এক বিৰল বেমাৰ😭 আপোনালোক এই কণমানিটোক এটি নতুন জীৱন দিয়ক🙏

  Рет қаралды 111,743

JSS Unscrripted

JSS Unscrripted

Күн бұрын

Пікірлер: 432
@MunmiBorkakoti
@MunmiBorkakoti Ай бұрын
কৌশিক যাতে সোনকালে ভাল হয় তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো 🙏🙏🙏
@Kowshik_Vlogs08
@Kowshik_Vlogs08 Ай бұрын
ধন্যবাদ 🙏
@ashwinidasi8439
@ashwinidasi8439 Ай бұрын
কৌশিক সোনকালে ভাল হৈ উঠে যেন ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ❤
@Kowshik_Vlogs08
@Kowshik_Vlogs08 26 күн бұрын
@@ashwinidasi8439 ধন্যবাদ 🙏
@harshitakashvlog9975
@harshitakashvlog9975 29 күн бұрын
প্ৰভু কিয় এনে কৰা তুমি। সহায় কৰা প্ৰভু। এনেকুৱা দেখিলে বৰ কষ্ট পাও মনত।
@Kowshik_Vlogs08
@Kowshik_Vlogs08 28 күн бұрын
@@harshitakashvlog9975 thank you 🙏
@rodali544
@rodali544 Ай бұрын
যি ভুক্তভোগী সি হে বুজি পাই ,বহুত বেয়া লাগিল
@nirupomaphukan3504
@nirupomaphukan3504 28 күн бұрын
হে ভগৱান কৌশিকক চকু মেলি চোৱা। কথাবোৰ জানি খুউব দুখ লাগিল।যি পাৰো সহায় কৰিম। এগৰাকী মাতৃৰ মৰ্মবেদনা অনুভৱ কৰি সকলোৱে যেন যি পাৰে সহায় কৰক।
@Kowshik_Vlogs08
@Kowshik_Vlogs08 26 күн бұрын
@@nirupomaphukan3504 বহুত বহুত ধন্যবাদ 🙏
@Madhusmita_vlogs677
@Madhusmita_vlogs677 27 күн бұрын
আইও দেহী বহুত বেয়া লাগিল দে😢 কৌশিক সুনকালে ভাল হব দিয়ক ভগবানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ ❤
@Kowshik_Vlogs08
@Kowshik_Vlogs08 26 күн бұрын
@@Madhusmita_vlogs677 ধন্যবাদ 🙏
@nayanmaninayanmani2
@nayanmaninayanmani2 Ай бұрын
এজনী মাকে হে বুজে সন্তানৰ কষ্ট অকণমান আঙুলি গৰম হলে দেহাটো সহ্য নহয় মানুহে উৎসাহ দিব লাগে দুখ দিব নালাগে ভগবানে তোমাক মঙ্গল কৰক লৰাতো ভাল হয়ক
@AnkitaGogoi-bz8qr
@AnkitaGogoi-bz8qr 29 күн бұрын
Akdm hosa ktha bor Bea lgise xuni olp jor hole maak bapek thakib nuwre kintu ankua situation thoka tu bhut dangr ktha kb gole
@Kowshik_Vlogs08
@Kowshik_Vlogs08 29 күн бұрын
ধন্যবাদ 🙏
@Kowshik_Vlogs08
@Kowshik_Vlogs08 26 күн бұрын
@@nayanmaninayanmani2 ধন্যবাদ 🙏
@hirumonikonwar4724
@hirumonikonwar4724 Ай бұрын
শুনি বৰ দুখ লাগিল ভগৱানে সোনকালে ভাল কৰক 🙏
@Kowshik_Vlogs08
@Kowshik_Vlogs08 29 күн бұрын
Thank you so much 🙏
@bijuliborahdas206
@bijuliborahdas206 Ай бұрын
হনুমান চালিছা প্ৰতিদিনে পঢ়িব চোন, ভাল হৈ যাব, মই নিজেই প্ৰমাণ পাইছো, তেওঁ সংকট হৰণ, এবাৰ চেষ্টা কৰিব চোন
@Kowshik_Vlogs08
@Kowshik_Vlogs08 29 күн бұрын
ধন্যবাদ 🙏
@Kowshik_Vlogs08
@Kowshik_Vlogs08 26 күн бұрын
@@bijuliborahdas206 মই পঢ়ি থকো
@kamalachetia1882
@kamalachetia1882 28 күн бұрын
কৃষ্ণ হৰি ৰাম ভগৱানক প্ৰাথনা কৃষ্ণ ভাল কৰক কৃষ্ণ
@rupalimkonwer4719
@rupalimkonwer4719 Ай бұрын
ভাল হব,ভগৱানক প্ৰাৰ্থনা কৰিছো।
@sanjibdas5042
@sanjibdas5042 Ай бұрын
বহুত বেয়া লাগে। আৰু কথাবোৰ শুনি বৰ দুখ লাগিল। যি পাৰে সহায় কৰক। এয়াই হৈছে মানৱ সেৱা।
@Kowshik_Vlogs08
@Kowshik_Vlogs08 26 күн бұрын
@@sanjibdas5042 ধন্যবাদ 🙏
@krishnabhagawati9136
@krishnabhagawati9136 28 күн бұрын
Agninav babar usorot jua ba.... Teu kripa koribo kaushikor uoport.
@ejupidas3042
@ejupidas3042 Ай бұрын
আই ওলালে নিয়ম নীতিৰ লগতে doctor ৰ চিকিৎসা কৰিব লাগে। লৰাটো যেন সোনকালে আৰোগ্য হয়।
@Kowshik_Vlogs08
@Kowshik_Vlogs08 28 күн бұрын
@@ejupidas3042 thank you so much 🙏
@santanachetia3556
@santanachetia3556 Ай бұрын
বাইদেউ হনুমান চালিছা পঢ়িবচোন
@abhijeetnath219
@abhijeetnath219 28 күн бұрын
😂😂😂🤣🤣🤣
@Kowshik_Vlogs08
@Kowshik_Vlogs08 26 күн бұрын
@@santanachetia3556 মই পঢ়ি থকো
@Kowshik_Vlogs08
@Kowshik_Vlogs08 26 күн бұрын
@@santanachetia3556 মই পঢ়ি থকো
@Jyotisma123
@Jyotisma123 Ай бұрын
সি ভাল হওক ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ৷
@Kowshik_Vlogs08
@Kowshik_Vlogs08 28 күн бұрын
@@Jyotisma123 thank you so much 🙏
@minatimedhi591
@minatimedhi591 Ай бұрын
কৌশিক. সোন.কালে.ভাল.হোক.ভগবান ৰ.ওচৰত. পাথনা. কৰিছো
@Kowshik_Vlogs08
@Kowshik_Vlogs08 29 күн бұрын
Thank you so much 🙏
@HasibRahim07
@HasibRahim07 Ай бұрын
কৌশিকৰ মাতৃ, তুমি নিৰাশ নহবা, ল'ৰাটো স্বাভাৱিক জীৱন যাপন কৰাৰ বাবে ভগৱানৰ আশ্ৰয় লোৱা লগতে চিকিৎসাৰ আশ্ৰয় লোৱা। আমি জনা উচিত "ৰাখে হৰি মাৰে কোনে?মাৰে হৰি ৰাখে কোনে"?
@SadhanaGogoi-x9y
@SadhanaGogoi-x9y 29 күн бұрын
ভগৱানক বিশ্বাস কৰা আৰু ডাক্তৰৰ পৰামৰ্শ বোৰ এৰি নিদিব। সহায় অসমৰ মানুহে নিশ্চয় কৰিব। আমিও কৰিম।
@RishaSaikia-w1x
@RishaSaikia-w1x 25 күн бұрын
amrr ghrr usre dekhun aji he gm plu kousik je eyare buli hunkle vl hua tmi MGBU 💞
@73397
@73397 Ай бұрын
কৌশিক সোনকালে ভাল হৈ উঠক ভগবানৰ উচৰত পাৰ্থনা🙏
@Kowshik_Vlogs08
@Kowshik_Vlogs08 29 күн бұрын
Thank you so much 🙏
@tribenimazumdar5040
@tribenimazumdar5040 Ай бұрын
বহুত দুখ লাগিছে
@manashmitadas2587
@manashmitadas2587 5 күн бұрын
Imn morom loga Puwali tu🥺 baa tmr lora tu bhut xnkale val hoi jbo 😢 God bless u🙌🌹
@krishnamanihazarika5656
@krishnamanihazarika5656 Ай бұрын
চকুৰ পানী ওলাই গৈছে 😭 ভগৱানে ভাল কৰিব বা । মনতো বহুত বেয়া লাগিছে 😢😢😢❤️ । তুমি সোনকালে ভাল হোৱা দেহা ।
@Kowshik_Vlogs08
@Kowshik_Vlogs08 28 күн бұрын
@@krishnamanihazarika5656 thank you so much 🙏
@arpanadas5234
@arpanadas5234 Ай бұрын
God bless you Kaushik beta.
@Kowshik_Vlogs08
@Kowshik_Vlogs08 29 күн бұрын
Thank you 🙏
@gourisaikia181
@gourisaikia181 Ай бұрын
ভগৱানে সোনকালে ভাল কৰক
@ankitaborah819
@ankitaborah819 29 күн бұрын
Bahut dukh lagile.. vogoban kipa kora 🙏🙏
@gitamonisaikia431
@gitamonisaikia431 20 күн бұрын
সময় দা আৰু বিটু দাক যুগা-যুগ কৰক চোন অকণমান হ'লেও সহায় পাব 🙏🥺🥺🥺😢😢😢বৰ দুখ লাগিছে কথা খিনি শুনি 😢😢nmbrtu loi thoisu ki paru সহায় কৰিম 🙏😢🥺
@Kowshik_Vlogs08
@Kowshik_Vlogs08 9 күн бұрын
Thank you so much 🙏
@hiradevi3608
@hiradevi3608 29 күн бұрын
ভগৱান আপোনালোকৰ সহায় হওক।
@Kumoijyoti-kumoi-assam
@Kumoijyoti-kumoi-assam Ай бұрын
Bohut beya lagile 😢😢😢❤❤
@BarsaRuhi
@BarsaRuhi 28 күн бұрын
ঈশ্বৰে আশীৰ্বাদ কৰক,✝️🙏🛐❤
@pankajnath4106
@pankajnath4106 27 күн бұрын
ইশ্বৰে মঙ্গল কৰক কনমানিটোক😢
@momiborah3388
@momiborah3388 Ай бұрын
Apni abr agninav mndirt loi jai sikha bak hokolu kouk aru sb kotha babak mnr pra kouk sn sbo bht positive result ahiboGod bless you 🙏🙏
@mazzacreation
@mazzacreation 18 сағат бұрын
Hunixu Kaushik e Vebela Sai Val Pai bule😢 Vebelai u akhirbad korixe❤😢
@lipikadasgogoi3373
@lipikadasgogoi3373 29 күн бұрын
ভগৱানে ভালে ৰাখক,
@paban1769
@paban1769 29 күн бұрын
বেয়া লাগিল কথাবোৰ শুনি।
@AjayDas-z2x
@AjayDas-z2x 29 күн бұрын
❤কৌশিক❤ তুমি সোনকালেই ভাল হয় আহিবা মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ 😢😢
@Kowshik_Vlogs08
@Kowshik_Vlogs08 28 күн бұрын
@@AjayDas-z2x thank you so much 🙏
@manikmahanta2356
@manikmahanta2356 28 күн бұрын
কৌশিক ভাল হ'ব । আপুনি ধৈৰ্য ধৰক
@narenrajbongshi9544
@narenrajbongshi9544 Ай бұрын
লৰাটোক ভগবানে সোনকালে ভাল কৰি দিয়ক❤
@anjanabaruah2781
@anjanabaruah2781 Ай бұрын
কৌশিক সোনকালে ভাল হৈ উঠে যেন ভগৱান কৃপা কৰিবা 🙏
@Kowshik_Vlogs08
@Kowshik_Vlogs08 29 күн бұрын
ধন্যবাদ 🙏😊
@tulumoniboruah4955
@tulumoniboruah4955 28 күн бұрын
V বাইদেউ আপোনা ডিবুগৰ জিলামৰানএকনংদুমৰ দলং ঈশৰ প্রাথনা গিহলৈজাওক ঈশৰে সকলো ভাল কৰি দিৱ
@Kowshik_Vlogs08
@Kowshik_Vlogs08 28 күн бұрын
@@tulumoniboruah4955 jam aimie
@Debojani-6.9
@Debojani-6.9 29 күн бұрын
ভগৱান আছে ভাল হ'ব।
@ayaanarhan395
@ayaanarhan395 9 күн бұрын
দুখ নকৰিব আপুনি বেলেগৰ কথা শুনি।ময় বহুত মানুহৰ কথা শুনিলো 😢😢😢মোৰ সৰু ল'ৰা টোক বহুত কষ্ট কৰিও আমাৰ সকলো সম্পত্তি শেষ কৰি ও বচাবলৈ নোৱাৰিলো টকাৰ অভাৱত আমি এতিয়া অসহায় তথাপিও মনত সাহস লৈ এতিয়া জীয়া জুই একুৰা বুকুত লৈ আছো জীয়াই।😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢
@Kowshik_Vlogs08
@Kowshik_Vlogs08 9 күн бұрын
Thank you so much 🙏
@mamiboruah8310
@mamiboruah8310 Ай бұрын
সঁচাকৈ বহুত দুখ লাগিছে
@bhabenkalita2655
@bhabenkalita2655 29 күн бұрын
ভগৱানে কৃপা কৰক।
@tutumaninath3360
@tutumaninath3360 Ай бұрын
ডিব্ৰুগড়ৰ দোমৰ দলঙ বুলি ঠাইত প্ৰভু যীশুৰ প্ৰাথনা গৃহ এটি তালৈ এবাৰ নি চাবচোন ভাল হৈ যাব
@runudoleymili3554
@runudoleymili3554 29 күн бұрын
ভগৱানে ৰক্ষা কৰিব।
@Gizbowow
@Gizbowow Ай бұрын
Vogobane oti hunkale lora2k vl kori die jen...😢😢
@krishnavi2775
@krishnavi2775 29 күн бұрын
সোনকালে কৌশিক সুস্থ হৈ উঠক। ধিক্কাৰ অসম চৰকাৰক । মইও Caroli disease ৰ patient। অসম চৰকাৰক ইতিমধ্যে কেইবাখনো চিঠি দিয়া গৈছে যদিও সঁহাৰি দিয়া নাই। এজন সাধাৰণ কৃষক হিচাপে ব্যয়বহুল চিকিৎসা কৰোৱাবলৈ মোৰ দেউতাও অসামৰ্থ। সেয়ে আমি চৰকাৰৰ পৰা সহায় ভিক্ষা বিচাৰিছিলো যদিও গুৰুত্ব দিয়া নাই।যাৰ বাবে আমি ঘৰতেই দিশহাৰা হৈ বহি থাকিব লগা হৈছে। কৌশিকৰ দৰে অসমত হেজাৰ জন উঠি অহা ল'ৰা ছোৱালী জটিল ৰোগত আক্ৰান্ত হৈ আছে। কিন্তু অসম চৰকাৰৰ কানশাৰ নাই।।
@archanaborah8065
@archanaborah8065 29 күн бұрын
অগ্নি নাভবাবা ই সহায় কৰক
@monishatamuly791
@monishatamuly791 Ай бұрын
সোনকালেই ভাল কৰি দিয়া ভগৱান
@BhanitaDas-tf9tq
@BhanitaDas-tf9tq 27 күн бұрын
Val hobo diok ,mor maina r ow heart problem. Vagban r upart vishawa rakhk
@GirindraNath-z3x
@GirindraNath-z3x 25 күн бұрын
Hunkale val howk ayai vogobanor usorot parthona
@kalpanakataky9092
@kalpanakataky9092 25 күн бұрын
সুস্থ হৈ উঠক লৰা জন।হনুমান বাহুক শুনিব ইউটিউব ত পাব চাৰ্চ কৰিলে
@Kowshik_Vlogs08
@Kowshik_Vlogs08 9 күн бұрын
Thank you 🙏
@aratihazarika7367
@aratihazarika7367 Ай бұрын
Agninav baba bohut dukh lagise kaushikor bixoie jani. Help kora provu🙏🙏🙏
@learningpoint6296
@learningpoint6296 27 күн бұрын
Xosai bhut bya lgil
@ManabGogoi-e5q
@ManabGogoi-e5q Ай бұрын
Bohut dukh lagela ba 😢
@BhaskarSharma-cb8yb
@BhaskarSharma-cb8yb 17 күн бұрын
Puwali 2 r vl hoi ahok hunkale 😢😢❤❤😭😭tare kmonq krisu bhogoban r usorth and anakua jate Karu life rh nohouk kunu matrii ye jate anakua dukh npi never give up kousik puwali yooo Love you ❤puwali vl hoi ajn vl manuh bna babu vl hb diya no tention ☺️❤❤😭😭😭 Never give up puwali chota hero don❤😢😢❤🫂🫂👍👍❤️😭😭
@Kowshik_Vlogs08
@Kowshik_Vlogs08 9 күн бұрын
Thank you so much 🙏
@bijitkrphukon326
@bijitkrphukon326 29 күн бұрын
কৌশিক ভাল হৈ উঠক ।
@sankarbarman8501
@sankarbarman8501 Ай бұрын
Bohut beiya lagil
@MunGogoi-k5f
@MunGogoi-k5f 3 күн бұрын
ভাল হওক সোনকালে সদা মোৰ মৰম আশিবাদ আৰু ভগৱান ওচৰত প্ৰাথনা 😂😂😂😂😂😂
@santanamazumdar6836
@santanamazumdar6836 29 күн бұрын
ঈশ্বৰে কৌশিকৰ ভাল কৰক ঈশ্বৰ ৰে সন্তান ঘৰত হনুমান চালিকা ভক্তি ভাবে পাঠ কৰক আৰু তেওঁক কাকুতি কৰক
@Tcctyghv
@Tcctyghv 29 күн бұрын
Val kori diyok vogoban🙏
@BorokhaHAZARIKA-s2f
@BorokhaHAZARIKA-s2f 29 күн бұрын
Krishna ❤️vall kori dea
@Axom_sensei77
@Axom_sensei77 29 күн бұрын
কৌশিক যেন সোনকালে সুস্থ হৈ উঠে।
@Kowshik_Vlogs08
@Kowshik_Vlogs08 28 күн бұрын
@@Axom_sensei77 thank you so much
@Harjyotimedhi-u2j
@Harjyotimedhi-u2j Ай бұрын
Ai o emn mrm lga.vgbn emn ksta kiy diya vl kri diya vgbn.amito saru mnuh
@sangitakonwar8133
@sangitakonwar8133 Ай бұрын
Val hbo vogowane val koribo thik hoi jabo hustho hoi uthibo🙏
@radhabhuyan2593
@radhabhuyan2593 Ай бұрын
কৌশিক সোনকালেই ভাল হৈ উঠক মোৰ ভগৱান উচৰত প্ৰাৰ্থনা
@Kowshik_Vlogs08
@Kowshik_Vlogs08 28 күн бұрын
@@radhabhuyan2593 thank you so much 🙏
@AmitPegu-yq5fy
@AmitPegu-yq5fy Ай бұрын
ভগৱানে ভাল কৰক
@TilakSarma-p9u
@TilakSarma-p9u 26 күн бұрын
Bohut beya lagil 😢😢
@NilutpalDowari-sf7pk
@NilutpalDowari-sf7pk 27 күн бұрын
বহুত বেছি দুখ লাগিল😢😢😢😢
@BhaskarSharma-cb8yb
@BhaskarSharma-cb8yb 17 күн бұрын
Ba apuni honoamn clisa bhogoban r usrt prathona korok sun agniv baba usrt jbo......Val hobo diok😢❤😭😭❤️❤️
@Kowshik_Vlogs08
@Kowshik_Vlogs08 9 күн бұрын
Thank you so much 🙏
@KumariGogoi-z2p
@KumariGogoi-z2p 28 күн бұрын
Jar hy he ha Buji pbo njr lora swali bmr hole knekwa hy😢😢
@Momi.HRajkhowa-yz4tm
@Momi.HRajkhowa-yz4tm Ай бұрын
ভাল হব , আশা নেৰিব। ভগৱানে নিশ্চয় চকু মেলি চাব
@dulumanidevi1469
@dulumanidevi1469 Ай бұрын
God bless you ..kaushil beta..
@DeepikaDas-o2y
@DeepikaDas-o2y Ай бұрын
Bht dukh lagil ..puali tu jate xunkle val hoi....aru kothatur potie tumar tumar.......
@JunmonidasboraDasbora
@JunmonidasboraDasbora 26 күн бұрын
God bless you beta 🙏🙏
@silpee936
@silpee936 29 күн бұрын
Kaushik beta val hoi jaba..vogobanor usrt prathna koresu..baa tumaluk vagi noporeba..😢❤
@Kowshik_Vlogs08
@Kowshik_Vlogs08 29 күн бұрын
Thank you so much 🙏
@rashmirekhadohutia9377
@rashmirekhadohutia9377 Ай бұрын
Oti hunkale vl houk Koushik beta
@DipaliDeka-d7h
@DipaliDeka-d7h 29 күн бұрын
Bahut beya lagil bhagabane jate Koushik k vale. Rakhok
@Kowshik_Vlogs08
@Kowshik_Vlogs08 29 күн бұрын
Thank you so much 🙏
@Kowshik_Vlogs08
@Kowshik_Vlogs08 29 күн бұрын
Thank you so much 🙏
@MithupeguPegu
@MithupeguPegu Ай бұрын
dukh nokoriba bhagavane tumak doya koribo 🙏🏻🙏🏻🙏🏻
@Kowshik_Vlogs08
@Kowshik_Vlogs08 28 күн бұрын
@@MithupeguPegu thank you so much 🙏
@BidishaPhukon
@BidishaPhukon 27 күн бұрын
😢 ভাল হ'ব লৰা টো
@gitamonisaikia431
@gitamonisaikia431 20 күн бұрын
গাঁৱৰ মানুহৰ কথা কি নো কম আৰু । সমাজ খন যিতু কামৰ কাৰণে বনোৱা হৈছে সিহঁতে তাৰ ওলোটা টো হে কৰে 😢😢😢😢😢😢
@Kowshik_Vlogs08
@Kowshik_Vlogs08 9 күн бұрын
Taka ki kariba
@Kristivlog123
@Kristivlog123 Ай бұрын
Baa tumi hanuman chalisa phora..aru sankalpo lua saba Koushik kenekoi vl hoi jabo Saba...moi proman paisu hei karone koisu
@Kalpanakalita4742
@Kalpanakalita4742 Ай бұрын
Krishna mandir t hanuman chalisa pahib pari ne kob sun baideu
@utpaldas6454
@utpaldas6454 Ай бұрын
"Sankat Kate mite sb peera Jo sumire hanumat bal beera " "Nah se Rog hare sab peera japat nirantor hanumat beera" Aponi pravur Hanuman Sri saran t jaok sankalpo laok Aru sb thik hob ,abar pravur oprt biswas karok.
@plabonborgohain6786
@plabonborgohain6786 29 күн бұрын
Hsakoi apuni honumn chalisa phorak❤🙏🙏
@Kowshik_Vlogs08
@Kowshik_Vlogs08 29 күн бұрын
Thank you so much 🙏 ​@@utpaldas6454
@RuhiSaikia-o3w
@RuhiSaikia-o3w 27 күн бұрын
Tumi dhoijyo dhora ru honuman salisa hongkalpo loi poha.pravu a sabo
@gauranga9760
@gauranga9760 29 күн бұрын
God bless you kaushik 🙏
@Kowshik_Vlogs08
@Kowshik_Vlogs08 29 күн бұрын
Thank you so much 🙏
@RIPLIKASHARMA
@RIPLIKASHARMA 29 күн бұрын
Bhagwan r uporot aashta raakhok , biswaskh raakhok , kunba sodakhoy byaktiteyiee aahi sahaay koribo , om namah shivay 🙏🙏🙏🥺😔
@malobikadutta2235
@malobikadutta2235 6 күн бұрын
বসন্ত ৰোগ আচলতে হলে অতি সোনকলেই ডাক্তৰ ৰ ওচৰত নিব লাগে,,, অন্ধ বিশ্বাসে মানুহক মৃত্যুৰ মুখলৈ ঠেলি পঠায়,,,, মোৰ লৰা টো সৰু হৈ থাকোঁতে বসন্ত ওলায় তেনে দৰে গেলি গৈছিল , মূৰটো পিছফালে পুৰা গেলি গৈছিল কিন্তু যোৰহাট ৰ মানিক দত্ত sir য়ে দুটা মান injection দিলে লগা লগ শুকাই গল, গতিকে কোনেও অন্ধ বিশ্বাস ৰ আশ্ৰয় নলব
@JuriKonwarRay
@JuriKonwarRay Ай бұрын
God bless you 🙏🙏🙏🙏🙏🙏
@TabassumSyeda-z4k
@TabassumSyeda-z4k 28 күн бұрын
God bless you kaushik
@Pujaboruah5622
@Pujaboruah5622 23 күн бұрын
ভগৱানৰ‌ ওপৰত‌ বিশ্বাস ৰাখিবা‌ ভাল‌ হ'ব
@Kowshik_Vlogs08
@Kowshik_Vlogs08 9 күн бұрын
Thank you so much 🙏😊
@DipokChetry-i5k
@DipokChetry-i5k 29 күн бұрын
bahut beya lagil .bhagabane vale rakhaak
@Kowshik_Vlogs08
@Kowshik_Vlogs08 29 күн бұрын
Thank you so much 🙏
@binitabora309
@binitabora309 29 күн бұрын
বহুত বেয়া লাগিল ♥️
@sangitakalita7251
@sangitakalita7251 Ай бұрын
Bahut dukh lagil.koushik bhal hoi jabo.
@Kowshik_Vlogs08
@Kowshik_Vlogs08 28 күн бұрын
@@sangitakalita7251 thank you so much 🙏
@Kowshik_Vlogs08
@Kowshik_Vlogs08 28 күн бұрын
@@sangitakalita7251 thank you so much 🙏
@mridulagogoi-zn3kg
@mridulagogoi-zn3kg 26 күн бұрын
Hunkale val hoi uthok🙏
@Rimpibora-rr1fu
@Rimpibora-rr1fu Ай бұрын
God bless you..... Koushik..
@Kowshik_Vlogs08
@Kowshik_Vlogs08 28 күн бұрын
@@Rimpibora-rr1fu thank you so much 🙏
@NayanDas-vt9ul
@NayanDas-vt9ul 28 күн бұрын
Joy krishnaguru
@jumi9566
@jumi9566 29 күн бұрын
God bless you kaushik beta..
@kalpanarai77M
@kalpanarai77M 28 күн бұрын
be strong sis, god bless u ❤❤
@puravchoudhury1841
@puravchoudhury1841 Ай бұрын
God bless you Koushik❤
@GitanjaliThakuria-
@GitanjaliThakuria- Ай бұрын
God bless you beta
А я думаю что за звук такой знакомый? 😂😂😂
00:15
Денис Кукояка
Рет қаралды 6 МЛН
Sigma Kid Mistake #funny #sigma
00:17
CRAZY GREAPA
Рет қаралды 25 МЛН
access bars ki hoi. access bars r bixoye janu ahok. debasish vlogs 1994.
6:50
Debasish Vlogs 1994
Рет қаралды 4,6 М.