No video

কেন্দ্ৰীয় মন্ত্ৰী জুৱেল অ'ৰাম ডাঙৰীয়া ঐতিহাসিক শিৱসাগৰ জিলা ভ্ৰমণ কাৰ্যসূচী

  Рет қаралды 514

Sanjib Mili

Sanjib Mili

Күн бұрын

আজি ভাৰত চৰকাৰৰ জনজাতি পৰিক্ৰমা কেন্দ্ৰীয় মন্ত্ৰী জুৱেল অ'ৰাম ডাঙৰীয়া ঐতিহাসিক শিৱসাগৰ জিলা ভ্ৰমণ কাৰ্যসূচীত অসম চৰকাৰৰ মাননীয় শিক্ষা, ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী দপ্তৰৰ মন্ত্ৰী ডা০ ৰনোজ পেগু মহোদয়, সন্মানীয় বিধায়ক সুশান্ত বৰগোহাঁই মহোদয়, ৩৪নং দিচাং-দিখৌ সমষ্টিৰ সাধাৰণ সদস্যা শ্ৰীমতী নিভা পেগু মিলি বাইদেউৰ উপস্থিত দিহিং মূখ অঞ্চলৰ ভে‍ঁকুৰি চাপৰি, কটিয়ৰি, ,লাচন গাঁও, আহোম পথাৰ, গোহাঁই পুখুৰী আদি ঠাই সমূহ পৰিদৰ্শন কৰাৰ সময়ত জিলাৰ বিভিন্ন সমস্যা সমুহক লৈ শিৱসাগৰ জিলাৰ TMPK, TMMK, MMK ৰ তৰফৰ পৰা এখন স্মাৰক পত্ৰ প্ৰদান কৰা হয়। এই কাৰ্যসূচীত TMPK কেন্দ্ৰীয় সমিতিৰ সভাপতি তিলক দলে ডাঙৰীয়া আমাক সহযোগিতা আগবঢ়োৱাৰ বাবে এই আভাসতে বহুত বহুত ধন্যবাদ জনালোঁ।
#mising aao
#pame appun।
#moni kutum।
Dimpol doley।

Пікірлер: 2
@binubori
@binubori Ай бұрын
Bohut dhonyobad 🙏
@AyangMili-gp3py
@AyangMili-gp3py Ай бұрын
Mising Réngam írroi
Garo News 28 August 2024 ℅ Garo AIR Shillong
8:58
Garo AIR Shillong
Рет қаралды 964
How I Did The SELF BENDING Spoon 😱🥄 #shorts
00:19
Wian
Рет қаралды 37 МЛН
Whoa
01:00
Justin Flom
Рет қаралды 31 МЛН