Рет қаралды 159
কাপোৰ কিয় ৰ'দালো// বাৰ বিয়াৰ বাবে কি কাপোৰ ল'লো চাওঁকচোন//কোনযোৰ পিন্ধিম ক'ব দেই//
মোৰ কাপোৰ কম যদিও থকা কেইযোৰেই মোৰ বহুত মৰমৰ | আইতাহঁতে আগতে কয় ভাদ মাহত কাপোৰ ৰ'দাব লাগে আৰু আজি মইয়ো মোৰ কাপোৰ কেইযোৰ ৰ'দালো আৰু সৰু ভিদিঅ' এটা কৰিলো |বিয়াৰ কাপোৰ আপোনালোককো দেখালো বেয়া নাপাব দেই🙏🙏