কেৰাচিন তেলৰ চাকিলৈ পঢ়া যুৱকজনে আমেৰিকাত চাকৰি পালে কেনেকৈ || EP- 2 || kamal nath ||

  Рет қаралды 100,501

Jitumoni Neog

Jitumoni Neog

Күн бұрын

Пікірлер: 61
@Mmdsmemories
@Mmdsmemories 10 ай бұрын
সঁচাকৈয়ে বহুত আদৰ্শৱান ব্যক্তি। ইমান অমায়িক ভাবে সকলোখিনি কৈ গল। মানুহ জন্মৰ পৰা বহুখিনি শিকিবলগীয়া আছে। তেখেতৰ কথাখিনিৰ পৰা বহুত উপকৃত হলো। ভগৱানৰ কৃপা তেওঁলোকৰ ওপৰত সদায় থাকেযেন।
@RanuBuragohain-h2z
@RanuBuragohain-h2z 10 ай бұрын
সু সন্তান। ঈশ্বৰে মঙ্গল কৰক। সকলো সন্তান তোমাৰ দৰে সৎ হ ওক।
@BD12348
@BD12348 10 ай бұрын
বহুত এনেকুৱা অনুপ্ৰেয়নাদায়ক বাৰ্তালাপ চাইছোঁ কিন্তু এইটো বাৰ্তালাপ ব্যতিক্ৰম।ব্যতিক্ৰম এইবাবেই যে ব্যক্তি জনেই ব্যতিক্ৰম।এজন সঁচা অৰ্থত জ্ঞানী ব্যক্তি।আপোনাৰ দৰেই হব বিচাৰো।আপুনি ভালে থাকক।
@renusaikia2749
@renusaikia2749 8 ай бұрын
বৰ ভাল লাগিল , এনেকুৱা সন্তান ভগৱান ৰ দান , সদায় সুখেৰে থাকক
@dipanjaliboruah3005
@dipanjaliboruah3005 9 ай бұрын
ধুনীয়া কথাৰে এটা ধুনীয়া অনুষ্ঠান ।
@chitrakumarhazarika6622
@chitrakumarhazarika6622 10 ай бұрын
সুন্দৰ ইন্টাৰভিউ।
@NNG-SINGER
@NNG-SINGER 10 ай бұрын
বহুত সঁচা কথা কৈছে ।বৰ ভাল লাগিল ।
@anandadutta20
@anandadutta20 9 ай бұрын
An Ideal person,God bless you.
@DipikaMedhi-t8n
@DipikaMedhi-t8n 10 ай бұрын
তোমাৰ পঢ়া জীৱনৰ কথা শুনি ভাল লাগিল। তোমাৰ জীৱন তো শঙৰদএৱলঐমনত পৰে।
@tulshigogoi7019
@tulshigogoi7019 10 ай бұрын
Really you are good telling brother. You are a great👍 devotee of Lord🙏 Krishna. Thanku..
@styledreamsk9886
@styledreamsk9886 10 ай бұрын
ভাল লাগিল তোমাৰ কথা বিলাক শুনি
@minakshiphukan6503
@minakshiphukan6503 10 ай бұрын
বৰ ভাল লাগিল।
@BijuSaikia-u1w
@BijuSaikia-u1w 9 ай бұрын
বহুত ভাল লাগিল ধন্যবাদ সকলো সন্তান সৎওআদশবান হওঁক ❤
@khagenburagohain2357
@khagenburagohain2357 7 ай бұрын
সাক্ষাৎকাৰ ভাল লাগিল , নব প্ৰজন্মৰ বাবে এক উল্লেখযোগ্য টিপছ বুলি ভাবো। মনৰ একাগ্ৰতা আৰু চেষ্টা থাকিলে সঁচাই উন্নতিৰ জখলাত উঠিব পাৰে আৰু ভগৱন্তই ও লগ দিয়ে ইত্যাদি।❤👍
@Danirojasfc6
@Danirojasfc6 10 ай бұрын
সুন্দৰ। অতি সুন্দৰ। 👏👏👏
@hridyanshugogoi2943
@hridyanshugogoi2943 10 ай бұрын
সচা আদৰ্শ বান ব্যক্তি ভাল লাগিল
@phuleswarrzbnc8003
@phuleswarrzbnc8003 10 ай бұрын
সুন্দৰ
@rinadekabarman
@rinadekabarman 7 ай бұрын
Xosakoi bohut val lagil Anekua xu putro xokolue maak deutake paukjen Iman dukhiyar pora dhoni hol nijoke sangram kori. Americat thaku ghor mati kina xohoj kitha nohoi. Tothapiu je maak deutakok ghor bpnai dise manibo lagbo.Maak deutakok xeua kora xokolue putroi Anekua xundor jeevan otibahit hobo aru unnoti koribo paribo. Apunak bohut dhanyawad bohutu uthi aha notun projinnmoi kisuman val kitha xikile apunak pora. Apunar aru unnoti hobo . Apunalukor poriyalor xojolu xodoishyoke Bhagawane mongol koron Dhanyawax
@gayatriborgohain8748
@gayatriborgohain8748 10 ай бұрын
দ্বিতীয় জন ৰুবুল মাউট যেন লাগিল। তেখেতৰ জীৱনী টো কিতাপ আকাৰে পালে ভাল পাম।
@rambalram2610
@rambalram2610 10 ай бұрын
14:10 তেখেতে কৈছে Govt has no business to be in business.. অৰ্থাৎ চৰকাৰৰ কোনো ব্যবাসাই বা কোনো ধৰণৰ থিকা থুকলি চলোৱাৰ কাম নাই... কেৱল মাত্ৰ স্বাস্থ্য, শিক্ষাৰ উপৰত গুৰুত্ব আৰোপ কৰিব লাগে.. বাকী সকলো প্ৰাইভেট হৈ যোৱা উচিত। হয় তেখেতে ১০০% শুদ্ধ কথাই কৈছে। উন্নত দেশ বোৰত চৰকাৰী বিভাগ একেবাৰে নূন্যতম... কিন্তু আমাৰ ইয়াত কি চাবা ?? গড়কাপ্তানী (PWD), সমাজ কল্যাণ, গ্ৰাম্য উন্নয়ন, বান নিয়ন্ত্ৰণ, irrigation, সংস্কৃতিক, ৰেচম, বন, কৃষি ইত্যাদি বহু বিভাগ। এই বিভাগ বিলাকত থিকাদৰৰ লগত মিলি খালি দিনে নিশাই চুৰ কৰা, ঘূচ খোৱাৰ এটা চিষ্টেম বনাই লৈছ.. চাব চূণ ইঞ্জিন য়াৰ কীটা কোটি পতি, ACS officer কেইটা কোটি পতি.. চুৰ নকৰিলে কত পাই কোটি কোটি টকা 🤔🤔🤔 আপুনি মাত্ৰ এবাৰ ভাবী চাওক, গোটেই ভাৰত বৰ্ষত কেন্দ্ৰ আৰু ৰাজ্য মিলি ১ লাখ চৰকাৰী কৰ্মচাৰীয়ে ১ কোটি কৈ টকা প্ৰতি বছৰি চুৰ কৰে... তেনেহলে ১ লাখ কোটি টকা ৰাজ ভঁৰালৰ প্ৰতি বছৰে নোহোৱা হৈ জাই... এই বিলাক ৰাইজে কৰ দি ৰাজ ভঁৰালত জমা কৰা টকাহে কাৰো বাপেকৰ ঘৰৰ টকা নহয়...!!! কথা কিন্তু কওঁতে বহুত কয় যেনে - না খাওঁগা না খানে দুংগা, পিছে কথা কথাতে ৰয় আৰু এই চৰকাৰী চুৰ বোৰ দিন দুগুনী ৰাত চগুনি ৰ হাৰত পইচা মাৰি সম্পতিৰ পাহাৰ গঢ়ে। এই চুৰ হোৱা টকাৰে কিছুসংখ্যক যুৱক ক নিযুক্তি বা কিছু সংখ্যক বৃদ্ধ লোকক পেঞ্চন আদি দিব পৰা যায়। কিন্তু সেইয়া নকৰে কেৱল বছৰি বছৰি চৰকাৰী চাকৰিৰ নামত চৰকাৰী চুৰ সৃষ্টি কৰি আহিছে....🙂🙂🙂 ৰাইজৰ ও ভুল ৰাইজ কুম্ভ কুৰ্ণ নিদ্ৰাত... কেতিয়াও প্ৰশ্ন নকৰে.. অতাইত কৈ ডাঙৰ গভাইত চুৰ কিতাকে ভোট দি আকৌ দিশপুৰলৈ পঠিয়াই। গতিকে ৰাইজ ও সমানে জগৰীয়া। ৰাইজ কণা হোৱা বাবেই যোগে যোগে পতান দি আহিছে কণা হাঁহক পটান দিয়াৰ দৰে...🙏🙏🙏 গতিকে টোপনিৰ পৰা সাৰ পাওক আৰু এই কাম বোৰ চকু দিয়ক। 🙏🙏
@RanjitDeka-n5e
@RanjitDeka-n5e 5 ай бұрын
Apuni bohut val kotha koise. Thank you.
@rambalram2610
@rambalram2610 5 ай бұрын
​@@RanjitDeka-n5e আমাৰ ইমান বোৰ বিয়াগুম বিয়াগুম বিভাগ থকাৰ পিছতো গুৱাহাটীৰ নলাত পৰি কণমানি লৰাৰ মৃত্যু হয়...😢😢😢 সেইটোৱেই আমাৰ ব্যবস্থা...😮😮😮😮 খালি টকা মৰা, পইচা মৰা, পেট পোহা, পকেত ভৰোৱা তাতেই ব্যস্ত.... কথা কিন্তু হিমালয়ত কৈও ওখ...😮😮 দক্ষ দক্ষ বুলি এজনৰ বিশয়ে চিঞৰি চিঞৰি কান পকাই দিলে অসমৰ মানুহৰ... কাৰ্য্যত ফুটোকাৰ ফেন.....😮😮😮😮
@TridipDoley-ro3rr
@TridipDoley-ro3rr 10 ай бұрын
A great man❤ !
@nabajyotiray931
@nabajyotiray931 7 ай бұрын
ভাল লাগিল।
@PhatijKaman-wt2qz
@PhatijKaman-wt2qz 9 ай бұрын
বৰ ভাল লাগি ল
@sachinhajong6838
@sachinhajong6838 10 ай бұрын
very very good suggestion and after hard works " The Life is Successful"
@atiramtayeng3833
@atiramtayeng3833 9 ай бұрын
সুন্দৰ
@bijoydeka9134
@bijoydeka9134 7 ай бұрын
Dadar nisi nakoi amio parhisilu. Kintu kuno target nasil. Anusthan tu sai val lagil
@AmalBasumatari-bm7fo
@AmalBasumatari-bm7fo 6 ай бұрын
Good .
@dr.lakshmikalita8857
@dr.lakshmikalita8857 7 ай бұрын
God bless You.
@sanadkumarbora9769
@sanadkumarbora9769 10 ай бұрын
Dadajonor kothabur val lagil...ji homoi t donkey process t America t migration koribo bisarise...hai homoit apuni ata American t val job position pai u punor assam t ahi investment koribo bisarise...great inspiration ❣️
@SukuramPegu-r4n
@SukuramPegu-r4n 9 ай бұрын
Good welcome
@SpaceIsAwesome035
@SpaceIsAwesome035 10 ай бұрын
2nd part tu sai bor bhal lagil dai .
@KalpanaNath-k4s
@KalpanaNath-k4s 9 ай бұрын
Very good.
@ChakradharSaud-qq1rj
@ChakradharSaud-qq1rj 10 ай бұрын
Good interview.
@gautamgogoi6460
@gautamgogoi6460 10 ай бұрын
Bohut intelligent manuh
@KusumBora-gh5cq
@KusumBora-gh5cq 7 ай бұрын
Good
@manjuchangkakati3194
@manjuchangkakati3194 7 ай бұрын
❤❤❤
@utpalsaikia8359
@utpalsaikia8359 10 ай бұрын
Good motivation
@barnalibora7974
@barnalibora7974 10 ай бұрын
Nbohut val lora.aguu jua
@tingkukuli6502
@tingkukuli6502 10 ай бұрын
Moja
@Anamikaborah448
@Anamikaborah448 10 ай бұрын
সু সন্তান। সদাই ভালে থাকক
@pranitakeleng8056
@pranitakeleng8056 10 ай бұрын
Bahut huvesya thakil.
@ManjuBoruah-q6o
@ManjuBoruah-q6o 7 ай бұрын
শুনি ভাল লাগিল কিন্তু মাক দেউতাক চিনাকি কৰি দিলে ভাল হয়।
@tulshigogoi7019
@tulshigogoi7019 10 ай бұрын
Happy family's lucky son.
@LovelyCabin-cs5se
@LovelyCabin-cs5se 10 ай бұрын
Bohut val lagil
@nnloveu294
@nnloveu294 10 ай бұрын
Dada apuni aru aguai jaok ami dowa korim
@KusumBora-gh5cq
@KusumBora-gh5cq 7 ай бұрын
Thankyou
@krishnaramnath-ys8sz
@krishnaramnath-ys8sz 9 ай бұрын
Nath bor vl lagil sasai uthe aha projonmak asar btora dila phon ñumber dibasun moi majulir nath
@manashphukon1794
@manashphukon1794 10 ай бұрын
কথা খিনি ভাল লাগিল। কিন্তু, শেষৰ কথা খিনি বেয়া লাগিল। (মানুহ বেয়া কাম কৰিও বিখ্যাত হব পাৰে আৰু ভাল কাম কৰিও বিখ্যাত হব পাৰে।)
@barnalibora7974
@barnalibora7974 10 ай бұрын
Buji pua lora val lga agui jawk.utubt volg banab para dakhun.njna kotha janib parib notun pojonmoi.plz plz dada baw.anakoi dakha pam baru
@suradhrabha7216
@suradhrabha7216 9 ай бұрын
Moja val Lagil, kintu follow to Jesus, request no order
@ArunRajkuwar-yp2qn
@ArunRajkuwar-yp2qn 10 ай бұрын
বহুত সময় কথা পাতিলে কিন্ত তেখেতৰ পৰিচয়টোকে কৰাই নিদিলে।
@PranabJyotigogoiPranab
@PranabJyotigogoiPranab 10 ай бұрын
ami junaki poruah batalt vorai pohisilu
@ParvazAkhtar-mx3is
@ParvazAkhtar-mx3is 10 ай бұрын
I will go America I have strong dream.
@pritomnz11
@pritomnz11 10 ай бұрын
Haha ki strong dream
@PhatijKaman-wt2qz
@PhatijKaman-wt2qz 9 ай бұрын
আজিকালি কেৰাচিন পাবলৈ নাই
@nitaidebnath7242
@nitaidebnath7242 9 ай бұрын
Ebu kotakoblageni,
@krishnaramnath-ys8sz
@krishnaramnath-ys8sz 9 ай бұрын
Dhoino bad tomar phon number to di ba
@pradiphandique9005
@pradiphandique9005 2 ай бұрын
God blessed you.
@subarnagogoi9401
@subarnagogoi9401 10 ай бұрын
Bohut val lagil
How Strong Is Tape?
00:24
Stokes Twins
Рет қаралды 43 МЛН
BAYGUYSTAN | 1 СЕРИЯ | bayGUYS
37:51
bayGUYS
Рет қаралды 1,6 МЛН
Каха и дочка
00:28
К-Media
Рет қаралды 3,2 МЛН
Puwar Harinam || Assamese Bagti geet 2021 || ভক্তিমূলক গীত ||Harinam song
25:44
Surjya Muki সূৰ্য মূখী
Рет қаралды 2,1 МЛН
How Strong Is Tape?
00:24
Stokes Twins
Рет қаралды 43 МЛН