No video

‘কা’ৰ দ্বাৰা অসমত বিদেশী সংস্থাপনৰ বাবে সাজু শৰ্মা চৰকাৰ

  Рет қаралды 2,144

The CrossCurrent

The CrossCurrent

Ай бұрын

‘কা’ৰ দ্বাৰা অসমত বিদেশী সংস্থাপনৰ বাবে সাজু শৰ্মা চৰকাৰ

Пікірлер: 6
@hemantaborgohain4493
@hemantaborgohain4493 Ай бұрын
অসমৰ বৰ্তমানৰ জনগণে হিমন্ত বিশ্ব শৰ্ম্মা চৰকাৰক ভোট নিদিয়ে বুলি ভাবি গাদী ৰক্ষাৰ বাবে বিদেশীৰ ভোটেৰে জিকিবৰ বাবেই এই কুচকাৱাচ্‌নেকি বাৰু ?
@puspadhardowarah1932
@puspadhardowarah1932 Ай бұрын
অন্ধভক্ত বোৰে কি কব এতিয়া?মুছলিম বাংলাদেশী বিদেশী;হিন্দু বাংলাদেশী কিয় বিদেশী নহয়?ইয়াৰ পৰা"বুজা গল এটাও বিদেশী অসমৰ নাযায়! অগপ এতিয়া কলৈ"গল?
@fakrulislam8319
@fakrulislam8319 Ай бұрын
Mama jindabad 💪
@ruhitdihingia8210
@ruhitdihingia8210 Ай бұрын
যিসকলৰ কথা বাতৰিটোত বৰ্ণনা দি থকা হৈছে, সেই সকল বিদেশীয়ে ভোট দি হিমন্ত বি: শৰ্মা চৰকাৰক সুৰক্ষা দি থাকিব, সেইটো উদ্দেশ্যেই অৰ্থাৎ বিদেশী ভোটেৰে চৰকাৰ চলাই থাকিবলৈকে আইন এখন প্ৰবৰ্তন কৰিলে বিদেশীক দেশৰ নাগৰিকলৈ উত্তৰণ ঘটায়। গাখীৰত পানী মিহলাই গাখীৰৰ পৰিমান বৃদ্ধি কৰি ফাইদা ঊঠোৱা গাখীৰ বেপাৰী।
Алексей Щербаков разнес ВДВшников
00:47
Lehanga 🤣 #comedy #funny
00:31
Micky Makeover
Рет қаралды 28 МЛН
How I Did The SELF BENDING Spoon 😱🥄 #shorts
00:19
Wian
Рет қаралды 35 МЛН
Guest Lecture by Prof. Karthik Muralidharan
1:56:29
IIM Bangalore
Рет қаралды 1,2 М.