Рет қаралды 118,194
এজন জাতক বা জাতিকাই চাকৰি পাবলৈ হলে ৰবিৰেখা ,ভাগ্যৰেখা লগতে বৃহস্পতি,শনিৰ ক্ষেত্ৰ লগতে ৰবিৰ ক্ষেত্ৰ শুভ হব লাগিব। সুস্পষ্ট ৰবিৰেখা লগতে ভাগ্যৰেখা আৰু আয়ুস ৰেখাৰ পৰা উৰ্দ্ধমুখী ৰেখা থাকিলে জাতক বা জাতিকাই চৰকাৰী অথবা বেচৰকাৰী বিভাগত চাকৰি পোৱাৰ সম্ভাৱনা প্ৰবল হয়। বিশেষকৈ মধ্যমা আঙুলি তৰ্জনী আঙুলিৰ ফালে হালি থাকিলে চাকৰিজীৱী হয়।