboro2246 2 жыл бұрын
Reporter jonor sage pani piya lagose bohut gorom na
@rajibdeka8554
@rajibdeka8554 Жыл бұрын
Ksto ase bht..jnekoi koise Jen kiba job he kribo goisil..jdi eko uddassa a ni tenehole ghrr manhk bkr kio ksto dibo goisili..
@TUB07
@TUB07 2 жыл бұрын
Hoitu aeikitar blg kiba news pam nki 2 din man pasot
@rumihazarika4781
@rumihazarika4781 2 жыл бұрын
News koribole hikibo dei ........aaaa aaaa is enough beng......
@anandasaikia7880
@anandasaikia7880 2 жыл бұрын
সকলো কথা খুলি কোৱা টো ভাল নহয়.বিপদ হব কিনতু
@absalam5061
@absalam5061 2 жыл бұрын
Kargil joi kori ahise buli kowa reporter e blg news napai neki
@prantiksmelodyfactory943
@prantiksmelodyfactory943 2 жыл бұрын
Kio sinaki korai dise...aami asomiya lora punor herabo nukhuju
@ripankordutta8254
@ripankordutta8254 2 жыл бұрын
Vlei korili bupai hot..aji Kali heiburot..najay..kiba ata income kor..maa deuta hukh..ghoror mnuh hukh..
@nababora2345
@nababora2345 2 жыл бұрын
Kothatuke valkoi kobo nuware shadhin asom koriboloi jai
@abhijitsaikia8926
@abhijitsaikia8926 2 жыл бұрын
চাউল কেইটাটো দি থৈ আহঁ তহঁতি 🙃🙃🙃 কি য়ে হ'ব তহতঁৰ পৰা দেই 😝😜🤪 উপায় নাই আৰু 🙃🙃🙃
@akashdeepgogoi8690
@akashdeepgogoi8690 2 жыл бұрын
Reporter RIH
@ranjoyadi5824
@ranjoyadi5824 2 жыл бұрын
Bhl korisa... ULFA kam ni ..nija kosta kori aru kosto kori ....aramt thaka
@rasingtisso366
@rasingtisso366 2 жыл бұрын
chenel tu bhal puanai
@RatulbordoloiBordoloi
@RatulbordoloiBordoloi 4 ай бұрын
Moi jam alfat dormah kiman dibo 100000 advans dileake jam
@tgasom2212
@tgasom2212 2 жыл бұрын
চেহেৰাই বেলেগ হে কৈছে ।😆😆😆😆
@K267_Gaming
@K267_Gaming 4 ай бұрын
Reporter 😮😮
@BituAli-sj2mz
@BituAli-sj2mz 4 күн бұрын
কথা কবলৈ নাজানে 😂
@Joytirmay_Dutta
@Joytirmay_Dutta 2 ай бұрын
News anchor jonk koisu kedar dujonk Dekhi a bhoi khai goise nk 😅bokora anchor 😅
@basantachutiacreation6859
@basantachutiacreation6859 2 жыл бұрын
Ulfa na ki hoi Gmai pua ni aikita
@piyusvloger3547
@piyusvloger3547 2 жыл бұрын
Sudaru news...
@bituponkakopothar730
@bituponkakopothar730 2 жыл бұрын
Hahi hahi pet bikhai gol 😄😄😄😄😂😂😂
@runubaruah60
@runubaruah60 2 жыл бұрын
God bless you young boys
@anuhborah82505
@anuhborah82505 2 жыл бұрын
😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂
@munubora6927
@munubora6927 2 жыл бұрын
এই কেইটা চুৰ চুৰহে লাগিছে
@tusharrang7493
@tusharrang7493 2 жыл бұрын
Reporter tu police r nisina korise dekhun
@babulray4471
@babulray4471 2 жыл бұрын
Faltu korba goisil faltu soli
@sazidaparbin6401
@sazidaparbin6401 2 жыл бұрын
Ukhah Bondho hoi gol paiiiii
@nilutpalborah5814
@nilutpalborah5814 2 жыл бұрын
Hei aikeita kothai kobo nuware... Reporter jon excited huar karon nai...
@bickramdsa7870
@bickramdsa7870 2 жыл бұрын
Ktha2 koutai eman fapabo lge nki...
@Gogoifouji123
@Gogoifouji123 2 жыл бұрын
Huno ht .....mribloi haju thkkkk....
IL'HAN - Qalqam | Official Music Video
03:17
Ilhan Ihsanov
Рет қаралды 700 М.
DNLA MILLITANTS TO SURRENDER AND JOIN MAINSTREAM
8:30
Prag News
Рет қаралды 2,6 МЛН
Border ত Problem 😱 Finally Myanmar Burma ahi palu Basanti লৈ | Ep. 6
28:52